গায়কৰ নামত কলঙ্ক এইবোৰ - কিমান দিনলৈ চলিব এইবোৰ // Assamese funny roast

  Рет қаралды 48,203

Bikash Bora - Unlimited Roast

Bikash Bora - Unlimited Roast

Күн бұрын

Пікірлер: 210
@kanghonrongchihonpi4293
@kanghonrongchihonpi4293 24 күн бұрын
যি কেইটাই এক্টিং কৰিছে সেই কেইটা কি ভাবি এক্টিং কৰিব গৈছে ভাবি পাগল হৈ গৈছোঁ 🤣🤣
@MonujKhanikor-vv8gz
@MonujKhanikor-vv8gz 25 күн бұрын
এইকেইটা পাগল হ'ল। অসমীয়া জাতিৰ মান সন্মান শেষ কৰি দিলে। চৰকাৰে নেদেখে নেকি এইবোৰ
@bimanborah-p1o
@bimanborah-p1o 24 күн бұрын
গান গোৱা আৰু গানত নচা গোটেই পাৰ্টী টোকে তৎক্ষণাৎ aresst কৰিব লাগে ।সমাজ বিৰোধী কাম কৰিছে আৰু অপ প্ৰচাৰ চলোৱা অপৰাধত case এটা হব লাগে।
@prastutidutta9386
@prastutidutta9386 23 күн бұрын
একেবাৰে অভদ্র এই ল'ৰা ছোৱালী বোৰ | কি গাইছে | কি লিখিছে কোনে নাচিছে সঁচাকৈ একেবাৰে ঘিন লাগিছে দেই |
@bigdog1331
@bigdog1331 26 күн бұрын
যেতিয়া মানুহে ভৰিটো মোৰত লৈ থাকে তেতিয়া এনেকুৱা গান লিখে আৰু গাই😅
@MaLaChetia-fd2st
@MaLaChetia-fd2st 19 күн бұрын
dada val jarise
@anupkrdas6798
@anupkrdas6798 22 күн бұрын
গান লিখা জন আৰু গোৱা জন আৰু অভিনয় কৰা কেইজনো কম নহয় । এওলোকৰ অভিভাবক মানে মা, দেউতা, ভাই ককাই, বাই ভনীয়ে এইবোৰ নুশুনাকৈ আছে নে । অসমৰ বাপোতি সাহোন বিহু গান বোৰ এনেকৈ ৰচিত কৰি গাই কলংক আনিলে । ধেত ধিকাৰ দিছো । কিবা নিজৰে লাজ লাগিছে এইবোৰ গান শুনি ।
@kamalchandanath3875
@kamalchandanath3875 25 күн бұрын
যি কেইটাৰে এই গানটো গাইছে। সেই কেইজনৰ মাকৰ সেই খনৰ পানী নাই যেন লাগিছে।
@rajuhazarika6583
@rajuhazarika6583 24 күн бұрын
ইহঁত আচলতে পাগল হৈ ছে
@TaslimAliBabul
@TaslimAliBabul 22 күн бұрын
বিখ্যাত হোৱাটো ভাল কিন্তু ভাল হোৱাটোহে প্ৰয়োজন ? 🙊🙉🙈
@MoniBorah-n8x
@MoniBorah-n8x 23 күн бұрын
আপুনি ঠিকেই কৈছে দাদা গাইয়ক মথাত মালেই নাই তাটোত কৈয়ো বেছি মাথাত মাল নাই অভিনয় কৰা খিনি
@rajuhazarika6583
@rajuhazarika6583 24 күн бұрын
ইহঁতক আচলতে পাগল হৈ ছে এই গিতাক তেজপুৰ পগলা জেলত বন্দী কৰি থব লাগে
@Nirmalkumarray2000
@Nirmalkumarray2000 17 күн бұрын
😂😂😂হেৰিখনত পানী যাকে মাতি আনা সিয়ে পানী দি যাব।মৰহি যাব নিদিয়ে দে😂😂
