গাড়ীত গ’লে গা বেয়া লাগি বমি হয় পাইছে নে আপোনাৰ ?? কিয় হয় ?? নহবলে কি কৰিব ??

  Рет қаралды 872,592

Devottom Axom

Devottom Axom

Күн бұрын

#Healthy_Assam #দেৱোত্তম #Devottom #Devottom_অসম #সজাগ_অসমীয়া #AatmanirbharAssam #Health #HealthAwareness #KZbin #JaiHind #BharatMataKiJai #onceasoldieralwaysasoldier #হৰহৰমহাদেৱ
স্বাস্হ্য সম্পৰ্কীয় বিধিগত সকীয়নি :
উক্ত ভিডিওটোত থকা বিষয়টি স্বীকৃত চিকিৎসা পদ্ধতি বা আপুনি প্ৰতক্ষ্যভাৱে লগ পোৱা চিকিৎসকৰ উপদেশৰ সমাৰ্থক নহয় । শাৰিৰীক তথা মানসিক যিকোনো অসুবিধাৰ বাবে আপুনি ওচৰৰ চিকিৎসকৰ লগত যোগাযোগ কৰক ৷ এইয়া অত্যন্ত জৰুৰী ৷ আমাৰ ভিডিওবোৰৰ একমাত্ৰ উদ্দেশ্য হ’ল সমগ্ৰ অসমীয়া ৰাইজৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সচেতনতা অনা ৷এই ভিডিও উপভোগ কৰি আপোনাৰ জীৱন শৈলী ,খাদ্য ৰীতি ,ঔষধ ইত্যাদি সলনি কৰিব হ’লে আপোনাৰ চিকিৎসকৰ অনুমতি আৰু উপদেশ গ্ৰহণ কৰক ৷
আপুনি যদি কিবা বেমাৰত ভুগি আছে বা আছিল তথা যদি আপুনি কিবা দৰৱ খায় আছে বা আছিল তেন্তে আপোনাৰ মেডিকেল নথিপত্ৰ সকলোখিনি ভেকচিন দিয়াৰ আগত দায়িত্বত থকা চিকিৎসক জনক দেখুৱাওক লগতে আপোনাক চিকিৎসা কৰি থকা চিকিৎসকৰ লগত আগতে এবাৰ পৰামৰ্শ কৰি লওক ৷
Medical Disclaimer:
This content is not intended to be a substitute for professional medical advice, diagnosis or treatment. Please consult with your Physician with any questions regarding a medical condition. Never disregard professional medical advice or delay in seeking it because of something you watch in this video. Please consult with your physician before changing or adding any lifestyle, food, medication or supplement.
Instagram profile: ...
Facebook profile: / dr.dipam
Facebook page: / devottom1
Music credit: channel name: @Sanu Sharma Entertainmentlink: • O Mur Apunar Dekh || I...
Photo credit: www.unsplash.com
Video edited with: Kinemaster app
Thumbnail edited with: PicsArt app
Animation credit: Pranjal Pratim Gare and his KZbin channel “Rebel Times” / channel

Пікірлер: 2 600
@raktimchiring
@raktimchiring 3 жыл бұрын
হয় দাদা মই গাড়ীত উঠিব নোৱাৰোঁ ,বমি উলাই । বিশেষকৈ বাছত । কিন্তু বাইকত উঠিলে একো নহয় ।
@dipikadas9079
@dipikadas9079 3 жыл бұрын
Muru same 😭😭😭😭
@pinkykalita9679
@pinkykalita9679 3 жыл бұрын
Moro same
@bidyutdeka1048
@bidyutdeka1048 3 жыл бұрын
Sem mr o
@Pain_gaming-c7f
