Рет қаралды 24,458
▶️চক্ৰ বিষয়াৰ অফিচে অফিচে মণ্ডলৰ মুকলি দালালি
▶️ঢেকীয়াজুলিৰ ঠেলামৰাৰ লাট মণ্ডল গুলজাৰ হুছেইন
▶️মাটিৰ নামজাৰিৰ বাবদ ৪ লাখ টকা বিচাৰিছিল
▶️ভঙাগড়তে হাতে-লোটে গ্ৰেপ্তাৰ গুলজাৰ হুছেইন
▶️আৰক্ষীৰ সন্মুখত গুলজাৰৰ বিস্ফোৰক স্বীকাৰোক্তি
▶️চক্ৰ বিষয়াৰ নিৰ্দেশতহে টকা খুজিছিল গুলজাৰে