ইটোৰ পিছত সিটো বিতৰ্ক সত্ৰপীঠ মাজুলীত।

  Рет қаралды 7,950

DY365

DY365

Күн бұрын

Пікірлер: 22
@sashibhatta5198
@sashibhatta5198 2 жыл бұрын
মাজুলীত গীৰ্জাঘৰো নিৰ্মাণ হৈছে বুলি কোনো কোনোৱে কয় ৷ সঁচা নে মিছা নাজানোঁ ৷ যদি সঁচা হয়, তেন্তে মাজুলীৰ সত্ৰীয়া আৰু ভকত সকলে তাত দুৰ্ঘোৰ আপত্তি কৰিছিল নে কৰা নাছিল সেইটোও নাজানিলোঁ ৷ নিয়ম মতে প্ৰতিৰোধ গঢ়ি তুলিব লাগিছিল, ঠিক যিদৰে আজি জনাৰ্দন দেৱ গোস্বামীৰ ক্ষেত্ৰত কৰিছে ৷ খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ বন্ধা নীতি লব নালাগে ৷ বলে নোৱাৰা সকলক সহজতে এৰি দিছিল যেন লাগে ৷
@akshaydas3990
@akshaydas3990 2 жыл бұрын
মহাপুৰুষ শংকৰদেৱে তেওঁৰ প্ৰসন্ন শিষ্য মহাপুৰুষ মাধৱদেৱক শৌৰ্য বীৰ্য বল পৰাক্ৰমৰ বাবে ধৰ্মৰ উত্তৰাধিকাৰী দায়িত্ব দিয়াত পোন প্ৰথমবাৰৰ বাবে বিৰোধিতা কৰিছিল শঙ্কৰদেৱৰে একালৰ শিষ্য দামোদৰ দেৱে। পৰৱৰ্তী কালত দামোদৰ দেৱে ব্ৰহ্ম সংহতি প্ৰতিষ্ঠা কৰে। য'ত শংকৰদেৱৰ একশৰণত সীমাবদ্ধ নাথাকি বহু দেৱ দেৱীত শৰণ ব্যৱস্থা কৰিছিল। তেওঁৰেই উত্তৰ সূৰী এজন মুখাপিন্ধা ছদ্মৱেশী সত্ৰাধিকাৰ।
@pranabnath3362
@pranabnath3362 2 жыл бұрын
ছাগলীৰ মুণ্ড লগুৱা দক্ষ নৰপিশাচ এইজনা। প্ৰসাদ খাই আমনি লাগিছে যদি লাৰু মিঠাই পুৰি,পোৱা থাইত গলেই হয়।
@nipulsaikia8671
@nipulsaikia8671 2 жыл бұрын
এই সকল কবিৰাজক
@rulennath7538
@rulennath7538 2 жыл бұрын
অলপো লাজ লগা নাই নে ? শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ কীৰ্তন দশমকে পঢ়ি আছ ? এদিন হয়তো কব খোজিবি সেই ভাগ আনেহে লিখিছিল । এতিয়া যে এখন পত্ৰৰ সত্ৰাধিকাৰ হবগৈ পাৰিছ সেইয়া কাৰ যহত ? প্ৰৰম গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ বাবেহে বপুৰা এই খিনী পালিহী , গম পাইছ ? কথাটো গমি পিতি চাবি । যাৰ জন্ম তে মূৰ্তী বাগৰী পৰি গৈছিল , সেইবোৰ নোহোৱা কৰিবলৈ মানে কৌশল তৈয়াৰ কৰিছ বপুৰা ? শ্ৰীমন্ত শংকৰদেৱ অবিহনে দেখুন অসমীয়া জাতিৰ একো অস্তীত্ব ই নাই । বপুৰা শ্ৰীমন্ত শঙ্কৰদেৱৰ সৃষ্টি ৰাজি বাদ দিলে অসমীয়া সমাজত এটা অসভ্য জাতিৰ বাহিৰে আন পৰিচয় কিবা থাকিব জানো?
@sailenraj5774
@sailenraj5774 2 жыл бұрын
Are you very learning topic
@Krishna-Madab
@Krishna-Madab 2 жыл бұрын
ঘোৰ কলি যোগ |
@probingogoi9774
@probingogoi9774 2 жыл бұрын
জগতগুৰু জোনাক এনে মন্তব্য কৰিছে তেওঁক জগতগুৰু জনাৰ মহামূষ বাপেক বুলি কোৱা হৈছে। যদিহে ভূল হোৱা নাই।
@bkp9774
@bkp9774 2 жыл бұрын
Nai gogoi nai vul hua. Ru jodi kiba aase kouk.
@jitudutta3574
@jitudutta3574 2 жыл бұрын
সেইটোক ধৰি আনি মূৰত মোতিদিব লাগে।
@Batihaloi18
@Batihaloi18 2 жыл бұрын
গোস্বামীৰ গলত ঘৈনীয়েকৰ মেখেলাএখন দিৱ লাগিছিল
@bkp9774
@bkp9774 2 жыл бұрын
Logot arunasoli ronga half eata logot 1plate horir boil.
@ajitkalita4067
@ajitkalita4067 2 жыл бұрын
Toi Bangladesh gusi ja sudurbhi
@Batihaloi18
@Batihaloi18 2 жыл бұрын
ই এটা পাগল গোস্বামী
@digantaphangcho7064
@digantaphangcho7064 2 жыл бұрын
Sankar dev mohapurukh.....ashil..
@bkp9774
@bkp9774 2 жыл бұрын
Hello gokhai satradhika hokol, tohot majulit thaku tei mising manuh bur kenekoi christian hol , kenekoi 60 ta girja hol ? Tohotor je vul aasil sikar kor. Mising sinowal thenģal etc tribes hokolor pora satrar namot sanda loi aaramot satradhikar hoi aasili. Aami eatia hikhitta . Chris. Dukh d lv nai o bapu hot. Tohotor goramir karonei asomia eak gut hobo pora nai. Tohote kou .... asomia ne mising, asomia ne boro, asomia ne lalung?
@parthagogoi8219
@parthagogoi8219 2 жыл бұрын
Ai Jan,r muror bikitri ghatise
@bidyutbidyut7704
@bidyutbidyut7704 2 жыл бұрын
ei vag napale
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 158 МЛН
Мен атып көрмегенмін ! | Qalam | 5 серия
25:41
REAL or FAKE? #beatbox #tiktok
01:03
BeatboxJCOP
Рет қаралды 18 МЛН
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 158 МЛН