Where I and Bhaskar first met | Balancing personal and professional life | Barsha Rani Bishaya

  Рет қаралды 1,770,957

Barsha Rani Bishaya

Barsha Rani Bishaya

Күн бұрын

Husori : Chaopha Husori Dol

Пікірлер: 1 300
@nice9988
@nice9988 2 жыл бұрын
বর্ষা বা তোমাৰ চকুত কলা দাগ হৈছে কিয় ....... স্বাস্থ্যৰ প্রতি যত্ন লবা ..... তেজপুৰৰ মৰম যাচিলো 🥰❤️✨
@udayanofficial5390
@udayanofficial5390 2 жыл бұрын
বহুত ভাল লাগিল বা। দুয়োলৈকে বহুত মৰম আৰু শুভেচ্ছা যাচিলো।
@rimlisaikia3804
@rimlisaikia3804 2 жыл бұрын
চাই থাকিও আমনি নালাগে আপোনাক বৰষা বা । মাতটোৰ কথা নকওঁ য়ে শুনি থাকিব য়ে মন যায়। আৰু ভাস্কৰ দাৰ আৰু আপোনাৰ মৰম দেখি বহুত ভাল লাগে। এনেকৈ য়ে সদায় হাঁহি থাকক😘😘😘
@barshabishaya
@barshabishaya 2 жыл бұрын
🙏🏻💕
@navajyotibora6120
@navajyotibora6120 2 жыл бұрын
বাহ: ভগবানৰ মূৰ্তি ভাগ ইমান ধুনীয়া কৈ ৰাখিছে,,, চুই গল মনটো❤️❤️❤️ বাকী video 2 ভাল লাগিল,,,,
@bindassankitaworld
@bindassankitaworld 2 жыл бұрын
প্রিয় নাৰী 🙏😍😘😘😘অভিনয় জগতৰ কথা নকওয়ে.... ভালে থাকক💕
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hellomuru frd hba ni moiu back krim tumk
@Lionelmessi1-h7xxxxx
@Lionelmessi1-h7xxxxx 2 жыл бұрын
Emn hohoj horol kotha bur sbr bor morom loga bhal lga TMR lukok bht barsha baa aru vindow 💖
@mainaoxomi1438
@mainaoxomi1438 2 жыл бұрын
এটুকুৰা উজ্জল হীৰা অসমৰ ❤️ সেই “যৌৱনে আমনি কৰে ” ৰ দিনৰে পৰা
@anjalitalukdar2342
@anjalitalukdar2342 Жыл бұрын
Yup
@lakhimamahanta3809
@lakhimamahanta3809 2 жыл бұрын
এবাৰ আপোনাক লগ পাবলৈ মন যায়। এটা এটা মুকুতাৰ দৰে শব্দৰ উচ্চাৰণ। মৰম লগা সাজোন_ কাচোন। সুখী হৈ থাকক সুন্দৰ বৰষা বা ।❤️👍🏻🙏
@drmayuribaruah5289
@drmayuribaruah5289 2 жыл бұрын
খুবেই ধুনীয়া লাগিলে বা , personal and professional দুয়োটা দিশেই খুব সুন্দৰকৈ নিয়াৰ বাবে ❤️❤️❤️
@dipsikhagoswami1252
@dipsikhagoswami1252 2 жыл бұрын
আপুনি খুব ধুনীয়া.,. ঠিক যেন এটি প্ৰানৱন্ত কবিতা! আপোনালৈ মোৰ আন্তৰিক শুভেষ্যা আৰু মৰম যাচিলো।🙏❤️
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim tumk
@bkp9774
@bkp9774 2 жыл бұрын
Thanks 2 make up mosolas. Burhiku 18 ys gavoru bonai dibo pare
@NikitaSharm-o6d
@NikitaSharm-o6d 8 ай бұрын
😊😊😊😊😊​@@bkp9774
@punammaineeboruah7167
@punammaineeboruah7167 2 жыл бұрын
Apuni kotha bur iman dhuniyakoi koi mur khub val lage, log puar akha ase khub 😊lots of love from sivasagar ❤️
@NikitaSharm-o6d
@NikitaSharm-o6d 8 ай бұрын
😊😊😊
@junmoniboruah1767
@junmoniboruah1767 2 жыл бұрын
এগৰাকী জনপ্রিয় আৰু প্ৰখ্যাত অভিনেত্রী হয়ও আপুনি এনেকৈ স্বামীৰ পৰিয়ালৰ লগত মিলি ঘৰুৱা সম্পর্ক ৰক্ষা কৰিছে, মই ভাষাহীন হৈ পৰিছো । সঁচাই আপুনি অনন্যা
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim tumk
