কুকুৰ-মেকুৰীয়ে কামোৰা / ৰেবিজ ভেকচিন ইত্যাদি “সকলো প্ৰশ্নৰ উত্তৰ পাব”

  Рет қаралды 40,859

Devottom Axom

Devottom Axom

Күн бұрын

Пікірлер: 420
@DevottomAxom
@DevottomAxom 2 жыл бұрын
কুকুৰ বা মেকুৰীয়ে কামোৰাৰ ক্ষেত্ৰত আপোনালোকৰ কিবা জানিবলগীয়া কথা আছে নেকি ? যদি আছে তেন্তে এই বিষযে বনোৱা মোৰ চুটি ভিডিওটোত আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰে ৷ মই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিম ৷ ধন্যবাদ ৷
@sanjibpegu5838
@sanjibpegu5838 2 жыл бұрын
Sir, আশা কৰিছোঁ এই প্ৰশ্নৰ উত্তৰ অতি সোনকালে পাম। ছাৰ কিছুদিনৰ পৰাই , মোৰ অতি ভাল পোৱা জন্তু, মেকুৰী পোৱালি এটাৰ লগত relationship ত আহি গলো । মই তেওঁক বহুত ভাল পাওঁ। গতিকে তেওঁ মোক সদায়ে চেলেকি থকে । আৰু তেওঁ মোৰ লগতে শুৱে । এতিয়া তেওঁক এৰিবলৈ মোৰ বহুত কঠিন হৈছে। আৰু আজিলেকে মই এটাও ভেকচিন লোৱা নাই। ছাৰ এতিয়া মই কি কৰা উচিত? ছাৰ please জনাবচোন । আশা থাকিল🙏🙏🙏🙏🙏🙏🙏
@সাধাৰণভাবেথাকো
@সাধাৰণভাবেথাকো 2 жыл бұрын
চাৰ মোক মেকুৰী এটাই আচুৰিছিল মাখি চাল ছিঙি তেজ অলপ উলাল ।২ মাহ মান হল।মই নিমখেৰে ধুলো।গুৰ অলপ খাই দিলোঁ।মই জানিব বিচাৰিছোঁ এতিয়া ভেকচিন লব পাৰিম নে।যিহেতু 0,৩,৭,২১ দিন পাৰ হৈ গল।
@kushaltalukdar6241
@kushaltalukdar6241 2 жыл бұрын
Sir ,যিটো কুকুৰ বা মেকুৰীয়ে কামোৰে ,সেই কুকুৰ বা মেকুৰীটোক যদি anti Rabies vaccine regular লগাই ,তেনেহলে কামোৰা মানুহজনে vaccine লগাব লাগিবনে ।আশা কৰো উত্তৰটো সোনকালে পাম ।
@parinitadas6787
@parinitadas6787 2 жыл бұрын
মেকুৰীৰ আচুৰিলে কি কৰিম
@ibcaruntanti9136
@ibcaruntanti9136 2 жыл бұрын
Good morning sir 🙏 2-3 mahor mekuri puwali Olop Aasurise Vorit ,Tez olop ulaise . Atiya moi ki korim sir poramorkh dio buli Aakha tha kil Thank you sir
@bumonvlogs3222
@bumonvlogs3222 2 жыл бұрын
কথাখিনি ইমান স্পষ্টকৈ বুজাই দিছে । বহুত ভাল লাগে আপোনাৰ কথাবোৰ। ধন্যবাদ Sir.
@jiniacreation
@jiniacreation 17 күн бұрын
বহুত বহুত ধন্যবাদ দাদা 🙏🙏🙏🙏
@konwardipensmemory9993
@konwardipensmemory9993 2 жыл бұрын
সুন্দৰ বাৰ্তা দাদা । ৰাইজ নিশ্চয় উপকৃত হৈছে ।
@binumaisaikia2468
@binumaisaikia2468 2 жыл бұрын
চাৰ মোক যোৱা ৩১ তাৰিখে গৃহস্থৰ পোহনীয়া জাৰ্মান চেফাৰ কুকুৰ এটাই কামুৰিছিল প্ৰথম বেজীটো ললো ডাক্তৰে সাতটা লবলৈ দিছে হবনে?
