ৰহস্য চৰাইদেউ মৈদাম ৰ - history o charaideo Maidam - Dimpu Baruah

  Рет қаралды 1,114,025

Dimpu Baruah

Dimpu Baruah

Күн бұрын

dada's channel link
/ @nobinburagohainhistor...

Пікірлер: 1 900
@goldenassam6752
@goldenassam6752 3 жыл бұрын
মোগলে অসমক ১৭বাৰ আক্ৰমণ কৰিছিল , তথাপি অসমখন দখল কৰিব নোৱাৰিলে। কোটি কোটি প্ৰণাম জনালোঁ সেইসকল বীৰ সৈনিক, ৰজা-পজাক,🙏🙏🙏
@abuhanifamx1493
@abuhanifamx1493 3 жыл бұрын
Golden
@lilbabes1591
@lilbabes1591 3 жыл бұрын
Wow dimpu dai pin korise apunak🔥
@dipakkalita7530
@dipakkalita7530 3 жыл бұрын
Apuni xosakoie asamak vl Pai neki
@sapunvlogs2516
@sapunvlogs2516 3 жыл бұрын
আপুনি মূখেৰে মেইদাম বুলি কৈ আছে, শুদ্ধ অসমীয়া কব, লিখিছে শুদ্ধকে কিন্তু মুখেৰে উচ্চাৰণ ভূল কে কৈছে... মেইদাম নহয় মৈদাম...
@rabhasankar86gmail
@rabhasankar86gmail 3 жыл бұрын
Ummm
@Smriti_rani_lucifer
@Smriti_rani_lucifer 3 жыл бұрын
*ধন্যবাদ দিম্পুদা মৈদামবোৰ অসমৰ (নেদেখা) ৰাইজক দেখোৱাৰ বাবে🙏 নবিন দাৰ বাবে ১ লাইকা*
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏
@Xopun_96
@Xopun_96 3 жыл бұрын
@@MisterDipon 😂😂😂
@satyajitcharingiaphukan5975
@satyajitcharingiaphukan5975 3 жыл бұрын
মে-ডাম নহয়, ভুলকৈ আপোনাৰ গাইডজনে কৈছে, মে শব্দই শিৰ, বা শৰীৰ নুবুজাই ।। ।। আৰু টাই আহোম ভাষাৰ শব্দটোৰ অসমীয়া অৰ্থ ভুলকৈ কোৱা হৈছে ।। মৈ-ডাম্ হ’ব লাগে ।। টাই ভাষাত যুৰীয়া শব্দ অৰ্থাৎ দুটা একক শব্দৰ অৰ্থ যোগ হৈ এক অৰ্থ প্ৰকাশ কৰে ।। মৈ- শব্দই পবিত্ৰা বুজাইছে আৰু ডাম - শব্দই মৃতক বুজাইজে অৰ্থাৎ মৃতকৰ পবিত্ৰ স্থান ।। কাৰণ টাই আহোম সকলৰ নিজস্ব ধৰ্মীয় আদৰ্শ মতে পুন:জন্মত বিশ্বাস নকৰে । মানুহ মৰিলে সেয়ে "ডাম" হয় , আৰু ডাম সকলক স্মৰণ বা সেৱা কৰিলে দেশ, জাতি, সমাজ পৰিয়াল কুশলে থাকে বুলি বিশ্বাস কৰে ।।।
@sahid-407
@sahid-407 3 жыл бұрын
Thanksss kotha khini bujai diya babe
@satyajitcharingiaphukan5975
@satyajitcharingiaphukan5975 3 жыл бұрын
@@sahid-407 ধন্যবাদ ।
@gautamdutta8301
@gautamdutta8301 3 жыл бұрын
Tq
@assameduation8to12standard9
@assameduation8to12standard9 2 жыл бұрын
Right
@goutomgogoi393
@goutomgogoi393 2 жыл бұрын
Right
@goldenassam6752
@goldenassam6752 3 жыл бұрын
এনেকৈ অসমৰ ইতিহাস প্ৰসিদ্ধ ঠাই সমূহ তুমি দেখুওৱাই যোৱা ।❤️👍🙏
@Dipankarmedhi877
@Dipankarmedhi877 3 жыл бұрын
@nakiburrahman147
@nakiburrahman147 3 жыл бұрын
Ooooooo
@nostergamer156
@nostergamer156 3 жыл бұрын
Hey you
@ritadevi4456
@ritadevi4456 3 жыл бұрын
@@Dipankarmedhi877 wwe
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏
@জিতুনমশূ্দ্ৰ
@জিতুনমশূ্দ্ৰ 3 жыл бұрын
দিম্পু দা তুমি ইমান কম বয়ষৰ ভিতৰত মানুহক ইমান যে বহু জানিব লগা কথা শিকাইছা বা দেখুৱাইছা বহুত ধন্যবাদ. আৰু আগলৈ বহুত কিবা দেখা পাম বুলি আশা থাকিল.
