Chaolung Sukapha চাওলুং চুকাফা(Part-1)

  Рет қаралды 51,073

Che-Rai-Doi চে-ৰায়-ডয়

Che-Rai-Doi চে-ৰায়-ডয়

Күн бұрын

বৃহত্তৰ অসমীয়া জাতি আৰু অসম গঢ়াৰ ক্ষেত্ৰত স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ আছে অনবদ্য অৱদান। ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ সৌমাৰপীঠ অৰ্থাৎ অসমৰ পবিত্ৰ ভূমিত ভৰি ৰাখিয়েই স্বৰ্গদেউ চাওলুং চ্যুকাফাই পূৰ্বৰে পৰা অসমত বসবাস কৰা বিভিন্ন জাতি-জনজাতিক একত্ৰিত কৰি এখন বৰ অসম আৰু অসমীয়া জাতি গঢ়াৰ প্ৰয়াস কৰিছিল। আহকচোন "স্বৰ্গদেউ চাওলুং ছ্যুকাফা" শীৰ্ষক আমাৰ এই তথ্যচিত্ৰ খনৰ তেওঁৰ বিষয়ে কিছু কথা জানো।
বুৰঞ্জীয়ে আমাক কৈছে, দক্ষিণ চীন দেশ আৰু উত্তৰ-পশ্চিম উজনি ব্ৰক্ষ্মাৰ মাওলুং ৰাজ্যৰ পৰা স্বগদেউ চাওলুং চ্যুকাফা অসমলৈ আহিছিল। সেই সময়ত ৰজা চ্যুখ্ৰানফা ৰ লগত তেওঁৰ সংঘাত হয়। কিয়নো চ্যুকাফা আছিল সৰুৰে পৰা বৰ আত্মস্বাভিমানী কোঁৱৰ। যিহেতু তেওঁ চ্যুখ্ৰানফাতকৈ ডাঙৰ আছিল; সেয়ে ভায়েকৰ তলত যুৱৰাজ হৈ থাকিবলৈ পাই মনতে বৰ দুখ পাইছিল। সেয়ে চ্যুখ্ৰানফাক মাওলুং ৰাজ্য গতাই দি এক প্ৰব্ৰজনৰ সোঁত লৈ ১২২৮ খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকা পাইছিলহি। মহামতি চাওলুং চ্যুকাফা কূটনীতিত ইমানেই দক্ষ আছিল যে, সেই সময়ত বসবাস কৰা স্থানীয় লোকক কৈছিল "আমি হলো আলহী আৰু আপোনালোক গৃহস্থ" তেনেকৈ কোৱাত স্থানীয় লোক সকলেও ভাল পাইছিল আৰু সকলো তেওঁলোকৰ লগত মিলি গৈছিল।পাছলৈ তেওঁ নিজে ৰাজ্য পাতি নামৰূপত ৬ বছৰ, টিপামত ১০ বছৰ, অভয়পুৰ ৬ বছৰ, হাবুঙত ৩ বছৰ, চঙতক ২বছৰ, তাৰ পাছত টিমান আৰু টিমাক আৰু পাছলৈ স্বৰ্গদেউ চাওলুং চ্যুকাফাই ১২৫৩ চনত চৰাইদেউত স্থায়ীভাৱে ৰাজধানী পাতে।
বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং চ্যুকাফাই মাওলুংৰ পৰা যি অনিশ্চয়তাৰ যাত্ৰা আৰম্ভ কৰিছিল, বহু সময়ত তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সেই সময়খিনি তেওঁৰ বৰ কঠিন আছিল। পাটকাই পাহাৰ হৈ আহোঁতে নগা জনজাতিৰ প্ৰত্যাহ্বান ওফৰাই আহিবলগা হৈছিল। পাছলৈ অসমৰ ভূমিত বাস কৰা মৰাণ, মটক, বৰাহী, কছাৰী, চুতীয়া জনজাতিৰ যি সৰু সৰু ৰাজ্য আছিল। সেই জনজাতি সকলৰ মাজত নিজকে আলহী বুলি পৰিচয় দি মহামতি চাওলুং চ্যুকাফাই জনজাতি লোকসকলৰ সৈতে মিলি গৈছিল। যিহেতু তেওঁ কূটনীতি আৰু তৰোৱাল অস্ত্ৰত বৰ পাকৈত আছিল। সেয়ে লাহে লাহে তেওঁ ৰাজ্য প্ৰতিষ্ঠা কৰিলে। "সাত ৰাজ সামৰি এক ৰাজ" কৰা তেওঁৰ যি নীতি সেই নীতিৰে ৰাজ্য বিস্তাৰ কৰি বিভিন্ন জাতি
জনজাতি একত্ৰিত কৰি এক বৃহৎ বৰ অসম আৰু অসমীয়া জাতি গঢ়িলে। আৰু তেওঁ প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যখনো সগৌৰৱে ৬০০ বছৰ বৰ্তি থাকে।

