GUSI GOLA - Zubeen Garg | Jayanta Kakati | Rahul Gautam Sharma | A tribute to Kishore Das

  Рет қаралды 167,003

Dhwani Records

Dhwani Records

14 күн бұрын

AUDIO CREDITS
Song : Gusi Gola
Singer : Zubeen Garg
Composition : Jayanta Kakati
Lyrics : Rahul Gautam Sharma
Music Arrangement and Mix-Mastered by : Shekhar Jyoti Goswami
Guitar : Debojit
Editing : Dhruba Jyoti Bora
Poster Design : Debu
Produced by : Kishore Das Family
Special Thanks : Mridul Bhuyan, Prastuti Parasar, Bastab S Ramen Barman

Пікірлер: 1 500
@pinkuchetiacreationassam3542
@pinkuchetiacreationassam3542 9 күн бұрын
কিশোৰ দা স্মৃতি য়ে আকৌ এবাৰ কন্দুৱাই গল্😢, তাতে জুবিন দা কণ্ঠ❤ , গা নোম হিহৰী যোৱা সকলে like এটা দিয়া.....
@rajashreeboro3081
@rajashreeboro3081 7 күн бұрын
Buku bikhai gol soku pani rokhabo nuwarilu.. Jote asa vale thaka tumi kishor da❤😢
@biplabdeka1734
@biplabdeka1734 7 күн бұрын
Kishore Daa Missed You 😢🥺😭
@pranamidas5750
@pranamidas5750 9 күн бұрын
কিশোৰ দাক আৰু জুবিন দাক জুনে জুনে ভাল পোৱা ❤লাইক কৰা 🎉🎉🎉❤❤jay zubeen da and jay kisor da
@pranamidas5750
@pranamidas5750 9 күн бұрын
❤❤❤
@goldassam2.0
@goldassam2.0 9 күн бұрын
ভাল পোৱা মানুহবোৰ চিৰজীৱন অন্তৰত ৰৈ যায়____গুচি নাযায়❣
@DDLCreation15
@DDLCreation15 9 күн бұрын
এটি গোলাপৰ কলি ফুলিব নৌপাওতেই কলিতে মৰহি গ'ল।😢😢😢
@riturajkalita2767
@riturajkalita2767 9 күн бұрын
বুকু বিষাই যোৱা স্মৃতি ভৰা গীত। গীতটিৰ মাজেৰে হেৰাই যোৱা বহু স্মৃতি কঢ়িয়াই আনিছে। যেন চালে চায় থাকিবৰ মন। কিশোৰ য'তেই আছে কুশলে থাকক, শান্তিৰে থাকক।
@zgdebajitborah4317
@zgdebajitborah4317 10 күн бұрын
কিশোৰ দা আমাৰ মাজত সদায় জীয়াই থাকিব।❤😢 আপুনি যতেই আছে কুশলে থাকক।🙏
@arunavadasgupta5460
@arunavadasgupta5460 11 күн бұрын
ये सिर्फ एक म्यूजिक वीडियो नहीं है ये हम लोगों की तड़प का गवाही दे रहा है जो हम लोग किशोर से बिछड़ के अनुभव किए । गाना बहुत ही संजीदा हैं। Love and Miss You KISHOR Bhaiti.. 💔😢💓🙏Congratulations and Thanks to all of you who support and associates with this project .🙏
@TarikAjij-kg6hg
@TarikAjij-kg6hg 9 күн бұрын
😊😊😊dg
@Junvlogs295
@Junvlogs295 9 күн бұрын
আকৌ এবাৰ উশাহ লবলৈ কষ্ট অনুভব কৰিলোঁ🥺।।
@monalishakalita1132
@monalishakalita1132 9 күн бұрын
Same to me😢
@kamal_ray0.037
@kamal_ray0.037 8 күн бұрын
5:02 ​@@monalishakalita1132
@Zunmaina520
@Zunmaina520 8 күн бұрын
Same😢
@user-ez7el9eu8b
@user-ez7el9eu8b 8 күн бұрын
সঁচা সঁচা সঁচা
@rinkudutta348
@rinkudutta348 11 күн бұрын
উঠি এটি প্ৰতিভা নোহোৱা হৈ গ'ল। ভগৱান ৰ কি লীলা, দৰকাৰী মানুহ বোৰ লৈ যায়😢😢😢
@DEBAJIT_PATHAK.
