চিনেমা চিনেমা লগা এক প্ৰেম কাহিনী। থিয়েটাৰ কৰিবলৈ গাঁৱলৈ যোৱা মৃদুলৰ প্ৰেমত অদিতি। 'আঁৰৰ মানুহগৰাকী'

  Рет қаралды 102,976

NB News

NB News

Күн бұрын

বহুতৰে বুকুৰ মাজত জুই জ্বলোৱা এজন অভিনেতা। যাৰ এটা সংলাপে মানুহক কন্দুৱাই, মানুহক হঁহুৱাই। এটা বলিষ্ঠ সংলাপেই সকলোৰে হৃদয় চুই যায়। চিনেমা চিনেমা লগা এক প্ৰেম কাহিনী। থিয়েটাৰ কৰিবলৈ গাঁৱলৈ যোৱা মৃদুলৰ প্ৰেমত পৰিল অদিতি। 'আঁৰৰ মানুহগৰাকী'
#nbnews #nbnewsdigital #aarormanuhgoraki #mridulbhuyan #hometour #assameseactor #assamesetheatre #actor
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Пікірлер: 83
@KoushikDeka-zr1fw
@KoushikDeka-zr1fw 4 ай бұрын
❤❤ বহুত ভাল লাগিল চাই পেলাই আপোনাক ধন্যবাদ জনালোঁ
@HimashriSaikia-w6r
@HimashriSaikia-w6r 4 ай бұрын
প্ৰিয় বুলি কলে ভুল হব বহুত বেছি প্ৰিয় এজন অভিনেতা মৃদুল দা। এগৰাকী সহজ সৰল মনৰ ধুনীয়া পত্নী❤বহুত ভাল লাগিল চাই ।দুয়ো জন ভালে থাকক লগতে সুস্থ থাকক লগতে সন্তান দুয়োটি কুশলে ৰাখক ভগৱানে।ময়ুৰি টোমালৈও মৰম আৰু শুভেচ্ছা থাকিল।ভাল ভাল অনুষ্ঠান কৰি যোৱা।❤
@PronotiMohon
@PronotiMohon 3 ай бұрын
খুউৱ ভাল লাগে মৃদুল ভূঞাৰ অভিনয় । অনাগত দিনবোৰতো অভিনয় কৰি যাওক সুদক্ষ অভিনেতা হিচাপে ।🙏🙏
@pallaviborah1012
@pallaviborah1012 4 ай бұрын
ভ্ৰাম্যমানৰ মঞ্চৰ প্ৰিয় অভিনেতাজন সদায় ভালে থাকক. ❤
@rockzlyrics7816
@rockzlyrics7816 2 ай бұрын
বহুত‌----ভাল লাগিল
@AnjuuuDutta
@AnjuuuDutta 3 ай бұрын
ভ্ৰাম্যমাণ থিয়েটাৰত সুন্দৰ অভিনয় কৰা মৃদুল ভূঞা দেৱৰ আজি এই অনুষ্ঠান দেখি বৰ ভাল লাগিল❤❤❤❤❤
@arunasenapati1099
@arunasenapati1099 4 ай бұрын
দুয়োজনেই বহুত ধুনীয়া অভিনয় আৰু ধুনীয়া ।যোৰাটো পাভ যোৰা।ৰ্দীঘায়ু কামনা কৰিলো।
@gitabora3037
@gitabora3037 4 ай бұрын
সুন্দৰ পৰিয়ালটি সুন্দৰ অনুভৱৰে এনেদৰেই সদায় হাঁহিমুখে আগবাঢ়ি যাওক ❤️❤️❤️❤️❤️
@BobySaikia-b6r
@BobySaikia-b6r 4 ай бұрын
Love u Mridul da। বলিষ্ঠ অভিনেতা
@kamalakantanath2896
@kamalakantanath2896 4 ай бұрын
Bhahut bhal lagil.Duyujanar utjjal bhabishyat kamana karilu.