@Pain_gaming-c7f 3 жыл бұрын
Thike keissa
@rajdeepnath3753
@rajdeepnath3753 3 жыл бұрын
garit olp duroloi gole bomi hoi aru jdi tarning (gwhti jurabt) t speed jai tetia besikoi hoi 😞
@Dennis-mh9jr
@Dennis-mh9jr 10 ай бұрын
হয় দাদা , মোৰো বমি হয় । সেয়ে ম‌ই আগদিনা ৰাতিয়েই ভাত খোৱাৰ পিচতে‌ই এভ'মিন খাই শুই যা‌ওঁ । তেতিয়া মোৰ ভাল টোপনি হয় আৰু পিচদিনা ৰাতিপুৱা জাৰ্নি কৰিলে একো নহয় আৰু । ধন্যবাদ দাদা
@pratimabordoloi7295
@pratimabordoloi7295 3 жыл бұрын
ধন্যবাদ ডাঃ মোৰ এই সমস্যাৰ বাবে মই বহুত কষ্ট পাও।সদ্যহতে কাৰ জাতীয় গাৰীত বেছি অসুবিধা পাও ।আজি বহুত ভাল কথা জানিলো।
@mintubora9988
@mintubora9988 3 жыл бұрын
আপুনি এগৰাকী অতি ভাল motivator. মই ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰি আছো বিগত তিনিমাহ ধৰি। লগতে সদায় ২০/২৫ কিঃমিঃ চাইকেলো চলাওঁ। মই তিনিমাহত প্ৰায় ৮ কেজি ওজন কমাবলৈ সক্ষম হৈছে। আপোনালৈ অশেষ ধন্যবাদ।
@AssamJobsChannel
@AssamJobsChannel 3 жыл бұрын
আপোনাৰ কথাবোৰ শুনিয়েই মানুহৰ বেমাৰ ভাল হৈ যায়। ভগৱানে আপোনাক সদায় সুস্থ ৰাখক। সকলোৰে স্বাস্থ্যৰ কাৰণে এনেধৰণৰ বহুমূলীয়া শিক্ষাৰ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ ককাইদেউ।।।🙏🙏🙏
@popysaikia833
@popysaikia833 3 жыл бұрын
right
@urmilapaul4567
@urmilapaul4567 2 жыл бұрын
Akdom Thik kotha koise
@ipp6265
@ipp6265 Жыл бұрын
মোৰো গাড়ীত গ'লে বমি হয়।এভ'মিন টেবলেট খায় লও।
@tarunhazarika5776
@tarunhazarika5776 Жыл бұрын
এনে সুন্দৰ পৰামৰ্শ দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। এই সমস্যটো মোৰ আছে। এতিয়া নিশ্চয় উপকৃত হ'ম।
@karabibhuyan8320
@karabibhuyan8320 3 жыл бұрын
ধন্যবাদ ছাৰ , মোৰ বাছত গলে নহয়, ঘৰৰ গাড়ীত উঠিলে গাটো বহুত বেয়া লাগে। উশাহ লোৱাত কষ্ট পাওঁ আৰু বমি হয়।
@bhum_31
@bhum_31 3 жыл бұрын
মোৰো একেই😪
@Aisha-kz9jd
@Aisha-kz9jd 3 жыл бұрын
muru ekei... haru gari t gole hoi
@darpangogoi6390
@darpangogoi6390 3 жыл бұрын
Muru same
@rekhamonisaikia1195
@rekhamonisaikia1195 3 жыл бұрын
মোৰো একেই
@kaberidas8216
@kaberidas8216 3 жыл бұрын
Same 😂
@Army-ug2su
@Army-ug2su 3 жыл бұрын
প্ৰায় মানুহৰে ‌হয়। সচাঁ‌ , সৰু কথা ‌কিন্ত অতি জৰুৰী ‌। ধন্যবাদ চাৰ 🙏🙏 । বহু উপকাৰ হ'ব , এই ভিডিঅ'ৰ‌ জৰিয়তে ।
@r.hazarika9231
@r.hazarika9231 3 жыл бұрын
আপোনাৰ ভিডিঅ'চাই বহুত নজনা কথা জানিবলৈ পাই বহুত ভাল লাগে।আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ 🙏
