মনোবিজ্ঞানৰ ছাত্ৰী হৈয়ো Anjela Changmai কেনেকৈ আহিল সংবাদ মাধ্যমলৈ ? নামঘৰ কিয় প্ৰিয় এঞ্জেলাৰ ?

  Рет қаралды 33,175

Chifung Suriya Jatra

Chifung Suriya Jatra

Күн бұрын

#chifungsuriyajatra
#anjelachangmai
#interview
#journalist
#nd24
#cr7
#assamesemedia
#anchor

Пікірлер: 85
@DipjyotiBarman-s7q
@DipjyotiBarman-s7q 12 күн бұрын
এঞ্জিলা বা আপোনাৰ ভিদিও বিলাক চাই থাকো ,বহুত ভাল লাগে কিন্তু আপোনাক মেখেলা চাদৰ পিন্ধিলে বহুত ভাল দেখি।আপোনাৰ কথা কোৱা যিটো কলা সচাকৈ বহুত ভাল লাগে।❤
@Damaynti-e8h
@Damaynti-e8h 4 күн бұрын
Vidioto. . Sunat. Asubidha. Haiche. Pariyalar .. Awaj
@Damaynti-e8h
@Damaynti-e8h 3 күн бұрын
Sister. Angela. Saday. Mekhela. Chadar. Pindhiba
@kumuddehingia1794
@kumuddehingia1794 2 ай бұрын
Excllent
@ChifungSuriyaJatra
@ChifungSuriyaJatra Ай бұрын
Thnx
@mihirbaruah3453
@mihirbaruah3453 3 ай бұрын
বহুত প্ৰতিভাধৰ ছোৱালী এঞ্জেলা চাংমাই। আত্মপ্ৰত্যয়েৰে আগবাঢ়ি যাওক।শুভাশীষ যাচিলোঁ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@bhadeswerchangmai9515
@bhadeswerchangmai9515 2 ай бұрын
গঠন মূলক আলোচনাবোৰ বৰ ভাল লাগিল।দক্ষ ছোৱালী সাৱধানে আগু ৱাব।ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।
@GokulchandraBhuyan
@GokulchandraBhuyan 2 ай бұрын
আধ্যাত্মিক দিশত কোৱা কথা খিনিয়ে মোৰ হৃদয় স্পৰ্শ কৰি গল | কি দৰে আমি সমাজ সংস্কাৰ কৰিম ভাবি থাকো | নামঘৰত সোমাই আনৰ সমালোচনা | ভাগৱত ভাগ মেলিলৈ আনৰ দোষ দেখো প্ৰসাদ মিঠৈ লৈ হেতা ওপৰা | ভক্তিৰ অভাৱ | আপোনাৰ কথা খিনিৰ সৈতে মোৰ সহমত | আপোনাৰ চৰণত সহস্র কোটি প্রণাম জনাই চো | শ্ৰীমন্ত শঙ্কৰদেৱৰ নীতি আদৰ্শৰে এক ইশ্বৰৰ ওচৰত শৰণগ্ৰহণ কৰি চলি আছো | ইশ্বৰে আপনাক সুমতি দিয়ক | সমাজৰ বাবে উঠি অহা নর প্রজন্মৰ বাবে আদৰ্শ হৈ ৰওক | ইশ্বৰে আপোনাক সহায় কৰক ওচৰৰ পৰা লগ পোৱাৰ আশা থাকিল |কৃষ্ণ কৃষ্ণ কৃষ্ণ "
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 ай бұрын
ধন্যবাদ
@PradipGogoi-i7b
@PradipGogoi-i7b 28 күн бұрын
বাহিৰৰ নাম ঘৰটো আচল নাম ঘৰ নহয়। হ্নদয় নাম ঘৰ হে আচল।
@PradipGogoi-i7b
@PradipGogoi-i7b 28 күн бұрын
নমস্কাৰ। সেৱা গ্ৰহণ কৰিব। আমাক সকলোৱে মানুহ বুলি কয় । আমি মানু্হ হয় জানো। মানুহ যদি হয় গাত মানৱীয় প্ৰমূল্যবোধ আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক চিন্তা চৰ্চা থাকিব লাগিব।ঞ দেখাত মানুহ হ'লে নহ'ব। মানুহ সদাচাৰী ও আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা জগতৰ সূমঙ্গল মানৱ কল্যাণৰ বাবে চাব লাগিব। প্ৰদীপ গগৈ
@deepshikhamalakar7803
@deepshikhamalakar7803 3 ай бұрын
চাংমাই এতিয়া এজনী ভাল সাংবাদীক,আগুৱাই যোৱা,আমি বহুত আশা কৰিছো.
