DANOB (দানৱ) Champak Sharma drama

  Рет қаралды 345,057

Champak Sharma

Champak Sharma

Күн бұрын

Пікірлер: 233
@Kaushik632
@Kaushik632 2 жыл бұрын
দানৱ... খুব এখন সুন্দৰ নাটক।। ভাল লাগিল চাই, আপোনাৰ অভিনয় বহুত ভাল লাগে।। ছাৰ, এনেদৰেই নাটকবোৰ আপলড কৰি থাকিব।।
@altabvlogs
@altabvlogs 2 жыл бұрын
Bohut bohut dhoinyobad anekuwa natok akhon amak upohar Diya babe dada
@disantgoswami9543
@disantgoswami9543 Жыл бұрын
অন্য কথা নকওঁ কাম লৰা দাদা জনৰ অভিনয় বহুত বহুত বেছি ধুনীয়া হৈছে দাদা ❤❤❤
@hirakjyotideka4155
@hirakjyotideka4155 2 жыл бұрын
💓champak sharma sir ৰ নাটক সঁচাকৈ বহুত ভাল লাগিল দেই। আশা কৰিলো আৰু ভৱিষ্যতলৈও এনে মানৱতাবাদী নাটক উপহাৰ পাম বুলি আশা ৰাখিলোঁ
@jncvlog5387
@jncvlog5387 2 жыл бұрын
বহুত দিন পিছত চালো বহুত ভাল লাগিল, সঁচাকৈ চকুপানী ওলাই গল, সুন্দৰ অভিনয় আৰু সুন্দৰ নাটক দাদা, বাস্তৱ জীৱনৰ কাহিনী🙏🙏
@pkcreation8221
@pkcreation8221 2 жыл бұрын
বাঘ,বাঘিনী উভয়ে আছে,গতিকে নতুনকৈ সুন্দৰ অভিনয় কোৱাটো বাহুল্যহে ৷চম্পক শৰ্মা(বাদশ্বাহ),অঞ্জলী চেত্ৰী,কৃষ্ণমনি নাথ ৷জুই আটাইবোৰ ৷
@MSB-e3x
@MSB-e3x 2 жыл бұрын
বাস্তৱ জীৱনৰ লগত সংগতি থকা এখন ধুনীয়া নাটক উপভোগ কৰিলোঁ দেই,, সঁচাই বহুত ভাল লাগিল সকলোৰে অভিনয়,👍
@jatinroy492
@jatinroy492 2 жыл бұрын
Bohut bhal lagil Natok khan sai
@babluentertainment2845
@babluentertainment2845 2 жыл бұрын
আৰু লাগে নাটক
@manjeetaxom3452
@manjeetaxom3452 2 жыл бұрын
Punor abar sai val lagil❤️sundor naat,sundor abhinoi.
@hiranyakrnath7819
@hiranyakrnath7819 2 жыл бұрын
অনবদ্য অভিনয়, সুন্দৰ কাহিনী। খুউব ভাল লাগিল নাটক খন চাই🙏🙏
@tapagmodernst1810
@tapagmodernst1810 2 жыл бұрын
সম্পূৰ্ণ নাটকখন চালোঁ,শেষত দাদাৰ অভিমানী ৰোল এটা দিয়া হেতেন আৰু ভাল হ'লে হেঁতেন। বাকী মজা।
@maheshbaruah5222
@maheshbaruah5222 2 жыл бұрын
বহুত ধুনীয়া লাগিল চাই নাটক খোন কন্দিলো আৰু হাহিলো। আৰু আশা থাকিল আৰু ভাল নাটক চাবলে পাম
@prajnansuryabaruah8868
@prajnansuryabaruah8868 2 жыл бұрын
ভ্ৰাম্যমাণ জগত খনৰ প্ৰতি প্ৰেম সৰুৰে পৰাই। সুন্দৰ অভিনয়😍
@himanshuentertainment8598
@himanshuentertainment8598 Жыл бұрын
Jai Champak Sharma sir 😍dergaon r pora bohut morom
@binoyborah28
@binoyborah28 Жыл бұрын
Bohut dhunia lagil dai xundor👍👍
@ritunjoycreations4252
@ritunjoycreations4252 2 жыл бұрын
Hundor akhng natok upobhuk korilu,,Val lagil champak da😍🥰❤️
@SikhamoniSaikia-yb3nq
@SikhamoniSaikia-yb3nq 6 ай бұрын
ইমান বেছি ধুনীয়া লাগিল ভাষা নাই । এনেকুৱাকৈ নাটক আৰু উপহাৰ দি থাকিব দেই ।
@kalakarband5103
@kalakarband5103 2 жыл бұрын