@lalitakakati7899
@lalitakakati7899 2 жыл бұрын
বহুত বহুত ধন্যবাদ ছাৰ🙏।আপোনাৰ পৰামৰ্শবোৰৰ পৰা আমি বহুখিনি উপকৃত হ'ব পাৰিছো।
@deepkalita3487
@deepkalita3487 2 жыл бұрын
আপোনাৰ দৰে এজন ডা° তথা সুপৰামৰ্শ দিয়া ব্যক্তি আজিৰ দিনত সচাই বিৰল৷ অতিশীঘ্ৰে আপোনাক দিল্লীত লগ পাম দাদা৷ চিৰদিন আপোনাৰ পৰা এনেধৰণৰ গুৰুত্বপূৰ্ণ পৰামৰ্শবোৰ পাই যোৱাৰ আশা কৰিলোঁ৷ জয় আই অসম৷
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Oxex dhonyobaad…enekuwa comment pale khub bhal lage
@deepkalita3487
@deepkalita3487 2 жыл бұрын
@@DevottomAxom দাদা_আপোনাৰ প্ৰতিটো ভিডিঅই মই আৰু মোৰ পৰিয়ালৰ সকলোৱে চাওঁ৷আপুনি দিয়া তথ্যবোৰ বহুত গুৰুত্বপূৰ্ণ৷৷বিশেষকৈ আপোনাৰ কথাবোৰে সদায়েই এটা যোগাত্মক চিন্তাৰ বাতাবৰণ সৃষ্টি কৰে৷
@akhilgogoi1869
@akhilgogoi1869 2 жыл бұрын
Bhout bhal lagil.
@sonmonisonowal2662
@sonmonisonowal2662 2 жыл бұрын
উপকৃত হ'লো। ভাল লাগিল।
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Thank you very much
@taponsvlogs6821
@taponsvlogs6821 2 жыл бұрын
ধন্যবাদ ছাৰ, আপোনাৰ পৰা বহু নজনা কথা জানিবৰ পাৰিছো।
@Mridul_Hazarika.
@Mridul_Hazarika. 5 ай бұрын
জানিব পাৰি ভাল লাগিল ।অশেষ ধন্যবাদ ।
@nabanitadas4366
@nabanitadas4366 2 жыл бұрын
সুন্দৰ ছাৰ আপোনাৰ ভিডিঅৰ পৰা বহুতে উপকৃত হৈছো মই এগৰাকী নাৰ্চ হিচাপে ।
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Dhonyobaad thakil...bhale thakok
@AbdulHakim-zc8dz
@AbdulHakim-zc8dz Жыл бұрын
Thank you dada advice diyar babe
@nabakumaritayeng1583
@nabakumaritayeng1583 Жыл бұрын
ধন্যবাদ ছাৰ। আজি মোক মেকুৰীয়ে কামুৰিলে।
@pinkisarma8450
@pinkisarma8450 2 жыл бұрын
আপোনাৰ পৰা এনে বহুতো পৰামক্ষ আগলৈ পাম বুলি আশা থাকিল দাদা ,
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Nicchoi...dhonyobaad
@rupakoch3610
@rupakoch3610 9 ай бұрын
Bohut bhal lagil sir 🙏🙏🙏
@Himadrisharma2859
@Himadrisharma2859 2 жыл бұрын
খুবেই ধুনীয়া ছাৰ👌👌
@putulkalita7782
@putulkalita7782 2 жыл бұрын
ভিডিঅ'টো চাই সুউৱ ভাল লাগিল 🙏
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Dhonyobaad thakil…video tu share koribasun
@nitulsvlogs8885
@nitulsvlogs8885 2 жыл бұрын
Khub dhuniya concept
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Thank you so much…please share it
@himakshidas7899
@himakshidas7899 2 жыл бұрын
খুব ভাল লাগিল sir
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Thank you so much…bhale thakok 🙏
@unbeatable1275
@unbeatable1275 2 жыл бұрын
Thanks sir
@DevottomAxom
@DevottomAxom 2 жыл бұрын
You are welcome
@mr.kakati4001
@mr.kakati4001 2 жыл бұрын
Sir মোক কুকুৰে কামুৰিছিলে (৩বছৰ মান হ'ল) মই 3টা ভেকচিন ললো আৰু নললো ভবিষ্যতে কিৱা অসুবিধা হ'ব নেকি? (কুকুৰটোক ভেকচিন দিয়া ) কুকুৰটো ঘৰৰ ভিতৰতেই থাকে বাহিৰত কতো নযায় ।
@gunabatidas4267
@gunabatidas4267 2 жыл бұрын
সুন্দৰ পৰামৰ্শ, বহুতো উপকৃত হব । Share কৰিছো দিয়া ।
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Dhonyobaad thakil...bhale thakok
@bharatihaloi2501
@bharatihaloi2501 2 жыл бұрын
ভিডিওটো খুব ভাল লাগিল।
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Oxex dhonyobaad thakil...video tu share koribosun 🙏
@bharatihaloi2501
@bharatihaloi2501 2 жыл бұрын
Moi aponar video bor loga loga share koru sir.
