The energy in you is really appreciated. Ami xorur prai dekhi ahisu . kiman kosto sesta aru pratibha re ekhon natok apuni emn dhunuya kore. Keep it up bring it farther 👍☺️🙏🙏
@gyandeepnath3600 Жыл бұрын
আজিলৈকে যিমান নাটক চালোঁ গোটেইবোৰৰ ভিতৰত এই নাটকখন মনৰ মাজৰ এটা কোণত সদায় থাকি যাব ❤ ইমান শক্তিশালী সংলাপ , ইমান ধুনীয়া অভিনয় ❤
@bhabanandakalita7615 Жыл бұрын
অতি প্ৰিয় অভিনেত্ৰী গৰাকী 🥰🥰🥰🤗🤗🤗🤗
@RaktimaBorah-vo8vx Жыл бұрын
Bohut xundor bohut vl lagil postuti baa tumr ovinoi Sai thakile Sai thakibo mn Jai 🥰🥰
@Dhritisman3479 Жыл бұрын
Bhaswati Bezbaruah ❤❤❤👌🏻👌🏻👌🏻👌🏻❤ইমান ধুনিয়া হৈছে
@abhinabbarman Жыл бұрын
এই বছৰৰ শ্ৰেষ্ঠ নাটক "অগ্নিকন্যা"। ❤❤ইমান strong সংলাপ। মনৰ এটা কোণত সদায়ৰ বাবে ৰৈ যাব। প্ৰস্তুতি বায়ে প্ৰত্যেক বছৰে এনেকৈ আমাক এখন ব্যতিক্রমী সোৱাদৰ নাটক দিয়ে বিশেষ কৈ first night ৰ দিনা। ভৱিষ্যতেও আশা থাকিলে বা । 🔥🔥
@himakshidaskalita2572 Жыл бұрын
Bht dhunia lgse baa ...❤❤❤❤
@kandarpanath1533 Жыл бұрын
এই বছৰৰ এখন অনন্য নাটক। ধন্যবাদ আৱাহন থিয়েটাৰৰ টিমটো লৈ।
@pahihazarika3554 Жыл бұрын
বৰ আশাৰে ৰৈ আছিলো। আজিহে শান্তি লাগিছে😍
@jagadish9599 Жыл бұрын
বহুত অপেক্ষাৰে ৰৈ আছিলো। এখন সময়োপযোগী নাটক।
@arpansvlogs5930 Жыл бұрын
বৰ্তমান ৰাজনীতি বিদ সকলৰ উপযোগী এটা কাহিনী..ৰাইজৰ মনৰ কথা বোৰ কৰিব নোৱাৰা বোৰ এখন নাটকৰ জৰিয়তে যি বাৰ্তা দিলে সঁচাই ভাল লাগিল...🎉🎉 অভিনয় কথা কি নো কম..? ❤ সদাই ভাল পায় আহিছোঁ..ভালেই থাকক সকলো
@chabindraborah6151 Жыл бұрын
বতমান ৰজনিতি বিধৰ লগত এই কটা আৰু কাহিনী তু মিনিটে ❤ ❤ ❤
@udayan0738 Жыл бұрын
J Fi bokxi ক খুব ভাল লাগে
@bhrigudas78446 ай бұрын
Xundar upasthapan❤❤bor val lagil . God bless you
@im.pranay_ Жыл бұрын
ধন্যবাদ বা, বহুত অপেক্ষাৰে ৰৈ আছিলোঁ এই নাটকখনৰ বাবে ❤
@NikumaniVlogs Жыл бұрын
কবলৈ ভাষা নাই প্ৰস্তুতি বাৰ বিষয়ে।।WAITING FOR MOI NATAK KORA SUWALI , LAVITA AND RANANGGINI RADHA. ♥️
@bishalbivaanlaskar8433 Жыл бұрын
Lavita change in hoi ronganini Radha hol
@bedantasvlogs9274 Жыл бұрын
Moko lage
@mausumibasumatari593711 ай бұрын
d((dddddddddddddddddddddddsss
@realkushalmiri7542 Жыл бұрын
সুন্দৰ সুন্দৰ কবলৈ ভাষা বিছাৰী পোৱা নাই.. ❤❤❤
@sgogoi459 Жыл бұрын
এখন ধুনীয়া নাটক 👌👌❤❤ ৰৈ আছিলোঁ। মন প্ৰাণ চুই গৈছে কাহিনীটো। সংলাপ তামাম 🔥🔥 অভিনয় বৰ সুন্দৰ হৈছে সকলোৰে👍👍
Aikhon aibar belsorot saiso dhuniya natok❤ Baki dukhon sowa nai
@priyankasaikia5515 Жыл бұрын
Aibar apunar akhonu natok sabo napalu... Thank you for upload 🙏🤍💖
@dipaphukan61 Жыл бұрын
Kahini ru. Acting -. Outstanding -. 👍
@bimalkhataniar2389 Жыл бұрын
No words to explain prastuti baa....bohut bohut bohut besi val lagise sai ....long live baa...
