বিজেপি এৰি কংগ্ৰেছী হ'ব নেকি বহু হাইপ্ৰফাইল নেতা? বিজেপিৰ এৰাৰ চৰ্চাৰ শীৰ্ষত কোন কোন?

  Рет қаралды 75,980

News Live

News Live

24 күн бұрын

📌বিজেপি এৰি কংগ্ৰেছী হ'ব নেকি বহু হাইপ্ৰফাইল নেতা? বিজেপিৰ এৰাৰ চৰ্চাৰ শীৰ্ষত কোন কোন? একাংশ সংবাদ মাধ্যম, ছচিয়েল মিডিয়াত চৰ্চিত গৰম খবৰৰ সত্যতা কিমান? চাওক সৱিশেষ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 189
@rekibulhussain2876
@rekibulhussain2876 23 күн бұрын
নিউজ লাইভ মানে হিমন্ত
@sumitddey7705
@sumitddey7705 23 күн бұрын
Right
@dhritirajkashyap1827
@dhritirajkashyap1827 23 күн бұрын
Protidin mane miya Congress i😂😂
@inglishvlogs1015
@inglishvlogs1015 23 күн бұрын
ভাই মিয়া সকল তোমালোকৰ কিছূ ব্যক্তিৰ অপৰাধ প্রবনতা কিয় বেছি হৈছে, অলপ চিন্তা কৰিব, সেইবোৰ অপৰাধীৰ বাবে সৎ অসমীয়া মুছলমান আনকি ভাল অসমীয়া আন ধৰমৰ মানুহো লাজ পাব লগা হয়,
@indian7083
@indian7083 23 күн бұрын
tur maror bush​@@dhritirajkashyap1827
@MukutChudhary
@MukutChudhary 23 күн бұрын
হয়
@papuborgohain8156
@papuborgohain8156 23 күн бұрын
হিমন্তৰ মানুহবোৰৰ বিস্বাস নাই
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 23 күн бұрын
হব পাৰে দেই ।
@user-bq3vt8ot6h
@user-bq3vt8ot6h 23 күн бұрын
মামায়েও এনেকৈয়ে কৈছিল মই বিজেপি লৈ নাজাও 😅😅
@binodsaikia1882
@binodsaikia1882 22 күн бұрын
স্বাৰ্থ লোভি সকল ৰোৱা ভাল।
@daizee4510
@daizee4510 23 күн бұрын
হিমন্তৰ চেনেলত কোনোবাই BJP এৰিম বুলি কব পাৰেনেকি ? হিমন্ত য’ত বিসম্বাদ ত’ত সেইটো চিৰন্তন সত্য ৷
@vandyavlogs
@vandyavlogs 23 күн бұрын
কংগ্ৰেছলৈ আহি চোৰাংচোৱাগীৰি কৰিব ।কোনো ভৰসা নাই এইবোৰৰ।সাবধান ।
@prarinitasaikia4380
@prarinitasaikia4380 23 күн бұрын
আজি হিমন্ত বিশ্ব শৰ্মাই কিবাকিবি পাঠ পঢ়ালে চাগে আকৌ উলতা খৰ মাৰিছা
@ANISURRAHMAN-jg2xk
@ANISURRAHMAN-jg2xk 23 күн бұрын
News Live manei BJP r only positive news tu dibo just aru congress r negative news dibo😅
@mdfoizuddin1790
@mdfoizuddin1790 23 күн бұрын
Yes
@dhritirajkashyap1827
@dhritirajkashyap1827 23 күн бұрын
Protidin mane miya r pukor seleka 😂😂😂😂
@ayangentertainer9975
@ayangentertainer9975 23 күн бұрын
news live u bosabo nuare hemantak..26t
@syedrekib
@syedrekib 16 күн бұрын
Right 👍 ​@@ayangentertainer9975
@puspadhardowarah1932
@puspadhardowarah1932 23 күн бұрын
হয়তো এনেকুৱাও হব পাৰে"যে কংগ্ৰেছলৈ অহাযেন দেখুৱাই চোৰাংচোৱা গিৰী কৰিবলৈ আহিবও পাৰে।গতিকে সাবধান!!
@MukutChudhary
@MukutChudhary 23 күн бұрын
তহতৰ নিউজ বন্ধ হ'ব ৰবা বেছি দিন নাই News Live,r পৰা পলাবৰ হল
@jatinkonwar883
@jatinkonwar883 23 күн бұрын
আহক আমি আদৰি লম I.n.c.