@minaborahvlogs6348
@minaborahvlogs6348 2 жыл бұрын
খুব ভাল লাগিল দাদা ভিডিওটো।
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Oxex dhonyobaad thakil…video tu share koribosun
@ReemaDasss
@ReemaDasss 3 ай бұрын
Thank you sir❤
@gyanadadeka5466
@gyanadadeka5466 Жыл бұрын
বহুত ভাল লাগিছে চাৰ
@bakulboruah2026
@bakulboruah2026 2 жыл бұрын
Great initiative Sir.Many people will be benefitted from your awareness.
@paporihazarika5175
@paporihazarika5175 2 жыл бұрын
চাৰ, মোৰ এইবাৰ HSLC দিবলগীয়া লৰাটোৱে 7TH জানুৱাৰী ত কৰণা ভেকচিন লৈছিল বিদ্যালয়ৰ ফালৰ পৰা। 22 ND জানুৱাৰীত ঘৰৰ কুকুৰ পোৱালি তোৰ লগত খেলি থাকোঁতে দাঁত লাগিল । 28 DAYS নোহোৱালৈকে অন্য ভেকচিন লব মানা কৰিছিল । শ্ৰীমান হস্পিতাল গৈ সুধিছিল কিন্তু একো প্ৰপাৰ উত্তৰ নাপালে । তেওঁলোকে মুঠতে কলে তেওঁলোকক ট্ৰেইনিং ত 28 দিনলৈকে অন্য ভেকচিন লব মন কৰিছিল বোলে । দোধোৰ মোধোৰত পৰি ভেকচিন দিয়া নহল । আজি 9 days হল । কি কৰোঁ এতিয়া
@pankajsarania7051
@pankajsarania7051 2 жыл бұрын
দাদা মোৰ প্ৰশ্নতোৰ উত্তৰ পালো দিয়ক,কুকুৰ তোক vaccine দিয়া আছিলে..মই ৩ দিন পিছত vaccine লৈছো..ধন্যবাদ দাদা 🙏
@hdvlogs1089
@hdvlogs1089 6 ай бұрын
Great Eduction sir Great 🙏
@banamalibhuyan5264
@banamalibhuyan5264 Ай бұрын
ছাৰ চেকেন বেজিতু এদিন আগত বা এদিন পিচত ললে কিবা সবনি 🙏🙏
@utpaldas1491
@utpaldas1491 Жыл бұрын
Thank u sir
@dhanjithaloi4471
@dhanjithaloi4471 2 жыл бұрын
খুৱেই ধুনীয়া দাদা❤️
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Dhonyobaad thakil…video tu share koribosun
@dhitishmita4319
@dhitishmita4319 2 жыл бұрын
নমস্কাৰ দাদা 🙏 আপোনাৰ ভিদিয়ো বোৰ চাই বহুতো বেছি ভাল লাগে ❤
@__parthana__bora__
@__parthana__bora__ 2 жыл бұрын
উপকৃত হলো ,,, ধন্যবাদ থাকিল ছাৰ
@dhanmonigogoi9777
@dhanmonigogoi9777 2 жыл бұрын
অশেষ ধন্যবাদ জনালোঁ।
@intibaruah425
@intibaruah425 2 жыл бұрын
Most important video thank you sir
@JunmoniGogoi-m8i
@JunmoniGogoi-m8i 28 күн бұрын
ছাৰ মোৰ লৰাটোৱে ঘৰৰ কুকুটো লগত খেলি থাকোতে হৎঠাতে তাৰ দাঁত লাগি গল প্ৰায় চাৰিদিন মানেই হল ।এতিয়া বেজি ললে হবনে জনাবছোন ।
@mitushrimedhi3748
@mitushrimedhi3748 2 жыл бұрын
Thnq sir🙏
@nituborah2474
@nituborah2474 2 жыл бұрын
Quite Informative... Thanks 👍🏻 a lot Sir
@leenaboro2192
@leenaboro2192 2 жыл бұрын
Sir apunar kotha bure bohut help kore real life ot, thank you so much 🙏☺️
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Oxex dhonyobaad…video tu share koribosun
@gyanjyoti6330
@gyanjyoti6330 2 жыл бұрын
শুব ভাল লাগিল ছাৰ
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Dhonyobaad thakil