@DEBAJIT_PATHAK. 12 күн бұрын
জুবিন দাৰ কণ্ঠ, ৰাহুল দাৰ কথা , জয়ন্ত দাৰ সুৰ , শেখৰ দাৰ সংগীত .....❤😢 কিশোৰ দা .... য'তেই আছা কুশলে থাকা 😢🙏
@RupamSaikia-vd3xq
@RupamSaikia-vd3xq 11 күн бұрын
❤❤❤
@PollabiBora-fr5uj
@PollabiBora-fr5uj 6 күн бұрын
প্ৰিয় আছিল❤ মনত পৰি গ'ল আকৌ আজি
@indranibora8155
@indranibora8155 7 күн бұрын
ভিদিওটোৰ এডিটিং ইমান পেৰফেক্ট হৈছে যে কিশোৰ দায়ে এই গীতটিত সোশৰীৰে অভিনয় কৰা দৰে লাগিছে।বাকী গীতটোৰ কথা তো কবই নালাগে... পুনৰবাৰ কিশোৰ দাৰ আত্মাৰ সদগতি কামনা কৰিলোঁ 🙏
@parismitagohain2068
@parismitagohain2068 11 күн бұрын
Miss you কিশোৰ দা তুমি যতেই আছা ভালে থাকা 🙏🙏 Zubeen daa voice 🔥🔥
@kashmitahazarika964
@kashmitahazarika964 9 күн бұрын
😓😓
@anjuwarakhatun7249
@anjuwarakhatun7249 2 күн бұрын
😂😂​@@kashmitahazarika964
@nikumonigogoi8257
@nikumonigogoi8257 12 күн бұрын
অসমীয়া ছবিজগতত কিশোৰ দাসৰ দৰে এজনশিল্পীৰ বহুত প্ৰায়োজন৷য’তে আছে পুনৰ যেন ঘুৰি আহে আমাৰ মাজলে৷
@sumikalita8011
@sumikalita8011 11 күн бұрын
Miss you baba❤️ আটাইতকৈ প্ৰিয় আছিলা তুমি অভিনেতা বুলি জানি নাজানো কিয় হৃদয়ত এক বিশেষ মৰম আছিল তোমাৰ বাবে, বহুত ইচ্ছা আছিল ঘূৰি অহাৰ পাছত এবাৰ ওচৰৰ পৰা চাব যাম বুলি কিন্তু নাহিলা😔🥺 আহিবা দে... এতিয়া যত আছা ভালে থাকা ঘূৰি আহিবা কিন্তু❤❤
@AjMou_Vlogs1
@AjMou_Vlogs1 4 күн бұрын
মৰিগাঁও ৰ পৰা মৰম যাচিলো 💐❤
@user-uk2oh1sv3m
@user-uk2oh1sv3m 12 күн бұрын
আকৌ এবাৰ উশাহ ল'বলৈ কষ্ট অনুভৱ কৰিলোঁ! সকলো তোমাৰেই লিলা প্ৰভু!
