এটি চাৰিবছৰীয়া কনমানিয়ে চাইনীজ বাঁহী বাদ্যযন্ত্ৰ গীত গাই সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পঁৰিছে

  Рет қаралды 74,825

Rishu duliajan

Rishu duliajan

Күн бұрын

Пікірлер: 132
@anupkumarbaruah8470
@anupkumarbaruah8470 2 күн бұрын
তুমি ভাইটী সঁচাকৈ মোৰ অন্তৰেৰে কওঁ যে 🙏তুমি ভগবানৰ দান সংগীতৰ বাদ্য যত্ৰৰ লগতে তোমাৰ বয়সৰ লগত তোমাৰ বিৰল গুনৰ প্ৰতিভাৰে,।তোমাৰ ভবিষ্যত বহুত বহুত উজ্বল তুমি তুমিহৈ ডাঙৰ হোৱাৰ চেচ্ছা কৰি যাবা প্ৰতিভাক সন্মান জনাই লগতে ঘৰৰ মাঁক সন্মান ভক্তি জনাই🙏🙏❤️🙏🙏
@RimiBoruah-m1e
@RimiBoruah-m1e Күн бұрын
❤❤❤❤❤❤💖🥰💕👩‍❤️‍💋‍👩👸🥳🥳💑🌷💖💞💞🌍💖🥳😚😚😚💑🌷🌷❤️❤️😎😍🤩💞🌍🌈😻🥳
@surjabora1521
@surjabora1521 5 күн бұрын
অতি সুন্দৰ । ভবিষ্যত উজ্বল কামনা কৰিলোঁ ।
@rinadutta4602
@rinadutta4602 4 күн бұрын
উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ, আৰু আগুৱাই যোৱা ভগৱান সহায় হওঁক 🙏
@subhadrarabha3194
@subhadrarabha3194 3 күн бұрын
Bohut val lagise God bless you
@umaranibaruah6285
@umaranibaruah6285 4 күн бұрын
অতি সুন্দৰ। আগুৱাই যোৱা এয়েই কামনা।
@sanjibkumarbaruah9239
@sanjibkumarbaruah9239 4 күн бұрын
অতি ধুনীয়া হৈছে। তোমাৰ ভৱিষ্যত ভাল হওক।
@eyakubali336
@eyakubali336 Күн бұрын
বৰ ভাল লাগিছে তোমি আগ বাঢ়ি যোৱা । তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো। জয় আই অসম। ।
@chandrashekharbaruah6715
@chandrashekharbaruah6715 2 күн бұрын
অতি সুন্দৰ পৰিবেশন,ভাইটী আৰু আগবাঢ়ি যোৱা।
@eyakubali336
@eyakubali336 Күн бұрын
আল্লাহৰ অবিহনে কোনো শক্তি নাই দিয়কচোন‌‌‌ । ভগৱান / আল্লাহ পাকে ‌তোমাক নিশ্চয় বহুত বহুত সহায় কৰক আমিন ❤ ভৱিষ্যত জীৱনৰ উজ্জল কামনাৰে দোৱা কৰিছোঁ ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Күн бұрын
অতি সুন্দৰ পৰিৱেশন। আগুৱাই যাওক সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকক আজীৱন। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।
@manosibaruah2352
@manosibaruah2352 5 күн бұрын
অতি সুন্দৰ ভাইটি আগবাঢ়ি যোৱা
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Күн бұрын
ভগৱানে তেওঁৰ কুশল কৰক। বহুমুখী প্ৰতিভাসম্পন্ন এগৰাকী কনমানি । অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এনেধৰণৰ কনমানি যুৱ প্ৰতিভাসম্পন্ন শিশুসকলৰ সুপ্ত প্ৰতিভাক আগুৱাই যোৱাত সহযোগিতা কৰিব বুলি আশা কৰিলো।
@dipamonichutia8798
@dipamonichutia8798 4 күн бұрын
ৰিছূ আগবাঢ়ি যোৱা ঈশ্বৰৰ আশীৰ্বাদ আছে তোমাৰ ওচৰত।
@SafiqulHaqueChoudhury-is8nc
@SafiqulHaqueChoudhury-is8nc 2 күн бұрын
চৰ কাৰে সহায় কৰিৱ পাৰে ইমান ধুনিয়া সুৰ সৰু লৰা ইমান ভাল ভাল মানুহ হম বুলি বহত আশা ভাল হওঁক জীৱন টো বৰ বেয়া লাগিছে
@minatideka4384
@minatideka4384 4 күн бұрын
দেহা টো আগুৱাই যোৱা। আশীৰ্বাদ কৰিছোঁ ঘাট পতিঘাতৰ মাজেৰে জীৱন। ডাঙৰ হ'লে সকলো বুজি পাবা।
@rubimahanta5407
@rubimahanta5407 3 күн бұрын
সুন্দৰ।ভগৱানে কোশলে ৰাখক ও আগবাঢ়ি যোৱা।