@amritvillageboy.3115
@amritvillageboy.3115 3 жыл бұрын
বহুত সুন্দৰ উপদেশ দাদা ৷ মই নিজে গাড়ী চলালে একো নাই কিন্ত Bas বা car ত কৰবাত যাবলৈ বহিলে অলপ দূৰ যাওঁতে ,আপুনি কোৱা বেমাৰটো লাগিধৰে ৷৷ ধন্যবাদ ৷৷৷
@AnnadaBarman-i8k
@AnnadaBarman-i8k Ай бұрын
অতি সুন্দৰ কথা কৈছে , ভাল লাগিল শুনি ধন্যবাদ।
@dilipkumarbordoloi3139
@dilipkumarbordoloi3139 3 жыл бұрын
DA, SIR, আপোনাৰ এই ধৰনৰ পৰামৰ্শ বোৰে আমাক সদাই উপকৃত কৰি আহিছে। বহুতো ধন্যবাদ। এই ধৰনৰ সহায়ৰ বাবে ভগৱন্তই আপোনাক শক্তি দিয়ক।
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Dhonyobaad thakil...bhale thakok
@rajibbora7188
@rajibbora7188 3 жыл бұрын
আপোনি ৰাইজৰ বাবে ভগৱান স্বৰূপ মহাশয়।আপোনাৰ video বোৰ চাই মনত বহুত বল পোৱা যায়।অশেষ ধন্যবাদ আপোনালৈ।
@natarajdanceworld272
@natarajdanceworld272 3 жыл бұрын
সুন্দৰ
@ashimsvlogs7812
@ashimsvlogs7812 3 жыл бұрын
বহুত বহুত ভাল লাগিল ভিডিঅ'টো চাই। এনেকুৱা মোৰ হয় গাড়ীত উঠিলে। মই ৩০ কি:মি গাড়ীত যাত্ৰ কৰিব নোৱাৰো। বমি হয়। আজি ভিডিঅ'টো চাই বহুত খিনিয়ে সহায় হ'ব মোৰ। ধন্যবাদ ছাৰ।
@anupamaboro8728
@anupamaboro8728 10 ай бұрын
ধন্যবাদ! অতি সুন্দৰ কথা কৈছে।
@chayanikakonwar3402
@chayanikakonwar3402 3 жыл бұрын
দাদা সচা আপুনি বৰ সুন্দৰ সুন্দৰ লগতে উপকাৰী ভিডিউ বনাই আছে সাধাৰন মানুহৰ বৰ সুবিধা হৈছে
@Promothify
@Promothify 3 жыл бұрын
ৱাহ! অসমীয়াত এনে উপযোগী ভিডিওৰ বৰ অভাৱ অনুভৱ কৰি আছিলোঁ। 👌👌
@hemkantaborah7434
@hemkantaborah7434 3 жыл бұрын
Dear Deepam Barman Sir, you are a very helpful person and you love Assam and Assamese people so much, and therefore, my head always bow down towards you. May you live long.
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Thank you very much
@RashmiKonwar
@RashmiKonwar 20 күн бұрын
কালিলৈ ছাত্ৰ ছাত্ৰী সকলক লৈ শিক্ষামূলক ভ্ৰমণলৈ যাম । আপোনাৰ ভিডিঅ বিচাৰি বিচাৰি চাইছোঁ । ধন্যবাদ ইমান প্ৰয়োজনীয় ভিডিও দিয়াৰ বাবে।
@bharatibaishya6939
@bharatibaishya6939 Жыл бұрын
আপোনাৰ ভিডিঅবোৰ ভাল লাগে । বহুত কামৰ হয়
@surabhiborah9779
@surabhiborah9779 3 жыл бұрын
বহুত ভাল কথা এটা জানিব পাৰিলো ধন্যবাদ থাকিল চাৰ ।
@DevottomAxom
@DevottomAxom 3 жыл бұрын
You are most welcome
@deepjyotisarma1537
@deepjyotisarma1537 3 жыл бұрын
কিছুমান মানুহৰ দিনত যাত্ৰা কৰিলে বমি হয়। কিন্তু ৰাতি যাত্ৰা কৰিলে বমি নহয়। সেইটো কিয় হয়?