@Kaushik632
@Kaushik632 12 күн бұрын
অন্তৰত কিশোৰ দা সদায় জীয়াই আছে।❤
@barnalidas5279
@barnalidas5279 9 күн бұрын
কিশোৰ দা যতে আছে কুশলে থাকক 🙏😢 বহুত বেছি মিছ কৰিছো অ' আপোনাক 😔 এনেকুৱা লাগিছে যেন এইটো video ৰ shotting আপুনি বৰ্তমান কৰিছে ... বহুত মিছ কৰিছো , 😢
@user-vy3yc6dy9s
@user-vy3yc6dy9s 9 күн бұрын
কবলে একো ভাষা নাই আকৌ এবাৰ বুকুখন বিষাই আহিল দুচকুৰ হেমেকি উঠিল😢মাথোঁ এটাই কওঁ তুমি যতে আছা ভালে থাকা।😢
@nabadas8144
@nabadas8144 12 күн бұрын
ঘৰৰ ওচৰৰ লৰা , মনটো আকৌ সেমেকি উঠিল
@riciborah5347
@riciborah5347 12 күн бұрын
মনটোৱে এতিয়াও মানি নলয়।। কি কম ভাষাহীন ।। মাথো এটাই কওঁ নেদেখা জনৰ লগত ভালকৈ থাকা। । তোমাৰ সেই মিঠা হাঁহিটো সদায় মাৰি থাকিবা। । 💔🙏 লগ পাম এইটো জনমতে অকৌ এবাৰ 🙏🙏
@user-hu4oc5kx3y
@user-hu4oc5kx3y 3 күн бұрын
Xsai bkut lgi goise gan tuu...... Really miss uh kishor daa🥺🥺.... Lv u so muchh❤❤
@Porag_Pritom
@Porag_Pritom 9 күн бұрын
যতে আছা তুমি কুশলে থাকা কিশোৰ দা ❤❤😢😭
@dhiramonikalita555
@dhiramonikalita555 12 күн бұрын
জুবিন দা, তোমাক মই বহুত বেছি ভাল পাও, বহুত বেছি শ্ৰদ্ধা কৰো।❤️❤️ তুমি সদায় এনেকুৱা এটা কিবা কৰি দিয়া, যাৰ বাবে ভালপোৱা বোৰ আৰু বেছি হয় যায় । এই গানটোও তোমাৰ তেনেকুৱাই এটা কাম, যাৰ বাবে তোমাক মই আৰু অলপ বেছিকৈ ভাল পোৱা হ'লো🙏🙏🙏 আৰু কিশোৰ..... তোমাৰ কথানো আকৌ নতুনকৈ কি কম !! তুমি যে আমাৰ বুকুৰ আপোন। তুমি তোমাৰ ঘৰখনৰ লগতেই, আমাৰ সকলোৰে জীৱনৰ এক পাহৰিব নোৱাৰা অধ্যায় ।😢😢😢
@debazeetdeka2602
@debazeetdeka2602 12 күн бұрын
আমাৰ হাতত আমাৰ নিজৰ জীৱনটোৱে নাথাকে..
@dalimikalita3241
@dalimikalita3241 11 күн бұрын
Tumi vale thaka
@lekhikabaishya133
@lekhikabaishya133 5 күн бұрын
প্ৰিয় আছিল 💔🥺আৰু সদায় প্ৰিয় হৈ ৰব 🌼
@chitrachutialifestyle1616
@chitrachutialifestyle1616 12 күн бұрын
চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলোঁ । প্ৰিয় অভিনেতা জন । আপুনি নোহোৱা হোৱাৰ পৰা কাৰো অভিনয়কেই প্ৰাণ ভৰি ভাল পাব নোৱাৰোঁ । কিবা ভয়েই লাগেচোন। য'তেই আছে শান্তিত থাকক
@TheDeepseek143
@TheDeepseek143 10 күн бұрын
Mon r kotha koi dile 😢🙏
@user-hr1qq1nu9m
@user-hr1qq1nu9m 12 күн бұрын
বহুত মনত পৰে কিশোৰ দা 😢 তোমাৰ হাঁহি টো আজিও আমনি কৰে ও তুমি অভিনয় কৰা ধুনীয়া ধুনীয়া ভিডিও গান বোৰ দিনটোত এবাৰ হলেও চাও ।সদায় ভালকৈ থাকিবা যতে আছা থকা তুমি কুশলে
@user-mj5ey7xt1o
@user-mj5ey7xt1o 2 күн бұрын
কিশোৰ দা তুমি যতে আছা কুশলে থাকা ভগৱানৰ ওচৰত এটা প্ৰাথনা কৰো ভালে থাকা 😢
@MRINALJYOTIVLOGS
@MRINALJYOTIVLOGS 3 күн бұрын
Valke nasalu aru day montu bya lage gol 😢😢 dada jota ase valke thakok vogoban vale rakhiba🙏🏼🙏🏼🙏🏼😢
@happy_feeling100
@happy_feeling100 12 күн бұрын
মৃত্যুনো কি ? এক অৱস্থাহে । হৃদয়ত সদায় থাকি যায় মানুহ।
