Flood Relief… Mission - অলপমান সহায় ৰ হাত

  Рет қаралды 534,337

Dimpu's Vlogs

Dimpu's Vlogs

2 жыл бұрын

Archad vai channel
/ @arshadsayeed

Пікірлер: 1 900
@ilovetravelandfoodNextlevel
@ilovetravelandfoodNextlevel 2 жыл бұрын
Great work vai salute to you 🙏🙏❤️❤️ sab Jen khunkale val hoi jawk 🥺
@khairuljabinvlog
@khairuljabinvlog 2 жыл бұрын
সচাঁই আপুনি বেলেগতকৈ বেলেগ অ' DIMPU DAA 💞.. মানি গৈছোঁ ..
@makhanagogoi5078
@makhanagogoi5078 2 жыл бұрын
You tuber বুলি কলে দিম্পুক ভাল লাগে কিন্তু এতিয়া শ্ৰদ্ধাও বহিল তোমালৈ❤️আগুৱাই যোৱা সদায়,আৰু অসহায় সকলক সহায় কৰি যোৱা
@dipanjalisaikia6377
@dipanjalisaikia6377 2 жыл бұрын
ভগবানে তোমাৰ মঙ্গল কৰক
@pallabigogoi7825
@pallabigogoi7825 2 жыл бұрын
তুমি বহুত ভাল দাদা‌ ❤️আৰু আগোৱাই যোৱা দাদা 😊আৰু এনেকৈ সকলোকে সহায় কৰি যোৱা যিমান পাৰা।এইবোৰ কাৰণে তোমাক ভাল লাগে
@anjalipathak492
@anjalipathak492 2 жыл бұрын
সুন্দৰ প্ৰচেষ্টা হাতত লৈছা তেওঁলোক নিশ্চয় উপকৃত হব কিছু পৰিমাণে বাকী চৰকাৰৰ দায়িত্ব অসমৰ এই জলন্ত সমস্যাৰ চিৰস্থায়ী সমাধান কৰাৰ।
@challengewithvideo-kf1dd
@challengewithvideo-kf1dd 2 жыл бұрын
আপোনাৰ নিচিনা মানুহ এজন অসমৰ মন্ত্ৰী হব লাগিছিল ❤️❤️ বহুত ভাল পদক্ষেপ ডিম্পো দা ❤️❤️আপুনি আৰু আগুৱাই যাওক ❤️❤️ সঁচাই আপুনি বেলেগত কৈ বেলেগ ❤️❤️❤️❤️
@user-ni2ui6vf9f
@user-ni2ui6vf9f 2 жыл бұрын
Mojjjja dimpu da
@akashburhagohain1128
@akashburhagohain1128 2 жыл бұрын
আজিকালি ইউটিউবত যেতিয়া বাতৰি
@jituldasassamesepoem7091
@jituldasassamesepoem7091 2 жыл бұрын
সুন্দৰ পদক্ষেপ দিম্পু দা ❤️
@jintitalukdar5967
@jintitalukdar5967 2 жыл бұрын
খাদ্য ৰ বাহিৰেও যে আপুনি মহিলাসকলৰ বাবে pad যোগান ধৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ 🙏🙏🙏❤️❤️❤️
@gyankhanikar9372
@gyankhanikar9372 2 жыл бұрын
Bht val korise
@jupivlogs7743
@jupivlogs7743 2 жыл бұрын
ভাল পদক্ষেপ দিম্পু দা 🥰❤️❤️ ভগৱানে আপোনাক আৰু আগুৱাই যোৱাত সহায় কৰক তাকে কামনা কৰিলোঁ 💞💞
@pujachangmaivlog2383
@pujachangmaivlog2383 2 жыл бұрын
সুন্দৰ পদক্ষেপ dimpu da আমি এনেদৰে ইজনে সিজনক সহায় কৰিব লাগে। ভাল লাগিল dimpu da বহুত বহুত মৰম Jorhat teok r pora.🙏🙏🙏
@prahladbordoloi6884
@prahladbordoloi6884 2 жыл бұрын
সঁচাকৈ অতি দুখ লগা অৱস্থা,বান পানীয়ে মানুহৰ লগতে অন্য জীৱ জন্তু বিলাকক ও কেনেকুৱা অৱস্থা কৰে। তথাপি সাহায্য আগবঢ়োৱাৰ বাবে অশেষ ধন্যবাদ 🙏❤️🙏। এতিয়া যিমান সাহায্য আগবঢ়োৱাব সামথ্য হৈছে আৰু বেছি সামথ্য দিয়ে যাতে ভগৱানে তাৰেই কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ 🙏🙏🙏
@jitudekamusicchannel3943
@jitudekamusicchannel3943 2 жыл бұрын
বানপানীত ভুক্তভোগী সকলে হে বুজিব এই সময়ত বিস্কুট এপেকেতৰ মুল্য কিমান । দিম্পু তোমাক অশেষ ধন্যবাদ জনালোঁ এইকন সহায়ৰ কাৰণে 🙏🙏🙏
@ethar6570
@ethar6570 2 жыл бұрын
Love, compassion, kindness, integrity is everything we have witnessed all things through you. You do good, Good will come to you this is the law of living. Well done Dimpu. Keep doing, keep up the awesome work
@TheTeamOfLoL
@TheTeamOfLoL 2 жыл бұрын
সুন্দৰ পদক্ষেপ Dimpu Da 😍❤️ ।
@rinahazarika8761
@rinahazarika8761 2 жыл бұрын
সুন্দৰ পদক্ষেপ ভাইটি। ভগৱানে সদায় মঙ্গলে ৰাখক আশীর্বাদ কৰিলোঁ।
@GoodInformative
@GoodInformative 2 жыл бұрын
সুন্দৰ পদক্ষেপ কৰিছা,
تجربة أغرب توصيلة شحن ضد القطع تماما
00:56
صدام العزي
Рет қаралды 37 МЛН
Пробую самое сладкое вещество во Вселенной
00:41
Apples,pears tree for free in England @DimpusVlogs
14:29
Pritos vlogs
Рет қаралды 209 М.
নতুন bike ত - Going to beautiful SARALPARA
19:12
Dimpu's Vlogs
Рет қаралды 984 М.