কি কৰিলোঁ ইমান টকা - Distributing flood reliefs

  Рет қаралды 1,033,247

Dimpu's Vlogs

Dimpu's Vlogs

4 жыл бұрын

new hopes foundation fb page
/ new-hopes-foundation-2...
new hopes foundation fund rise
milaap.org/fundraisers/suppor...
#assamflood #dimpubaruah

Пікірлер: 8 800
@dosmantachutia4402
@dosmantachutia4402 4 жыл бұрын
শিল্পী আমাক জুবিন দাৰ দৰে লাগে KZbinr আমাক দিম্পু দাৰ দৰে লাগে
@nekibchohan5427
@nekibchohan5427 4 жыл бұрын
Umm bro khosa ke..
@rimjim2673
@rimjim2673 4 жыл бұрын
Akdom right
@palkoch8767
@palkoch8767 4 жыл бұрын
👍
@souravgamingaxom8703
@souravgamingaxom8703 4 жыл бұрын
Tumi Hosa koisa
@rabhagamermobilplayer2549
@rabhagamermobilplayer2549 4 жыл бұрын
Right.....dimpu dada silut...
@gamingzonedevilking5240
@gamingzonedevilking5240 4 жыл бұрын
দাদা আপুনি সচাকৈয়ে মহান এইজনেই হৈছে আমাৰ ডিমপু দা অতি সহজ সৰল মনৰ মানুহ এও আৰু কিছুমানে এইহেন সহজ সৰল মানুহজনকে Trol কৰে dimpu da ke lia ak like to banta hain
@bhaskaarjyotikalita1543
@bhaskaarjyotikalita1543 4 жыл бұрын
ডিম্পুৰ বৰ প্ৰশংসনীয় আৰু আদৰণীয় কৰ্ম আৰু পদক্ষেপ ।। ভাল লাগিল এনেকুৱা মহান চিন্তাৰ যুৱকে সদায় জীৱনত সু পৰিকল্পত আৰু সু নিয়োজিত ভাবে কম সময়ৰ ভিতৰত সকলো সফলতা লাভ কৰে ।। এটি উচ্চ চিন্তাৰ উচ্চ মানসিকতাৰ উচ্চ শিক্ষিতৰ, উচ্চ সন্মানীৰ, উচ্চ জ্ঞানীৰ, উচ্চ আধুনিকতাৰ, উচ্চ পৰিয়ালৰ লৰাৰ বা যুবকৰ কাম এনেকুৱা হয় আৰু এনেকৈ কৰে 💚💚❤♥️
@Asomiyabuaripopi
@Asomiyabuaripopi 3 жыл бұрын
তোমালোকক ধন্যবাদ দিবলৈ ভষা নাই তোমালোকৰ নিচিনা মানুহক ভগবানে আৰু আগুৱাই নিয়ক তাৰে কামনা কৰিলোঁ🙏🙏
@kakatisvlogs6857
@kakatisvlogs6857 4 жыл бұрын
দিম্পু দা তুমি সচাকৈয়ে বহুত বহুত ভাল কাম কৰিলা।। এই সময়ত সহায় কৰাতো অতি মহান কাম।। দিম্পু দাৰ বাবে এটা লাইক দিব
@shamsulalom4946
@shamsulalom4946 4 жыл бұрын
দিম্পু দা আপুনি দুখিয়া মানুহক সাহায্য কৰি বহুত ভাল কাম কৰিছে।।। ধন্যবাদ দিম্পু দা👍👍👍।।।। Dompu daar karone Like Comment korok.......
@user-zd1zv2mc5c
@user-zd1zv2mc5c 4 жыл бұрын
দিম্পু দা , তুমি অসমীয়া সমাজৰ এজন আদৰ্শ ব্যক্তি । বহুত ভাল কাম কৰিছা তুমি এইটো ।আগুৱাই যোৱা । জুবিন দাৰ দৰে । God Blss u...
