Рет қаралды 289
O....appun so:man po:laje......
গীতটো হৃদয় চুই গ'ল । সেইয়াই চাগে তৰুলতা কুটুমৰ প্ৰথম বোলছবি জগতত আৰম্ভণি আছিল । অতি সুন্দৰ অভিনয় । বাঁহীৰ সুৰে আপোনাক আৱেগিক কৰিব ।
Star - Jona Pegu & Tarulata Kutum
Film - Pa:me Appun - 1994
Orginal Mising old video lbum song
Pro/Dir ..DILIP KUMAR MORANG
পুৰনি গীতবোৰ পাবৰ বাবে Follow কৰিব পাৰি ।