🚨 আছুৱে কৰিব নোৱাৰা কাম হিমন্ত বিশ্বই কৰি দিলে! || Atanu Bhuyan || Satya

  Рет қаралды 160,103

Satya - The Truth India

Satya - The Truth India

Күн бұрын

Пікірлер: 886
@birenburagohain8132
@birenburagohain8132 Ай бұрын
অসমৰ দীৰ্ঘ দিনিয়া জ্বলন্ত সমস্যা সামাধান কৰিবলৈ অসম চৰকাৰে লোৱা পদক্ষেপ আদৰণি জনাইছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ। ঈশ্বৰে মুখ্যমন্ত্ৰীক আশীৰ্বাদ কৰক।
@JitumoniSaikia-s2v
@JitumoniSaikia-s2v Ай бұрын
Great mama. May God bless. You are the great leader of Assam
@protimadutta2890
@protimadutta2890 Ай бұрын
একো নকৰে কৰিব নোৱাৰে---এইবোৰ কেন্দ্ৰীয় চৰকাৰে কৰা কাম---কংস মামাই মাত্ৰ 2026 ইলেকচনৰ বাবে চাল খেলিছে ।
@MadhurjyaMadhurjya-qx3st
@MadhurjyaMadhurjya-qx3st Ай бұрын
​@@protimadutta2890oxomia hoi oxomiake saport koribo nibisare Congress sorkar ahile jetiya ghort ahi Kati bohi tatia gom pabo Mama oxomiar hoi ji koribo Lage xokolu korok full saport korim apunak ❤ jay aii OXOM
@Rupnath-i8k
@Rupnath-i8k Ай бұрын
Good do
@kameswarbarman158
@kameswarbarman158 Ай бұрын
Val lagil
@ChandicharanChoudhury-i8u
@ChandicharanChoudhury-i8u Ай бұрын
প্ৰকৃত জাতীয় নায়ক।জাতীৰ সদায় মঙ্গল চিন্তা কৰা Dinamic CM Sir. ঈশ্বৰে তেওঁক সদায় পৰম শক্তি দিয়ক।
@himanshudutta609
@himanshudutta609 Ай бұрын
aeor para habdhan aeo prithak Barack state support kore bangalir babe . aru pratibedon khon centrelok palon koriboli badhya koruato aeor hadhyar bahirot. aeo ji korise Aya akhomiyar babe nohoi electionor babehe.
@LukumoniBorah-b2b
@LukumoniBorah-b2b Ай бұрын
সছাকৈ অনুদান এনে এজন মুখ্যমন্ত্ৰীক বহুত মানুহে চিনিবই নোৱাৰিলে বিশেষকৈ চাকৰিৰ খেলত বিনা পইচাত দুখীয়া মানুহে পাইছে । সেই বাবে এই চৰকাৰৰ মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু আশীৰ্বাদ জনালো।পুনৰ মামাৰ চৰকাৰ আহক ।
@dipankarkakati5415
@dipankarkakati5415 Ай бұрын
Right 👍
@Immantu
@Immantu Ай бұрын
অকল চাকৰিয়ে নহয় দুখিয়াৰ জীৱন ত্ৰানকৰ্তা তেওঁ আউসমান কাৰ্ড যদি সাধাৰণ ৰাইজে নাপালে হয় বহুত জীৱন শেষ হলহেতেন
@Damodar-q7c
@Damodar-q7c Ай бұрын
Right
@dipalinath3202
@dipalinath3202 Ай бұрын
হিমন্ত বিশ্ব চাৰক অসমীয়া ই বহুত আগতেই মুখ্য মন্ত্ৰী হিচাপে পাব লাগিছিল অসমৰ কাৰণে বহুত ক্ষতি হ'ল। ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ চাৰক সদায় সুস্থ সবল শক্তিশালী কৰি ৰাখক।
@digantasaikia123-t9b
@digantasaikia123-t9b Ай бұрын
হিমন্ত চাৰ আমাৰ মনৰ মানুহ । অসমীয়া ক জীয়াই ৰাখক ।
@dipakkumarborah7246
@dipakkumarborah7246 Ай бұрын
অসমৰ অস্তিত্ত্বৰ ৰক্ষা কবচ। লাচিত বৰফুকন বঁটা প্ৰদান কৰো আহক।আমি এতিয়াও আজিও কিয় নুবুজূ।নুবুজিলে ধ্বংস।