@rupjyotiboruah3418
@rupjyotiboruah3418 5 күн бұрын
বৰ সুন্দৰ ৷তুমি চকু পানী ওলিয়াই নিজক দুৰ্বল নকৰিবা ৷সাহসী হবলৈ শিকা ৷
@HoreswariDas-j2g
@HoreswariDas-j2g 4 күн бұрын
অতি সুন্দৰ অভি।আগুৱাই যোৱাত ভগৱন্তই কৃপা কৰক।
@riseswarpayeng5737
@riseswarpayeng5737 4 күн бұрын
অতি সুন্দৰ। সদায় এইদৰে আগবাঢ়ি যোৱা।
@nirupamaborah3186
@nirupamaborah3186 5 күн бұрын
অতি সুন্দৰ আগবাঢ়ি যোৱা ভাইটি
@monmohandeka7324
@monmohandeka7324 4 күн бұрын
অতি সুন্দৰ। আগুৱাই যোৱা।
@bharatikalita898
@bharatikalita898 5 күн бұрын
ভাল হৈছে আগূৱাই জনোৱা ভগৱানে সহায় কৰিব ।
@ChandrakochChandrakoch
@ChandrakochChandrakoch 2 күн бұрын
Babu tomar mongl howk babu tomaloi mor falor pora bahut bahut mrm mrm babu❤❤❤❤❤❤❤❤❤❤❤
@MadhabBora-x5e
@MadhabBora-x5e 3 күн бұрын
ধুনীয়া ভগবানে আগবঢ়াইনিয়ক
@daisykalita2666
@daisykalita2666 2 күн бұрын
God bless Baba ,❤ keep it up 👌👍🥰❤️
@ankurdutta-l7n
@ankurdutta-l7n 4 күн бұрын
তোমাৰ প্ৰতিভা দেখি ভাল লাগিছে ।আগুৱাই যোৱা ভগৱানে সহাই কৰিব।আশি'বাদ থাকিল ❤❤
@TAPANKUMARDAS-wc2ek
@TAPANKUMARDAS-wc2ek 2 күн бұрын
বাবু তোমাৰ উজ্জ্বল ভবিষ্য কামনা কৰিলো ধন্যবাদ
@bipinbora838
@bipinbora838 2 күн бұрын
অতি সুন্দৰ। ভগৱানে তোমাক সহায় কৰক যাতেআৰু আগবাঢ়ি যোৱা।
@DhanistaBaruah
@DhanistaBaruah 4 күн бұрын
বাবু তুমি আগবাঢ়ি যোৱা। ভগৱানে তোমাক মঙ্গল কৰিব।
@nilimachutiaborah4697
@nilimachutiaborah4697 4 күн бұрын
. আৰু আগবাঢ়ি যোৱা। ভগবানে তোমাক কৃপা কৰক। ❤❤❤
@dibyagogoi1473
@dibyagogoi1473 8 күн бұрын
Agbarhi jua bhaiti hundor bhobisyat kamona koriso dhonyobad.
@padmaphukan791
@padmaphukan791 4 күн бұрын
Bor hundor protiva,agbarhi jua
@khargeswardas6046
@khargeswardas6046 3 күн бұрын
Sundar bojaisa.ujjal bhabishyot kamona korisu.
@nbassam-hg9rq
@nbassam-hg9rq 8 күн бұрын
Nice sharing ba 🎉🎉🎉hundar uposthapon 🎉🎉hundar poribekhon ❤❤ Big like
@DurgeshorSaikia
@DurgeshorSaikia 3 күн бұрын
So sweet.God bless you for fiture
@asthahazarika3190
@asthahazarika3190 5 күн бұрын
ভাল হোৱা আগবাঢ়ি যোৱা ভগৱান লগত আছে
@RupaGogoiChutia
@RupaGogoiChutia 5 күн бұрын
Aguyai juaa. Akhibad disu. Beta Bhal u lagil. Kandilu
@GkGogoi-ms1tt
@GkGogoi-ms1tt 3 күн бұрын
অতি সুন্দৰ
@PramodRoy-ng7qb
@PramodRoy-ng7qb 2 күн бұрын
উজ্জল ভবিষ্যতৰ আন্তৰিক কামনা কৰিলোঁ
@runuchetia1658
@runuchetia1658 2 күн бұрын
God bless beta🙋
@bhagabansarma8679
@bhagabansarma8679 5 күн бұрын
Too much talented. Near future is so bright. May God bless , help and save you a long life.
@RanuTaid
@RanuTaid Күн бұрын
জীৱন জিন্দাবাদ
@ArunaSarmah-r4f
@ArunaSarmah-r4f 4 күн бұрын
Bohut bhal lagil aguai jua🎉👍🙏
@MoniMoni-i9d3v
@MoniMoni-i9d3v 4 күн бұрын
Very Very Good Little Boy,God bless you.
