আগতে নেদেখা হুঁচৰি দেখি ৰাইজ আচৰিত | আগৰ দিনৰ বিহু হুঁচৰি

  Рет қаралды 110,677

Bhaskar Dutta

Bhaskar Dutta

Күн бұрын

Пікірлер: 168
@sangitaboruah4335
@sangitaboruah4335 Жыл бұрын
এইয়াহে অসমৰ কেচা মাটিৰ গোন্ধ থকা তাহানিৰ বিহু খন। অতি সুন্দৰ '. বিহু দলটিলৈ সেৱা নিবেদিলো। সকলোৰে সুস্বাস্থ্য কামনা কৰিলো.
@hemalatabaruah943
@hemalatabaruah943 Жыл бұрын
অতি সুুন্দৰ । মনটো সেই নিভাঁজ দিনবোৰ পাবলৈ ধৰফৰাই উঠিল । হুচৰি দলটিলৈ আমাৰ শ্ৰদ্ধা আৰু অভিনন্দন ৰ'ল
@junuchetia6633
@junuchetia6633 Жыл бұрын
😊😊
@arotisaikiasaikia6437
@arotisaikiasaikia6437 Жыл бұрын
Pppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppp
@bedabhuyan7808
@bedabhuyan7808 Жыл бұрын
😢😢😢,
@mamonigogoi2117
@mamonigogoi2117 Жыл бұрын
হুঁচৰি দলটিলৈ অভিনন্দন জনালো।
@AmbickNewage-ou7qu
@AmbickNewage-ou7qu Жыл бұрын
আগৰ দিনৰ হুঁচৰি যোৰা দেখি খুবেই ভাল লাগিল। আমিও তাহানিতে এনেদৰেই হুঁচৰি মাৰিছিলো।বিহুৱা সকলো লৈকে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আৰু নৱ বৰষৰ ওলগ, ভক্তি ভৰা সেৱা জনালোঁ।
@shyammahanta7317
@shyammahanta7317 Жыл бұрын
অতিজৰ চোতালৰ বিহুযোৰা এনেকুৱা আছিল|সৰুতে মইও এনেদৰে মেখেলা চাদৰ পিন্ধি নাচিছিলো | মনত পৰি গৈছে |মনতি অতিতলৈ ওৰা মাৰি গৈছে |👍👍🙏🙏
@promilagogoi2326
@promilagogoi2326 Жыл бұрын
নাম দিয়া দেউতা জনক চাই আমাৰ দেউতা হেতে মৰা হুঁচৰি বোৰলৈ মনত পৰি গৈছে। একেবাৰে প্ৰাকৃতিক যেন লগা হুছৰি যোৰা বৰ ভাল লাগিল ।
@purnanandarajkhowa8712
@purnanandarajkhowa8712 Жыл бұрын
মাটিৰ গোন্ধ থকা প্ৰাণৰো প্ৰাণৰ আচল বিহু❤এতিয়াহে।ভাল উপহাৰ 👍👍👌🙏
@dipaphukan1717
@dipaphukan1717 Жыл бұрын
Pm;vhasff
@sibanathburagohain7573
@sibanathburagohain7573 Жыл бұрын
বৰ ভাল লাগিল । আগতে আমি ও তেনেদৰেই বিহু গাইছিলো । আজি কালি বিহুৰ সেই আমেজ নাই । আজি কালি ঢোলে তালে নামে সকলো বেবেৰীবাঙ হ'ল।সেইমতে বিচাৰকবোৰো। ধন্যবাদ।
@pallabipolhazarika6047
@pallabipolhazarika6047 Жыл бұрын
সুন্দৰ ..সকলোলৈ অশেষ ধন্যবাদ ..পুৰণি আৰু প্ৰকৃত বিহুৰ সুন্দৰ সুবাস উপহাৰ হিচাপে দিয়াৰ বাবে🙏💚💚
@malabikaborpatra8546
@malabikaborpatra8546 Жыл бұрын
Best I thank all party,
@rupjyotidihingia1204
@rupjyotidihingia1204 Жыл бұрын
