হেলমেট নিপিন্ধাৰ বাবে বাইকৰ ছাবি কাঢ়ি লৈছে নেকি আৰক্ষীয়ে? তেন্তে কি কৰিব আপুনি?

  Рет қаралды 264,883

Asom Live 24

Asom Live 24

Күн бұрын

Пікірлер
@mamonichetia306
@mamonichetia306 Ай бұрын
আপুনিও দেউতাৰ দৰে অনুভূতি শীল,ভাইটি ভগবানে তোমাক কুশলে ৰাখক ।তোমাৰ দৰে মানুহৰ বহুত প্ৰয়োজন আজিৰ অত্যাচাৰী সমাজখনত।
@SwapnaDutta-he3xb
@SwapnaDutta-he3xb Ай бұрын
Bharygoodcomant
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI Ай бұрын
Assam police husier, Assam policok afraied nokorib.
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI Ай бұрын
Assam police sur gunda lunthonkari
@Jonomotwithanju
@Jonomotwithanju Ай бұрын
❤❤❤❤❤❤❤❤❤❤
@JibeswardasJibeswardas
@JibeswardasJibeswardas Ай бұрын
Video kora baido joni loi ধন্যবাদ ❤
@ASSAM-u9q
@ASSAM-u9q Ай бұрын
MGBU for good health 👍💯. Baido
@KamaleswarKarta-oc4xi
@KamaleswarKarta-oc4xi Ай бұрын
T😢​@@ASSAM-u9q
@KanuKanu-e5q
@KanuKanu-e5q 29 күн бұрын
Kukur
@pramodGogoi-jy8gc
@pramodGogoi-jy8gc 28 күн бұрын
@@KanuKanu-e5q .........
@kishorekalita6735
@kishorekalita6735 Ай бұрын
ধন্যবাদ চাহনৱাজ চাৰ ইমান খিনি information দিয়াৰ বাবে
@akashchoudhury3
@akashchoudhury3 Ай бұрын
Akdm 100% right kotha koise...❤
@rebasaikia7452
@rebasaikia7452 Ай бұрын
সুন্দৰ সাক্ষাৎকাৰ,বহুত জানিব লগীয়া কথা, ধন্যবাদ
@thaneshwaribrahma5128
@thaneshwaribrahma5128 Ай бұрын
Akol gundae nohoi hi ajan dokaiti gengor sorder
@thaneshwaribrahma5128
@thaneshwaribrahma5128 Ай бұрын
Ene kua dokaitor logot kon maie hongher khai ase no pagol lompot geng lider borbora kola bora saul
@thaneshwaribrahma5128
@thaneshwaribrahma5128 Ай бұрын
Bharģop mins nikristo papisto
@ChetiyaPanging
@ChetiyaPanging Ай бұрын
Kela manutuk dekiley gaer num utija mur
@ratuldas4335
@ratuldas4335 28 күн бұрын
বহুত ভাল কথা কৈইছে❤❤
@BinandraMoran
@BinandraMoran Ай бұрын
আপোনাৰ লোকক দুয়োজনৰ বহুত বহুত ধ্যনিয়বাদ জনালোঁ
@cyclestunnergreenboy1403
@cyclestunnergreenboy1403 Ай бұрын
Dhonnyobad vl dre likohok aru diok sir
@puspapran6923
@puspapran6923 Ай бұрын
advocate জনৰ কথাবোৰ ভাল লাগিল। আপোনাক ধন্যবাদ জনালো।
@akhtarhussain7614
@akhtarhussain7614 Ай бұрын
বহুত সুন্দৰ তথা সময়োপযোগী কথা দাঙি ধৰিলে দাদা 🙏
@samudradeka1830
@samudradeka1830 Ай бұрын
New generation আহি গল পুলিচ ৰ বেয়া দিন আহিছে
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI Ай бұрын
Policok bhay nokorib, harasment korile tar nak bhangi dib
@assam8117
@assam8117 Ай бұрын
My chance
@Jonomotwithanju