@yoboychannel169
@yoboychannel169 4 жыл бұрын
June june Dimpu dak bhal pai like korok👇👇
@arpidas4028
@arpidas4028 4 жыл бұрын
দিম্পু দা, তোমাক কি দি ধন্যবাদ দিম। তোমাৰ ভিডিঅ'টো চাই আবেগিক হৈ পৰিলোঁ । সকলো মানুহ যদি তোমাৰ দৰে ইমান সৎ চিন্তাৰ অধিকাৰি হ'ল হয়..তুমি যেতিয়া "ঘৰৰ অৱস্থা চাওঁক না.."বুলি কৈ দিলে, মোৰ চকুপানী ওলাই গ'ল। ইমানখিনি কষ্ট কৰিলা-বোকাত সোমালা,বৰষুণত তিতি নোখোৱা-নোবোৱাকৈ এটা দিন অচিনাকি মানুহৰ বাবে, আচৰিত..তোমাৰ মহানতা,মানৱতা আৰু মানৱ সেৱাত প্ৰতি মন দেখি আপ্লুত হৈ পৰিলোঁ । ৰাইজৰ পৰা পোৱা টকা ৰাইজক নিজ হাতেৰে বিলাই দিলা,সৎ পইচাৰ সৎ ব্যৱহাৰ । তোমাৰ আদৰ্শ সকলোৱে লওঁক। পইচাখিনিৰ নিজেই দি বহুত ভাল কৰিছা । তোমাৰ লগতে,তোমাৰ সতীৰ্থ আৰু NGO সকলোলৈ বহু বহু অভিনন্দন । আগুৱাই যোৱা, ভগৱানে তোমাক আৰু দিয়ক। তোমালৈ বহু মৰম,শ্ৰদ্ধা,সন্মান, শুভকামনা । সুস্থ থাকা দাদা । তুমি সকলোৰে আদৰ্শ হৈ ৰোৱা, আনলাইক কৰাবোৰ মানুহ হ'ব নোৱাৰে।আমি সদায় তোমাৰ লগত আছোঁ,আগুৱাই যোৱা।
@b.bchetri4355
@b.bchetri4355 4 жыл бұрын
Really go ahead Dimpu da love you
@puspalatakalita9854
@puspalatakalita9854 4 жыл бұрын
This video really motivates us to do such things....... (Edit:Never got this much likes.....thank you axom baxi)
@puspalatakalita9854
@puspalatakalita9854 4 жыл бұрын
Thanks dimpu da
@nitulnath5489
@nitulnath5489 4 жыл бұрын
ধন্যবাদ আপোনালৈ মোৰ ফালৰ পৰাও 🙏🙏🙏❤❤❤
@assamr.n1824
@assamr.n1824 4 жыл бұрын
Very G0od brother
@ratulali6234
@ratulali6234 4 жыл бұрын
Congratulations
@rabi9545
@rabi9545 4 жыл бұрын
Good job really
@user-fd8tq5hu8v
@user-fd8tq5hu8v 4 жыл бұрын
কিছু কষ্ট কৰিছা দেই।মানি গৈছো।সকলোকে মোৰ ফালৰ পৰা চেলিউট…ক'বলৈ ভাষা নাই।
@generalzod4202
@generalzod4202 3 жыл бұрын
Tum sumi hi ho na?
@ALPHAEDITZ203
@ALPHAEDITZ203 3 жыл бұрын
HMRC said the government
@raifulislam4144
@raifulislam4144 2 жыл бұрын
Hi
@inamulhoque2092
@inamulhoque2092 2 жыл бұрын
Goodbye
@seeyouagain5307
@seeyouagain5307 4 жыл бұрын
ইউ টিউবৰ সৎ ব্যৱহাৰ
@hiroknath6033
@hiroknath6033 4 жыл бұрын
মানুহে মানুহৰ বাবে💟 দিম্পু আৰু আগুৱাই যোৱা, তোমাৰ নিচিনা মানুহৰ খুব প্ৰয়োজন অসম খনক✨ #loveFromDergaon
@ajoychandradas8455
@ajoychandradas8455 4 жыл бұрын
Dimpu da you are great
@aunap3025
@aunap3025 4 жыл бұрын
Super
@M_choice887
@M_choice887 2 жыл бұрын
Right
@kurra2947
@kurra2947 4 жыл бұрын
অসমৰ প্ৰত্যেক জন মানুহৰ বাবে Dimpu Baruah এক আদৰ্শ...
@Nomita1362
@Nomita1362 4 жыл бұрын
Bixexkoi sarkare aadarxa lobo lage.