@TulikaChutiaKonch
@TulikaChutiaKonch 4 ай бұрын
বহুত বহুত ভাল লাগিল বলিষ্ঠ অভিনেতা জনৰ সহজ সৰল কথা বতৰা বোৰ। প্রাণ খুলি হাঁহিলো।তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ূ কামনা কৰিলো। 🙏
@bulbuliburagohain6806
@bulbuliburagohain6806 3 ай бұрын
বহুত ভাল লাগিল
@satyajyotichetiakonwar7253
@satyajyotichetiakonwar7253 4 ай бұрын
ভাল লাগিলে । অভিনন্দন জ্ঞাপন কৰিছোঁ
@PallabiGMahanta
@PallabiGMahanta 4 ай бұрын
খুব ভাল লাগিল সদাই সুখত থাকক , হাঁহি থাকক🙏🙏❤️❤️
@SumuLahon
@SumuLahon 4 ай бұрын
Bohut val lagil sai.midulda acting mojja lage.❤❤❤
@anusunabairagi-ld5ek
@anusunabairagi-ld5ek 4 ай бұрын
hahi hahi pet bixai goise.bohit val lagil.
@sangitagogoi8633
@sangitagogoi8633 4 ай бұрын
মৃদুল দাৰ হাঁহি সঁচাই আপুৰুগীয়া
@birinaL
@birinaL 3 ай бұрын
Amar maina theatre khon saisilu 😊😊❤❤beautiful family...
@KaSiYali
@KaSiYali 4 ай бұрын
মোৰ প্ৰিয় এগৰাকী অভিনেতা।
@chiranjibdutta565
@chiranjibdutta565 4 ай бұрын
Natural acting mridul dar theater t..and lovable family member,bow very simple & natural..manuh eneo natural hole bhal lage..lagile bahut dhonxompotti thakok ba nethakok👍
@sayagoswami6734
@sayagoswami6734 4 ай бұрын
Bohut val lagil dada bow aru maina Babu k dikhi ❤️❤️❤️❤️
@reenaborah3614
@reenaborah3614 4 ай бұрын
মোৰ বৰ ভাল লগা মঞ্চ অভিনেতা মৃদুল দা আৰু বৌক দেখি ভাল লাগিল |আৰু বৰ সুন্দৰ পৰিয়াল |❤❤
@deniananya826
@deniananya826 4 ай бұрын
বহুত ভাল লাগিল চাই, আপোনাক ধন্যবাদ জনালোঁ ❤❤❤
@SankuMoni
@SankuMoni 4 ай бұрын
দাদা আৰু বৌ লগতে আপোণালোক সপৰিয়াললৈ শুভেচ্ছা থাকিল আৰু উপৰৱালাই আপোণালোকক কুশলে আৰু হাঁহিৰে সদায় এনেকৈয়ে ৰাখক তাকেই কামনা কৰিলো !!❤❤
@dipanjalidevi-np3iv
@dipanjalidevi-np3iv 4 ай бұрын
বহুত বেছি ভাল লাগিল
@radhamonidas2180
@radhamonidas2180 4 ай бұрын
বহুত বহুত ভাল লাগিল
@RupomBorah-yv2kp
@RupomBorah-yv2kp 4 ай бұрын
Bahut val lagil ❤❤❤❤❤❤
@manjitsutradhar-sl1dn
@manjitsutradhar-sl1dn 4 ай бұрын
Dhuniya sowali joni💕
@SumiSonowalgogoi-wl1hr
@SumiSonowalgogoi-wl1hr 4 ай бұрын
Bohut bohut val lagile Mur priyo ovinota ❤❤❤❤
@AnjulaDutta
@AnjulaDutta 4 ай бұрын
Bohut val lagil kothabilak jani. Thank u mridul bhuyna
@jintikandali5921
@jintikandali5921 4 ай бұрын
অতি সুন্দৰ
@monjulagogoi6480
@monjulagogoi6480 4 ай бұрын
পিয় অভিনেতা বৈজনি❤❤❤❤
@MintuphukanMintuphukan
@MintuphukanMintuphukan 4 ай бұрын
বহুত ভাল লাগিল। লখিমপুৰ পথালি পাহাৰৰ পৰা চাই আছো। ধন্য বাদ,।
@abcvlog5645
@abcvlog5645 4 ай бұрын
Bohut besi bhal lagise...hahi uthise khub...
@jurirajkonwar1307
@jurirajkonwar1307 4 ай бұрын
বহুত ভাল লাগিল কথাবিলাক জানিবলৈ পাই
@Itz_3x_user
@Itz_3x_user 4 ай бұрын
Bo joni eman dekhoniya, bhal lgil sai,aru lage.
