এদিন ৰোগী হিচাপে অহা মানুহজন কেনেকৈ হ’লগৈ তেওঁৰ স্বামী || ‘আঁৰৰ মানুহগৰাকী’

  Рет қаралды 153,346

NB News

NB News

Күн бұрын

Пікірлер: 184
@dhritimasaikia8642
@dhritimasaikia8642 9 ай бұрын
ছাৰ আৰু বাইদেউলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰ এটি বাৰ্তা উঠি অহা যুব প্ৰজন্মলৈ।ভাল লাগিল।
@lakhajyotibora9531
@lakhajyotibora9531 9 ай бұрын
বহুত ভাল লাগিছে কথা খিনি শুনি, আৰু এটা কথা সাংবাদিক জনী ভাল লাগিছে বহুত মৰম থাকিল ❤❤
@rupalipegu6409
@rupalipegu6409 6 ай бұрын
বহুত বহুত ভাল লাগিল সাক্ষাৎকাৰ টো। চাৰ-বাইদেউ দুয়ো গৰাকীয়ে দীৰ্ঘায়ু হওক, 🙏🙏
@neetagoswami2665
@neetagoswami2665 8 ай бұрын
অতি সুন্দৰ। ইমান সহজ সৰল সুন্দৰ ব্যক্তিত্য।
@MridulaSonowal-q3u
@MridulaSonowal-q3u 9 ай бұрын
সাক্ষাৎকাৰ টো চাই বহুত ভাল লাগিল।ছাৰৰ কথা বোৰ শুনি,চাই উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী বোৰ অনুপ্ৰাণিত হওক, উৎসাহিত হওক আৰু ভাল কাম কৰিবলৈ আগুৱাই আহক তাকে কামনা কৰিছোঁ। ভগৱানে ছাৰ, বাইদেউ ক সদায় ভাৱে ৰাখক
@mandirabordoloi5708
@mandirabordoloi5708 2 ай бұрын
চাৰৰ বহুত ধুনীয়া কথাখিনি খুবেই ভাল লাগিছে ভাল ৰ সদায়ে ভাল মানুহ এশ শতাংশ ভাল লাগিছে জুবিন গাৰ্গ ৰ লগতো দেখিবলৈ পোৱা যায় 💯🙏🙏💯💯🙏🙏💯💯🙏🙏💯💯🙏🙏💯💯🙏
@bhupenlekharu8999
@bhupenlekharu8999 8 ай бұрын
সাক্ষাৎকাৰটো শুনি বৰ ভাল লাগিল। ইমান সুন্দৰকৈ অনুস্থানটো আগবঢ়াই নিয়াৰ বাবে সাক্ষাৎ গ্ৰহণকাৰীলৈ আন্তৰিক ধন্যবাদ জনালো ।
@sarajudas971
@sarajudas971 8 ай бұрын
চাৰ বাইদেউ লৈ বহুত বহুত শুভেচ্ছা জনালোঁ ।ধন্যবাদ
@churamoniborthakur3023
@churamoniborthakur3023 9 ай бұрын
এটি সুন্দৰ সাক্ষাৎকাৰ।চাই থাকোঁতে সময়খিনি আমনি নলগাকৈ কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। অনুভৱ হ'ল যেন এখন ভাল লগা নাটক উপভোগ কৰিহে আছোঁ। সাক্ষাৎ গ্ৰহণকাৰী আৰু অংশগ্ৰহণ কৰা দুয়ো গৰাকী চিকিৎসকৰ অন্তৰৰ সৰলতা তথা অকপট স্বীকাৰোক্তিয়ে সোণত সুৱগা চৰাইছে।
@bimolakhanikor870
@bimolakhanikor870 3 ай бұрын
ছাৰ বাইদেউলৈ বহুত বহুত শুভেচ্ছা জনালোঁ।বৰ ভাল লাগিল ধন্যবাদ ❤❤❤❤❤
@nirubora3660
@nirubora3660 Ай бұрын
এই প্ৰগেযে উঠা অহা প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব ।ধন্যবাদ ।
@mandirabordoloi5708
@mandirabordoloi5708 2 ай бұрын
বাইদেউ কথা খিনি শুনি বহুত ভাল লাগিল আমি ও গিয়ান পালো 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@monilahan7596