@NitumoniBorah-s7n
@NitumoniBorah-s7n 4 күн бұрын
Ati xundor Aguwai juwa arsibad thakil ❤️❤️❤️
@likhendutta8756
@likhendutta8756 4 күн бұрын
###অতি সুন্দৰ , অপূৰ্ব°°°°°°°°!!
@himamonibora3284
@himamonibora3284 3 күн бұрын
Oti xundar.tumi aru aguai jua God bless you
@JadavDas-zj3ez
@JadavDas-zj3ez 5 күн бұрын
God bless you beta
@jojneswarsarma1446
@jojneswarsarma1446 3 күн бұрын
God bless you.❤❤❤
@prasannadeka8464
@prasannadeka8464 4 күн бұрын
ধুনীয়া হৈছে। তোমাৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিছোঁ❤
@MohendraKhanikar
@MohendraKhanikar 23 сағат бұрын
অভিৰ ঘৰ যোৰহাটত ৷সুদক্ষ বাঁহী বাদক ৷বয়স কিন্ত চাৰিবছৰ নহয় বৰ্তমান তেওঁ অষ্টম শ্ৰেনীত পঢ়ি আছে ৷
@amiyagogoi9537
@amiyagogoi9537 3 күн бұрын
অতি সুন্দৰ হৈছে বাবু
@NobinBora-t6o
@NobinBora-t6o 5 күн бұрын
উৎজ্জল ভৱিয্যত কামনা । কৰিলো
@LakhyajitGogoi-dt8jo
@LakhyajitGogoi-dt8jo Күн бұрын
Akhek. Dhniybad thakil
@RatanSonowal-l8d
@RatanSonowal-l8d 2 күн бұрын
Very.nice❤❤❤
@TiluDas-w6s
@TiluDas-w6s 5 күн бұрын
No sad beta.your mother is maa durga maa hai to tumari dunia me sab kuch hai.live long.god be with you.
@amipravakakati7134
@amipravakakati7134 2 күн бұрын
চাৰি বছৰ নহয় । চৈধ্য বছৰ।ভাল লাগিছে। ভগৱানে কুশলে ৰাখক।
@MonimaiDutta
@MonimaiDutta 4 күн бұрын
Aguwai juwa god bless you
@bijoyabora2889
@bijoyabora2889 8 күн бұрын
অ। সোন নাকান্দিবা তুমি আগবাঢ়ি যোৱা তোমাৰ ভাল হ'ব। আগলৈও
@niruprabhasaikia5680
@niruprabhasaikia5680 4 күн бұрын
অসমীয়া শিল্পিৰ দুৰবস্তা সদায়ে থাকে। আগবাঢ়ি যোৱা ভগৱানে তোমাক সহায় কৰিব।
@rabinchandrabhuyan4246
@rabinchandrabhuyan4246 Күн бұрын
এই লৰাজনে ভৱিষ্যতে সুন্দৰ বাঁহী বাদক হব পাৰিব । শুভেচ্ছা থাকিল । কিন্তু, পোষ্ট দাতাই হে চাৰি বছৰীয়া বুলি মিছাতে কেপছনত লিখিছে, লৰাজনে নিজেই 14 বছৰ হৈছে বুলি স্বীকাৰ কৰিছে ।
@ashwinidasi8439
@ashwinidasi8439 5 күн бұрын
অতি সুন্দৰ তোমাৰ ভৱিষ্যত সুন্দৰ হওক কামনা কৰিছো বহুত ধন্যবাদ ❤
@BijuDekaraja-x1q
@BijuDekaraja-x1q 4 күн бұрын
Moj
@sibanihazarika506
@sibanihazarika506 3 күн бұрын
Hundor hoise .kamona karisu aaru aag bahi juwa bhagabane 2mak sahay Karib .
@dsdas5488
@dsdas5488 6 күн бұрын
Bohut.val.lagise.bhity
@rijumonidutta3606
@rijumonidutta3606 2 күн бұрын
God bless you.