@sumpicharingia2209
@sumpicharingia2209 3 жыл бұрын
Mur hoi ankua
@hashna5
@hashna5 3 жыл бұрын
Ekdm....mor rati nhoi, dinot hoi
@bhanudutta3795
@bhanudutta3795 3 жыл бұрын
বিষৰ বিষয়ে অবনি‌ অলপ
@SMirza-nh9bq
@SMirza-nh9bq 3 жыл бұрын
😭😭😭😭😭😭 সদায় হয় সদায় 😭😭😭😭 কিমান সময়ত কিমান লাজ পাওঁ
@gallery4359
@gallery4359 2 жыл бұрын
Muru same condition
@TulishiGogoi-oj9yl
@TulishiGogoi-oj9yl 9 ай бұрын
চাৰ মোৰ এই বেমাৰটো আছিল প্ৰথম college jao te বমি নোহোৱা ঔষধ খাই খায় অৱস্থা বেয়া হৈ গৈছিল কিন্তু লাহে লাহে ভাল হৈছে কিন্তু হলেওঁ গাড়ী যাওঁ তে এতিয়া ও বেয়া লাগে অলপ অলপ। আপুনি কথা খিনি কৈ বহুত উপকাৰ কৰিলে। ধন্যবাদ।
@nipulchandraghorphalia8836
@nipulchandraghorphalia8836 Жыл бұрын
ভাল লাগিল বিশেষকৈ মোৰ মানুহ গৰাকী বেছি কৈ লাভবান হৈছে। ধন্যবাদ,, থাকিল।
@mantupathak2932
@mantupathak2932 11 ай бұрын
আপোনাৰ পৰামৰ্শ শুনি বহুত উপকৃত হলো, এইবোৰ সমস্যা মোৰ নাই নহলেও অইন মানুহক এই পৰামৰ্শ বোৰ দিব পাৰিম , তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ দাদা
@rupamsharma694
@rupamsharma694 3 жыл бұрын
Good sir.i proud of you 💕....a good massage for huminity life
@hirakdeka3306
@hirakdeka3306 3 жыл бұрын
মোৰো এইটো জন্মগত এ হয় চাগে.... কোনদিনা যে ভাল হ'ব
@paragpayeng7414
@paragpayeng7414 10 ай бұрын
ধন্যবাদ জ্ঞাপন জনাইছো মোৰো এই সমস্যাটো হৈছিলে । আজিৰ নিশ্চিয উপকৃত হম
@sanjaymili5082
@sanjaymili5082 3 жыл бұрын
বহুত উপকাৰী ভিদিও। মোৰো বাছ বা ট্ৰেভেলাৰত গলে বমি ওলাই। ধন্যবাদ DAA. মই আজি subscribed কৰিলোঁ
@Dr.DebangaBhushan_1.1-1.1
@Dr.DebangaBhushan_1.1-1.1 3 жыл бұрын
Very informative one sir... Feel nauseated whenever I head into a distant location on our family car, but never felt the same on Buses, trains and flights!
@mamonimodi6779
@mamonimodi6779 3 жыл бұрын
Thank you so much doctor this video is much needed for me...... 🙏🙏🙏
@DevottomAxom
@DevottomAxom 3 жыл бұрын
You are most welcome
@beamingabhisaya1552
@beamingabhisaya1552 3 жыл бұрын
অতি সুন্দৰ ❤️❤️ Very informative video..🙏🙏👍
@mb5803
@mb5803 8 ай бұрын
ডাক্তৰ চাহাব আপুনি কোৱা পদ্ধতি বা আন চিকিৎসকে দিয়া পৰামৰ্শ,ব্যৱহাৰিক দিশত প্ৰয়োগ কৰি আহিছো বছৰ বছৰ ধৰি তথাপিও কিন্তু এদিন চাৰিচকীয়া বাহনত উঠিলে কম চে কম চাৰি পাঁচ দিন মাথা বেয়া লাগি থাকেই। ধন্যবাদ।
@RahuldewuriDewuri
@RahuldewuriDewuri Ай бұрын
Dada... Khasa tumi bahut Val information Diya kisuman..
@nasrin0697
@nasrin0697 3 жыл бұрын
Most Helpful Video. Thank you So Much Sir. ❤️
@sinmoyeesaikia4232
@sinmoyeesaikia4232 3 жыл бұрын
Thank you for the information sir. I kindly request you to make a video on alopecia 🙏
@nilakshibaruah2467
@nilakshibaruah2467 3 жыл бұрын
Bohut dhunia topic koise de.. Eman journey koru private garit..tothpi sodai ga beya lge.. Long journey buli kole agdina r porai tension hoi thake..
