স্বামী অভিযন্তা, বোৱাৰী সম্ভ্ৰান্ত ঘৰৰ কিন্তু গাড়ী চলাইছিল জীবিকাৰ বাবে।

  Рет қаралды 210,610

BAARTA LAAP

BAARTA LAAP

Ай бұрын

ড৹ মন্দিৰা বৰুৱা
অসুস্থ স্বামী, কণমানি সন্তানক ঘৰত থৈ ভাড়া মাৰিছিল গাড়ীৰে !
স্বামী অভিযন্তা, বোৱাৰী সম্ভ্ৰান্ত ঘৰৰ কিন্তু গাড়ী চলাই জীবিকাৰ বাবে।
ড৹ মন্দিৰা বৰুৱাৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনীয়ে আপোনাক কৰিব অনুপ্ৰাণিত।
ড৹ মন্দিৰা বৰুৱাই বাট দেখুৱাইছে বহুতো লৰা ছোৱালীক।
দুখীয়াক সহায় আৰু সামাজিক কামত সদায়ে জড়িত ড৹ মন্দিৰা বৰুৱা।
এগৰাকী গাড়ী চালকৰ পৰা আজিৰ ট্ৰেভেল এজেঞ্চিৰ স্বত্বাধিকাৰীলৈ।
Contact with Chakrrapanni Parashar on
📷 Instragram: baarta_laap?igs...
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : / @baartalaap .
👱‍♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#chakrapaniparashar #baartalaap

Пікірлер: 457
@IlaBhattacharjee-ik1hm
@IlaBhattacharjee-ik1hm 7 күн бұрын
শুনিয়েই থাকিব মন যায় এই কথোপকথন।।। ইমান যে সুন্দৰ নিদৰ্শন মিঠা জীৱন এটাৰ।।। বাইদেউ লৈ বহুত বহুত ❤❤❤❤ আৰু সেৱা ।।। চক্ৰপাণি বৰ সুন্দৰ পদকাষ্ট ।।। জীৱনৰ বাটত আপোনালোকক লগ পোৱাৰ আশা ৰাখিলোঁ
@nomitagogoi8932
@nomitagogoi8932 Ай бұрын
সঁচাকৈ বৰ সুন্দৰ এটি বাৰ্তালাপ উপভোগ কৰিলোঁ। বাইদেউৰ কথাবোৰে আপ্লুত কৰিলে। বহুত সাহস দিলে। আগলৈও এনেধৰনৰ বাৰ্তালাপ আগবঢ়ায় থাকিব পৰাকৈ চক্ৰপাণিৰ চক্ৰ খন ঘুৰি থাকে যেন ❤❤❤❤❤❤❤❤❤
@user-bm5tb1mf2x
@user-bm5tb1mf2x Ай бұрын
The
@ParulBora-xt3xr
@ParulBora-xt3xr 20 күн бұрын
❤⅙
@bharatisaikia7365
@bharatisaikia7365 Ай бұрын
বহুত ভাল লাগিল । সঁচাকৈয়ে আদৰ্শ মহিলা।
@user-cy7up8rv8r
@user-cy7up8rv8r Ай бұрын
দ্বিতীয় গৰাকী মাদাৰ টেৰেছা ❤❤❤❤
@runukonwar4712
@runukonwar4712 Ай бұрын
বাইদেউলৈ বহুত মৰম আৰু শ্ৰদ্ধা 🙏 তেখেত আদৰ্শ হৈ ৰব ।।
@dipanjalikakoty7328
@dipanjalikakoty7328 Ай бұрын
ইমান সুন্দৰ কথা শুনি বহুত ভাল লাগিল। তেখেতৰ মনোবল আৰু সাহসিকতাৰ শলাগ নলৈ নোবাৰিলো,,,তেখেতৰ কুশল কামনা কৰিলো,,,,,,
@uttamboruah9249
@uttamboruah9249 Ай бұрын
মানসিকভাবে শক্তিশালী এগৰাকী নাৰী! কিহৰ পৰিবেশ, কিহৰ পৰিস্থিতি? সকলোকে পেলাব মোহাৰি!!