@dipakkumarborah7246
@dipakkumarborah7246 Ай бұрын
ভগৱানে কুশলে ,মংগলে সু-স্বাস্থ্য যে জীয়াই ৰাখক।
@pranjalnath5070
@pranjalnath5070 Ай бұрын
1951 sonor pora dhoribo paba mja extra 20.bsr
@BijayGohain-ct9vu
@BijayGohain-ct9vu Ай бұрын
100%আমাৰ অসম আমাৰ মুখ্যমন্ত্ৰীয়ে ৬ নং দফা অনুসৰি ১৯৫১ অসম আৰু অসমীয়া ৰক্ষ্যা কৱছ ।হিমন্ত বিশ্ব ৰ্শমা জিন্দাবাদ।জয় আই অসম
@pabitrabarman6373
@pabitrabarman6373 Ай бұрын
১৯৫১চনৰ আগৰে পৰা বসবাস কৰা লোকেহে যিকোনো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব বুলি আইন প্ৰণয়ন কৰিব লাগে। চৰকাৰী চাকৰি পাব লাগে। এটা সুন্দৰ পদক্ষেপ হাতত লোৱা হৈছে। আকৌ এবাৰ বি জে পি চৰকাৰ।
@KamalGoswami-k2j
@KamalGoswami-k2j Ай бұрын
আকৌ এবাৰ বি জে পি চৰকাৰ লাগে,মামাক আকৌ লাগে।
@iborah2923
@iborah2923 Ай бұрын
Mama Zindabad ❤🙏
@MunindraDeka-v6v
@MunindraDeka-v6v Ай бұрын
অতুনো দা, আপুনি কোৱা কথা কেইটা আৰু মুখ্যমন্ত্ৰী এ কোৱা কথা কেইটাৰ মিল আছে। অসমৰ দীৰ্ঘ দিনীয়া জ্বলন্ত সমস্যা সমাধানৰ কাৰ্যকৰী হোৱাকৈ আছুৰ সৈতে মিলিত হৈ পদক্ষেপ লোৱা আৰম্ভ কৰিছে। ইয়াক আমি আদৰণি জনাইছোঁ। গতিকে মোৰ বোধেৰে এইখন চৰকাৰে possitive step লৈছে। অন্ততঃ দুই ধৰণে হলেও অসমীয়াৰ সংজ্ঞা নিৰূপণ হব অনুমেয়। এতিয়ালৈকে এইখন চৰকাৰক সমৰ্থন কৰিছো।
@uttamchandradas4762
@uttamchandradas4762 Ай бұрын
Good thinking
@RAKESHDAS-mh3zm
@RAKESHDAS-mh3zm Ай бұрын
আকৌ এবাৰ মামাৰ চৰকাৰ ❤
@bimansaikia4305
@bimansaikia4305 Ай бұрын
সচায় এই কাম কৰিলে বহুত ভাল কাম হব। তেখেতক অশেষ ধন্যবাদ দিম ।
@upendrasarma2625
@upendrasarma2625 Ай бұрын
বহুবাৰ অসম চুক্তিৰ ছয় নম্বৰ দফাৰ কথা লিখিছিলোঁ। কামখিনি আগবঢ়ায় নিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি আশাবাদী। ধন্যবাদ।
@debasishkalita7758
@debasishkalita7758 Ай бұрын
আগত মুখ্য মন্ত্ৰী ই কিবা জাতিৰ বাবে পদক্ষেপ লবলৈ গলে হাই কমাণ্ড দেলহি ছোনিয়া গান্ধী ৰ পৰা বাধা আহে যায়। আজি চেণ্ট্ৰেল অত বিজেপি আছে । সন্দেহজনক লোকে (জিহাদি) মেন্তেলিতী নেতা কিছুমানে অলপ অবজেকচন কৰিলেই কংগ্ৰেছ ই আমাৰ কথা নাভাবে। ৮৬০ জন ছহীদ হৈছিল যে। অৰ্ডাৰ ইন্দিৰা গান্ধী(খান) ই দিছিল। ৱাইফ অফ ফিৰোজ খান। সেই কাৰণে ৬ নঃ দফা কাৰ্যকৰী হোৱা নাছিল।
@RajibSaikia-bk2gf
@RajibSaikia-bk2gf Ай бұрын
Righr
@premodharphukan1101
@premodharphukan1101 Ай бұрын
ফিৰোজ খান মুছলিম বুলি ভাবিছে কথাটো প্ৰকৃততে সত্য নহয় ৷
@ajitdas601
@ajitdas601 Ай бұрын
Right
@EverestTop-rk1ul
@EverestTop-rk1ul Ай бұрын
ঠিক কৈছে
@kanakborah1406
@kanakborah1406 Ай бұрын
ফিৰোজ গন্ধি মুচলিম আছিল।
@ramensharma54
@ramensharma54 Ай бұрын
100% Right
@wellnesscenter3771
@wellnesscenter3771 Ай бұрын