@nabitakalitadevi1069
@nabitakalitadevi1069 Жыл бұрын
V.good video Sir,
@taiburislam6869
@taiburislam6869 2 жыл бұрын
দাদা খুউব কম বয়সত অনুমান ৩-৪ বছৰমান বয়সত মোক ৰাস্তাত থকা কুকুৰে কামুৰিছিলে ,পোৱালি দিয়া কুকুৰ আৰু এবাৰ বলিয়া কুকুৰে কামুৰিছিলে( তেজ ওলাইছিল) আৰ্থিকভাৱে জুৰুলা বাবে দেউতাই মোক বন দৰৱ খোৱাইছিলে আৰু লগতে খাদ্যৰ বিধান দিছিল যে কি খাবা আৰু নাখাবা। ইয়াৰোপৰি মোক কৈছিল যে উৰহী নাখাবা আৰু উৰহীৰ গছৰ তলেদি নাযাবা। এই ডেকা বয়সতো মোৰ উৰহী গছ দেখিলে তলেৰে নাযাও লগতে নাখায়ো। চাৰ বন দৰবে কাম কৰে নে জনাব চোন। কিছু মানুহে কয় যে বেজি নললে বহুত দেৰিকৈয়ো উকাই আৰু মানুহ মৰে। কথাতো সচা নেকি চাৰ।।
@kalendas1935
@kalendas1935 2 жыл бұрын
Bohut dinor murot aponar video dada kiyo bohut akhare roi thaku kiba video Sam buli bohut vl lagil video2 sai 🙏🙏🙏 dhuniya dada from Bangalore
@ranjusaikia4525
@ranjusaikia4525 Жыл бұрын
চাৰ আপোনাৰ ভিডিও বিলাক অনুসৰন কৰি বহুত ভাল লাগিলছে কিন্ত কথা হল কি আমাৰ ঘৰত থকা মেকুৰী পোৱালি এটাই সৰু এক মাহ হৈ গৈছে। মোক আঙুলি এটাৰ মোৰত এটা দাঁত লগাই দিলে। মই কি কৰিম আপোনি এটা ঘৰুৱা দিহা পৰামৰ্শ দিয়ক। বিষ একো নাই। জৰুৰী।
@karinagogoi2693
@karinagogoi2693 2 жыл бұрын
Very useful video
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Dhonyobaad
@utpalregon1569
@utpalregon1569 2 жыл бұрын
ভাল লাগিল ছাৰ
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Oxex dhanyabad 🙏🏻
@prasenjitpaulpaul1835
@prasenjitpaulpaul1835 2 жыл бұрын
Thank you dada🙏🙏
@kishorkumardas7542
@kishorkumardas7542 2 жыл бұрын
Thank you sir..
@DevottomAxom
@DevottomAxom 2 жыл бұрын
You are most welcome
@biswajitbiswajit-p5j
@biswajitbiswajit-p5j 2 жыл бұрын
Thank you❤❤ sir val lagil🙏🙏🙏
@DevottomAxom
@DevottomAxom 2 жыл бұрын
You are welcome
@techindiatech3312
@techindiatech3312 2 жыл бұрын
ধন্যবাদ ছাৰ
@siddiquamansoor2566
@siddiquamansoor2566 2 жыл бұрын
Tnk u dada...
@DevottomAxom
@DevottomAxom 2 жыл бұрын
You are welcome
@anitagoswami9008
@anitagoswami9008 2 жыл бұрын
Big thnks dada..
@arnabburagohain7551
@arnabburagohain7551 2 жыл бұрын
Apunar ai video tu sai bohit upokrito holu..aru logote 2ta kotha hudhibo bisaru..1) kukur ba mekuri e jodi kamura pisot vaccine lua najai tente kiman man din r vitor t rabis hua r chance thake?? 2) jodi kukur nakamurileu yearly 1ta ke vaccine lobo pari nki ba lole kiba side effects hbo pare nki ?
@RoyalRider-m6i
@RoyalRider-m6i 2 жыл бұрын
dada hodai ata ata video dibo plz... shorts ata holeo dibo kiba ata topic r uporot..