Пікірлер: 69
@jayantarajkonwar9425
@jayantarajkonwar9425 Жыл бұрын
অতি সুন্দৰ পদক্ষেপ।আমাৰ মহান উপৰিপুৰুষ গৰাকীক স্মৰণ কৰা বাবে।
@birinahazarika2300
@birinahazarika2300 4 күн бұрын
তথ্যপূৰ্ণ ভিডিঅ'টিৰ বাবে অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ।🎉
@manmeetkaur9402
@manmeetkaur9402 4 жыл бұрын
অভিনন্দন জনালোঁ, অতি সুন্দৰ হৈছে ।
@magicprincessbrishti8799
@magicprincessbrishti8799 4 жыл бұрын
সুন্দৰ তথ্য সমৃদ্ধ প্ৰতিবেদন ৷ভাল লাগিল ৷
@barshabharadwaj7070
@barshabharadwaj7070 2 жыл бұрын
Moi ahom noholeu kiba ata val lage Ahomr bixoye..... Joy ai axom ✊💜
@nangsengkukoi6088
@nangsengkukoi6088 27 күн бұрын
@Assam..........
@Assam.......... 2 ай бұрын
ভাল লাগিল।
@medinitalukdar4873
@medinitalukdar4873 Жыл бұрын
বৰ ভাল লাগিৱ শুনি । ধন্যবাদ
@BhaskarJyotiNath-e3c
@BhaskarJyotiNath-e3c Ай бұрын
Dada aguwai juwa😮😢😮🎉😮🎉😮
@BKalita-y2b
@BKalita-y2b 3 ай бұрын
Nice..🙏🙏
@debenborah1326
@debenborah1326 2 жыл бұрын
দীপেন তোমাৰ এই পদক্ষেপক শুভেচ্ছা জনালো। নতুন প্রজন্মক বহু কথা জনাত সহায় কৰিব।
@bhaskarjyotidutta4155
@bhaskarjyotidutta4155 Жыл бұрын
Krishno🙏🏻🙏🏻 🦚Joy Aai Axom ✊️✊️🌏🌍 ☀️ Swargadeo Chao-lung SIU-KĀ-PHA 🙏🏻🙏🏻
@panchigogoi5422
@panchigogoi5422 3 жыл бұрын
সুন্দৰ প্ৰচেষ্টা
@ankurboruah3072
@ankurboruah3072 2 жыл бұрын
🙏🙏বহুত ভাল লাগিল । আগলৈকে এনেকুৱা video পাম বুলি আশা কৰিলোঁ।
@originaldwonloder2954
@originaldwonloder2954 Жыл бұрын
Chao lung Sukapha hosai ajon Hero manisu kintu🔥🔥🔥
@krishproduction8160
@krishproduction8160 4 жыл бұрын
ইতিহাসৰ সোনালী অধ্যায়.....
@mayasriskitchen7428
@mayasriskitchen7428 3 жыл бұрын
সুন্দৰ। ভাল লাগিল
@belieducation708
@belieducation708 4 жыл бұрын
উপকৃত হ'লো
@ilimalahon8502
@ilimalahon8502 2 жыл бұрын
সুন্দৰ পোষ্ট, 🙏🙏🙏
@tulyaboruah7078
@tulyaboruah7078 3 жыл бұрын
সঁচাকৈ বৰ সুন্দৰ উপস্থাপন ।
@bhadrkantabora8120
@bhadrkantabora8120 3 жыл бұрын
ধন্যবাদ জ্ঞাপন কৰিছোঁ,(চাওঁ কাও চাওঁ তেৰা।।)বি:দ্ৰ --->ভদ্ৰ কান্ত বৰ গোহাঁই।।
@sarang.laishram369
@sarang.laishram369 2 жыл бұрын
🙏 বাৰু আপুনি টাই ভাষা জানে নেকি?
@MGofficial495
@MGofficial495 Жыл бұрын
অভিনন্দন জনালো
@mulanboruah5715
@mulanboruah5715 3 жыл бұрын
Jai aai akhom
@karabiborgohain3359
@karabiborgohain3359 2 жыл бұрын
Val lagil Lombudor sir
@B.GOHAIN
@B.GOHAIN 11 ай бұрын
আহোম😈🔥
@rashmirekhagogoi09
@rashmirekhagogoi09 2 жыл бұрын
ৰং বই বই ❤️
@mili_record
@mili_record 2 ай бұрын
কাহানি ওনি ভাল লাগিল
@Bishkaha-k4v
@Bishkaha-k4v 2 жыл бұрын
ভাল লাগিলে
@maramibassa3984
@maramibassa3984 Жыл бұрын
🙏🙏 অতি সুন্দৰ ❤️
@pinkukonwar9331
@pinkukonwar9331 Жыл бұрын
Mur aju koka rudra singha... proud to be ahom❤️❤️❤️