@diptimedhi9376
@diptimedhi9376 Ай бұрын
বহুত বহুত ভাল লাগিল । বাইদেউ সকলোৰে প্ৰেৰণাৰ উৎস ।
@daizykonwar1282
@daizykonwar1282 Ай бұрын
কথোপকথন খিনি শুনি বৰ ভাল লাগিল। বাইদেউৰ কথাবোৰে অনুপ্ৰাণিত হৈছো।ইমান ধুনিয়া episode এটা আমাৰ মাজলৈ লৈ অহাৰ বাবে বহুত ধন্যবাদ দাদা 🙏🥰
@bkalita3283
@bkalita3283 Ай бұрын
পৰিচালক ডাঙৰীয়া, আপোনাক ধন্যবাদ জনালো। ইমান সুন্দৰ ভাৱে পৰিচালনা কৰা ত অসমীয়া নাৰীসকলৰ বহু সহায় হ'ব।
@MinakshiBuragohain-li1cv
@MinakshiBuragohain-li1cv Ай бұрын
নমস্কাৰ বাইদেউ আপোনাৰ কথাবোৰ বৰ ভাল লাগিল আৰু শুনিব মন গৈছিল।
@dipamonichutia5791
@dipamonichutia5791 Ай бұрын
কিমান যে যোগাত্মক চিন্তা ধাৰা ,সচাকৈ বাইদেউ বৰ ভাল লাগিল।চক্ৰপানি দা আপোনালৈও অশেষ ধন্যবাদ ইমান ধুনীয়া এটি অনুস্হান উপভোগ কৰিবলৈ সুযোগ দিয়াৰ বাবে ।Bartalap দীৰ্ঘজীৱী হওক।
@rimagogoi1572
@rimagogoi1572 Ай бұрын
বাইদেউৰ কথাবোৰে মন চুই গল। এই মনোৰম বাৰ্তালাপে বহুতকে অনুপ্ৰানিত কৰিব। বাইদেউৰ বিষয়ে আৰু জনাৰ মন থাকি গল। চক্ৰপানিক অশেষ ধন্যবাদ।
@nanirajbongshi2353
@nanirajbongshi2353 Ай бұрын
বহুত ভাল লাগিল বাইদেউৰ বিষয়ে জানিবলৈ পাৰি।
@dipikasaikia6599
@dipikasaikia6599 Ай бұрын
Baidew apunak bor val lagil
@ashinibhuyan3930
@ashinibhuyan3930 Ай бұрын
বাইদেউৰ কথাবোৰ শুনি থাকিবৰ মন যাই। ইমান ধুনীয়া চিন্তাধাৰাৰ মন এটি। আপুনি সদায় কুশলে থাকক আৰু বহুত দূৰ আগোৱাই যাউক। আপুনাৰ বাৰ্তালাপৰ পৰা বহুত সাহস পালো।
@animachetia2172
@animachetia2172 Ай бұрын
বহুত ভাল লাগিল বাইদেউৰ কথাবোৰ শুনি, দুয়োকে বায়েক ভায়েক যেন লাগিল,
@sarojinidutta5058
@sarojinidutta5058 Ай бұрын
সুন্দৰ বাৰ্তিলাপ ভাল লাগিল, বাস্তৱ জীৱনৰ সঁচা কাহিনীৰে ইতিবাচক চিন্তাৰে আগবঢ়া এগৰাকী সাহসী মহিলা,জীৱনৰ সেন্দুৰীয়া বাট সুন্দৰ হওঁক কামনা কৰিলোঁ।
@hridaykumarsarmah9171
@hridaykumarsarmah9171 Ай бұрын
বহুত ভাল লাগিছে। প্ৰেৰনাদায়ক।
@NortheastExplorerRH
@NortheastExplorerRH Ай бұрын
নাৰীৰ মাজত সকলো আছে.... কৰো বুলি ক'লে কি কৰিব নোৱাৰে .... এগৰাকী কষ্টসহিষ্ণু আদৰ্শবান নাৰী সকলোৰে পথপদৰ্শক 🙏
@luckyahmed2972
@luckyahmed2972 Ай бұрын
সচাকৈ বৰ শক্তিশালী মনৰ অধিকাৰী বাইদেউ, স্বাভিমানী আৰু সুন্দৰ মনৰ গৰাকী,কুশলে থাকক।
@R.KMunnaofficial....
