Fatty Liver ঘৰতে ঠিক কৰিব পাৰি ? ফেটি লিভাৰ কিমান ভয়ানক ? Devottom ||

  Рет қаралды 524,015

Devottom Axom

Devottom Axom

Күн бұрын

বাস্হ্য সম্পৰ্কীয় বিধিগত সকীয়নি :
উক্ত ভিডিওটোত থকা বিষয়টি স্বীকৃত চিকিৎসা পদ্ধতি বা আপুনি প্ৰতক্ষ্যভাৱে লগ পোৱা চিকিৎসকৰ উপদেশৰ সমাৰ্থক নহয় । শাৰিৰীক তথা মানসিক যিকোনো অসুবিধাৰ বাবে আপুনি ওচৰৰ চিকিৎসকৰ লগত যোগাযোগ কৰক ৷ এইয়া অত্যন্ত জৰুৰী ৷ আমাৰ ভিডিওবোৰৰ একমাত্ৰ উদ্দেশ্য হ’ল সমগ্ৰ অসমীয়া ৰাইজৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সচেতনতা অনা ৷এই ভিডিও উপভোগ কৰি আপোনাৰ জীৱন শৈলী ,খাদ্য ৰীতি ,ঔষধ ইত্যাদি সলনি কৰিব হ’লে আপোনাৰ চিকিৎসকৰ অনুমতি আৰু উপদেশ গ্ৰহণ কৰক ৷
Medical Disclaimer:
This content is not intended to be a substitute for professional medical advice, diagnosis or treatment. Please consult with your Physician with any questions regarding a medical condition. Never disregard professional medical advice or delay in seeking it because of something you watch in this video. Please consult with your physician before changing or adding any lifestyle, food, medication or supplement.
Whatsapp Number: 9476673302
Instagram profile: ...
Facebook profile: / dr.dipam
Facebook page: / devottom1
Music courtesy: iMovies & Singer Rocktim of • Video
Video edited with: Kinemaster app
Thumbnail edited with: PicsArt app

Пікірлер: 1 300
@hirakjyotisaloi4963
@hirakjyotisaloi4963 3 жыл бұрын
আপোনাক লগ পাব মন আছে.. কাৰণ সঁচা মনৰ মানুহ আপুনি গম পায়.... 🙏 ❤️
@lilawotichetry3259
@lilawotichetry3259 3 жыл бұрын
ছাৰ চিকিৎসকে কুৱা মতে টেষ্ট কৰোঁতে লিভাৰ বহুত বাঢ়িছে বুলি কৈছে। তেওঁ দিয়া মেডিচিন খাই আছো যদিও ভাল পুৱা নাই। আপোনাৰ পৰামৰ্শ বিছাৰিছো।
@mousumihazarika8563
@mousumihazarika8563 Жыл бұрын
Sir your contact number tu dibo plz
@archanakalitaphukan4281
@archanakalitaphukan4281 2 жыл бұрын
ফেটি লিভাৰ সম্পৰ্কীয় কথাখিনি জানি বহুত উপকৃত হ'লো..! ধন্যবাদ... আপোনাক ভগৱানে কুশলে ৰাখক🙏..!
