এগৰাকী ইছলাম ধৰ্মৰ ব্যক্তি কেনেকৈ শ্ৰী কৃষ্ণৰ ভক্ত হৈছিল? ভগৱানৰ দৃষ্টিত সকলো সমান 🙏

  Рет қаралды 90,648

Angela Changmai

Angela Changmai

Күн бұрын

এইয়া কোনো কাল্পনিক কথোপকথন নহয় । কিছু তথ্য ভিত্তিক সত্য কাহিনী। ভগৱান শ্ৰীকৃষ্ণ আৰু তেওঁৰ ভক্ত চৈয়দ ইব্ৰাহিমৰ ।

Пікірлер: 170
@minatihazarika8663
@minatihazarika8663 Ай бұрын
এটি সুন্দৰ অথচ একেবাৰে নজনা কথা জানিলো ।খুব ভাল লাগিল ।
@keshabgogoi2063
@keshabgogoi2063 2 ай бұрын
কৃষ্ণ, সুন্দৰ ভাল লাগিল, এনেকুৱা বিক্ষয় আৰু আশা কৰিলো।
@arunrabha6206
@arunrabha6206 2 ай бұрын
কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল । এনে কৈ আগলৈ পাম বলি আশা ৰাখিলোঁ কৃষ্ণ।
@ManikPhukan-ek7jg
@ManikPhukan-ek7jg 3 ай бұрын
সুন্দৰ এনেকুৱা কাহিনী আগবঢ়ায় যাওক তাৰ আশাৰে।
@padmeswarttdas2236
@padmeswarttdas2236 3 ай бұрын
সুন্দৰ বৰ ভাল লাগিল কৃষ্ণ।ভবিষ্যতে এনেকুৱা ভাল লগা কাহিনী আৰু শুনিবলৈ পাম যেন কৃষ্ণ।
@bhumitabora2496
@bhumitabora2496 Ай бұрын
❤❤ কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল কৃষ্ণ 🙏🙏🙏🙏
@prafullaborah8724
@prafullaborah8724 3 ай бұрын
ইমান সুন্দৰ পৰিবেশন।কবলৈ ভাষা নাই।দীঘজীবি হোৱা।ধন্যবাদ
@jitutamuli6210
@jitutamuli6210 3 ай бұрын
ইমান এটি। পবিত্ৰ মন সেই বাব আপুনি ও সুন্দৰ কৃ‌যণ।
@beautygogoi1395
@beautygogoi1395 2 ай бұрын
খুব সুন্দৰ বৰননা, মইতো আবেগিগ হৈ পৰিলো
@dilipkakoti173
@dilipkakoti173 3 ай бұрын
তোমাৰ গল্পটিৰ উপস্থাপন শৈলী ইমান সুন্দৰ লাগিল। তোমাৰ গল্পটিয়ে এটা কথা স্পষ্টকৈ বুজা ইছে যে শুদ্ধ মনে এক চিতে ভগবানক আৰাধনা কৰিলে ভগবান সন্তোষস্ট হয়।ভাল লাগিল ।
@WhatsthehellXyz
@WhatsthehellXyz 3 ай бұрын
বৰ্ণনা শৈলী সুন্দৰ , মনোমোহা। ভাল। লাগিল।
@prosantabora1582
@prosantabora1582 2 ай бұрын
বহুত ভাল লাগিল কাহিনীটো ।বৰ সুন্দৰ তোমাৰ কথা কোৱাৰ ধৰণটো !!
@jintuchetia4420
@jintuchetia4420 Ай бұрын
Bohut val lagil ba krisno
@kamaljitdeka914
@kamaljitdeka914 2 ай бұрын
বাইদেউ আপুনি ইমান ধুনীয়া কৈ ছে। আপোনালৈ ধন্যবাদ
@RajuDeka-se2eh
@RajuDeka-se2eh 2 ай бұрын
সুন্দৰ কাহিনী। ঔঁম শ্ৰী কৃষ্ণাই‌ নমো‌ নমঃ
@dhirendeka8544
@dhirendeka8544 Ай бұрын
Beautiful ...heart touching story . Nice representation..Many Many .Thanks Anjela ..,..