@barshabishaya
@barshabishaya 2 жыл бұрын
🙏🏻 ধন্যবাদ । আজিকালি কিছুমানে বৰ অপপ্ৰচাৰ চলায় সেয়ে ভাৱিলো নিজৰ কথা নিজেই জনাম ৰাইজক
@junmoniboruah1767
@junmoniboruah1767 2 жыл бұрын
কাৰো কথা নুশুনিব, আপুনি আপোনাৰ মতে আগবাঢ়ি যাওক... আহিবলগীয়া দিনবোৰ আৰু ভাল হওক আপোনাৰ 🥰🥰
@pujamedhi2201
@pujamedhi2201 2 жыл бұрын
Baa aitu vdo t apunak iman morom lagise make up kori thakunte....aru basically Bhaskar vindeo je light tu thik kori dile haitu iman natural moment...bohut moja lagile vdo tu sai...Love u Baa....you are my all time fav..❤💙💜
@shyamnushyamnu3318
@shyamnushyamnu3318 Жыл бұрын
Apunak j aamar Bhashkar Dai eman help kre, dekhi bhut val lagise.. Aru Barsha Baa aapunk aamar Jorhat r Buari hisape pai bhut val lagil hsakoi. I love you, Barsha Baa 🌹🌹💖🌹🌹
@bantikashyap1102
@bantikashyap1102 2 жыл бұрын
আপোনালোক দুয়োকে সঁচাই একেলগে বহুত মৰম লাগে। সদায় সুখী হৈ থাকক।❤️
@nomoskarassam710
@nomoskarassam710 2 жыл бұрын
আপোনাৰ কথা কোৱা , উপস্হাপন বোৰ ইমান সুন্দৰ।।।
@pompikonwar3471
@pompikonwar3471 2 жыл бұрын
যোৰহাটৰ পৰা বহুত বহুত মৰম যাচিলো বা লগ পাবলৈ বৰ মন আছে এবাৰ ❤️❤️
@JunuBora-ci7rz
@JunuBora-ci7rz 24 күн бұрын
ভাস্কৰৰ মৰম দেখি ভাল লাগিল সদায় এনেকৈ থাকিবা❤
@confusekarabid3875
@confusekarabid3875 2 жыл бұрын
Best heroin,best wife , Best family responsibility, amazing, Ru ki ki gun dekhiboli pam nejanu bt I love u ma'am, bless for all family , specialy u keep smile & happy,
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim tumk
@rkofficial1868
@rkofficial1868 2 жыл бұрын
আপোনাৰ জীৱনটো সুন্দৰ হওক বৰষা বা.....প্ৰথমে মোৰ বাবে প্ৰিয় আছিল এগৰাকী প্ৰিয় অভিনেত্ৰীৰ ৰূপত। কিন্তু বৰষা বা আপোনাৰ দৈনিক জীৱনৰ মুহূৰ্তবোৰ সাধাৰণভাৱে সুন্দৰকৈ মানুহৰ মাজত প্ৰকাশ কৰে। তাৰ পৰাই আপুনি প্ৰিয় হৈ পৰিল সমাজৰ সকলো পৰিৱেশৰ লগত খাপ খাই চলিব পৰা গুণৰ অধিকাৰী । বা প্ৰতিভাশালী, দক্ষতা সম্পন্ন আৰু বহু ব্যক্তিত্বৰ অধিকাৰী এগৰাকী অভিনেত্ৰী.........আশা কৰোঁ আহিব লগা প্ৰতিটো দিনেই সু্ন্দৰ হওক বৰষা বা.....🙏😊😊💐
@pinkyphukon1752
@pinkyphukon1752 2 жыл бұрын
বৰ ভাল লাগিলে বৰষা বা। ইমান Simple কে আপুনি সকলোকে আদৰি লৈ কামবোৰ কৰে, বৰ ভাল লাগে দেখি।
@bhaswatikalita9308
@bhaswatikalita9308 2 жыл бұрын
bohut bhal lagil baa video tu sai..hodai enedore hahi thakok..apunak dui tinibar man log paisu program t bohut bhal lage apunak....❤️❤️❤️💐💐💐
@manishadeka6600
@manishadeka6600 2 жыл бұрын
কিমান যে ভাল পাও আপোনাক!সদায় এনেদৰে থাকক আপুনি।the best strongest and evergreen lady
@arunkalita2562
@arunkalita2562 2 жыл бұрын
বহুত ভাল লাগিছে আমাৰ যোৰহাটৰ বোৱাৰী জনীলৈ।। বৰ ধুনীয়া লাগে আপোনাৰ কঠোপ কঠন বোৰ।। ভালকৈ লাহে লাহে যাব সদায় যাত্ৰা সময়ত।