অতি সুন্দৰ প্ৰদৰ্শন অতি সুন্দৰ অভিনয় চকু পানী ওলায় গ'ল❤️🙏
@dhrubafilms5576
@dhrubafilms5576 2 жыл бұрын
Mojja dada tq so much saboloi bohut akha asile...❤️❤️❤️🔥🔥🔥🔥
@gitarthadas709
@gitarthadas709 2 жыл бұрын
ভাল লাগিল দানৱ নাট খন উপভোগ কৰি। মহাকাল নাট খন উপভোগ কৰিবলৈ আশাৰে ৰৈ আছো।
@SanjibKrNath
@SanjibKrNath 2 жыл бұрын
Bohot Dhunia hoise, mur falor pora Moni baa Thanks abhinoy 👌
@nilutpolborah2858
@nilutpolborah2858 2 жыл бұрын
বহুতো দিনৰ পাছত ভাল নাটক এখন চালো,দাদা‌ আপোনাৰ অভিনয় সচাই অতুলনীয়, আপোনাক এবাৰ ওচৰৰ পৰা লগ পোৱা হয়।
@pranjaldas1583
@pranjaldas1583 2 жыл бұрын
--------
@parthaborah2984
@parthaborah2984 2 жыл бұрын
বহুত ভাল লাগিল.......বিশেষকৈ "ভাগি গ'ল চিঙি গ'ল" গীতটো🥰🥰🥰
@Vaity6515
@Vaity6515 2 жыл бұрын
আপোনালোকৰ দৰে মানুহৰ বাবেই আমাৰ অসমীয়া সংস্কৃতি সদায় চহকী। মহাকালৰ অপেক্ষাত আছো……
@archanasaraniya2707
@archanasaraniya2707 2 жыл бұрын
1
@archanasaraniya2707
@archanasaraniya2707 2 жыл бұрын
a
@Vaity6515
@Vaity6515 2 жыл бұрын
@@archanasaraniya2707 mane
@birendas1163
@birendas1163 10 ай бұрын
​gtt
@sanjivhazarika5063
@sanjivhazarika5063 2 жыл бұрын
বহুত ভাল লাগিল । আপোনাৰ অভিনয়ে আমাৰ মন চুই গৈছে। সছাকে বহুত বহুত ভাল লাগিল । এতিয়া মই মহাকাল নাটক খনৰ অপেক্ষাত আছো ।বেয়া নাপায় যদি অতি সোনকালে মহাকাল নাটকখন দিৱ বুলি আশা কৰিলো।
@bikipathak1431
@bikipathak1431 2 жыл бұрын
বহুত ভাল হৈছিল নাটক খন। তিনিবাৰ চাইছিলো। দাদা 'মহাকাল' খন দিব এইবাৰ পাৰিলে।
@podmaragborboruah8873
@podmaragborboruah8873 2 жыл бұрын
আপোনাৰ দ্বাৰা অভিনিত সকলো বোৰ নাটকেই চাইছো যি সমূহ u tube t আপল'ড কৰিছে বহুত ভাল লাগে ।আপোনাৰ অভিনিত, পৰিচালিত জাৰজ আৰু মন তই নাকান্দিবি নাটক দুখন বহুত বহুত ভাল লাগে, কেইবাবাৰো চাইছো, আহি থকা সময়ত আৰু এনে নাটক উপভোগ কৰিবৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছো ।
@manashidas9044
@manashidas9044 2 жыл бұрын
Bohut bohut vl lgil
@dekaappudeka5600
@dekaappudeka5600 2 жыл бұрын
আপোনাৰ নাটক বোৰৰ পৰাই এটা সামাজিক বাৰ্তা পাই।সত্যৰ সদায় জয়।
@dhamakamusical6439
@dhamakamusical6439 Жыл бұрын
Moza lagil sai ❤️❤️❤️
@jahnabineog7990
@jahnabineog7990 2 жыл бұрын
Birat hundor natok acting hokolure val lagil
@biswadeepbora659
@biswadeepbora659 2 жыл бұрын
অন্তৰৰ পৰা কৈছো ভাল নাটক এখন চালো৷চকুপানী ওলাই গ’ল৷
@PallabiNath-munu
@PallabiNath-munu 8 ай бұрын
Bohut vall lagile sai sokur pani rokhabo nuwarilu garu tu ti ti gol😢😢😢❤❤❤
@জীৱনসংগ্ৰাম-খ৯ভ
@জীৱনসংগ্ৰাম-খ৯ভ 2 жыл бұрын
Moja dada vogabane aponak xasai vle rakhxok . Jte porag dar dre ketiyao nohoi..