@R.KMunnaofficial.... Ай бұрын
Km tc To🎉
@RanjuMoniBharali
@RanjuMoniBharali Ай бұрын
বাইদেউৰ কথাবোৰ বৰ ভাল লাগিল ❤
@dipalihajarika9377
@dipalihajarika9377 15 күн бұрын
সচাকৈ , বৰ সুন্দৰ বাইদেউৰ চিন্তা চৰ্চা। ❤️❤️🙏🙏
@uttamhatibaruah
@uttamhatibaruah Ай бұрын
মন্দীৰা বাইদেউক পাই বহুত ভাল লাগিল । চক্ৰপানিলৈ ধন্যবাদ ।
@KalyaniGohain-tb7be
@KalyaniGohain-tb7be Ай бұрын
বাৰ্তালাপ ক ধন্যবাদ এনে এগৰাকী অতিথি ক মাতি অনা বাবে।মন্দিৰা এগৰাকী আদৰণীয় লগতে অনুকৰণীয় মহিলা। ধন্য তেওঁৰ জীৱন ।
@myselfjanmoni2729
@myselfjanmoni2729 18 күн бұрын
বাইদেউ কথা খিনি মোৰ মন ভৰি গল,,,, বাইদেউ ৰ মৰম লগা হাঁহি 🎉❤❤❤
@ilaraninath3737
@ilaraninath3737 Ай бұрын
বহুত বহুত ভাল লাগিল | লগ পাবলৈ মন যায় |
@jugantarkalita9081
@jugantarkalita9081 Ай бұрын
বহুত ভাল লাগিছে। বাইদেউ লৈ বহুত মৰম আৰু শ্ৰদ্ধা জনালোঁ।❤️🙏
@runudevibarman8706
@runudevibarman8706 6 күн бұрын
সচাঁকে ইমান ভাল লাগিল কথা বোৰ শুনি মন চুই গল, কুশলে থাকক সদায় 🙏
@rupjyotiboruah3418
@rupjyotiboruah3418 Ай бұрын
ইমান সুন্দৰ উদাহৰন সহউপদেশমূলক কথাবোৰে সকলোৰে অন্তৰ জয় কৰিব পৰাটো নিশ্চিত ৷
@prabhatborah2023
@prabhatborah2023 Ай бұрын
দাদা মন্দিৰা বাইদেউ ফোন নং কেনেকৈ পাম ?
@reetabordoloi5258
@reetabordoloi5258 Ай бұрын
বহুত বহুত ধুনীয়া কথা শুনি লো।বহুত ভাল লাগিল । বাইদেউ গৰাকী দেখিবলৈও ধুনীয়া।
@munukanchutia8715
@munukanchutia8715 Ай бұрын
সঁচাকৈ অপূৰ্ব।‌ বাইদেউ আপুনি এনেদৰেই থাকক তাৰ কামনা কৰো।
@pratimaboruah8718
@pratimaboruah8718 Ай бұрын
এগৰী শক্তিশালী সবল নাৰী. সচাই এগৰাকী প্ৰিয় নাৰী । বহুত শ্ৰদ্ধা বাইদেউলে 🙏
@PallabJyotivlogs
@PallabJyotivlogs 22 күн бұрын
0:55
@bharatibharuah7495
@bharatibharuah7495 Ай бұрын
আপোনাৰ কথাখিনিয়ে একেবাৰে অন্তৰ ঢুই গল, খুবেই ভাল লাগিল কথাখিনি শুনি। মই চেয়াৰ কৰিছো। আপুনি আমাৰ সকলোৰে বাবে গৌৰৱ।🙏❤❤❤❤❤
@pilygoswami9414
@pilygoswami9414 Ай бұрын
বাইদেউ ;এই অনুষ্ঠানটো চাৰি পাঁচবাৰ মান চাইছো ।কি কম মুখৰ মাত হেৰাই গৈছে ।কথোপ কথন অতি সুন্দৰ । শেষত এটাই কম " নাৰী তুমি অন্যন্যা " ।সদায় ভগৱানে মন্দিৰা বাইদেউক আগুৱাই নিয়ক ।❤❤❤
@susmitadutta9526
@susmitadutta9526 Ай бұрын
বাইদেউ গৰাকী,বহুত মৰমিয়াল,,,বহুত সহজ সৰল,,,বহুত বেছি ভাল লাগিল,,,তেখেতলৈ🙏🙏🙏,জনাইছোঁ,,,