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Ekunai...tension nolobo
@parTha_gamingYT
@parTha_gamingYT 3 жыл бұрын
Same conditions 😂
@gokulboro2940
@gokulboro2940 3 жыл бұрын
Same condition
@dipjyotidas843
@dipjyotidas843 11 ай бұрын
দাদা আপোনি এনেকুৱা উপহাৰ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ ❤❤
@DipDas-vi8ki
@DipDas-vi8ki 8 ай бұрын
poita bhat piaj, bhoot jalakia remix kori khabo
@hemantadas3963
@hemantadas3963 Жыл бұрын
পৰামৰ্শ বাবে ধন্যবাদ। কিন্তু যি জনৰ কৃমি পেলো বেছি পৰিমাণে থাকে,সেই জনৰ বমি হোৱাটো নিশ্বিত।
@Jigyasa8822
@Jigyasa8822 3 жыл бұрын
ধন্যবাদ ছাৰ, মোৰ সুব বেছি মূৰ ঘূৰাই আৰু বমিও হয়। মই সেই বাবে দূৰ ঠাইত যাবলৈ নোৱাৰো।
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Bohutor hoi...sinta nokoribo
@geet793
@geet793 3 жыл бұрын
হয় দাদা মোৰ হয় তেনেকুৱা 😭 জানিবলৈ পায় বহুত বহুত ধন্যবাদ 🙏
@NoName-ek8uv
@NoName-ek8uv 3 жыл бұрын
kzbin.info/www/bejne/gmPbaqKImdJ3jbc job related video sabo bisare jdi aii chnl tu sabo pare nissoy val pabo, dhonyobad 🌼
@surabhichetia6779
@surabhichetia6779 3 жыл бұрын
মোৰ বিষৰ হোৱা কাৰণৰ ওপৰত 🙏🙏
@manojdeka2437
@manojdeka2437 3 жыл бұрын
আপোনাৰ ভিডিঅ' ছাই মই নজনা কথা বহুত জানিব পাৰিছো । সেয়েহে আপোনাক বহুত বহুত বহুত ধন্যবাদ ছাৰ ।
@saminakhatun8830
@saminakhatun8830 3 жыл бұрын
ধন্যবাদ দাদা। ময়ো এই বেমাৰত ভুক্তভোগী। ঘৰ আহি পোৱাৰ পিছতো দুদিন মান মূৰ_গা বেয়াই লাগি থাকে। কিন্তু গাড়ীত বহি যাওতে কিবা কিবি খাই যাও যদি বমি নহয় মাজে সময়ে। আপুনি কোৱা কথাবোৰ এইবাৰৰ পৰা মানি চলিম 🙏।
@ashimbora3281
@ashimbora3281 3 жыл бұрын
দাদা ভাল লাগিল দেই।আপুনি বহুত ভাল কে কথাটো বুজাই দিয়াৰ বাবে।
@mr.daimary1320
@mr.daimary1320 3 жыл бұрын
Helpful Explanation Dear sir Thanks 🥰
@mousumideka4673
@mousumideka4673 3 жыл бұрын
Thank you so much sir🙏🙏🙏🙏
@livelovelight6888
@livelovelight6888 3 жыл бұрын
Sir..I have anxiety issue, whenever I have anxiety, I have vomit feeling which is very worse. I get this feeling again and again and don't stop unless my tension leaves me, kindly make a video on this topic as it is very important to cope with such issues. It will be very helpful if you do so, sir 😇😇
@gokulboro2940
@gokulboro2940 3 жыл бұрын
Same problem.... Mor vat khowa timt hoii.. Voi lage vat khabo
@adcreation5191
@adcreation5191 Жыл бұрын
@@gokulboro2940 vat khabo voi lge
@ranjumonibora5588
@ranjumonibora5588 3 жыл бұрын
খুব সুন্দৰ কথা ক'লে ছাৰ |উপকৃত হ'লো |
@mdays6045
@mdays6045 3 жыл бұрын
Bohut bhal vdo bonaise..mur kotu gole bomi nahai kintu tathpio salu.. joi aai axom
@kushaltalukdar6241
@kushaltalukdar6241 3 жыл бұрын
হয় Sir ,মই বাছ বা 4wheeler ত Travelling কৰিলে বমি হয় ,কিন্তু নিজে যদি 4wheeler Ride কৰো তেতিয়া বমি নহয়
@bornaliborgohain5336
@bornaliborgohain5336 3 жыл бұрын
Thank you so much.Next video parile stammering r uprt dibo.
