হায়দৰাবাদৰ হোটেলত কি হৈছিল ৰবি শৰ্মাৰ লগত ? 😂😂 EP - 02

  Рет қаралды 85,063

BAARTA LAAP

BAARTA LAAP

Күн бұрын

Пікірлер: 201
@junaliborboraphatowali6546
@junaliborboraphatowali6546 2 ай бұрын
Khob bhal lagil dei ae episode to part 1 & part 2 ❤❤❤ Thank you so much ❤❤❤🙏
@monikaphukon9051
@monikaphukon9051 Жыл бұрын
Bohut hahilu dei 🎉🎉🎉
@sumidevi5909
@sumidevi5909 Жыл бұрын
val lagile
@rockentertainment3338
@rockentertainment3338 Жыл бұрын
Bohut val lgl saii🥰🥰🥰🥰🥰🥰
@namitaborah9016
@namitaborah9016 Жыл бұрын
Thanks robi da eman mojja movie akon amak dearkarone
@rumabordoloi3059
@rumabordoloi3059 Жыл бұрын
বৰ সুন্দৰ। পৰিয়ালৰ সকলোৰে সৈতে একেলগে উপভোগ্য চিনেমা। কিন্তু দেউতাক আৰু পুতেকে একেলগে বহি পনীয় গ্ৰহণ কৰাতো। বৰ্তমান আমাৰ সমাজত প্ৰচলিত হোৱা নায়। কিন্তু খিলঞ্জীয়া জনগোষ্ঠী সকলৰ সমাজত আছে। ধুমপান ব্যৱহাৰ মাত্ৰাধিক হৈছে।
@AnamikaChetia-j7i
@AnamikaChetia-j7i 5 ай бұрын
❤❤❤❤❤
@Lose_angel
@Lose_angel Жыл бұрын
ৰবি দা আপুনি সঠিক কথাই কৈছে, মই অতি দুখেৰে জনাওঁ যে নলবাৰীত এটা চিনেমা হল নাই ।
@himashripatgiri1205
@himashripatgiri1205 Жыл бұрын
Aji loikeee 3bar salu Sri Raghupoti ❤ akhon sob falee di a best movie ❤❤
@banditathakuriya8535
@banditathakuriya8535 Жыл бұрын
মই ২বাৰ চালো দাদা ।। ক'বলৈ ভাষা নাই ।।
@hemlatasarma7050
@hemlatasarma7050 Жыл бұрын
Bohudur.goi sree Roghupoti salo.bohut val lagil parile aru sabr mon ase.
@amlandip
@amlandip Жыл бұрын
Ravi Sharma ৰ দৰে positive মানুহ বৰ্তমান অসমত দুৰ্লভ।। Ravi Sharma এটুকুৰা হীৰা হয়।। সযতনে ৰখাটো অসমবাসীৰ কৰ্তব্য।।
@junachoudhury2737
@junachoudhury2737 Жыл бұрын
খুউব সুন্দৰ চিনেমা এখন চালো। ৰঘুপতিৰ সকলো লৈকে অভিনন্দন থাকিল।
@satyabratdas1816
@satyabratdas1816 Жыл бұрын
Thanks ক'ৱ নেলাগে beer এটা খুৱাই দিবি😀 that's ultimate dialouge 🔥
@notprogamer2114
@notprogamer2114 Жыл бұрын
Bohut bhal paisu movie khon sai. Jenekua obotha eta dekhuaise Amar Axom khon'r, Bohut bhal lagil. Maa deta'r logot sabo para movie. Aru enekua movie ulaok. Joi aai axom.