উফফ ধন্যবাদ ভাস্কৰ দাদা।কি কম এনে বিহু কিমান বছৰ যে দেখা নাই। আমাৰ বিহু আমাৰ গাঁৱত এনেকৈ বিহু মাৰিছিল এতিয়া দেখি বহুত ভাল লাগিল। আমাৰ শিৱসাগৰ জিলাৰ বিহু হুঁচৰি দলটিলৈ ধন্যবাদ আৰু বহুত বহুত শুভেচ্ছা জনালোঁ❤❤❤।
@purnimakonwar1482
@purnimakonwar1482 Жыл бұрын
সৰু কালৰ দিনবোৰ মনত পৰি গল। এনেদৰে পুৰুষ সকলে নাচনী সাজি হুচৰি মাৰিব আহিছিল আমাৰ মঠাদাঙত(শিৱসাগৰ)
@kolpochitra3869
@kolpochitra3869 Жыл бұрын
ভাল লাগিল।আগৰ হুঁচৰিত ল'ৰাইহে নচা দেখিছিলোঁ। আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏
@rajnandineekashyap8666
@rajnandineekashyap8666 Жыл бұрын
দলত অংশ লোৱা সকলোকে কাতৰ অনুৰোধ জনাইছো আপোনালোকে আমাৰ উত্তৰ প্ৰজন্মক এই সম্পদখিনি শিকাই থৈ যাওক, নহলে আমাৰ এই নিভাজ বিহু সময়ৰ সোঁতত হেৰাই যাব, সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ
@debanandaneog9528
@debanandaneog9528 Жыл бұрын
নৱপ্ৰজম্মক শিকোৱাৰ মানসেৰে আগবাহিছো । আগ্ৰহ থকা সকলক শিকাই আছোঁ।
@dadugogoi5548
@dadugogoi5548 Жыл бұрын
এই বিহু জোৰা চাই সচাকৈ বহুত ভাল লাগিলে। যুগৰ পৰিৱৰ্তনৰ ফলত আজিকালি ককাহতৰ এনে বিহু চাবলৈ নোপোৱা হলো । সুন্দৰ। 👌👍🙏🙏🙏🙏🙏
@mamoniboruahsaikia5631
@mamoniboruahsaikia5631 Жыл бұрын
সৰুতে ই দেখা বিহু , ভাল পালোঁ চাই
@swapnanalbaria-eo2zm
@swapnanalbaria-eo2zm Жыл бұрын
Bohut Val lagil agor dinor husori saboloi Pai
@porimonisaikia3545
@porimonisaikia3545 Жыл бұрын
আগৰ দিনত এনে ধৰণে হুঁচৰি মাৰা দেখা গৈছিল বৰ সুন্দৰ পৰিবেশন
@funwithsistersstutisanskri2972
@funwithsistersstutisanskri2972 Жыл бұрын
এ দেউতা ঈশ্বৰ ঐ এয়াহে প্রকিত হুঁচৰি। আমি এনেদৰে গাইছিলো বা গাব পাৰো । বৰ ভাল লাগিল । 20-25 বছৰ মানৰ মূৰত দেখিলোঁ । গেঞ্জী বা বনিয়ন পিন্ধা হুঁচৰি। চহা জনৰ হুঁচৰি । ধন্যবাদ।
@VisionVoyage-i2t
@VisionVoyage-i2t Жыл бұрын
অপূর্ব❤❤❤🙏। সৰু তে দেউতা হতে এনেকুৱা বিহু গোৱা মনত পৰিছে। খাতি বিহু
@julishmritaborah3970
@julishmritaborah3970 Жыл бұрын
তাহানি দিনৰ বিহুৰ পূৰ্ণ প্ৰতিফলন ঘটিছে ৷৷ সুন্দৰ ৷৷
@paporirajkhowa1649
@paporirajkhowa1649 Жыл бұрын
অতি সুন্দৰ। পুৰণি হুঁচৰি দেখি বহুত ভাল লাগিল।
@dipankargogoi8817
@dipankargogoi8817 Жыл бұрын
Eai khon he aamar prakit Axomor Axomiya r Husori ....it's great .. amazing....so lovely .... proud feel korisu moi Axomor Axomiya aru Sibsagar r lira hisape .... love you from Chennai ❤️🌹❤️🌹🌹...