@Jonomotwithanju Ай бұрын
😂😂😂😂😂😂😂
@thecreep1712
@thecreep1712 Ай бұрын
​@@SAILENDRAPRASADGOSWAMI😂 naak bhangi dile ki ki case lagi jbo jane ne.... apuni..... enei ji ti cmnt dile nhoi tu
@DayalHaloi-k3c
@DayalHaloi-k3c 27 күн бұрын
Yes ami ahesu ar bhul nokorele kako voi nokoru bhai❤hat❤❤
@kapilray3529
@kapilray3529 Ай бұрын
You are right sir
@AngelinaDas-r8e
@AngelinaDas-r8e Ай бұрын
আপোনাৰ নিচিনা সৎ সাহস থকা‌ মানুহ এজন আমাক লাগে, আপুনি আমি নজনা কথা কিছুমান বুজাই দিয়াৰ বাবে ধন্যবাদ ।
@B-Towns
@B-Towns Ай бұрын
ভাল লাগিল । কিছু নজনা কথা জানিলো ❤
@DebojitRajkonwar-s7g
@DebojitRajkonwar-s7g Ай бұрын
Police চাকৰি পাইছে ভাল কথা চাকৰি পোৱা পিছত instagram reels বনাই নিজকে hero যেন লাগে আজি generation
@73397
@73397 Ай бұрын
টকা চুবলে নোপোৱা বোৰে টকা চুবলে পাই নিজকে বহুত উপৰত উঠিলো বুলি ভাবে ।
@ProdipDas-hn7hk
@ProdipDas-hn7hk Ай бұрын
Sir kotha bilak right
@pabanbaishya176
@pabanbaishya176 Ай бұрын
দাদা আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ ভাল লাগিল
@tulandoley3921
@tulandoley3921 Ай бұрын
মূখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদ আছে। আপুনি/মই কয় লাভ নাই।
@munmibhuuan547
@munmibhuuan547 Ай бұрын
ঘূছ নিদিলে কেচ সামাধা কৰি নিদিয়ে থানা লৈ এশ বাৰ যাব লাগে দুখীয়া সকল ।
@AtikurRahman-zj4ml
@AtikurRahman-zj4ml Ай бұрын
Right
@sanjubasfor8576
@sanjubasfor8576 Ай бұрын
True
@DebashriDas-e4n
@DebashriDas-e4n 29 күн бұрын
Hoi akdom right kotha koisa
@godhyperx4155
@godhyperx4155 27 күн бұрын
Bohut bohut bhal lagil aapunalukor tothyabelak deyar babe.
@sadhanasultanajehirblogs4600
@sadhanasultanajehirblogs4600 Ай бұрын
Very Very Strong Good Speech Sir. Anedhoranar Police Officer pora Raie ki Niyai Pab? Respecte CM Sir bare bare koi thoka khuni asu Police aru Raijor majat bhal khu khamkar rakhib dise. Raijor logat bhal biboyhar kora kothu CM Sir koise. Video kora karone Khasa kotha khini ulai poril. Nohale misa koi fasi gol hoi. Amaru bhoyi lagise. Logat Cemera fiting kori he bahir loi ulab lagib. Thank you sir.
@UtshabTalukdar
@UtshabTalukdar Ай бұрын
Advocat ডাঙৰীয়া সুন্দৰ কথা কৈছে।আগলৈ আহিব।
@anly.kushal
@anly.kushal Ай бұрын
Moi ai dada jonor kotha bur bohut val lage I love you sahnabaj .......da ❤❤❤❤❤❤❤
@narayanrajbongshi3443
@narayanrajbongshi3443 Ай бұрын
এটা কথা কিন্তু সঁচা উকীল বোৰে কিন্তু সাধাৰণ মানুহৰ পৰা টকা লবলৈ কত লিখা আছে সেইটো নিজৰ Section হয়
@BirobalKumar
@BirobalKumar Ай бұрын
You are right sir.