@cricketthings4928
@cricketthings4928 Жыл бұрын
প্ৰতিটো কথাতে কি সুন্দৰ বাখ্যা, ৱাহ,,,Salute to Ravi দা,,,তেও যদি প্ৰফেচৰ হল হেতেন, ষ্টুডেণ্টচ্ ৰ কেতিয়াও আমনি নালাগিল হয়। 😍😍😍
@principriyachangmai465
@principriyachangmai465 Жыл бұрын
Moi 3 bar salu..3 bare kandsu...Sai hepah nopolua akhn flim...aru jate anekuwa flim amak d thake👍
@pollobikotoki7718
@pollobikotoki7718 Жыл бұрын
Always be green Rabi sarma
@aryan_kalita
@aryan_kalita Жыл бұрын
27:35 "Size u eke ase" kothar kahini blg asil jen pau🤣🤣🤣🤣🤣
@beauty_baruah
@beauty_baruah Жыл бұрын
সঁচাকৈ দুবাৰকৈ চাব পৰা ফিল্ম এইখন❤ Kudos to the team
@manibankalitanath3648
@manibankalitanath3648 Жыл бұрын
কালি চালোঁ শ্ৰী ৰঘুপতি । আহঃ কি যে সুন্দৰ 👌👌👍👍 গোটেই টিমটোৰ সুন্দৰ অভিনয় । ৰবি শৰ্মাৰ দৰে এজনেহে শ্ৰী ৰঘুপতিৰ দৰে চিনেমা এখন বনাব পাৰে । তেখেতৰ সুন্দৰ অভিনয়, যেনে মানুহ প্ৰকাশ তাৰেই,,, অভিনয়ত। যিজনৰ মন সুন্দৰ , সত্যবান তেনে এজনেহে আচলতে আজিৰ তাৰিখৰ এনে এখন সুস্থ ছবি ৰাইজক উপহাৰ দিব পাৰে । ছবিখনৰ পৰা বহু শিকিবলগীয়া আছে। আমি আৰু আশা কৰিছোঁ ৰবি শৰ্মাৰ পৰা সুন্দৰ ছবি পাবলৈ । হিলদল ভাঙি অসমৰ ৰাইজে শ্ৰী ৰঘুপতি চাইছে। তেখেতৰ সু স্বাস্থ্য কামনা কৰিছোঁ । হৃদয়ৰ পৰা ধন্যবাদ ৰবি শৰ্মালৈ ।🙏ধন্যবাদ বাৰ্তালাপ ।🙏
@Minakshichakravarty31
@Minakshichakravarty31 Жыл бұрын
Dhuniya.kotha.koisa dei suvrat dai. Xokolu bilk robi dar dore hola axomiya flm r bhut bhut unoti.hobo
@Ankurguitar
@Ankurguitar Жыл бұрын
Silpathar, Dhemaji, Gugamukh 3khon thait cenima hall nai ami silapathar pora lakhimpurot cinema sabole goisu rabi daa .. we love you and proud of assamese film- Raghupati.... Its look like investment of 200c
@RAHULOPEDIA
@RAHULOPEDIA Жыл бұрын
জুবিন দাই ৰঘূপতি চাই অলপ complex feel কৰিছে চাগে। কাৰণ জুবিন গাৰ্গ এজন inborn singer hoi aru ৰবি দা এজন inborn actor হয়।। Like comment and share if you love ৰবি দা and জুবিন দা।
@mallikadeka3849
@mallikadeka3849 Жыл бұрын
eikarone bidurbhai ajio amar priyo.....etiya raghupati hit....SUV da all the best for your future project🎉