@jyotiprakashsarma4333
@jyotiprakashsarma4333 3 жыл бұрын
সুন্দৰ কথা জানিব পাৰিললো।ভাল লাগিল। ধন্যবাদ। 🙏
@rhanchhetri214
@rhanchhetri214 3 жыл бұрын
Tq so mch dimpu da ..bht nojona kotha janibo parilu Vl lgil👍
@mrrobiulbarbhuiya7869
@mrrobiulbarbhuiya7869 3 жыл бұрын
২০১৬ চনত এই ঠাইখনত মই গৈছিলো।।।। আকৌ এবাৰ মনত পৰিল মৰমৰ ঠাইখন।।।😊😊 Thank u Dimpu da.... Love from Silchar....💖
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏
@5307pearl
@5307pearl 3 жыл бұрын
ভাস্কৰ আৰু দিম্পু - দুয়োৰে দ্বাৰা নিৰ্মিত ভিডিঅ' ক্ৰমে "চৰাইদেওৰ ৰহস্য ফাদিল" আৰু "ভিতৰত আছে ৰজাৰ মৃতদেহ" চালো। ভিডিঅ'দুটা নিৰ্মাণত শ্ৰীযুত নবীন বুঢ়াগোহাঁই দেৱে তেওঁলোক দুজনক যথেষ্ঠ সহায় কৰিছে। এটা ছুটি ভিডিঅ'ৰ মাধ‍্যমেৰে চৰাইদেউ মৈদামৰ বিস্তৃত বুৰঞ্জী মানুহৰ মাজলৈ লৈ যোৱাটো এটা অতি কষ্টকৰ কাম।আৰু তেওঁলোক দুজনে এনে এটা প্ৰচেষ্টা হাতত লোৱা বাবে নিশ্চিত ভাৱে প্ৰশংসনীয়। (চৰাইদেউ মৈদামৰ ওপৰত এখন তথ্য চিত্ৰ বনোৱাৰ চিন্তা কৰিবলৈ দুয়োকে অনুৰোধ জনালোঁ)। "আৱাহন"-- ৯ম বছৰ, ৮ম সংখ্যাত প্ৰকাশিত ভুৱন চন্দ্ৰ সন্দিকৈ দেৱৰ "চৰাইদেউ" নামৰ প্ৰৱন্ধটো তলত উল্লেখ কৰা হৈছে। ভিডিঅ'টো চোৱাৰ লগতে এই কথাখিনি পঢ়িলে সকলো উপকৃত হ'ব বুলি আশা কৰিলোঁ। স্বর্গদেৱ আৰু তেওঁৰ পৰিয়ালৰ লােকসকলৰ প্ৰায়বিলাক মৈদামেই আহােম সাম্রাজ্যৰ প্রথম স্থায়ী ৰাজধানী চৰাইদেওত আছে। “মৈদামবিলাক চৰাইদেও পাহাৰৰ নামনিৰ পৰা শাৰী শাৰী পাতি দিয়া আছে। একোটা শাৰী তিনি চাৰি মাইলৰো বেছি ঠাই জুৰি আছে। তাৰ পাছতে আকৌ অন্য এশাৰী। প্রত্যেক শাৰীত কিমানকৈ মৈদাম আছে ঠিককৈ ক'ব নােৱাৰি। অনুমান এশ ছকুৰিমানকৈ শাৰীয়ে প্রতি আছে। তাৰ উপৰিও চৰাইদেও পাহাৰ পাৰ হৈ তিৰু পথাৰত ভালেমান মৈদাম আছে বুলি মানুহে কয়। কিছুমান মৈদাম দুপুৰা তিনি পুৰা মাটি জুৰি আছে। ওখই এতিয়া কিছুমান মৈদাম দুই তিনি জোপা কাকিনী তামােলৰ সমান হ'ব। আগতে মৈদামবিলাক যে কিমান ওখ আৰু বহল আছিল, ইয়াৰপৰাই অনুমান কৰিব পাৰি। ডাঙৰ ডাঙৰ মৈদামৰ মাজে মাজে কিছুমান সৰু সৰু মৈদাম দেখিবলৈ পােৱা যায়।” মৈদামবিলাক আগৰ দবে থাকিবলৈ হােৱা হলে সঁচাকৈয়ে ইজিপ্টৰ পিৰামিডবিলাকৰ দৰে পৃথিৱীৰ ভিতৰত আচৰিত বস্ত্ত হ'লহেতেন। নৈসর্গিক ঘটনাত মৈদামবিলাক চাপৰ হোৱাটো স্বাভাবিক। কিন্তু তাৰ উপৰি অর্থলােভী মানুহে মৈদাম খান্দি টকা বিচাৰোতে প্রায় সকলােবিলাক মৈদাম খহে। কিন্তু এই সকলােবিলাকতকৈ অসম কোম্পানীৰ চাহ খেতিয়কসকলে মৈদাম খান্দি, ভাঙি সমান কৰি তাৰ ওপৰত চাহ বাগিচা খােলে। “আহােম ৰজাৰ শেষ অৱস্থাত স্বৰ্গদেউ পুৰন্দৰ সিংহৰ দিনত টকা-কড়িৰ অনাটন হােৱাত ভালেমান মানুহে ৰাজ আদেশত মৈদাম খান্দে। আগতে মৈদামবিলাক ৰাখিবৰ কাৰণে আৰু চাফ-চিকুণকৈ ৰাখিবৰ কাৰণে ৰখীয়া ৰখোৱা নিয়ম আছিল। বিষয়াসকলে সেইবিলাকৰ তত্ত্বাৱধান লয়। মীৰজুমলাই যেতিয়া বৰজনা গোঁহাই, লাচিত গোঁহাই আৰু লালুক গৌাঁহাইৰ মৈদাম খান্দি অনেক টকা কড়ি লাভ কৰি শেষত ৰজাসকলৰ অস্থি পর্যন্ত নিলে, তেতিয়া