@krishnaprasaddeka8090
@krishnaprasaddeka8090 24 күн бұрын
সচাকে নিলৰ্জ । কবলৈ ভাষা নাই।
@mithunmigomofficial.2.0.m90
@mithunmigomofficial.2.0.m90 25 күн бұрын
মই পুৰণা গীত শুনি ভাল পাওঁ। এতিয়া নতুন গান নুশুনাই হলো। সিহঁতে জানে কিন্তু মানুহে সমালোচনা কৰিলেহে ট্ৰেডিং হ'ব।সষ্ঠিয়া জনপ্ৰিয়তাৰ কাম নাই।
@basantaborgohain5372
@basantaborgohain5372 22 күн бұрын
এই বিপুল বোলাটো এনেই পাগল নিচিনা লাগেই।
@niranjanbarua2574
@niranjanbarua2574 24 күн бұрын
সৰ্ভ্য অসমীয়া জাতিটোৰ উপলুঙা কৰা আৰু বিহু গানটি কলংক সনা এই জন যহৰা গায়ক
@lilibordoloi2541
@lilibordoloi2541 22 күн бұрын
এইবোৰ অসমীয়া জাতিৰ কলংক
@Prativasaikia-210
@Prativasaikia-210 17 күн бұрын
সুন্দৰ কথা কৈছা। বিজতৰীয়া সোপাই অসমীয়া সংস্কৃতিৰ মান-সন্মান সকলো শেষ কৰিলে। এইগালক চাব নাপায়। ছিঃ!
@_i_am_animetuber2902
@_i_am_animetuber2902 22 күн бұрын
ফকতিয়া গায়কৰ ফকতিয়া গান। ইহঁতৰ ঘৰত মাক ভণীয়েক বায়েক নাই নেকি,
@chayanikaborah926
@chayanikaborah926 15 күн бұрын
Gantu 2 likhibo hobdo ovabo hol কিজান....anekuwa gan likhi raijor majot are nidiya2 val hobo buli moi কম mane uthi oha লৰা suwali karone anekuwa gan nilikhibo.....
@SupriyaBaraman
@SupriyaBaraman 25 күн бұрын
ইহঁতৰ লাজ নাই নিকি
@mamatachakraborty-xq5by
@mamatachakraborty-xq5by 23 күн бұрын
একদম ঠিক কথা। অতি নিম্ন মানৰ গান এইবিলাক।
@eithenwelton240
@eithenwelton240 21 күн бұрын
Laj nai nke
@Puspa-g4t
@Puspa-g4t 25 күн бұрын
প্ৰচাৰ বন্ধ কৰা উচিত
@rojoniprovabaruah5461
@rojoniprovabaruah5461 22 күн бұрын
নিলাজ। এইবোৰ। ঠিক কৈছে।
@khagenborgohain339
@khagenborgohain339 24 күн бұрын
কোনো কথাই নাই ! এৰেষ্ট কৰা বহে লাগে।
@aparajitatamuli7273
@aparajitatamuli7273 7 күн бұрын
অসমীয়া বিহু এককেবাৰেই এহুপা মান গায়ক গায়িকা ই জি কথাৰ অ শ্লিলতাৰ সীমা চেৰাই গৈ জা তিটোক বিহুক নিঃশেষ কৰি কলনংকৃত কৰিছে,চি চি নীধক ,এনেবিলকক য তে ই পায় তাতে জিভা হাত ভৰি একেবাৰে ভাঙি চকু মুখত ভোট জলকীয়াৰ প্ৰলেপ লগা উক ❤😢😢
@Jon_mani
@Jon_mani 12 күн бұрын
এই বোৰ ছাইহে ভাল পায়।বেয়া বোৰত ভিউচ পায়।বেয়া বোৰ ছোৱা মানুহ বেছি আৰু শুনা মানুহ