@rubugogoi7003
@rubugogoi7003 Жыл бұрын
Hei hei heia hei hei heia hai. Aiya he bihu. ...❤❤❤❤❤❤
@digantatanti190
@digantatanti190 Жыл бұрын
অতি সুন্দৰ।। জয় আই অসম ✊✊✊✊✊💖💖💖💖💖🔥🔥🔥💖 Love this song and dance......
@dulumonimazumder1786
@dulumonimazumder1786 Жыл бұрын
Ati sundar bihuwa daltiloi asesh dhanyabad
@babulbaishya1834
@babulbaishya1834 Жыл бұрын
অতি সুন্দৰ সকলোকে শ্রদ্ধা নিবেদন কৰিছো🙏
@ritamonibhuyan1116
@ritamonibhuyan1116 Жыл бұрын
Bohut basarr pachat puroni bihu husari geet shunilu bhal lagil.aji pray 30years hol.tahani ami moina parijatt husari gaute ai geet somuh gaisilu.khura bordeuta kaka hote husori gaute aibur geetoke gai shuni Bor bhal lagil.
@champasaikia1170
@champasaikia1170 Жыл бұрын
সৰু কালত দেখা বিহুলৈ মনত পৰিল ।ভাল লাগিল ।
@hiiirakh0.9
@hiiirakh0.9 Жыл бұрын
বৰ ধুনীয়া লাগিল। আজি কালি এনেকুৱা বিহু দেখিবলৈ নাই, বিহু বুলিলেই যিটো ফুৰ্তি আগতে আছিল সেইটো দেখা গৈছে, সকলো চাফা মনৰ মানুহ, ককা কেইজন সদায় ভালে থাকক। ❤
@bhubanrajkonwar5093
@bhubanrajkonwar5093 Жыл бұрын
সুন্দৰ হৈছে 😊😊😊😊😊😊
@puspadhardowarah1932
@puspadhardowarah1932 Жыл бұрын
এইযোৰাহে আচল হুচৰি"যেন লাগিছে।আমিও এনেদৰে বিহু মৰা বাবে দেহা সাত খন আঠখন যেন লাগিছে।অতীতলৈও ঘনাই মনত পৰিছে।
@anayazain7210
@anayazain7210 Жыл бұрын
Khontekote lorali লৈ uboti গৈ khub ভাল লাগিল... Cotton hutar boga semiz pindhi kar ghorot bihu jurise saboloi dhapoli melu... Tanx bro
@nirupamagogoi2886
@nirupamagogoi2886 Жыл бұрын
এইয়া হৈছে আচল বিহু। দলটি লৈ আন্তৰিক শ্ৰদ্ধা ও সেৱা জনালোঁ।
@biswajitgogoi7747
@biswajitgogoi7747 Жыл бұрын
প্ৰকৃত কেঁচা মাটিৰ গোন্ধ থকা নিভাজ হুঁচৰি দল ❤❤❤
@cgohain7304
@cgohain7304 Жыл бұрын
হুচৰি দলটি ভাল লাগিল ।আমাৰ ফালে কিন্তুু গাভৰু লৈ হুচৰি নেগায় 🙏
@manjitpathak578
@manjitpathak578 Жыл бұрын
Bht bht bht bht bht vl lagil.... Khubei anando palu 🎉🎉❤❤jai ai axom
@kasturitalukdar3143
@kasturitalukdar3143 Жыл бұрын
বহুত ভাল লাগিল ❤❤❤
@anjuchiringphukan5368
@anjuchiringphukan5368 Жыл бұрын
আমাৰ দেউতা হতৰ দিনলৈ মনত পৰি গল । বৰ সুন্দৰ সঁচাকৈ,
@monujgogoi2383
@monujgogoi2383 Жыл бұрын
অতি সুন্দৰ প্ৰদৰ্শন বিহু।
@abonigogoi5263
@abonigogoi5263 Жыл бұрын
Bohut val lagile.... Amer dinoloi monot pori gol
@junmoniborah7443
@junmoniborah7443 Жыл бұрын
অতি সুন্দৰ 👌🧡👌 🙏🙏
@rajdeepgogoi7043
@rajdeepgogoi7043 Жыл бұрын