@tomjeetali8638
@tomjeetali8638 3 жыл бұрын
ছাৰ মোৰো ঘৰ নলবাৰীত, আপুনি সকলো কথা বহুত সহজ সৰল ভাষাত ধুনীয়াকৈ বুজাই দিয়ে তাৰ কাৰণে বুজাত কাৰো অসুবিধা নহয় তাৰ কাৰণে আপুনাক বহুত বহুত ধন্যবাদ আৰু এটা কথা আপুনাৰ মুখত নলবেৰা ভাষা শুনিলে বহুত ভাল লাগে আৰু এইটোক লৈ গৌৰৱ অনুভৱ কৰোঁ।
@manjilaahmed1413
@manjilaahmed1413 10 ай бұрын
আপোনাক বহুত বহুত বহুত ধন্যবাদ।sir আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিলোঁ।
@NiluAXOM
@NiluAXOM 3 жыл бұрын
আধা বেমাৰ আপোনাৰ কথা শুনিলেই ভাল হৈ যায় ছাৰ। সু-স্বাস্থ্য কামনা কৰিলোঁ 🙏
@rupkantapathori2852
@rupkantapathori2852 2 жыл бұрын
Your valuable advices are actually helpful to us.Thanhs a lot from Golaghat Assam
@rinakalita2820
@rinakalita2820 2 жыл бұрын
আপোনাৰ কথাবোৰ শুনিলে আধা এধি বেমাৰ ভাল হৈ যায়। বহুত নজনা কথা জানিলো। ধন্যবাদ ছাৰ।
@minakshikalita3778
@minakshikalita3778 2 жыл бұрын
@@rupkantapathori2852 জ্জ্ললঞঞঞ0
@worldwidesongspd4268
@worldwidesongspd4268 2 жыл бұрын
একদম মানে ১০০/ সচা
@janakdas2923
@janakdas2923 Жыл бұрын
সুন্দৰ পৰামৰ্শ ছাৰ
@loknathdas5152
@loknathdas5152 2 ай бұрын
ধুনিয়া লাগিছে আপোনাৰ কথাখিনি শুনি। মইওঁ এতিয়া এই সমস্যাত পৰি আছোঁ। আপুনি কৱা মতে কৰি আছো বৰ্তমান।
@bandanakalita8631
@bandanakalita8631 2 жыл бұрын
ছাৰ মোৰো নন এলকহলিক ফেটি লিভাৰ আৰম্ভ হৈছে ।বহুত ভয় খাই আছিলোঁ।আপোনাৰ ভিডিও টি চাই বহুত সাহস পালোঁ।বহুত বহুত ধন্যবাদ।ভগৱানে আপোনাৰ মংগল কৰক।
@pryka4
@pryka4 6 ай бұрын
Apunr grand 1ne 2 hoisle
@arifulhussain4044
@arifulhussain4044 4 жыл бұрын
আল্লায় আপোনাৰ মংগল কৰক তাৰেই কামনা কৰিলো...বহুত বহুত ধুনীয়াকে বুজাই দিয়াৰ বাবে
@beenaborah1098
@beenaborah1098 3 жыл бұрын
বহুতে বহুত কথা জানিব পাৰে কিন্তু আপোনাৰ দৰে ইমান সহজ কৈ বুজাব নোৱাৰে। আপুনি আমাক বহুত উৎসাহিত কৰিছে ।
@aaruhikashyap6752
@aaruhikashyap6752 2 жыл бұрын
Chakravarty borsapori আপোনাৰ কথাবোৰ শুনি থাকিবৰ মন যায় ভাল লাগে ।ধন্যবাদ
@marinavlog4708
@marinavlog4708 Жыл бұрын
আল্লাহে আপোনাক ভালেৰে ৰাখক দোৱা কৰিছোঁ।
@pk...3145
@pk...3145 4 ай бұрын
ইমান সুন্দৰকৈ বুজালে ছাৰ,,, ভালে থাকক সদায় আপুনি
@ekosoronom1821
@ekosoronom1821 2 жыл бұрын
বহুত ধন্যবাদ জনালোঁ ৷ জয় আই অসম ৷
@mousumihazarika6255
@mousumihazarika6255 Жыл бұрын
ইমান সহজ ভাৱে বুজায় দিয়াৰ বাবে বহুত ধন্যবাদ জনালো 🙏🙏
@amalchandramedhi9115
@amalchandramedhi9115 4 жыл бұрын
বহুত সুন্দৰ কৈ বুজাই দিলে...👌👌 ধন্যবাদ..💐 Pancrititis ৰ বিষয়ে অলপ ভালকৈ কব চোন....alcoholic আৰু unalcohorlic ...🙏
@sarathazarika6765
@sarathazarika6765 3 жыл бұрын
Moiu janibo bisaru
@balibat2kakodonga210
@balibat2kakodonga210 Жыл бұрын
ছাৰ মোৰ লৰাটোৰ বয়স আঠ বছৰ।আজি চাৰি দিনমান হল সি ৰাতি শুই থকা অৱস্থাত আধা ৰাতি জাপ মাৰি উঠে আৰু উশা লব নোৱাৰা নিচিনা হয়।ছাৰ এনেকু্ৱা ধৰণৰ বেমাৰ আছেনেকি জনাব বুলি আশা থাকিল।