@silpishikhakonwar3307
@silpishikhakonwar3307 4 ай бұрын
বহুত বেছি ভাল লাগিল। পাভযোৰা।
@sushilkonwar7012
@sushilkonwar7012 4 ай бұрын
জীৱনটো ত যে -- কিমান ৰসাল ৰসাল -- অনুভৱ থাকে --- অনুভৱ বিলাক -- স্মৃতিৰ পতত -- সকলোৰে মনত -- দুলা দি থাকে ---' কিন্তু কিমান জনে -- উপলদ্ধি কৰে -- পুৰণি স্মৃতি বোৰ -- খেপিয়াই চাই -- স্মৃতিৰ ৰসাল - ভাল লগা -- মূহুৰ্ত্ৰ বোৰৰ -- অনুভৱ বুটলি চাই -- ধন্যবাদ থাকিল -- উভয় পক্ষৰ লৈ ----- আন্তৰিকতাৰে -- উৎৰ্জ্জ ল ভবিষ্যতৰ -- আশা কৰিলোঁ -- এজন দৰ্শক হিচাবে --- good bye ---
@debajitdihingia9860
@debajitdihingia9860 4 ай бұрын
ভাল লাগিল অনুষ্ঠানটো ❤ মোৰ এগৰাকী প্ৰিয় অভিনেতা
@KaSiYali
@KaSiYali 4 ай бұрын
ইমান হাঁহিছো।বৰ সৰল মানুহ দুয়োগৰাকী।সঁচাকৈ ভাল লাগিল আজিৰ খণ্ডটি।বৰ সুন্দৰ সহযোগ।
@juribaruah1261
@juribaruah1261 4 ай бұрын
বহত বেছি ভাল লাগিল
@monalishaborah8420
@monalishaborah8420 3 ай бұрын
Mur priyo abhinetajon❤
@jayantachetia4607
@jayantachetia4607 4 ай бұрын
Val lagil sai
@krishnabarmanilovethedrama1289
@krishnabarmanilovethedrama1289 4 ай бұрын
মৃদুলক বহু দিনৰ মূৰত দেখি ভাল লাগিল।
@আমিঅসমীয়া-হ৯য
@আমিঅসমীয়া-হ৯য 4 ай бұрын
বহুত ভাল লাগিল । হাহিলো । 😄😄😊😄❤
@NibhaTamuli
@NibhaTamuli 3 ай бұрын
Mridul dar bow bor dhuniya
@sanjibgogoi9612
@sanjibgogoi9612 Ай бұрын
Nice to❤❤❤❤❤❤❤❤❤❤❤
@Assameseboy19993
@Assameseboy19993 4 ай бұрын
মৃদুল দা সঁ‌চাকৈয়ে এজন খোলা হৃদয়ৰ, মই গুৱাহাটীত উৱেৰ চলাও ,এদিন মোৰ গাড়ীত বুকিং লাগোতে মই চিনাকি হলো ।তেওঁ‌ বহুত ভালদৰে কথা পাতিল মোৰ লগত । যেতিয়া গম পালে মোৰ ঘৰ তেঁ‌ও ঘৰৰ কাষৰ জিলাখন তেতিয়া তেঁ‌ও নিজেই মোক তেঁ‌ও ঘৰটো দেখুৱাই কলে কেতিয়াবা আহিবা আমাৰ ঘৰত ,এইটোৱেই মোৰ ঘৰ । কিবা বিপদ হলে কবা বুলি নিজেই তেখেতৰ ফ'ন নং দিছিল ।
@RahulGogoi-r9g
@RahulGogoi-r9g 4 ай бұрын
Val lagile sai
@junuphukan5267
@junuphukan5267 4 ай бұрын
মৃদুল মোৰ স্কুলৰ বন্ধু। ভাল লগিল ।
@nitikshamissong2762
@nitikshamissong2762 4 ай бұрын
All time favourite Mridul da
@hormohanrajbongshi1576
@hormohanrajbongshi1576 4 ай бұрын
❤❤❤❤❤❤Midul Da
@dipalidevi9536
@dipalidevi9536 4 ай бұрын
My favurate mridul bhuyan
@mamunyeasmin8192
@mamunyeasmin8192 4 ай бұрын
moyuri tumak aji bor dhunia lagise
@RajumoniRajumonidas
@RajumoniRajumonidas 4 ай бұрын
My favourite actor. ❤❤❤
@DharmeswarBaruah-t8b
@DharmeswarBaruah-t8b 4 ай бұрын
Vaal lagil.Duyu garakir dirghayu kamana karilu.