বহুত বহুত সুন্দৰ 🙏🙏🙏👍
@dipugogoi8903
@dipugogoi8903 Жыл бұрын
)
@daskamal5202
@daskamal5202 Жыл бұрын
অতি সুন্দৰ,ভাল লাগিল।।।
@purnimagogoi5415
@purnimagogoi5415 Жыл бұрын
এইয়া আচল বিহু৷বহুত ভাল লাগিল
@luhitkoch9279
@luhitkoch9279 Жыл бұрын
Dhunia. Gaan keira huni besi val lagil ❤️❤️
@bhagyajyotiphukan
@bhagyajyotiphukan Жыл бұрын
Khub hundor ♥️❣️amar major pora herai goisil eibilak bihu nam adhunikotar koral grakhot
@ranjitsaikia5433
@ranjitsaikia5433 Жыл бұрын
অতি সুন্দৰ শিৱসাগৰ জিলাৰ ৰঙালী বিহু
@davidsonbaruah-tx4it
@davidsonbaruah-tx4it Жыл бұрын
বঢ়িয়া 🙏🙏🙏
@dimbeswarkonwar7659
@dimbeswarkonwar7659 Жыл бұрын
পুৰণাদিনলৈ মনত পৰিল ।মইও নাছনী হৈছিলো 😊😊😊 মাননি দুটকা পাইছিলো । নামৰূপ HFC ত চাকৰি কৰা মানুহ এজনে ৩'০০ টকা দিছিল ।মুঠ ৫'০০ টকা ।চাৰিটকা দি চোলা এটা লৈছিলো ।
@Binu.S0773
@Binu.S0773 Жыл бұрын
Hosai bhut Val lagil Sai purni dinburloi mnt pori gol
@babudutta3508
@babudutta3508 Жыл бұрын
Hosakoi Bor Bhal Lagil apunalukok hokolukoke bohut bohut dhonobad disu
@jayantachangmai2563
@jayantachangmai2563 Жыл бұрын
সচাকৈ এই বিহু খনে পুৰনী দিনক মনত পেলাই দিলে,চহা খেতিয়ক সকলৰ প্রকৃত বিহুৰ প্রতিচবি,যত কোনোকৃতিমতা নাই,স্বতস্ফুত বহু
@ShyamoleeBaruah-cb7nk
@ShyamoleeBaruah-cb7nk Жыл бұрын
তেজ গৰম হৈ গৈছে মজা মজা।
@monichutia1903
@monichutia1903 Жыл бұрын
Bohut vl lagile😘
@rajibboruah4016
@rajibboruah4016 Жыл бұрын
ATI hundor
@csblg6294
@csblg6294 Жыл бұрын
Eiahe prakriya husori jn lagise, mne nibhaj husori... Amar deuta hte goa husori... Ajikali enekua dekhiboloi poa najai... Ataikeigorakiloi xasraddha pranam🙏
@mrkolita1523
@mrkolita1523 Жыл бұрын
hundor
@junadeka3068
@junadeka3068 Жыл бұрын
Bhut val lagise.. Amar papa hoteu ane Koi bihu gaisil Buli koisil
@sanjibdas5636
@sanjibdas5636 Жыл бұрын
বৰ ভাল লাগিল এয়াইহে বিহু ৷
@sharmisthasaikia4974
@sharmisthasaikia4974 Жыл бұрын
সুন্দৰ বৰ ভাললাগিল ধন্যবাদ
@bidyutphukan9666
@bidyutphukan9666 Жыл бұрын
এইয়াহে প্ৰকৃত বিহু। আমি এনে বিহুহে মাৰিছিলো
@pinkiphukon5256
@pinkiphukon5256 Жыл бұрын
আমাৰ পানবেচাৰ বিহু 👌
@daskamal5202
@daskamal5202 Жыл бұрын
প্ৰকৃত বিহু,,,আমাৰ চহা জীৱনৰ বিহু।।
@jibonriyan1804
@jibonriyan1804 Жыл бұрын
মজা মজা।
@amritborthakur9523
@amritborthakur9523 Жыл бұрын
Bohut Val Lagisa Anakua Purana Bihu Bohutdin Dakha Nai