@pallabhazarika7142
@pallabhazarika7142 Жыл бұрын
Ravi daa birat intellectual manuh kintu.. bohut inspire holu teur kotha xuni❤
@semimasiddiqua3031
@semimasiddiqua3031 Жыл бұрын
Hyderabad r kotha huni hahi hahi pet bikhai gol 😂😂
@RajBhai-zv2xi
@RajBhai-zv2xi Жыл бұрын
600 cr adipurush 😂😂
@sushilkonwar7012
@sushilkonwar7012 Жыл бұрын
সত্য সদায় জয় । দশ অৱতাৰে আমাক তাৰে শিক্ষা দিছে । ৰবি দা মনৰ যি উৎকৰ্শতা ---- চিন্তনীয় বিষয় । ইয়াৰ পৰাই আমি শিক্ষা লোৱা দৰকাৰ । শৰিৰীৰ প্ৰতি কেনেকৈ যতন লব লাগে ৰবি দাক সোধক -- কাৰণ স্বাস্থ্যই সম্পদ । যিদিনা স্বাস্থ্য অৱনতি ঘটিব ---- জীৱনৰ অৰ্থই বা কত ।
@chandanaroy3534
@chandanaroy3534 Жыл бұрын
যোৱা পৰহি চিনেমা খন চালো । তাৰেই মোৰ বৰ ভাল লগা কিছুমান কথা কৈছোঁ... ১) যেতিয়া গাওঁৰ মানুহ খিনিয়ে সেই মানুহ জনক (নামটো পাহৰিলো) খেদি যায়, তাৰে background music টো । ২) নিভাজ অসমীয়া গাওঁ এখন যেনেকৈ দেখুৱাইছে আৰু গাওঁৰ মানুহৰ সৰলতা খিনি যিদৰে ফুটি উঠিছে । ৩) সিদ্ধাৰ্থ শৰ্মা দাৰ অভিনয় । তেওঁৰ মুখত ফুটি উঠা আৱেগ খিনি । যেতিয়া তেওঁ কয় যে - এহেজাৰ কাটিছো ব্যক্তিগত স্বাৰ্থত, তৰাই বায়েক এজনী ও পাব, বাপেকক সকলো কথা খুলি কবলৈ টান পায় । ৪) সীমা বায়ে Yasmin ঢুকুৱাত যিটো চিঞৰ মাৰি কান্দিছে। ৫) আৰু শেষৰটো dialogue deliver কৰা সময়ত সিদ্ধাৰ্থ দা এ যে আঠুত ভৰ দি ঘূৰি দিয়ে এপাক । ৬) ভূপেন হাজৰিকা দেৱৰ গান কেইটা যেনেকৈ জেগাত ব্যৱহাৰ কৰিছে । Over all movie খন hit, তাত সকলোৰে কষ্ট খিনি আৰু team work ফুটি উঠিছে । সৰু সৰু details ত যিদৰে গুৰুত্ব দিয়া হৈছে, চাই বৰ ভাল পাইছোঁ । ধন্যবাদ আৰু congratulations team Sri Raghupati । 🎉🎉🎉🎉🎉
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc Жыл бұрын
ৰবিদাৰ কথা বোৰ বৰ সুন্দৰ আৰু শুনি লে শুনি থাকিবলৈ মন যোৱা অৰ্থ পূৰ্ণ, উৎসাহ মূলক 👏👏👏🥰🥰
@boroshasaikia5242
@boroshasaikia5242 Жыл бұрын
Motivation 😩❤️
@harshitaart2345
@harshitaart2345 Жыл бұрын
Bohut val lagil Ravi da kotha huni...Huniyei thakibo mon goisil akou matibosun motivational kothabur huni imaan val lagil.... Raghupati sai bohut val lagil...
