My All time favourite actress. জীবনত এবাৰ হ'লেও লগ পাব খুব মন। কোনো কৃত্ৰিমতা নোহোৱা সহজ সৰল প্ৰস্তুতি বা. She is so down to earth, genuine and humble. Sending u loads of Love 💞
প্রিয় অভিনেত্রী ☺❤❤❤🤗কিমান ভাল পাওঁ ভাষা নাই বুজাবলৈ💓💓💓 ☺😘😘😍
@kangkanofficial9564 Жыл бұрын
প্ৰস্তুতি পৰাশৰ বহুত খোলা মনৰ গৰাকী
@ankurkalita7577 Жыл бұрын
Barsha Rani Bishaya and Prastuti Parashar are my most favourite and also the strongest and bravest Assamese Actress ❤️❤️
@gyandeepnath3600 Жыл бұрын
প্ৰস্তুতি বা আৰু বৰ্ষা বা দুয়োগৰাকীৰেই খুবেই প্ৰিয় । দুয়োগৰাকীয়েই অতুলনীয় । প্ৰস্তুতি বাৰ অভিনয় খুব ভাল পাওঁ । কিন্তু তাতোকৈ বেছি ভাল লাগে তেওঁৰ ব্যক্তিত্ব । প্ৰস্তুতি পৰাশৰ বুলি কʼলে মই আচলতে খুব সন্মান কৰোঁ । তেওঁক আজিলৈকে লগ পোৱাৰ সৌভাগ্য হোৱা নাই । তেওঁৰ লগত অভিনয় কৰিবলৈ খুব মন যায় । যদিও মই অভিনয় আজিলৈকে কʼতো শিকা নাই বা অভিনয়ৰ বিষয়ে বিশেষ একো নাজানো । কিন্তু থিয়েটাৰত অভিনয় কৰিবলে বা নাটক কৰিবলে খুউব হেপাহ । অভিনয় বা নাটক বস্তুটোক মই আচলতে খুব শ্ৰদ্ধা কৰোঁ । ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে কেতিয়াবা অন্ততঃ এবাৰৰ বাবে হʼলেও মোৰ প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি বা ওৰফে চিম্পা বাৰ লগত নাটক কৰিবলে মোৰ সৌভাগ্য হয় । থিয়েটাৰত অভিনয় কৰিবলে আচলতে মোৰ খুবেই হেপাহ । Love you Prastuti (Simpa) baa . Love from mirza ❤️
My all time favourite actress prastuti baa aru barsha baa❤🥰
@bsvlogs5131 Жыл бұрын
Bohut val lagil vdo tu Sai, prastuti ba r moii anuragi, tekhetor ovinoy Sai moii bohut val pao, abahan theatre khn mur bohut favourite... Jua bosoror Moi natok kora suali namor dorkhoni tu e ontor sui gol...Baa k log pua hepah ase abr...najanu ktia log pam...lots of love from Dibrugarh....❤❤
@kankanakalita2113 Жыл бұрын
My favorite actress😍Prastuti baa❤️
@gitanjalidas2569 Жыл бұрын
my all tym fvrt....she is vry pure❤❤😍😍😚😚😚
@GautomBora-n7i10 ай бұрын
Prostuti ba voice2 mur. Bohut Val lage ❤❤
@molinadas9009 Жыл бұрын
Show room Jen lagise bahut dhunia ..val lagise....aaru ghor bilaku Sam dekhaba.. Mandha kata sabole roi aasu . ❤❤❤❤❤❤❤❤❤
@sb9115 Жыл бұрын
my fvrt actress alltime...love u simpa ba
@BobiPhukan Жыл бұрын
Bahut bahut dhuniya lagile 👍🏻💕moi bahut besi Val pau 👍🏻💕 Manda kataloi jaboloi bahut mon ase
@pallabgogoi4722 Жыл бұрын
Prastuti baa video tu sai bohut bohut bhal lagil dei apuni aru aguwai jauk tare kamona korisu❤️❤️❤️
@NortheastExplorerRH9 ай бұрын
আপোনাৰ জৰিয়তে প্ৰস্তুতি পৰাশৰ বাইদেউৰ সুন্দৰ ঘৰখন দেখা পায় বৰ ভাল লাগিল 🙏👌❤️❤️❤️❤️❤️❤️
@maramidas4930 Жыл бұрын
My favourite prastuti baa😍😘
@Tuktuk714 Жыл бұрын
All time favourite actress ❤️❤️
@Ramensonowl-vu8yj Жыл бұрын
My favorite actress❤prastuti baa❤
@advika...860310 ай бұрын
তেখেতৰ অভিনয় চাই ভাল লাগে আৰু বৰ মৰম লাগ।
@podmomoran6607 Жыл бұрын
Assamese actress aigoraki baa ase jar abhinoy sale soku Pani ulai jai , 💕 joymoti theater khon sabole nuwarilu imn kandilu ❤️ love from tinsukia ❤️
@Dhemajirsampriti Жыл бұрын
One of my most favourite actress in Assamese Film Industry ❤
@Pallavi.206 Жыл бұрын
Prastuti baa r kotha bur xosai bohut vl lage❤
@RimaLahanBaro10 ай бұрын
আপোনাৰ কথা বোৰ একেবাৰে চিধাচিধি, ধন্যবাদ।
@pujasaikia5835 Жыл бұрын
বা প্ৰিয় মোৰ ❤️❤️😘😘
@BandanaKalita-j4w Жыл бұрын
Bindas baa joni...seibbe bhut besi priyo....👑♥️
@sumideka1250 Жыл бұрын
Love you prashtuti baa❤❤❤❤
@maryyv807210 ай бұрын
Being frank she is the realistic one, i love it hehe❤