@rinkushivam8759
@rinkushivam8759 15 күн бұрын
ইহঁতক যাব্বত জীৱন জেলত ভৰাই থৱ লাগে
@bhabanandabordoloi5112
@bhabanandabordoloi5112 22 күн бұрын
Right
@jboruah9389
@jboruah9389 23 күн бұрын
এইচব জহৰা হপাই
@ArunKumar-kl2jw
@ArunKumar-kl2jw 23 күн бұрын
পগলাই গোৱা গীত, বিহুগীত নহয়। পগলাইহে আদৰি ল'ব।
@arunsaikia3774
@arunsaikia3774 19 күн бұрын
এইটো বা এনে ধৰণৰ গান/গীত সামাজিক ভাৱে এঘৰীয়া কৰিব লাগে।
@rinkushivam8759
@rinkushivam8759 15 күн бұрын
ইহঁতক জেলত ভৰাই থৱ লাগে।
@DilipkumarBorah-n2i
@DilipkumarBorah-n2i 20 күн бұрын
ঠিক কথাই কৈছা
@barashadas2802
@barashadas2802 22 күн бұрын
অৰ্থটো নুবুজিলো সুৰটো গোবৰ- জাবৰ হৈছে।
@DHANJITKALITA-xc5bz
@DHANJITKALITA-xc5bz 20 күн бұрын
তোমাৰ সেইখন অ, হয়তো হৃদয় খনক বুজাব পাৰে, হৃদয় খনক সাত পেলোৱাৰ কাৰণে পানী বিচাৰিব পাৰে, কোনোবাৰ হৃদয় খন উকা হৈ আছে সাত পেলোৱাৰ কাৰণে এজন সংগীৰ হৃদয় বিচাৰিব পাৰে, কেতিয়াবা কেতিয়াবা গানৰ সুৰ বা ধ্বনি বোৰ বেলেগ বেলেগ হৈ উঠে, ভবাতকৈ অনুভৱ ব্যক্তি ভেদে বেলেগ বেলেগ,
@DevaBarman-z8f
@DevaBarman-z8f 26 күн бұрын
Gaan likha aru singer janar lagar dance group tok boycot karok. Lyrics aru singer saboke beer lachit senai dhari ani athu karaok.
@Runjunborah-un5zk
@Runjunborah-un5zk 25 күн бұрын
একদম
@BashisthaDas-f9k
@BashisthaDas-f9k 22 күн бұрын
এইবোৰ গায়কৰ নামত কলংক, ইহঁতক ভালকৈ এসেকা দিব লাগে
@jibanbora6004
@jibanbora6004 22 күн бұрын
মদ খাই গাড়ী চলোৱাৰ মানুহে জৰিমনা ভৰিব লাগে কিন্তু এই বোৰ নেদেখে।চিঃ
@tutulsonowal7926
@tutulsonowal7926 24 күн бұрын
গীত ৰচনা কৰিব নাজান যদি কৰিব নালাগে। এনেকুৱা গীত ৰচনা কৰি অসমত বিখ্যাত হম বুলি ভবাটো এটা গাধ হয় । গীতত অভিনয় কৰা কেইজনো আৰু পৰিচালনা কৰা জনো একেখন বিলৰে মাছ । ৰাম.. ৰাম... তোমাৰ হেৰী খন বুলে..... ?
@Jitugogoi-h4l
@Jitugogoi-h4l 24 күн бұрын
মানুহ ইমান তললৈ যাব নালাগে এইতো গান হলনে বাৰো
@pratulkumarsaikia8110
@pratulkumarsaikia8110 20 күн бұрын
বিহুক নামত অসভ্যালী এইবোৰ।
@Eve-d2e
@Eve-d2e 19 күн бұрын
Liberty is not a personal affairs only,but a social contract: A G Gardiner.