@Dimparju
@Dimparju 2 жыл бұрын
ভাল লাগিল। আপোনাৰ অভিনয়ত বাস্তৱ বিচাৰি পাওঁ। মানুহৰ জীৱনৰ সমস্যাবোৰো যদি এনেদৰেই সমাধান হ'লহেঁতেন!!!!!!
@rahulnath3424
@rahulnath3424 2 жыл бұрын
হৃদয়স্পৰ্শী।।❤️❤️ ক'বলৈ ভাষা নাই ।।🥺💔
@digantadas1883
@digantadas1883 2 жыл бұрын
Altimate acting sharma, da , xosay bohut bhal lagil say
@birajnandan237
@birajnandan237 12 күн бұрын
1st bar abhinoy korilu ae khon theateror joriyote. Khub bhal ata script dada❤❤
@dipuhandique7214
@dipuhandique7214 2 жыл бұрын
আশা পূৰ হল দাদা।😘😘
@ritombora687
@ritombora687 2 жыл бұрын
ভাল লাগিছে নাটক খন‌ চাই 👌👌
@manojpatir7279
@manojpatir7279 2 жыл бұрын
বহুত ভাল লাগিল এই টিয়েঠাৰ খন চাই মোৰ চকুৰ পানী ওলাই গল কাহিনী টো চাই 😥😥😥😥
@JaduNath-g3d
@JaduNath-g3d 3 ай бұрын
Bohut val lagile ❤
@jonsangeetcreator
@jonsangeetcreator Жыл бұрын
নাটকখন চাই চকুপানী ওলাই গল, কবলৈ ভাষা নাই কাহিনী, সংলাপ,অভিনয় খুউব সুন্দৰ হৈছে ।। ❤
@ripunjoyofficial4286
@ripunjoyofficial4286 2 жыл бұрын
বহুত সুন্দৰ হৈছে ❤❤🤗
@Ankurbaruah7054
@Ankurbaruah7054 2 жыл бұрын
Ako belag akhan saba pam buli akha thakil dada❤️
@budhinborahbb2661
@budhinborahbb2661 9 ай бұрын
অঞ্জলী চেত্ৰী বাইদেউৰ অভিনয় বর ভাল লাগে | বাকী কেইজনৰো বহুত সুন্দৰ অভিনয় হৈছে | চম্পক শৰ্মা ডাঙৰীয়াৰ অভিনয়টো প্রসংশা কৰি শেষ কৰিব নোৱাৰি বাৰু |
@charusmitadeka7597
@charusmitadeka7597 2 жыл бұрын
ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰিয় অভিনেতাজন।।🎉🎉🎉🎉🙏🙏🙏🙏
@digantasarma7133
@digantasarma7133 3 ай бұрын
Mridul da r theatr naahe naaton you tube t..Champak Da aaru Mridul Da a bosai aase Aamar purona iitehak..❤❤❤
@nabajitzgkalita7403
@nabajitzgkalita7403 2 жыл бұрын
দাদা আপোনাৰ অভিনয় বহুত ভাল লাগে আপুনি কৰা অভিনয় বোৰ অভিনয় নহয় যেন বাস্তব যেন লাগে আপুনি মহান 🙏🙏🙏🙏
@khanindranath1869
@khanindranath1869 2 жыл бұрын
Mojah natok khan diya babe
@sangeetasaikia8687
@sangeetasaikia8687 2 жыл бұрын
অনবদ্য অভিনয় , বৰ ভাল লাগিল নাটক খন ।কিন্তু আগৰ কেইখনতকৈ এইখনৰ sound ৰ এদিটিং খিনি অলপ বেয়া পালোঁ । back ground ৰ music খিনিৰ শব্দ বেছি আহিছে । যিয়েই নহওঁক নাটকৰ কাহিনী , অভিনয় ধুনীয়া । আপোনাৰ কথা বেলেগকৈ নকওঁ , কাৰণ বাঘ সদায় বাঘেই । পৰৱৰ্তী খনলৈ অপেক্ষা কৰিলোঁ চম্পকদা , বিশেষকৈ মহাকাল খনলৈ । এইখনৰ বাবে ধন্যবাদ
@krideepmalakar7581
@krideepmalakar7581 2 жыл бұрын
Beiman khen lage.. Dada.. Mr favorite aikhn
@birinchisaikia5782
@birinchisaikia5782 11 ай бұрын
বহু দিনৰ পাছত এখন ভাল নাটক চালো ধন্যবাদ চম্পা দা
@pilingadeka