ৰাজ ক্ষমতাত থাকিলে সকলো কাম কৰা সম্ভব। নিৰ্ভৰ কৰে কিমান আগ্ৰহী।
@debajyotisarkar1562
@debajyotisarkar1562 Ай бұрын
মই আজি কিমান সূখী কবলৈ ভাষা নাই
@KESHABCHANDRASAIKIA-b5z
@KESHABCHANDRASAIKIA-b5z Ай бұрын
মূখ্যমন্ত্রী ডাঙৰীয়াক ঈশ্বৰে মংগল কৰক, দীৰ্ঘায়ু প্ৰদান কৰক, অদম্য সাহস প্ৰদান কৰক, এয়ে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো 🙏🙏🙏 বহুত নেতাৰ শিৰ ফুলুৱা ভাষণ শুনিলো , কিন্তু এওঁলোক জাতিৰ নামত কলংকহে আছিল। নিজৰ দেশ আৰু জাতিক ভালপোৱা প্ৰকৃত নেতা কিন্তু এইজনহে।আপোনাক কি বুলি ধন্যবাদ জনাম, কোনো ভাষা নাই। ৰাইজৰ স্বাৰ্থত শুদ্ধ কৰ্ম কৰি যাওক ৰাইজ আপোনাৰ লগত থাকিব🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
@nibeditabarua3292
@nibeditabarua3292 Ай бұрын
ভাল কাম ক সদায় উৎসাহ যোগোৱা উচিত। 🙏
@axomjintugamer7568
@axomjintugamer7568 Ай бұрын
আকৌ এবাৰ বি জে পি চৰকাৰ
@dhruba8696
@dhruba8696 Ай бұрын
অতনু ভূঞা, ছাৰ মই কথাখিনিত একমত নহয়। মোৰ ব্যক্তিগত মত অসম চুক্তি স্বাক্ষৰিত হৈছিল সেই সময়ত কেন্দ্ৰীয় কংগ্ৰেছ চৰকাৰ দিনত সেই সময়ৰ পৰা অসমত আজিলৈ যিমান কেইখন চৰকাৰ আহিল গল এখন চৰকাৰে ও কামখিনি কৰিম বুলি কৈ আগবঢ়াও বুলি ভাবি ও থমকি ৰব লগা হৈছে।কাৰণ সেইয়া চৰকাৰ কেইখনৰ বিফলতাৰ এক উদাহৰণ।কিয়নো তেতিয়াৰ দিনতে অসম আন্দোলনৰ গুৰি ধৰোতা নেতা সকলৰ ও তো এসময়ত চৰকাৰ আছিল।এসময়ৰ আন্দোলনকাৰীয়ে আজি চৰকাৰৰ ৰাজপাত শাসন কৰি আছে তেওঁলোক একো একোজন বিজ্ঞ প্ৰভাৱ শালি নেতা। আছু এটা অৰাজনৈতিক জাতীয় সংগঠন হিচাপে তেওঁলোকৰ কৰিব পৰা সামৰ্থ থাকিলে কেতিয়াবাই কৰিব পাৰিলে হৈ।তেওঁলোকে চৰকাৰ খনক হেঁচা হে প্ৰয়োগ কৰিব পাৰে, কিয়নো গণতান্ত্ৰিক ভাবে চৰকাৰ এখনৰ যি শক্তিশালী ভূমিকা থাকে এটা সংগঠনৰ নাথাকে। অ'আজি হিমন্তবিশ্ব শৰ্মা চাৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনে যি ভূমিকা লৈছে সেয়া উল্লেখনীয় তথা শলাগলবলগীয়া।
@bolinkhataniar5821
@bolinkhataniar5821 Ай бұрын
ভাল কথা।🙏
@debajithokai4731
@debajithokai4731 Ай бұрын
Right
@reeturajofficial
@reeturajofficial Ай бұрын
আপোনাৰ কথাত একমত
@bhubanlahkar3970
@bhubanlahkar3970 Ай бұрын
Dr.HBS CM , Assam Zindabad. He is the real Jatiotabadi Leader.
@sureshchandrakalita5769
@sureshchandrakalita5769 Ай бұрын
আপুনি কোৱা কথা খিনি সত্য বচন । কাৰণ গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত এখন চৰকাৰৰ সদিচ্ছা নাথাকিলে আছুৱে জোৰ জুলুম কৰি কৰিব নোৱাৰে। যিহেতু আছু হ'ল গণতান্ত্ৰিক সংগঠন। কোনো উগ্ৰবাদী সংগঠন নহয়।।
@puspakumarkalita9165
@puspakumarkalita9165 Ай бұрын
অসম চুক্তি আখৰে আখৰে কাৰ্যকৰী কৰা হওক।Our CM sir go ahead
@mahanandaroy7919
@mahanandaroy7919 Ай бұрын
অখিলউদ্দিন,অজিতউদ্দিন,হীৰেন খান , লুৰিনহক ইহঁতে বা কিয়।Big salute to Shri Himanta Biswa Sarma from my end.