@bipinkalita9180
@bipinkalita9180 22 күн бұрын
Ccc.... Laj lagi hai... Tomare shei khon son kothal patiya hoy, durate thakiba gon olaise pai😅😅😅
@pankajhatimuria3141
@pankajhatimuria3141 21 күн бұрын
আপুনি ঘৰত জদি নোৱাৰে অসমৰ মানুহক কিয় জনাইচে আচলতে আপুনি হে পাগলামী কৰিচে
@bhupenphukan2253
@bhupenphukan2253 23 күн бұрын
একো কৰিব নোৱাৰি নেকি?
@ChandrakochChandrakoch
@ChandrakochChandrakoch 22 күн бұрын
অসমীয়া বিহুৰ অসমীয়াৰ মন নোহোৱা হল সেইকাৰণে বিদেশত গলে অসমীয়াক মাৰি কাতি পেলাই কাৰণ আমি নিজকে অসমীয়া বুলি পাহৰা এচাম লোকৰ বাবে বিহুৰ পোছাক যোৰ ৰ সন্মান শেষ আৰু নকৰিব😢😢😢
@Dekanabin
@Dekanabin 20 күн бұрын
গাণ লিখা জন তাৰ মা ভনী নাই সেইটু পাগল হ'ল
@NijumoniBorah-f3o
@NijumoniBorah-f3o 21 күн бұрын
সেই খন বুলি গাওঁতে হূদয় খন ওহব পাৰে,অকল বেয়া কথা কেহে কিয় ভাবী লয়, আৰু বকি থকাতু ৱে কি ভাঙনি মাৰি আছে,
@rajibbora1813
@rajibbora1813 25 күн бұрын
ইহঁতৰ লাজ চৰম 😮
@SunitBorah-tx4mk
@SunitBorah-tx4mk 21 күн бұрын
Abhinoy Kora bur nilaj gaan gowa aru likha kaitai kapur Pindheeba nelage.
@BimalaKonch
@BimalaKonch 6 күн бұрын
আজি কালি বহু বিহু গানবোৰত ৰোমান্তিক একো নাই। আছে মাত্ৰ Sexual মনোভাৱ।লাজ লাগে। অসমীয়া বিহুৰ গানৰ বিকিত ৰূপ।
@himashreedaskalita3536
@himashreedaskalita3536 21 күн бұрын
Xasakoi bahut beya xunibole😢
@ruhijannat1093
@ruhijannat1093 23 күн бұрын
ছাগলী গান
@NiruBorah-r4b
@NiruBorah-r4b 20 күн бұрын
সচা.দাদা.বৰ.ফালটো.হয়.
@Skdkkkskakad
@Skdkkkskakad 24 күн бұрын
Aiborok direct jeilot bhorabo lage kulangar
@jinadas-b4o
@jinadas-b4o 20 күн бұрын
ইহঁতক আঠু কাহিব দিব অসমৰ ৰাইজে পাগলহত বেলেগ বিহু নাজান যদি নাগাবি
@rupamgogoi8645
@rupamgogoi8645 21 күн бұрын
ফুলনি শব্দ তো কিয় কাতি দিয়া হ'ল। গানতো কাতি শুনালে তো বেয়াই শুনিব ন।।।
@BhimoranMoran
@BhimoranMoran 22 күн бұрын
व👍👍👍👍👌
@ranjugogoi419
@ranjugogoi419 14 күн бұрын
ছি ছি ছি পাগল চব 😅😅😅😅😅😅😅😅😅😅😅😅😅😅😮😮😮😮😮😮😮থু থু থু ছি
@anantaborgohain3971
@anantaborgohain3971 21 күн бұрын
আজি কেইবছৰ মানৰ আগত হেৰি লগা গান এটা ওলাইছিল। এতিয়া আকৌ ওলাইছে। সঁচাই কিবা শুনি ভাল লগা নাই।
@Runjunborah-un5zk
@Runjunborah-un5zk 25 күн бұрын
এইজনৰ নাম জয়ন্ত দাস নাম হয় যেন লাগিছে কাম নাই এইদালৰ গানৰ
@bhargabjyotibora3867
@bhargabjyotibora3867 25 күн бұрын
Acting kora keita dekhun bhut uporor mal dekhun .pagol het kela .singer.actor.
