Do:nyi Po:lo Yelam , Foundation Day Celebration-31 December 2023

  Рет қаралды 113

Manturam Taid

Manturam Taid

7 ай бұрын

আজি ৩১ ডিচেম্বৰ , আজিৰ দিনটোতে দঃঞি পঃল য়েলামৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয় । মিচিং সকলে অতীতৰে পৰা প্ৰকৃত ধৰ্ম হিচাপে দঃঞি পঃল য়েলামক বিশ্বাস কৰি আহিছে তথা পালন কৰি আহিছে । আজিৰ পবিত্ৰ দিনটোত লখিমপুৰ চাৱতি গাওঁত গাংগৃঙত ( নামঘৰ ) উপস্থিত থাকোঁ । আজিৰ অনুষ্ঠানত সভাপতি হিচাপে ডা° কৃপনাথ পেগুদেৱে শাসন গ্ৰহণ কৰে । অনুষ্ঠানত বহু জেষ্ঠ ব্যক্তি, গন্য মান্য ব্যক্তিসকল তথা চাৱতি গাৱৰ জেষ্ঠ মহিলা সকলে উপস্থিত থাকে । অনুষ্ঠানত দঃঞি পঃলজিমৰ বিষয়ে বিশদভাৱে আলোচনাৰ লগতে দঃঞি পঃল য়েলামক কেনেকৈ প্ৰসাৰ আৰু প্ৰচাৰ কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰে ।
বৃটিছ শাসনৰ তলত থাকোঁতেও বহুকেইখন খৃষ্টধর্ম সম্পর্কীয় পুথি-পাঁজি প্ৰকাশ কৰি প্ৰচাৰ কৰিলেও কোনো এজন মিচিং মানুহ বা পৰিয়াল খৃষ্ট ধর্মত দীক্ষিত হোৱা শুনা বা দেখা পোৱা নাই অন্ততঃ বৃটিছ শাসনকালত।
ধৰ্মৰ স্বাধীনতা আমাৰ দেশত আছে আৰু যিকোনো ধর্ম ত্যাগ আৰু গ্ৰহণ কৰাৰো অধিকাৰ সকলোৰে আছে। সেই বুলিয়েই যে ইয়াক বিচাৰ-বিবেচনা নকৰাকৈ কৰ্ম সাব্যস্ত কৰিব লাগে সেয়াও নহয়। এই ক্ষেত্রত ব্যক্তিজন বা পৰিয়ালৰ লোকে তেওঁলোকে কি কাৰণত ধর্ম পৰিৱৰ্তন কৰিবলগীয়া হৈছে আৰু গ্ৰহণ কৰিবলগীয়া ধৰ্মৰ বিষয়ে বিশদভাবে জনা, নিজৰ সহোদৰ পৰিয়াল সৈতে ভৱিষ্যতে থাকিবলগীয়া সম্বন্ধ, পৰিস্থিতিৰ পৰিৱৰ্ত্তিত ৰূপত সামাজিক পৰিৱেশ, স্বকীয়-সংস্কৃতিৰ সঁফুৰাবোৰ কি হ'ব আদি প্রশ্নবোৰৰ উত্তৰ গভীৰভাৱে চিন্তা কৰা প্ৰয়োজন। সেই সকলোবোৰ মাহ-বছৰ ধৰি গভীৰভাৱে চিন্তাৰ অন্তত যদি বিবেকে পৰিৱৰ্তনৰ সপক্ষে ঢাল খায় তাত সমাজৰ ক'বলগীয়া একো নাথাকিব। কিন্তু প্ৰৰোচনামূলক কথাৰ ফুলজাৰিত আকৃষ্ট হৈ আবেগিক পৰিৱৰ্তন সমাজে কামনা নকৰে যাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ শুভ নহ'বও পাৰে।
দঃঞি পঃল ধৰ্মৰ বিষয়ে নজনা যদি এবাৰ ভালকৈ অধ্যয়ন কৰক । কোনোবা সকলো তথ্য জানিবলৈ হ'লে মোক জনাব পাৰি । ধন্যবাদ ।
Do:nyi Polo yelam igurné kídí:dok asin ara:bok mé:namdé sémpé ipa:yé -
1. Menggabla agerém inam
2. Opaném kanggurnam
3. Aro agom lula:nam
4. Akon-asagém aya:minsunam.
5. Abi:yangém kumgésunam, ame:yangém aya:nam.
6. Apping taniyem ai kísape mé:nam.
7. Ané-abućm Do:nyi-Po:lopé mé:nam.
8. Do:nyi-Po:lo bi aiké asin ara:bo dung emna mé:nam.
9.Opaném luka:ma:nam.

Пікірлер: 2
@GulapPayeng-lt6de
@GulapPayeng-lt6de 7 ай бұрын
❤❤❤
@chironjeettaid7167
@chironjeettaid7167 7 ай бұрын
Sow sweet
PU.EDENA TEN MOTOR THAR LEI TUM-IN GIG LAM AN PAN THLA MEK E..
16:13
SUPER STAR VANLALPIANGA OFFICIAL CHANNEL CHANNEL
Рет қаралды 46 М.
EVOLUTION OF ICE CREAM 😱 #shorts
00:11
Savage Vlogs
Рет қаралды 12 МЛН
Smart Sigma Kid #funny #sigma #comedy
00:40
CRAZY GREAPA
Рет қаралды 33 МЛН
GUMRAG | POBA GOURAB | NEW VIDEO SONG 2021
6:16
Poba Gourab
Рет қаралды 5 МЛН
😘😘local missing video ||Rajiv  || jintu Pegu 🕺🕺2024
1:24
Ranuj Doley official
Рет қаралды 34 М.
Paglam pamem //by Tarulata Kutum//
7:11
Tarulata kutum Official
Рет қаралды 440 М.
Rabha folk dance "খোকছি নৃত্য"
10:42
Jitendra Rabha Official
Рет қаралды 49 М.
Потоп из какашек??? @zackdfilms - автор анимации.
0:31
Время знаний
Рет қаралды 4,6 МЛН
M&M IN MY THROAT
0:35
dednahype
Рет қаралды 4,4 МЛН
#starman #superman #viral #shorts
0:28
Starmaan
Рет қаралды 30 МЛН