@bijuhazarika913
@bijuhazarika913 Жыл бұрын
ৰঘুপতি চাই এটা শব্দত কম .খুউব ভাল .আৰু চিনেমাৰ বাবে অপেক্ষ্যাৰত
@tulikasworld8647
@tulikasworld8647 Жыл бұрын
😢😢😢মোৰ দুৰ্ভাগ্য 8মহীয়া সন্তানক লৈ কেনেকৈ যাওঁ ৰঘুপতি চাবলৈ😢😢ওচৰত চিনেমা হল ও নাই😢😢😢
@manashjyotinath1712
@manashjyotinath1712 Жыл бұрын
😢
@mrindian3972
@mrindian3972 Жыл бұрын
Ou 3 k subscribers
@kongkanadas8561
@kongkanadas8561 Жыл бұрын
ৰঘূপতি জুই
@joymusicproduction5727
@joymusicproduction5727 Жыл бұрын
Raghupati aru 1bar sabo mon asil, but cinema hall 27 km durot hua babe problem hoise...bohut dhunia cinema
@asishgargahmed804
@asishgargahmed804 Жыл бұрын
নলবাৰীত ও হল নাই আমি ৰঙীয়ালৈ দৌৰো😢😢😢
@axomorsurajit2219
@axomorsurajit2219 Жыл бұрын
yes
@lakhayajutiassam6389
@lakhayajutiassam6389 Жыл бұрын
কি সুন্দৰ কথাৰ উপস্থাপন ❤😊 মোৰ প্ৰিয় আটাইতকৈ আদৰ্শবান ব্যক্তি জন ৰবি দা , তেখেতৰ ইনটাৰভিও চাই চাই মই ধেমাজিৰ পৰা লক্ষিমপুৰ পাই গলোহি , সদাই এনেকৈয়ে থাকক কৰ্তব্যপৰায়ন , সত্যনিষ্ঠ আৰু আৰ্দশবান ৰঘুপতি হৈ 🙏🙏🙏🙏🙏🙏🙏❤
@Aazminsvlogs786
@Aazminsvlogs786 Жыл бұрын
Hahi hahi শেষ, jangiya পিন্ধি catwalk diyatu 🤣🤣
@utpalasharma4995
@utpalasharma4995 Жыл бұрын
পৰিয়ালৰ সকলোৰে বাবে উপভোগ্য এখন অতি সুন্দৰ চিনেমা হৈছে।ৰবি শৰ্মা আৰু শ্ৰী ৰঘুপতিৰ সমূহ কলা-কুশলীক অভিনন্দন জনালোঁ।
@aditi-q
@aditi-q Жыл бұрын
😂😂😂 Bow baad diok.. Sbei janile hotelr funny incident 🤣
@chayanikaphukon5533
@chayanikaphukon5533 Жыл бұрын
Raghupati is blockbluster, congratulations to the entire team of raghupati. And yes of course eagerly waiting for Ravi daa's next film.
@MrPerfectOfficial
@MrPerfectOfficial Жыл бұрын
Ravi da, Bor dhuniya dhuniya kotha koi hai... Motivational speaker o hobo paril hoi ❤❤
@indranisonowal5477
@indranisonowal5477 Жыл бұрын
Sobi khn sai khub val lagil robi da khub hundor sobi bonaise... Cinema khn sai thakute swali jnik jetia dorkhn Or boli hobo loga hoixil hei homoi konor poar guteii gantu kandilu last ot apunak salute dixu khub hundor sobi dixe.....
@sumitbaishya5670
@sumitbaishya5670 Жыл бұрын
Robi Daar kotha keita bor dhunia lagise xuni❤
@pompiboruah4009
@pompiboruah4009 Жыл бұрын
Bhut val lagil kotha khini huni 🙂
@bristi1239
@bristi1239 Жыл бұрын
শ্ৰী ৰঘুপতি চাই বহুত ভাল লাগিলে আৰু চকুৰ পানী ওলায় গ'ল 😢
@anuradhagogoi9101
@anuradhagogoi9101 Жыл бұрын
Kothaburt bohut dept ase.bohut vl lgil ravi da personality.
@yoyyyy668
@yoyyyy668 Жыл бұрын
Rabi sarmar family background khub besi bhal.teur matri sraddhar bandana sarma baideu khub bhal abhinetri asil ata somoyot
@kangkanakuku3240
@kangkanakuku3240 Жыл бұрын
Dubar saisuuuu...omg ravi daaa excellent movie ❤❤❤ ankoi kbloi vakha ni...