@monilahan7596 4 ай бұрын
বহুত ভাল লাগিল। ছাৰ, বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
@banimatalukdar302
@banimatalukdar302 7 ай бұрын
নৱনীতা, খুব ভাল লাগিল তোমালোকৰ সাক্ষাৎকাৰ ।বহুত শুভেচ্ছা থাকিল ।
@parimitagoswami4067
@parimitagoswami4067 7 ай бұрын
বাইদেউৰ কথাটো ভাল লাগিল। ' ইগ থাকিব নালাগে'। সঁচাই ময়ো তেনেকৈয়ে থাকি ভাল পাওঁ।
@chitrakumarhazarika6622
@chitrakumarhazarika6622 9 ай бұрын
জীৱনৰ সম্পূৰ্ণ পৰিধিত বিচৰণ কৰা চিকিৎসক হিতেশ বৰুৱাদেৱ তথা তেখেতৰ অৰ্ধাঙ্গীনি চিকিৎসক নৱনীতা বৰুৱাৰ লগত হোৱা এই সাক্ষাৎকাৰটি প্ৰকৃততেই বৰ মূল্যৱান সাক্ষাৎকাৰ। জীৱনত অনুপ্ৰেৰণা লাভ কৰিবলৈ এনে সাক্ষাৎকাৰে মানুহক গভীৰভাৱে সহায় কৰিব। সাক্ষাৎ গ্ৰহণ কৰোঁতা ময়ুৰী গোস্বামীয়ে বৰ সুন্দৰকৈ সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে। খুউব ভাল লাগিল।
@HemantiBhuyan
@HemantiBhuyan 9 ай бұрын
বহুত বহুত ভাল লাগিল 💜 চাৰ আৰু বাইদেউক লগতে ময়ুৰী তোমালে থাকিল অশেষ ধন্যবাদ ❤❤
@nivabora61
@nivabora61 9 ай бұрын
খুউব ভাল লাগিল ছাৰ। আপোনাক ৰ সাঙসাৰিক জীৱন আৰু মধুময় হক তাৰেই কামনাৰে ।ইতি মই নিজা।
@naniborah2089
@naniborah2089 8 ай бұрын
বহুত সুন্দৰ আৰু ভাল পালো কথা খিনি শুনি।
@rosmitatalukdar8859
@rosmitatalukdar8859 8 ай бұрын
বহুত ভাল লাগিল ♥️
@aradhanadelicacies
@aradhanadelicacies 9 ай бұрын
সাক্ষাৎকাৰটো চাই বহুত ভাল লাগিল। প্ৰশ্নবোৰো ইমান সঠিক আৰু সুন্দৰভাৱে উপস্থাপন কৰিছা শুনি সঁচাই আপ্লুত হৈ গ'লো। লগতে ছাৰ আৰু বাইদেউৰ বিষয়ে বহুত কথা জানিবলৈ পালো । তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ। আগবাঢ়ি যোৱা। মোৰ শুভকামনা থাকিল।
@chandanasarma8928
@chandanasarma8928 3 ай бұрын
সাক্ষাত লোৱা ময়ূৰী ধুনীয়া হোৱাৰ লগতে কথাখিনি শুনিও ডাল লাগিল৷চাৰ বাইদেউৰ কথাখিনি জানিও ভাল লাগিল৷
@sauravranjanparashar4716
@sauravranjanparashar4716 9 ай бұрын
ইমান এটা প্ৰেৰণাদায়ক ‌সাক্ষাৎকাৰ চাই সঁচাই ‌বৰ‌ ‌ভাল লাগিল
@Itz_3x_user
@Itz_3x_user 7 ай бұрын
Montu bohut bohut bhal lagi gol.❤❤❤❤🎉
@anjaligogoi3866
@anjaligogoi3866 7 ай бұрын
সুন্দৰ এটা অনুষ্ঠান ❤️ বহুত ভাল লাগিল ❤
@minakshisarmah1518
@minakshisarmah1518 8 ай бұрын
সৰ্বগুণৰ অধিকাৰী হিতেশ বৰুৱা চাৰলৈ আৰু বাইদেউলৈও অভিনন্দন জনালো ।
@runuchetia1658
@runuchetia1658 8 ай бұрын
ইমান সুন্দৰ অনুষ্ঠান !!অতি মনোমোগগ্ধকৰ❤❤❤❤
@umanandabezbaruah5287