@binakumarigogoiborah8407
@binakumarigogoiborah8407 2 ай бұрын
কৃষ্ণ 🙏🏻 অতি সুন্দৰ উপস্থাপন ❤❤❤❤❤ ভগৱানে কৃপা কৰক 🙏🏻🙏🏻🌹🌹🌹
@pradipkalita9077
@pradipkalita9077 7 күн бұрын
Krishna
@shivamsarmah6174
@shivamsarmah6174 3 ай бұрын
ভাল লগা কাহিনী।ভগবানৰ মনত কোনো জাতি নাই।আছে মাত্ৰ ভক্তি ৰ ঠাই।সেয়েহে হৃদয়েৰে ভক্তি কৰিলে ভগবান ক পোৱা যায়।
@NamitaRay-5555
@NamitaRay-5555 26 күн бұрын
Hundor kahini
@dipakdas5382
@dipakdas5382 2 ай бұрын
মই আবেগিক হৈছিলো কথাবোৰ শুনাৰ পিছত।
@KeshabPhukon-nj2du
@KeshabPhukon-nj2du Ай бұрын
Radhe radhe radhe krishna krishna krishna
@Hrishikeshhazarika1074
@Hrishikeshhazarika1074 2 ай бұрын
ইমান ধুনীয়া কাহিনী কোৱা তুমি শুনি বহত ভাল লাগে
@amiyachetia2017
@amiyachetia2017 3 ай бұрын
হৃদয় শাত পৰি গ'ল।
@ChandanDas-c1t
@ChandanDas-c1t 19 күн бұрын
বৰ সুন্দৰ লাগিল শুনি নজনা কথা এটা জানিলো
@dilipbaruah1655
@dilipbaruah1655 3 ай бұрын
ইমান সুনৰ পৰিবেশন কৃষ্ণ 🙏আই
@barnalidas7784
@barnalidas7784 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@MmmmBzis-tk7iy
@MmmmBzis-tk7iy 3 ай бұрын
Good bless you , Tumi MAA Lakhi aai. Mangaldai
@_mujibur830
@_mujibur830 Ай бұрын
ধুনীয়া কথা কৈছে আপুনি
@AyeshaAyesha-e3g
@AyeshaAyesha-e3g 3 ай бұрын
সুন্দৰ উপস্হাপন।বৰ ভাল লাগিল
@SimilarAhmed
@SimilarAhmed 2 ай бұрын
সুন্দৰ ব্যাখ্যা ❤❤❤
@pradipsarma2062
@pradipsarma2062 2 ай бұрын
কথাটো সুন্দৰকৈ বুজায় দিয়াৰ বাবে ধন্যবাদ জনালো ।
@PradeepBaruah-x8e
@PradeepBaruah-x8e 2 ай бұрын
অতি আপ্লুত হলো। বহুত ধন্যবাদ।
@rajashreebhattacharjee5014
@rajashreebhattacharjee5014 3 ай бұрын
Bohut xundor kahini,abegok hoi golu,bor val lagil ❤❤❤
@NitulBorah-ey9ts
@NitulBorah-ey9ts 3 ай бұрын
❤krishna❤
@sabitrideka7802
@sabitrideka7802 2 ай бұрын
কৃষ্ণ কৃষ্ণ আগলৈ আশা কৰিলো❤❤❤🎉
@binudhandique8799
@binudhandique8799 3 ай бұрын
সুন্দৰ
@dhanadadevidoley8594
@dhanadadevidoley8594 3 ай бұрын
ভক্তিয়ে ভগৱান। ভগৱান সকলোৰে অন্তৰত আছে। সকলো ধৰ্মৰ এজনেই সৃষ্টি কৰ্তা কেৱল নাম বেলেগ
@TilakRabha-yj9wb
@TilakRabha-yj9wb 2 ай бұрын