@Banditaskibakibi
@Banditaskibakibi Жыл бұрын
প্ৰথম দিনাই চালোঁ দেই ৰঘুপতি । আৰু তৰালী বায়ে কোৱাৰ দৰে খুট উলিয়াও বুলিও উলিয়াব নোৱাৰিলোঁ। ইমান ধুনীয়া চিনেমা এখন চালোঁ একদম পইচা ৱুচুল হৈ গৈছে । চক্ৰ দা আপোনাক দেখিও ভাল লাগিল চিনেমাত ।
@karobigogoi1963
@karobigogoi1963 Жыл бұрын
Finly aji sri rghupti salu....khubei vl lgil...hoklure hundor ovinoi....proti2 sorittroi vl lgil sai.....aguai jawk....ru notun notun km kori jawk...❤❤
@prarthanadutta5263
@prarthanadutta5263 Жыл бұрын
Aji 2nd bar salu dei. Bhal lagil. Thanks sri Roghupoti family
@Jonassamvlog
@Jonassamvlog Жыл бұрын
আজি গৈ আছো চাব ৰঙিয়া চিনেমা ঘৰত ৰবি দাৰ শ্ৰী ৰঘুপতি ❤❤❤❤ দাদা মই শিঙাৰ পাৰা পৰা কৈছোঁ প্ৰত্যেশ ৰাজবংশী ৰ ঘৰৰ
@runudevibarman8706
@runudevibarman8706 Жыл бұрын
salu khube bhal hoise ami logor bure koisu eman xunkale xekh neki🤔👌👍
@parishmitapator4458
@parishmitapator4458 Жыл бұрын
Bhut dhuniya sbola robi da jui❤ film blocbulstr
@Minakshichakravarty31
@Minakshichakravarty31 Жыл бұрын
Moi hahi hahi pet bikhai gol dei.😅😅😅😅🤣🤣
@minakshideka12
@minakshideka12 Жыл бұрын
Xosakoi Rabi dai akhom bakhik akhon dhuniya sobi uphar dile....❤️❤️❤️
@riturajdass9427
@riturajdass9427 Жыл бұрын
Ravi da..Such a genuine Assamese and a brilliant actor ❤
@konkiborah8978
@konkiborah8978 Жыл бұрын
আজি শ্ৰী ৰঘুপতি চালো ❤ .... সঁচাকৈ ভাষা বা শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এখন অসমীয়া ছবি।। ইমান বেছি ভাল আৰু দুখ অনুভৱ কৰিছিলোঁ সেইয়া হয়টো ছবি খন চোৱা প্ৰতি জন ব্যক্তিয়ে কব পাৰিব। ❤ ..... ছবি গৃহত এজনী ছোৱালী নাছিল যাৰ চকুলোঁ বাগৰি পৰা নাছিল । সকলোৱে চাব এবাৰ ❤
@mbvlogs554
@mbvlogs554 Жыл бұрын
Moi duiba salu etiyaloi..tothapitu hepah polua nai... Wow really Amazing movie ❤❤❤❤❤ love you Ravi da ❤
@jingleheart2996
@jingleheart2996 Жыл бұрын
Cinema khonor final neelami scene tut jetiya Tora ulai ahe hei homoyot Ravi daar sokut jikhini emotion asil omg that was world class. That scene proved that a brilliant actor needs only one scene to prove his might.. Ravi daa k agor porai bht bhal paisilu respect korisilu, cinema khon sai respect and love have grown manyfold 💜
@Rose-ps8fj
@Rose-ps8fj Жыл бұрын
Akou abar sabole mon jua movie❤❤❤.. Eman besi vl lagise... Lots of love Ravi sharma❤
@lizabora9478
@lizabora9478 Жыл бұрын
ৰবি দা ৰ কথা বোৰ সঁচাই বৰ গভীৰ বৰ ভাল লাগে❤ প্ৰিয় অভিনেতা ☺️
@sunitaguwala2151
@sunitaguwala2151 Жыл бұрын
Amr dhakuakhana t lage
@deepjyotidas2397
@deepjyotidas2397 Жыл бұрын
Ravi da, pura Josh ase amar✊✊✊, JOI AIE AXOM✊✊✊
@sunilamshi8854
@sunilamshi8854 Жыл бұрын
9 বাৰ চালোঁ। বহুত দিনৰ পৰা ৰৈ আছিলোঁ। 2 দিন আগতে টিকট কৰিছিলোঁ but first day বন্ধ কৰোঁতে দুখ লাগিছিল । কিন2 আৰু এৰি নিদিলো 9 বাৰ চালোঁ আজিলৈ । আৰু 1 বাৰ চাব মন গৈ আছে হইটো চাম। Moja ফিল্ম