@jasbirmamonichannel431
@jasbirmamonichannel431 Жыл бұрын
ভাল লাগিল চাই আৰু🙏🙏🙏🙏😍😍😍
@lakhigogoi8918
@lakhigogoi8918 Жыл бұрын
Real bihu ❤❤❤❤
@dharmeswarsaikia176
@dharmeswarsaikia176 Жыл бұрын
Hoi baru,
@jupitarachetra4505
@jupitarachetra4505 Жыл бұрын
Old is gold mojaaa ❤️❤️❤️❤️
@debenborsaikia4624
@debenborsaikia4624 Жыл бұрын
অতীতক নাযাবা পাহৰি ৰঙালীক আনাহে সাদৰি ৷ ভাল লাগিল মনত পৰি যায় সেই ল’ৰালিৰ বিহুলৈ ৷
@debanandaneog9528
@debanandaneog9528 Жыл бұрын
অতীতক পাহৰিব নোৱাৰোঁ বাবেই বিহু খনি মাৰি আছো, আৰু দেহাই আতেমানে মাৰিম। সময়ৰ অভাৱ হোৱা হেতু ৰুৱা/ তুলা / কাঁহী ঘুৰোৱা নাচ দেখাব পৰা নগ'ল।
@swggamerff468
@swggamerff468 Жыл бұрын
অতি সুন্দৰ । এনেকুৱা হুঁচৰিয়েহে প্ৰকৃত অসমীয়াৰ চিনাকি দিয়ে । হুঁচৰি দলটিলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
@ajitksaikia
@ajitksaikia Жыл бұрын
Hundor
@devojitbharali9024
@devojitbharali9024 Жыл бұрын
Hundor aaji kale kot nu yaibelak bihu aase vl lagel from Mumbai
@niranjanbarhoi5356
@niranjanbarhoi5356 Жыл бұрын
সুন্দৰ
@monjitkonwar1376
@monjitkonwar1376 Жыл бұрын
Mojaaa❤
@abinashsaikia2918
@abinashsaikia2918 Жыл бұрын
সঁচাই বৰ ধুনীয়া লাগিল
@M17-f5l
@M17-f5l Жыл бұрын
So beautiful.🙏❤️❤️💚
@madhusmritasaikia1670
@madhusmritasaikia1670 Жыл бұрын
পলক নেপেলোৱাকৈ চালো। সঁ‌চাই সাংঘাতিক।
@mamuhukumia7504
@mamuhukumia7504 Жыл бұрын
ভাল লাগীল
@rakhakonwar5257
@rakhakonwar5257 Жыл бұрын
ভাল লাগিল।
@bijoyprakashgogoi9641
@bijoyprakashgogoi9641 Жыл бұрын
বহুত ভাল লাগিল।
@Borah_Study_GK
@Borah_Study_GK Жыл бұрын
আগৰ দিনৰ বিহু সদায় প্ৰিয় ❤️
@rohitgogoi1865
@rohitgogoi1865 Жыл бұрын
Puranibihu bohut vall lagile
@mandiraburagohain-zv7nk
@mandiraburagohain-zv7nk Жыл бұрын
Bhal lagise
@kulendradeka8274
@kulendradeka8274 Жыл бұрын
Val lagil manto
@meeragogoi8290
@meeragogoi8290 Жыл бұрын
Hondor bihu❤❤❤
@gitanjalidas3337
@gitanjalidas3337 Жыл бұрын
বৰ ভাল লাগিল
@bhaskorchetia9596
@bhaskorchetia9596 Жыл бұрын
সকলোৱে অংশগ্ৰহণ কৰিব পৰা এইয়া এ অসমৰ প্ৰকৃত বিহু।
@tuluarandhara5987
@tuluarandhara5987 Жыл бұрын
এইখন আচল হুচৰি অতীতৰ দিনবোৰ লৈ মনত পৰি গল
@ujonirahom5934
@ujonirahom5934 Жыл бұрын
জয় আই উজনি অসম
@deepakkalita2338
@deepakkalita2338 Жыл бұрын
আধুনিকতাৰ ছাপ নপৰা এইয়াই হৈছে প্ৰকৄত বিহু..... বিহুৰ আছল চুৰীয়া পিন্ধা নিয়ম.... Sibsagorian...