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Thik ase baru. Iman dhuniyake koise. Nicchoy dim. Kotha dilu. Asolote bohut busy thaku babe xomoi napao.
@satyajitmili1778
@satyajitmili1778 2 жыл бұрын
Thanku sir
@DevottomAxom
@DevottomAxom 2 жыл бұрын
You are welcome
@thinkhigh113
@thinkhigh113 3 ай бұрын
মেকুৰীয়ে মানুহৰ মুখণ্ডলত প্ৰস্ৰাৱ কৰি দিলে Rabbits হোৱা chance আছে নেকি ? Please answer dibo sir.
@musicworld676
@musicworld676 Жыл бұрын
Sir mekuriye je uxahot gher gherai thaki aitu ki haphani disease neki?Ai tu amar gaonbaxir question janabsun parile.
@kushaltalukdar6241
@kushaltalukdar6241 2 жыл бұрын
Thanks Sir for information .Jodi kamora kukur ba mekuri tuk already rabies vaccine lagowa thake ,tenehole kamora manuh jone vaccince lobo lagibo ne nololeo hobo .Pls jonabo sun
@akshayrabha6930
@akshayrabha6930 2 жыл бұрын
🙏🙏🙏
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Dhonyobaad 🙏
@Priyankadas-we3uz
@Priyankadas-we3uz Жыл бұрын
Thank you
@Rabhavillagevlog
@Rabhavillagevlog 2 жыл бұрын
Vl lagil dada
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Thank you so much
@-vlog785
@-vlog785 3 ай бұрын
Sir... Kukure kamurute mane sabunere nudhule kintu nimokh panire dhui iodinere dhuise... But ARV TT aru immunoglobulin beji loise.... Kiba hobo neki sabunere nudhule??? Pls reply me sir
@kabitabora4303
@kabitabora4303 2 жыл бұрын
Moi 3 ta seyar korilu bhal lagil kothakhini jani
@smitadas9114
@smitadas9114 3 ай бұрын
Sir bandare kamurile ba khamusile ki kribo lage..
@purobidas3052
@purobidas3052 Жыл бұрын
Dada silikile gorom pani re dhub lagib nki
@lokhyaspecialists5366
@lokhyaspecialists5366 Жыл бұрын
চাৰ , মোক ঘৰৰে কুকুৰে আঙুলিত কামুৰিছিল । আজি প্ৰায় ৩ বচৰ মান হল । বেজি মাত্ৰ এটা ললো । কিবা সমস্যা হব নিকি । জনাবচোন
@chandrapravadas436
@chandrapravadas436 Жыл бұрын
ছাৰ,মোক একে মাহতে দুটা বেলেগ বেলেগ ধৰণৰ কুকুৰে কামোৰিলে। মই দুই টায়ে কামোৰা বেজী ল'বলগীয়া হ'ল। যিহেতু labটোৰ বেমাৰ হৈ আছিল। বৰ্তমান সি নাই?বয়সতিনিবছৰ হৈছিল ।আগষ্ট ২০তাৰিখে মৃত্যু হোৱা ১মাহ হ'ল । এতিয়া ৰ্জামাণ স্পীচটো আছে। প্ৰথম ৩টা পিছলৈ ৪টা ডক্টৰৰ পৰামৰ্শ মতে বেজী লোৱা শেষ হ'ল।কিবা অপকাৰ হ'ৱনেকি জনালে সুখী হ'ম।
@assamesevloggerpallabi5915
@assamesevloggerpallabi5915 8 ай бұрын
Sir mur manuhjonok kukure kamurisil eman besi nhoi alopman,kintu teu logote goi ata beji lole ru pisor keita nlole,kiba akhubidha hb nki,5 month hl .
@princemintu6525
@princemintu6525 Жыл бұрын
Sir muk aji Mekuri puali ataye vorit alop horuke asuri dile..just alop tej nisina ulaisil..Logalog sabun mari dhui dilu..TT beji lolu..Atia revis lbo lgbo ne??