@mamonibailung8807
@mamonibailung8807 Ай бұрын
বহুত ভাল লাগিল। বাইদেউ সঁচাকৈয়ে আদৰ্শ মহিলা।
@rddutta7067
@rddutta7067 Ай бұрын
সচাঁই আপুনি প্ৰিয় নাৰী।❤
@bhabanibhuyan3443
@bhabanibhuyan3443 Ай бұрын
এগৰাকী শক্তিশালী নাৰীৰ শক্তিশালী বাৰ্তাই আপ্লুত কৰিলে ।তেখেতলৈ ভক্তি ভৰা সেৱা জনালোঁ 🙏
@jyotika4006
@jyotika4006 Ай бұрын
হিয়া জোকাৰি যোৱা বাৰ্তালাপ।বৰ্তমান সমাজত এনে নাৰীৰ বৰ প্ৰয়োজন।শুভ কামনা জনালোঁ।
@somethingwithpompee8513
@somethingwithpompee8513 Ай бұрын
বাইদেউৰ কথাবোৰে হৃদয় চুই গল সঁচাকৈ।
@kjeng9809
@kjeng9809 Ай бұрын
🙏আপুনি আদৰ্শ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা আপোনাক আশীৰ্বাদ কৰক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক
@NirmalaSaharia
@NirmalaSaharia Ай бұрын
মনতো বহুত পাতল আৰু বহুত ভাল লাগিল অতি সুন্দৰ কথা বোৰৰ
@naniborah2089
@naniborah2089 Ай бұрын
বহুত ভাল লাগিল।
@anjugoswami1003
@anjugoswami1003 Ай бұрын
ইমান সুন্দৰ অনুষ্ঠান উপভোগ কৰি সঁচাকৈয়ে বৰ ভাল লাগিল চক্ৰপাণি। ❤❤
@NITXRUSHGOD12
@NITXRUSHGOD12 Ай бұрын
ভাওনা সংস্কৃতিৰ লগত বিশেষ ভাৱে জৰিয়ত কোনো বা এইজন ব্যক্তিক আপোনালোকৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব পাৰে যদি
@rupaphukon7829
@rupaphukon7829 Ай бұрын
You are the great women power in our Assam ❤❤❤
@mousumidas8463
@mousumidas8463 Ай бұрын
বহুত ভাল লাগিল দেই । আদৰ্শ নাৰী ।
@rahulsonowal8457
@rahulsonowal8457 Ай бұрын
বহুত ভাল বাইদেউ গৰাকী ❤
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef Ай бұрын
অতি উত্তম অনুষ্ঠান। বহুত ভাল লাগিল। 🙏🙏🙏🙏
@bantibora750
@bantibora750 Ай бұрын
খুউব ভাল লাগিল🙏🙏
@mandirabordoloi5708
@mandirabordoloi5708 Ай бұрын
সচাকৈয়ে বাইদেউ ৰ বাৰ্তা অনুষ্ঠান ত কথাখিনি শুনি বলৈ পায়ভাল লাগিল সুন্দৰ ধন্যবাদ থাকিল
@anjubharali3686
@anjubharali3686 Ай бұрын
বৰ সুন্দৰ অনুষ্ঠানে মনবোৰ যোগাত্মক দিশে অগ্ৰসৰ হোৱাত সহায় কৰে। চক্ৰপাণিৰ অনুষ্ঠান চাবলৈ বৰ সুন্দৰ। ধন্যবাদ জনালো ।
@diptidutta8569
@diptidutta8569 Ай бұрын
বহুত ভাল লাগিল, বাইদেউ লৈ অজস্ৰ মৰম আৰু শুভেচ্ছা জনালোঁ ❤
@user-by7fy4nh2y
@user-by7fy4nh2y Ай бұрын
সচাকৈয়ে বাইদেউ নাৰী সমাজৰ আদৰ্শ,বাইদেউক প্ৰণাম🙏🙏🙏