@user-vn7nt1sp2z
@user-vn7nt1sp2z 23 күн бұрын
তহতৰ মাঠা গৰম হৈছি ন বালক নিউজ
@jitubarman6162
@jitubarman6162 23 күн бұрын
এইবোৰ যদি মিছা তেতিয়াহ’লে বাপেৰে সভাপতিক তলব কৰি ৰুদ্ধদাৰ বৈঠক পাতিলে কি উদ্দেশ্যত ৷
@bharatiborah8630
@bharatiborah8630 23 күн бұрын
এতিয়া ইলেকচন গল কাৰো একো কাম নাইকিয়া হল গতিকে এনেকুৱা বাতৰি কিছুমান বনাই মুখ চুপতি মাৰি নাথাকি আৰু কি কৰিব?
@thepoliticalawareness1021
@thepoliticalawareness1021 23 күн бұрын
অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ ৰাইজ জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। কিমান অসমীয়া মানুহ অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা কলিয়াবৰ সমষ্টি চাওক। ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এইবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয়? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব। আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি। অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। নহলে আগতে বাংলাদেশী মূলৰ ভোটত গৌৰৱ জিকিছিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। কাৰণ তেওঁলোকৰ ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। আকৌ কৈছোঁ আমাৰ কথা বিশ্বাস নকৰিব, নিজে data check কৰি বিচাৰ বিবেচনা কৰক।
@PrashantaDihingia-t2g
@PrashantaDihingia-t2g 23 күн бұрын
Bhut hundar ke buji dise .amar rije buji nipua. 850hank kidare Marisil.
@satyajitborah7761
@satyajitborah7761 22 күн бұрын
Hindu Bangladeshi u amar karona bipod .sai bhul tu bjp a korila sai karona bjp tu sas .3 jon mane luti puti khai asa .baki bur barbad
@banjitchangmai4047
@banjitchangmai4047 22 күн бұрын
মাটি বিকি কোনে কৰিলে, miyak
@user-ws1yp1py7q
@user-ws1yp1py7q 23 күн бұрын
ভূৱা বাতৰি প্ৰচাৰ কৰা চেনেলৰ ওপৰত কিয় কেচ নিদিয়ে?
@gutungdipakpegu2134
@gutungdipakpegu2134 22 күн бұрын
Very very good , so welcome to congress .
@manikgogoi7813
@manikgogoi7813 23 күн бұрын
Rajniti r neta kotha biswakh karibo nuwari , jene Rana Guswami , Rupjyoti Kurmi
@deboborah5858
@deboborah5858 22 күн бұрын
এই বিধায়ক সকল যদি কংগ্ৰছলৈ যায়তেন্তে এওঁলোক কিবা লোভত হে যাৱ।
@bhogeswarlahon2325
@bhogeswarlahon2325 22 күн бұрын
উপনিৰ্বাচনৰ খৱৰ নাইদিয়া যে🤣🤣🤣কষ্ট হৈছে চাগে ন'🤣🤣🤣
@AKHTARHUSSAIN-gg9lt
@AKHTARHUSSAIN-gg9lt 21 күн бұрын
Bapre News Live
@jitendrarabha4660
@jitendrarabha4660 23 күн бұрын
অপপ্ৰচাৰ কৰা সাংবাদিকসকলক আইনৰ ওচৰত গোচৰ দিব লাগে৷
@niordutta7815
@niordutta7815 23 күн бұрын
Susanta, rupjyoti hati w tanakoi koisil
@manikgogoi7813
@manikgogoi7813 23 күн бұрын
Hoi oo
@user-mo9wi4gc4m
@user-mo9wi4gc4m 22 күн бұрын
ki koribo paribo bhabesh kalita a..