@sangeetkananlakhimpur3036
@sangeetkananlakhimpur3036 Ай бұрын
সুন্দৰ প্ৰকাশ ৷ ড° হিমন্ত বিশ্ব শৰ্মা অসমৰ এজন সুযোগ্য ৰাজনীতিবিদ- প্ৰকৃত জনসেৱক ৷
@mahendraborah8653
@mahendraborah8653 Ай бұрын
ড° হিমন্ত বিশ্ব শৰ্মা দেৱে অসমৰ মুখ্যমন্ত্ৰী হৈ থকা সময় খিনিতে বহুতো ভাল কাম কৰিছে, আগতেও স্বাস্থ্য ও বিত্ত বিভাগৰ কৰ্তব্যসমূহ সুন্দৰ ভাৱে কৰিছিল। তেখেতৰ কাৰ্য্যকালতে অসম খন ভবিষ্যতৰ কাৰণে সুৰক্ষিত কৰিবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী। ভগৱানেও নিশ্চিত ভাবে সহায় কৰিব।
@chayanikasaikia7024
@chayanikasaikia7024 Ай бұрын
মুখ্যমন্ত্ৰী মহোদয়ক আদৰণি জনাইছোঁ । ভগৱানে তেখেতৰ সু-স্বাস্থ্যৰে মঙ্গল কৰে যেন ।
@myoldgramophoneinworkingco2559
@myoldgramophoneinworkingco2559 Ай бұрын
Our beloved CM has a strong determined mind to do something good for the indigenous Assamese people... Proud of you CM Sir... God bless you.always..🙏🙏🙏🙏
@anupamdutta452
@anupamdutta452 Ай бұрын
আকৌ এবাৰ মামাৰ চৰকাৰ ✊✊
@lokengogoi5007
@lokengogoi5007 Ай бұрын
Very good information Sir. ❤🙏🌹
@JugaPrasadBorthakurJugaPrasadB
@JugaPrasadBorthakurJugaPrasadB Ай бұрын
এয়া এক উল্লেখনীয় ও আদৰণীয় পদক্ষেপ ।অসমৰ মূখ্যমন্ত্ৰী মহোদয়লৈ বহুত ধন্যবাদ ।
@probinsaikia1129
@probinsaikia1129 Ай бұрын
Good dicision of CM for people of Assam
@gautamgoswami9723
@gautamgoswami9723 Ай бұрын
সু দক্ষ কৰ্মবীৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ ✌️ ।মিঞা প্ৰেমি কংগ্ৰেছক প্ৰতিজন খিলঞ্জীয়াই বৰ্জন কৰিব লাগে ।
@ajitdas601
@ajitdas601 Ай бұрын
Right
@probinsaikia1129
@probinsaikia1129 Ай бұрын
Very good Dicision of CM for the people of Assam.
@knath7233
@knath7233 Ай бұрын
Atanu , you are right.
@rajuhazarika6583
@rajuhazarika6583 Ай бұрын
অতনু দা আপুনাৰ নিউজ বোৰ চাই ভালেই লাগে,অসমৰ মুখ্যমন্ত্ৰীয়ে এই তু খুবেই ভাল কাম কৰিছে বিজেপি জিন্দা বাদ অসমৰ মুখ্যমন্ত্ৰী লৈ বহুত ধন্যবাদ থাকিল
@UpenKalita-dx2cr
@UpenKalita-dx2cr Ай бұрын
অটনো ভূঞাৰ কথাখিনি 💯 শতাংশ সত্য কথা। আমিও এই আন্দোলনৰ অংশিদাৰ আছিলোঁ। এ, জি,পিয়ে চৰকাৰ পাতি অহংকাৰী হৈ সকলো পাহৰি গৈছিল ৰাইজৰ ইচ্ছাৰ কথা। ৰাইজক গৰু ঠগণ দিলে। তাৰোপৰি কংগ্ৰেছৰ দুইখন চৰকাৰৰ কাৰ্য্যকালত কাৰ্য্যকৰী কৰিব দূৰৰ কথা উলোটাই আই,এম,ডি,টি আইনৰ হে অৰ্বিভাৱ ঘটিছিল।
@shreddedface6039
@shreddedface6039 Ай бұрын
হিমুৱে পাৰিব যেন লাগিছে যদি ১০০ শতাঙস ৰাজনৈতিক অধিকাৰৰ বিষয়টো পথমতে গৃহিত কৰে,যদি হে হিমুৱে এইখিনি কাম অসম অসমীয়াৰ হৈ কৰে তেনতে ভগৱানৰ ফটোখনৰ লগতে হিমুৰ ফটোখন থৈ জীয়াই থকালৈকে পূজাকৰি থাকিম।🙏🏿🙏🏿
@mktutorials4310