@RBorah-bu5gy
@RBorah-bu5gy Ай бұрын
বহুত ভাল লাগিল বাইদেউ
@nilakshichoudhary3343
@nilakshichoudhary3343 Ай бұрын
সচাকৈ বহুত ভাল লাগিল। ইমান ধুনীয়া কৈ কথাবোৰ কৈছে। বহুত ভাল লাগিল।
@pranitasarmabardalai2823
@pranitasarmabardalai2823 Ай бұрын
বহুত বেছি ভাল লাগিল আপোনাৰ কথা শুনি । 🎉🎉🎉🎉🎉
@satabdihazarika-ir2zz
@satabdihazarika-ir2zz Ай бұрын
নমস্কাৰ জনাইছোঁ বাইদেউক।অতি positive এটি বাৰ্তা উপভোগ কৰিলোঁ।ভাল লাগিল।
@user-cv4bm6yr5m
@user-cv4bm6yr5m Ай бұрын
বহুত বহুত ভাল লাগিল বাইদেউ।
@sumitraphukan6916
@sumitraphukan6916 Ай бұрын
বহুত ভাল লাগিল এইবিলাক কথাই মানুহৰ উপকাৰ হয় মন তো ভাল লাগে
@ranjuborahsaikia4292
@ranjuborahsaikia4292 Ай бұрын
বহুত ভাল লাগিল বাইদেউ ৰ কথা শুনি ।
@pallaviborah1012
@pallaviborah1012 Ай бұрын
বাইদেউৰ কথাবোৰ শুনি কিছু সাহস পালোঁ, কিছু আবেগিক হ'লো,বাইদেউ ভালে থাকক l
@khokansarkar1483
@khokansarkar1483 Ай бұрын
এটি সুন্দৰ উপস্থাপন।বহুত ভাল লাগিল
@banashreekalita6991
@banashreekalita6991 Ай бұрын
অভিভূত হলো।হে মহীয়সী পৃথিৱীৰ সকলো সুবিশেষণ আপোনাৰ বাবে কম হ'ব যেন লাগিছে।
@kanaklalsutradhar6998
@kanaklalsutradhar6998 Ай бұрын
I agree with you Mr. Kalita. Tekhetak Maa buli matib mon jaay.
@usharanivlogs2794
@usharanivlogs2794 Ай бұрын
ইমান ভাল লাগিল শুনি কথাবোৰ। গোটেই দিনটো শুনি থাকিব পাৰিম ।
@nirmalibaishya6593
@nirmalibaishya6593 Ай бұрын
বাইদেউ আপোনাক 🙏🙏🙏।দাদা আপুনি কত বিছাৰি পাই ইমান পজিটিভ মানুহবোৰ ।❤❤❤❤বহুত বেছি ভাল লাগে আপোনাৰ বাৰ্তালাপ ।
@riturajkalita2767
@riturajkalita2767 Ай бұрын
বাইদেউৰ সাহসিকতা আৰু মানসিকতাক হৃদয়ৰ পৰাই শ্ৰদ্ধা জনাইছোঁ। তেখেত এগৰাকী সাহসী যোদ্ধা। নাৰী সকলৰ বাবে সদায় আদৰ্শ হৈ ৰব। আৰু এনেকৈয়ে সফলতাৰ বাটেৰে আগুৱাই যাওঁক। শুভ কামনা জনাইছোঁ।
@user-yv8hm4bd8n
@user-yv8hm4bd8n Ай бұрын
সুন্দৰ বাৰ্তালাপ।
@chitrakumarhazarika6622
@chitrakumarhazarika6622 Ай бұрын
তেখেতৰ জীৱন এখন চিনেমাৰ কাহিনীৰ দৰেই। বহুত প্ৰেৰণাদায়ক তেখেতৰ জীৱনৰ কথা। জীৱন কি? জীৱনৰ অৰ্থ কি? তেওঁৰ জীৱনেই দিছে তাৰ উত্তৰ। সেৱা জনাইছোঁ তেখেতক।
@BaruvaUttara-rw5tq
@BaruvaUttara-rw5tq Ай бұрын
It's really inspiring.... I salute you . She is a brave and honest lady .