@likheswargogoi5312
@likheswargogoi5312 5 ай бұрын
তথ্য-প্ৰযুক্তি বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ মানুহৰ জীৱন শৈলীত।
@legendff1460
@legendff1460 4 жыл бұрын
ধন্যবাদ. দাদা ভাল লাগিল কথা খিনি যানি কিন্তু মোৰ এইবিলাক বেমাৰ নাই বাৰু ক্ষীণাইহে গৈছে ফল মূল খালে শকত হ'ব পাৰিম ন জিম যাব লাগিব😊🙃🙏
@joyntahajorika1201
@joyntahajorika1201 Жыл бұрын
ছাৰ অতি সুন্দৰ পৰামৰ্শ দিছে।অশেষ ধন্যবাদ।
@nirmalidas5184
@nirmalidas5184 3 жыл бұрын
Sir my brother has been suffering from fatty liver since 6 years...first 6 months he was doing exercise and all...but after that he was not doing any exercise and was not taking any medicine also...he is now 26 years old...he has not showing any symptoms...চিন্তাৰ কিবা কাৰন আছে নেকি জনাবছোন
@mayamahanta5908
@mayamahanta5908 5 ай бұрын
কথাখিনি বৰ ধুনীয়া কৈ বুজাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।
@sukanyatalukdar7325
@sukanyatalukdar7325 4 жыл бұрын
Sir please tell us more about liver fibrosis and how to reduce alkaline phosphate from a higher level and reasons for high alkaline phosphate. Can cirrhosis be cured? Please can you make another video for fibrosis.
@RanjitDas-wu6bm
@RanjitDas-wu6bm 3 жыл бұрын
দাদা বহুত সুন্দৰকৈ কথাখিনি বুজাই দিলে।আপোনাৰ পৰামৰ্শ মতে চলিলে দীৰ্ঘ আয়ু হব পাৰিম।অতি শেষত আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@mdmusical6097
@mdmusical6097 3 жыл бұрын
ঈশ্বৰে আপোনাৰ মঙ্গল কৰক
@rahimuinahmed6029
@rahimuinahmed6029 3 жыл бұрын
বহুত দুনিয়া কথা কলে, তাৰ বাবে ধন্যবাদ মোৰ ফালৰ পৰা . Your are great person.... I salute.........
@rawmaterials9439
@rawmaterials9439 4 жыл бұрын
আপুনি এক সাহস। ❤
@nabakantadas769
@nabakantadas769 Жыл бұрын
আপোনাক ভগবানে ভালে ৰাখক । আৰু এনেধৰনৰ ভিডিঅ বোৰ যাতে আমালৈ পঠিয়াই থাকে । তাৰে কামনা
@KhanindraDutta
@KhanindraDutta 3 жыл бұрын
Thank you so much sir. Currently, I'm suffering from non-alcoholic fatty liver. Will follow your advice.
@jiten2408
@jiten2408 2 жыл бұрын
Bro..kun grade t ase fatty liver...kot treatment korisa
@jiten2408
@jiten2408 2 жыл бұрын
Val paisa ne atia agotkoi
@bedantube
@bedantube Жыл бұрын
ALT kiman ase?
@sunamdeka7593
@sunamdeka7593 Жыл бұрын
Apuni amak iman help korise amar karane iman bhabe.. Bhagwaan e bohut bohut ashirwaad diyok apunak bhale bhale rakhe jen🙏
@kunaljeetgohain
@kunaljeetgohain 2 жыл бұрын
আপোনাৰ কথাখোনিয়ে সঁচাকে বহুত ভাল লাগে
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Thank you 🙏🏻.. share kori dibosun please.. mur onurudh thakil..