@RGB_shorts_08
@RGB_shorts_08 2 жыл бұрын
🙏মানুহে মানুহৰ বাবে🙏 দিস্পু দা তুমি আৰু আগুৱাই যুৱা
@nayanjyotinath2786
@nayanjyotinath2786 4 жыл бұрын
ক'বলৈ ভাষা নাই আৰু । সুব ভাল কাম কৰিছে দিম্পু । তোমাৰ লগতে তোমাৰ লগত যিবোৰে সহায়ৰ হাত আগবঢ়ালে সকলোৰে উজ্জল ভৱিষ্যত কামনা কৰিলোঁ । লগতে বানক্ৰান্ত লোক সকলে অতি সোনকালে যেন এই দুৰ্যোগৰ পৰা পৰিত্ৰাণ পায় তাকেই কামনা কৰিলোঁ । 🙏🙏
@padumkalita626
@padumkalita626 4 жыл бұрын
বৰ পুণ্য কাম কৰিলা ভাইটি 👍👍🌷🌷 তোমাৰ মংগল হ‌ওক 🌷🌷🌷🌷💓
@Creation-nt5gy
@Creation-nt5gy 4 жыл бұрын
Dimpu Da পইচা দিয়া সকলক ধন্যবাদ দিছো আৰু আপুনি ও ইমান পইচা দিয়াৰ উপৰিও বৰষুণত তিতি সাহায্য দিবলৈ গৈছে । ধন্যবাদ ।
@munaliboro344
@munaliboro344 4 жыл бұрын
Very good
@Creation-nt5gy
@Creation-nt5gy 4 жыл бұрын
মোক নহয় Dimpu Da ক
@rontudadhara6234
@rontudadhara6234 3 жыл бұрын
দিমপুৰ দা আপুনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ
@hiteshgogoiindia8632
@hiteshgogoiindia8632 3 жыл бұрын
দিম্পু দাৰ বিদেও ভালপায় like 👍🏻 কৰক
@gunjandeka2054
@gunjandeka2054 4 жыл бұрын
Proud of you Dimpu da আপোনাৰ চেনেলত 1 মিলিয়ন চ্চাক্ৰাইবাৰ হোৱালৈ অধিৰ আগ্ৰহেৰে বাত চাই ৰলো ❤❤❤
@sivakalita1647
@sivakalita1647 4 жыл бұрын
God comment
@pulinshyam4750
@pulinshyam4750 4 жыл бұрын
Yes
@assamboy7770
@assamboy7770 4 жыл бұрын
Yes
@MrHasen
@MrHasen 4 жыл бұрын
Yes
@MrHasen
@MrHasen 4 жыл бұрын
I am in
@mirazjulfikkarrehman1599
@mirazjulfikkarrehman1599 4 жыл бұрын
সঁচাকৈয়ে আজি এজন নলবেইৰা হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ...দিম্পু দা। এনেকৈয়ে সদায় আগুৱাই যোৱা আমি সদায় সহযোগ কৰিম
@alakeshsvlog
@alakeshsvlog 4 жыл бұрын
Wow dimpok dislike Kora kaitak maniso kin2
@myvlog9464
@myvlog9464 2 жыл бұрын
আপোনাৰ মনটো বহুত ভাল Dimpu da আপোনাক আল্লা ভগবানে আৰু আগুৱাই লৈ যায় যেন। Thank you.
@sbofficial5689
@sbofficial5689 2 жыл бұрын
দিম্পু বৰুৱা আৰু বিকাশ চেৰ্টি এনেকুৱা মানুহৰ আমাৰ প্ৰয়োজন ।। এওঁলোকে যেনেদৰে বান সাহায্য দিছে চেলুত জনাব লাগে ।। এওঁলোকে বহুত মানুহৰ বিপদৰ বন্ধু ।
@dhanjitbarman861
@dhanjitbarman861 4 жыл бұрын
খুব ভাল লাগিল দিম্পু দা তোমাৰ কাৰ্যকলাপ দেখি। এনেকুৱা ইউটিউবাৰ আমাক প্ৰয়োজন।।
@mrabhi8177
@mrabhi8177 4 жыл бұрын
দিম্পু দা কি বুলি ধন্যবাদ জনাম ভাবি পোৱা নাই।সমগ্র অসমবাসীৰ তোমাৰ লগত আশীৰ্বাদ আছে। 💖💖💖💖💖
@ilove.myassam.dipu.p7570
@ilove.myassam.dipu.p7570 2 жыл бұрын
সঁচাকৈ দিম্পু দা কি কম বহুত বহুত ধন্যবাদ তুমি ৫০০ বছৰ জিআই থকা আশীৰ্বাদ কৰিছোঁ জাই আই অসম
@dipshikhadas7398
@dipshikhadas7398 4 жыл бұрын
Best of all ❤️ So proud of you !
@sand2259
@sand2259 4 жыл бұрын
Dimpu daa r lgt joa kaitr babe eta like...
@prashantanath6480
@prashantanath6480 4 жыл бұрын
Yes like
@hirakjyotibaruah7036
@hirakjyotibaruah7036 4 жыл бұрын
আপোনাৰ মহানুভবতাক সচাকৈ কি বুলি ধন্যবাদ দিম।আগলৈও এনেকুৱা কাম লব বুলি আশা থাকিল।আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো।
@riyabb3025
@riyabb3025 4 жыл бұрын
Dimpu da-my fav u tuber.aro kr kr like plzzzz.km khinit kosti hoise kin2 ki dhunia enjoyment re korise.salute to all helper.......