@kukimahanta2815
@kukimahanta2815 2 жыл бұрын
বৰষা ৰাণী বিষয়াৰ কথা শুনি বৰ ভাল লাগিল। বুৰঞ্জী জানে। কথা ৰ মাজত ইংৰাজী শব্দ নাই
@tunidas5328
@tunidas5328 2 жыл бұрын
Amar style kara baa janik maram lagise dei kintu.💋💋
@sagarika8268
@sagarika8268 2 жыл бұрын
বৰষা বা আপোনি পিন্ধা মুগাৰ কাপোৰযোৰ মোৰ ইমান ভাল লাগে, আৰু আপোনাকো বিৰাট ধুনীয়া দেখে কাপোৰযোৰে😍
@pujachangmaivlog2383
@pujachangmaivlog2383 2 жыл бұрын
বহুত লাগিল 🥰 video to sai আৰু বা ভিনদেও আপোনালোকে সদায় এনেদৰে থাকিবা।🥰🥰😘😘
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim tumk
@pujachangmaivlog2383
@pujachangmaivlog2383 2 жыл бұрын
নিশ্চয় হ'ম।
@goldentanish6128
@goldentanish6128 Жыл бұрын
Baa Bhaskar da sage apunak pai bohut happy ase because dada r pet ulai ase..Ami ghorua vaxat kou je biar pisot lorar pet ulale mane happy couple.
@yourmanzil
@yourmanzil 2 жыл бұрын
Apuni bohut talented actor dei axomor ... Perseverance and Exploration
@mydiary7672
@mydiary7672 2 жыл бұрын
bhaskar da bht suportive hoi. and apuni j iman dhunia tar aaror kotha2 kobo sun.iman dhunia skin ,face omg ❤️❤️❤️.. birat val lge apunak
@parashcreation9492
@parashcreation9492 2 жыл бұрын
সৰু পৰা টিভি পদাত দেখা বা জনী সদায় আপোন ❤বৰষা বা❤
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim tumk
@RahlDas
@RahlDas Жыл бұрын
Bakikoreasa
@niharikadas7317
@niharikadas7317 Жыл бұрын
তুমি বহুত সহজ সৰল সেই কথাষাৰে বহুত আকৰ্ষিত কৰে সকলোকে. We love uhh baa ❤️bohut besi
@mousumimousumi6114
@mousumimousumi6114 2 жыл бұрын
ভাল লাগিল ৷ তুমি সদায় ভালে থাকা তাৰে কামনা কৰিলোঁ ভগৱানৰ ওচৰত৷ বহুত বহুত মৰম যাছিলো শুৱালকুছিৰ পৰা মোৰ মৰমৰ বা আৰু ভিনদেউলৈ , সদায় এনেদৰে থাকিবা দুয়ো৷
@pallabidevi4788
@pallabidevi4788 Ай бұрын
বৰ ধুনীয়া লাগিছে তোমালোক দুয়োকে ❤️🥰❤️
@JaanBhaskar
@JaanBhaskar 2 жыл бұрын
Owo nice baa aponar video bohut val lage protitu video sao
@hiranjyotidas3115
@hiranjyotidas3115 2 жыл бұрын
Apuni j sohuror ghrt tym dise tar babe dhoinyabbad..... Axomiya buwari after all❤️❤️❤️
@debg1424
@debg1424 2 жыл бұрын
You deserve to be the brand ambassador of Assam tourism. Egoraki down to earth adorshabaan Assamese mohila. Asomor bahirot thaku..kintu sobhagya hole edin selfie ekhan lavale try karim :)
@munmiscreationmunmi23
@munmiscreationmunmi23 Жыл бұрын
Borsha ba apuni bohut lucky hoi Bhaskor da nicina ajon jibon hongi paise.Hukhi thakok hodai 🤗❣️
@manjubora3802
@manjubora3802 2 жыл бұрын
True pronunciations of Axomiya 🙏and selecting the accurate words of expression 👍👍 the is an ART❤️A TRUE ARTIST from the core.