@Teer983
@Teer983 2 жыл бұрын
Tel khab pari ne nuwari
@jayajunjun
@jayajunjun Жыл бұрын
সুন্দৰ সমীধান । মোৰ ২/3 non alcoholic fatty liver হৈ আছে । ডাক্তৰ পৰামৰ্শ মতে চিকিৎসা কৰি আছো ।
@mahroofrahman48
@mahroofrahman48 3 жыл бұрын
Excellent presentation. Allah bless you such a beautiful video.
@hiragoswami7471
@hiragoswami7471 Жыл бұрын
বহুত ধণ্যবাদ থাকিল ছাৰ ,,জয় আই অসম,🙏
@pinkybora9623
@pinkybora9623 4 жыл бұрын
ধন্যবাদ ছাৰ । ছাৰ পাইলচৰ পৰা নিৰাময় পাবলে কি কৰিব লাগিব ।অকণমান কওকচোন
@Danirojasfc6
@Danirojasfc6 3 жыл бұрын
Dr: Kamaal Husan Eusuf 9864026192 যোগাযোগ কৰিব ।(PILES) পাইলচৰ ভাল ডাক্তৰ।
@imabegum6372
@imabegum6372 4 ай бұрын
Guwahati Dr eusuf t dakhsli vsl pab
@NarayanKakati-f3g
@NarayanKakati-f3g Ай бұрын
আপোনাৰ পৰাৰ্মশ বহুতৰ বাবে লাভদ্দায়ক হব ।ধন্যবাদ ।
@barnalichakraborty6785
@barnalichakraborty6785 3 жыл бұрын
বহুত বহুত ধন্যবাদ 🙏
@anjubhattacharyya9472
@anjubhattacharyya9472 Жыл бұрын
বহুত সুন্দৰ কথা কলে ।মোৰো ফেটি লিভাৰ গ্ৰেড ২ হৈছে ।আপোনাৰ পৰা বেমাৰটো বিষয়ে সম্যক জ্ঞান পালো ।ধন্যবাদ
@jitudev2102
@jitudev2102 Жыл бұрын
বৰ্তমান সুস্থ হল নে
@pallobborah8594
@pallobborah8594 3 жыл бұрын
Mur ase ki khale val hobo
@geetgogoi2033
@geetgogoi2033 3 жыл бұрын
Thank you sir.... Apuni ajon doctor hoi u j imn hundar koi bujai diye.. Apunar patients khini kin2 birat hovagyaban
@ritakalita6193
@ritakalita6193 3 жыл бұрын
Greeting sir ! My son is suffering from fatty liver from last year, he has been going to gym, doing cardio regularly but he's not well till now. He told me that he burns 250 calories by cardio and on thurday between 400 to 500 calories in particular.
@rahulsaikia6554
@rahulsaikia6554 3 жыл бұрын
Reduce intake of protein rich foods especially meat eggs and oily foods. If by any chance he consumes beer or alcohol , he have to give away all this.
@joydevdas4343
@joydevdas4343 2 жыл бұрын
যি কোনো বেমাৰ আপোনাৰ কথা শুনিলেই আধা ভালেই হৈ যায় ছাৰ। আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো আমাক সু-স্বাস্থ্য কৰি পৰামৰ্শ দি যোৱাৰ বাবে বহত , বহুত,বহুত ধন্যবাদ ছাৰ৷🙏
@Donnierajproductions
@Donnierajproductions 2 жыл бұрын
Calorie intake komai diyok. 500 calorie burn kore kintu daily kiman loy?
@phulmanibaruah6395
@phulmanibaruah6395 Жыл бұрын
@@joydevdas4343 7
@nabakantadas769
@nabakantadas769 Жыл бұрын
সেই কাৰণে আপোনা বহুত ভাল লাগে চাৰ বহুত বহুত ধন্যবাদ ।
@bidyutbarunsarmah2735
@bidyutbarunsarmah2735 4 жыл бұрын
Great information....I had high triglycerides (360 ) around two years ago and with yoga I could decrease it to 220 but did not quit refined sugar. Then we were blessed with our baby and I couldn't continue the regular yoga routine but almost a year back I began to quit sugar ...last week triglycerides was 160. still need to go below 150...doing yoga and other exercises now snd hope it comes down the borderline.HDL is also a little bit low (35).Should I do something else to get quick results?