@Naturej9k
@Naturej9k Жыл бұрын
Awesome 😍😍😍😍😍
@arualop4558
@arualop4558 Жыл бұрын
aiya aapurugiya ...jiyai rakhiboloi sesta krbo lage
@Fusicomedyofficial
@Fusicomedyofficial Жыл бұрын
Val lagil.ayahe pokit bihu
@AnubhabMohan-ux7vh
@AnubhabMohan-ux7vh Жыл бұрын
Husorir mul guridharuta❤
@boruahn3059
@boruahn3059 Жыл бұрын
Nice one ❤
@dipenloyingassam
@dipenloyingassam Жыл бұрын
অতি সুন্দৰ
@jogeswardutta7671
@jogeswardutta7671 Жыл бұрын
ভাল লাগিল। অতীত সোৱঁৰালে ।
@prodipnath9340
@prodipnath9340 Жыл бұрын
সম্পূৰ্ণ কৈ চালো । ভাল লাগিল । আমি ও তেনে কৈ মাৰিচিলো । তেনে দিনলৈ মনত গল
@bitukonwar2116
@bitukonwar2116 Жыл бұрын
কেছা মাটিৰ সুগন্ধি।।
@RumilaGohain-nl2hl
@RumilaGohain-nl2hl Жыл бұрын
Sai amoni naloga daii
@anantaborgohain3971
@anantaborgohain3971 Жыл бұрын
তাহানিৰ ঘনকান্ত, সৰ্বেশ্বৰ, খগেন, মূলাৰাম, ঘিনাই, পেটেলা, মুহিধৰ ককাইহতে কৰা বিহু। কেচা মাটিৰ সচা জাতি অসমীয়াৰ গোন্ধ থকা বিহু। চাই ভাল লাগিছে। কিন্তু আজিকালি ঢুলীয়াই এনেকুৱা নাচনী দেখিলে ভয় খাব।
@DipsikhaBorpatragohain-jk7mk
@DipsikhaBorpatragohain-jk7mk Жыл бұрын
Bor val lagil dei
@rubugogoi7003
@rubugogoi7003 Жыл бұрын
2006 sonor aagoloi ke aami u enekoi ei bihu gaisilu ghoror sutale sutale...
Friends make memories together part 2  | Trà Đặng #short #bestfriend #bff #tiktok
00:18
What's in the clown's bag? #clown #angel #bunnypolice
00:19
超人夫妇
Рет қаралды 39 МЛН
নামঘৰৰ নজনা কথা|| Namghar - all about||
9:48
Neihpuia Mamit thah a ni | Thil thlen dan report kimchang
33:50
Mr Wheelchair Official
Рет қаралды 34 М.
ঢোল শিকোঁ আহক - dhol tutorial - Day 3
11:11
Lohor-লহৰ
Рет қаралды 19 М.
J Lalrosanga ten Pune an thleng ta|| Bodyguard 5 zet pek a ni
15:48
MILARTE NEWS
Рет қаралды 217 М.