ঘৰত ওখ ওখ ঘৰৰ ছবি ৰাখক আপোনাৰ বাবে ভাল খৱৰ আহিব..🖍️আপোনাৰ ঘৰ খনৰ লক্ষী দৰ্জা কোন খন

  Рет қаралды 13,236

PUHOR Live 8

PUHOR Live 8

Күн бұрын

🖍️অভিজ্ঞ বাস্তুশাস্ত্রবিদ অৰ্পণ দত্তৰ ঘৰখন ডুবি ধ্বংস হোৱাৰ ঘৰ আছিল কিয় ক'লে??
🖍️ঘৰত ওখ ওখ ঘৰৰ ছবি ৰাখক আপোনাৰ বাবে ভাল খৱৰ আহিব..
🖍️আপোনাৰ ঘৰ খনৰ লক্ষী দৰ্জা কোন খন
চাওক সম্পাদিকা কৰৱী শৰ্মা ৰ সৈতে ঘৰে ঘৰে বাস্তুশাস্ত্র

Пікірлер: 20
@namitabhattacharya9775
@namitabhattacharya9775 Күн бұрын
Sir r kathabor bahut val lage
@dullovdas2529
@dullovdas2529 29 күн бұрын
চৰকাৰী চাকৰি পাবলৈ হলে কি কি bastu tips follow কৰিব লাগে , কি কি কৰিলে চাকৰিটো পাবলৈ সক্ষম হব পাৰিম জনাবচোন next Videot
@DipikaSoikia
@DipikaSoikia Ай бұрын
ছাৰ আমাৰ পাকঘৰটো দক্ষিণ পূর্ব দিশত আছে। বেৰত কমলা ৰঙ দিচো । এতিয়া কথা হল আমাৰ গেচটো দখীন পূর্ব দিশতে ৰাখিলো। চিমনি ৰংটো ক'লা । কিবা উপায় দিব পাৰিব নেকি?
@kadambagogoi8689
@kadambagogoi8689 27 күн бұрын
Moi kisuman manuhor Ghar dekhisu, kintu not built according to vastusastra but I have not seen any problem till date. They are wealthy enough and their grandmother age is also about 90+ old. So it is hard to believe in some cases.
@user-lu6pe1oy7z
@user-lu6pe1oy7z 23 күн бұрын
দক্ষিণ পশ্চিম কোণত পানিৰ তিউবল আছে আতৰাবও নোৱাৰো কিবা অপকাৰ হবনেকি?
@reenadihingia4312
@reenadihingia4312 Ай бұрын
Val lagil.thanks
@prodipkhound4287
@prodipkhound4287 Ай бұрын
দাদা আপোনাৰ কথা শুনি বৰ ভাল লগা ।
@neelutpalrajkhowa7481
@neelutpalrajkhowa7481 Ай бұрын
Puhar live 8 bastu question bor kenekoi send karib lage janabson
@niruhazarika6921
@niruhazarika6921 Ай бұрын
ঘৰৰ উত্তর পূব ফাল অথাৎ ঈশান কোন ওখ বা চাপৰ হলে কেনেধৰণৰ সমস্যা আহে কবচোন।
@meerakalita6435
@meerakalita6435 Ай бұрын
ছাৰ, আমাৰ ঘৰটো দক্ষিণ মুখী ... আপুনি দক্ষিণ পশ্চিম দৰজা খন বেয়া বুলি কৈছে.. দক্ষিণ মুখী ঘৰত কোন খন দৰজা দক্ষিণ পশ্চিম হয় জনাবচোন 🙏
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
ভাল লাগিল জানি🙏🙏🙏🙏
@Baki.hanna20
@Baki.hanna20 Ай бұрын
আমাৰ ঘৰৰ চিৰি টো পূব দিশত আছে আৰু পশ্চিম পৰা পূৱলৈ ঢিৰিটো গৈছে।কিবা সমিধান দিয়কচোন।
@namitadsr9255
@namitadsr9255 Ай бұрын
Sir gharor kon dikhe freeze thob lage aru ki colour hole besi val please jonabsun
@user-nq3xl7tr5r
@user-nq3xl7tr5r Ай бұрын
Ground floor r bahire jikunu floor r SW t door thakile bandha karib lagibane ? Janabasun
@smritirekhadas7424
@smritirekhadas7424 29 күн бұрын
ধন্যবাদ দাদা , ম ই. আপোনাৰ video নিয়মীয়াকৈ চাওঁ আমাৰ ঘৰটো পশ্চিম মূখী ।গাড়ী গেৰেজ টো দক্ষিণ পশ্চিমত বনাব পৰা যাব নেকী জনাবছোন দাদা । plz
@pallaviborah505
@pallaviborah505 Ай бұрын
South west t main gate nai kintu beleg room t enter kora door ase,thakibo pare ne sir
@kangkankalita895
@kangkankalita895 Ай бұрын
চাৰ, আমাৰ পাক ঘৰত হাত ধোৱা বেচিনতো দক্ষিণ পশ্চিম কোণত(kitchen r)...কিবা problem hbo nki
@user-xg5uf5br3c
@user-xg5uf5br3c Ай бұрын
ছাৰ মোৰ ঘৰৰ দক্ষিন ফালে আজি-কালি পানী যোগান আঁচনি পাইপ টো তলেদি নি ঘৰৰ পাছফালে নিয়া হৈছে তাত কিবা অসুবিধা হ'ব নেকি জনাবচোন।
@neelutpalrajkhowa7481
@neelutpalrajkhowa7481 Ай бұрын
South eastat bastu dosh thakile south wallet 7 running horse picture lagua bhal neki
Violet Beauregarde Doll🫐
00:58
PIRANKA
Рет қаралды 51 МЛН
王子原来是假正经#艾莎
00:39
在逃的公主
Рет қаралды 26 МЛН
Fake watermelon by Secret Vlog
00:16
Secret Vlog
Рет қаралды 12 МЛН
Bend The Impossible Bar Win $1,000
00:57
Stokes Twins
Рет қаралды 43 МЛН
ৰাশি অনুযায়ী নিজক জানো আহক
4:58
Niva Baruah’s Palmistry & Astrology
Рет қаралды 3,4 М.
Violet Beauregarde Doll🫐
00:58
PIRANKA
Рет қаралды 51 МЛН