@DevottomAxom
@DevottomAxom 4 жыл бұрын
Quit sugar completely. And any kind of cold drinks and packeted food. Try Intermittent Fasting at least 4-5 days in a week. Take 6 almonds every day. And daily some exercise
@bidyutbarunsarmah2735
@bidyutbarunsarmah2735 4 жыл бұрын
@@DevottomAxom thank you so much
@nityagogoi6302
@nityagogoi6302 3 ай бұрын
Sir, I am in Delhi , my triglycerides 195 and HDL 38 , My sgpt is 54 .. I have done firboscan and score is 293/3.8 F0S3... Taking Vitamin E twice a day ... Walking daily 4 KM two times ( after watching your video) taking normal diets .... What should I do for quick recovery sir. How long I should take vitamin E capsule 400 mg sir please advice sir
@baratimahanta5856
@baratimahanta5856 5 ай бұрын
বহুত ভাল লাগিল ফেটি লিভাৰ ৰ বিষয়ে কথাবোৰ কোৱা বাবে ।
@monidipabose8601
@monidipabose8601 2 жыл бұрын
You are like god for us really 🙂🙏!you explain so nicely.
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Thank you 🙏🏻.. share kori dibosun please.. mur onurudh thakil..
@shilpashreeborah8271
@shilpashreeborah8271 6 ай бұрын
চাৰ ধন্যবাদ ময় সদায় আপোনাৰ বিধিও চাও সদায় দিয়ে যেন মহিলাৰ বেমাৰৰ বিযযে❤❤❤
@roktimbora278
@roktimbora278 4 жыл бұрын
U r amazing sir..
@nabajitroy6721
@nabajitroy6721 3 ай бұрын
Dada aponar kotha khini huni bht upojrit aru xahakh palo.Aponar kothakhonit a bht mdcn ase jar karone mdcn nokhiwakoi a bht upokrito hoiso.Agoloi enedore amk hahay kori jaok. Bht bht dhanyabad dada. God bless u dada
@maheswarborah4938
@maheswarborah4938 3 жыл бұрын
মাছ মাংস খালে ও হয় নেকি।। ফেট
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Nohoi...
@maheswarborah4938
@maheswarborah4938 3 жыл бұрын
ধন্যবাদ
@rubibegummr8302
@rubibegummr8302 3 жыл бұрын
Bhut sintah korisilo karn moro ase feti livar aponar pra ata val kothah khikilo
@sanjaybarman996
@sanjaybarman996 2 жыл бұрын
দাদা বৰ সুন্দৰ অসমীয়া ভাষাৰ ভাঙনি কৰি স্পষ্ট কৈ বুজাই দিছে, মই ভাবোঁ এইটো view ৰ পৰা বহুত মানুহ উপকৃত হব। অনাগত দিনত বহুতৰ মাজত অধিক সজাগ আৰু সচেতনতা বৃদ্ধি পোৱা দেখা যাব।
@bhagirathhaloi7359
@bhagirathhaloi7359 2 жыл бұрын
বহুত ভাল লাগিল নজনা কথাবিলাক শুনিবলৈ পাই ধন্যবাদ
@animadevi6982
@animadevi6982 3 жыл бұрын
আপোনাক ব হুত ধন্যবাদ । বহুতৰে সাহস আপুনি 🙏🙏🙏
@najimabegum3751
@najimabegum3751 2 жыл бұрын
Apunar kta kita huni khub bhl lgise apuni jenekkoi bujaise bemariu bhl hoi jbo because kisuman doctor ase kta koi bhoi khuai die jiman dangr bemar nhoi so manuh bhoi khai jai bt apunr kta bur khub fresh hoi hunile bemario aram pabo 🙏🙏 agbahi jauk 🤲❤️
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Oxex dhonyobaad thakil
@10_M-R-786
@10_M-R-786 2 жыл бұрын
Your explainatipn is top level and beutyful mind blowing. I am also suffering. Thank you very much.
