Рет қаралды 15,936
🟥 হত্যাৰ ভাবুকিৰ সন্মুখীন প্ৰৱঞ্চক স্বপ্ননীল দাসৰ বিৰুদ্ধে গোচৰ তৰা আশ্ৰাফুল হক নামৰ যুৱকজন
🟥 WhatsAppত দিছে হত্যাকে ধৰি ভিন্ন ধৰণৰ ভাবুকি
🟥 ভাবুকিৰ সন্মুখীন হৈছে স্বপ্ননীল দাসৰ চক্ৰৰ যোগেদি
🟥 ইফালে ভুৱা অনলাইন ট্ৰেডিং চক্ৰৰ জালত পৰি কেনেকৈ সৰ্বস্বান্ত হৈছে হাজাৰ-বিজাৰ লোক সেইয়াও ক'লে আশ্ৰাফুল হকে
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/