@rashmidas1070
@rashmidas1070 12 күн бұрын
Zubeen da thoka loike karo jibn a atmay Santi nopowakoi najaay 😢😢 Miss u bhai 😢 and love you so much zubeen da ❤️
@BarnilAssam
@BarnilAssam 11 күн бұрын
গীতটো শুনি ভাল লাগিল যিমান, দুখো লাগিল সিমান 😢😢
@bituponsonowalbitupon
@bituponsonowalbitupon 4 күн бұрын
Jundina aitu kotha gom palu Ma kosom bohut bea lgisile ru lge kishor da 😢😢❤❤
@himasrikalita6632
@himasrikalita6632 11 күн бұрын
এতিয়াও মানি লব পৰা নাই কিশোৰ দা ইমান কম সময়ৰ বাবে আহিছিলানে😭😭😭 কিয় ভগৱান ইমান নিষ্ঠুৰ 😢😢 হাহি ভাল পোৱা লৰা জন জতে আছা ভালে থাকা সদায় হাহি থাকিবা😢🥺🥺🥺 miss you 😢😢
@nayanjyotidas5174
@nayanjyotidas5174 11 күн бұрын
তুমি আমাৰ বাবে সদায় অমৰ দাদা। আমাৰ মাজত সদায় আছা আৰু সদায় থাকিবা ❤
@Ankur.mahanta
@Ankur.mahanta 10 күн бұрын
Zubeen dak val powa xokole ata like kora ❤
@aditi44
@aditi44 6 күн бұрын
❤❤❤❤❤❤ Tumi kuxole thaka jotei Asa....sokur pani rokhabo nuarilu 🙏🙏🙏
@hirakjyotibhuyan2056
@hirakjyotibhuyan2056 12 күн бұрын
মনটো আকৌ বেয়া লাগি গল😢 যতে আছে ভালে থাকক🙏🙏
@user-ei9ly9pf3x
@user-ei9ly9pf3x 12 күн бұрын
আমাৰ অন্তৰত সদায় থাকিব কিশোৰ দাস দা ❤
@Likhika188
@Likhika188 7 күн бұрын
কিশোৰ দা তুমি আমাৰ মাজত নাই বুলি আজি ও বিশ্বাস কৰিবলৈ টান🥺💔তোমাৰ স্মৃতি বোৰ সদায় আমাৰ লগত থাকিব ❤তুমি মোৰ প্ৰিয় অভিনেতা আছিলা তোমাৰ স্থান কোনোও ল'ব নোৱাৰে 🙂..... য'তেই আছা শান্তিত থাকা ✨
@SumitrahazarikaSumitra
@SumitrahazarikaSumitra 4 күн бұрын
Kishor da tmii hodai priyo hoi thakiba ❤️‍🩹🥹....ataiu mne nkoii tmii jee amer khahot nyy ...ane lgee tmii korobat goi asa goii aruu hunkle amer yat ghuri ahibaa ..val manuh r lgt he kio bea hoii 😭Tmii akou ahiba tmrr ovinoy bhtt miss krisu akou tmrr video song bur sabo loi roi asuu tmi mribo nuara dada ❤😭..ketiau mni lobo nuaruu ...tmii akou amer mjt aha kishor da hoii🥺❤️‍🩹 tmrr thaii kuneu lobo nuaree tmii hodai special 🥺❤️‍🩹 miss you kishor da🥺😭...... Jdii tmk aji loike pwa nyy log kintu tmr gan bur sale kiba hodai log pwa apun jen lgee ... Emn hunkle ahi kio gusi gola ..tmii tat e hukhi thka diya 🥺amer mrm hodai tmr lgt thakibo😭😫
@porivlogs2
@porivlogs2 4 күн бұрын
🥺🥺🥺🥺🥺🥺
@Rocky_TV777
@Rocky_TV777 12 күн бұрын
আকৌ এবাৰ কান্দিলো 😊
@banditabaishya
@banditabaishya 11 күн бұрын
মানিব নোৱৰা এটি দুখৰ বোজা 😭 miss you 😢 শেষৰ খিনি চাব নোৱাৰোঁ একেবাৰে অসহ্য 😭😭
@gyanasridas5665
@gyanasridas5665 6 күн бұрын
ভাল মানুহ বোৰক ভগৱানে বৰ সোনকালে লৈ যায় 😢
@jyotiprasad241
@jyotiprasad241 12 күн бұрын
Kishore da kotha vabile bohut dux lage mur 😭😭😭. Bohut val actor asil ❤❤❤.
