হিমন্তৰ ভেটিত খহনীয়া!

  Рет қаралды 12,303

NE TALKS

NE TALKS

28 күн бұрын

হিমন্তৰ ভেটিত খহনীয়া! বিজেপি এৰিব বহু সাংসদ বিধায়কে

Пікірлер: 42
@rakashdas9087
@rakashdas9087 25 күн бұрын
নিজকে ৰজা বুলি ভাবে চাৰে সেইকাৰনে নিজৰ সতিৰ্থই বিদ্ৰোহ আৰম্ভ কৰিছে আজিৰ দিনত কাক কোনে মানিব
@user-hg3di5bz7w
@user-hg3di5bz7w 25 күн бұрын
আৰম্ভ কৰক আমি ৰাইজ আঙুলি লৈ সাজু হৈ আছো ভোট দিৱলৈ।
@inglishvlogs1015
@inglishvlogs1015 25 күн бұрын
কংস মামাৰ বুদ্ধিয়ে কাম নিদিব নেকি?
@hemantaborgohain4493
@hemantaborgohain4493 25 күн бұрын
এইজনা মূখ্যমন্ত্ৰীয়ে আজিলৈকে কোনো বিভাগীয় মন্ত্ৰীকে স্বাধীনতা নিদিলে ।
@BaserAli-up1mz
@BaserAli-up1mz 25 күн бұрын
Good News
@arpitadutta9888
@arpitadutta9888 25 күн бұрын
Good Good Good
@AASaikia
@AASaikia 25 күн бұрын
CM of Assam is a dictator major people dislike him.
@puspadhardowarah1932
@puspadhardowarah1932 25 күн бұрын
বামুণ যদি ৰজা হয়;ধ্বংস হোৱাখাটাং।ক্ষত্ৰিয়ইহে দেশ চম্ভালিব পাৰিব।যধেমধে মানুহবোৰ ললেও নহব;কমেও ১০ বছৰৰ বাবে টিকেটৰ দাবি কৰিব নোৱাৰিব।মহাভাৰ খন নেতাবোৰে যেন জনতাৰ ওপৰত নিদিয়ে।কংগ্ৰেছে কাকো মাতি নানিব।নিজে আহিলেও টিকেটৰ দাবি নৰজিব।কংগ্ৰেছৰ নেতাবোৰে প্ৰথমে আলোচনা কৰি লওক।
@gutungdipakpegu2134
@gutungdipakpegu2134 25 күн бұрын
মৃত্যুৰ আৰু নৰক পথৰ পৰা ঘূৰি আহিব বিচাৰিছে , কাৰণেই স্বাগতম জনাইছো ।
@pgoswami5378
@pgoswami5378 15 күн бұрын
এইখনেই খেলা চলি থাকিব। কিছুমানে বিজেপিলৈ যাব আকৌ আন কিছুমানে কংগ্ৰেছলৈ যাব। ৰাজনীতি চলি থাকে মানে অহাযোৱা চলিয়েই থাকিব। কিছুমানে অনুশোচনা কৰিব,আন কিছুমানে বৰ বৰ কথা কব,ৰাজভোগ কৰিব।
@jibongogoi6940
@jibongogoi6940 24 күн бұрын
বহুত ভাল খবৰ l বি জে পি ৰ ভেটিত তিতা লাও গজিব l
@mrinmoychakraborty8426
@mrinmoychakraborty8426 25 күн бұрын
মামাৰ আঙুলিৰ ঠাৰত নাচি থাকিবলৈ একো দৰকাৰ নাই। যত নেকি সকলো সিদ্ধান্ত মামাই লয়। বাকি মন্ত্ৰী বিধায়ক কেইজনৰ একো বাক স্বাধীনতা নাই তাত থাকি কি লাভ।
@Rubulhussain-nl5tv
@Rubulhussain-nl5tv 25 күн бұрын
Good ❤❤❤❤
@daslk228
@daslk228 25 күн бұрын
Very hood
@user-of4yf2pu7w
@user-of4yf2pu7w 25 күн бұрын
Good news👍
@sonalisenguota176
@sonalisenguota176 25 күн бұрын
Mozaaaaaa
@AlomUddin-sy2pb
@AlomUddin-sy2pb 25 күн бұрын
সানেয়াল,, দাদার, একন,, দরকার,, মামায়,, সামালদিতে,,,,, ,,
@LEADInimical
@LEADInimical 24 күн бұрын
Himanta nakandiba 😂😂
@user-iz4sr6co7r
@user-iz4sr6co7r 4 күн бұрын
Moja
@basantakalita5369
@basantakalita5369 25 күн бұрын
Good news 😀😀😀
@user-hy9gv3ob2r
@user-hy9gv3ob2r 25 күн бұрын
বহুত দেৰিকৈ গম পালে লাও যিমানেই ডাঙৰ নহওক সদায়ে পাতৰ তলত। মন্ত্ৰী যিমানেই ক্ষমতাশালী নহওক ২০২৬ চত আশনৰ তলত হব!
@dipankarkhargharia9952
@dipankarkhargharia9952 25 күн бұрын
RAJIB BHOBON BIBAH BHONON NOHOI NI
@khlokendrojitsingh8728
@khlokendrojitsingh8728 25 күн бұрын
👍👍👍👍👍👍👍👍👍👍👍👍👍👍
@jibonjyotidutta622
@jibonjyotidutta622 25 күн бұрын
Nice
@dhritisarma1069
@dhritisarma1069 23 күн бұрын
Imman kio siorahe
@dipondas1098
@dipondas1098 25 күн бұрын
Piyaz aru mallo thakilei hobo himu dar logot
@user-mo9wi4gc4m
@user-mo9wi4gc4m 25 күн бұрын
bamun k jodi dekh solai ,,hei dekhor rokhatole jowatu khaatang..
@user-mo9wi4gc4m
@user-mo9wi4gc4m 25 күн бұрын
mama nahe nki?
@BaserAli-up1mz
@BaserAli-up1mz 25 күн бұрын
Mukhaya montri nijoke Roja buli babe
@mkumar9658
@mkumar9658 25 күн бұрын
অশোক শৰ্মা গুৰুত্বপূৰ্ণ ব্যক্তি । বাকীকেইজনৰ কাম নাই
@user-ce3gk7vd7z
@user-ce3gk7vd7z 25 күн бұрын
ছাউণ্ড clear হোৱা নাই ।
@manojkumardutta8590
@manojkumardutta8590 25 күн бұрын
Teu nijei sob buli kaku patta nidiar fol
@ronjitborah1997
@ronjitborah1997 22 күн бұрын
Tetu fola eri laheke kuasun
@BikashChutiaBikashChutia-kb4rr
@BikashChutiaBikashChutia-kb4rr 25 күн бұрын
ছাৰ কোনো চিন্তাৰ কাকন নাই
@user-hg3di5bz7w
@user-hg3di5bz7w 25 күн бұрын
চিন্তাৰ কাকন নাই দে 😂😂
@indian7083
@indian7083 25 күн бұрын
borhiya
Получилось у Миланы?😂
00:13
ХАБИБ
Рет қаралды 5 МЛН
Amazing weight loss transformation !! 😱😱
00:24
Tibo InShape
Рет қаралды 67 МЛН
Викторина от МАМЫ 🆘 | WICSUR #shorts
00:58
Бискас
Рет қаралды 5 МЛН
कहाँ हैं नीतीश कुमार? | Where is Nitish Kumar?
23:18
Получилось у Миланы?😂
00:13
ХАБИБ
Рет қаралды 5 МЛН