@deepjyotidas2397
@deepjyotidas2397 Жыл бұрын
Dr. Degree lolai doctor nohoi kintu aponar nisina gun thakile he patient bilake xahokh pai, xundor sir🙏🙏🙏
@NirujBuragohain-oy3ik
@NirujBuragohain-oy3ik Жыл бұрын
Bohut Vaal lagil apunar hamidhan bilaak Pai god bless you
@milestone1448
@milestone1448 2 жыл бұрын
বহুত ধুনীয়া পৰামৰ্শ দিলে
@Shreeyansh6258
@Shreeyansh6258 2 жыл бұрын
Bor dhuniakoi bujai diye apuni kothabur. Thank you sir
@dibyahazarika9694
@dibyahazarika9694 Жыл бұрын
Aapunar kothabure bohut khokti dile dhanyabad sir
@jiaulhaque8768
@jiaulhaque8768 Жыл бұрын
ছাৰ, আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিল 🥰।
@sabitaojah7925
@sabitaojah7925 3 жыл бұрын
Apunar video bure bhut khahokh di ase.... apuni great sir..🙏🙏🙏
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Thank you 🙏🏻.. xokolure logot share koribo
@rintumonidutta9226
@rintumonidutta9226 5 ай бұрын
নমস্কাৰ দাদা। মোৰ বয়স ৫০ বছৰ, কৰ্মসুত্ৰে কুৱেইটত থাকো। ফেটি লিভাৰ গ্ৰেড ওৱান আছিল, যোৱামাহত আলট্ৰাচাউণ্ড কৰিলো, গ্ৰেড টু বুলি ক'লে। আপোনাৰ ভিডিঅ'ৰ নিয়মীয়া দৰ্শক্ক। খোজ কাঢ়ো ৫০০০ ষ্টেপ দেইলি। কিন্তু মোৰ ওজন মাত্ৰ ৬৮ কেজি, ওজন ৫ ফুট ন ইঞ্চি। intermittent fastiing কৰিম বুলি ভাবি আছো। কিন্তু ইয়াতকৈয়ো খীণাই যাওঁ‌ বুলি বৰ চিন্তা হৈছে। এনেইয়ে মই বহুত খীণ। উপদেশ এটা আশা কৰিলো
@AnjuMahanta-d1o
@AnjuMahanta-d1o 3 ай бұрын
ভাল উপদেশ দিছে ।ধন্যবাদ চাৰ ।🙏
@anamikaadhyapak217
@anamikaadhyapak217 Жыл бұрын
ভাল লাগিল, আপোনাৰ পৰামৰ্শ মানি চলিবলৈ চেষ্টা কৰো ❤
@rujumonidas9824
@rujumonidas9824 Жыл бұрын
খুব সুন্দৰকৈ বুজাই দিছে। ধন্যবাদ
@dipankardutta5099
@dipankardutta5099 3 жыл бұрын
Bohut hundor ke bujai diye apuni.... Thank you Dada
@diilooamawat5959
@diilooamawat5959 Жыл бұрын
Bht kotha janibo parilu, dhnyabad sir🙏🏼
@akankshachaliha9998
@akankshachaliha9998 2 жыл бұрын
ভাল লাগিল ছাৰ,,,মোৰ লিভাৰত ফেটি লিভাৰ ওলাইছে,,,আপোনাৰ ভিডিও টোৱে বহু খিনি সহায় কৰিব
@bijuleekakati7836
@bijuleekakati7836 3 жыл бұрын
আপোনাৰ কথা ৰ পৰা সকলোৱে উপকূলত হব