@user-wm1hn6ie1r
@user-wm1hn6ie1r 22 күн бұрын
কঙগেচ এৰি বিজেপি লৈ যোৱা সকল ক পুনৰ কঙগেচ ত ঠাই দি ব নেলাগে
@budheswarnath6516
@budheswarnath6516 23 күн бұрын
নিউজ লাইভ মানে 😅😊🤓🤪
@hiyaaaaaa_
@hiyaaaaaa_ 22 күн бұрын
এনেকুৱা ফালটু কথা কোৱাটো এওঁ লোকৰ চৰিত্ৰ । কংগ্ৰেছ এৰাৰ আগতে হিম ন্ত ৰাণা গো স্বামী আদিয়েও এনেকৈ কৈছিল ।
@rahulamin659
@rahulamin659 23 күн бұрын
ৰাণা,কমলক্ষ, বসন্ত দাস, বিস্মিতা গগৈ হিমন্ত বিশ্ব শৰ্মাৰ পিয়ন হিচাপে কংগ্ৰেছত আছিল। গতিকে বিজেপিৰ পৰা অহা বিধায়ক কংগ্ৰেছত যোগদান কৰা নিবিচাৰোঁ।
@bishaldas3964
@bishaldas3964 22 күн бұрын
Fews live a bohu kostot ey batoriru poribekhan koribo logiya hoise 🤣🤣🤣
@trishnakalita4154
@trishnakalita4154 19 күн бұрын
News live আপোনালোকে কংগ্ৰেছ মুখী হবৰ হৈছে আৰু। কিয়নো চৰকাৰ কংগ্ৰেছৰ আহি আছে।
@syedrekib
@syedrekib 16 күн бұрын
Aponi xosai koise👍👍
@user-in8vm2el6r
@user-in8vm2el6r 23 күн бұрын
News live aito batori kene k dese baru😅
@ratjatboro4786
@ratjatboro4786 22 күн бұрын
মামা য়ে গেম খেলা আৰম্ভ কৰি দিলে
@dulugohain9151
@dulugohain9151 23 күн бұрын
Bjp tv
@nituali1449
@nituali1449 20 күн бұрын
Welcome
@sonalisenguota176
@sonalisenguota176 23 күн бұрын
Mozaaaaaa, Gaurav gogoi cm hobo next.
@harendas1302
@harendas1302 21 күн бұрын
News live and himnta company
@arzedhussain387
@arzedhussain387 23 күн бұрын
🎉🎉🎉
@madanchandrakarjee2283
@madanchandrakarjee2283 23 күн бұрын
টিকট পোবা আশা নেথাকিলে , ক'ৰবাত আশা পালে , যায়। এইটো সাধাৰণ কথা ।
@user-ro8ih1et5b
@user-ro8ih1et5b 23 күн бұрын
Good
@indianpanorama303
@indianpanorama303 23 күн бұрын
অসমৰ ৰাজনৈতিক নেতা কিছুমান শিয়ালৰ দৰে ধূৰ্ত ।।Badaruddin best leader..
@rmboroofficial9042
@rmboroofficial9042 23 күн бұрын
BJP aribo lage sobe
@M.G.615
@M.G.615 22 күн бұрын
দূৰনীতি, ভ্ৰষ্টাচাৰী, কংগ্ৰেছ এতিয়া ধোঁৱা তুলসীৰ পাত হল নেকি, গঙ্গা জলৰে গা ধোলে নেকি, একনায়কত্ববাদ কংগ্ৰেছ দল কেতিয়াও জয়ী হব নোৱাৰে।
@pompipatgiri
@pompipatgiri 13 күн бұрын
হিমনত।।থকালৈ।।আপোনালোক।।ৰ।বি।জে।পি।ত।কাম। নাই
@user-ec4rt8ij6k
@user-ec4rt8ij6k 21 күн бұрын
Mrinal Saskia should join the congress. He has some ideology, a good gentleman, he is not fit for bjp. I have seen the politics of India, Assam for last 60 years. I am 80, a no party man.......
@KitchenSewali
@KitchenSewali 22 күн бұрын
এইবোৰ নেতা দল এৰিলে বিজেপি দলটোত কোনো প্ৰভাৱ নপৰে কিয়নো এইবোৰ নেতা দলত থাকিলেও 2026 ত টিকট নাপালহৈ। কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে এইবোৰ নেতাই দল এৰিব বিচাৰিছে। 😂
@KiranDoley-um3pw
@KiranDoley-um3pw 23 күн бұрын
দুই নম্বৰী কৰিবলৈ যাব ছাগে😅
@user-mj8ck8xj4z
@user-mj8ck8xj4z 23 күн бұрын
থক খাব যেন লাগে। এয়া নকৰাই ভাল হব যেন লাগে।
@BrajamohanBorah.-gd3hz
@BrajamohanBorah.-gd3hz 23 күн бұрын
Eibur Bhupen Borar xopun.
@dipjyotidas2039
@dipjyotidas2039 23 күн бұрын
Hoine baba xui thak toi
@gh12138.