@vimaldeepkashyap3441
@vimaldeepkashyap3441 Ай бұрын
পুলিচৰ যিমান দাদাগিৰি হৈছে কিন্তু এতিয়া কলিযোগ চাঞ্চ পালেই কিন্তু এদিন এনে সময় ভূক্তভোগী জনে দগৰা দিব। চাইদ মে পানী মিলেগা লেকিন দেনেৱালা কই নেহীমিলাগা॥
@Krishnasonowalkk9085Ks
@Krishnasonowalkk9085Ks Ай бұрын
ভাৰগৱ বৰবৰা নামৰ পুলিচ বিষয়া জনে সেইদিনা ড্ৰাস্ক লৈছিল নেকি বা আগে পিছে লয় নেকি পৰিক্ষা কৰিব লাগিচিল৷আৰু পুলিচে যদি বাটে পথে যদি মানুহক মাৰপিট কৰে তেতিয়া জনতাই বা সেই ঠাইত উপস্থিত থকা লোক সকলে সেই আৰক্ষী জনক প্ৰত্যাক্ৰমণ কৰিব পৰা ব্যৱস্থা কৰিব নোৱাৰি নে?
@assameseboy2264
@assameseboy2264 Ай бұрын
থানা সমূহত দেখোঁ কলা Cot পিন্ধা আপোনাৰ দৰে বাম উকিল বিলাকহে বেছি দেখা পোৱা যাই Case Number বিচাৰি হাঁহি হাঁহি police ক তেল মাৰা😂😂
@bhaskarsaikia1236
@bhaskarsaikia1236 Ай бұрын
😂😂😂
@bitupongogoi9098
@bitupongogoi9098 Ай бұрын
Main dalal advocate kitai
@RubulDohutia
@RubulDohutia Ай бұрын
Hosa kotha sob eipithi hipithi enai dialogue Baji atiya….Pasot goi policeA jimn poisa khai UkilA tatkoi besi poisa khai amuk tamuk koi koi…jot case 2-3 bar manot hekh hobo eihoty 10-20 mn oha jua korai court t
@kangkandas796
@kangkandas796 Ай бұрын
Really
@physicalsports6863
@physicalsports6863 28 күн бұрын
Right
@nmmalakar6579
@nmmalakar6579 Ай бұрын
Court ত case এটা কৰিলে চাবাচোন 100জনৰ kimanjon উকীল কিমান ভদ্ৰ/অভদ্ৰ,,টকাৰ প্ৰতি যে সিহতৰ যে একো লোভ নাই।এটকা পইচা খৰছ নকৰাকৈ সিহঁতৰ কাষ চাপিব পাৰি।
@dipankarlahanlahan5441
@dipankarlahanlahan5441 Ай бұрын
এইবোৰ news ভাইৰেল হ'ব লাগে।
@mindrefresh715
@mindrefresh715 Ай бұрын
OC ৰূপত তেওঁৰ আচল চৰিত্ৰ বহিঃপ্রকাশ কৰিছে। সচাঁ কথা পুলিচে দুৰ্বল জনসাধণৰ ওপৰত বেছিকৈ প্ৰয়োগ কৰা দেখা পোৱা যায়। আমি ভাৰতীয় সংবিধান খন অধ্যয়ন কৰটো প্ৰয়োজন। পুলিচে, পুলিচৰ বিষয়া অনুসন্ধান কৰাটো হাঁহি উঠা কথা । কিমান নিৰপক্ষতা!!!?
@bitupanboruah8255
@bitupanboruah8255 Ай бұрын
Ok
@girinkalita7134
@girinkalita7134 Ай бұрын
সুন্দৰ দাদা 🙏
@NijuBarman-jj7mb
@NijuBarman-jj7mb Ай бұрын
Advocate misak xosa kore, aru police a xosak misa kore😂😂
@RubulDohutia
@RubulDohutia Ай бұрын
2 tai bohut danger Police jodi ek nombari Ukil 10 nambori Dalal
@rockerzz6721
@rockerzz6721 26 күн бұрын
Hosaa
@PradipSarkar-uu2ks
@PradipSarkar-uu2ks 20 күн бұрын
Bhal lagil sir apunar kotha khuni
@pravachutia931
@pravachutia931 Ай бұрын
পুলিচ উকিল একেই, ধৰিব নোৱাৰি, জুক
@rafikulali7337
@rafikulali7337 22 күн бұрын
সুন্দৰ আলোচনা।
@HarmonsingEngti
@HarmonsingEngti Ай бұрын
You're right sir.