@rajashreesenclave1846
@rajashreesenclave1846 3 жыл бұрын
ধন্যবাদ 🙏 আপোনাৰ সকলো ভিদিয়য়ে বহুত অনুপ্ৰাণিত কৰে, মোৰ মাৰো সেইটো problemb আজিকালি হৈছে, জানি ভাল লাগিল।।
@relaxassam5844
@relaxassam5844 3 жыл бұрын
মৰো হয় বমি । ভাল লাগিল চাই । আজিয়ে প্ৰথমবাৰ চালো আপোনাৰ Video
@Monjai2.0
@Monjai2.0 3 жыл бұрын
শিৱসাগৰ পৰা যাচিলোঁ❤️
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Dhonyobaad thakil
@samareverything5240
@samareverything5240 3 жыл бұрын
দাদা ওখ কেনেকৈ হব পাৰে তাৰ ওপৰত ভিডিও এটা বনাবছুন 🙏🙏
@monalishasaikia9721
@monalishasaikia9721 3 жыл бұрын
Umm muku lge😭
@manjushasarma2638
@manjushasarma2638 3 жыл бұрын
ধন্যবাদ | মোৰ গাড়িত উঠিলে বমি হয় , গাবেয়া লাগে | আপোনি কোবাৰ দৰে হয় | table তোৰ নাম দি দিব চোন plz |
@barnalidevi8823
@barnalidevi8823 2 жыл бұрын
খালী পেটত গেছৰ টেবলেট এটা খাই গাড়ীত উঠিলে বমি নহয়৷
@sahabuddinahmed7956
@sahabuddinahmed7956 Ай бұрын
Apunar vdo bhut lage. Thank u sir. Mur ata problem ase. Personally discuss koribo bisaru. Kenekoi possible hobo. Daya kori jonale val pam
@sewtidevi
@sewtidevi 5 ай бұрын
ধন্যবাদ আপোনাৰ পৰা বহুত কথা জানিব পাৰি ছো ।
@ukyamongmog5129
@ukyamongmog5129 3 жыл бұрын
অতি সুন্দৰ ভিডিও 👌👌👌👍👍👍
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Dhonyobaad
@simantadas4410
@simantadas4410 3 жыл бұрын
@@DevottomAxom Sir apunar lgt Mor personal Kotha ase, mor situation beya hoi ase, plz phone number tu diyok sun
@chandrikaranibora2302
@chandrikaranibora2302 3 жыл бұрын
ভাল লাগিল । মোৰো কেতিয়াবা এনেকুৱা হয় । ধন্যবাদ জনালোঁ আপোনাক🙏🙏
@barnalidevi8823
@barnalidevi8823 Жыл бұрын
খালী পেটত DSR যুক্ত Gas ৰ টেবলেট এটা খাই ল’লে বমি কেতিয়াও নহয়৷মই প্ৰমাণ পাইছো
@kajalmegh1335
@kajalmegh1335 3 жыл бұрын
উপকৃত হলোঁ ❤
@beamingabhisaya1552
@beamingabhisaya1552 3 жыл бұрын
🙏🙏👍👍
@yasminkhatun2252
@yasminkhatun2252 3 жыл бұрын
Thanks upai tu diyar karone🙏🙏🙏Bohut dangor problem asil mur
@jhumidevi7071
@jhumidevi7071 2 жыл бұрын
Yes thikei koise. Mur atia val hol besike journey kora karne. Thank you sir 🙏
@RashmiSharma-vy3pd
@RashmiSharma-vy3pd 3 жыл бұрын
Thank you for the information Sir. I have this problem.. I some times face this travelling for less than 5 km. It start within 2 minute..It's now a phobia for me so I take avomin when ever I travel by car. .I really try to distract myself but of no use. It start with cold sweat and than vomit.