@surasmitachutia9158
@surasmitachutia9158 4 жыл бұрын
Apunr kormo dekhi hsai bhut anondito hlu dimpu da..Tumi aguai jua ...❤️❤️❤️
@priyanujhazarikaofficial
@priyanujhazarikaofficial 4 жыл бұрын
বহুত ভাল কৰিছা dimpu দা Dimpu দাক ভালপোৱা সকলোৱে Like কৰা 👇👇👇👇
@bhupengogoi4095
@bhupengogoi4095 4 жыл бұрын
তুমি সন্মান যোগ্য দিম্পো ভাই।।।। ভাল কাম , ভাল লাগিল দেখি । আৰু আগ বাঢ়ি যোৱা তুমি , কামনা কৰিলো।
@paragraj8970
@paragraj8970 4 жыл бұрын
খুব সুন্দৰ প্ৰয়াস আপোনাৰ ,আপোনাৰ ভৱিষ্যত মংগল কামনা কৰিলোঁ ধন্যবাদ (শুভৰাত্রী দিম্পু দা)
@dhanchandranath1313
@dhanchandranath1313 3 жыл бұрын
Hosakoi aapuni banpair namot utha poisa bur bohut bohut val kam kori dekhaise. Aapunar teem took dhanyabad.
@m.rvashuvlogs9682
@m.rvashuvlogs9682 4 жыл бұрын
দিম্পু দা সদাই যাতে এনেকৈ বিপদৰ বন্ধু হৈ থাকিব পাৰে। দিম্পু দাৰ এই সহায় সেইখিনি মানুহৰ বাবে বহুত বেছি।। দিম্পু দা মহান🥰🥰🥰🥰
@m.screation5925
@m.screation5925 4 жыл бұрын
দিম্পু দাৰ লগতে যি সকল ৰাইজে সহায়ৰ বাবে আগবাঢ়ি আহিছে, সেই সকলক কি বুলি ধন্যবাদ দিম ভাষা বিচাৰি পোৱা নাই। হেমকোষ অভিধানতো ছাগে তেনে কোনো ভাষা নাই। Anyway, salute Dimpu da.
@sabiqulislam6357
@sabiqulislam6357 4 жыл бұрын
Love from North East 💙😍 awsm Allah always bless you bro
@alakeshbaishya6514
@alakeshbaishya6514 3 жыл бұрын
God bless u
@SaulGoodman2934
@SaulGoodman2934 4 жыл бұрын
দিম্পো দা আপুনি বিহুত মহান কাম কৰি আছে এনেকৈ আগুৱাই যাওক আৰু আশা কৰোঁ যে ভগৱান e সকলোৰে মংগল কৰে।।।
@aami6500
@aami6500 4 жыл бұрын
বিহুত নহয় বহত হে
@nirupjyotidasdhunu.4105
@nirupjyotidasdhunu.4105 4 жыл бұрын
সচাঁকই কোনখিনি মানুহক টকাৰ দৰকাৰ - চৰকাৰী টকা বহুতে নাপাই আপুনি এইতু ভাল কাম আৰু কথা চিন্তা কৰিছে ।
@dipjyotigogoi8629
@dipjyotigogoi8629 4 жыл бұрын
Dimpu da apunk vgbn a aihokol manuhor babe upohar hisape pathiaise, God's gift🙏
@skatingkinghoney
@skatingkinghoney 4 жыл бұрын
Bohut Dhunia dimpu da anekoi Hokolur karone vogowan hisape Apunar dore manu lage Soboke😊😊😊😊
@biswajyotiarandhara9402
@biswajyotiarandhara9402 4 жыл бұрын
মানুহে মানুহৰ বাবে সেই কথাষাৰ দিম্পু দাই কৰি দেখালে আৰু কৰি গৈছে তাৰ বাবে ধন্যবাদ দিম্পু দালৈ 🙏🙏
@SureshJain-rz5fn
@SureshJain-rz5fn 4 жыл бұрын
Good job. bro.keep it up....
@lakhinathpegu2425
@lakhinathpegu2425 4 жыл бұрын
OK
@nabajitdas2760
@nabajitdas2760 4 жыл бұрын
Darpan Bro ALSO
@bidyutkhatowal5955
@bidyutkhatowal5955 4 жыл бұрын
আপোনাৰ নিচিনা ব্যক্তি সমাজত এজন হলেই যথেষ্ট।
@SAMINCHOUDHURY
@SAMINCHOUDHURY 4 жыл бұрын
*বহুত ধুনীয়া কৰিছা* *বহুত বহুত ভাল লাগিছে* *বহুত বহুত ধন্যবাদ দাদা*
@prasanjitmandal5144
@prasanjitmandal5144 2 жыл бұрын
You are very
@pushpitachetia19
@pushpitachetia19 4 жыл бұрын
Proud of you Dimpu da ✊ . . Moi karimganj adarkuna gaon pora tmr big fan hoi dada ☺️ . Mur 3years or bhaiti tu a tmr video sai BHT vl Pai 🤗 .