স্বৰ্গদেৱ জয়ধ্বজ সিংহই খেদ কৰি এইদৰে কৈছিল - “বুপা-পুথাও পুলিনৰ হাড়কো ৰাখিব নােৱাৰিলো।” তেতিয়া অসমীয়া প্রজাৰ মনত বৰ আঘাত লাগি, মৰ সাহ দি মুছলমানক ৰণত জলা কলা কৰিছিল।" "সেই সময়ত অপাৰ ধন-সোন, অলংকাৰ, বাচন-বৰ্তন মৈদাম খান্দি অনা হৈছিল। তাতােকৈ আগেয়ে মুছলমানবিলাকেও ধন সােণৰ লােভত ভালেমান মৈদাম খান্দিছিল। Fathiyas Ibriyah বােলা এখন মুছলমান বুৰঞ্জীত মৈদামবিলাকৰ কথা এনেদৰে আছে যে, ৰজাসকলৰ শটোৰ মূৰ পূবফালে, ভৰি পশ্চিমফালে থােৱা হয়, বৃহৎ টান কাঠৰ কোঠালী-ঘৰ কৰে। সেই বুৰঞ্জীৰপৰা এটা আচৰিত কথা শুনিবলৈ পােৱা যায় যে "a lamp with plenty of oil and a torch bearer alive into the vault to look after the lamp." [E. A. Gait] বতাহ নােপােৱা এনে এটা মৈদামত বহুত দিনৰ পৰা জ্বলি থকা চাকি আৰু জীয়াই থকা মানুহৰ কথা শুনিলে আমাৰ মনত ভৌতিক কাণ্ড যেন লাগে। ৰশ্মিবেগ নামৰ এজন মুছলমান সেনাই নবাব মীৰজুমলাৰ আগত এবাৰ এটা এনে কথা কৈছিল যে, কেইবাশ বছৰীয়া মৈদাম এটা খান্দোতে ভালেমান বহুমূলীয়া বস্তু পােৱাৰ লগে লগে এযােৰা কেঁচা তামােল-পাণাে পােৱা গৈছিল। ইয়াে আমাৰ মনত বৰ আচৰিত যেন লাগে। "Ten such vaults were opened by the order of the Nawab and property worth about Rs. 90000 was recovered." মুছলমানে খন্দাৰ পাছত মানৰ দিনতাে কোনাে এটা মৈদাম সম্ভৱতঃ নখন্দাকৈ নৰ'ল। সেই সময়ত মৈদাম খান্দি ধন উপার্জন কৰাটো এটা বৰ ডাঙৰ কাৰবাৰৰ দৰে হৈ উঠিছিল। তাৰ পাছত কোম্পানীৰ তৰফৰ পৰা ধন খন্দা আৰম্ভ হ'ল। আগৰ কালত স্বৰ্গদেৱসকলৰ ডঁৰিত আৰু ভূত-প্রেতৰ ভয়ত মৈদাম নখদাকৈ আছিল। কিন্ত্ত আক্ৰমণকাৰী মুছলমানে যেতিয়া সেই বাট উলিয়াই দিলে, তেতিয়া মানুহৰ মনৰ ভয় গুচিল। মৈদাম খান্দি যে মানুহৰ বিপদ নােহােৱাকৈ আছিল তেনে নহয়। ভালেমান সময়ত মৈদামত সােমাই বাট বন্ধ হৈ, মাটি খহি, বেয়া গেছ বাহিৰ হৈ ভালেমান অর্থলােভী মানুহৰ প্রাণ নাশ হ'ল। কোন মৈদাম কতিয়া কোনে খান্দি কি কি পইছিল তাৰ বিশদ বিৱৰণ ৰায়বাহাদুৰ অধ্যাপক শ্ৰীযুত সূর্যকুমাৰ ভূঞাদেৱৰ "আহােমৰ দিন"ত আৰু Department of Historical and Antiquarian Studies ৰ জৰিয়তে প্রকাশ হােৱা "দেওধাই বুৰঞ্জী"ৰ ১৪৬ পৃঃ পঢ়িলেই পাব। কিন্তু অসম চাহ কোম্পানীয়ে যেনেকৈ ধ্বংস কৰিলে, আনে তেনে কৰা নাই।”
@himakshidas5513
@himakshidas5513 3 жыл бұрын
বহুত বেছি ভাল লাগিল,বুৰঞ্জী বিভাগৰ ছাত্ৰী হিচাপে মই এইখিনি জানিব পাই বহুতেই সুখী,,নিশ্চয় যাম historical tour শিৱসাগৰ nw yr ত,ধন্যবাদ,,
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏
@himakshidas5513
@himakshidas5513 3 жыл бұрын
@@MisterDipon ok ok,
@MisterDipon
@MisterDipon 3 жыл бұрын
@@himakshidas5513 thank you so much dada
@himakshidas5513
@himakshidas5513 3 жыл бұрын
@@MisterDipon দাদা🙄
@MisterDipon
@MisterDipon 3 жыл бұрын
@@himakshidas5513 ohh sorry baa
@chayamdancevideo5229
@chayamdancevideo5229 3 жыл бұрын
Thanks. Dimpu da bohut hundor.