@barshabishaya
@barshabishaya 2 жыл бұрын
💕
@pahivlog2329
@pahivlog2329 2 жыл бұрын
Ba vaskar dadaro date keta val lage mur
@noorhussain7674
@noorhussain7674 2 жыл бұрын
@@barshabishaya rr
@deepadas2008
@deepadas2008 2 жыл бұрын
@@pahivlog2329 b
@silpisikhasaikia901
@silpisikhasaikia901 2 жыл бұрын
Bohut dhuniya lagil video tu Sai...ba apunar kotha bur emn huola hunile mon pran Bhori Jai..apuni emn xohoj xorol emn simple ke kotha bur koi bohut vL lge.. apuni xosai ak perona🥰🥰🥰♥️
@abhigyanamkalita4765
@abhigyanamkalita4765 2 жыл бұрын
খুব ভাল লাগে আপোনাক... এতিয়া এক ৰোমান্টিক যুটি বুলি ক'লেই #ভাস্কৰ -বৰষা#ৰ নামেই নাম্বাৰ 1ত আহে.. Love u both... Stay always happy and healthy 😍😍
@DiptiDevi-z5b
@DiptiDevi-z5b 5 ай бұрын
সদায়ে এনেকৈ হাঁহি থাকা মৰমৰ বা আমাৰ আশীৰ্বাদ থাকিল।
@sunitamishra6357
@sunitamishra6357 2 жыл бұрын
ধুনীয়া লাগে সদায় আপোনাক বা। আপোনাৰ মানুহজনৰ সুখ বাঢ়িছে, পেট দেখি কৈছোঁ। বেয়া নাপাব। বহুত মৰম দুয়ো লৈ। সদায় এনেদৰে থাকক❤️❤️
@অভিনন্দনঅসম
@অভিনন্দনঅসম 2 жыл бұрын
আপুনি কেৱল অভিনেত্ৰী হিচাপে মোৰ প্ৰিয় নহয় আপুনি মোৰ কিহৰ বাবেই প্ৰিয় কবলৈ ভাষা নাই বাইদেউ বাৰু যিয়ে নহক আপুনি প্ৰিয় আৰু প্ৰিয় হয়ে থাকিব ❤️🙏লগতে আগন্তুক দিনবোৰত আপুনি যেনেকৈ অভিনয় জগতত বহু অৱদান আগবঢ়াইছে লগতে সকলোৱে মন জয় কৰিছে অভিনয়ৰ যোগেদি ঠিক তেনেদৰে আপুনি আপোনাৰ KZbin channel তোৰ যোগেদিও সকলোৱে মন জিনিব পাৰে আৰু মনোৰঞ্জন দিব পাৰে তাৰে কামনা কৰিলো আল্লাহৰ ওচৰত 🙏🙏love from Jagiroad ❤️ your big fan and brother johuruddin Ali 🙏🙏
@udoisarmah1471
@udoisarmah1471 2 жыл бұрын
শিৱসাগৰ ভাল লাগে বুলি জানি শিৱসাগৰীয়া হিচাবে আমাৰো খুব ভাল লাগিল।তোমাৰ সহজ সৰল কথা বিলাকে আপ্লুত কৰে❤️❤️❤️
@simakalita7634
@simakalita7634 2 жыл бұрын
Emn morom loga Borokha baa Joni 😍 kothabur Emn moromloga .mur hokolutkoi priyo ovinetri.