@kakumonikakumoni5583
@kakumonikakumoni5583 Жыл бұрын
ৰঘুপতি কি কম ভাষা নাই।ৰবি দা ❤❤❤❤❤
@djchannel1094
@djchannel1094 Жыл бұрын
Ticket or nam ot 2500 goise mor
@lakhyahazarika5620
@lakhyahazarika5620 Жыл бұрын
❤❤❤❤❤ interesting
@prasantkasyap3922
@prasantkasyap3922 Жыл бұрын
Ravi da has chosen a brilliant director.. Suvabrat is a intellectual and very talented.. In Assamese film industry Every film director should learn from this new coming director...I expect a full action movie from Ravi da team in next.🙏
@gorimahazarika3279
@gorimahazarika3279 Жыл бұрын
💓dhunia
@barnalimahanta3911
@barnalimahanta3911 Жыл бұрын
Akhomia cinema jogotor super duper handsome manuh
@mouchumigogoi2425
@mouchumigogoi2425 Жыл бұрын
bhut bhal lagil sai.....😍😍😍😍
@djchannel1094
@djchannel1094 Жыл бұрын
Bhut aslu
@pahiborthakur8549
@pahiborthakur8549 Жыл бұрын
Amar hojai t cinema hall nai😭😭aji loi k raghupati sabo pua ni
@dhirupamoutalukdar3245
@dhirupamoutalukdar3245 Жыл бұрын
Jao kali salu cinema kha bahut vl lagil tikoidilu pis falr pra gali khalu ✌️😀bahut vl lagil sai thank you rabi da
@Kasturi_Mini
@Kasturi_Mini Жыл бұрын
অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ সৈতে দ্বিতীয় খণ্ডটো সোনকালে দিব 🙏
@parishmitagogoi8391
@parishmitagogoi8391 Жыл бұрын
ৰবি দা ৰ ৰঘুপতি এই নামটো যেতিয়া পৰা শুনি আহিছোঁ বৰ আগ্ৰহেৰে ৰৈ আছিলোঁ কাৰণ তেওঁ বৰ প্ৰিয় অভিনেতা মোৰ বাবে Semester exam হৈ থকাৰ বাবে দুদিন দেৰিকে চালোগৈ । সঁচাই আপোনাৰ অভিনয় আৰু কষ্ট বোৰ যেন আজি আকাশ চুইচেহি লগতে আপোনালোকৰ দলটি সেইয়া নিজ চকুৰে দেখি আহিছোঁ ticket ৰ কাৰণে হেতা ওপৰা অগণন মানুহ। বহু সংঘাটৰ মাজত আজি ৰঘুপতি কাৰণ গোলাপ ৰ সৌন্দৰ্য্য কাঁইটৰ মাজতহে।
@travelerslakhiminath9325
@travelerslakhiminath9325 Жыл бұрын
ৰঘুপতি চালো বহুত বেছি ভাল লাগিছে
@runumisdaughter7677
@runumisdaughter7677 Жыл бұрын
Bgm..xosa k koisu jui hoise❤❤
@sahnajmehndiart
@sahnajmehndiart Жыл бұрын
Emn dhuniya koi ktha bor explains kri dye Rabi dai😍😍😍
@anarhussainofficial3370
@anarhussainofficial3370 Жыл бұрын
ইমান ধুনীয়াকে কথাবো কোৱা মোৰ বহুত ভাল লাগে ৰবি দা
@runigoswami1108
@runigoswami1108 Жыл бұрын
আপোনাৰ কথা বোৰ মোৰ বহুত ভাল লাগে , শ্ৰী ৰঘুপতি চালোঁ , সঁচাকৈয়ে বহুত ভাল লাগিল , আগলৈকো এনেকৈ আৰু ভাল ভাল ছবি চাবলৈ পাম বুলি আশা থাকিল
@debajitbhattacharyya5289
@debajitbhattacharyya5289 Жыл бұрын
Ravi dar kothabor xunilei xuni thakibo mon jai...Raghupati salu..Superhit
@thewarrior9050
@thewarrior9050 Жыл бұрын
Beer ata nishoi kham
@gogoi3588
@gogoi3588 Жыл бұрын
Bohut besi bhal lagil interview tu. Ravi Da has chosen a brilliant director ❤❤.