@AniramBorah-x6v
@AniramBorah-x6v 20 күн бұрын
অসমৰ ৰাইজক অনুৰোধ জনাও এনে গান ব'জন কৰক
@mahendrakalita8549
@mahendrakalita8549 15 күн бұрын
Bihu aaru Brahmaputra asamia jatir parichya iyak loi bhrngusali kora janak panichment diba lage
@Vergil1233x
@Vergil1233x 9 күн бұрын
পাগলে পগলামি কৰিলে আমি বোৰে কি কৰিব লাগিব???????????
@Urmiladaimary-g6d
@Urmiladaimary-g6d 28 күн бұрын
Dislike song
@moheswarbora5751
@moheswarbora5751 17 күн бұрын
আজি কালি গান শুনি বলে লাজ লগা হল
@ambikarabha5372
@ambikarabha5372 24 күн бұрын
😂😂😂
@nirensaikia7017
@nirensaikia7017 20 күн бұрын
These are social maleic. The artist playing in the song are foolish. Need to banned immediately with appropriate legal action.
@BiplabDekaBabu-rp3px
@BiplabDekaBabu-rp3px 18 күн бұрын
Valke vabi lole hol.....gyak o besi hol kintu utuber kom nhoi.....
@JunProdhan
@JunProdhan 18 күн бұрын
Asamis song beya kori ase hihote 😢
@NirolaDowara
@NirolaDowara 20 күн бұрын
Anakua bhii hobo nalaga.
@himanlahkar8390
@himanlahkar8390 21 күн бұрын
Full gaan to xuni lo agote, views karone belegok kio bodnam kori baah baah lobo aho..ako double meaning nai dhuniya fulani buli koise.. KZbin t bepar koribo aaho aneke ..
@gitanjalideka8767
@gitanjalideka8767 21 күн бұрын
তুমি ভালনে?বুজি নোপোৱাক ভালকৈ বুজাই দিছা😡
@llnm4891
@llnm4891 21 күн бұрын
Hasake de ki je mane
@Googlendg
@Googlendg 22 күн бұрын
লাচিত বীৰসিংহ সকলে এই অশ্লীন গান গোৱা আৰু নাচনী সকলক ঠিক কৰিব নোৱাৰেনে বাৰু ?
@ranjitdas6507
@ranjitdas6507 22 күн бұрын
Ihot gotey keitak arest koribo lage logote ai git tu June likhise Tak faci dibo Lage.... okhomiya jatir namot kalangka
@SachinHazarika-u2u
@SachinHazarika-u2u 21 күн бұрын
পাগলবোৰে নকয় কি আৰু ছাগলবোৰে নাখায় কি । । একেবাৰে ফাল্টু । ।
@PSonuwal
@PSonuwal 21 күн бұрын
মাথাত মাল নাইকিয়া এইবোৰ ।
@ranusaikia-ny2qk
@ranusaikia-ny2qk 24 күн бұрын
Thik koisa
@gobinbhuyan2158
@gobinbhuyan2158 23 күн бұрын
Ehataku garu pitan nohoi ji ganti likhise Tak garu pitan diba lage..
@BichitraBhuyan-z7n
@BichitraBhuyan-z7n 10 күн бұрын
Vigure dine ratia di ase buka krile aahol bahol rasta hol free hoigol oo tahoti tat pani di lav nai humai jabo gomei npabi hetu vigua bhot khale
@pinkugogoi7411
@pinkugogoi7411 21 күн бұрын
G̤a̤n̤ g̤a̤b̤o̤ n̤a̤j̤a̤n̤i̤l̤e̤ g̤a̤b̤o̤ n̤a̤l̤a̤g̤e̤
@alirajkonwar5036
@alirajkonwar5036 20 күн бұрын
সচাকৈ বৰ বেয়া। কথা
@KoliyaaBorah
@KoliyaaBorah 22 күн бұрын
Sab 😂msd😅😅
@Kabita-e3p
@Kabita-e3p 22 күн бұрын
Ganor karone Aku xobdo bisari napale gaan koi ga O ha. Aru ai dance kora jonir olopmanu murtut Aku nai neki. Danc Kori ase je. Xunkale ai gaan bondho korok nohole amar loRa suwali O beya hobo.