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
ধন্যবাদ❤️
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 ай бұрын
❤❤❤ অতি সুন্দৰ আৰু সময়োপযোগী আৰু তত্ব গধূৰ বাস্তৱ সম্মত আলোচনা। এঞ্জেলা অসমৰ এগৰাকী সুদক্ষ সাহসী আৰু স্পষ্টবাদী আৰু যথেষ্ঠ অধ্যয়নপুষ্ট সঙবাদকম্মী তেওঁৰ উপস্থাপন শৈলীও ব্যতিক্ৰম। তেওঁ কথন আৰু পঠন শৈলীও অনন্য সুন্দৰ।❤❤❤ তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। ❤❤❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
ধন্যবাদ ইমান সুন্দৰ মন্তব্য এটি দিয়াৰ বাবে ।
@PradipGogoi-i7b
@PradipGogoi-i7b 28 күн бұрын
ভাগৱত এখন ডাঙৰ ধৰ্মৰ গ্ৰন্থ। ধৰ্ম গ্ৰন্থ জগতত যিমান আছে সকলো মানুহে লিখা। ধৰ্ম গ্ৰন্থৰ দুটা জ্ঞান আছে। এটা আধ্যাত্মিক আনটো বাজিখ।যেনে ভাগৱত খন মানুহে সেৱা সৎকাৰ কৰি ঈশ্বৰ বুলি ভাবি লয়। ধৰ্ম গ্ৰন্থ বুলি নাভাবি আধ্যাত্মিকতাবাদত যাব লাগে ভাগৱত মানে সৃৎ মানুহৰ ক্ষেত্ৰত খাতে। দেহত 12টি। স্কন্ধ ভাগৱতৰ ও আছে। ভাগৱত মানে সৃৎ দেহৰ 12টা parts শুদ্ধ পৱিত্ৰ থাকিব লাগে।
@mrinalmedhi8346
@mrinalmedhi8346 3 ай бұрын
আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভৱিষ্যত ৰাইজৰ হৈ কাম কৰাৰ বাবে ভগৱানে শক্তি দিয়ক।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@statusboy9985
@statusboy9985 3 ай бұрын
কথাবিলাক বহুত ভাল লগা । ৰাইজৰ আশীৰ্বাদ আছে তোমালৈ ।❤❤❤❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 ай бұрын
তুমি আগুৱাই যোৱা সদায়। মনৰ ইচ্ছা আৰু আশা খিনি হেঁপাহৰ সচা বাস্তবলৈ ৰূপান্তৰিত হওক তাকেই আন্তৰিকতাৰে কামনা কৰিলো। এওঁ সমগ্ৰ অসমৰে নতুন প্ৰজন্মৰ এগৰাকী সুদক্ষ আৰু শক্তিশালী আৰু প্ৰতিভাসম্পন্ন যুৱ সাংবাদিক। যথেষ্ঠ দক্ষতা সম্পন্ন আৰু কথন আৰু পঠন শৈলী তেওঁৰ সাঙবাদিক অন্যতম অলঙ্কাৰ। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।❤❤❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@RanjanaGogoi-i7f
@RanjanaGogoi-i7f Ай бұрын
Bhobíchyat to😅😊🎉❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra Ай бұрын
Thnx
@mamoniphukan3807
@mamoniphukan3807 3 ай бұрын
এঞ্জেলা যেন আমাৰ প্ৰজন্মৰ প্ৰতিনিধিহে ।তেওঁৰ কথাত চিন্তাৰ খোৰাক আছে ।তেওঁৰ প্ৰতি শুভাশীষ থাকিল ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Dhanyabad
@BuddheswarPhukan
@BuddheswarPhukan 2 ай бұрын