@safijurhussain5734
@safijurhussain5734 Ай бұрын
You are Great man brother bhut besi nojona kotha ru important kotha janilu aji thank u so much❤
@joyasdeori6604
@joyasdeori6604 Ай бұрын
লাচিত সেনা কত গ'ল ? একো পদক্ষেপ লোৱা নাই কিয় ?
@RameshDeka-x6h
@RameshDeka-x6h Ай бұрын
Thankyou Dada.❤ You are Right.👍
@RajHajarika
@RajHajarika Ай бұрын
তুৰে মোৰে কাজিয়া পুলিচ উকিলৰ হাজিৰা
@madhuborah5779
@madhuborah5779 Ай бұрын
Wahhh comment 2 pohi bhal lgil🤣🤣
@sabanlomga4425
@sabanlomga4425 Ай бұрын
😅😅😅😅😅😅
@BikiBoro-x2c
@BikiBoro-x2c Ай бұрын
মাননীয় উকিল মোহদয় আৰু অসম লাইভ ২৪ৰ মাননীয় ডাঙৰিয়া আপোনালোকক দুই জনকো বহুত বহুত ধন্যবাদ থাকিল।
@NayanDoley-y7j
@NayanDoley-y7j Ай бұрын
পুলিচ বোৰ আচলতে আইনৰ জ্ঞান বহুতৰে নাই ।
@gilivergiliver5893
@gilivergiliver5893 Ай бұрын
Akdm hundred percent kotha koisa (Sir)
@bipulsaikia7415
@bipulsaikia7415 Ай бұрын
সচা কথা সেই মানখিকতা বিহিন পুলিচটোক চাকৰিৰ পৰা একেবাৰে খেদি দিব লাগে চাৰ।ম‌ই আপনাক অনুৰোধ কৰিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏। ।
@HorishDoley-pg7fg
@HorishDoley-pg7fg Ай бұрын
Ukil dadaloi bohut bohut Dhanyabad jasilu.... Nojona kisu Kotha Janibo diyar babe....
@Jonomotwithanju
@Jonomotwithanju Ай бұрын
❤❤❤❤❤❤❤❤
@atulregon6841
@atulregon6841 Ай бұрын
পুলিচৰ ওপৰত তদন্ত্ৰকাৰী দলটো হ'ব লাগে দল সংগঠনৰ পৰা এজনকৈ প্ৰত্যেক ৰাজনৈতিক দলৰ এজনকৈ সমাজ সেৱক/ বুদ্ধিজীৱি সকলৰ পৰা লৈ গঠন হ'ব লাগে।
@bitudutta3214
@bitudutta3214 Ай бұрын
Right kotha koisa...