@aristasvlog
@aristasvlog 2 жыл бұрын
Eman dhunia lage hodai tumak ❤️ Beautiful simple and elegant
@gitanjalikalitaborah9346
@gitanjalikalitaborah9346 2 ай бұрын
Bohut val lagil...baa joni real akdom simple ❤moi sivasagr baa
@manalishadas2421
@manalishadas2421 2 жыл бұрын
Lots of love Barsha baa 💫❤❤❤ you're my alltime favourite baa ❤😘
@sandabotigogoi8657
@sandabotigogoi8657 Жыл бұрын
7e
@purabeedas6666
@purabeedas6666 2 жыл бұрын
সঁচাই বৰষা বা আপোনাৰ ভিনদেও জন যে ইমান supportive ❤️ be happy to both of you ❤️ বহুত ভাল লাগে আপোনালোকৰ মৰম বিলাক দেখি। সদাই যেন এনেদৰে মৰম ভাল পোৱাৰ মাজেৰে আগবাঢ়ি যায়
@bikashb.j.b2349
@bikashb.j.b2349 2 жыл бұрын
বহুত মৰম লাগে তোমাক ভালে ৰাখক ❤️❤️❤️
@gtsvlog3955
@gtsvlog3955 2 жыл бұрын
Aapunar hahi aru kothabur bor morom loga.. bohut val lage ❤️❤️
@bibudhjyotisaikia4373
@bibudhjyotisaikia4373 2 жыл бұрын
বা অকল যোৰহাটত এই ৰৈ নিদিব, শিৱসাগৰৰ ফালেও এবাৰ আহিব..... নিমন্ত্ৰণ থাকিল দেই 🎉 আধা চাই থাকোতেই কমেন্টতো কৰিলোঁ, এতিয়া দেখিছোঁ শিৱসাগৰলৈ যোৱাৰ কথা কৈছেই 😂🎉🎉🎉🎉🎉
@barshabishaya
@barshabishaya 2 жыл бұрын
😃😃💕
@aradhyavlogs1276
@aradhyavlogs1276 2 жыл бұрын
Apunalukor ktha borota bur khuni emn vl lagise. Emn morom seneh, bor vl lgse ❤️❤️❤️❤️
@manishabaruah8543
@manishabaruah8543 2 жыл бұрын
Beautiful person... inside out.. God bless
@kakalisaharia8493
@kakalisaharia8493 2 жыл бұрын
Barasa baa..Sosake aauni bht besi dhunia aru bht val..seibabei sage Vindew r Dore val jibonsangi ajon paise.. suvakamona thakil duyuloi..
@mousumidas5601
@mousumidas5601 2 жыл бұрын
আপোনাক কি বুলি যে মন্তব্য কৰিম মোৰ ভাষা নাই... এগৰাকী আগশাৰী অভিনেত্ৰী, তথাপি বেলেগতকৈ যেন পৃথক .. সাধাৰণ এগৰাকী মহিলাৰ দৰেই সকলো দায়ত্বই পালন কৰি গৈছে.. সদায় এনেকৈয়ে থাকক.. সুখত থাকক... ❤️
@barshabishaya
@barshabishaya 2 жыл бұрын
অশেষ ধন্যবাদ 🙏🏻💕
@mousumidas5601
@mousumidas5601 2 жыл бұрын
@@barshabishaya 🙏🙏🙏
@binamunda3056
@binamunda3056 2 жыл бұрын
Ba আপুনাৰ video sai buhut vl লাগে ❤️❤️❤️❤️
@ritahazarika6108
@ritahazarika6108 2 жыл бұрын
বহুত ভাল লাগিল৷তুমি আৰু ভাস্কৰে যে ৰুমত তুমি ওলাওঁতে কথা পাতিছিলা ইমান ভাল লাগিছিল মোৰো কৰবাত ওলাওঁতে মানুহজনক কৈ থাকো ফেনখন বঢ়াই দিয়া অমুক কৰা তমুক কৰা ৷
@dipankarkalita6260
@dipankarkalita6260 2 жыл бұрын
মোৰ প্ৰিয় অভিনেত্ৰীগৰাকী । I m from pathsala .apuni kohinoor theatre t thkote hoday akhora sabo jwa asilu. "Radha aber hahi de" bohut val lagisil apunar acting
@tulikamalakarbhuyan9420
@tulikamalakarbhuyan9420 2 жыл бұрын