এঞ্জেলাৰ কথা কোৱাৰ শৈলী মোৰ বৰ ভাল।ডুলীয়াজানৰ বিষ্ণু ৰাভা দিৱসত দিয়া ভাষণ আৰু আবৃত্তি শুনি অভিভূত হলো।চৰৈৱতি চৰৈৱতি।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 ай бұрын
বহুত বহুত ধন্যবাদ আপোনাক🙏
@ritamonichiring3842
@ritamonichiring3842 3 ай бұрын
এঞ্জেলা আজিৰ অতিথি হোৱাৰ বাবে চিফুং সুৰীয়া যাত্ৰা চেনেলটিলৈ ধন্যবাদ জনালো।দুয়োগৰাকীৰে কথা অতি ঘৰুৱা।এঞ্জেলাৰ video সমূহ চাই তেওঁ যে এক ঈশ্বৰৰ ভক্ত বুজি পাইছিলোঁ।আজি স্পষ্ট হলো।সৰুৰেপৰা মইও তেনে এখন ঘৰৰ ছোৱালী আছিলোঁ।আজিও সকলোৰে লগত মিলি তাকেই ধৰি ৰাখিব বিচাৰিছোঁ।তোমাক লগ পাম যেন লাগে এঞ্জেলা।বেয়া নাপাবা দেই তুমি বুলি কোৱাৰ বাবে।খুব ষ্পষ্টবাদী তুমি।তুমি সকলোৰে মন জয় কৰিব পৰাকৈ কথা কব জানা।আগবাঢ়ি যোৱা দুয়ো। যাত্ৰাৰ পথত থমকি নোৰোৱাকৈ ভগৱানে তোমালোকক কৃপা কৰক
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
বহুত বহুত ধন্যবাদ আপোনাক বহুত সাহস পালো
@bipinkonwar6435
@bipinkonwar6435 2 ай бұрын
শব্দবোৰ প্ৰতিধ্বনি হৈছে ৷ভালকৈ শুনা নাই
@binoynath9605
@binoynath9605 Ай бұрын
দুয়োজনীয়ে ছোৱালী। এঞ্জেলা চাংমাই জনী কিমান গহীন গম্ভীৰ আৰু কথা কোৱাৰ শৈলী কিমান সুন্দৰ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra Ай бұрын
ধন্যবাদ
@monjuraniraja4551
@monjuraniraja4551 2 ай бұрын
আমিও বৰ ভাল পাওঁ আৰু শক্তি দিয়কভগৱানে
@GokulchandraBhuyan
@GokulchandraBhuyan 2 ай бұрын
আধ্যাত্মিক বিষয়ত আপোনাৰ মতত মই একমত আপোনাক সহস্র কোটি প্রণাম কেনেকৈ আমাৰ সমাজ খন কেনেকৈসংস্কাৰ কৰিম ভাবি নাপাও আপোনালোকৰ ছেনেল টো সদায় চাও আপোনাৰ গঠন মুলক পৰামর্শ সমাজৰ বাবে আদৰ্শ পুনৰ আপোনাৰ চৰণত সহস্র প্রণাম
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 ай бұрын
Thnx
@ajitkumarphukan9736
@ajitkumarphukan9736 3 ай бұрын
বহুত বহুত ধন্য বাদ আগ বাঢ়ি যোৱা,👍
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@porismitagogoi3327
@porismitagogoi3327 3 ай бұрын
বৰ ভাল লাগিল
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@binakumarigogoiborah8407
@binakumarigogoiborah8407 Ай бұрын
খুব সুন্দৰ সাক্ষাৎকাৰ ❤❤❤❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra Ай бұрын
Thnx
@PranabDas-es7ci
@PranabDas-es7ci 2 ай бұрын
God bless her,hope she will rise in life.....