@tulandoley3921
@tulandoley3921 Ай бұрын
থানা হ'ল অসম আৰক্ষী নিজৰ ঘৰৰ হিচাপে আজি দিনত ব্যৱহাৰ কৰা হয়।
@LAWRENCE-f5t
@LAWRENCE-f5t Ай бұрын
Love you dada❤❤
@GambhesearDohutia
@GambhesearDohutia 23 күн бұрын
অসম পুলিচৰ বৰ্বৰতা অধিক হৈছে। তাৰবাবে ৰাইজক সজাগ কৰিবলৈ সচেতনলোকে এনেদৰে আগবাঢ়ি আহিলে ভাল লাগে ।
@parismitamudoi885
@parismitamudoi885 Ай бұрын
Advocate bilaku kom nhi baru 😂😂😂
@rohitpator6572
@rohitpator6572 Ай бұрын
You are saying so right
@manirulhussan1571
@manirulhussan1571 Ай бұрын
, নকৰা কাম কৰাই আৰক্ষী মাৰি মাৰি মিছা কথা স চা কব দিয়ে এই 100%স চা
@ndnabajyoti
@ndnabajyoti 29 күн бұрын
Val lagil dadar kotha khini khuni kane ❤️🙏🙏
@Rajaborgohain47
@Rajaborgohain47 Ай бұрын
Thank for this sir❤
@MosumiKormkar-wh1ez
@MosumiKormkar-wh1ez 25 күн бұрын
Val kotha koise dei dada 👌
@LakhimaiBorah100
@LakhimaiBorah100 Ай бұрын
বহু ত ভাল লাগিছে আপোনাৰ কঠা ❤❤❤❤
@sahabuddinahmed-mp3hu
@sahabuddinahmed-mp3hu Ай бұрын
মই এজন ব্যৱসাই । কামৰূপ জিলাৰ ক্ষেত্ৰীত থানাত মোক গৰু বেপাৰী কেছ দি থৈছে লুটোপ দাস নামৰ এজন 2nd oc, মুছলিম হোৱাটো মোৰ অপৰাধ আছিল বুলি ভাবি পুলিচ ৰ উপৰত মান হানি কেছ নকৰিলোঁ। কাৰণ CM sir ও মুছলিম বিৰোধী হয়
@dulutalukdar1462
@dulutalukdar1462 Ай бұрын
সুন্দৰ কথা কৈছে আপোনালৈ বহুত ধন্যবাদ। ভাৰ্গব বৰবৰা টো এজন পুলিচ নহয় খাকি পোছাকৰ সহায় লৈ গুণ্ডগীৰি কৰিছে
@suabongcvlogs606
@suabongcvlogs606 Ай бұрын
Ur right 👍
@ManishaLama-u6w
@ManishaLama-u6w Ай бұрын
Thankyou bujhe paise sar
@theedgeshow3628
@theedgeshow3628 Ай бұрын
এই পুলিচটোৰ দৰে তহঁটি উকীল মখা কম নহয়..........পইচা লৈ case এটা দবোৱা তহঁততকৈ ভালকৈ আৰু কোনে জানে....পুলিচ কেইটাই বাৰু সাধাৰণ মানুহ ক মাৰে মানি লৈছোঁ কিন্তু তহঁত পইচালৈ দুখী কেইটাকো মুকলি কৰিব বিচাৰে......গতিকে তহঁতৰ ওপৰতো মোৰ বিশ্বাস নাই.....
@FSN-v5c
@FSN-v5c Ай бұрын
Atia tur mote ki koribo Lage...
@theedgeshow3628
@theedgeshow3628 Ай бұрын
নিজেই সংযম হওক......পুলিচক সুযোগ নিদিব আপোনাক অপব্যৱহাৰ কৰাৰ.......বাইকখন লৈ ওলাই যাওঁতে হেলমেট পৰিধান কৰক.....তেতিয়া আপোনাক নৰখাই........আৰু no-parking আছে যদি তাত গাড়ীখন কিয় ৰখাব লাগে....... চেকিং বহিছে সহযোগ কৰক তাতে যদি বিল্লা দেখাই আগবাঢ়ি যাব কিবা এটাটো হবই.......আজি বাৰু মানি লৈছোঁ ভিডিও আছিল বাবে oc জন ফচিল.... যদি থানাত নি তাক কিবা কৰিলে হয় তেতিয়া.......