@pilingadeka 2 жыл бұрын
সুন্দৰ val lagil moja lagil boria
@mrigankasahariaentertraint4930
@mrigankasahariaentertraint4930 2 жыл бұрын
Bhut ভাল লাগিছে bhut দুখ লগা কাহিনী
@debasishborah4510
@debasishborah4510 2 жыл бұрын
Champak da apunalukor nisina manuh ase karoneai axomiar aai aostito jiai ase Hososro pronam apunaluk hodotiloi Jai aai Axom
@Samirentertaintment
@Samirentertaintment 2 жыл бұрын
দানৱ নাটকখন চাই বৰ ভাল লাগিল ।কান্দিলো,হাঁহিলো আৰু দানৱ কোন সেয়াও বুজিলো। মহাকাল নাটকখন চাবলৈ বৰ আশা আছে দাদা।অতি সোণকালে দিব বুলি আশাৰাখিছো। জয় চম্পক দা,জয় ভ্ৰাম্যমান নাট্যজগত🙏❤️
@gaurav__5653
@gaurav__5653 2 жыл бұрын
Emn dukh lagil sai 😭Champak sir apunar natok moi xurur pora saisu.. Kin2 edin holeu apunak log krim a❤️✨🙏🏻
@ArjunNeog-fk7cd
@ArjunNeog-fk7cd Жыл бұрын
Bohut bhut val lagil....
@nilkamalthakuria2214
@nilkamalthakuria2214 Жыл бұрын
Mojaa lagil ❤
@KRworld108
@KRworld108 2 жыл бұрын
Val lagil dada aru next dibo akhon
@gitanjalilgogoi2439
@gitanjalilgogoi2439 2 жыл бұрын
অতি সুন্দৰ 🤗🤗🤗🤗🤗
@pranabjyotihazarika7145
@pranabjyotihazarika7145 2 жыл бұрын
ভাল লাগিল দেই
@hemantadas552
@hemantadas552 Жыл бұрын
Dada apunar ntk bilak upload krib sun.... Sai bht vl lge..... Ntk mor favourite hoi...
@pbassamharibhanga7491
@pbassamharibhanga7491 2 жыл бұрын
সুন্দৰ । বহুদিনৰ মুৰত অঞ্জলি চেত্ৰী বাইদেউৰ অভিনয় চাই ভাল লাগিল ।
@bikashsvlogs861
@bikashsvlogs861 2 жыл бұрын
🥰🥰🥀🥀🥀👍👍👍 dhunia 🥰🥀
@digantadeka1993
@digantadeka1993 2 жыл бұрын
sir mojja lagil chai🙏🙏🙏🙏🙏🙏
@abhisekgarh6343
@abhisekgarh6343 2 жыл бұрын
Nise
@জোনাকঔপ্ৰতিষ্ঠান
@জোনাকঔপ্ৰতিষ্ঠান 2 жыл бұрын
বহুত বহুত ভাল লাগিল
@nilamonichetia686
@nilamonichetia686 2 жыл бұрын
Bohut bohut vall lagil saiiiiiii
@bhaskarjthakuria5538
@bhaskarjthakuria5538 2 жыл бұрын
বহুত ভাল লাগিল !!জবাব নাটক খন দিব চোন দাদা
@mkmusical1384
@mkmusical1384 2 жыл бұрын
Background male singer jonor voice tu bor dhuniya💐💐💐
@spdcreation3455
@spdcreation3455 Жыл бұрын
bhut dhuniaa
@kamalhaloikamal9567
@kamalhaloikamal9567 2 жыл бұрын
ধুনীয়া
@chayanikabaishya3153
@chayanikabaishya3153 Жыл бұрын
ছাৰ বাদশ্বাহ আৰু বেইমানখন দিব চোন আপলোদ। দুয়োখনে চাইছো ভাগ্যদেৱীৰ মঞ্চত।আকৌ চাবলৈ হেঁপাহ আছে।আপোনাৰ নাটকৰ প্ৰতি এক বিশেষ দুৰ্বলতা আছে।
@dhirenrajofficeal258
@dhirenrajofficeal258 2 жыл бұрын
সঁচাকৈ আকৰ্ষণীয় অভিনয়
@bidyutbikashvlogs7029
@bidyutbikashvlogs7029 Жыл бұрын
Sir apunar avinoy sai bahut val pao.
