ইলা মিলি দিহানাম

  Рет қаралды 125,987

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

Күн бұрын

#জ্যোতিময়_শিল্পী_সমাজ#শিৱসাগৰ #pranjitgogoi

Пікірлер: 169
@JogenPegu
@JogenPegu 12 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ।আই গৰাকীক ভগৱানে আশীৰ্বাদ কৰক। আগবাঢ়ি যাবলৈ।
@swapnagogoi8702
@swapnagogoi8702 9 ай бұрын
কৃষ্ণ কৃষ্ণ আইগৰাকী অতি সুন্দৰ হৈছে কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@user-mm1mz2ni8q
@user-mm1mz2ni8q 9 күн бұрын
কৃষ্ণ,ঈশ্বৰে কৃপা কৰক,নগাওঁ ৰূপহী ভকত গাঁও
@girinbora7820
@girinbora7820 9 ай бұрын
অতি সুন্দৰ কণ্ঠ আৰু সুৰ আমাৰ দেশৰ হিন্দু ধৰ্মৰ লোক সংস্কৃতিৰ এইটো এটা অংশ কিমান সুন্দৰ আমাৰ হিন্দু ধৰ্মৰ সংস্কৃতি।
@barnalidas7784
@barnalidas7784 9 ай бұрын
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম নাৰায়ণ 🙏🙏🙏🙏 শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@prasannatamuli699
@prasannatamuli699 9 ай бұрын
Prlovur kripa
@junumech7558
@junumech7558 9 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ আই সকল চৰণ ভক্তি ভৰা‌ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ সুন্দৰ
@jinuchawrok9178
@jinuchawrok9178 9 ай бұрын
কৃষ্ণ সমস্ত বাপ আই চৰণত ভক্তিভৰা সেৱা নিবেদিলোঁ 🙏🙏🙏🙏 গোবিন্দ কৃষ্ণ ।
@nirabphukan5356
@nirabphukan5356 9 ай бұрын
কৃষ্ণ ; বাপ -আই সমস্ত জনলৈ সেবা জনাইছো । বৰ সুন্দৰ হৈছে নাম ভাগ । জয়তু শংকৰদেৱ সংঘ ।কৃষ্ণ কৃষ্ণ ।
@manjubarman1855
@manjubarman1855 9 ай бұрын
কৃষ্ণ কৃষ্ণ আই গৰাকী অতি সুন্দৰ। জয় গুৰু শঙ্কৰ। কৃষ্ণ 🙏
@KishnaPanging
@KishnaPanging Ай бұрын
সুন্দৰ, ইলা আৰু আগুৱাই যোৱা এয়ে ভগবানৰ ওচৰত প্রাৰথণা।
@BinuGogoi-cf8dg
@BinuGogoi-cf8dg 21 күн бұрын
আই সুন্দৰ হৈছে । লিখিত ৰূপত দিবচোন ।
@lota340
@lota340 Ай бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম। অন্তৰ জুৰ পৰি গ'ল আই।ইমান সুন্দৰ কণ্ঠ।দূৰৈৰ পৰাই আমাৰ ভক্তি ভৰা সেৱাভাগ ধৰিছোঁ আই।🙏🙏🙏🙏।আৰু আগলৈ গৈ আমাক কৃতাৰ্থ কৰিব আই কৃষ্ণ।
@nabanitagohain7723
@nabanitagohain7723 9 ай бұрын
ভাল লাগিল মিলি আই বহুত ভাল লাগিল।লগতে প্ৰাণজীত বাপলৈ আন্তৰিক সেৱা নিবেদন কৰিলো কৃষ্ণ কৃষ্ণ 🙏 কৃষ্ণ বাপ কৃষ্ণ আই🙏
@NabinKachari
@NabinKachari Ай бұрын
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে। জয় গুৰু শংকৰ। ❤❤🎉
@Shua_098
@Shua_098 3 ай бұрын
Bahut hundar hoise, iman soulful voice, baideo adhunik geet u gabosun , bhal hobo.