@umanandabezbaruah5287 9 ай бұрын
অতিকে ভাল লাগিল। অতি মৰমৰ আজিৰ ডা: হিতেশ বৰুৱাক ছাত্ৰ অৱস্থাত হাতিগড়ৰ শ্ৰীভূপেন বৰুৱাৰ দাদাৰ ঘৰত প্ৰায়েই লগ পোৱা, সৌহৃাদ্যভাৱে কথা পতা আজিও মনত পৰে। ঈশ্বৰে ডা: বৰুৱাক সবান্ধৱে কুশলে ৰাখক, তাকেই কামনা কৰিলোঁ।💐🌹 উমানন্দ বেজবৰুৱা
@anudevi9861
@anudevi9861 2 ай бұрын
Bhal lagil dei Nabanita tomalokak dekhi♥️♥️
@surensarmah541
@surensarmah541 9 ай бұрын
ময়ুৰী, তোমাৰ এই অনুষ্ঠানটো চাই বহুত ভাল লাগিল। আৰ্শীবাদ কৰো তোমাৰ এই কৰ্মক্ষেত্ৰখনত একোটা উজ্বল নক্ষত্ৰ হৈ ডাক্তৰ দম্পতিৰ দৰেই জিলিকি উঠা তাৰেই কামনাৰে...সুৰেন শৰ্মা,কে কে বি বি গোলাঘাট।
@Anurupa_creations.6525
@Anurupa_creations.6525 9 ай бұрын
সুন্দৰ অনুস্থান ।অনুস্থানটি চাই বহুত বহুত ভাল লাগিল ।চাৰ মোৰ খুবেই প্ৰিয় ব্যক্তি ।
@anuradhadas5655
@anuradhadas5655 9 ай бұрын
প্ৰেৰণাদায়ক এক সাক্ষাৎকাৰ । বৰ ভাল লাগিল । ধন্যবাদ ময়ুৰী ।
@ChandrapravaGogoi-f8t
@ChandrapravaGogoi-f8t 8 ай бұрын
❤🎉kathakhini huniborbhallagil bahutbahut dhainybud
@jyotigogoi3852
@jyotigogoi3852 9 ай бұрын
বহুত ভাল কথা জানিলোঁ।
@RambhaDeka-v5c
@RambhaDeka-v5c 9 ай бұрын
ডাক্তৰ হিতেশ বৰুৱাক মোৰ খুবেই ভাল লাগে।নেমকেয়াৰত তেখেতক লগ পাই মই কৈছিলো- চাৰ, আপোনাক মই টিভিত দেখিছোঁ। তেখেতে মোক মূৰ দোৱাই সমিধান দিছিল। তেখেতৰ ত্যাগ স্মৰণীয়। ধন্যবাদ।
@RambhaDeka-v5c
@RambhaDeka-v5c 9 ай бұрын
তেখেত যুৱচামৰ বাবে প্ৰেৰণাৰ উৎস হৈ বহুবছৰ মঙ্গলে থাকক।
@manitahbildar5162
@manitahbildar5162 9 ай бұрын
Mayuri tumar ujjwal bhobishat kamona korisu.
@ProbitraBaruah-cb8cw
@ProbitraBaruah-cb8cw 9 ай бұрын
Bohut val lagil ❤❤Love From Rajasthan❤❤
@PhatickBora-j8i
@PhatickBora-j8i 8 ай бұрын
তেখেত সকলে আশা কৰা ধৰণে উঠিঅহা প্ৰজন্মৰ বাবে প্ৰেৰণা হব।❤
@bhanukakoti5681
@bhanukakoti5681 8 ай бұрын
চাৰৰ কন্ঠ বহুত ভাল লাগিল ভগৱানে ভালে ৰাখক তাৰ কামনা কৰিলোঁ।
@jesimakhterrahman6090
@jesimakhterrahman6090 7 ай бұрын
Eman val baidew apuni.... Sir jenekuwa val apunio bhut val. Aponalok 2yujnke Allahe vale rakhok. ❤❤❤❤❤
@arotihazarika571
@arotihazarika571 7 ай бұрын
বহুত বহুত ভাল লাগিল।ধন্যবাদ ।
@rupalimazumdar8075
@rupalimazumdar8075 8 ай бұрын
Khub bhal lagil
@hiranyasaharia8930
@hiranyasaharia8930 9 ай бұрын
Dr.Hitesh Barua sir is actually a real hero and man of inspiration.