@user-uj1pm5cr4p
@user-uj1pm5cr4p 11 күн бұрын
Miss you very much 😢😭😭 তুমি যʼতেই আছা কুশলে থাকা দাদা🥺 আৰু কʼবলৈ একো ভাষা নাই তুমি বহুত সোনকালেই আমাৰ মাজৰ পৰা গুচি গʼলা😢😭
@MainaChutia-fp5qi
@MainaChutia-fp5qi 7 күн бұрын
Hosa ga num hiari uthi jai 😢😢😢😢
@user-xs3on2xp2b
@user-xs3on2xp2b 4 күн бұрын
Mok niya hole val asil kishor tumi juwa dukh tu ajio pahoribo para ni buku khon bikhai jai sun ❤❤❤love you kishor
@Rahul_ZG700
@Rahul_ZG700 10 күн бұрын
Joi zubeen da da ❤❤❤
@Nilakhi_0.13
@Nilakhi_0.13 10 күн бұрын
Kishor da tumi xodai mur fvrt actor asila....aru xodai fvrt hoi thakiba....tumi jotei asa kukhole thaka.....❤❤but I really miss you 😢😢😢
@_sweety_118
@_sweety_118 2 күн бұрын
Miss you😓😓😓 আপুনি য'তেই আছে কুশলে থাকক😭 Zubeen Daa❤❤
@Ruprin_YT
@Ruprin_YT 6 күн бұрын
You are my best actor in the world 🌎😢😢😢
@chandanabarman7683
@chandanabarman7683 12 күн бұрын
তুমি যতে আছা কুশলে থাকা দাদা 😢 তোমাৰ আত্মাই চিৰ শান্তি লাভ কৰে যেন 😭🥲 ৰৈ থাকিম তোমাক তুমি আকৌ ঘূৰি আহিবা বুলি আৰু ঘূৰি আহি নতুন গান আমাৰ মাজত বিলাই দিবা বুলি ❤😭😭😭😭😭🥲🥲😢 Miss you dada 😢😢
@PapuDutta-mo6ht
@PapuDutta-mo6ht 12 күн бұрын
I Love You Zubeen Da ❤❤❤
@JayashriDeka-uk6fg
@JayashriDeka-uk6fg 8 күн бұрын
Miss you...যতে আছা তুমি কুশলে থাকা তুমি কিশোৰ দা❤❤❤😭😭
@lovelymithi8780
@lovelymithi8780 9 күн бұрын
Hosakoi bukukhon bikhai gol oo 😭😭
@bhargabkalita5835
@bhargabkalita5835 12 күн бұрын
Miss you kishore da😢😢
@user-dj6po9gd3l
@user-dj6po9gd3l 4 күн бұрын
বহুত miss কৰিছোঁ কিশোৰ দাক 😢
@UpashanaSarmah
@UpashanaSarmah 22 сағат бұрын
We will always miss you Kishore daa.❤ Jote asa hukhot thaka ❤
@priyankasaikia5302
@priyankasaikia5302 12 күн бұрын
😢😢উফ,,,,😢😢,,,,, বহুত বেছি মনত পৰিছে 😢😢,,কিয় যে গুচি গলা 😢😢,,,যত আছা কুশলে থাকা দাদা 😢😢
@dhrubajyotimusical4520
@dhrubajyotimusical4520 12 күн бұрын
আমিও তাকেই বিছাৰো তুমি ঘুৰি আহা ❤❤
@bhaswatigoswami5204
@bhaswatigoswami5204 14 сағат бұрын
Ufff kandilu oo . Vale thaka ♥️
@NabaNitom9341
@NabaNitom9341 8 күн бұрын
Bohot dukh lagise sai pini dada ako guri ahib janu😭😭😭😭
@loparai1957
@loparai1957 12 күн бұрын
Miss you Kishore ❤
@mridultalukdar7913