@neucleyaassam357
@neucleyaassam357 3 жыл бұрын
মেদাম নহয় দিম্পু দা মৈদাম হে😊😊 Love from charaideo 💓
@kankanarajbongshi6352
@kankanarajbongshi6352 3 жыл бұрын
moiu kom buli vabiselu ktha tu
@neucleyaassam357
@neucleyaassam357 3 жыл бұрын
ভূল সকলোৰে হয়।সেইটো একো ডাঙৰ কথা নহয়। তথাপিও নিজৰ ঠাইডোখৰ নাম ভুলকৈ ক'লে বেয়া লাগে 😔😔।। সেইবাবে শুধৰাই দিলোঁ।।
@kasturirajbongshi7108
@kasturirajbongshi7108 3 жыл бұрын
Mzza lagil video 2 sai 🥰 bhut njna ktha khikib parilo 😊
@कृष्ण_राधा-व1ष
@कृष्ण_राधा-व1ष 3 жыл бұрын
ভিডিওত থকা কিছুমান কথা জানো বাৰু আজি দুটামান নজনা কথা জানিব পাৰিলো। Love from Sivasagar ❤️
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏
@sumonbora3371
@sumonbora3371 3 жыл бұрын
Mazza
@nonআমিষveg5348
@nonআমিষveg5348 3 жыл бұрын
সুন্দৰ। চাই খুবেই ভাল লাগিলে আৰু কিছুমান নজনা কথাও জানিবলৈ পালোঁ।
@bhaswatideka9697
@bhaswatideka9697 3 жыл бұрын
Beya napai jodi muru video sabo ha abar ❤
@kadamdekakadamdeka1402
@kadamdekakadamdeka1402 3 жыл бұрын
Val lagil porani itihakh dekhoare babe thanks dimpu.
@dbassamboy8219
@dbassamboy8219 3 жыл бұрын
ধন্যবাদ দাদা তুমি আমাক চৰাইদেউৰ মৈদাম ৰৰ বিষয়ে কোৱা বাবা ।
@bijupradhan7388
@bijupradhan7388 3 жыл бұрын
তোমাৰ ভাষাৰ উচ্চাৰণ কিবা আজহুৱা যেন লাগিছে,মাজে মাজে ইংৰাজী শব্দ ব্যৱহাৰ কৰিছা,অসমীয়া শব্দ ব্যৱহাৰ কৰিলে সাধাৰন মানুহেও বুজি পাব,ভাল লাগিল আহোম ৰাজত্বৰ কীৰ্তি চিহ্ন বিলাক দেখুৱাৰ ও পৰিচয় কৰি দিয়াৰ বাবে,ধন্যবাদ| "হাই দোস্তোৰ"সলনি মৰমৰ বন্ধুসকল বুলি সম্বোধন কৰিব নোৱাৰিনে?
@ami_tuhin6472
@ami_tuhin6472 3 жыл бұрын
Love from West Bangal
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏
@logicmama4686
@logicmama4686 2 жыл бұрын
@@MisterDipon nokoru moi😅
@__mr_.blacky.1316
@__mr_.blacky.1316 3 жыл бұрын
xosakoi video tu bhut bhut vl topict bonaise thank you
@tanujprotimdutta2263
@tanujprotimdutta2263 3 жыл бұрын
Another version of Egypt based mummy concept. Thank for the video.
@bijoyborgohain5116
@bijoyborgohain5116 3 жыл бұрын
*Thank you dimpu daa video bonuwar karone...bohut nojona kotha janilu*
@rikiborah5499
@rikiborah5499 3 жыл бұрын
𝙃𝙞𝙨𝙩𝙤𝙧𝙮 𝙠𝙣𝙤𝙬𝙡𝙚𝙙𝙜𝙚 𝙠𝙤𝙢 𝙙𝙞𝙢𝙥𝙪 𝙙𝙖𝙧
@rahuldas884
@rahuldas884 3 жыл бұрын
ধন্যবাদ দিম্পু আমাৰ ঠাইলৈ অহাৰ বাবে।
@SilkyTrip
@SilkyTrip 3 жыл бұрын
অসমৰ জনপ্ৰিয় KZbinr Dimpu Da✔️
@binayjit5692
@binayjit5692 3 жыл бұрын
BHAL LAGIL DIMPU...BHU KHINI JANIBO PORA JAI TUMAR AI DHORONOR VIDIO BURAR PURA...THANKS DIMPU.