যীচু খ্ৰীষ্টি পৃথীৱিত থকা সকলো ভগৱান বিলাকতকৈ 100% বেলেগ ।কাৰণ তেওঁ কুমাৰী গৰ্ভত জন্ম হৈছিল , তেওঁৱে সকলৰে পাপৰ ভাৰ ক্ৰুচত নম্ৰতাৰে বৈ লৈ গৈছিল , তেওঁ মৃত্যুৰ পৰা তিনি দিনৰ পিছত জীয়াই উঠিছিল আৰু পৃথীৱিত তেওঁ ৪০ দিন মানুহৰ লগত আছিল , সেইটোৱে পাৰ্থক্য
@jogeswarinath4467
@jogeswarinath4467 Ай бұрын
Krisna. Krisna
@Junumoni_Bhuyan
@Junumoni_Bhuyan 2 ай бұрын
khub val lagil kahinitu xuni logote apunar kothan xoiliu khub xundor
@bipulborah2193
@bipulborah2193 3 ай бұрын
ভাল লাগিল।
@Jumo_n46
@Jumo_n46 2 ай бұрын
Hotokuti pronam apunaloi anedhoronor hundor kahini amak hunuwa babe.❤❤❤❤❤
@ArunjyotiBora-j1v
@ArunjyotiBora-j1v Ай бұрын
Bhal lagil kotha bur,ba apunar pora jani .
@Education-k-n5t
@Education-k-n5t 2 ай бұрын
জীৱন‌ ধন্য হলোঁ , কাহিনীটো আপোনাৰ সুমধুৰ বচনত শুনি 🙏🙏
@bontiburagohainchetia1953
@bontiburagohainchetia1953 3 ай бұрын
সুন্দৰ কথা ।
@prakashtalukdar5565
@prakashtalukdar5565 3 ай бұрын
সঁচা বৰ সুন্দৰ কৈ বুজাই দিলা ধন্যবাদ
@priyagvlogs9229
@priyagvlogs9229 2 ай бұрын
I like your motivaion
@monikasaikia9314
@monikasaikia9314 2 ай бұрын
So beautiful video Krishna Krishna pavu jay shree Krishna ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@sasadharrajbangshi35454
@sasadharrajbangshi35454 2 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@rumisunowal8618
@rumisunowal8618 3 ай бұрын
সুন্দৰ ।
@GhanakantaDas-u4x
@GhanakantaDas-u4x 26 күн бұрын
🎉🎉 krishna Krishna ❤❤❤
@dulbormanta4407
@dulbormanta4407 3 ай бұрын
Jai shree কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
@radhakrishna743
@radhakrishna743 3 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@DibyajyotiPatgiri-m2j
@DibyajyotiPatgiri-m2j 2 күн бұрын
Krishna🙏🙏🙏🙏🙏🙏
@KhagenBora-c9l
@KhagenBora-c9l 2 ай бұрын
সুন্দৰ, ভাল লাগিল ।
@bhabanandaborah3701
@bhabanandaborah3701 6 күн бұрын
Very nice Angela ILU
@KamalDas-ob2lx
@KamalDas-ob2lx 2 ай бұрын
Krishna !!
@abinashsaikia6043
@abinashsaikia6043 Жыл бұрын
সুন্দৰ
@abhilekhR1
@abhilekhR1 3 ай бұрын
I love I like i cry my love is Shri Hari Krishna
@abhilekhR1
@abhilekhR1 3 ай бұрын
I m crying it's heart touching love u Shri Hari Krishna
@debajithazarika5879
@debajithazarika5879 2 ай бұрын
Jay shree krishna.