Loved the blog . Mr Bhaskar is so supportive and caring . Xeikhini xomoyote light tu proper howa nai buli lakhya korile . Lots of love to the beautiful couple❤😊
@trishaborah3885
@trishaborah3885 2 жыл бұрын
Barsha ba apunk khub vl lage mur...ebar mn log pabo khub mn ase ❤️❤️❤️❤️
@jayashreegohain883
@jayashreegohain883 2 жыл бұрын
তুমি সদায় অসমৰ এগৰাকী অসমীয়া আদৰ্শবান বোৱাৰীৰ প্ৰতিনিধিত্ব কৰিবা বুলি আশা কৰিব পাৰো ! সুন্দৰ আৰু সুখী হোৱা।
@monibora3800
@monibora3800 2 жыл бұрын
বৰ্ষা তোমালৈ বহুতো মৰম যাচিছো। হাজাৰ ব্যৱস্থা ৰ মাজতো তোমাৰ videoবোৰ চাও কিয়নো তোমাক বহুত ভাল পাওঁ। তোমাক এবাৰ ওচৰৰ পৰা চোৱাৰ বৰ হেঁপাহ আছে কিন্তু গুৱাহাটীলৈ গৈ তোমাক লগ কৰাটো হয়টো মোৰ পক্ষে সম্ভব নহয়।যদি পাৰা নগাঁও ৰ মহামতুনজ্ঞয় মন্দিৰৰ লৈ আহিলে লগ কৰিবা। কিয়নো তুমি বিভিন্ন ধৰণৰ মঠ মন্দিৰ দৰ্শন কৰা যে সেয়েহে কথাষাৰ লিখিলো।♥️♥️♥️♥️♥️
@monibora3800
@monibora3800 2 жыл бұрын
বহত ভাল লাগিল। তুমি মোৰ অনুভৱ খিনি পঢ়াৰ বাবে।
@chayanikaneog8578
@chayanikaneog8578 2 жыл бұрын
দুৰ্দান্ত অভিনয়ৰ লগতে সকলোৰে লগত মিলিব পৰা এগৰাকী ডাঙৰ মনৰ মানুহ , সদায় কুশলে থাকক আপুনি।।
@deekshitabora3049
@deekshitabora3049 2 жыл бұрын
Apuni kthabur emn dhuniakoi koi j ekdm huni thkbole mon jai.. ru apunaluk duiujonoke ekelge dekhile bht besi bhl lge.. apuni jn eta hahokh..bht positive feel hoi apunak dekhile. Luv u baa❤️😘rise n shine
@bidyutboruahmelodies
@bidyutboruahmelodies 2 жыл бұрын
Lots of love to you Barasha Ba From Team Chaopha Husori 😊
@joyshreeadhikari3464
@joyshreeadhikari3464 2 жыл бұрын
Barakha Baa aji tumak log puwa xopun dekhisu...mur bor val lagil xopuntu sai...☺
@trinayanchetia9036
@trinayanchetia9036 2 жыл бұрын
বা, জয়সাগৰ পুখুৰী এছিয়াৰ ভিতৰত মানুহে খন্দা ডাঙৰ পুখুৰী।🙏🏽
@sristibokulbaruah2039
@sristibokulbaruah2039 2 жыл бұрын
Khub bhal laage baa apunar vlogbur... You are very graceful. ❤
@shivanisenapoti2419
@shivanisenapoti2419 2 жыл бұрын
সকলো ফালৰ পৰা এগৰাকী আদৰ্শবান মহিলা, মোৰ সদায় প্ৰিয়❤️❤️
@ankitahazarika7670
@ankitahazarika7670 2 жыл бұрын
Bohut val lage tumak, tumak bht sahosi jen lage aru tumak suli bandhilee bht bht val lage😘😘😘😘😘😘😘😘🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰😍😍😍😍😍😍😘😘😘😘😘😘
@diksha8756
@diksha8756 2 жыл бұрын
Alws eagerly waiting for ur vlog ba.....nice vlog❤
@nabanitadutta1062
@nabanitadutta1062 2 жыл бұрын
Bohut dhunia Barsha baa😘😘& congratulations dear sis minakhi kalita
@bhagobatibarman3491
@bhagobatibarman3491 2 жыл бұрын
Love u baa. All time favorite 🥰😍❤️
@pinkumoniborah5914
@pinkumoniborah5914 2 жыл бұрын