@ieajulhaque8380
@ieajulhaque8380 24 күн бұрын
ছুডমাৰ্ছন ভাইৰেল হোৱাৰ ইমান যদি ইচ্ছা .....মা,ভনীৰ লগত লেংটা হৈ video বনা Social midia ত এৰি দে ...Reddy পুতেক হত ......গীতিকা,গায়ক ওলাই চ.... তহত সচাঁই কোনোবা বেস্যালয়ত জন্ম হৈছ....তহতে তেনে পৰিবেশতে জন্ম হৈছ....কথিত ভাষাত "বাওদা"
@Uko7pra
@Uko7pra 18 күн бұрын
BHANTI JONI MAA KOKOI BHAI NAI NEKI
@Uko7pra
@Uko7pra 18 күн бұрын
ASSAM POLICE LPE ACTION
@dinarabha
@dinarabha 20 күн бұрын
অসভয়।অমানুহ।
@aratigohain5885
@aratigohain5885 21 күн бұрын
ae burk jellor bhat khub lage
@UpenChandraDas-e3d
@UpenChandraDas-e3d 20 күн бұрын
ai gaan tut ji keitai acting korise xeikeita vaang khowa actor,
@MRXSENPAI
@MRXSENPAI 24 күн бұрын
তুমি গেলো গেঠো কৈ এই কেইজনক গালি পাৰি সমালোচনা কৰিলে কি হ'ব? জুবিনে যে গায় জাৰৰ দিনত বিয়া পাতি যুতি লবি কেঠা কম্বল লৈ।মোকো এটা আনি দিবি তাপলা ডাঙৰ চাই। এই বিলাক শুনিবলৈ লাজ নালাগে?অইনে গালে অপৰাধ।জুবিনে গালে সকলো মাফ। কৰিলে সকলোকে সমালোচনা কৰা।গ্লেমাৰ চাই সমালোচনা কৰিলে নহ'ব। আমাৰ মতে বেয়া বেয়াই হ'ব লাগে।গানৰ ব্যাখ্যা বিভিন্ন ধৰণে কৰিব পাৰি।
@achyutgogoi6382
@achyutgogoi6382 20 күн бұрын
Aieburor nak kan nai
@bipinchungimout7347
@bipinchungimout7347 20 күн бұрын
Mamakat,huiase,kabitalikhisun,jeloloijai,
@urmilabora5103
@urmilabora5103 22 күн бұрын
Arest hime emedeatly, who is writer this song.
@monoranjansarma2678
@monoranjansarma2678 21 күн бұрын
এইসকল‌ জহৰা
@madhabanandagoswami1554
@madhabanandagoswami1554 15 күн бұрын
এই গানটো বন্ধ কৰিব লাগে ।
@UtpalDeka-c2p
@UtpalDeka-c2p 23 күн бұрын
Ehotok chendel or mala pindhabo laage, kiman tol loi namise, ehot, ehote kapor aanai pindhi aase.
$1 vs $500,000 Plane Ticket!
12:20
MrBeast
Рет қаралды 122 МЛН
Vampire SUCKS Human Energy 🧛🏻‍♂️🪫 (ft. @StevenHe )
0:34
Alan Chikin Chow
Рет қаралды 138 МЛН
Ozoda - Alamlar (Official Video 2023)
6:22
Ozoda Official
Рет қаралды 10 МЛН
ASSAMESE SONG ॥ROAST 🤣#funny #comedy #vlog #viralvideo #india #youtube
3:35