@jumiroy1853
@jumiroy1853 Ай бұрын
1:39
@sabitrisaikia4515
@sabitrisaikia4515 21 күн бұрын
​@@jumiroy185397v9
@hunigogoi7661
@hunigogoi7661 10 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@hiranyarajkhowa4119
@hiranyarajkhowa4119 23 күн бұрын
❤❤ অতি সুন্দৰ পৰিৱেশন। সুন্দৰ কন্ঠৰ অধিকাৰী । আগলৈও দিহা নামৰ চৰ্চা অব্যাহত থাকক। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।❤❤❤
@khogeswarigogoi1902
@khogeswarigogoi1902 9 ай бұрын
কৃষ্ণ কৃষ্ণ আই গৰাকী সুন্দৰ হৈছে কৃষ্ণ
@putnakt.saikia3116
@putnakt.saikia3116 9 ай бұрын
সুন্দৰ কণ্ঠ ,কৃষ্ণ কৃষ্ণ কৃষ্ণ ,
@rupenkakati185
@rupenkakati185 10 сағат бұрын
সুন্দৰ দিহানাম ⚘️
@bijoyagogoi6248
@bijoyagogoi6248 9 ай бұрын
কৃষ্ণ কৃষ্ণ, সুন্দৰ কণ্ঠ। সকলো আই বাপলৈ ধন্যবাদ থাকিল।
@gopinathmorang3374
@gopinathmorang3374 15 күн бұрын
কৃষ্ণ বৰ মোহনীয়া কণ্ঠ
@MitaliDutta-b3q
@MitaliDutta-b3q Ай бұрын
বৰ সুন্দৰ কন্ঠ ভাল লাগিছে। ভগৱানে কুশলে ৰাখে যেন কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@binabora-st9qr
@binabora-st9qr 9 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে🙏🏻🙏🏻
@manokhiborah8387
@manokhiborah8387 6 күн бұрын
কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏
@SunilSunilGogoi-re5sl
@SunilSunilGogoi-re5sl 2 ай бұрын
বহুত ভাল লাগিল, আই কেইগৰাকীলৈ প্রনাম
@jenamonigogoi9337
@jenamonigogoi9337 Ай бұрын
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ পৰিবেশন ৷ ভাল লাগিল ৷
@KamalPhukan-v7v
@KamalPhukan-v7v Ай бұрын
আপোনাসৱৰ সকলোলৈ আমাৰ ফালৰ পৰা ভক্তি ভৰা সেৱা আগবঢ়ালো
@HemontaKumar-k9n
@HemontaKumar-k9n 7 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ। সুন্দৰ কন্ঠ কৃষ্ণ
@manikdax2858
@manikdax2858 9 ай бұрын
Joy Shree krishna....... Sankar Guru Hari Ram..... Val lagil...
@keshabbora7742
@keshabbora7742 9 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@bhaskarjyoti418
@bhaskarjyoti418 18 күн бұрын
Krihna krishna prabhu ❤❤❤
@simantadutta2030
@simantadutta2030 9 ай бұрын
কৃষ্ণ কৃষ্ণ আই মাতৃ সমস্ত সেৱা জনালোঁ কৃষ্ণ 🙏
@tutumonibayan8659
@tutumonibayan8659 9 ай бұрын
কৃষ্ণ কৃষ্ণ আই বৰ সুন্দৰ হৈছে 🙏🙏
@UGABSlpAxom658
@UGABSlpAxom658 9 ай бұрын
কৃষ্ণ আই মাতৃ সমস্তলৈ আমাৰ ভক্তি ভৰা সেৱা নিবেদিলোঁ
@duludeka8310
@duludeka8310 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ। আন্তৰিক প্রনাম নিবেদিছো🙏🙏🙏❤
@moitrayeesaikia6019
@moitrayeesaikia6019 9 ай бұрын
বৰ সুন্দৰ কণ্ঠ আইগৰাকিৰ🙏 কৃষ্ণ
@tilokphukan5360
@tilokphukan5360 9 ай бұрын
কৃষ্ণ কৃষ্ণ,ভাল লাগিল
@Minakakati-nu5hp
@Minakakati-nu5hp 9 ай бұрын
সুন্দৰ আই, কৃষ্ণ🙏🙏
@bhaibhuyanbhaibhuaya7546
@bhaibhuyanbhaibhuaya7546 9 ай бұрын
কৃষ্ণ কৃষ্ণ সকলোকে সেৱা জনালো কৃষ্ণ ৷
@UcjfufUcufufi
@UcjfufUcufufi 9 ай бұрын
কৃষ্ণ গগৈ প্ৰভুৰ আই গৰাকী কণ্ঠ সুন্দৰ।
@riparanigogoi8560
@riparanigogoi8560 Ай бұрын
অতি সুন্দৰ আই
@bakulgogoi3899
@bakulgogoi3899 25 күн бұрын
very good voice of ela milis.