@animadeka-l2s
@animadeka-l2s 9 ай бұрын
বহুত ভাল লাগিল আপোনাৰ সাছপোচাক আপোনাৰ কথা হাঁহি সব ধুনীয়া
@diptikonwar8287
@diptikonwar8287 9 ай бұрын
অতি সুন্দৰ এই অনুষ্ঠান।চাৰ আৰু বাইদেউৰ সাক্ষাৎকাৰ টো সচাঁই বৰ ভাল লাগিল। অনুপ্ৰাণিত হৈছো।❤
@jugen7895
@jugen7895 9 ай бұрын
Ni😢
@rintasharma6006
@rintasharma6006 9 ай бұрын
বৰ ভাল লাগিল। বহুত কথা জানিলো ছাৰ বাইদেউৰ ।দুয়ো জনকে ভগৱানে কুশলে ৰাখক।
@RitaRajkhowa-t1f
@RitaRajkhowa-t1f 8 ай бұрын
ইমান এটা সুন্দৰ অনুষ্ঠান আগবঢ়োৱাৰ বাবে অশেষ ধন্যবাদ জনালো ।
@remoikeleng3082
@remoikeleng3082 9 ай бұрын
বহুত ভাল লাগিল । ছাৰ বাইদেউ ক দীৰ্ঘাযু কামনা কৰিলো। ।
@arunimagoswamichoudhury6864
@arunimagoswamichoudhury6864 8 ай бұрын
Really made for each other...Nice to know about two successful personalities. God bless both of you.
@goodmorningchai9486
@goodmorningchai9486 9 ай бұрын
অতি সুন্দৰ অনুপ্ৰেৰণা দায়ক সাক্ষ্যাতকাৰ ,ভাল লাগিল ।
@rupanjaliborgohain1045
@rupanjaliborgohain1045 9 ай бұрын
❤1~1❤❤❤❤❤❤❤what's atware
@putumoniburagohain871
@putumoniburagohain871 9 ай бұрын
বহুত ভাল লাগিল। মন প্ৰাণ ভৰি গল।
@BinaGohain-un2ot
@BinaGohain-un2ot 7 ай бұрын
Bht vl lagil dhonyobad jonalu
@ritapuzari8548
@ritapuzari8548 8 ай бұрын
সুন্দৰ সাক্ষাৎকাৰ।
@jitendeka4611
@jitendeka4611 8 ай бұрын
Really proud of you sir, you are always our inspiration to our new generation, Again Dhanyabad sir.
@priyanathgogoi2637
@priyanathgogoi2637 Ай бұрын
Many. Many. Thank. You.
@r.....4224
@r.....4224 9 ай бұрын
Bahut khota janilu,bahut vaal lagile.Thanks a lot, Mayuri
@jumonichetia1059
@jumonichetia1059 9 ай бұрын
Bohut bhal lagil ❤❤
@RambhaDeka-v5c
@RambhaDeka-v5c 9 ай бұрын
তেওঁৰ কাম আৰু হাঁহিৰ মাজত কোনো পাৰ্থক্য নাই। ভগৱানে তেওঁক দীৰ্ঘকাল তজবজীয়া কৰি ৰাখক।
@sikhamonidutta2922
@sikhamonidutta2922 8 ай бұрын
বৰ ভাল লাগিল।তিনিওকে।
@priyojonorbandhun
@priyojonorbandhun 9 ай бұрын
"মধু-মিলন"এয়া।নতুন প্ৰজন্ম বাবে এয়া আৰ্দশ স্বৰূপ। কৰ্মই ছাৰ-বাইদেউৰ লক্ষ্য এয়া অনুকৰণীয়।🎉🙏🎉
@monalishadeviborthakur4955
@monalishadeviborthakur4955 8 ай бұрын
বৰ ভাল লাগিল🙏
@ushadas1841
@ushadas1841 9 ай бұрын
সুন্দৰকৈ হাঁহি থাকে ইমান ভাল লাগিল চাৰ বাইদেউ দুজনক
@suladharhazarika7326
@suladharhazarika7326 9 ай бұрын
Bohut val lagil Douloila amara dhanyabad thkil
@NibeditaBoruah-t1p
@NibeditaBoruah-t1p 9 ай бұрын
বাইদেউ বহুত ভাল । লগ পাইছো ।
@devajanihazarika2104
@devajanihazarika2104 9 ай бұрын
বৰ সুন্দৰ সাক্ষাৎকাৰ। নৱ-প্ৰজন্মৰ বাবে প্ৰেৰণাদায়ক।
@kalpanakataky9092
@kalpanakataky9092 8 ай бұрын
খুব ভাল লাগিল
@honeybeeassam9362
@honeybeeassam9362 8 ай бұрын
Hitesh barua sir bhut val manuh....anebor kotha hunile bhut val lge mon2
@RamenBharali-m7i
@RamenBharali-m7i 9 ай бұрын
❤সুন্দৰ হৈছে বাৰ্তালাপ অনুষ্ঠানটো ।
@bhabaniborah2779
@bhabaniborah2779 9 ай бұрын
অনুষ্ঠান টি চাই বহুত ভাল লাগিল ।
@dipikaborah3830
@dipikaborah3830 8 ай бұрын
Bohut bohut val lagil
@TapanNath-n6o
@TapanNath-n6o 9 ай бұрын
Bohut val lagil .tumak Thanks iman dhunia progem .