@gyanjitkalita1204
@gyanjitkalita1204 4 жыл бұрын
গায়ক লাগে জুবিন দাৰ দৰে ❤️আৰু youtuber লাগে Dimpu দা,, CarryMinati ৰ দৰে ❤️ ❤️ ❤️ ❤️ Love you dada from Chhaygaon 😊 😊 এইবোৰ কাৰণতেই ভাললাগে দাদা আপোনাক........ কি বুলি ধন্যবাদ দিম আপোনাক... সঁচাই দাদা বহুত উপকাৰ কৰিলে আপুনি ❤️❤️❤️
@btturoy5655
@btturoy5655 4 жыл бұрын
অই
@mridulkalita6700
@mridulkalita6700 4 жыл бұрын
Lv frm chhaygaon
@tarangadas8789
@tarangadas8789 4 жыл бұрын
Ummmmmm
@gyanroy5745
@gyanroy5745 4 жыл бұрын
Right🙏🙏🙏❤️
@kishorpatar2530
@kishorpatar2530 4 жыл бұрын
Dear Gyanjit.. Aru bhut ase jie live streaming kori pua toka agbohaise ( thug)
@dikshitabaruah9049
@dikshitabaruah9049 4 жыл бұрын
❤️❤️আগুৱাই যোৱা ডিম্পুদাদা❤️❤️ভগৱানে তোমাৰ ভাল কৰিব❤️
@tilakdas2175
@tilakdas2175 2 жыл бұрын
ইমান দিনে তোমাৰ ভিডিঅ বোৰ চাই বহুত আনন্দ পাইছিলো.. কিন্তু এইটো ভিডিঅই তোমাৰ মহানোভৱতাৰ পৰিচয় দিলে... তুমি আগবাঢ়ি যোৱা আৰু সাফল্যৰ শিখৰত আৰোহন কৰা... তাকেই কামনা কৰিলো...
@mrmintumajuliyan2151
@mrmintumajuliyan2151 2 жыл бұрын
দিম্পো দা আশা কৰো আপোনাক ভগৱানে আৰু আগ বহাই লৈ যায়......
@miturajsaikia306
@miturajsaikia306 4 жыл бұрын
প্ৰশংসনীয় কাম কৰিলা দিম্পু,তুমি মহান।
@runubarman2432
@runubarman2432 4 жыл бұрын
bor bhal kotha
@rupomray8162
@rupomray8162 4 жыл бұрын
দিম্পু তোমালৈ আৰু লগৰ কেইজনলৈ আৰ্শীবাদ থাকিল আগলৈ যেন আৰু ভাল কাম কৰিব পাৰা |
@gopalale3459
@gopalale3459 4 жыл бұрын
Dimpu Great Job 🙏🙏🙏🙏🙏💯
@utpalpayeng1567
@utpalpayeng1567 4 жыл бұрын
Very good job, salute dimpu bhai, sarkari manu nokora kam tumi kori dekuwala, hosai tumi mohan, 🙏🙏🙏
@progamer-ft9mw
@progamer-ft9mw 4 жыл бұрын
Dimpu da apunar ai video tut 1 lakh like congratulations🎊🎊
@eliyasansari8610
@eliyasansari8610 4 жыл бұрын
এয়াহে প্ৰকৃত অসমীয়া গিৰি💪💪
@alimuliassam6405
@alimuliassam6405 4 жыл бұрын
দিম্পু দা আপুনি সঁচাকৈ বেলেগতকৈ সম্পূৰ্ণ বেলেগ.....আপোনাৰ মানসিকতা সম্পূৰ্ণ ব্যতিক্ৰমী...... এই সংকটৰ সময়ত আমাৰ মাজত আহি বানপীড়িত ৰাইজক সহায় কৰি মহানুৱতাৰ পৰিচয় দিলে.....বহুত বহুত ধন্যবাদ..... আগলৈ আপুনি আকৌ এনেদৰে সহায় কৰিব পৰা শক্তি লাভ কৰক...তাকেই ঈশ্বৰৰ ওচৰত কামনা কৰিলোঁ।।।। #Alimuliassam
@ranisarma8225
@ranisarma8225 4 жыл бұрын
Bahut val kam korise Dimpu's da ...apunak vogobane val koribo
@digantaaikia6926
@digantaaikia6926 4 жыл бұрын
Dimpu da hosaie bahut val lagile apunar kam,, thank you so much ❤️😘
@bipinbipin6223
@bipinbipin6223 4 жыл бұрын
তোমালোকলৈ বহুত ধন্যবাদ জনাইছো । ঈশ্বৰে তোমালোকক মঙ্গল কৰক।বিপদৰ সময়ত সহায় কৰতো এক মহান কাম।এয়াই সুখ।
@kumkumkakatipatar5510
@kumkumkakatipatar5510 4 жыл бұрын
Dimpu tumi bohut val kam korisa tumi bohut aguwai juwa
@bipinbipin6223
@bipinbipin6223 4 жыл бұрын
মানুহে মানুহৰ বাবে কাম কৰিব লাগিব। ডঃ ভূপেন হাজৰিকা দেৱৰ কালজয়ি গীতত কৈছে মানুহে মানুহৰ বাবে•••••••••গীতটি।
@monmoromii__
@monmoromii__ 4 жыл бұрын
টকা দিয়া সকললৈ ধন্যবাদ দিয়াৰ উপৰিও দিম্পু ইমান কষ্টৰ মাজেৰে আগবাঢ়ি যোৱাৰ বাবে তোমাৰ লগত সহযোগ কৰা কেইজনলৈও বহুত বহুত ধন্যবাদ থাকিল 👍👍👍👍👌👌👌👌।
