Рет қаралды 82,914
মানুহক হহুৱাই ভাল পোৱা এজন ব্যক্তি হৰপল শইকীয়া। বাৰ্তালাপৰ ছাত্ৰ ছাত্ৰীক দি গ'ল #Savage. বাৰ্তালাপৰ দ্ৱীতীয় খণ্ডত আকৌ এবাৰ হাঁহিৰ খোৰাক জোগাবৰ বাবে আহি আছে আপোনালোকৰ মাজলৈ বাৰ্তালাপৰ ছাত্ৰ ছাত্ৰীৰ সৈতে । চাওক এই বিশেষ বাৰ্তালাপ।
#HarpalSaikia #chakrapaniparashar #Baartalaap
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/