@BitupanDeuri-oc5hz
@BitupanDeuri-oc5hz 3 ай бұрын
❤❤❤❤❤❤❤❤❤❤❤
@dulanboruah4921
@dulanboruah4921 4 ай бұрын
মোৰ প্ৰিয় অভিনেতাজন
@dipankardas1040
@dipankardas1040 4 ай бұрын
❤❤❤
@dimbeswarkonwar7659
@dimbeswarkonwar7659 4 ай бұрын
মোৰ ভাল লগা অভিনেতা
@mirandutta
@mirandutta 4 ай бұрын
Val lagil
@mintusaikia580
@mintusaikia580 3 ай бұрын
Hoi...mridul dar sister dhukaisil moi teur interview saisilu xei kotha midul dai koisil interviw
@manuborah4135
@manuborah4135 4 ай бұрын
মানুহ জন সহজ সৰল ভাল লাগে
@ranjankrdas4965
@ranjankrdas4965 4 ай бұрын
মৃদুল ভূঞা আৰু তেওঁৰ এটা সাক্ষাৎকাৰ আগতে চাইছিলো, কথা খিনিৰ কিন্তু মিল নাই।
@darshanadutta.5086
@darshanadutta.5086 4 ай бұрын
Duyu jonoloi bohut morom❤jasilu
@sunitasaikia2107
@sunitasaikia2107 4 ай бұрын
Mor bht priyo doyojane
@ritachaudhry1779
@ritachaudhry1779 4 ай бұрын
Putola , 2mk bht dinor murot dekhilu, bor val lagileu
@JitenKalita-sr5dn
@JitenKalita-sr5dn 3 ай бұрын
Yes Matal Gorah monot asa.
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 4 ай бұрын
Vl lagil
@ranjitbora734
@ranjitbora734 4 ай бұрын
বেহাৰবাৰীত দেখি ভাল লাগিছে ভূঁঞা দাঙৰীয়া।
@S.M.8439
@S.M.8439 4 ай бұрын
God bless you.
@devikagogoi2898
@devikagogoi2898 4 ай бұрын
তোমাৰ ভিডিঅ' বোৰ মই প্ৰায় চাওঁ, তোমাৰ কথা কোৱা শৈলী খুবেই ভাল লাগে ময়ুৰী কিন্তু তুমি কথা কওঁতে মুৰতো অলপ বেছি জুকাৰিছা নেকি ।
@punyahappybrithdaytuyouviv9064
@punyahappybrithdaytuyouviv9064 4 ай бұрын
moromr hilpi jon❤❤
@rupashreedevi8875
@rupashreedevi8875 4 ай бұрын
Mauri ba mridul mamar number 2 ase jdi plz dibo
@rockzlyrics7816
@rockzlyrics7816 2 ай бұрын
😂😂😂😂😂😂❤❤❤
@gargihatimuria5363
@gargihatimuria5363 4 ай бұрын
মইও সাজ খাৱলৈ গৈ মানুহ জনী আনিলোঁ তাৰ পৰা কি হ’ল ?
@KalyaniChetia-e2z
@KalyaniChetia-e2z 4 ай бұрын
নাহাহিঁ নোৱাৰিলো 41:32
@BarnitaDas-r3u
@BarnitaDas-r3u 4 ай бұрын
😮😢
@bhanitadeka8369
@bhanitadeka8369 4 ай бұрын
Anchor goraki overacting karise
@lipidutta388
@lipidutta388 4 ай бұрын
😂😂😂😂😂😂😂😂nobou n ontoxotta 😂😂😂😂😂
@Amiyasarmah
@Amiyasarmah 4 ай бұрын
Bahut Val lagil
@ggdd9724
@ggdd9724 4 ай бұрын
Morm lga bou
@jayantachetia4607
@jayantachetia4607 4 ай бұрын
Val lagil sai
Running With Bigger And Bigger Lunchlys
00:18
MrBeast
Рет қаралды 136 МЛН
Стойкость Фёдора поразила всех!
00:58
МИНУС БАЛЛ
Рет қаралды 7 МЛН