@hemantagogoi6104
@hemantagogoi6104 Ай бұрын
বাইদেউ ৰ কথাবোৰ শুনি ভাল লাগিল।
@XunumoonHazarika
@XunumoonHazarika Ай бұрын
বহুত ভাল লাগিল কথাবোৰ শুনি সঁচাকৈ। আপুনি আৰম্ভণিৰ পৰাই ইমানবোৰ সংগ্ৰাম কৰি আহিছে সচাকৈ।
@SDSongeet
@SDSongeet Ай бұрын
অতি সুন্দৰ বাইদেউ আপুনি অমাৰ আদৰ্শ হওক ।❤🙏🏻🙏🏻
@trishnaborgohain9128
@trishnaborgohain9128 Ай бұрын
বৰ ভাল লাগিল 🙏
@hemangadas8052
@hemangadas8052 Ай бұрын
Baidewr kotha huni bor val lagil
@beenaborah2017
@beenaborah2017 Ай бұрын
বহুত বহুত ভাল লাগিল। দুয়ো লৈকে শুভেচ্ছা যাচিলোঁ❤।
@chandraprobhabhuyan3391
@chandraprobhabhuyan3391 Ай бұрын
অনুপ্ৰেৰণা মূলক সাক্ষাৎকাৰ।বহুত ধন্যবাদ পৰাশৰ ডাঙৰীয়া!
@PollyGogoidihingia
@PollyGogoidihingia Ай бұрын
Bohut bohut bhal lagil.aupunar kothat bilak eman positive
@binitachaliha4763
@binitachaliha4763 Ай бұрын
ভাল লগা ক্থা
@sandhyadevi9094
@sandhyadevi9094 Ай бұрын
ড:নোলোৱাৰ উপলব্ধি ক সন্মান জনালো ৷বৰ্তমানেও এনেলোক থকাটো বিৰল
@Surujmoni4thapril
@Surujmoni4thapril Ай бұрын
নিভাঁজ ব্যক্তিত্ব.... খুব ভাল লাগিল।
@nitaborgohainchetia4003
@nitaborgohainchetia4003 Ай бұрын
বহুত ভাল লাগিল ইমান পচিতিভ কথা বাইদেউৰ.....Best episode
@AnjaliGogoi-cb5dq
@AnjaliGogoi-cb5dq Ай бұрын
ইমান সুন্দৰ অনুস্থান ।নামৰ লগত কৰ্ম মিলি আছে।
@khiradeka4036
@khiradeka4036 Ай бұрын
আপোনাৰ কৰ্ম সূচী সকলো নাৰীৰ বাবে আদৰ্শস্বৰূপ
@kanaklalsutradhar6998
@kanaklalsutradhar6998 Ай бұрын
Baideu loi salute. We need such lady more & more in our society.