@lipikarajkonwar5654
@lipikarajkonwar5654 9 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏
@jeenalekharubora1190
@jeenalekharubora1190 Ай бұрын
সুন্দৰ কণ্ঠ
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Ай бұрын
উপস্থিত থকা সকলো আই বাপলৈ সেৱা নিবেদন কৰিছো কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ
@dilipbaruah1655
@dilipbaruah1655 9 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏আই বাপ সমস্ত সেবাহে জনাইছো
@ParameswerHira
@ParameswerHira Ай бұрын
Hey hori Ram Ram Krishna Krishna
@monjurikagogoi1406
@monjurikagogoi1406 Ай бұрын
ইমান সুন্দৰ হৈছে। ধন্যবাদ জনালোঁ।
@rupaligogoi-up4nu
@rupaligogoi-up4nu Ай бұрын
Very good 👍👍👍
@LakhiBorgohain-h8t
@LakhiBorgohain-h8t Ай бұрын
শ্ৰুতিমধূৰ কণ্ঠ ! সেৱা নিবেদিছোঁ ।🙏
@NITUNath-zm7qd
@NITUNath-zm7qd Ай бұрын
অতি সুন্দৰ ❤❤❤
@rumigogoi-tp4de
@rumigogoi-tp4de 9 ай бұрын
সুন্দৰ আই🙏🙏
@LuhitNarah-i7j
@LuhitNarah-i7j Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@TukheswarLalung-i6t
@TukheswarLalung-i6t 18 күн бұрын
Krishna krishna , aaigoraki mising manuh hoi kintu hur bahut bahut dhuniya
@SindhaDeka
@SindhaDeka Ай бұрын
কৃষ্ণ কৃষ্ণ আই মোৰো মন যাই ।গাৱলৈ কৃষ্ণ নাম কতলগ পাম।
@shekharGogoi12
@shekharGogoi12 9 ай бұрын
Bohut val lagil sai...hundor kontha...krisna...
@dipendeka2473
@dipendeka2473 9 ай бұрын
কৃষ্ণ জয় গুৰু শংকৰ 🙏🙏🙏🙏
@guleshwarbora5700
@guleshwarbora5700 Ай бұрын
Bht bhl lagise baideu
@user-lb1pr1up2e
@user-lb1pr1up2e Күн бұрын
কৃষ্ণ🙏
@RuprekhaPanging
@RuprekhaPanging 2 күн бұрын
কৃষ্ণ কৃষ্ণ
@lakhipegu4474
@lakhipegu4474 9 ай бұрын
কৃষ্ণ হৰি নামে প্ৰনাম ❤❤❤🙏🙏🙏
@sekendarpatirisekendarpati9193
@sekendarpatirisekendarpati9193 20 күн бұрын
🙏🙏🙏🙏
@KusumBora-ni7qq
@KusumBora-ni7qq Ай бұрын
Bhut hundar hoise🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@simontoyhoingkordeb8374
@simontoyhoingkordeb8374 9 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ সুন্দৰ কৃষ্ণ
@minatimech4993
@minatimech4993 9 ай бұрын
কৃষ্ণ কৃষ্ণ আই সেৱা ধৰিলো সকলোকে
@sanjayregon877
@sanjayregon877 9 ай бұрын
Bìrmè tatpodung aìrupè❤️😍 কৃপাবৰ বাপ আই সমস্ত 😍❤️
@raidiongiaphulogurikhagari5187
@raidiongiaphulogurikhagari5187 9 ай бұрын
কৃষ্ণৰ কৃষ্ণৰ আই। বহত ভাল লাগিছে,,🙏🙏🙏🙏
@AmbeswerDas
@AmbeswerDas Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ কৃষ্ণ
@ParismitaBaruah-n6w
@ParismitaBaruah-n6w 9 ай бұрын
Krishna
@NoganDas-i5o
@NoganDas-i5o 6 ай бұрын
Krishan krishan Ram Bohut Bohut Dhanyvaad Hokolur Bup l hokolu loike Bhakti Bhora sewa janisu🙏🙏🙏🙏🙏🙏🙏🙏
@niruhazarika6265
@niruhazarika6265 9 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ আই কৃষ্ণ❤❤❤🎉🎉
@garimachakraborty2144
@garimachakraborty2144 5 ай бұрын
krishna. 🙏🙏🙏🙏
@bhabanandaborkakati6878
@bhabanandaborkakati6878 26 күн бұрын
কি ম--জা সুন্দৰ
@mrrajeshmili1399
@mrrajeshmili1399 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 ভাল হৈছে।
@bhumitabora2496
@bhumitabora2496 9 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@devojitpaw902
@devojitpaw902 Ай бұрын
কৃষ্ণ 🙏🙏🙏 আই অতি সুন্দৰ ।
@rekhagogoi322
@rekhagogoi322 9 ай бұрын
Krishna Krishna very nice.