@kulageepdeka6411
@kulageepdeka6411 2 жыл бұрын
নাটক খন চাই ভাল লাগিল
@dulovkonwar7965
@dulovkonwar7965 2 жыл бұрын
A mojaa
@knightkingdomyt1747
@knightkingdomyt1747 2 жыл бұрын
My hero is also Champak Sharma💜❤️💜
@pranabdramaofficial1339
@pranabdramaofficial1339 2 жыл бұрын
Mojjjaaa lagil Sai
@lxlakshmon6467
@lxlakshmon6467 2 жыл бұрын
_Mjhaaaa_❤❤❤❤❤
@dipankardas2084
@dipankardas2084 Жыл бұрын
অতি সুন্দৰ নাটক
@prajnansuryabaruah8868
@prajnansuryabaruah8868 2 жыл бұрын
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অভিনেতা জন😍
@bishaldas3964
@bishaldas3964 2 жыл бұрын
Champak da apunar acting🔥🔥🔥🔥
@gautambora403
@gautambora403 7 ай бұрын
বহুত ভাল লাগিল।।।
@utpolborah9514
@utpolborah9514 2 жыл бұрын
Dhuniya lagila
@anillekharu-ii8hj
@anillekharu-ii8hj Жыл бұрын
Very heart touching😢😢
@prokhenbora9318
@prokhenbora9318 2 жыл бұрын
Val lagil aru saboly Pam buli akha karilu
@arunboruah218
@arunboruah218 2 жыл бұрын
Veary veary good derma
@rubihazarika57
@rubihazarika57 2 жыл бұрын
Very good Sham..... 😘😘Lora hole anekuwa hob lage 👍
@mukutbaruah3573
@mukutbaruah3573 2 жыл бұрын
Hundor dada NXT aru akhon dibo hnkle
@mszgvlogs8276
@mszgvlogs8276 2 жыл бұрын
বহুত বেছি ভাল লাগিল চাই ❤❤😍😍
@nilavtalukdar9960
@nilavtalukdar9960 2 жыл бұрын
চালাম জনাইছো আপোনাৰ নাটকবোৰক।
@hiteshdas2969
@hiteshdas2969 2 жыл бұрын
সুন্দৰ
@যোৰহাটসন্মিলিতশিল্পীসমাজযোৰহাট
@যোৰহাটসন্মিলিতশিল্পীসমাজযোৰহাট 2 жыл бұрын
আপোনাৰ নাটক বহুত ভাল পাওঁ দাদা
@KanakDas-ru4bo
@KanakDas-ru4bo 11 ай бұрын
Moja bhut val lagasa
@sobigogoisobigogoi
@sobigogoisobigogoi 5 ай бұрын
Chompak dadar abhinoy atuloniy ❤❤❤❤❤
@drstdhruba1837
@drstdhruba1837 2 жыл бұрын
Vl lgil❤
@ParijatGogoiDeha12
@ParijatGogoiDeha12 4 ай бұрын
মহাকাল আৰু বাদশ্বাহ নাটক দুখন লাগে
@nabakumardas4645
@nabakumardas4645 2 жыл бұрын
আটাইকেইটাৰে সুন্দৰ অভিনয়৷
@dhirajbaruah1905
@dhirajbaruah1905 2 жыл бұрын
Dada akdom 🔥🔥🔥
AGNI KANYA | FULL DRAMA | AWAHAN THEATRE 2022-23 |  PRASTUTI PORASOR
1:53:57
Prostuti Porasor
Рет қаралды 1,1 МЛН
Amazing remote control#devil  #lilith #funny #shorts
00:30
Devil Lilith
Рет қаралды 16 МЛН
Walking on LEGO Be Like... #shorts #mingweirocks
00:41
mingweirocks
Рет қаралды 8 МЛН
BISHNU PRIYA... KAHINOOR THEATRE 2022_2023
1:45:45
Kahinoor Theatre
Рет қаралды 186 М.
#itihashthiatar#viralvideo #assam #
3:54
YouTuber Dhan
Рет қаралды 4,4 М.
JAROJ RETURNS PART 1 || CHAMPAK SARMAH || RAJMUKUT THEATRE
1:00:13
Champak Sharma
Рет қаралды 626 М.
তুলা আৰু তেজা Tula aru Teja
1:05:15
Ne TIME INDIA
Рет қаралды 12 МЛН
Amazing remote control#devil  #lilith #funny #shorts
00:30
Devil Lilith
Рет қаралды 16 МЛН