খুবেই ভাল লাগিল ভ্লগ টো চাই। তাতে আকৌ শিৱসাগৰৰ গৌৰিসাগৰত মোৰ জন্মৰ ঠাই। ভাল নালাগিবই বা কিয়? বা তোমাৰ প্ৰত্যেকটো শব্দৰ উচ্চাৰণ ইমান সুন্দৰ। বহুত ভাল লাগে আৰু ইমান মৰম লগাকৈ ক'ব পাৰা । এই মৰম দিব পৰা গুণটোৰ বাবেই সকলোৰে প্ৰিয় তুমি । ভগৱানে সদায় সু-স্বাস্থ্য গৰাকী কৰি ৰাখক। বহুত বহুত মৰম দিলো তোমালোকলৈ। সুখী হোৱা তোমালোক 🥰🥰🥰🥰🥰
@nikumonisaikia7461
@nikumonisaikia7461 2 жыл бұрын
Blessings to both of you .. Bhaskar and borosha.stay always happy
@deepanjalidas33
@deepanjalidas33 2 жыл бұрын
Nice video from my most favourite actress Barsha 👌 Stay blessed always with good health and happiness with your loved ones 😘❤️love you
@sneharoy1714
@sneharoy1714 2 жыл бұрын
Bhaskar da is so helpful 😊 and so down to earth
@junalinath6934
@junalinath6934 2 жыл бұрын
Bina mekupt to apunak vl lage ,very beautiful baaa, bhaskar daa bhut luky hoi apunak pai,,, God bless you baaaaa
@dbathari1427
@dbathari1427 2 жыл бұрын
Designer Dharitree Gogoi was my hostel room mate and she's my favourite baa .... When you took her name I feel so proud of her 💕
@deepikasaikiagohain6713
@deepikasaikiagohain6713 2 жыл бұрын
Emn val lage apunaluk duijonoke... Ktia j log pam baa tumak.. Tumar vdo sabo krne roi thaku... Love from moran
@nitumoran1511
@nitumoran1511 2 жыл бұрын
Always stay happy and healthy ❤️ both of you 🌻😍 love from Digboi 🤗
@rupalibora3413
@rupalibora3413 2 жыл бұрын
💚💋
@mahendradas2024
@mahendradas2024 Жыл бұрын
@@rupalibora3413 😛😲😫😂💓
@kalpanadas6459
@kalpanadas6459 2 жыл бұрын
বহুত বহুত সুন্দৰ লাগিল চাই আপোনাৰ সুন্দৰ যাত্ৰা উপভোগ কৰিলে ।
@mrigankhihandique6372
@mrigankhihandique6372 2 жыл бұрын
Eman hundor apunar Baartalap ❤️❤️
@pinkybarman7228
@pinkybarman7228 2 жыл бұрын
If you can ipp
@udayanofficial5390
@udayanofficial5390 2 жыл бұрын
Really
@yourajchetri4374
@yourajchetri4374 2 жыл бұрын
@@pinkybarman7228 🚤🚀🌄
@dipenborua8939
@dipenborua8939 2 жыл бұрын
Nicemeaur
@dipenborua8939
@dipenborua8939 2 жыл бұрын
Nicemeaur
@basudevborah3313
@basudevborah3313 Жыл бұрын
ভোগালী বিহুৰ দেৰিকৈ হ'লেও বৰষা বা লৈ শুভেচ্ছা থাকিল
@gayatrygogoi8719
@gayatrygogoi8719 2 жыл бұрын
বা তোমাৰ মাতটো সঁচাই বৰ ভাল লাগে শুনিলে শুনি থাকিব মন যায় আৰু তোমালোক দুয়োকে একেলগত বৰ ধুনীয়া লাগে ❤️❤️ সদায় ৰৈ থাকো তোমাৰ vlog বিলাক চাবৰ বাবে ...... শেষত Sending Love Love 🌸💜 😉
@minakshisaikia4982
@minakshisaikia4982 2 жыл бұрын
Mur oti koi mere morom r baa Joni ... Xodai dhuniya dekhu tumak baa .. I love you so much ... ❤️❤️❤️ Morigaon r pora bohut bohut morom aru xuvexha tumaloi ... Logote vindeu loiu ... Uuuuuuuuuummmmmmmmmmmmmmaaaaaaaaahhhhhhhh