@gh12138. 11 күн бұрын
Congress❤
@rinkushivam8759
@rinkushivam8759 22 күн бұрын
সকলো মিছা কথা। টকা লৈ চাকৰি দিয়া কংগ্ৰেছ ক কোনেও ভোট দি জয় যুক্ত নকৰে। অলিক কল্পনা মাথোন। আগন্তুক ২০২৬ ত অসমত বিজেপি চৰকাৰে ৰাজ্য শাসন কৰিৱ। কংগ্ৰেছে মেধাৱী ছাত্ৰ সকলৰ জীৱন খাইছে।
@gyanjyotigogoi8902
@gyanjyotigogoi8902 22 күн бұрын
Right 👍
@user-kw1us3zu3z
@user-kw1us3zu3z 3 күн бұрын
Cangest jindabad
@jatinhaloi5877
@jatinhaloi5877 21 күн бұрын
ফুল ফুলিলে হে গন্ধ ওলায় । বাকি বুজি লওক ।
@satyahandique5108
@satyahandique5108 22 күн бұрын
Bhupen bora BJP t Jabo
@gakuldas5327
@gakuldas5327 23 күн бұрын
Godi media
@rajusaikia2328
@rajusaikia2328 21 күн бұрын
উজনিত BJP শেষ হব 26 ত
@sumantadey7718
@sumantadey7718 22 күн бұрын
#Newdlive য়ে বচাব নোৱাৰে পদূম (BJP) ক ।
@C.Barman7
@C.Barman7 22 күн бұрын
Congress zindabad
@WoonMilon
@WoonMilon 23 күн бұрын
Bor bhal kotha nohobo.
@7gc970
@7gc970 23 күн бұрын
ভুপেন বৰা পাগল হল সাংবাদিক কিছুমান পাগল হল ইমান মিছা বাতৰি প্ৰচাৰ কৰিব নেলাগে ।
@RukunAhmed-qj5sw
@RukunAhmed-qj5sw 23 күн бұрын
Rajen gohai aro asuk sarma r kiya interview nalale
@SurenBoro-mv7tq
@SurenBoro-mv7tq 22 күн бұрын
Congressor lacture. School r venture. Cycle r pumpchar. Manuhor cantur. Eibar beya bemar 😂😂
@RukunAhmed-qj5sw
@RukunAhmed-qj5sw 23 күн бұрын
News live r ki hl
@mukutnath1419
@mukutnath1419 22 күн бұрын
So what? No loss to Bjp. People will quit and join.
@ghanashyamtahbildar2108
@ghanashyamtahbildar2108 23 күн бұрын
মাকে সপোনত ক’লে যাব নেকি ?
@Myassammycar14
@Myassammycar14 22 күн бұрын
Sob ahibo bjp ari 2026 r agote next Congress tohote sua selekibi
@RatulBorah-xk6ir
@RatulBorah-xk6ir 23 күн бұрын
এদিন সাংবাদিকৰ আগত হিমন্তইও এনেকৈয়ে উত্তৰ দিছিল
@abdulhannan4575
@abdulhannan4575 22 күн бұрын
News Live mana BJP
@bulbulAxom099
@bulbulAxom099 23 күн бұрын
NEWS LIVE ot BHUPEN BORAH dangariyak dekhilu deii... Ki asorit kotha 🤭🤭🤭..... Riniki k he dekhi thakim okol
@champak8757
@champak8757 23 күн бұрын
Bjp holio congress holio same manuh only party change
@KankanSharma-tb7tf
@KankanSharma-tb7tf 22 күн бұрын
Aborjona bilak komil
@user-kt7ju1ng5g
@user-kt7ju1ng5g 23 күн бұрын
Hosa kotha
@user-yo9hn4md4j
@user-yo9hn4md4j 22 күн бұрын
কংগ্ৰেছে নিদিয়ে সেই সুযোগ | যোৱা বা ৰ পরফুল্ল বলধকো নিদিলে |
@ajaysharma6715
@ajaysharma6715 23 күн бұрын
Miya sarkar Congress sarkar
@user-zv8sv4hp4y
@user-zv8sv4hp4y 23 күн бұрын
সকলোৱে একেলগে ত্যাগ কৰিব লাগে বিজেপিক ! দ'লটো ভাল আছিল. ... কিছুমান গেলা পছা জাৱৰ আহি দ'লটো বৰবাদ কৰি পেলালে ! এনেও 26 ত bjp হাৰিব , যদিহে Leader change নকৰে...!!!
@badansaikia3029
@badansaikia3029 22 күн бұрын
Toi miya sage....bangladesh ja aru miyak voot degoi....eat abul tabul coment nokoribi....tur murt gbr ase naki
@aminulhaque4445
@aminulhaque4445 23 күн бұрын
Bgpr mahnu nlge ahiba axomt Bjp sorkare thakak kandrt Sorkar congres lge Xela hbe xela
@BrajamohanBorah.-gd3hz
@BrajamohanBorah.-gd3hz 23 күн бұрын
Moi agotei koisu Bhupen Bora ejon jantra salito manob.
