যি কেইজন পুলিচ এ হাত তুলিছে গোটেই কেইজনক কঠোৰ শাস্তি দিব লাগে কাৰণ public সিহঁতৰ হাতৰ মুঠিৰ পুতলা নহয়। চাকৰি পৰা নিলম্বন এ শেষ কথা নহয়। সিহঁত পুলিচ হে ভগবান নহয় টো। অভদ্ৰামি ৰ ও এটা সীমা থাকে সিহঁতে বহু সীমা পাৰ কৰি গৈছে। They should be punish strictly যেনেকৈ public জনক চৰ ঘোচা লাথ মাৰিছে এটা public place ত নিজৰ পত্নী আৰু সন্তান ৰ আগত।
আৰু পিতিব লাগিছিল । কাৰণ এইবোৰৰ নিচিনা কিছুমান বদমাছে সাধাৰণ জনটাক কথা কব নিদিয়ে পোছাক যোৰ পিন্ধিলে বুলি এই তেওঁ পিতিব যে কি আইন আছে। ভাল লাগিছে এনে কৈ এ দিব লাগে । সকলোৰে সন্মান আছে আৰু আইন কোনো সকলোৰে
@karamchandtudu2 жыл бұрын
Action should be taken against all the police officer.
@bimaldas81092 жыл бұрын
সকলোকে নিলম্বন কৰিব লাগে,,,,,
@karankishandas18182 жыл бұрын
লগত থকা কেইটাৰ বিচাৰ লব লগে🙏🙏🙏🙏
@mahibulhaquechoudhury58772 жыл бұрын
বহুত ভাল কৰিছে।বৰ্খাস্ত কৰিব লাগে
@mohommodalikhan43102 жыл бұрын
পালি মজা। ঈদৰ পুৰস্কাৰ আগতিয়াকৈ। Good
@hirakjyoti65972 жыл бұрын
মই অসম পুলিচক সন্মান কৰোঁ ।।কিন্তু কথা টো হল এনেকৈ পুলিচ হল বুলি এ যে মাৰিব নৰপিচাচৰ দৰে কোন দেশৰ কথা জনসাধাৰণ কত সুৰক্ষিত হল ??। আৰু নিজৰ আত্ম ৰক্ষাৰ বাবে যিখিনি কৰিছে মই ভাবো ভালে কৰিছে । আৰু কেইটা মান দিব লাগিছিল kela ।।on deuty হল বুলি একো একো নামানিব নেকি।।,
@assam.boys.r95072 жыл бұрын
love you nd24..anekuwa news besi viral koribo. 👍👍👍👍
@moondas16512 жыл бұрын
হাৰামী আৰক্ষী।লগৰ কেইটা কি গুনদা
@ForYou-5202 жыл бұрын
পুলিচ কেইটাৰ মগজুৰ বিকৃতি ঘটিছে...
@rafikulali43962 жыл бұрын
বাকী কেইজনক মাৰধৰ কৰা স্পষ্ট কৈ দেখা গৈছে এতিয়া ?
এগৰাকী পত্নী আৰু এটি কনমাণি সন্তানৰ আগত যেতিয়া কোনোবাই প্ৰহাৰ কৰে,,ইয়াৰ আঘাত কোনো কালতে শেষ নহ'ব,,,,বিৰাতে দূখজনক ঘটনা,,,,, আৰক্ষী লোকক বিদেশত সন্মান দিয়ে আৰু আমাৰ ইয়াত সাধাৰণ জনতাৰ মাজত কি ভাব প্ৰকাশ কৰে আমি সকলোৱে দেখিছোঁ,,,, so,cm sir,plz take quick action on this matter and we want to reduce like this police activity 🙏🙏
Dibrugarh traffic police are the best, two days back me and one of my colleagues were traveling through Thana Chariali, a few traffic police stoped us most of them were in drunken state and they check our breath for alcohol. It was quite disturbing to deal with them as they were not in a sound state of mind. This is how Assam police do their duties.
Plz, suspension those who come fore taken action on civil.
@ajaykakati11202 жыл бұрын
Nice to hear that. Thankyou sir
@diliprana42112 жыл бұрын
🙏🙏 thank you nd 24 news.amar ai bor traffic police ok dakhi laaz lagi jai.ghina lagi jai.se se assam traffic police.hope less traffic police.👎👎👎
@ranjanbarman26652 жыл бұрын
ভাল লাগিল নিলম্বিত কৰা বাবে
@mannuchauhan29502 жыл бұрын
Finnally kiba eta val hol...
@Lovelife-bg9oe2 жыл бұрын
Moja lagil News to pai
@brojenkisku23172 жыл бұрын
শাস্তি পাৱ লাগে ...
@keshabbarman98202 жыл бұрын
Good job DGP sir
@ripunjaydas33672 жыл бұрын
আমাৰো টো আত্ম সন্মান বোলা বস্তু আছে। হয় আৰক্ষীৰ গাত হাত তুলিব নালাগিছিল কিন্তু ধৈৰ্য্যৰ সীমা থাকে।
@roman5922 жыл бұрын
আগতে পুলিচজনে হাত তুলিছে।
@AATERKO19982 жыл бұрын
Really,,, bohut beya hoi goise.
@Mistyroy1722 жыл бұрын
Mur জীৱনত tu enekowa hoise police howar কাৰণে moi aku koribo নোৱাৰিলোঁ jodi moi kiba koru tatya hole mukh beleg kiba inr pishot pelai dibo buli hunkar dise
@pratapmedhi81612 жыл бұрын
পুলিচে মানুহৰ অলপো দুখ নুবুজে ওলোতাই দমে দিয়ে
@Littlekanha6472 жыл бұрын
Police are for your safety how beautiful they are doing their duties, he should be terminated from his duties, Govt has to organized meditation and yoga programs so that frustration get cleared
@adityaamphi65582 жыл бұрын
Good news thanks
@gdvlog21482 жыл бұрын
Good ,dadagiri bahut hoixe Assam police aar . Police aai kot adhikar pale tenekoi marpit karibaloi .
@decorationdaycare15432 жыл бұрын
Borhiyaa well done DGP Sir
@kalyankalita80322 жыл бұрын
Good news
@ranjitawary52932 жыл бұрын
Character only brings respect ,..so True.Where are we
@archismanpatranabis43512 жыл бұрын
The police is misusing his power he should be dismissed.... He's thinking that he is the 'baap' of traffic
@nirenkalita81392 жыл бұрын
এনেকুৱা আৰক্ষীৰ বাবে ৰাইজৰ আৰক্ষীৰ প্রতি বেয়া ভাৱ হোৱা দেখা যায়। গোটেইকেইটাক উচিত ব্যৱস্থা লব লাগে ।
@tapandas53092 жыл бұрын
nilambon korilei kam sesh ? jene C M tene ghotona.public protest lage.
@sanjayrai35922 жыл бұрын
Byke ot baby aase ladies aase... DGP sir please please take strict action against those policeman 🙏🙏🙏🙏🙏