@matubora63
@matubora63 Ай бұрын
বাইদেউ আপোনাৰ কথাবোৰে মোক বহুত অনুপ্ৰাণিত কৰিলে 🙏🙏🙏❤❤❤
@mirahazarika7468
@mirahazarika7468 Ай бұрын
বহুত ভাল লাগিল ।‌বহুত সাহস আৰু অনুপ্ৰেৰণা পালোঁ ।
@Kake_14
@Kake_14 Ай бұрын
বহুত ভাল লাগিল । প্ৰিয় নাৰী
@BharatChDas-wp9bw
@BharatChDas-wp9bw Ай бұрын
Baideo Manat rakhiba apon bhalei jagat bhal.❤❤❤
@binitachetia7327
@binitachetia7327 Ай бұрын
বহুত ভাল লাগিল অনুষ্ঠান শুনি 🙏👌
@chandanasarmah5811
@chandanasarmah5811 19 күн бұрын
Very positive mind set r egoraki xahoxi nari...xokolure adorxo houk..salute...🙏🙏...kothon xoili oti xundor...❤
@TeraBaap-el9xy
@TeraBaap-el9xy Ай бұрын
বাইদেউ আপুনি অনন্যা ।বাৰ্তালাপটো চাই অভিভুত হলো । আপোনাৰ দৰে সৎ সাহসী,কষ্টসহিষ্ণু, ত্যাগী আৰু নিৰ্ভীক নাৰী লৈ সশ্ৰদ্ধ প্ৰণাম। এনে অনুষ্ঠান পুনৰ উপভোগ কৰাব বুলি আশা কৰিলো।
@radhamonidas2180
@radhamonidas2180 Ай бұрын
বাইদেউ কথা শুনি বহুত বহুত ভাল লাগিল। ইমান সুন্দৰকৈ
@chandanadas4058
@chandanadas4058 Ай бұрын
Bohut Val Lagile ❤
@jurimoran1202
@jurimoran1202 Ай бұрын
বহুত মৰম বাইদেউ, অন্তৰ চুই যায় কথাবোৰ শুনি❤❤
@diptidutta7279
@diptidutta7279 Ай бұрын
বৰ ভাল লাগিল চাই ❤❤❤
@user-xo2dm2lh2y
@user-xo2dm2lh2y Ай бұрын
বাইদেউ গৰাকি বৰ মৰমীয়াল❤❤❤❤❤❤❤❤
@Namitadevi14
@Namitadevi14 29 күн бұрын
বহুত বহুত ভাল লাগিল আপোনাৰ কথাখিনি, উৎসাহিত হলো।
@champaborah3122
@champaborah3122 Ай бұрын
চক্র পানি পৰাশ ৰ লৈ বহুত ধন্যবাদ,এনে এগৰাকী অসমীয়া শক্তশালী সুন্দৰ মনৰ গৰাকীক সকলোৰে আগত চিনাকি কৰাৰ বাবে ।কথাখিনি অন্তৰ চুই গল ।সঁচাই এগৰাকী অসমীয়া প্ৰিয় নাৰী ।🙏🙏
@user-cy7up8rv8r
@user-cy7up8rv8r Ай бұрын
বহুত ধুনীয়া কথা শুনি থাকিব মন যায়
@fflike4255
@fflike4255 Ай бұрын
সুন্দৰ এটি অনুষ্ঠান,যাৰ তুলনা নাই।
@ruleemabegum5432
@ruleemabegum5432 21 күн бұрын
ড. মন্দিৰা বৰুৱা বাইদেউ লৈ নমস্কাৰ, আপোনাৰ বাৰ্তা লাপ অনুষ্ঠানটি চাই বহুত উপকৃত হৈছো , আপোনাৰ লগতে চক্ৰপাণি লৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত বাইদেউৰ সু-স্বাস্থ্য কামনা কৰিলোঁ।
@rinachutia3723
@rinachutia3723 Ай бұрын
অতি সুন্দৰ ‌অনুষঠান , বৰ ভাল ‌লাগিল ।
ПРОВЕРИЛ АРБУЗЫ #shorts
00:34
Паша Осадчий
Рет қаралды 6 МЛН
Now THIS is entertainment! 🤣
00:59
America's Got Talent
Рет қаралды 38 МЛН
Gungun Kotha Moromor | 24 July 2024  | Episode - 200
17:52
Assam Entertainment
Рет қаралды 4,6 М.
atanu bhuyan"s  video
4:40
atanubhuyan"s news video
Рет қаралды 20 М.
WRONG NUMBER ৰ পৰা আৰম্ভ হৈ RIGHT NUMBER লৈ || Assamese Love Story In Kotha Studio
53:09