@phukonpori9695
@phukonpori9695 3 жыл бұрын
আমাৰ ঠাইলৈ আহিছে,😍
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏
@puranjithazrika28
@puranjithazrika28 3 жыл бұрын
Oti hundor Vllll lagile dimpu daaa
@goldenassam6752
@goldenassam6752 3 жыл бұрын
তুমি আমাৰ চৰাইদেউ আহোমৰ ৰজা বা ইতিহাসৰ ভিডিঅ'সমূহ বনোৱা । তেতিয়া আমাৰ সাধাৰণ ৰাইজে বা বিদেশৰ মানুহবোৰে ভাল দৰে বুজিব পাৰিব।
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏
@samundorkoya.officialkoya1847
@samundorkoya.officialkoya1847 3 жыл бұрын
হয়
@simplechinmoy9824
@simplechinmoy9824 3 жыл бұрын
@@MisterDipon Bhai tmi hindit bonua 👍
@MisterDipon
@MisterDipon 3 жыл бұрын
@@simplechinmoy9824 hindi t kunu support nokore dada .... Axomiya t video bonale axom or manhue support koribo
@michealsingh7837
@michealsingh7837 3 жыл бұрын
Dimpu moi tumak bahut bahut dhanybad dilo so vidio bonuwar babe. Aami Asomia Hoi asomr bahut kathaye nejano. Ane video aamak bahut kathaye sikai . Parole Hindi mains English t video banana.
@Maina22065
@Maina22065 3 жыл бұрын
ধন্যবাদ ডিম্পু দা ❤️❤️ আপুনি আমাৰ চৰাইদেউ ‌জিলালে আহি‌ আহোম যুগৰ এই মৈদাম সমূহ ৰাইজৰ আগত ‌উপস্থাপন কৰাৰ বাবে ✨❣️😊😊
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏
@fairic7728
@fairic7728 3 жыл бұрын
কিন্তু দুখৰ বিষয় যে অসমী আইৰ বীৰ সন্তান লাচিত বৰফুকন বা মোগলক পৰাস্ত কৰা আহোম সকলৰ গৌৰৱময় ইতিহাসৰ বিষয়ে আমাৰ বিদ্যালয়ৰ ইতিহাসৰ পাঠ্যক্ৰম সমূহত একো উল্লেখ নাই কিন্তু ভাৰতৰ ধন সম্পত্তি লুট-পাত কৰা আৰু ভাৰতৰ বহুতো কীৰ্তিচিহ্ন ধ্বংস কৰা খিলিজি আৰু মোগলসকলক বীৰ সজায় আমাৰ ল'ৰা ছোৱালীবোৰক শিক্ষা দিয়া হয়
@AHOMLAND
@AHOMLAND 3 жыл бұрын
হয়
@unlimitedfunnyvideo6963
@unlimitedfunnyvideo6963 3 жыл бұрын
moi buji napalu diyok
@karishmagoswami1676
@karishmagoswami1676 3 жыл бұрын
হয়
@manuranjanpanging9495
@manuranjanpanging9495 3 жыл бұрын
Nice video Dimpu Daa
@pujakonwarr
@pujakonwarr 3 жыл бұрын
ভাল লাগিল। বাখৰ বেঙেনা চাই যাবা দিম্পু দা। বকতাত আছে। Ami local manuh aru dei 🤓🤓
@bhabeshnaht7854
@bhabeshnaht7854 3 жыл бұрын
Bahut val lagise videoto aru ktha khini suni❤️❤️❤️❤️❤️
@madhurjyaborah5126
@madhurjyaborah5126 3 жыл бұрын
Love from sapekhati,CHARAIDEO💕💕
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏
@Its_mee_Anamika
@Its_mee_Anamika 3 жыл бұрын
Moja video
@Dm.moran143
@Dm.moran143 Жыл бұрын
Love from moran ❤soraideo district ❤
@armystatus3695
@armystatus3695 3 жыл бұрын
Maja dimpu da
@pranjalhandique1403
@pranjalhandique1403 3 жыл бұрын
Dimpu da মেইদাম নহয় মৈদাম
@monikakoch5860
@monikakoch5860 3 жыл бұрын
Yes
@sabiiikur
@sabiiikur 3 жыл бұрын
@@monikakoch5860 mok subscribe kira
@swagatkashayap2321
@swagatkashayap2321 3 жыл бұрын
Hoi bro correct kora dia Tu bhl
@AHOMLAND
@AHOMLAND 3 жыл бұрын
হয়
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏
@jyotismoyeetonmoyeehazarik6017
@jyotismoyeetonmoyeehazarik6017 3 жыл бұрын
Bhal lagil hakalu video saw dai apuner.
@trinayanborgohain7579
@trinayanborgohain7579 3 жыл бұрын
মোৰ ঘৰ ইয়াতে । আগতে গম পোৱা হ'লে লগ পালো হয়। আকৌ আহিলে জনাব বুলি আশা ৰাখিলোঁ।
@offlinegamingking931
@offlinegamingking931 3 жыл бұрын
Moi gole log korim ,hobone?
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏
@samundorkoya.officialkoya1847
@samundorkoya.officialkoya1847 3 жыл бұрын
হয় ভাল খবৰ।
@trinayanborgohain7579
@trinayanborgohain7579 3 жыл бұрын
@Manisha Ray ok ahiba ..fb t contact kriba... Trinayan Borgoahain
@trinayanborgohain7579
@trinayanborgohain7579 3 жыл бұрын
@@offlinegamingking931 okay
@princysarmah6785
@princysarmah6785 3 жыл бұрын
Agbahi jua dimpu daa .. tmk bht bht dhanyabad..
@ujjaldeka9863
@ujjaldeka9863 3 жыл бұрын
Dipmu dak vl powa keitai laik kora 🔥❣️
@jerinabegum5758
@jerinabegum5758 3 жыл бұрын
Thnk u dimpu da apunar pra bht historyr ktha janibo prilo
@abdulalmamun4819
@abdulalmamun4819 3 жыл бұрын
মিৰ্জুমুল ৰ কবৰ টো আমাৰ S.S. Mankachar জিলাৰ মানকাচৰত আছে আৰু একেখন পাহাৰৰ গাতে লাগি আছে কামাখ্যা দেৱীৰ মন্দিৰৰ । আহক আপুনি এবাৰ আমাৰ মানকাচৰলৈ
@manditadas4580
@manditadas4580 3 жыл бұрын
Video 2 sai bohut besi val lagil 🙏🙏
@munudayan3919
@munudayan3919 3 жыл бұрын
আমাৰ ইয়ালৈ অহাৰ বাবে thanks দিমপু
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏
@hsbali7786
@hsbali7786 3 жыл бұрын
Tumar joriyote bohut nojona kotha janibo parisu ...thnks de
@offlinegamingking931
@offlinegamingking931 3 жыл бұрын
Love from Soraideu - sivasagor
@sudeeptaphukon9406
@sudeeptaphukon9406 3 жыл бұрын
তাৰ মানে আমাৰ ইয়াৰ লৈ আহি গলা । মজা মজা Thank you so much
@anantaaxom2984
@anantaaxom2984 3 жыл бұрын
love from Dhemaji. Happy new year 2021 Dimpu da
@bhriyanshurajbarman637
@bhriyanshurajbarman637 3 жыл бұрын
Thnks dimpu.bhukhini kthai mnt sumuake bujai dila.
@bidyutbora2939
@bidyutbora2939 3 жыл бұрын
গোলাঘাট হৈ আপুনি ঘৰ যাওঁতে দেৰগাঁও r শিৱ মন্দিৰ টো সোমাই যাব এপাক , আমাৰো ভাল লাগিব
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏
@attitudeboy8362
@attitudeboy8362 3 жыл бұрын
ডিমপু দা মিৰজুমালা নামৰ এখন মাজাৰ আছে
@moonmoonmoonborah7753
@moonmoonmoonborah7753 3 жыл бұрын
Val lagise video 👌🙏 dimpu vaite Amar ghra usatatei agoiloike ankoie anekoie video Kori thakiba vogobane tumak Mongol koruk🙏
@raktimsrdutta9304
@raktimsrdutta9304 3 жыл бұрын
Nice brother...our Sivasagar is one of the ancient district in India with lots of beautiful historic monument
@bijuboishya7946
@bijuboishya7946 2 жыл бұрын
Dimpur da ami apunar pora bohut too kotha janibo parisu...moiu you tube dhalibo bisaru. Aru ak mahor vitorot video dhalim sage....aru apunak axa krisu jate apuni anekoi agg bahi jawok....nice dimpur da......ll
@nishitadas7567
@nishitadas7567 3 жыл бұрын
Congratulations dimpu da for 1 million subscribers in dimpu baruah channel
@ashishgogoi406
@ashishgogoi406 3 жыл бұрын
Amar sivsagar khonor kotha j hokoluka dakhuwabo parisa vl lagisa...all the best....dimpu
@nabajyotigogoi6605
@nabajyotigogoi6605 3 жыл бұрын
আহোম 🙏🙏😇হিচাপে গৌৰৱ অনুভৱ কৰো। 🙏
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏
@digambardeka7973
@digambardeka7973 3 жыл бұрын
সুন্দৰ দিম্পু দা
@padumikathar2093
@padumikathar2093 3 жыл бұрын
বহুত ধুনিয়া ভেদিঅ দিমপু | আজিহে গম পালো ভালদৰে |
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏
@nobinborah864
@nobinborah864 3 жыл бұрын
Nicy video tu Sai Val lagile
@rikiborah5499
@rikiborah5499 3 жыл бұрын
পাটকাই পৰ্বতে আহোম সকল অসমলৈ আহিছিল
@artcraftandvlog906
@artcraftandvlog906 3 жыл бұрын
Dimpu তুমি যদি Upper Assam ত আছা তেন্তে এপাক তিতাবৰত আহি যোৱা। ঠেঙ্গাল কছাৰী Autonomous Council এ recently এটা museum opening কৰিছে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ উপস্থিতিত। ঠেঙ্গাল কছাৰী জনগোষ্ঠী অসমৰ এটা সৰু জনগোষ্ঠী। তোমাৰ channel ৰ‌ দ্বাৰা যদি অলপ কিবা কৰিব পাৰা তেন্তে জনগোষ্ঠীৰ লোকসকল উপকৃত হ'ব।
@NLxMacZ
@NLxMacZ 3 жыл бұрын
Normal people : watching video Legends : checking comments 😎
@babiee2006
@babiee2006 3 жыл бұрын
😂😂🤣
@জ্ঞানম-বৰ্ণমশইকীয়া
@জ্ঞানম-বৰ্ণমশইকীয়া 3 жыл бұрын
yes brooo
@জ্ঞানম-বৰ্ণমশইকীয়া
@জ্ঞানম-বৰ্ণমশইকীয়া 3 жыл бұрын
@@babiee2006 😂😂😂😂
@manashhazarika822
@manashhazarika822 3 жыл бұрын
Then i think all are legends
@imzeher7901
@imzeher7901 3 жыл бұрын
Hei2a
@sumandeka2113
@sumandeka2113 3 жыл бұрын
Mojja vidio dimpu da
@moyurirajowar2666
@moyurirajowar2666 3 жыл бұрын
ম‌ই গৈছো কেবাবাৰো মোৰ একেবাৰে ঘৰৰ কাষতেই লাগি আছে দিম্পু দা। হ'লেও ভিদিঅ চাই ভাল লাগিল।
@myself_easin
@myself_easin 3 жыл бұрын
Next level
@akash_xyz6420
@akash_xyz6420 3 жыл бұрын
*Dimpu দা অসমৰ গৌৰৱ । ❤❤*
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏
@MisterDipon
@MisterDipon 3 жыл бұрын
@PUHOR MIXTURE thank you so much 🙏
@MisterDipon
@MisterDipon 3 жыл бұрын
@PUHOR MIXTURE korilu
@bitubaruah1504
@bitubaruah1504 3 жыл бұрын
Buhut val lagil kotha bur jani.
@u.h7910
@u.h7910 3 жыл бұрын
ডিম্পু দাই বহুত কথাই জানে কিন্তু অসমৰ বুৰঞ্জীৰ বিষয়ে…….🙄🧐
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏
@নলবাৰীৰলৰা
@নলবাৰীৰলৰা 3 жыл бұрын
ভাল লাগিছে ভিডিও কেইটা dimpu da
@on2block465
@on2block465 3 жыл бұрын
ধন্যবাদ আমাৰ ইয়াত অহাৰ বাবে😍😍😍
@sabiiikur
@sabiiikur 3 жыл бұрын
Mok subscribekora
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏
@on2block465
@on2block465 3 жыл бұрын
Ok
@pranjit2.019
@pranjit2.019 3 жыл бұрын
ভাল লাগিল
@ganeshgogoiassam2338
@ganeshgogoiassam2338 3 жыл бұрын
আহোম ৰাজধানী হাবুঙৰ এটা ভিডিঅ আশাকৰোঁ।ধন্যবাদ
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏
@ahilislam8024
@ahilislam8024 3 жыл бұрын
Khub bhal
@dilipbarman9923
@dilipbarman9923 3 жыл бұрын
Please respect this place.... Always, Joy Aai Axom... Good job bro.
@upasanasarkar556
@upasanasarkar556 3 жыл бұрын
Bhal lagil dimpu da
@abhigyangoswami1502
@abhigyangoswami1502 3 жыл бұрын
Dimpu da, you are the mouthpiece of assam and assamese people.
@krishandhakal3399
@krishandhakal3399 3 жыл бұрын
বহুত ধন্যবাদ
@priyankupratimborgohain260
@priyankupratimborgohain260 3 жыл бұрын
Proud to be an ''Ahom''😌
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏
@deidara93
@deidara93 3 жыл бұрын
I'm proud to be a tribal st plain
@udbhashnath6073
@udbhashnath6073 3 жыл бұрын
ahom buli nokobo axomiya buli kobo. Ami jati vag vag koru karone aji axomiya r ai dur obosta
@amulyabaruah6314
@amulyabaruah6314 3 жыл бұрын
Video tu sai val lagile dimpu da Anekuwa informative video bur di thakiba
@bhargavguwala6715
@bhargavguwala6715 3 жыл бұрын
Love from Sonari, Charaideo.
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏
@YonoPlayer_As33
@YonoPlayer_As33 3 жыл бұрын
sonari 👈💪💪
@samundorkoya.officialkoya1847
@samundorkoya.officialkoya1847 3 жыл бұрын
মজা মজা আমাৰ ঘৰৰ ওচৰৰে পৰা গৈছিলা মই চৰাইদেউ জিলা ৰ হয়
@uniqueassam1804
@uniqueassam1804 3 жыл бұрын
Love from JORHAT ❤❤❤
@golapnath3466
@golapnath3466 3 жыл бұрын
ইমান ভাল লাগিল
@gobinsvlogs7434
@gobinsvlogs7434 3 жыл бұрын
মৈদাম হয় মেইদাম নহয় দিম্পু দা অলপ চাই চিতি কলে ভাল লাগে
@aftarazulfia6176
@aftarazulfia6176 3 жыл бұрын
মৈদাম a koise Dimpu daa... apuni val koi xuna nai bodh hoy..beya napaba de
@NilimAkash2005
@NilimAkash2005 3 жыл бұрын
@@aftarazulfia6176 0:03 t xuni loasun tumi
@alakanandasaikia1092
@alakanandasaikia1092 3 жыл бұрын
Meidan koi ase... মৈদাম হয়
@gobinsvlogs7434
@gobinsvlogs7434 3 жыл бұрын
@@NilimAkash2005 মৈদাম হয় মেইদাম নহয় তুমি ভালদৰে শুনি লোৱা মই ডিম্পু দাক বেয়া নাপাওঁ কেৱল ভুলটো শুধৰণি কৰি দিছোঁ মই শিৱসাগৰৰ হয় ভুলকৈ কলে ভাল নালাগে দাদা
@aftarazulfia6176
@aftarazulfia6176 3 жыл бұрын
@@NilimAkash2005 xunilu দুয়োটাই koise😁😁😁
@puranjithazrika28
@puranjithazrika28 3 жыл бұрын
Vll lagil Dimpu Da aapunar lgt Mr ktha Olp janibo logia ase Onurudh korisu mk jonai Dibo sun kt janibo parim
@RRVlogs-143
@RRVlogs-143 3 жыл бұрын
Dimpu da karimme like diya love from arunachal pradesh ❤️❤️❤️🙏🙏🙏
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏
@pallabkumarnath617
@pallabkumarnath617 3 жыл бұрын
Val lagil
@sumiofficial-tt7eb
@sumiofficial-tt7eb Жыл бұрын
I am proud of assamese girl love you❤😘🤟 assam
@ankurgogoi381
@ankurgogoi381 3 жыл бұрын
Amiu goisilu bahut val laga
@nimishamohan1334
@nimishamohan1334 3 жыл бұрын
আমাৰ চৰাইদেউ ♥️
@rajunath8963
@rajunath8963 3 жыл бұрын
Um
@sabiiikur
@sabiiikur 3 жыл бұрын
@@rajunath8963 mok subscribe kora plz
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏
@Manash_Konwar
@Manash_Konwar 3 жыл бұрын
bhal lagil kisumaan nojona kotha janiboloi pai ! love frm Dibrugarh Dimpu daa :)
@rudrasinghkoch8289
@rudrasinghkoch8289 3 жыл бұрын
অসমৰ জনগোষ্ঠি কোচ সকলোৰো বিষয়ে এটা ভিদিঅ বনাব ...যত কোচ সকলৰ ....কোচ বিহাৰ আছে
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏
@madhudihingia4035
@madhudihingia4035 3 жыл бұрын
দিম্পু দা মই পাছ বছৰ বয়সতে তালৈ গৈছিলো।।। আৰু আপোনাৰ বাবে আজি আকৌ দেখিবলৈ পোৱা গল।। বহুত ধন্যবাদ দাদা।।।। জয় দিম্পু দা।।।।
@BijoyDas-zx1kg
@BijoyDas-zx1kg 3 жыл бұрын
Love from Mirza ❤️❤️❤️❤️❤️
@bhaswatideka9697
@bhaswatideka9697 3 жыл бұрын
Beya napai jodi muru video sabo ha abar ❤
@partha_gaming_5469
@partha_gaming_5469 3 жыл бұрын
❤️
@dnovlogs1909
@dnovlogs1909 3 жыл бұрын
Me
@NKCreations136
@NKCreations136 3 жыл бұрын
Love from chhaygaon
@NKCreations136
@NKCreations136 3 жыл бұрын
@Indu Das moy chhaygaon Pachimdhuli
@ronjitkuli8886
@ronjitkuli8886 3 жыл бұрын
Mojaaaa lagise
@rktm__2328
@rktm__2328 3 жыл бұрын
10:17 bhaskar da Instagram story main🔥💕😂
@MisterDipon
@MisterDipon 3 жыл бұрын
Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏
This mother's baby is too unreliable.
00:13
FUNNY XIAOTING 666
Рет қаралды 41 МЛН
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 262 #shorts
00:20
Don't look down on anyone#devil  #lilith  #funny  #shorts
00:12
Devil Lilith
Рет қаралды 48 МЛН
Когда отец одевает ребёнка @JaySharon
00:16
История одного вокалиста
Рет қаралды 15 МЛН
Charaideo vlog | History of Charaideo Moidam | মোৰ আই
8:38
মোৰ আই Hemi Mohan
Рет қаралды 10 М.
Muhan and SI sar Comedy video || Beharbari outpost ||
16:39
SIDHARTHA Official
Рет қаралды 198 М.
Documentary on Lachit Borphukan
1:14:01
Sadananda Gogoi
Рет қаралды 485 М.
This mother's baby is too unreliable.
00:13
FUNNY XIAOTING 666
Рет қаралды 41 МЛН