@Truckingvlogsassam
@Truckingvlogsassam 4 жыл бұрын
Good comments 👌
@ashoksarma241
@ashoksarma241 4 жыл бұрын
Yes da
@bitupandutta3420
@bitupandutta3420 4 жыл бұрын
অতি সুন্দৰ আৰু আদৰণীয় পদক্ষেপ ।
@onon4480
@onon4480 4 жыл бұрын
U r great vai, love u so much and God bless u
@m0hanmohan519
@m0hanmohan519 4 жыл бұрын
দিম্পু ভাই । তোমাৰ এই মহান কৰ্মৰাজি সকলোৰে মাজত আদৰ্শ হৈ ৰওক ।🙏
@dipankardas5618
@dipankardas5618 4 жыл бұрын
বহুত ভাল কাম কৰিছে দাদা । ❤️❤️❤️❤️❤️😍
@hifjurrahman8730
@hifjurrahman8730 2 жыл бұрын
Mojja Dimpu daa aru aguai gua tumi.
@atulandrakhiblog5951
@atulandrakhiblog5951 2 жыл бұрын
Apuni bohut vhal kam korise dimpu da
@mitalisworld6125
@mitalisworld6125 4 жыл бұрын
কি বুলি ধন্যবাদ দিম ,,তোমাৰ নিচিনা মানুহৰ আমাৰ অসম খনত খুব বেছি প্ৰয়োজন আছে ,,,,,,দিম্পু দা তুমি আৰু বেছি আগুৱাই যোৱা ,,,,,আমি তোমাৰ লগত আছোঁ 😊
@munuboruya2582
@munuboruya2582 2 жыл бұрын
Maja
@saidulrahman9909
@saidulrahman9909 4 жыл бұрын
ৰাইজে নখ জঁকৰালে নৈ বয়।প্ৰমাণ কৰিলে দিম্পু দা।অশেষ ধন্যবাদ🙏🏽
@biki7112
@biki7112 3 жыл бұрын
Tank you
@mandipmodak9724
@mandipmodak9724 3 жыл бұрын
Yes
@ashabulhoque6360
@ashabulhoque6360 2 жыл бұрын
Right💯
@premkuli323
@premkuli323 2 жыл бұрын
Muja Dimpu
@hemarabha4765
@hemarabha4765 4 жыл бұрын
Skip nkorA koi video to salu,dimpu bohot val Kam Kori asa, vogobani dekhi ase ,tumk akhirbat korib tumk,,kimn kostot thoka vukot ase olp holew xanti pabo,,tqu,,,
@rikukalita6508
@rikukalita6508 2 жыл бұрын
দিমপু দা তুমি মহান হয় 🌼🙏💝তোমাৰ চিন্তা ধাৰণা বহুত উচ্চ হয় 😇বহুত ভাল লাগিল ভিডিও টো চাই🙏তোমাৰ সকলো মনৰ আশা পুৰন হওক দিমপু দা😘জয় দিমপু দা 💝জয় আই অসম🙏💗🌼😘
@manojbarman8509
@manojbarman8509 4 жыл бұрын
বহূত ধন্যবাদ ডিম্পুদা 🙏🙏🙏 . অাপুনি নলবাৰী ৰ গৌৰৱ
@gkrishna6491
@gkrishna6491 4 жыл бұрын
বহুত বহুত ধন্যবাদ। এয়াহে সচাঁ মানবীয়তাৰ নিদৰ্শন🙏🙏🙏🙏
@marmy1591
@marmy1591 4 жыл бұрын
Dimpu da bohut vak kham kori ase apuni agoleu jate apuni manuhok henedore hohai kore jate god bless you Dimpu ba🥰🥰🥰
@tezpurialuittl8983
@tezpurialuittl8983 2 жыл бұрын
বহুত পূণ্যৰ কাম কৰিলা ভাল লাগিল। ভগৱানে সকলোৰে মংগল কৰক
@asinbordoloi1146
@asinbordoloi1146 4 жыл бұрын
When the women says: "Jikhini manuh ai poisa xini dise moi dhonyobad jonaisu" at that time literally my eyes are filled with tears🥺🥺. Good initiative Dimpu Da💖
@asinbordoloi231
@asinbordoloi231 4 жыл бұрын
😖😖😖
@tuntunilifestyle6255
@tuntunilifestyle6255 4 жыл бұрын
Right😢😢😭
@Aliceshorts69
@Aliceshorts69 4 жыл бұрын
💔💔
@heeraheera7324
@heeraheera7324 2 жыл бұрын
Good 👌👌👌👌
@nipennipudeka3365
@nipennipudeka3365 4 жыл бұрын
#❤️ বহুত বহুত ভাল লাগিল দিম্পু দা ...❤️সুন্দৰ পদক্ষেপ আৰু আগুৱাই যোৱা... জয় dimpu da....❤️❤️
@nasimkaisar
@nasimkaisar 4 жыл бұрын
You are doing a great job Dimpu. God bless you. May you always excel in your endeavors. The only thing that amazes me that there even people who has given a dislike to your video. Maybe they fail to understand.
