চৰাইদেউ হুঁচৰি দল (প্ৰদৰ্শনী মূলক) ২০২২বৰ্ষ || Charaidaw Exhibition Bihu Group-2022 || Sonari Bihu

  Рет қаралды 633,821

Anupom Bitupon

Anupom Bitupon

Күн бұрын

Пікірлер: 218
@mridusmitaborah8289
@mridusmitaborah8289 2 жыл бұрын
বহুত বহুত ভাল লাগিল দেই। ফিৰোজ দা, ভূপেন দা, পিংকু দাকে আদি কৰি সকলোৱে বৰ সুন্দৰ কৰিছে। মই নিজেও চৰাইদেউ ত আছিলো সেয়েহে অতি গৌৰৱ কৰো। শেষত সকলো লৈকে বহুত বহুত ধন্যবাদ।
@mahindradas6363
@mahindradas6363 Жыл бұрын
Ĺ
@subharajgogoi7316
@subharajgogoi7316 2 жыл бұрын
পলমকৈ উপস্থিত হোৱাৰ বাবে চোৱাৰ সৌভাগ্য নহল সেইবাবে চাই আছোঁ । অসমৰ ৰাইজৰ আগত ইমান সুন্দৰ বিহু দলটিৰ পৰিবেশন দাঙি ধৰাৰ বাবে অনুপম,বিতুপন দাদাক ধন্যবাদ জনাইছোঁ🙏❣️❣️
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
🙏
@moran__puwali2465
@moran__puwali2465 2 жыл бұрын
চৰাইদেউ এই বিহু দলটো যোৱা ১৫ মে'ত তিনিচুকীয়া স্হিত মাকুমত "মৰাণ_বিহু_সমাৰোহ"ত প্ৰথমটো সাক্ষাৎকাৰ হৈছিলোঁ।। বহুত ভাল লাগিল লগ পাই। সুন্দৰ প্ৰয়াস,,,,, আগুৱাই যোৱা তাকেই কামনা কৰিছোঁ। মোৰ ফালৰপৰা আপোনালোকলৈ একাজলি মৰম আৰু শুভেচ্ছা থাকিল ।।।
@ranjitsaikia6239
@ranjitsaikia6239 2 жыл бұрын
বাঁহী বাদকজনলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো,,, ইমান সুন্দৰ লাগিল যে কবলৈ ভাষাই নাই
@biswajyotichetia6708
@biswajyotichetia6708 2 жыл бұрын
ভূপেন ককাইদেউ আৰু ফিৰোজ ককাইদেউ দুয়ো জনকে বহুত দিনৰ মূৰত দেখা পালোঁ । ভাল লাগিল । অনুপম বিটোপন ককাইদেউ আপোনাক ধন্যবাদ জনালোঁ ।
@papuborah5749
@papuborah5749 Жыл бұрын
কবলে ভাষা নাই বহুত ভাল লাগিল আগুৱাই জাবলে ভগৱানৰ ওচৰত পাৰঠনা জনালো
@rintugogoi3890
@rintugogoi3890 2 жыл бұрын
বিমান দাৰ বাঁহী সুৰ, নাঁচনী দ'লটি সুন্দৰ পৰিবেশন। ঢুল,তাল, পেপাঁ, বিহুৱা সকলোৱে ইমান ধুনিয়া সহযোগ।
@biswajit5436
@biswajit5436 Жыл бұрын
হুঁচৰিত বাঁ‌হী মাত বহুত শুনিচো । কিন্তু ইয়াত সুৰ কিবা এটা বেলেগ level t দিছে ❤️❤️❤️
@dikhayasonowal4593
@dikhayasonowal4593 2 жыл бұрын
সুন্দৰ অনুষ্ঠান....হুভেশ্যা থাকিল দলতিলৈ.... আগুৱাই যাওঁক সদাই ।।।। অনুপম বিটোপম দাদা লৈও ধন্যবাদ জনাইছো ইমান আকৰ্ষণীয় অনুষ্ঠান এটা আমাৰ মাজত আগবঢ়াই দিয়াৰ বাবে
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
🙏
@rajibgogoi3768
@rajibgogoi3768 2 жыл бұрын
aji he dekhisu eman dhuniya bihu thank you Anupom da
@biswajitgogoi7747
@biswajitgogoi7747 2 жыл бұрын
বহুত ভাল লাগে চৰাইদেউ হুঁচৰি দল ।❤️❤️
@AmarNath-wd9rm
@AmarNath-wd9rm 9 ай бұрын
বৰ ধুনীয়া হৈছে ।সঁচাকৈ মন-প্ৰাণ নাচি উঠে । ধন্যবাদ।
@ajitkumarphukan9736
@ajitkumarphukan9736 2 жыл бұрын
আন্তৰিক অভিনন্দন জনালো বিহুৱা দলটোক,সাঁজ পাৰ অতি houndar কৃষ্ণ🙏
@digantaneog3018
@digantaneog3018 Жыл бұрын
আন্তৰিক কৃতজ্ঞতা জনালোঁ বিহু দলটিলৈ । সুন্দৰ প্ৰদৰ্শন।❤❤
@sanahigogoi381
@sanahigogoi381 2 жыл бұрын
চৰাইদেউ হু৺চৰি দলটিলৈ বহুত বহুত ধন্যবাদ আৰু শুভ কামনা থাকিল ভগৱানে ভালে ৰাখক কুশলেৰাখক
@madhujyaburagohain1308
@madhujyaburagohain1308 2 жыл бұрын
Bohut bihu husori saaisu...kin2 aapunalukor poribekhon ek oinyotom...bohut vaal laagil...