@Jonali-l1z
@Jonali-l1z 2 ай бұрын
Anjala is fond of every one ! Anjala I too love you
@mamanidutta2937
@mamanidutta2937 2 ай бұрын
Bohut val lagil bhogobana log diyok tumak
@KhagenBora-c9l
@KhagenBora-c9l 2 ай бұрын
বৰ ভাললাগিল।
@pramudbordoloi2725
@pramudbordoloi2725 2 ай бұрын
অসমত আপোনাৰ দৰে হাজায় হাজাৰ এঞ্জেলা জনম হওক সকলো ফালৰ পৰা নাম লবলগীয়া ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 ай бұрын
ধন্যবাদ আপোনাক🙏
@KaSiYali
@KaSiYali 2 ай бұрын
এঞ্জেলা চাংমাই বৰ মৰমৰ ছোৱালী।ব্যক্তিগত চিনাকি নাই কিন্তু তেখেতক ভালপাওঁ।স্পষ্টবাদী।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 ай бұрын
Dhonyabad
@kishormahanta3470
@kishormahanta3470 2 ай бұрын
Scip নকৰাকৈ অনুষ্ঠান টো চালো, ভাল লাগিল
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 ай бұрын
বহুত বহুত ধন্যবাদ
@Nitul101
@Nitul101 2 ай бұрын
eta kotha ki jane ne xomaj khon bhal koribole ami nije agot bhal hobo lagibo
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 ай бұрын
Hoi thik koise thnk u
@amrltdtta660
@amrltdtta660 3 ай бұрын
Bor bhaal laagil.....stay blessed...
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@TulintiKulu
@TulintiKulu 2 ай бұрын
❤❤❤❤❤❤❤❤❤
@mgvlogs9797
@mgvlogs9797 3 ай бұрын
ভাল লাগে কথাবোৰ এঞ্জেলা ৰ
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@MinatiRamchiary
@MinatiRamchiary 6 ай бұрын
Dhuniya hoise interview 2
@ChifungSuriyaJatra
@ChifungSuriyaJatra 6 ай бұрын
Thhx
@navajyotisaikia6698
@navajyotisaikia6698 3 ай бұрын
Val loga ajoni suwali..kotha kua hoili tu bohut val....dhemaji buli kua karone aru bohut val lagil.aguwali juwa jibon batot..bhogobane log diyok tumak...
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
ধন্যবাদ
@shyammahanta7317
@shyammahanta7317 2 ай бұрын
মাটিক ভাল পোৱা এজনী ছোৱালী | কথাবোৰ বৰ ভাল লাগে | অসমৰ এগৰাকী মানৱ সম্পদ |ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো নিজে ভৱা ধৰনে সফল ভাবে আগুৱাই যাওক 👍👍🌹🌹🙏
@udiptapatar6506
@udiptapatar6506 2 ай бұрын
Interview luwa goraki bohut sonsol .enjela aair interview luwar jugyotai nai.
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 ай бұрын
dhanyabad
@mridulkumarrabha892
@mridulkumarrabha892 3 ай бұрын
Lovely
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@abinashkalita9242
@abinashkalita9242 3 ай бұрын
আদৰিছোঁ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@lakhipriya5994
@lakhipriya5994 3 ай бұрын
Bor val lagil
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@mamanidutta2937
@mamanidutta2937 2 ай бұрын
Bor val lagel
@HiranyaBoruah-ck8eu
@HiranyaBoruah-ck8eu 3 ай бұрын
Angela pussak ,r bikhoa bhal kotha kola
@ramenchpatowary5693
@ramenchpatowary5693 2 ай бұрын
এঞ্জিলা বা ৰ ফোন নংটো দিব চোন।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 ай бұрын
Msg koribo instat
@rupanta-tu8vu
@rupanta-tu8vu 3 ай бұрын
Angla changmai pora answar lage...
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@rupanta-tu8vu
@rupanta-tu8vu 3 ай бұрын
Great angl
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@rupanta-tu8vu
@rupanta-tu8vu 3 ай бұрын
Chupa chupit ki dekhale..ajiloike kuneo mat mota nai...hei mohan army waifr jaak veer nari buli kua jai..heihkl narir ...hoi emn beakoi dekhua hoise....q kaha chale awaz uthane wale..ap log v...
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
সেইবোৰ প্ৰশ্ন আপোনালোকে সুধিব লাগিব , চচিয়েল মেডিয়াৰ পাৱাৰ বহুত
@rupanta-tu8vu
@rupanta-tu8vu 3 ай бұрын
Baki nagorikor eku dayito nai?
How do Cats Eat Watermelon? 🍉
00:21
One More
Рет қаралды 11 МЛН
когда не обедаешь в школе // EVA mash
00:57
EVA mash
Рет қаралды 3,8 МЛН
How do Cats Eat Watermelon? 🍉
00:21
One More
Рет қаралды 11 МЛН