@pingkuboro4872
@pingkuboro4872 4 жыл бұрын
Dimpu da i proud of you.. moi j apunar Sucecreiber.... good job .. bhut agole aguay jua.. good blesses you
@abinashbhakat1745
@abinashbhakat1745 4 жыл бұрын
আপোনাৰ কামটো সচাই প্ৰশংসনীয়, ডিম্ফু দাদা
@nurishmitanupur8446
@nurishmitanupur8446 4 жыл бұрын
নিজৰ ঘৰখন হেৰুৱালে , থাকিবলৈ ঠাই নাইকিয়া হৈ গৈছে খাবলৈ এমুঠি আহাৰ নাই.. কি দুখ লগা সময় .. সেই সময়ত অলপ কৈ কিবা এটা দিলেও তেওঁলোকে বহুত সকাহ পাই ,,,ডিম্পু দাদা আৰু তেওঁৰ সহযোগীসকলক বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁলোকৰ আদৰ্শ লৈ আমি আগবাঢ়ি যাব লাগে তেতিয়া হে আমাৰ মাতৃভূমি খনৰ সমস্যা সমাধান হ'ব। ডিম্পু দা 🙏
@faruk858
@faruk858 4 жыл бұрын
kzbin.info/www/bejne/oX-cpI2cqrymh9U
@nirajnj9290
@nirajnj9290 4 жыл бұрын
Bhal kam korisa bro.....i appriciate that 💕 love frm Assam (Joi Ahom) INDIA🌹🇮🇳
@ujjaldas2749
@ujjaldas2749 2 жыл бұрын
দিম্পু দা আপোনাৰ ভিডিয়ো বহুত চালো আৰু বহুত ভাল পাওঁ ...... কিন্তু আজি আপুনি আপোনাৰ মানুহৰ প্ৰতি মানবতা থকা দিখুৱাই দিলে আজি আৰু বহুত আনন্দিত ভিডিয়ো টো দেখি আপুনি আৰু আগূৱাই জাক তাৰে কামনা কৰোঁ ভগোৱাণক 🙏 ধন্যবাদ দিম্পু দা
@user-sn2yc8co2w
@user-sn2yc8co2w 4 жыл бұрын
ডিম্পু সঁ‌চাকৈ তোমি ভাল ল'ৰা। কাৰণ যিতো সময়ত একাংশ ল'ৰাই মদ-জোৱা-পাৱজী-ফেচবুক ইত্যাদি বোৰত সময় কতাইছে, কিন্তজ সেই সময়তে তোমি এইবোৰ পদক্ষেপ লৈছা, সেয়ে তোমাক আন্তৰিক ধন্যৱাদ। ময়ো যি পাৰো দিছো, যিহেতু ময়ো পঢ়ি আছো। তথাপিতো ময়ো মোৰ সামৰ্থ অনুযায়ি কম পৰিমানে হলেও দিছো।
@jyotishmansarma4664
@jyotishmansarma4664 4 жыл бұрын
Moi o pubg khelo pubg khela sb lora bea nhoi moi o dimpu da k km porimane hole o 2000 toka ata diso alp manixikota bor change koribo.