@MayaBordoloi-it3gv
@MayaBordoloi-it3gv Ай бұрын
Krishna ❤❤❤
@priyankabhuyan4552
@priyankabhuyan4552 9 ай бұрын
সুন্দৰ কন্ঠ ❤
@JunmoniHazarika-yk6mg
@JunmoniHazarika-yk6mg 3 ай бұрын
Krishna.......
@BijoyDas-ug5vi
@BijoyDas-ug5vi Ай бұрын
Hori nam❤❤
@Purabidutta-y7n
@Purabidutta-y7n 9 күн бұрын
Krishna Krishna Krishna
@baigyanikpanging8687
@baigyanikpanging8687 9 ай бұрын
Krishna 🙏 Krishna 🙏 Krishna 🙏
@babagohain7109
@babagohain7109 9 ай бұрын
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ
@prodiphandique-dx9ns
@prodiphandique-dx9ns 7 ай бұрын
ইলা,মিলি,আই,🎉🎉
@bhaskarhazarika4429
@bhaskarhazarika4429 9 ай бұрын
কৃষ্ণ,ইন্দিৰা মিলি গগৈ
@pijush1213
@pijush1213 9 ай бұрын
Krishna 🙏
@himadriboruah4849
@himadriboruah4849 9 ай бұрын
সুন্দৰ কণ্ঠ💖💖💖🙏🙏🙏
@pallabikagohain5720
@pallabikagohain5720 9 ай бұрын
🙏🙏🙏
@bhadrakantadas6101
@bhadrakantadas6101 6 ай бұрын
Nice singing sister.
@DijuDas-xq5hu
@DijuDas-xq5hu 2 ай бұрын
Borpathar. Lakhimpur
@paruldutta5898
@paruldutta5898 9 ай бұрын
Krishna krishna krishna 🙏 🙏 🙏
@BhaneswarPangging
@BhaneswarPangging 2 ай бұрын
🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ
@bhubankhanikor4763
@bhubankhanikor4763 23 күн бұрын
🙏🙏🙏🙏❤❤
@RumigogoiRumigogoi-q6h
@RumigogoiRumigogoi-q6h 11 сағат бұрын
কৃষ্ণ
@DoyawatiBori
@DoyawatiBori Ай бұрын
Krishna Bhal lagil.Aguyai juya.
@Shnaperking
@Shnaperking 9 ай бұрын
🎉❤🎉❤🎉❤ sweet 🎉❤🎉❤🎉❤🎉❤nice 🎉❤🎉❤🎉❤
@Bijoy-k7q
@Bijoy-k7q Ай бұрын
Krishna bhall lagise
@manjuladas4056
@manjuladas4056 Ай бұрын
Krishna krishna
GIANT Gummy Worm Pt.6 #shorts
00:46
Mr DegrEE
Рет қаралды 63 МЛН
iPhone or Chocolate??
00:16
Hungry FAM
Рет қаралды 22 МЛН
Cute
00:16
Oyuncak Avı
Рет қаралды 11 МЛН
নাম ঘোষা l Bhaktimulok Geet ll Arnab অসম ll
16:58
Arnab অসম
Рет қаралды 1 МЛН
ডিব্ৰুগড় চাবুৱা@জ্যোতিময়Jyotimoy
21:30
জ্যোতিময় Jyotimoy
Рет қаралды 27 М.
শিলগোসাঁনী থান নলবাৰী@জ্যোতিময়Jyotimoy
50:46
জ্যোতিময় Jyotimoy
Рет қаралды 11 М.
GIANT Gummy Worm Pt.6 #shorts
00:46
Mr DegrEE
Рет қаралды 63 МЛН