@kamalpursantipurnarayanpur5970
@kamalpursantipurnarayanpur5970 Жыл бұрын
আপোনাক বহুত বহুত ধন্যবাদ sir,,, 🙏🙏🙏
@lavitapatowary639
@lavitapatowary639 2 жыл бұрын
ছাৰ মোৰ নাম " দীপজোতি পাটোৱাৰী । মোৰ ঘৰ" হাজো" মোৰ দেহত pranachitis problem ও আছে যোৱা কালি মোৰ তুপনি ক্ষতি হৈছিল কাৰণ funstion চাইছিলো। 1 peg drinks ও কৰিছিলোঁ ৰাতি । আৰু ৰাতি 2-30 মান ফুচকা ও খাইছিলো আৰু ৰাতি পুৱা 10 মান বজাত মই তুপনিৰ পৰা উঠিলো । পেতটো অলপ বিখাৱ ধৰিছিল, মুখ খন‌ বমি বমি লাগিছিল । আৰু মই বমি কৰিব লওতে পেতৰ ভিতৰৰ পৰা তেজ উলাইছিল । মোৰ ভয় লাগি আছে । ছাৰ আপুনি অলপ পৰামৰ্শ দিলে ভাল লাগিব ।।।।জয় আই অসম 🙏🙏🙏।।।।
@gamming6873
@gamming6873 Жыл бұрын
Iman sundarkoi bujai dia babe bohut bohut dhonyobad
@bobitaborah739
@bobitaborah739 2 жыл бұрын
আপোনাৰ কথা শুনি থাকিলে আধা বেমাৰ ভাল হৈ jai দাদা ভালে থাকক আপুনি
@DevottomAxom
@DevottomAxom 2 жыл бұрын
🙏🙏
@ndoley8074
@ndoley8074 2 жыл бұрын
Apuni fati liver ghorote kenekoi thik koribo pari tar advice diyar babe bohut dhonyabad thakil
@kobitasaikia7378
@kobitasaikia7378 Жыл бұрын
Uncle apuni bhout bhal kotha koise
@Your-Lover
@Your-Lover 6 ай бұрын
সুন্দৰ পৰামৰ্শ দিলে। ধন্যবাদ,,,,
@nilufayesmin999
@nilufayesmin999 Жыл бұрын
ধন্যবাদ বহু কথাই জানিব পাৰিলো আপোনাৰ পৰা।
@DevottomAxom
@DevottomAxom Жыл бұрын
You are welcome 🙏🏻
@tulshidas9830
@tulshidas9830 3 жыл бұрын
Sir apuni Iman valdore bujale.aji kali kisuman doctore visits loio valdore Bujai nokoy. Bhogobane apunak aru aguwai loi Jaok
@santoshborah6757
@santoshborah6757 3 жыл бұрын
অ বহুত ভাল কথা কলে আপুনি ধন্যবাদ ।
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Thank you very much
@santoshborah6757
@santoshborah6757 3 жыл бұрын
মোৰ হৈছিল কিন্তু Liver functions ভাল হ'ল Report আহিছে । এতিয়া কিবা কৰিব লগা আছে নি ছাৰ জনাব ।
@bikashnath4663
@bikashnath4663 3 жыл бұрын
চাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
@archanakalita830
@archanakalita830 Жыл бұрын
Thnq so much sir emn easy vale koisa .....