@mktutorials4310 Ай бұрын
হেমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্রী হবই হব।
@caborah5874
@caborah5874 Ай бұрын
বি জে পি চৰ কাৰ আকৈ এবাৰ লাগে ।
@JdjdjDjejej-in4ne
@JdjdjDjejej-in4ne Ай бұрын
B j p jindabad
@PraneswarDas-c3w
@PraneswarDas-c3w Ай бұрын
এইটোত আমাৰ একমত। ধন্যবাদ-
@haliramrabha9126
@haliramrabha9126 Ай бұрын
অসমৰ দীর্ঘ দিনৰ জলন্ত সমস্যা সমাধানৰ সামান্য কৰিবলৈ লোৱাৰ কাৰনে অসম চৰকাৰলৈ অশেষ ধন্যবাদ জানালো।
@Tanushreehazarika8306
@Tanushreehazarika8306 Ай бұрын
ধন্যবাদ, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়,আপোনাৰ কাৰ্য্যপ্ৰণালীক হৃদয়ৰ পৰা প্ৰসংশা কৰিছো। অদৃশ্য জনে আপোনাক সদায়েই ভালদৰেই ৰাখেযেন তাৰ কামনাৰেই ভগৱানৰ চৰণত ধৰি প্ৰাৰ্থনা জনাইছো, 🙏🙏🙏
@ranjankurmi4771
@ranjankurmi4771 Ай бұрын
অসমৰ এজনো মুখ্যমন্ত্ৰীয়ে সাহসৰে কৰিব নোৱাৰা কাম কৰি দেখোৱালে এইখন চৰকাৰে । ধন্যবাদ অসম চৰকাৰ
@sofikulislam7533
@sofikulislam7533 Ай бұрын
এইটো কাম কৰিলে আৰু ভাল হব,অসম ৰ পৰা মদ,গুটকা ৰ কোম্পানি বন্ধ কৰিব লাগে লগতে ডাৰাগ্চ ।নহলে অসমীয়া মানুহ এইবিলাক খাই এনেই ধবংস হৈ গৈ থাকিব ।
@creation9370
@creation9370 Ай бұрын
এই খিনি কামো কৰিব আৰু এটা কথা এইখিনি কামৰ লগত তহতৰ মানুহে জৰিত থাকে।
@dsentertainment9545
@dsentertainment9545 Ай бұрын
​@@creation937099% tahotor kitai kore..
@arindamsaikia5308
@arindamsaikia5308 Ай бұрын
This government is doing great
@kapilsfact446
@kapilsfact446 Ай бұрын
অসম মাতৃৰ হকে কাম কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভগৱানে দীৰ্ঘায়ু প্ৰদান কৰক।
@BaikunthaDeka-yp2dx
@BaikunthaDeka-yp2dx Ай бұрын
হিমন্ত বিস্ব শৰ্মা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আৰু সুদক্ষ সফল ৰাজনৈতিক নেতা ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী আপোনাক ধন্যবাদ আপোনাক শত শত নমস্কাৰ
@girinbora7820
@girinbora7820 Ай бұрын
মুঠতে assu ভংগ কৰি দিব লাগে কাৰণ assu এ নিজৰ সম্পত্তিৰ পাহাৰ বনাই ৰাইজৰ একো নকৰিলে আন্দোলনৰ নামত অসম শেষ কৰিলে। আজি হিনন্ত বিশ্ব শৰ্মাই যি কৰিব গৈ আছে আমি অতি আনন্দিত।
@manojkumarbarman8823
@manojkumarbarman8823 Ай бұрын
Sudur vaai, Mama e sun asu kora asile, mama r illegal property kiman ase dekha naai
@reeturajofficial
@reeturajofficial Ай бұрын
কি কৈছে এবাৰ ভাবি লব , সদৌ অসম ছাত্ৰ সন্থাৰ অৱদানৰ বিষয়ে যদি নাজানে তেতিয়াহলে ভালকৈ অধ্যয়ন কৰক 🙏
@amarendradoley9341
@amarendradoley9341 Ай бұрын
​@@reeturajofficial😂😂😂
@pradipnath3299
@pradipnath3299 Ай бұрын
AASU অবিহনে অসম চুক্তি অসম্ভৱ, অসম চুক্তি অবিহনে খিলঞ্জীয়াৰ সুৰক্ষা অসম্ভৱ । বুজিলে নে ?