@IdulHaque-x7h
@IdulHaque-x7h 21 күн бұрын
Thanks to the information sir 😄
@manirulhussan1571
@manirulhussan1571 Ай бұрын
দুখীয়া মানুহক বেছিকে মাৰে আৰক্ষী
@Jshs-s6n
@Jshs-s6n 29 күн бұрын
Sahanhaj sir gd val lgil apunar ktha xuni❤❤❤❤❤❤
@rupakhazarika2325
@rupakhazarika2325 Ай бұрын
Good Discuss
@hemantaborah3282
@hemantaborah3282 Ай бұрын
Val kotha koise dada jone
@Him4realgaming
@Him4realgaming Ай бұрын
Right 👍👍👍 dada
@jitdoley6447
@jitdoley6447 Ай бұрын
Apuni tike koisa sar👍👍👏👏✌✌🤟
@demon_slayer141
@demon_slayer141 Ай бұрын
তাৰ নিচিনা গুণ্ডাটোৰ কাৰণে সাধাৰণ মানুহেই কাফি, ৰাস্তাত যেতিয়া পাব্লিক ধুলাই খাব ,তেতিয়া সি গম পাব। ক্ষমতাই মূৰত ধৰিছিল ,বাৰু পাখি অৱশেষত চিগিল।😅 নতুন প্ৰজন্ম সক্ৰিয় হৈছে, আশা কৰোঁ সকলোঁ পুলিচ বিষয়া,কৰ্মীয়ে মানুহৰ মাজত মাটিৰ মানুহ হিচাপে থাকি সেৱা আগবঢ়াই যায় , এইবোৰেই পুলিচৰ প্ৰতি মানুহৰ সন্মান বৃদ্ধি কৰিব।
@AbdulRashid-w5q
@AbdulRashid-w5q Ай бұрын
বহুত সুন্দৰ দাদা ❤
@qwcgrtyiopzx6xc
@qwcgrtyiopzx6xc Ай бұрын
এখন বেইল পিতিচন মাৰি মক্কেলৰ পৰা ৫০ হাজাৰৰ পৰা কেইবালাখো টকা দাবী কৰা উকিল ৰূপি এইবিলাক দালালে মানুহক উচটাই জোল খাবলৈ বিচাৰি থাকে । ভূক্তভূগিয়ে গম পায় কলাকোট পিন্ধা উকিল কি বস্তু হয় ।
@binoddeka2947
@binoddeka2947 Ай бұрын
এই মন্তব্য টো আগ বঢ়াবলৈ আপোনি অসম পুলিচৰ ওচৰত কিমান টকাত বিক্ৰী গ'ল।
@Gautam_Assam
@Gautam_Assam Ай бұрын
আপোনাৰ দৰে মানুহৰে সংবিধান পঢ়াটো বেছি জৰুৰী বুলি ভাবো । Article 21 Right tu Privacy বিনা কাৰণত কোনো অপৰাধ নকৰাকৈ আপোনাৰ ব্যক্তিগত তথ্য কোনেও লব নোৱাৰে আপোনাৰ মোবাইল টো পুলিচ এ ছেক কৰিব নোৱাৰে। Article 22 যদি কোনো ব্যক্তিক ইচ্ছাকৃতভাৱে আটক কৰা হৈছে, তেন্তে তেওঁক তিনি ধৰণৰ স্বাধীনতা প্ৰদান কৰা হৈছে - ১.বন্দী কৰাৰ কাৰণ বুজাব লাগিব, ২/ ২৪ ঘণ্টাৰ ভিতৰত ( অহা যোৱা সময়ৰ বাহিৰে) ) তেওঁক দণ্ডাধীশৰ আগত হাজিৰ কৰাব লাগিব, ৩/ তেওঁৰ পছন্দৰ উকীলৰ পৰা পৰামৰ্শ লোৱাৰ অধিকাৰ থাকিব । Article 19 দেশৰ যিকোনো অঞ্চলত চলাচলৰ স্বাধীনতা। ১৮ বছৰ প্ৰাপ্ত বয়স্ক ল'ৰা ও ছোৱালীক ঘুৰি ফুৰাত কোনো ধৰনৰ বাধা প্ৰদান কৰিব নোৱাৰে। Motor Vehicles Act 1932 এজন বিষয়াই আপোনাৰ গাড়ীৰ চাবি জোৰকৈ কাঢ়ি লোৱাটো অবৈধ । এজন কনিষ্টবলে নিজেই গাড়ী ৰখাই ড্ৰাইভিং লাইচেন্স আৰু অন্যান্য নথি-পত্ৰ পৰীক্ষা কৰিব নোৱাৰে।এইটো কেৱল উপ-পৰিদৰ্শক বা তাৰ ওপৰৰ পদবীৰ বিষয়াইহে কৰিব পাৰে।ভাৰতীয় ন্যায় সংহিতাৰ ১১৫(২) ধাৰাত স্বেচ্ছাই কোনো ব্যক্তিক শাৰিৰীক ভাৱে কোনো ক্ষতি কৰাৰ চেষ্টা কৰিলে এবছৰ পৰ্যন্ত কাৰাদণ্ড দহ হাজাৰ টকা পৰ্যন্ত জৰিমনা ও কাৰাদণ্ড দুয়োটাই হব পাৰে।