@juriray522
@juriray522 9 ай бұрын
Bht bht bht val lagil❤❤
@ritasridas6056
@ritasridas6056 9 ай бұрын
খুব ভাল লাগিল দেই অনুষ্ঠানটো৷
@annadagogoi9354
@annadagogoi9354 9 ай бұрын
দুই ওকে সদায় ভগৱানে ভালে ৰাখক। অনুষ্ঠান তো ভাল লাগিল
@basantiboro4314
@basantiboro4314 9 ай бұрын
সমাজত ময়ুৰী গোস্বামীৰ দৰে সাংবাদিকৰ দৰকাৰ।
@NNG-SINGER
@NNG-SINGER 9 ай бұрын
বহুত ভাল লাগে চাৰক ❤❤
@GitikaRabha-m9t
@GitikaRabha-m9t 9 ай бұрын
Bhut bhal lagil....❤❤
@monalishasaiki7842
@monalishasaiki7842 7 ай бұрын
So beautiful song and lyrics you have
@anitakeot3795
@anitakeot3795 8 ай бұрын
Sundor anusthan bhal lagil.
@ritabhattacharyya8402
@ritabhattacharyya8402 8 ай бұрын
Very nice interview. Enjoyed alot.
@minudeka5142
@minudeka5142 9 ай бұрын
Bahut vl lagil ❤
@chatradharborah8479
@chatradharborah8479 9 ай бұрын
Bhal lagil Baideor upadekh Dhanyabad.
@NirmalaSaharia-j4z
@NirmalaSaharia-j4z 9 ай бұрын
বহুত বহুত ভাল লাগিল
@manitahbildar5162
@manitahbildar5162 9 ай бұрын
Emannn xundor onusthan sai bohut vl lagil kothakhini eman xundor bhabe kobo pare bohut bohut bohut vl lagsil sir aru baideu logote mayuri tumar kothakhini emann xundor aru mithamat xuni khub vl lage sir aru baideur dore tumaro
@payeldeka1623
@payeldeka1623 9 ай бұрын
সচাকৈ মন প্ৰাণ সকলো শাত পৰি গ'ল
@mrinalitamuli1502
@mrinalitamuli1502 8 ай бұрын
উথি অহা যুবক যুবতীৰ বাবে মনোনীত সাক্ষাৎ কৰাৰ। মৰমলগা সা্ংবাদিক গৰাকীয়ে ভাল কাম কৰিলে।
@ritadutta9633
@ritadutta9633 9 ай бұрын
Bohut Val Lagil.
@kamalabharali9083
@kamalabharali9083 8 ай бұрын
Khub val lagil .
@nanditadevi8484
@nanditadevi8484 9 ай бұрын
বৰ ভাল লাগিল।বিশেষকৈ তেখেতে যে অৱসাদ দূৰ কৰিবলৈ নিজাকৈ ষ্টুডিঅ খুলি মন প্ৰাণ জুৰাই গান গায়, সঁচাকৈ অভূতপূৰ্ব। তেখেতসকল ভালে থাকক।
@nirupamadas4552
@nirupamadas4552 8 ай бұрын
Bahut bhal lagil
@thefolkguy3277
@thefolkguy3277 9 ай бұрын
Bohot bohot vol lagil 🙏🙏
@AnubhaBoruah
@AnubhaBoruah 9 ай бұрын
Bohut bhal lagil.
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 9 ай бұрын
সুন্দৰ অনুষ্ঠান। কথাখিনি বহুত ভাল লাগিল
@mridulahazarika4592
@mridulahazarika4592 9 ай бұрын
বৰ ভাল লাগে দুয়োকে
@ruma_s
@ruma_s 9 ай бұрын
Bohut bhal lagil sai 🥰🥰🥰
@gyanendrakardong5742
@gyanendrakardong5742 8 ай бұрын
Bhal lagil interview tu chai
@yolojobs3777
@yolojobs3777 9 ай бұрын
অনুষ্ঠানটি চাই বৰ ভাল লাগিল ।
@nirudas8594
@nirudas8594 9 ай бұрын
Bohut val lagil❤❤❤
@rijumonigoswami4492
@rijumonigoswami4492 9 ай бұрын
Val lagil❤
@JintiSaikia-w3u
@JintiSaikia-w3u 9 ай бұрын
Bohut vl lage sirok...
@ritamohan7056
@ritamohan7056 9 ай бұрын
বৰ ভাল লাগিল অনুষ্ঠান তি
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 36 МЛН
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 15 МЛН
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 36 МЛН