@user-vi6rf2wm4r
@user-vi6rf2wm4r 23 күн бұрын
অশোক শৰ্মাক কম তাইমত বেদাই দিব লাগে পচা আলু
@dipjyotidas2039
@dipjyotidas2039 23 күн бұрын
😂😂😂
@user-vw8yc8uw2o
@user-vw8yc8uw2o 23 күн бұрын
ৰাইজেহে সিদ্ধান্ত কৰিব কাক ভোট দিব মানহ কেইজনমান ইফাল-সিফাল হৈ থাকিলে কি হব। দালালী নেতা কেইটাক ৰাইজে চিনাক্ত কৰিলে। 😅
@prodeepdas9024
@prodeepdas9024 21 күн бұрын
Jodi misa tenehole Apunaluke news channel r biruddhe case korok ..
@shoburuddin4804
@shoburuddin4804 23 күн бұрын
Apuni malikor kotha mote news korok
@ombasudevainamaombasudevai706
@ombasudevainamaombasudevai706 23 күн бұрын
B.j.p.go.back
@Sexyboyoh190
@Sexyboyoh190 23 күн бұрын
Rendi allah
@user-bd1lj8nc2t
@user-bd1lj8nc2t 23 күн бұрын
Amak contract diyak, kam diyak. Atiya big big contractor bure kam pai. Ami anei bahi asu
@rajukonwar6089
@rajukonwar6089 23 күн бұрын
এইটো news kyo bojaise
@allone2175
@allone2175 23 күн бұрын
Atia congress r din, b j p kori bal pabi
@ranobasumatary7206
@ranobasumatary7206 22 күн бұрын
Rainitir manuhor biswas nay bohut proman aase
@BitupanDeori-t9l
@BitupanDeori-t9l 23 күн бұрын
BJP+ Congress-
@abonrabha3035
@abonrabha3035 23 күн бұрын
News live kam nai news live mane BJP hoy
@bidyutbikashborah7855
@bidyutbikashborah7855 23 күн бұрын
Mama mame fuselive
@rinabarkakoty6292
@rinabarkakoty6292 23 күн бұрын
BJP Zindabad!!!
@pkbossassam
@pkbossassam 23 күн бұрын
Congress to BJP...BJP.to Congress...heituei Kam...aru.....beleg Kam ni...
@thedevogramstory7483
@thedevogramstory7483 23 күн бұрын
Haha thikai asa bru but congress aru BJP ahila apunaluk breaking news kri dakhai ja kio... Oh atcha pahorisilu ai apunalukr malik CM sir jaa
@PkBarman-hh7nd
@PkBarman-hh7nd 23 күн бұрын
আজিকালি সাংবাদিক বিলাক বেপাৰী টকা পালে ভুৱা বাতৰি দিযে।
@user-zw9wh9ez8p
@user-zw9wh9ez8p 23 күн бұрын
Beya korile beya samay ahibo pare bhal korile bhal din ahibo pare
@lachitphukan1578
@lachitphukan1578 22 күн бұрын
BJP hekh 😂
@user-kx9lk5be2s
@user-kx9lk5be2s 23 күн бұрын
Ba ba manisu be
@dhritirajkashyap1827
@dhritirajkashyap1827 23 күн бұрын
No 1 t ase protidin ...xihte sob natok kori thake
@krishnakantrabha1829
@krishnakantrabha1829 23 күн бұрын
imane vuwa batori dbo pare kisumn hangbad madhyome c ccc !
@manabmohan6894
@manabmohan6894 23 күн бұрын
চুৰে চুৰ কৰিম বুলি কব নি ??দল সলনি কৰিম বুলি কব নি ?
@yogidevvlog8156
@yogidevvlog8156 23 күн бұрын
Hauk news live a je sar pale...news tu misa buli vbi kiman je furti paise news live a
@dipjyotigogoi4162
@dipjyotigogoi4162 22 күн бұрын
Aje kle news live a j abur batore deya.. Bor asoret
@yogeshborpatragohain6775
@yogeshborpatragohain6775 22 күн бұрын
Saroda. jot bikhombad tot
@monjitkalita6064
@monjitkalita6064 22 күн бұрын
2016 r agt himtaw biswai o koisil .....congree ari bjp t njw bli...😂😂😂😂
НРАВИТСЯ ЭТОТ ФОРМАТ??
00:37
МЯТНАЯ ФАНТА
Рет қаралды 8 МЛН
Идеально повторил? Хотите вторую часть?
00:13
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 6 МЛН
Little girl's dream of a giant teddy bear is about to come true #shorts
00:32
НРАВИТСЯ ЭТОТ ФОРМАТ??
00:37
МЯТНАЯ ФАНТА
Рет қаралды 8 МЛН