@mridultalukdar7913 12 күн бұрын
কোনে কেতিয়া এই পৃথিৱীৰ পৰা মেলানি মগে ঠিক নাই ওচৰত থাকিলে মৰম কৰিব এৰি নিদিব 👍
@biplabdeka1734
@biplabdeka1734 7 күн бұрын
Missed You Kishore Daa 😢🥺😭🥺 যতেই আছা তুমি কুশলে থাকা অ কিশোৰ দা ইমান আমাক এৰি থৈ সোনকালে কিয় গুচি গলা অ কিশোৰ দাI Love You So Much 😢😭🥺🌹তাতে আকৌ গীতিকাৰ জুবিন দা চকুলো বোৱাই দিলে গান তোৱে😢। জুবিন দা তুমি আমাক এৰি থৈ নাজাবা দেই আমাৰ আয়ুস আধা তুমিয়েই লোৱা অ দা🥺
@kuhibarman3264
@kuhibarman3264 8 күн бұрын
মানুহ হৈ জীয়াই থাকিব বৰ কষ্টকৰ😌❤️
@boragoutom
@boragoutom 9 күн бұрын
Miss you 😘😢
@kakalidutta661
@kakalidutta661 12 күн бұрын
I can't control my eyes 😭😢... really miss you kishor daa 💔
@rajdeepsaikia123
@rajdeepsaikia123 2 күн бұрын
Kishore da jote asa vale thaka🥺❤️
@rituthakuria9921
@rituthakuria9921 12 күн бұрын
মনটো আকৌ উচপি উথিল😢😢
@lachitsaikia1863
@lachitsaikia1863 12 күн бұрын
Love you zubeen da ❤
@bitopanmazumdar746
@bitopanmazumdar746 7 күн бұрын
অসমবাসি ৰাইজে তোমাক বহুত miss কৰে তোমাক Kishor দা ❤😔
@Trendinghandiqueff
@Trendinghandiqueff 6 күн бұрын
Kishor das ... sushant singh 😢🥺❣️
@barnalikalita9514
@barnalikalita9514 12 күн бұрын
𝑴𝒊𝒔𝒔 𝒚𝒐𝒖😢😢
@annekhagogoi
@annekhagogoi 12 күн бұрын
Miss yuu 😭😭😭
@user-cd1iq5zs8s
@user-cd1iq5zs8s 12 күн бұрын
I love you zubee da
@user-rc2pl7ed2b
@user-rc2pl7ed2b 5 күн бұрын
Tumi xadai special dada. Always miss you. Tmi jate asa kuxale thaka. Tomar Thai koneo laba noware dada😢😢
@factzguruji4369
@factzguruji4369 7 күн бұрын
Bhogobanr usrt ase ❤.. Kishor Das family Please don't worry ..he is with Mahadev 🙏..God has called him cause he was loved by God and this evil world doesn't suit him❤
@MusfikurRahman-zz7sq
@MusfikurRahman-zz7sq 9 күн бұрын
Kishore Da kotha monot pelai dile.😢😢
@asomiyasowali
@asomiyasowali 11 күн бұрын
Ki kom kandi pelalu 😢😢😢😢😢😢I really miss you dada 😢😢😢😢😢😢😢😢😢❤❤❤❤❤❤❤❤❤
@RitaDeka-vt1mv
@RitaDeka-vt1mv 7 күн бұрын
Mor favourite artist kishor da❤ ❤😭😭😭😭😭😭😭😭jota asa kukhola thaka Kishor da
@dhireswarnath9944
@dhireswarnath9944 8 күн бұрын
অন্তৰৰ এচুকত সদায় থাকিবা ।।
@sidharthakolija
@sidharthakolija 12 күн бұрын
যতে আছা কুশলে থাকা ❤😢