@saratchhazarika5932
@saratchhazarika5932 Ай бұрын
Very good process.Thank to Dr.Himanta Biswa Sarmah
@BasantaBoro-r8v
@BasantaBoro-r8v Ай бұрын
Himanta Biswa Sarma long live. Fitest and successful CM of Assam.
@akash594f.f
@akash594f.f Ай бұрын
ধন্যবাদ মামা❤
@Dilip_ghosh123
@Dilip_ghosh123 Ай бұрын
ধন্যবাদ মামা
@BenudharDewri
@BenudharDewri Ай бұрын
Mama jindabad
@UttamKrRai-hr6nf
@UttamKrRai-hr6nf Ай бұрын
ভালক ভাল বুলি কবই লাগিব।
@deheswarsaikia9883
@deheswarsaikia9883 Ай бұрын
বৰ ভাল সংবাদ। বহু দিনীয়া পুৰণা সমস্যা এটা ইমান সহজতে সমাধান কৰিবলৈ ওলোৱা ৰ কাৰণে মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা দেবৰ লগতে বি জে পি চৰকাৰ খনলৈ বহুত মৰম আৰু আন্তৰিক অভিন্দন জ্ঞাপন কৰিছো। সদিচ্ছা থাকিলে চৰকাৰ এখনে যিকোনো এটা ভাল কাম কৰিব পাৰে। সকলো ৰাইজ আপোনালোকৰ লগত আছে। আপোনালোক আৰু সততাৰে আগুৱাই যাওক। পৰমপিতাৰ ই মঙ্গল কৰিব। 🙏
@thagitbaruah4522
@thagitbaruah4522 Ай бұрын
এইজনা এক নং পক্ষপাতিত্বৰ সাংবাদিক ৷
@nirenkalita1597
@nirenkalita1597 Ай бұрын
Himantbisha sharma জিন্দাবাদ
@Jaihanuman-k9b
@Jaihanuman-k9b Ай бұрын
মই ইমান ভালকৈ নাজানো তথাপিও ** মই ধন্যবাদ দিম ভৃগু কুমাৰ ফুকনক *** মই ধন্যবাদ দিম নেকিবোৰ জামান ডাঙৰীয়াক , যাৰ বাবে অসমে এটা সম্পদ পাইছে,,আমাৰ বৰ্তমানৰ মুখ্য মন্ত্ৰী ডাঙৰীয়াই 100 বছৰ কাম কৰি যাওক,ৰাইজে আশীৰ্বাদ কৰক,,হিমন্তক এদিন বেয়া বুলি কোৱা মানুহ কিতাক পালে গোবৰ লগাম,, ভূঞা ডাঙৰীয়া ধন্যবাদ,,আপুনি এটা বাতৰি প্ৰচাৰ কৰক ৰাস্তাত পিক পেলোৱা,প্লাষ্টিক বটল পেলোৱা,,পলিঠিন পেলোৱা,অসম জিলিকাওক,
@bipinchandraborah2026
@bipinchandraborah2026 Ай бұрын
হিমন্ত বিশ্ব শৰ্মা এজন কৰ্ম্মবীৰ মুখ্যমন্ত্ৰী। তেখেতক বহুত বহুত ধন্যবাদ জনালোঁ।
@bharatidevi875
@bharatidevi875 Ай бұрын
The great cm God bless cm
@brajenjeetroy9312
@brajenjeetroy9312 Ай бұрын
বাঃ অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাহঃ আপোনাক ধন্যবাদ, জয় আই অসম।
@tukheswarnath5183
@tukheswarnath5183 Ай бұрын
কংগ্ৰেছ হ'ল লোকৰ বোকুচাত উথি পানি পাৰ হুৱা কংগ্ৰেছ হয় কেলা কংগ্ৰেছ সেহেতে কেনেকৈ টকা লোতিব লাগে আৰু কেনেকৈ আনক থগি খাব লাগে আৰু কেনেকৈ দোনিতি কৰিব লাগে আৰু কেনেকৈ অসমত আনদুলন কৰি মাৰ খাব লাগে সেইয়া হে কংগ্ৰেছ 😀😀😀😀😀হিমন্ত মামা জিন্দা বাদ ♥️♥️♥️😘😘😘
@dhrubakalita7981
@dhrubakalita7981 Ай бұрын
হিমন্ত বিশ্ব শৰ্মা ছাৰ জিন্দাবাদ, বিজেপি জিন্দাবাদ
@ritudas9922
@ritudas9922 Ай бұрын
অসম মাতৃৰ যোগ্য সন্তান অসম গৌৰৱ হিমন্ত দা জিন্দাবাদ । অসম মাতৃৰ যোগ্য মুখ্যমন্ত্ৰী ।
@putulsarmah-y7d
@putulsarmah-y7d Ай бұрын
Your analysis is absolutely right.