@debajitkalita5245 Жыл бұрын
বহুত অপেক্ষাৰ অন্ত পৰিল ।
@bikram_Vlog-f3f Жыл бұрын
Thanks for uploading.. eager to see Moi natok kora suwali
@dhirenroy7022 Жыл бұрын
বহুত ভাল লাগিল।শ্ৰেষ্ঠ নাটক।চেঙাত চাইচো
@dhiramonikalita5557 ай бұрын
Dhuniya ❤❤❤
@ShibaSoborOfficial5917 Жыл бұрын
Bohut dhunia lagilo sai eman hundor hoise kobole vakha a nai❤❤❤
@rinkubarman8105 Жыл бұрын
Wait kori asilu..ketiya ahibo buli 🥳 Thank you baa
@debajitmalakar6916 Жыл бұрын
খুব সুন্দৰ নাটক ভাল লাগিল ❤️
@himangshubhai585 Жыл бұрын
বৰ ভাল লাগিল , সময় উপযোগী নাটক, সংলাপ সুন্দৰ, অভিনয় আৰু পৰিচালনা ভাল লাগিছে।
@ridipphukan3088 Жыл бұрын
ক'বলৈ ভাষা নাই। নাটকখনৰ মূল চৰিত্ৰ তথা প্ৰস্তুতি পৰাশ বাইদেউৰ অভিনয় তথা সাৱলীল উপস্থাপন অতি উচ্চ মানদণ্ডৰ। নাটকখনৰ জৰিয়তে আজিৰ সমাজ বিৱস্থা, ৰাজনীতি, দুৰ্নীতি, ভ্ৰষ্টাচাৰ সকলো কথা সুন্দৰকৈ প্ৰতিফলিত হৈছে।
@jyotibhabhattacharyya62969 ай бұрын
অতি সুন্দৰ অভিনয় , বৰ ভাল লাগিল । হেঁপাহ পলুৱা নাই । বহু শুভকামনা বাইদেউ
@manikadeka7165 Жыл бұрын
Ronangini radha r babe wait kri asu.. jldi dba baa❤
@priyarani8544 Жыл бұрын
Bht vl lgil kahini2 sosake jug 2 anekuwa a hoise.......
@dipaphukan61 Жыл бұрын
My favourite actress-. Prostuti Porasor - 💞💞💞💞
@buddyproject8458 Жыл бұрын
Aisss Moza baaa ki km r vakha nih...😢😢😢😍😍💓💓❤
@DimpalSaloiCreation Жыл бұрын
অপূৰ্ব 😘😘❤️❤️❤️💐💐তুলনা নাই 👍👍👍love you ba❤❤
@misingmimagajon7249 Жыл бұрын
Nice sharing
@jyotikaphukan9395 Жыл бұрын
Apuni hodaiye priyo baa❤❤
@Miss_Rimjhim Жыл бұрын
Agnikanya is the best❤Next Moi natok kora suwali please
@momiboruah6977 Жыл бұрын
Natokr kahini aru apunr avinoye antr sui gol..love you❤❤
@AnamikaDutta-b1y Жыл бұрын
ইমান ধুনীয়া কাহিনী... বহুত ভাল লাগিল চাই...
@karabisaikia46010 ай бұрын
🎉🎉🎉
@rumiduarah7953 Жыл бұрын
Wonderful ❤
@kakoirajgarhdihanam15926 ай бұрын
দুৰ্দান্ত অভিনয়❤❤সঁচা কৈ কি সুন্দৰ৷ হেপাঁহ নপলায়৷
@almasabir9611 Жыл бұрын
Bht bht val lagil ba.. aru pare jodi upload kribo .. plz
@dikshitsarmah4538 Жыл бұрын
বৰ সুন্দৰ অভিনয় 👌 আৱাহন থিয়েটাৰৰ জয় যাত্ৰা অখুণ্ণ থাকক