@ManuranjanChetia-oi6uq
@ManuranjanChetia-oi6uq 2 ай бұрын
কৃষ্ণ
@madhabhaloi8962
@madhabhaloi8962 2 ай бұрын
ATI SU,DAR XCHAKOI DUKHAR MAJATBHAGABANASE.❤🎉
@madhabhaloi8962
@madhabhaloi8962 2 ай бұрын
God bles you.
@dandadhardeka8300
@dandadhardeka8300 2 ай бұрын
জয় গুৰু শঙ্কৰদেৱে
@jyotshnarabha1503
@jyotshnarabha1503 3 ай бұрын
Buhut val lagil kahini tu..
@kushalbaruah8438
@kushalbaruah8438 2 ай бұрын
OM BHAGABATEI BASUDEVAYEI NAMAH JAI SHRI KRISHNA
@assamesepriyankivlog6528
@assamesepriyankivlog6528 2 ай бұрын
Bohut hundor❤
@kalpanagogoi2114
@kalpanagogoi2114 3 ай бұрын
Bohut hundor❤
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ আই সেৱা নিবেদন কৰিছো কৃষ্ণ
@ramensonowal2145
@ramensonowal2145 27 күн бұрын
Val lagil kotha xuni
@MunmisVlog753
@MunmisVlog753 2 ай бұрын
Kahinitu xuni bor val lagil..anekua kahini ako xunib pam buli akha rakhilu😊
@gunakantabaruah1988
@gunakantabaruah1988 2 ай бұрын
কৃষ্ণৰ মহিমা অপাৰ।
@dhrubakashyap5454
@dhrubakashyap5454 3 ай бұрын
Tumar kathabilak bor vl lage . Inspires voice
@MonjulaDevi-du4te
@MonjulaDevi-du4te 3 ай бұрын
অতি সুন্দৰ।
@muninoza4944
@muninoza4944 3 ай бұрын
কৃষ্ণ, জয় গুৰু শ্ৰীমন্ত শঙ্কৰ, বহুত সুন্দৰ লাগিল দেই । কৃষ্ণ।
@japanchandrabora7502
@japanchandrabora7502 3 ай бұрын
এইয়া ধৰ্মৰ প্ৰকৃত ৰহস্য তত্ত্ব। ভগৱানৰ দৃষ্টিত যেনেদৰে সকলো সমান, প্ৰকৃত ভক্তৰ দৃষ্টিত তেনদৰে ঈশ্বৰ আল্লা গড ইত্যাদি একেজন ভগৱানৰে নাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ
@robingogoi5983
@robingogoi5983 Ай бұрын
কৃষ্ণ । কাহিনীটো শুনি চকুলো ধৰি ৰাখিব নোৱাৰিলোঁ।সাক্ষাত কৃষ্ণক দেখা পোৱা যেন লাগিল।
@dhananjayrabha5905
@dhananjayrabha5905 Ай бұрын
Krishna Krishna
@dimbeswarkonwar7659
@dimbeswarkonwar7659 2 ай бұрын
বৰ সুন্দৰ অভিব্যক্তি
@sunilkumarteron3352
@sunilkumarteron3352 Ай бұрын
You are truly Angel of heaven.