@KulenGogoi
@KulenGogoi Ай бұрын
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানেই অসমৰ বাবে ভাল কাম কৰক কংগ্ৰেছী সকলে সেয়া চক্ৰান্ত বুলিয়েই ভাবিব । শৰ্মা ডাঙৰীয়াই যদি অসমখন সোনেৰে গঢ়ি দিয়ে তথাপিও কংগ্ৰেছী সকলে সন্তোষী নহৈ সোণকো লোণ বুলি সিদ্ধ কৰিবলৈ চেষ্টা কৰিব।
@shaktidevibrahma476
@shaktidevibrahma476 Ай бұрын
অতনু ভূঞাৰ আজিৰ বিশ্লেষণ বৰ ভাল লাগিল !! ধন্যবাদ 4 পিলাৰ !!!
@rabindranathbarman6264
@rabindranathbarman6264 Ай бұрын
Without mama no body can save assam. God bless you mama.
@gautamgoswami9723
@gautamgoswami9723 Ай бұрын
একমত
@AdyaNathDeka
@AdyaNathDeka Ай бұрын
No doubt, a dauntless true hero of Assam "Mr.Himanta B.Sarma ".
@rinabarkakoty6292
@rinabarkakoty6292 Ай бұрын
Himanta Biswa Sharma is the only CM who has stood up for the rights of the indigenous people of Assam.We are proud to have him as our CM.
@putulchborah5519
@putulchborah5519 Ай бұрын
মই আজি বহুত সুখী, হিমন্তবিশ্ব শর্মা ক কৃষ্ণ ই কৃপা কৰিব l
@bonjitgogoi9809
@bonjitgogoi9809 Ай бұрын
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পদক্ষেপক আদৰণি ও শলাগ জনাইছোঁ। আপোনাৰ নেতৃত্বতহে এনে এখন সুন্দৰ, সুস্থ, সবল, সেউজ সোণোৱালি কেচা চহা মাটিৰ গন্ধ থকা আপোন আপোন লগা সপোনৰ অসমৰ আশা কৰিব পাৰি । য'ত কেৱল আৰু কেৱল খিলঞ্জীয়াৰ আধিপত্য থাকিব, য'ত খিলঞ্জীয়াৰ সমতা থাকিব। য'ত খিলঞ্জীয়াৰ স্বাধীনতা থাকিব, য'ত খিলঞ্জীয়াৰ ভাষা সংস্কৃতি সজীৱ হৈ ৰব । ঈশ্বৰে আপোনাক শক্তি দিয়ক মংগল কৰক । আপুনি জনম জনমলৈ অসমীয়াৰ স্বাভিমান হৈ ৰওঁক ।
@banajituzir5197
@banajituzir5197 Ай бұрын
Yes Right, Honarable Chief minister of Assam Dr. Hemanta Biswa. Sharma with P.Baruah along with you Great ❤ There is no God Higher than Truth, It's means truth News ❤❤❤
@axomiayt2285
@axomiayt2285 Ай бұрын
That's why he is a great CM so far
@nripendrabarman2950
@nripendrabarman2950 Ай бұрын
আমি বৰ্তমানৰ চৰকাৰক বিশেষকৈ মাননীয় হিমন্ত বিশ্ব দেৱক প্ৰণাম জনালো।এই কাম কৰিলে অসমৰ লোকে সদায় আছু আৰু চৰকাৰখনক ধন্যবাদ ,শুভেচ্ছা জনাই থাকিব।
@lolenybird9008
@lolenybird9008 Ай бұрын
মোৰ পূৰ্ব পুৰষ ৭৫বছৰৰ আগতেই মিজোৰাম ত আছে , এতিয়া মোক মিজো বুলি কবনে মিজোসকলে ? নকয় , কাৰন মই জাতিগতভাবে অসমীয়া, মিজো নহয় । মিজো ভাষা কব পাৰিলেও, Bamboo dance জানিলেও মিজো হব নোৱাৰো।
@anantabordoloi7452
@anantabordoloi7452 Ай бұрын
Mamai kam kisumn bhal korise electionor agot👍👍Yes he is talented👍
@rukmasarma2377
@rukmasarma2377 Ай бұрын
Mama zindabad ❤
@bipulchutia-t5u
@bipulchutia-t5u Ай бұрын
যি দিনা পতিবেদন‌‌ কাৰ্য্য কৰি হব।সেই দিনা হে‌ জানিম‌‌‌‌‌ যে মুখ্যমন্ত্ৰীৰ য়ে ভাল কাম কৰিলে বুলি।
@anantadas1495
@anantadas1495 Ай бұрын
মাননীয় মূখ্যমন্ৰী মহোদয়ে অসমবাসীৰ বাবে বহুত ভাল কাম কৰিব ওলাইছে।তেখেতক ভগৱানে মঙ্গল কৰক ।