@dipokswargiary1406
@dipokswargiary1406 Ай бұрын
Baba moi eak sini pau.. Mane ukiltuk.. tamam lbl okol policer logot lagibo bisare.. aji u dekhisu helmet nipindha k bike solai goise
@bhaskarsaikia1236
@bhaskarsaikia1236 Ай бұрын
Right
@sibeswarbezbaruah5601
@sibeswarbezbaruah5601 Ай бұрын
Apuni kuwa kotha2 u Misa nhoi bru...krn tr promn ami nijy pai thoisu.
@legend_gaminng
@legend_gaminng Ай бұрын
Video to bahut katha janibo pari khubai vallagil👍👍👍👍👍👍
@jantihira9356
@jantihira9356 Ай бұрын
মই সমূলি নাভাবো .. আৰক্ষী অৰ্থ একচাম আৰক্ষীয়ে নাজানে..তাৰ বাবে এইবোৰ।
@konnath5612
@konnath5612 26 күн бұрын
Khundar katha barta.khundar alusana ❤❤❤❤❤❤❤
@jahirulislam7424
@jahirulislam7424 Ай бұрын
90 % police officer beya
@madhuborah5779
@madhuborah5779 Ай бұрын
90% nohoi 99% hoi
@bijlalakra2259
@bijlalakra2259 Ай бұрын
Bhal kotha koise Sir
@MainuGogoi-h6b
@MainuGogoi-h6b Ай бұрын
Vhal kotha koise dhynabad , vargab Gunda hoi
@manjitmedhi7438
@manjitmedhi7438 Ай бұрын
Thanks to Mr. Sahnawaj sir
@kandarpadeka109
@kandarpadeka109 Ай бұрын
Kola kot pindha keijon mohaporukhar mote plice nholeo hoi.xob courte bixar Koriba.kola kot pindha keijone ghosa namare but ehote beya koi ghor dhangkha huwa koi kolomere mare..kola kot pindha keijon Kola kotta hoi
@NomiNath-y6i
@NomiNath-y6i Ай бұрын
Bahut bahut val lagil apunar klothai mor bahut xahokkh ahil
@angelpiya1068
@angelpiya1068 Ай бұрын
ধৰক পুলিচে চেকিং বহাইছে। আৰু আপুনি চেকিংত নৰখি পলাই গ'ল। তাৰ আগৰ চেকিংতো পলাই গ'ল। তেতিয়া পুলিচৰ খং উঠিব নে? তেওঁক চোৰ বা উগ্ৰপন্থী বুলি পুলিচে নিশ্চয়কৈ ভাবিব। তাৰ পিছত আপুনি কনিষ্টবল এজনক খুন্দিয়াই দিওতে আপোনাৰ বাইক পৰি যোৱাত OC আৰু দুজন কনিষ্টবলে আপোনাক ধৰিলে। আপোনাৰ বেগত বোম থাকিবও পাৰে। আপুনি সেইজন ব্যক্তি হ'লে পুলিচৰ পৰা কি আশা কৰিলে হেতেন?? এইফালে ২৭ তাৰিখে আলফাৰ প্ৰতিষ্ঠা দিৱস!! কাৰো মুখত লিখা নাথাকে যে তেওঁ ছাত্র নে সাহিত্যিক নে বিষয়া। পিছৰ ফুটেজ হে পালে, আগৰ খিনি পালে ক'লে হেতেন যে আৰু মাৰ দিব লাগিছিল
@bedonadas4833