@DilipkumarDas-n9l
@DilipkumarDas-n9l 4 күн бұрын
দিৱলৈ। একো নাই এচাতি আশীৰ্বাদ যাছিলো আগ বাঢ়ি যোৱা
@FFBOTGAMING-O
@FFBOTGAMING-O 4 күн бұрын
Tomar manar akha poran hok vaiti timi aguwai juwa tomar vidio Sai val lagil❤❤❤❤❤
@ChakrapaniDas-e1p
@ChakrapaniDas-e1p 2 күн бұрын
Good boy,
@rupalisonowal2143
@rupalisonowal2143 4 күн бұрын
Hosakoi bor vl lagil, bahimat bor vl lage , anekoi Aguwai juwa ,, God bless youuuuu 🌺🌺
@NibhaTamuli
@NibhaTamuli Күн бұрын
God bless you
@DeepakTamuli
@DeepakTamuli 4 күн бұрын
So very very beautiful 😍😍❤️🎉🎉🎉
@JunaliDas-l3c
@JunaliDas-l3c 5 күн бұрын
কণমানি তোলৈ বহুত বহুত মৰম যাচিলোঁ
@harendrarajbongshi1868
@harendrarajbongshi1868 2 күн бұрын
মোৰ ফালৰ পৰাও তোমালৈ আশীষ থাকিল । আগলৈ
@hemathadass-wx5rf
@hemathadass-wx5rf 4 күн бұрын
Goodboy
@priyanathgogoi2637
@priyanathgogoi2637 2 күн бұрын
Thank. You. God. Blass. You.
@KaminibalaDas-pd2dp
@KaminibalaDas-pd2dp 8 күн бұрын
কি সুনদৰ❤❤❤❤❤
@phatiksarma9415
@phatiksarma9415 3 күн бұрын
সুন্দৰ।বয়স 4 বছৰত বেছি নহবনে?
@AsifKhan-fk6jc
@AsifKhan-fk6jc 7 күн бұрын
Babu.tumi..bhagi..nopriba..tumar..Logot..uporwaLa.ase..babu
@AmiyaHazarika-j1f
@AmiyaHazarika-j1f 4 күн бұрын
❤❤God bless you ❤❤
@RatulSaikia-fp3pq
@RatulSaikia-fp3pq 5 күн бұрын
Vogoban tumar harthi hoi rouk eiyai kamona korisu Abhi beta
@haricharanrongpi5945
@haricharanrongpi5945 Күн бұрын
Tumar logat bhagoban srikrishnar atma lukay. ASE aguwai jowa akhribad koriso
@AmiyaHazarika-j1f
@AmiyaHazarika-j1f 4 күн бұрын
Krishna krishna very nice
@nilimaborah847
@nilimaborah847 4 күн бұрын
তোমাৰ সুনদ্বৰ ভবিষ্যত আছে; তুমি দুখ নকৰিবা ।
@kanchowalidas9204
@kanchowalidas9204 4 күн бұрын
Laratu eman Kam baysat eman avigata bahisa val hab agaloi asibbad disu ag bahi gak
@JinaKonwar-vq2xq
@JinaKonwar-vq2xq 4 күн бұрын
মজা
@GobinTokbi-jc2jb
@GobinTokbi-jc2jb Күн бұрын
❤❤❤
@MallikaBegum-d7w
@MallikaBegum-d7w Күн бұрын
Duwa karisu.allai tumak arubasi aguyai jaba.loi hakti diyok.
@rglifebeta1110
@rglifebeta1110 5 күн бұрын
Nice nice ❤❤❤ hundor hundor video.bohut val lagil dai.vaite tu loi huvaisa jonalu
@BimalaPrasadRabha
@BimalaPrasadRabha 6 күн бұрын
Val lagise 👌👌👌🌹
@KamaleswarSarania
@KamaleswarSarania 4 күн бұрын
Press the lord
@Colorrang69
@Colorrang69 4 күн бұрын
Baideu goraki kinarot ulai thakile beya lage....ulai nathakileo hoi dekhun...kinarot ulai thakile main video tu horu koi dekha pai😊beya napabo kotha tu kuwar karone😊🙏
@damayantisaikia2177
@damayantisaikia2177 Күн бұрын
Ujjal bhabistor kamana karilu Agbahi juwa
@SafikurZaman-v5b
@SafikurZaman-v5b 4 күн бұрын
Very good
@im_buah
@im_buah 4 күн бұрын
God ❤❤❤❤ bless you
@aratibhagawati1551
@aratibhagawati1551 Күн бұрын
Bhogwan sohay howk
@aiiv015
@aiiv015 3 күн бұрын
🙏
@hrkxnwl352
@hrkxnwl352 4 күн бұрын
Dukh nkriba 2mi agbarhi jua
@putulgogoi181
@putulgogoi181 5 күн бұрын
Nice♥♥♥♥♥♥♥♥♥♥
@minalimedhi
@minalimedhi 4 күн бұрын
Konmaniloi hridoibhora Maram logate Abhi kashyap baruahr bhabisyat mangal kamonare.
Worst flight ever
00:55
Adam W
Рет қаралды 43 МЛН
Running With Bigger And Bigger Lunchlys
00:18
MrBeast
Рет қаралды 127 МЛН
Don't look down on anyone#devil  #lilith  #funny  #shorts
00:12
Devil Lilith
Рет қаралды 33 МЛН
19 September 2024
4:15
moina
Рет қаралды 32 М.
Worst flight ever
00:55
Adam W
Рет қаралды 43 МЛН