@dhanmonigogoi9777
@dhanmonigogoi9777 2 жыл бұрын
সদায় এনেদৰে সু পৰামৰ্শ দি যাব। মোৰ দেউতা কঁকালৰ বিষ, চিকিৎসা কৰি থকা হৈছে ভাল নাই হোৱা 2 বছৰ হ'ল।অপাৰেচন কৰিব দিছে অপাৰেচন কৰা হোৱা নাই অপাৰেচন নকৰা কৈ কিবা পৰামৰ্শ আছে নেকি বাৰু।গুৱাহাটী GNRC aru GMCH t দেখুওৱা হৈছে,মেডিচিন খাই থাকিলে ভাল পায় আকৌ একে।
@habibarrahman5619
@habibarrahman5619 10 ай бұрын
Sir Step 1 hle beji lbo lgibo nki
@priyankaborgohain9007
@priyankaborgohain9007 10 ай бұрын
Sir kiman homoyor vitorot prothom beji lobo lage
@Akhimborah213
@Akhimborah213 Жыл бұрын
Sir, okonman sin bohile beji lobo lagib ne.mane dhoi diyar pisot okonman ronga porar dore hole
@membaruah3907
@membaruah3907 2 жыл бұрын
ছাৰ, মেকুৰীয়ে আচুৰিলে, তেজ ওলোৱা নাই, কিবা ভয় আছে নেকি ? অনুগ্ৰহ জনাবছোন
@SafiqurRahman-e7u
@SafiqurRahman-e7u Ай бұрын
Mur maak Kukure kamurile sir, aji 0 daysor vaccine bur lua hol, aru 3dinor pasot 1ta, 7dinor pasot 1ta aru 21dinor pasot 1ta lobole baki ase, atya mur kotha2 hol, khua buat ki ki basibo lagibo. Sob bostu agor dore khabo paribo ne?
@ayusmancreation6868
@ayusmancreation6868 Ай бұрын
Muk olopmn kamurisele moi 1st beji 2 lolu..2nd ru 3rd beji 2 lua time par hoi 4th beji 2 lobole ase...tetya 2nd ru 3rd beji 2 lobo parim ny
@PubaliGogoi-mj1cn
@PubaliGogoi-mj1cn 2 ай бұрын
Sir muk 8bosr agte kmurisil tej uli goisil ru abr asurisil, kintu moi eku nkrilu hru thoka bbe past kiba problem hbnki
@latadas3953
@latadas3953 Жыл бұрын
Bhut Bhut Dhanyabaad sir Mok juwakali ghorot puha kukur tu a kamurise GMC goi t t aru rebis enjakson tu lolu aru 10 ,14 , 4 tarikhe ase Kintu ki ki khab nalage aru kiman dinoloi jonabson
@ashiyakhatun385
@ashiyakhatun385 2 жыл бұрын
Sir skin problem bikhoye olop kobo mur skinor prblem ase skin hukay goi kula porijai aru sidha suli kekura hoi fatibo dohre aru khub horibo dohre moy bohut sestah korisu kintu ake bare bhal huwa nai plz sir olop help koribo
@mkr123
@mkr123 6 ай бұрын
Sir muk kamurisil olp man tez ulaisil beji lolu kamura r 5 din pist beji loisu kiba problem hobo neki sir,voi lagi ase sir jonabosun
@parveenbegum6484
@parveenbegum6484 2 жыл бұрын
Dhanyabaad sir.. Sir, flaxseedsor uparat eta video bonabo pls... Ejan bhal doctore koise flaxseeds khabo nalage, aru ejan bhal doctore flaxseeds khabo koy....duyujane doctor.. Gotike kham ne nakham bhabi roi aasu.. Pls sir jonabosun.. Aru panit tiyai thoi boil kari khaboloi koy, ejane roast kari khabo koise.. Ki karu😥😥? Pls, pls, pls sir... Jonabo.. 😊
@sungkulu
@sungkulu 2 жыл бұрын
Sir thank you video tu sai bohut janilu... Mok kukure khamusil .. Moi 5 ta vacine lolu... ****Kintu Sir moi khamusar 3 din pisot vacine loisilu deri hoisil ..olp problem thokr babe... Ghotonatu 6 month hol kiba prblm hobo nki...jonabo please...