@dhirumaninath8997
@dhirumaninath8997 2 ай бұрын
Khuba Val lagil angela
@manojkumardutta8590
@manojkumardutta8590 2 ай бұрын
Khub val lagil
@nirugogoi1687
@nirugogoi1687 3 ай бұрын
Tomar katha xuni aabegik hai galo . prakash bhangi ati sundar❤
@kameswarrabha2803
@kameswarrabha2803 Ай бұрын
God bless you
@TilakRabha-yj9wb
@TilakRabha-yj9wb 2 ай бұрын
ইঞ্জিলা বাইদেওঁ আপুনি নিজৰ ঈশ্বৰক নাপাহৰিব দেই কাৰণ আপোনাৰ আৰু মোৰ বাবে তেওঁ ক্ৰুচত পাপৰ ভাৰ বৈ লৈ গ'ল আৰু নিস্কলংক নিচপাপী হৈয়ো তেওঁ ক্ৰুচীয় যান্ত্ৰনণা সহিলে এবাৰ চিন্তা কৰি চাব ।
@IslamuddinAhmed-zn6bm
@IslamuddinAhmed-zn6bm Ай бұрын
Bhanti aponar bhakhan bahut bhal lage raijar upkar hab no dout
@user-tc1qc8mv9d
@user-tc1qc8mv9d 2 ай бұрын
কৃষ্ণ কৃষ্ণ🙏🙏🙏
@ramenbarman6325
@ramenbarman6325 2 ай бұрын
Sundor bornona srikrishna r uporot
@ranjitahazarika2140
@ranjitahazarika2140 27 күн бұрын
এটা নজনা কাহিনী জানিলো চকুৰ পানী আবেগত ওলাই আহিল ধন্যবাদ Anjele
@pulokborah1491
@pulokborah1491 2 ай бұрын
Krishna krishna
@dipakkrborah7328
@dipakkrborah7328 3 ай бұрын
সুন্দৰ 🙏
@BubulDoley-oh5rc
@BubulDoley-oh5rc 3 ай бұрын
Val lagise Krishna Krishna 🙏🙏
@DeepsikhaRajbongshi
@DeepsikhaRajbongshi Ай бұрын
কৃষ্ণ আই 🙏 কথা খিনি ভাল লাগিল শুনি কিন্তু শংকৰী শংঘৰ নিয়ম মতে মন্দিৰ বুলি কোৱাটো ভুল নামঘৰ বুলিহে হেনো ক'ব লাগে। কিমান সত্য নাজানো ময়ো শংকৰী শঙ্ঘৰ এ ছোৱালী। আমাক সৰু পৰা তেনেকে শিকাইছে সেই বাবেহে কৈছোঁ। কৃষ্ণ 🙏
@pranitac2803
@pranitac2803 2 ай бұрын
Fine
@debagogoi2811
@debagogoi2811 Ай бұрын
👏👏👏👏👏👏👏
@nipensaikia7633
@nipensaikia7633 3 ай бұрын
Khub val lagil
@SonMali-w8u
@SonMali-w8u 2 ай бұрын
Bhal lagi চাই ❤❤
@DP--kitchen-o6i
@DP--kitchen-o6i 2 ай бұрын
Mojja ❤❤
@BishnuChetri-nx2xb
@BishnuChetri-nx2xb 2 ай бұрын
হিন্দীত এই কাহিনী শুনিছো।আজি আপোনাৰ কণ্ঠত কৃষ্ণ প্ৰভুৰ মহিমা পুনৰ শুনিলো।সাৱলীল বৰ্ণনাত সমূখত কৃষ্ণক দেখিলো। সুমধুৰ বচন।
@HimaPuja-ms6mf
@HimaPuja-ms6mf 2 ай бұрын
Radhe krishna ❤❤❤❤❤❤❤
@nizaradevi4195
@nizaradevi4195 2 ай бұрын
কাহিনী টো শুনি ভাল লাগিল। কিন্তু আপোনাৰ বলিষ্ঠ ভাষণ মোৰ বেছি প্ৰিয়।
Running With Bigger And Bigger Lunchlys
00:18
MrBeast
Рет қаралды 120 МЛН
OYUNCAK MİKROFON İLE TRAFİK LAMBASINI DEĞİŞTİRDİ 😱
00:17
Melih Taşçı
Рет қаралды 13 МЛН
Inside Out 2: ENVY & DISGUST STOLE JOY's DRINKS!!
00:32
AnythingAlexia
Рет қаралды 13 МЛН
A Day In The Life Of A Farmer | ANGELA CHANGMAI
26:46
ND24
Рет қаралды 175 М.
Running With Bigger And Bigger Lunchlys
00:18
MrBeast
Рет қаралды 120 МЛН