🟥ঘৰত কোন‌ দিশত AC থাকিব লাগে🟥মন্দিৰত কি ৰং দিব লাগে?🟥আপোনাৰ ঘৰৰ‌ গেট খনত শব্দ দিয়ে নেকি ?

  Рет қаралды 18,024

PUHOR Live 8

PUHOR Live 8

Күн бұрын

🟥ঘৰত কোন‌ দিশত AC থাকিব লাগে
🟥মন্দিৰত কি ৰং দিব লাগে?
🟥আপোনাৰ ঘৰৰ‌ গেট খনত শব্দ দিয়ে নেকি ?
🟥ঘৰৰ দৰ্জা সমূহত শব্দ কৰে‌ নেকি ??
এই সকলো প্ৰশ্নৰ লগতে বহু কেইটা প্ৰশ্নৰ সমিধান দিব অভিজ্ঞ বাস্তশাস্ত্ৰবিদ অৰ্পণ দত্ত ই চাওক আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তশাস্ত্ৰ

Пікірлер: 20
@user-ol8mt1tb3s
@user-ol8mt1tb3s 5 ай бұрын
ঘৰৰ পৰা 30ফুট দুৰত উত্তৰ -পুৱত লেটিন বাথৰুম টেংকি আছে। সৱিশেস জনাৱছোন
@user-rt7mn8cl5h
@user-rt7mn8cl5h 11 ай бұрын
চাৰ বহুত ভাল লাগিল। ধন্যবাদ।
@rupakonwar3717
@rupakonwar3717 11 ай бұрын
Bhal,lagil
@minakhigogoi9757
@minakhigogoi9757 11 ай бұрын
ভাল লাগিল
@biplovmudoi3127
@biplovmudoi3127 11 ай бұрын
Xundar
@hemantaborah3953
@hemantaborah3953 9 ай бұрын
চাৰ ঘৰৰ ভিতৰতে দিশ নিৰ্ণয় কৰি পাক ঘৰ সাজিলে বাস্তু অনুসৰি শুদ্ধ হ'ব নে ?
@Adventure_with_Homen
@Adventure_with_Homen 11 ай бұрын
Apunalukr anusthan regular saou, Mur notun koi ghor ata bonai asu. Ground floor tu hoise ge, bastu compass juge saute ghor tu utar pub mukhi hoise.ghar r dakhin-passim dikhat letrin bathroom duta separate koi bonaisu, tare letrin tu entry aru boha kumud khon uttar mukhi hoi ase. Thik ase ne bru, Jodi kiba homidhan dibo pare val lagibo
@user-hs7nu6uq1p
@user-hs7nu6uq1p 5 ай бұрын
Thanks mr Dutta
@pusparanibora6612
@pusparanibora6612 11 ай бұрын
মৃত ব্যক্তিৰ ফটো কোন টো দিশতলগাব লাগে জনালে সুখি হম 🙏🙏🙏
@lilydas3917
@lilydas3917 4 ай бұрын
কথাবিলাক মোৰ বিৰাট ভাল লাগিছে ।
@mayukrooy
@mayukrooy 11 ай бұрын
Utor posimot forks thakile kina okhubidha hoi neki?
@anitasarma9044
@anitasarma9044 11 ай бұрын
Good morning 🌻
@anjanabaruah9664
@anjanabaruah9664 11 ай бұрын
Good morning 🌄🙏🙏
@babidas9603
@babidas9603 11 ай бұрын
গোসাই ঘৰ পশ্চিম দিশত বনাব পাৰিনে ঘৰতো পশ্চিম মুখি
@diptidoimari2006
@diptidoimari2006 11 ай бұрын
Ghort logua tinor color kiba niom ase ne.. Jonabosun
@likeit8446
@likeit8446 11 ай бұрын
এই অনুষ্ঠানটো মোৰ বৰ প্ৰিয় ৷ সদায় এই অনুষ্ঠানটো চাবলৈ মই ৰৈ থাকো ৷অৰ্পণদা ই কোৱা মতে ঘৰৰ পশ্চিম দিশত বাগিচা থাকিব নালাগে ৷আচলতে মোৰ এটা প্ৰশ্ন আছে ৷মই ফ্লেটত থাকো ৷মোৰ দক্ষিণ আৰু পশ্চিম দিশত বেলকনি আছে ৷এতিয়া কথা হ’ল পশ্চিমৰ বাহিৰে বাগিচা পতা মোৰ ঠাই নাই ৷কিবা প্ৰতিকাৰ আছে নেকি ? কাৰন বাগিচাৰ ফুলবোৰ ফুলি থকা বাবে উঠাই পেলাবলৈ মন যোবা নাই ৷আশাকৰো সমিধান পাম
@purnimagoswami3746
@purnimagoswami3746 11 ай бұрын
মোৰ ঘৰৰ গেটখন উত্তৰ মুখি ।কিবা অসুবিধা হব নেকি ?
@manjudas6496
@manjudas6496 11 ай бұрын
Bohut bhal lagil ❤❤
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 11 ай бұрын
Bor bhaal lagil.Dhannbaad jonalo
@janardonborgohain3801
@janardonborgohain3801 11 ай бұрын
Thog😂
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 120 МЛН
The Joker kisses Harley Quinn underwater!#Harley Quinn #joker
00:49
Harley Quinn with the Joker
Рет қаралды 43 МЛН
Matching Picture Challenge with Alfredo Larin's family! 👍
00:37
BigSchool
Рет қаралды 53 МЛН
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 120 МЛН