@dibyajyotihazarika8910
@dibyajyotihazarika8910 10 ай бұрын
কথাখিনি ভাল লাগিল ছাৰ 🙏🙏
@jamaluddin6677
@jamaluddin6677 2 жыл бұрын
আপোনাৰ বক্তব্য শুনি ভাল লাগিছে।
@rumibaruah5896
@rumibaruah5896 3 жыл бұрын
Thanku Sir...Apuni Amk Bhumolya Khomoyr vitort khundor Kotha khini Bujai Dyr Babe...Thanku Very Much🙏🙏🙏🙏
@dta8078
@dta8078 3 жыл бұрын
সুন্দৰ ছাৰ।আপুনি বহুত সাহস দিছে আমাক।আপোনাক এবাৰ লগ পাব লাগিছিল। কত লগ পাম বাৰু জনাবছোন।
@rebaraajmusical3900
@rebaraajmusical3900 2 жыл бұрын
আপোনাক বহুত বহুত ধন্যবাদ চাৰ ।
@julaidas8285
@julaidas8285 2 жыл бұрын
Thank u sir aponar katha Bilak suni monot bohut santi ahil
@joyfulreha
@joyfulreha 2 жыл бұрын
ছাৰ আজি ১২ দিনমান হ'ল মোৰ শৌচ কমকৈ হয়, গেছ,বদহজম,উকালি আহি থাকে আৰু মাজে মাজে বমিও হয় ।ভাত খাবলৈ মন নাযায় আৰু খালেও পেট ফুলি যায় ।গেছৰ টেবলেট Rabeprazole DSR,Aristozyme tonic আৰু Livosin DS খাই আছো যদিও সুফল পোৱা নাই,গেছৰ আৰু গেস্ট্ৰিকৰ সমস্যা অৱশ্যে আগৰে পৰা আছে ।অনুগ্ৰহ কৰি কিবা পৰামৰ্শ দিব নেকি,ছাৰ
@anshumansarmah
@anshumansarmah Ай бұрын
আপোনাৰ কথা শুনিলে বহুত বেমাৰ ভাল হৈ যায় ছাৰ
@anupamaboro8728
@anupamaboro8728 5 ай бұрын
আপোনাৰ কথাবোৰ শুনিলে বেমাৰ ভাল হৈ যায়।
@kakuprotiva9091
@kakuprotiva9091 9 ай бұрын
সুন্দৰ পৰামৰ্শ। বহুত বহুত ধন্যবাদ।
@kushalbarman807
@kushalbarman807 2 жыл бұрын
দাদা মই পৰীক্ষা কৰিছোঁ মোৰ গ্ৰেড 2 ফেটি লিভাৰ আছে আছে আৰু মই udilive টেবলেট খাই আছো।কিন্তু দাদা মোৰ প্ৰাই বুক খন জলা পুৰা কৰে আৰু পেটটো ফুলে।দাদা মোক কিবা এটা ওপাই দিয়ক 🙏🙏🙏🙏
@nirmalikalita1372
@nirmalikalita1372 2 жыл бұрын
Mur fetty liver hoi ase logote pcod problem hoise Vdo2 sie bohut upokrita holu sir
@minotisonowal604
@minotisonowal604 3 жыл бұрын
ভাল লাগিল এনে ধৰনৰ বেমাৰৰ ভিদিঅ বিলাক দি থাকিব
@jonalidevi4353
@jonalidevi4353 Ай бұрын
Bohut bhal lagil kothabor jani
@arunjyotiborah4535
@arunjyotiborah4535 5 ай бұрын
Bohut val lage apunar poramosha.Thans Sir
@junaliduttadevi5705
@junaliduttadevi5705 2 жыл бұрын
Dhoinyobad sir ..bht val lagil apunar poramorkho
@abdulawal3436
@abdulawal3436 8 ай бұрын
Heavy Thank you for your Valuable Topics about Fetty Levee matter.
@pranliborah8129
@pranliborah8129 2 жыл бұрын
ছাৰ কথাখিনি ইমান ভাল লাগিল ,,,, ছাৰ গাখীৰ , দৈ , মুৰ্গী খাব পাৰিমনে
@tulikaboro5072
@tulikaboro5072 3 жыл бұрын
Dhanyabad Sir. Aapunar video tu sai xosake upokrito holu.🙏
@manjukalita6326
@manjukalita6326 2 жыл бұрын
Thanks lots Sir for your valuable advice 🙏
小天使和小丑太会演了!#小丑#天使#家庭#搞笑
00:25
家庭搞笑日记
Рет қаралды 41 МЛН
Incredible: Teacher builds airplane to teach kids behavior! #shorts
00:32
Fabiosa Stories
Рет қаралды 11 МЛН
ДЕНЬ УЧИТЕЛЯ В ШКОЛЕ
01:00
SIDELNIKOVVV
Рет қаралды 3,3 МЛН