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Loi louk
@nitumonisarmah8119
@nitumonisarmah8119 2 жыл бұрын
মহাশয় , ধন্যবাদ মহাশয় 🙏 হাপানী ৰোগত আক্ৰান্ত হৈ মোৰ দেউতা মাজে মাজে বৰকৈ শ্বাস কষ্টত ভুগি থাকিব লগা হয় বহুত ঔষধ ব্যৱহাৰ কৰিও লগতে Duolin ইনহেলাৰ ও ব্যৱহাৰ কৰে কিন্তু কেতিয়াবা অতিমাত্ৰা কফৰ বাবে তেঁওৰ উশাহ-নিশাহ লওঁতে ভীষন কষ্ট কৰিবলগীয়া হয় । দয়াকৰি আপুনি এটা সু পৰামৰ্শ দিয়ে যেন।
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Ejon Pulmonologist-k dekhaok 🙏🏻
@protivaboruah144
@protivaboruah144 8 ай бұрын
Sir mur dat olp lgisile olp man roga hl tej ulabo napale bgi lgibo nki
@pranabgogoi4047
@pranabgogoi4047 2 жыл бұрын
Sir muk ají 1 years mn hol mekuria bor byakoi asurisil. Tetiya bor bikhekh gurutto nidilu. Kiba hbo niki...? Bemar2 hóle ki hoi nu 1st t
@kasturisaikia8785
@kasturisaikia8785 Жыл бұрын
Sir, mur suwalijonik ghoror kukure asurile kintu tej nulale aji 5din hol taik beji diyabo lagibo neki please jonabo sir🙏🙏
@bhaskardoley7645
@bhaskardoley7645 2 жыл бұрын
ছাৰ, মোৰ ভণ্টীক কুকুৰে কামোৰা প্ৰায় ১২ বছৰ হৈছে, তাই পিছে ঠিকেই আছে।তাইক এতিয়া ভেকচিন ল'ব পাৰিবনে? অনুগ্ৰহ কৰি জনাবচোন ছাৰ 🙏
@CB-mc3kn
@CB-mc3kn 2 жыл бұрын
I have been benefited Sir Thanks
@pranjal6014
@pranjal6014 Жыл бұрын
dada andure ba sika aji mak kamurise to beji lobolagibo naki sir
@nitumanikalita5622
@nitumanikalita5622 2 жыл бұрын
sir mor loratok joa rati powali mekuri asurile alp tej olaise Ki krib lagib.tar age 3 years 6 month
@minubaruah497
@minubaruah497 Жыл бұрын
Sir neyule kamurile ki krib lagib janab sun 🙏
@AlakeshDeka
@AlakeshDeka 2 жыл бұрын
ছাৰ, মই কুকুৰৰ লগত খেলি থাকোতে অলপমান ছাল গৈছিল যাৰ বাবে মই ৰেবিজ ভেকচিন লৈ আছো। প্ৰথমটো ১০এপ্ৰিলত লৈছিলোঁ, দ্বিতীয়টো ১৩ এপ্ৰিল, তৃতীয়টো ১৭এপ্ৰিলত লৈছিলোঁ আৰু যোৱাকালি ২৪এপ্ৰিলত ৪নম্বৰ ইনজেকচনটো ল'বলগীয়া আছিলে কিন্তু বিশেষ অসুবিধাত লব পৰানাই, গতিকে এই ইনজেকচনটো ২৬ এপ্ৰিলত লম, সেয়েহে এতিয়া মোৰ কিবা ক্ষতি কৰিব নেকি? Please reply sir
@DipamonidasDipamonidas-o9s
@DipamonidasDipamonidas-o9s 5 ай бұрын
Sir 4 number vaccine tu pahorilu lobo kiba hobo neki plz sir rply
@bablusaikia139
@bablusaikia139 2 жыл бұрын
Sir haru lora sualir (8 mah)hoise murt gharar mithale logua tu valne ?
@Raajgogoi1
@Raajgogoi1 2 жыл бұрын
Sir muk mekuri a hator angulit olp asurise tej ulaise anei ronga ke .. moi beji lobo lagibo nki aru keita lobo lagibo jonabo please
@golemaanowar5280
@golemaanowar5280 2 жыл бұрын
Nigoni ye kamurile o vaccine lobo lge nki?
@dipikasaikia4858
@dipikasaikia4858 6 ай бұрын
Sir Mur lora2 mekurie asurile ki korim baru.lora2 3bosor 3mah hoise
@ajaykalita5803
@ajaykalita5803 4 ай бұрын
Sir gahori kamorile ki injection lbo lage
Fake watermelon by Secret Vlog
00:16
Secret Vlog
Рет қаралды 33 МЛН
MDMA - Party Drugs in India | Dr. Era Dutta
17:46
Red FM India
Рет қаралды 115 М.
Fake watermelon by Secret Vlog
00:16
Secret Vlog
Рет қаралды 33 МЛН