@ankurnath8872
@ankurnath8872 4 жыл бұрын
দাদা আগুৱাই যোৱা তুমি, তোমাৰ দৰে মানুহ আজিৰ দিনত প্ৰায় কমেই।
@champakdekanicesong.zubeen2679
@champakdekanicesong.zubeen2679 4 жыл бұрын
বানপীৰিতৰ সহায় কৰাটো মহৎ কাম say বহুত বহুত ধন্যবাদ
@minakshiphukan6503
@minakshiphukan6503 2 жыл бұрын
আশীর্বাদ আৰু বহুত বহুত মৰম। আগুৱাই যোৱা
@mysteriousgaming276
@mysteriousgaming276 4 жыл бұрын
Assam's best KZbinr ♥️
@chintusblogtechnical9204
@chintusblogtechnical9204 4 жыл бұрын
Right bro
@shubhrat6638
@shubhrat6638 4 жыл бұрын
দিপো দাদা মাজা ভিদিঅ বনুয়া
@kuldipgoutamsharma780
@kuldipgoutamsharma780 4 жыл бұрын
@@shubhrat6638 kzbin.info/www/bejne/bKurqZ5qaMSokLs
@pinkuff4513
@pinkuff4513 4 жыл бұрын
Yes bro ❤ my fab youTuber ❤
@armixvideo3238
@armixvideo3238 4 жыл бұрын
Right
@jiyauddinahmed1029
@jiyauddinahmed1029 4 жыл бұрын
Salute Dimpu Da❤❤❤❤ এনে মহান পদক্ষেপ লোৱাৰ বাবে ।
@monujsonowal6620
@monujsonowal6620 4 жыл бұрын
শুপ্রচেষ্টা ।keep it on .
@C.Barman7
@C.Barman7 4 жыл бұрын
দিম্পু তোমাক অন্তৰৰ পৰাই প্ৰণাম জনালো ।
@ruhitkurmi6612
@ruhitkurmi6612 4 жыл бұрын
ধন্যবাদ দিবলৈ ভাষা নাই ,বহুত ভাল লাগিল দিম্পু দা, তুমি আৰু আগুৱাই যোৱা ,নেদেখা জনে তোমাক আশীৰ্বাদ কৰক।
@PritomTube
@PritomTube 4 жыл бұрын
বহুত ভাল কাম কৰিছে দাদা ❤️❤️ এইটো ভিডিঅ'টোত Dislike মৰা কেইটা মানুহ হয়নে নহয় মোৰ সন্দেহ হৈছে ।
@pbcfunnyvideo733
@pbcfunnyvideo733 4 жыл бұрын
জানোৱাৰ হ'ব চাগে Dislike মৰা কেইটা
@anupama3505
@anupama3505 4 жыл бұрын
Great job... God bless you dimpu...
@sohajannat3239
@sohajannat3239 4 жыл бұрын
Best KZbin r ever😘💞💞
@moonkonch982
@moonkonch982 4 жыл бұрын
এই video2 dislike কৰা কেইটা মানুহ নহয়ে । সেই কেইটা আমাৰ সমাজৰ বাবে অপকাৰী। 🙏 Please like korok 👍👍👍👍👍
@akashjyotiborah7854
@akashjyotiborah7854 4 жыл бұрын
তাকেই
@dipakonwarlahkar6467
@dipakonwarlahkar6467 4 жыл бұрын
Right
@mywords3495
@mywords3495 4 жыл бұрын
Manibo lgibo.. Help korise... Val buli kowa badei dislike koribo ahe
@nurmuhammadsurvivalbattleg8539
@nurmuhammadsurvivalbattleg8539 3 жыл бұрын
বেয়া মনৰ মানুহে ভাল কাম কেনেকৈ সহ্য কৰিব
@baddreams1954
@baddreams1954 4 жыл бұрын
অসম চৰকাৰে লাজ পাব লাগে dimpu always best
@kuldipdoley6349
@kuldipdoley6349 4 жыл бұрын
Dada apuni bohut bhal kam korisa.. Love from Boginadi.❤️❤️❤️
@nitumoni2907
@nitumoni2907 4 жыл бұрын
i also from kadam
@kuldipdoley6349
@kuldipdoley6349 4 жыл бұрын
@@nitumoni2907 ohhh
@jayabaruah2892
@jayabaruah2892 4 жыл бұрын
বহুত ভাল কাম কৰিছা । ভগৱানে সদায় তুমাক কুশলে ৰাখক ।
My Birthday Vlog 2024 😍😍😍
13:08
Dimpu's Vlogs
Рет қаралды 104 М.
Jumping off balcony pulls her tooth! 🫣🦷
01:00
Justin Flom
Рет қаралды 28 МЛН
Heartwarming Unity at School Event #shorts
00:19
Fabiosa Stories
Рет қаралды 25 МЛН
Best Toilet Gadgets and #Hacks you must try!!💩💩
00:49
Poly Holy Yow
Рет қаралды 22 МЛН
Best place for Picnic in Assam
15:16
Dimpu's Vlogs
Рет қаралды 1,1 МЛН
Jumping off balcony pulls her tooth! 🫣🦷
01:00
Justin Flom
Рет қаралды 28 МЛН