@itsharshitavlog3286
@itsharshitavlog3286 Ай бұрын
বহুত ভাল লাগিল দাদা
@dumahusoroniya6691
@dumahusoroniya6691 Ай бұрын
ছাত্ৰ নেতা জন লাজ পাবলগীয়া কথা। বিজেপি ভাৰতৰ এক অন্যতম দল হয় আৰু সদায় থাকিব। মামা জিন্দাবাদ
@sujitboruah7555
@sujitboruah7555 Ай бұрын
Akhomoye Anondo Dr. H Biswa❤
@MadhurjyaMadhurjya-qx3st
@MadhurjyaMadhurjya-qx3st Ай бұрын
Great mama moojja lagil joi aaii OXOM❤
@Nishamanitalukdar-ql1hk
@Nishamanitalukdar-ql1hk Ай бұрын
মামা ❤❤৷
@BijoyShankarsarkar
@BijoyShankarsarkar Ай бұрын
Best cm ASSAM
@bhabenborah6730
@bhabenborah6730 Ай бұрын
মুখ্যমন্ত্রী মহোদয়ক স্বাগতম জনাইছো
@JugaprabhaDihingia
@JugaprabhaDihingia Ай бұрын
Thanks Stanu/Thanks to CM Himanta Biswa Dharma
@mukutnath1419
@mukutnath1419 Ай бұрын
Very well elaboration Atanu. Presentation is very impressive and expressive as well as informative
@guniramboroo626
@guniramboroo626 Ай бұрын
Thanks Assam Chief Minister Himanta Biswasarma you are the great you are national Hero We always salute you go-ahead infavour of Assamese and Assam .May God bless you and long live with a very sound health.
@Pragyan_Editz3
@Pragyan_Editz3 Ай бұрын
Thanks to the BJP government
@mintuhazarika505
@mintuhazarika505 Ай бұрын
অতি সুন্দৰ পদক্ষেপ । মুখ্য মন্ত্ৰী মহোদয় অশেষ ধন্যবাদ জনাইছোঁ।
@sarangapanihazarika2695
@sarangapanihazarika2695 Ай бұрын
Moi vabu congress t koiu Profulla Mahanto basi Jatidrohi, bohut deka lorak sohid kori CM hoi matro nijor property korile, jatir karone ekuai nokorile
@prodipchandrakalita7917
@prodipchandrakalita7917 Ай бұрын
এইটো এটা ঐতিহাসিক সিদ্ধান্ত । ইয়াৰ সুদুৰগামী ফলশ্ৰুতিত অসমত অসমীয়া বহুপৰিমানে সুৰক্ষিত হব । অশেষ ধন্যবাদ হিমন্ত ডাঙৰীয়া । আপোনাৰ পৰা আমি (অসমীয়াই) আৰু বহু আশা কৰো । অসম মাতৃৰ সুযোগ্য সন্তানৰ পৰাহে এইখিনি আশা কৰাতো সম্ভৱ । আগবাঢ়ক দৃঢ়তাৰে ।
@bipindeka560
@bipindeka560 Ай бұрын
100% সত্য,বি,জে,পি জিন্দাবাদ।
@tapankrbania231
@tapankrbania231 Ай бұрын
JAI AAI AXOM ❤❤ HIMANTA BISWA SARMA GREAT CM OF ASSAM ❤❤
@birenbaishya9238
@birenbaishya9238 Ай бұрын
ইয়াৰ বাবে প্রভুই আপোনাক আৰু শক্তি দিয়ক।
@dilipborah1321
@dilipborah1321 Ай бұрын
হিমন্তবিশ্ব শৰ্মাৰ চতুৰতা🙏🙏🙏
@Girindas-em2rg
@Girindas-em2rg Ай бұрын
I'm agree sir
@surasj7418
@surasj7418 Ай бұрын
❤❤❤❤❤ ধন্যবাদ অসম চৰকাৰ ।
@santoshdebnath1303
@santoshdebnath1303 Ай бұрын
GOOD DICITION HIMANTA SIR
The Ultimate Sausage Prank! Watch Their Reactions 😂🌭 #Unexpected
00:17
La La Life Shorts
Рет қаралды 6 МЛН
Family Love #funny #sigma
00:16
CRAZY GREAPA
Рет қаралды 60 МЛН
Hoodie gets wicked makeover! 😲
00:47
Justin Flom
Рет қаралды 127 МЛН