@Tonoy_Borah
@Tonoy_Borah Жыл бұрын
Mur gf 3 bar saise ..dada ❤❤
@ki760
@ki760 Жыл бұрын
Bohut besi bhal lgil interview tu. Eman intelectual kotha koi duijonei and eman well aware teuluk about their industry. Also love the fact that finally we have a director-scrip writer - actor duo who have an understanding and have a common vision of their goals. And that's "Sri Raghupati" for you all!
@mulberrysilk3025
@mulberrysilk3025 Жыл бұрын
Aji salu bohut dhunia hoise
@Suruj-n7d
@Suruj-n7d Жыл бұрын
Majulir manuhe roghupaty sabo pam ne
@milonjyotibora568
@milonjyotibora568 Жыл бұрын
❤😊
@JeonDeori______
@JeonDeori______ Жыл бұрын
গা বেয়া আছিল বাবে যে কৈছিলো ৰবি দা মোৰ। ভাল পাইছো নহয় ,টিকত পাবলৈ নাই।যেনেতেনে কালি গৈ দুটা টিকত লৈ আহিলো।লগৰবোৰ টিকত এ নাপালে। মই আজি অনুৰাধাত চায়েই দিলো "শ্ৰী ৰঘূপতি" । বাপৰে আপুনি ওলোৱাৰ লগে লগে কি জৌছ বে মানুহবোৰৰ। প্ৰথমৰপৰা শেষলৈকে মানুহবোৰৰ জৌছ দেখি সচাকৈ বহুতো ভাল লাগিল, প্ৰথম দেখিলোঁ অসমৰ চিনেমা হলত অসমীয়া ফিল্ম চাওতে ইমান জৌছ। জীৱনত প্ৰথমবাৰ চালো ইমান ভাল অসমীয়া ফিল্ম। কল্পনা কৰি আছো এতিয়াও ফিল্মটোকে। বাৰ বাৰ চাবলৈ মন যোৱা ফিল্ম।বেকৰাইন্ড কি মজ্জা। ৰবি দা চেল্যুট
@ankurraj1393
@ankurraj1393 Жыл бұрын
Ravi Sharma Everything has a logic and meaning that's why I like the person. Assam needs people like you. I hope you continue to present such good films to the people of Assam.
@pankajgogoi1870
@pankajgogoi1870 Жыл бұрын
mon sui jua dutaman example dile val lagil..
@helpful795
@helpful795 Жыл бұрын
If give me a choice to select movie between tollywood, bollywood and hollywood and raghupati., I select raghupati...what a movie.. we want next movie Ravi da...love you ❤❤
@rajib19
@rajib19 Жыл бұрын
ভাল লাগিল
@gautamraj4803
@gautamraj4803 Жыл бұрын
9.00mint that's the point ❤
@SomethingwidLovelina
@SomethingwidLovelina Жыл бұрын
Hosake dubar sam ebar salu ❤ Akou Sam . Enekuwa ekhon cinema jiman saleu amoni nalage. Baki amar Oxom bakhi raijor kotha hokoluye support korok ❤….
SISTER EXPOSED MY MAGIC @Whoispelagheya
00:45
MasomkaMagic
Рет қаралды 13 МЛН
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 262 #shorts
00:20
U TURN CELEB TRAVELS | RAVI SHARMA | RJ PAHI
11:18
Red FM Assamese
Рет қаралды 219 М.
Biakkiman thil thlen dan a rawn sawifiah chiang ta!!Rsa lar hma a thiltih hi
15:08
SISTER EXPOSED MY MAGIC @Whoispelagheya
00:45
MasomkaMagic
Рет қаралды 13 МЛН