@rupamtamuli9109
@rupamtamuli9109 2 жыл бұрын
Great post
@mahreensworld.5314
@mahreensworld.5314 3 жыл бұрын
সুন্দৰ তথ্য।ভাল লাগিল full vdo চাই আপোনাৰ বন্ধু হ'লো।আপুনিও সঁহাৰি দিব please.
@peetychetia9519
@peetychetia9519 3 жыл бұрын
Good
@bubugogoi2147
@bubugogoi2147 3 жыл бұрын
Nice vdos 👌🙏🙏🙏
@QuranIndia
@QuranIndia Жыл бұрын
❤❤❤
@daringogoisvlogsandmusic6876
@daringogoisvlogsandmusic6876 2 жыл бұрын
Val lagil dada
@BabitachangmaiSamsung-zp7xo
@BabitachangmaiSamsung-zp7xo Ай бұрын
🙏
@kamalagogoi2428
@kamalagogoi2428 3 жыл бұрын
Very nice
@nongploy8
@nongploy8 3 жыл бұрын
คิดถึงทุกคนค่ะ
@sarang.laishram369
@sarang.laishram369 2 жыл бұрын
Do you know Thai language (or) Are you from Thailand ........bro?
@dhanlahan2974
@dhanlahan2974 Жыл бұрын
Proud to be Ahom
@Curious_ladka07
@Curious_ladka07 7 ай бұрын
@nitulborah6372
@nitulborah6372 3 жыл бұрын
Nice
@abdullahazarika428
@abdullahazarika428 3 жыл бұрын
প্ৰণিপাত জনালোঁ!
@manikakaman6321
@manikakaman6321 2 жыл бұрын
Thank you sir🙏
@manasDuwarah
@manasDuwarah 3 жыл бұрын
❣️❣️❣️ ahom 🥰
@ramakantachetia.7459
@ramakantachetia.7459 Ай бұрын
মই আহোম হিচাবে গৌৰৱ অনুভৱ কৰো।
@deepjyotibharali9412
@deepjyotibharali9412 3 жыл бұрын
Thank you sir
@ujjalburagohain8159
@ujjalburagohain8159 3 жыл бұрын
🕊️❤️🙏
@babatuchatia7631
@babatuchatia7631 2 жыл бұрын
Tq
@wahidabegumwahidabegum9928
@wahidabegumwahidabegum9928 2 жыл бұрын
চোকাফাই বিযা পাতিছিল নেকি মোক কুৱক ছোন
@GitanjoliGogoi-mo5jo
@GitanjoliGogoi-mo5jo Жыл бұрын
Sukafa r nisadeu jnir namtu vlk buji napalu koi dibo nki abr
@anandaramborpatra4534
@anandaramborpatra4534 Жыл бұрын
পত্নিকেই গৰাগী নামবিলাক প্ৰকাশ কৰিবচোন ।লগতে কোন জনগোষ্ঠি পৰা সমন্ধ ঘটাই বিয়া কৰাইছিল ।জনাব ?
@jgogoi6311
@jgogoi6311 2 жыл бұрын
Ami axomia
@mithueldaimari2381
@mithueldaimari2381 2 жыл бұрын
Kochari roja tak shelter disil.
@prabhatrajkhowa4150
@prabhatrajkhowa4150 2 жыл бұрын
Tai Ahom PE Ong le
@ranakashyp5400
@ranakashyp5400 3 жыл бұрын
অসমৰ ইতিহাসৰ বাবে ।।।kzbin.info/www/bejne/ZpTaloWOitKMrLs
@mridulsaikia2259
@mridulsaikia2259 Жыл бұрын
👍
@Bishkaha-k4v
@Bishkaha-k4v 2 жыл бұрын
Bast colaction
@atulsaikia5825
@atulsaikia5825 9 ай бұрын
❤❤
@rupamgogoi7588
@rupamgogoi7588 3 жыл бұрын
Nice
@sanjeebkaman9667
@sanjeebkaman9667 3 жыл бұрын
Thank you sir
@bhabanigogoi3278
@bhabanigogoi3278 2 жыл бұрын
Nice
요즘유행 찍는법
0:34
오마이비키 OMV
Рет қаралды 12 МЛН
Caleb Pressley Shows TSA How It’s Done
0:28
Barstool Sports
Рет қаралды 60 МЛН
The Ahom Kingdom: How Thai Migrants Built a Northeast Indian Superpower
18:54