@bedonadas4833 Ай бұрын
Bhal lagil,nojona aru nubuja khiniu,jonar logote bujilu
@rekhamoniPhukon-u9e
@rekhamoniPhukon-u9e Ай бұрын
কবিতা লিখিলে গছ কটাত বাধা দিলে গ্ৰেপ্তাৰ কিন্তু কৰিব ই
@pagalm-rk5xy
@pagalm-rk5xy Ай бұрын
Val lagil bujai diya karone
@yourvedio7293
@yourvedio7293 Ай бұрын
Arrest hoise ne nai
@Rosulmiahrsl
@Rosulmiahrsl Ай бұрын
Very very good advice, thank you sir
@moniboro2435
@moniboro2435 Ай бұрын
Yes. Right. Ay. Bandor ..r. Puwali. Tuk. Moi. Jontu buli. a. Kou. He. ata. Gunda
@probinpuwali1656
@probinpuwali1656 28 күн бұрын
মাননীয় মুখ্যমন্ত্রী মহোদয় আমাৰ public ৰ ফালৰ পৰা আপোনালৈ এটাই অনুৰোধ যে bhargav borborua ৰ দৰে এজন পুলিচ বিষয়াক অতি সোনকালে চাকৰিৰ পৰা বহিষ্কাৰ কৰে যেন । 🙏
@anishaparbin3888
@anishaparbin3888 Ай бұрын
Ok Gunda😂😂😂
@chandandutta3186
@chandandutta3186 Ай бұрын
Toi Kak gunda koisa, matha pagal neki tor? Lawyer tu dekhon thikei katha koise
@RajuDas-t4d
@RajuDas-t4d Ай бұрын
Thik koisa dada❤❤❤❤
@susantamondal1600
@susantamondal1600 25 күн бұрын
thik kotha koise dada
@DevajitDoley-n4b
@DevajitDoley-n4b 29 күн бұрын
গুন্দা ৰাজ
@huntusingingstar781
@huntusingingstar781 22 күн бұрын
100% সত্য, মোৰ লগত ও অন্যাই হৈছিল মোৰ এটা এ ভুল আছিল মই তেঁওলোকে কৰা অন্যাই বিৰুদ্ধে মাত মাতিছিলোঁ যাৰ এজন si প্ৰতিশোধ ললে
@jogamayapatgiri8342
@jogamayapatgiri8342 29 күн бұрын
ভাল কৈছে চাৰ। এৰেষ্ট কৰিব লাগে পুলিচ অফিচাৰ জনক। ইমান দোষ কৰাৰ পিছত তো এৰেষ্ট কৰা নাই পুলিচ জনক তেতিয়া হ'লে পাব্লিকে কেনেকৈ ষ্টেপ লব ভয় থাকিবোই পুলিচলৈ। পুলিচে পুলিচ ক সহায় কৰি আছে এনেকৈ কেতিয়াও ঠিক নহ'ব পুলিচ। মুখ্য মন্ত্ৰী চাৰে ষ্টেপ নললে এনেকৈ চলিয়ে থাকিব পাব্লিক ক অত্যাচাৰ।
@dhirenborah621
@dhirenborah621 Ай бұрын
আমি নজনা কথা আপোনি কলে এতিয়া আমি বোজিলো আৰু আপোনি কোৱাৰ কাৰনে বহুত বহুত ধন্যবাদ থাকিল।
@khogenkhogen4696
@khogenkhogen4696 Ай бұрын
Akdom hosa kotha.
@monojroy701
@monojroy701 Ай бұрын
Right kotha❤
@tutugogoi7677
@tutugogoi7677 Ай бұрын
Dhanybad adhi bakta sir apunar kotha huni
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 81 МЛН
Try this prank with your friends 😂 @karina-kola
00:18
Andrey Grechka
Рет қаралды 9 МЛН
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 81 МЛН