@daywithmaina9866
@daywithmaina9866 12 күн бұрын
Miss you so😢😢😢😢😢 Kishore da
@KanikaKanika-sy6jh
@KanikaKanika-sy6jh 9 күн бұрын
Xosai dei...bohut val jubok ajon Hanhi Hanhi nuhua hoi gol
@NijoraPegu-12345
@NijoraPegu-12345 8 күн бұрын
য'তেই আছা তুমি, কুশলে থাকা ❤❤🙏🙏🌺🥀🌹🌹😢😢😢🙏🙏🙏
@chinmoykalita..darrang.ass8788
@chinmoykalita..darrang.ass8788 12 күн бұрын
বহুত বহুত ভাল লাগিল গান তো শুনি কিন্তু কিছু দুখ লাগি গল 😢😢😔
@DipankarSaikia-el9ej
@DipankarSaikia-el9ej 12 күн бұрын
Miss you dada 😢😢❤❤
@dream_travel143
@dream_travel143 7 күн бұрын
Always miss you dear brother 😢
@user-yk3nk6pv6u
@user-yk3nk6pv6u 9 күн бұрын
Hosai aji bht kndilu.bht miss koru kishor Dak ajiu..
@anearu7448
@anearu7448 12 күн бұрын
Miss you ❤😢😢😢
@bhumitadas6604
@bhumitadas6604 12 күн бұрын
Miss you dada 😢😢😥😥
@BikiMili-mi5ti
@BikiMili-mi5ti 8 күн бұрын
Kiyo himan hunkale gusi gola o ,bhut dhug lage😢😢😢
@rupalibarman3925
@rupalibarman3925 7 күн бұрын
Bhut Miss koru kishore daa k❤
@pragyanch
@pragyanch 12 күн бұрын
Really miss you 😭
@najiishaan_vlog
@najiishaan_vlog 12 күн бұрын
Miss you Kishore da
@pranabdas5001
@pranabdas5001 7 күн бұрын
বহুত দুখ লাগিল ভগৱান
@matuahmed_123
@matuahmed_123 10 күн бұрын
Kishore das ❤❤kio gusi gol apuni imn xnkle 😭😭
Boroxun | Audio Jukebox | Zubeen Garg | NK Production
41:53
RDC Assamese Official
Рет қаралды 591 М.
Looks realistic #tiktok
00:22
Анастасия Тарасова
Рет қаралды 98 МЛН
Smart Sigma Kid #funny #sigma #comedy
00:25
CRAZY GREAPA
Рет қаралды 23 МЛН
1 or 2?🐄
00:12
Kan Andrey
Рет қаралды 55 МЛН
NOGA PAHAROR ৷ ZUBEEN GARG ৷ SEKHAR JYOTI GOSWAMI ৷ GITANJALI BORKOTOKY BHAGAWATI ৷
6:11
Gitanjali Borkotoky Bhagawati Official
Рет қаралды 22 М.
SILAA | ZUBEEN GARG | Album : SILAA
5:35
Dhwani Records
Рет қаралды 26 МЛН
Jakone, Kiliana - Асфальт (Mood Video)
2:51
GOLDEN SOUND
Рет қаралды 5 МЛН
Минаева - Шоколадка
2:49
Gazgolder
Рет қаралды 712 М.
Janona
4:09
Release - Topic
Рет қаралды 2 МЛН
Bakr x Бегиш - TYTYN (Mood Video)
3:08
Bakr
Рет қаралды 1,4 МЛН
akimmmich (feat. Turar) - UMYTTYŃ BA?| official lyric video
2:54
akimmmich
Рет қаралды 1,8 МЛН