@DevottomAxom
@DevottomAxom 3 жыл бұрын
You are most welcome
@swastikamahanta9762
@swastikamahanta9762 3 жыл бұрын
অতি সুন্দৰ 👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍
@jyotikakoch9187
@jyotikakoch9187 3 жыл бұрын
Bhut val kotha kle Sir Thank u ❤
@achikaishq7557
@achikaishq7557 3 жыл бұрын
Thank you so much dada mur aitu problem bohu dinore pora asile , thanks bujai diya karone
@DiptiKalita-h7p
@DiptiKalita-h7p 2 ай бұрын
Bohut val lagile
@RIIISHIIIII
@RIIISHIIIII 3 жыл бұрын
Morigaon r pora❤❤❤❤❤
@sabitarai9951
@sabitarai9951 3 жыл бұрын
Thank you sir 🙏
@Sudiptaa_Gogoi.
@Sudiptaa_Gogoi. 3 жыл бұрын
Tq ❤️ so much 💕❤️
@RubulHoque-pk6ln
@RubulHoque-pk6ln 6 ай бұрын
Kotha khini bojai dia baba khondor. Thanks❤
@gambhirhazarika7438
@gambhirhazarika7438 3 жыл бұрын
ধন্যবাদ,বহুত কথাই আজি গম পালো ।
@aaaabhiiiii
@aaaabhiiiii 3 жыл бұрын
Thanks a lot sir for this useful information 🙂
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Thank you very much
@sanjibpaul1500
@sanjibpaul1500 2 жыл бұрын
@@DevottomAxom dada akoman gas or subject tu bujabo
@bibulsonowal118
@bibulsonowal118 3 жыл бұрын
অতি সুন্দৰ 👍
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Dhonyobaad
@allmixtureskdas1120
@allmixtureskdas1120 3 жыл бұрын
@@DevottomAxom Sir mor CISF or gynecomastia r karone Re-medicil dise GMCH ot Doctor ot dekhalu 11ta blood test korale report normal buli kole fit certificate o di dile Kintu sir mor boobs olop dongar ase kene koi thik korim sir Re medical ot fit hom ne sir Plz help me Sir
@purnimadas451
@purnimadas451 3 жыл бұрын
বাইকত পাৰোঁ গাড়ীত কতো যাব নোৱাৰো 😭
@mohansarania8130
@mohansarania8130 Ай бұрын
Moro same condition apunar dore
@bittughoshjorhat8431
@bittughoshjorhat8431 Ай бұрын
Garit ji dina jabo hei dina rati puwa Khali patot OMEZ ata khai lobo tr pasot kiba khai lobo khali pet narakhibo 👍
@deepchoudhury508
@deepchoudhury508 3 күн бұрын
Motion sickness- বাইক,‌বাছ, অটো, ৰেল, সৰু গাড়ী, নাও আদি । কিন্তূ বাছ বা‌ সৰু গাড়ীৰ সম্মূখত বহিলেও বমি হয়, বাকী বোৰত নহয় । সুপৰামশʼ'ৰ আশাৰে।
@asabinashdas2.572
@asabinashdas2.572 2 жыл бұрын
Bhut val lagil sir moy bhut khin khaleo ake hoy thako kiata upai diyk con
@mofruzayasmin669
@mofruzayasmin669 3 жыл бұрын
Val lagil.....eta question eitu jihetu balance r karone hoi hokolure hobo lage kiyo kisumanor he hoi
@nagensaikia3448
@nagensaikia3448 3 жыл бұрын
Bangalore pora Thank-you sir
@DevottomAxom
@DevottomAxom 3 жыл бұрын
You are most welcome
@artwithrajlakhi6305
@artwithrajlakhi6305 3 жыл бұрын
Nice
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Thank you very much
@maheshwarnath1358
@maheshwarnath1358 3 жыл бұрын
@@DevottomAxom mur hoi o
@RAMENRAJBONGSHI
@RAMENRAJBONGSHI 3 жыл бұрын
Really sir, Akdom milise aponar kotha bor... Driver or xeibabe eitu problem nhoi,thik.... Val lage aponar vdo bor..