@mrinmoyeedowarah1106
@mrinmoyeedowarah1106 2 жыл бұрын
বিহুজোৰা অতি সুন্দৰ কিন্তুু বাহীঁৰ মাতটো অ❤️❤️❤️❤️❤️❤️❤️❤️
@bhupenmoran38
@bhupenmoran38 2 жыл бұрын
আপোনালোকক মাকুম মৰাণ বিহু সমাৰোহ ত বিহু চাব লৈ সুবিধা পালো, বহুত ভাল লাগিল কবলৈ ভাষা নাই,,,,,
@rkct5400
@rkct5400 9 ай бұрын
One of the excellent teams of Assamese Bihu Dol. Hoping the Team the Best.
@mamanidutta2937
@mamanidutta2937 9 ай бұрын
Xundar lagesa dai
@SashiktGogoi
@SashiktGogoi 10 ай бұрын
চাৰ বৰ মনত পৰিছে আপোনালৈ , যতেই আছে তাতে আপুনি শান্তিৰে থাকক 😢😢😢😢
@জয়মহাকাল-শ৯ভ
@জয়মহাকাল-শ৯ভ 9 ай бұрын
বাপৰে কি নাচ কি গান কি বাদ্যযন্ত্ৰ আচৰিত 🙏👏❤️ ইমান সময় একেৰাহে নাচি আছে গাই আছে বজাই আছে তথাপিও যেন গাত অকণো ভাগৰেই লগা নাই ! নাচিব গাব বজাব জনা মানুহবোৰৰ গাত সচাকৈয়ে ভগৱানৰ বিশেষ আশীৰ্বাদ থাকে 🙏
@poragofficial1987
@poragofficial1987 2 жыл бұрын
Kali bihu jura sai vl lagil❣️🖤🔥
@zeal6360
@zeal6360 2 жыл бұрын
Kot hoisl baru
@poragofficial1987
@poragofficial1987 2 жыл бұрын
@@zeal6360 sonari B.P.B fild
@zeal6360
@zeal6360 2 жыл бұрын
@@poragofficial1987 o TQ. jaboi prlu hetn ghr usrte gom nplu
@poragofficial1987
@poragofficial1987 2 жыл бұрын
@@zeal6360 ohh
@BinaGogoi-l5j
@BinaGogoi-l5j Жыл бұрын
Vll lagisa bihu jua Sai ❤❤❤❤❤
@chandanmazumdar3555
@chandanmazumdar3555 2 жыл бұрын
বহুত বহুত ধন্যবাদ জনাইছোঁ অনুপম বিটোপন দাদা আমাৰ অনুষ্ঠান টি ইমান ধুনীয়া কৈ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে ,
@dhunukolizasaikia9705
@dhunukolizasaikia9705 Жыл бұрын
Iman hundor hoise sale sai thakibo. Mn jai moi 5 bar salu
@mrinalsaikia6862
@mrinalsaikia6862 2 жыл бұрын
চৰাইদেউ সদায় প্ৰীয়
@murchanavlogs7147
@murchanavlogs7147 2 жыл бұрын
কি‌ যে সুন্দৰ পৰিবেশন ,‌কবলৈ‌ ভাষা‌ নাই‌ 🤗🤗 ফিৰোজ ‌মামা আৰু আগুৱাই যাওক , লগতে দলটি লৈ বহুত বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো 🥰🥰🥰
@pronjalbora3462
@pronjalbora3462 Жыл бұрын
Z
@BirenGogoi-bz8lq
@BirenGogoi-bz8lq Жыл бұрын
Bahi badk janloi bhut huvkama thakil mean dhunia bahi mat kbloi vakha nai agloi aru aag bahi jauk hklu like bhut marm sardha janalu 😘😘😘🙏🙏🙏♥️♥️
@SatishKumar-uq3xe
@SatishKumar-uq3xe 9 ай бұрын
Bhut Val lagisa da ❤❤
@rintugogoi3890
@rintugogoi3890 2 жыл бұрын
কবলৈ ভাষা নাই ইমান ধুনিয়া পৰিবেশন। দলটিলৈ অশেষ মৰম যাচিলোঁ। অনাগত দিনত আপোনালোক চাই যাব বিছাৰো। বাঁহী কলি ইমান ধুনিয়া। আপোনালোকৰ পৰা বহু শিকিব ল'গা আছে।
@prabalbania4477
@prabalbania4477 Жыл бұрын
Collection and selection both are admirable .Thanks team mate.
@prabhatahom4010
@prabhatahom4010 2 жыл бұрын
বৰ ধুনীয়া হৈছে, বহাগৰ ৰঙ , ফাগুনৰ ইচাত বিচাত মনে বুজনিয়েই নেমানেচোন,এপাক নাচো নাচো লাগিছেচোন ।।।
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
ধন্যবাদ
@djhaulix1581
@djhaulix1581 Жыл бұрын
professional bihu husori koribo hikisu.. aitu bihu husorie hosai matha bisfut kori dile dai... mur ghr u hi moran and sonari majot gawot.. keibajon manuh ear sinaki mur,, papar sinaki asilll.. mohotto buji pua nasilu agya and now very blessed. Ami u ""assam society of banglore"" torofot pora ranghar husori dol ata uliaisu eate banglore.. apunaluke amak u akhirbad koribo. And thanks a ton for anupom bitupon for capturing and showcasing this amazing content. 3 ta bihu nam ami gawot gawoei potibarei.. bihu nam bilak bht familier..
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏🙏
@pollob_boruah
@pollob_boruah 2 жыл бұрын
বৰ সুন্দৰ হৈছে । ভুপেন ভিনি আপোনাক বৰ সুন্দৰ লাগিছে ।
@JibendroDaimari
@JibendroDaimari 9 ай бұрын
Congratulations All Of You The Best Happy Bihu Dance Group Very Beautiful Perfomence Well All The Very Very Best ❤❤❤
@jintuhazarika323
@jintuhazarika323 2 жыл бұрын
সুন্দৰ হুঁচৰি দল ভাল লাগিল আমাৰ টেঙাখাত আহিছিল এই দল টি।
@krishnabailung4846
@krishnabailung4846 2 жыл бұрын
বহুত ভাল লাগিল হুচরি দলতি। শদিয়ালৈ এবার আহিবচোন।
@dhanjyotikakati4273
@dhanjyotikakati4273 Жыл бұрын
বহুত বহুত ভাল লাগিল । মন চুই গল ।
@SatishKumar-uq3xe
@SatishKumar-uq3xe 9 ай бұрын
Xundar
@upenbora533
@upenbora533 2 жыл бұрын
বিহুখনি বহুত ধুনীয়া লাগিলে দেই , ধন্যবাদ সকলোকে
@deepjyotichetia1642
@deepjyotichetia1642 2 жыл бұрын
Biman da Rock🔥 joi tu charaideo❤️
@raktimassam7801
@raktimassam7801 2 жыл бұрын
Bht bht bht bht vl lgel dai..... Bht dhuniia hoi sq
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
ধন্যবাদ
@snehasharmaphukan3162
@snehasharmaphukan3162 2 жыл бұрын
Bohut bohut dhonyobad dada amar bihu jura anedore Hokolu majoloi agbohai dia babe🤗❤️🥰
@pinkuboruah2245
@pinkuboruah2245 Жыл бұрын
Moja, moi assamr bahiyr pora bihu husori video bilak sai asu bohut val lagise, sakri ari assam gusi jau gusi jau lagise,karn moiu bihu gan gau,
@Dchetia77
@Dchetia77 Жыл бұрын
বৰ সুন্দৰ বিহু আৰু প্ৰদৰ্শন সচই বৰ ভাল লাগিল। দ'লটোলৈ অশেষ ধন্যবাদ।
@joyagogoi2497
@joyagogoi2497 2 жыл бұрын
Bohut bohut val lagil dei apunalukor bihu khon . 👌🏼👌🏼👌🏼
@nirjugogoi2832
@nirjugogoi2832 Жыл бұрын
হুচৰি দলটোলৈ আন্তৰিক শুভেচ্ছা জনাইছো 🙏🙏🙏🙏🙏🙏
@bikashgogoi4718
@bikashgogoi4718 2 жыл бұрын
Dhulia r pora Nasoni Loike Akdom Perfect Aru Female Voice oti Hundor 👌
@j..k..l8723
@j..k..l8723 Жыл бұрын
Welcome to the bihu husari dal. Very nice. It is a glorious part of bihu culture.god bless to all.
@rajukuwar270
@rajukuwar270 Жыл бұрын
I am Raju konwar thanks to all bihu huawei dal thanks
@SonuGupta-cd9if
@SonuGupta-cd9if 9 ай бұрын
Bahut dhunia bihu
@pahiphukon868
@pahiphukon868 2 жыл бұрын
Dhoinyobad dei anupom bitupon...🥰🥰
@gargiff4091
@gargiff4091 2 жыл бұрын
কবলৈ ভাষা নাই ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️ অতি সুন্দৰ প্ৰদৰ্শন কৰিছে দলটিয়ে , দলটোৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো ধন্যবাদ অনুপম বিটোপন ককাইদেউ video টো আমাৰ ওচৰলৈ আগ বহুৱাৰ বাবে❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️ love from যোৰহাট💞💞💞💞💞
@runusaikiabordoloi1308
@runusaikiabordoloi1308 2 жыл бұрын
শিল্পী সকলোকে আচৰিত লাগিছে
@deepjyoutiofficial3920
@deepjyoutiofficial3920 2 жыл бұрын
অনুপম ককাইদেউ ক লগ পাই ভাল লাগিল দেই ।❤️❤️
@monnilimofficial5274
@monnilimofficial5274 2 жыл бұрын
Khub hundor hoyse kokaideu hetor bihu khon pokise dai love you all 💞🔥🔥😘😘👌👌👍🙏
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
🙏
@firujkonwar7066
@firujkonwar7066 2 жыл бұрын
"Bitupon "Charaideo Bihu dolar,tarafar pora tumaloi bahut bahut dhoinyabad jonalu.
@pulinmech9243
@pulinmech9243 Жыл бұрын
😊
@pollyt2272
@pollyt2272 2 жыл бұрын
Charaido bihu dol amar nesa leader
@moyuriborah2375
@moyuriborah2375 2 жыл бұрын
আমাৰ অনুষ্ঠানটি ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে অশেষ ধন্যবাদ ককাইদেউ 🙏চেনেলটো দীর্ঘায়ু হওক....... আৰু সুন্দৰ সুন্দৰ ভিডিও চাবলৈ পাম বুলি আশা ৰাখিলো।
@debasishboruahvlog8962
@debasishboruahvlog8962 2 жыл бұрын
Wow moza nasoni beleg dekhun dhunia lagise
@Royalgrapes
@Royalgrapes 2 жыл бұрын
Sundar Bihu Khan .....namoti goraki mat2 bor dhunia
@ujjalborah7095
@ujjalborah7095 2 жыл бұрын
কি‌ যে সুন্দৰ পৰিবেশন কবলৈ‌ ভাষা‌ নাই‌ .. শুভেচ্ছা জনালো.. অতি সুন্দৰ প্ৰদৰ্শন কৰিছে দলটিয়ে 🤎🤎🤎
@prabalbania4477
@prabalbania4477 Жыл бұрын
Excellent .Overall performance is fantastic .Thanks.❤❤❤
@labanyakalita6015
@labanyakalita6015 Жыл бұрын
Bhut bhut val lagil,
@ParashDas-j8y
@ParashDas-j8y 9 ай бұрын
Bhut bhut val lagil❤ 👌👌
@polakhduwarah2771
@polakhduwarah2771 2 жыл бұрын
বহুত বহুত ভাল লাগিল
@himakshiborgohain1903
@himakshiborgohain1903 2 жыл бұрын
Thank you anupom ru bitupom da amr bihu khn diya babe😊
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
🙏
@assamesegirlsupriya7744
@assamesegirlsupriya7744 2 жыл бұрын
Moja lgil akomiya hisapa ami hodi proud fill koru 🥰🥰🥰🥰
@KabitAGogoi-k3j
@KabitAGogoi-k3j 8 ай бұрын
Nice dada 🥰
@jayahandique2315
@jayahandique2315 2 жыл бұрын
বহুত বহুত ধুনীয়া হৈছে সকলোৱে দ'লটি আগুৱাই যোৱাৰ শুভ কামনা জনালোঁ 💞💞
@mintubharali3092
@mintubharali3092 2 жыл бұрын
Bohut bohut bohut dhunia hoise. Hepah poluai salu. Bohut val lagil.
@amritborthakur9523
@amritborthakur9523 Жыл бұрын
Bohut Vall Lagisa
@dipankargogoi8546
@dipankargogoi8546 2 жыл бұрын
Bahi eman dhuniyakoi bojaise hunile huni thakibo mon jai
@gautomnath
@gautomnath Жыл бұрын
Val lagil dada 👍🥰😘
@dipalikakoty8793
@dipalikakoty8793 2 жыл бұрын
বৰ সুন্দৰ হৈছে আৰু আগবাঢ়ি যোৱা
@RongjaliBodosa
@RongjaliBodosa 11 ай бұрын
আকৌ চাইছোঁ।মানুহজনক ইয়াতে দেখা। কৈছিলো তেতিয়াই মাতটো বৰ ধুনীয়া বুলি।আজি হে কি হৈ গল। 😢
@অনুপমবিতোপন
@অনুপমবিতোপন 11 ай бұрын
😭😭😭😭
@cristianomass6350
@cristianomass6350 2 жыл бұрын
বৰ সুন্দৰ লাগিল
@JunDa-zk4oi
@JunDa-zk4oi Жыл бұрын
❤❤❤😂😂😂jintu
@bivaboruah9092
@bivaboruah9092 2 жыл бұрын
বৰ ধুনীয়া লাগিলে , নাচো নাচো লাগিছে।
@runusaikiabordoloi1308
@runusaikiabordoloi1308 2 жыл бұрын
আচৰিত ভাল লাগিছে দেই
@dipakgogoi4266
@dipakgogoi4266 Жыл бұрын
Hundor
@anjaliborah4614
@anjaliborah4614 2 жыл бұрын
বহুত ভাল লাগিল ৷
@marteencreation4298
@marteencreation4298 2 жыл бұрын
kali Sai Val lagil😊😊❤️
@runusaikiabordoloi1308
@runusaikiabordoloi1308 2 жыл бұрын
Bohut bhut dhuniya lagise
@gautamnath2184
@gautamnath2184 Жыл бұрын
সুন্দৰ প্ৰদৰ্শন 🙏 ❤️
@anitamusic4043
@anitamusic4043 2 жыл бұрын
Bohut val lagil deiiiii..... Dhoinyabad ❤❤❤
@bhrigukalita6479
@bhrigukalita6479 2 жыл бұрын
Dhuniya 🔥🔥👍👍👌👌
@MonikaDeori-mk8ms
@MonikaDeori-mk8ms 9 ай бұрын
Nice Bihu
@lakhimoni-lf1gw
@lakhimoni-lf1gw Жыл бұрын
emn dhuniya hoisa
@pranjalphukon2738
@pranjalphukon2738 2 жыл бұрын
বাঁহী সুৰ ❣️
@bhaskarpratimsaikia2175
@bhaskarpratimsaikia2175 Жыл бұрын
বৰ ভাল লাগিল ❤
@jnu1327
@jnu1327 2 жыл бұрын
Xundor
@jnu1327
@jnu1327 2 жыл бұрын
Hi
@poragofficial1987
@poragofficial1987 2 жыл бұрын
First view ❣️🖤
@arindomborgohain4059
@arindomborgohain4059 2 жыл бұрын
Dhuniya hoise❤️❤️
@tridipgogoi8061
@tridipgogoi8061 5 ай бұрын
0:47
@adityagogoi3791
@adityagogoi3791 2 жыл бұрын
❤️❤️❤️❤️❤️bhut val lagil
@dipankargogoi8546
@dipankargogoi8546 2 жыл бұрын
Bohut dhuniya
@satyajitbaruah4735
@satyajitbaruah4735 9 ай бұрын
সুন্দৰ
@digantatanti2993
@digantatanti2993 2 жыл бұрын
Oti Sundar ❤️❤️😘
@jintuboruah6991
@jintuboruah6991 2 жыл бұрын
অতি সুন্দৰ💓💓💓
@soniaboruah6692
@soniaboruah6692 2 жыл бұрын
Khub dhuniya bojaisa..
@dibyabaruah1826
@dibyabaruah1826 Жыл бұрын
সুন্দৰ।
@bastavrovi6890
@bastavrovi6890 2 жыл бұрын
I love this husori Tim🔥💖💖👌
So Cute 🥰 who is better?
00:15
dednahype
Рет қаралды 19 МЛН