@harshajyotiroy1273
@harshajyotiroy1273 2 жыл бұрын
Baa we always love u ... Hope u r fine too and vine also sending lots of love 😘♥️🥺and always go ahead and entertain us with ur magical acting 😌❤️
@sapnadoley2158
@sapnadoley2158 2 жыл бұрын
11
@tapashimahanta6621
@tapashimahanta6621 2 жыл бұрын
Beautiful vlog.. khoob bhal lagile ..video tu Sai aru logote tumaluk duyur logpua smriti buru bor hundor .both of u are made for each other..bhogobane hodai e enekei rakhok dei duyuke.Tumi khoob bhal huby ejon paisa dei..tumi mur khoob priyo dei💕💕💕borosha.
@susumnabrahma8915
@susumnabrahma8915 2 жыл бұрын
My favourite couple.
@madhujyabhuyan1832
@madhujyabhuyan1832 2 жыл бұрын
Hello borkha ba.. Apunak horurpora tvt he dekhi asu.. Abar log pabor mon ase..sivasagar r pora bohut morom aru ashis jonalu😇🙏🙏
@namitahazarika8204
@namitahazarika8204 2 жыл бұрын
So sweet couple... Lost of love❤always stay happy and healthy... 😘
@pinkinath5178
@pinkinath5178 2 жыл бұрын
Bohut bhal lagil vdo Tu sai. Bohut bohut morom aponalokoloi. Love you❤
@ankitadevi8337
@ankitadevi8337 2 жыл бұрын
Lot's of love from Nagaon 🥰❤️❤️❤️ God bless you and your family 😘😘🥰
@gargidevi3119
@gargidevi3119 6 ай бұрын
বহুতো ভাল লাগে আপোনাৰ ভিদিও ❤️❤️❤️
@amarjitsingha5514
@amarjitsingha5514 2 жыл бұрын
My favourite couple ❤️😘
@StitchAndStyleWithTripti
@StitchAndStyleWithTripti 2 жыл бұрын
বৰষা বা ...আপুনি ইমান ধুনীয়াকৈ মেক আপ কৰি দেখুৱাই...কৰবাত শিকিছিলা নেকি
@aarhi3696
@aarhi3696 2 жыл бұрын
I never miss your vlogs....God bless you baa n yr family
@shyamoleelukhurakhon2796
@shyamoleelukhurakhon2796 2 жыл бұрын
Love u ba. Vindeo bhut supporting aru careing. Hukhi hoi thakok
Famous Actress Barsha Rani Bishaya Interview 2022
21:49
JSS Unscrripted
Рет қаралды 302 М.
Un coup venu de l’espace 😂😂😂
00:19
Nicocapone
Рет қаралды 12 МЛН
Don't look down on anyone#devil  #lilith  #funny  #shorts
00:12
Devil Lilith
Рет қаралды 47 МЛН
DID A VAMPIRE BECOME A DOG FOR A HUMAN? 😳😳😳
00:56
黑的奸计得逞 #古风
00:24
Black and white double fury
Рет қаралды 23 МЛН
Garden at our Jorhat Home | ভাওনাৰ আখৰা | Barsha Rani Bishaya
18:23
barsha rani bishaya#youtubevideo#viral
0:36
R d vlogs.. .......
Рет қаралды 3,8 М.
সৎ মানু্হ | Xot Manuh | Assamese Video | Rong Dhemali
16:42
Travelling to Jamuguri | family wedding | my current routine | Barsha Bhaskar
13:24
Un coup venu de l’espace 😂😂😂
00:19
Nicocapone
Рет қаралды 12 МЛН