@kalpajyotideka4406
@kalpajyotideka4406 3 жыл бұрын
Thank you sir ♥️ Bhut VL kotha koise Apuni..Apunar Kotha kowa mosn2 bhut dhuniya hoi sir👍
@dikshitabharali4369
@dikshitabharali4369 2 жыл бұрын
ধন্যবাদ ছাৰ কথা খিনি কোৱা বাবে বহুত ভাল কথা কৈছে 😌
@GOPONANUVOBI
@GOPONANUVOBI Ай бұрын
Bohut val lagil aponar kotha shuni thank you sir
@EarHussain-mb4gv
@EarHussain-mb4gv 10 ай бұрын
Sir bohut bhaal lagile vdotu thankyou
@dristichetia8965
@dristichetia8965 Жыл бұрын
Dhunyobad dada🙏jonai diyar karone apuni agbahi jauk dada💖
@assamesecelebrityofficial8518
@assamesecelebrityofficial8518 3 жыл бұрын
এইটো প্ৰশ্ন সকলোৰে বাবে প্ৰয়োজনীয় ।মোৰো তেনেকুৱা হয় । ধন্যবাদ ছাৰ জানিব পাৰি
@poragprotimbora2428
@poragprotimbora2428 3 жыл бұрын
Bahut val lagil.. Superb👌👌👌 #JS_Studio_fkg
@renulongchot7547
@renulongchot7547 Ай бұрын
ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ❤️👍👌
@Hirakjyotimixassam
@Hirakjyotimixassam Жыл бұрын
আপোনাৰ কথাবোৰ ভাল লাগিছে
@devajyotiborah8672
@devajyotiborah8672 Жыл бұрын
Basere othoba garire journey korar aagote khali pet loi juwatu ba godhur bhojan koratu usit nohoi.Khadya thik mote hojom nohole baatot problem hobo pare. Gotike yatra korar aagote parile Loghu aahar grohon koribo lage aru yatra korar somoyot kahor khidki khon alop khuli loi bhitoroloi bahiror pora bayu cholachol koribo dibo lage. Yatrar somoyot kitaap/newspaper porhatu aru mobile chuwatu anushit.Hoday chokure aag fale chabo lage othoba tuponi jabo lage.
@rbskitchen5203
@rbskitchen5203 3 жыл бұрын
Sir, apunar video bur moi sau bhal lage , bohut nojona kotha jonai thank you 🙏
@JyotiBorah-y4c
@JyotiBorah-y4c Ай бұрын
God nwes thank you dada ,
@drishti577
@drishti577 Жыл бұрын
বৰ ভাল লাগিল video তো মোৰো বমি হয় গাড়ীত গলে কিন্তূ অকল Ac. গাড়ী ত গলেহে হয় আধা ঘন্তা মান জাৰনি কৰাৰ পাছতে হয়
@rajakingrajaking6346
@rajakingrajaking6346 11 ай бұрын
আপোনালৈ বহুতো ধন্যবাদ
@konwarchitra1067
@konwarchitra1067 3 жыл бұрын
কথা বোৰ জানি ভাল লাগিল। ধন্যবাদ।
@Itsme_12377
@Itsme_12377 3 жыл бұрын
Eman valkoi bujai diyar babe bohut bohut dhonyobad sir🙏
@NipaChutia-v7k
@NipaChutia-v7k 18 күн бұрын
Thank you very very happy new 🚗
@BabitaDas-s5t
@BabitaDas-s5t 11 ай бұрын
Thank you dada 🙏 mor aitu problem r babe koti ki jabo nowaro 😢 upokrit hom buli আশা krilu
Try this prank with your friends 😂 @karina-kola
00:18
Andrey Grechka
Рет қаралды 9 МЛН
Cheerleader Transformation That Left Everyone Speechless! #shorts
00:27
Fabiosa Best Lifehacks
Рет қаралды 16 МЛН
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН