আইন উলংঘাকাৰীৰ বিৰুদ্ধে পুৱাই যান-বাহন আৰক্ষীৰ অভিযান

  Рет қаралды 333,787

News Live

News Live

Күн бұрын

Пікірлер: 518
@a.cgowala82
@a.cgowala82 5 жыл бұрын
ৰোগি থকা গাড়ীখন কি কাৰনে ৰখাই থৈছে ....নাটক যেন লাগিছে
@manjukerketta4750
@manjukerketta4750 5 жыл бұрын
Muru🤣
@CKJT
@CKJT 5 жыл бұрын
😃😃😃tiyetar soli aase
@bhargabpatgiri3768
@bhargabpatgiri3768 5 жыл бұрын
Aitu transport department r avigan he real nhoi
@BindassBoy26
@BindassBoy26 5 жыл бұрын
আগতে ৰোগীক এৰিব লাগে কেলা। নিউজত আলবাল বকি লাব নায়।
@rajurajrajuraj6042
@rajurajrajuraj6042 5 жыл бұрын
মুখ নাটক এ হয়
@mrigenkalita9238
@mrigenkalita9238 5 жыл бұрын
ৰোগী থকা গাড়ীখন ইমান সময় কিয় ৰাখি থোৱা হ'ল ? ৰোগী জন সোনকালে চিকিৎসালয় পোৱা দৰকাৰ নে ৰোগীজন ক কেমেৰাৰ আগত ৰাখি থোৱাতো দৰকাৰ?
@pranabjyoti8142
@pranabjyoti8142 5 жыл бұрын
It's a roadplay to bring in awareness not some real life scenario...watch d full video first
@utpalsarma9018
@utpalsarma9018 5 жыл бұрын
Ag bhetile rugi jon kenekoi moribo, kiman xomoir bhitorot moribo aru kiman kosto pabo pare tare eta udaxoron sarupe practical class loise!
@neone4759
@neone4759 5 жыл бұрын
So Nice, 30% Gaadi Guwahtit soli aase Without License/Duplicate License ....Govt Should take Stringent Action all Over Guwahati.
@bhupendas3078
@bhupendas3078 4 жыл бұрын
পৰিবহন বিভাগৰ দায়িত্বত থকা বিষযা কমচাৰী তথা traffic সংবাদিক সকললৈ বহুত বহুত ধন্যবাদ জনাইছো ।ৰোগী জনক দেৰী কৰাতো অন্যয হৈছে ।
@rewatimali1007
@rewatimali1007 5 жыл бұрын
Thanks, good decition.
@allentertainment7504
@allentertainment7504 5 жыл бұрын
AMBULANCE ত থকা ৰোগী জন সচাঁ নহয় । এইখন এখন সজাগতা সভা ।
@omme.s.aktara7329
@omme.s.aktara7329 5 жыл бұрын
Right
@monujrahul9795
@monujrahul9795 5 жыл бұрын
Bohut Val Kotha jorimona Dibo lagibo
@gitanjaligogoi9195
@gitanjaligogoi9195 5 жыл бұрын
Thike korise poribihonnigame ...Karon aekhon ambulance dekhile kunu sidie nidiye ..aamar Assam t j aetu bibosta loise bohut bhl lagisy ...thanks poribihonnigam
@rotonkumar1104
@rotonkumar1104 5 жыл бұрын
Good nice action... 👍👍👍👍👍👍👍👍👍
@porismitaborah1097
@porismitaborah1097 5 жыл бұрын
এই আইন কেৱল জনসাধাৰ নৰ বাবে নে VIPৰ বাবেও
@anamikamilkgogoimilkgogoi2836
@anamikamilkgogoimilkgogoi2836 5 жыл бұрын
Faaltu
@porismitaborah1097
@porismitaborah1097 5 жыл бұрын
যদি comment দিয়া কিবা ভুল হৈছে তেন্তে ক্ষমা কৰিব।
@bulbulali9571
@bulbulali9571 5 жыл бұрын
Mojaaa
@porismitaborah1097
@porismitaborah1097 5 жыл бұрын
@@bulbulali9571 tq
@romiyojaishal8611
@romiyojaishal8611 5 жыл бұрын
Eyat kothat ata Q mur, Moi Ambulance kk call korilu Kintu Ambulance 2ganta loike ahipuwa nai , Tetiya hole ki korib lagib ???
@mulabhaigaming8329
@mulabhaigaming8329 5 жыл бұрын
গালফ্ৰেণ্ড থাকিলে লৰা হিৰো হয় যায় । তাৰ ওপৰত চাৰি চকা আৰু কি কি যে কৰি আছিল তাৰ নাই পাত্তা
@riseup2306
@riseup2306 5 жыл бұрын
Ambulance Khan atia teuluke rokhai kiyo thoise. Dukhik rakhi ambulance khn jabo dibo lagisil
@bhargabpatgiri3768
@bhargabpatgiri3768 5 жыл бұрын
Aitu real nhoi aitu manhuhok sotorko krar avigan he
@riseup2306
@riseup2306 5 жыл бұрын
@@bhargabpatgiri3768 o
@ridewithsyed9569
@ridewithsyed9569 5 жыл бұрын
Billami soli axai sab
@rajkumarpatir2204
@rajkumarpatir2204 5 жыл бұрын
Bat natkhan hunt ball lagil
@dipakrajbongshi4384
@dipakrajbongshi4384 5 жыл бұрын
good disijon bohut val lagisy aitu karony
@utpalsarma9018
@utpalsarma9018 5 жыл бұрын
News Reporters do two things best, commotion and confusion!
@chitraranjanpegu495
@chitraranjanpegu495 5 жыл бұрын
bohut bohut vl lgse
@zyotishmoyborah8582
@zyotishmoyborah8582 5 жыл бұрын
এইবোৰ নাটক নাটক এ হৈ থাকিব ! ভাল লাগিল এই ধৰণে আমাক শিক্ষা দিয়া কাৰণে ; কিন্তু ৰজা ঘৰৰ VIP সকল যেতিয়া আহে তেতিয়া পিচে এইবোৰ নিয়ম প্ৰযোজ্য হবনে নহয়.. আৰু যদি নহয় তেতিয়া কিন্তু আমি ওলোটাই আপোনালোকক নাটক দেখুৱাম
@nandinibiawas9345
@nandinibiawas9345 5 жыл бұрын
Natok Val lagil
@moviesandstatusworlds3676
@moviesandstatusworlds3676 5 жыл бұрын
Natok jen he lagisee 😌😌
@rajarabha6404
@rajarabha6404 5 жыл бұрын
Biraj Gondhia yes tume ateya he gom pala
@probinkumarboruah8192
@probinkumarboruah8192 5 жыл бұрын
সুন্দৰ নিয়ম নিৰ্দ্ধাৰণ কৰিছে |কিন্তু সাধাৰণ মানুহক আৰক্ষী বা জিলা পৰিবহণ কাৰ্য্যলয়ে যি নীতি-নিয়মৰ দোহাই দি চালান কাটে সেই চালান কিয় আৰক্ষী বিভাগৰ লোকক বা পৰিবহন বিভাগৰ লোকৰ ক্ষেত্রত নাখাটে.? তেওঁলোকে চিট বেল বা হেলমেট পৰিধান নকৰিলেও কোনো শাস্তি প্ৰদান কৰা দেখা নাযায় | তাৰোপৰি পথৰ দাঁতিত বিশেষকৈ তিনিআলি বা চাৰিআলিৰ মুখত কোনো ডাঙৰ গাড়ী দিনৰ দিনটো অবৈধ ভাৱে ৰখাই থলে কোনো জৰিমনা বিহাৰ নজিৰ দেখা পোৱা নাযায় | এইবোৰ ভেকু-ভাওঁনা বাহিৰে অন্য একো নহয় |সাধাৰণতে মানুহে আইন-কানুনবোৰৰ দফা সমূহ ভালকৈ নজনাৰ বাবে ট্ৰেফিক পুলিচক বা পৰিবহন বিভাগৰ লোকৰ জৰিমনা ভৰিব লগা হয় |আপোনাৰ হাতত কোনো কাগজ-পত্র নাথাকিলেও পুলিছে লগে লগে চালান কাটিব নোৱাৰে |১৩৯ আৰু ১৩২ আইনৰ দফা মতে আপোনাক বিনা কাগজপত্রত ধৰিলে আপুনি তেওঁলোকক অলপ সময় বা এক সপ্তাহৰ ভিতৰ সময় লৈ নিজৰ কাগজ পত্র খিনি তেনে তদন্তকাৰী বিষয়াৰ আগত প্ৰদৰ্শন কৰিব পাৰিলে আপুনি জৰিমনাৰ পৰা বাচিব পাৰিব |যদিহে সঁচাকৈয়ে আপুনি ঘৰত সেই কাগজ পত্র খিনি থৈ আহিছিল |
@debasishborah3097
@debasishborah3097 5 жыл бұрын
Very Very Good Action
@jitendratiwari5215
@jitendratiwari5215 5 жыл бұрын
Ohhh it's shooting? ???fine nice work
@dowhandiq1155
@dowhandiq1155 5 жыл бұрын
Moza val hoise
@lulalu6707
@lulalu6707 2 жыл бұрын
আৰু মন্ত্ৰী এমলে সকলক ছাইৰণ বজাই তেলা থেলি কৰি হৰণ বজাই এটো কী ক'ব ডিতিউ ছাৰে 🙏🙏 🙏
@uttomdey2424
@uttomdey2424 5 жыл бұрын
Bhal Kanoon👌👌👌👌👏👏👏👏👏👏
@crazygroup1301
@crazygroup1301 5 жыл бұрын
Guwahati jihe Traffic jam bat ari kor pora dibo hee....🔊🔊🔊🔊🔊
@zainalkhan313
@zainalkhan313 5 жыл бұрын
Very Good
@moinavanjam2404
@moinavanjam2404 5 жыл бұрын
Ji jorimona hoi ase , ako nai ai donere Amar sonor Assam gori uthibi , Jay Hindustan
@dkalita7888
@dkalita7888 5 жыл бұрын
Vary vary good job sir
@sameerdeka5893
@sameerdeka5893 7 ай бұрын
Moza
@sansumaboro5593
@sansumaboro5593 5 жыл бұрын
Aibur ain ulai polic bilakok paisa lutar ak golden chance he diya hoise
@hemantarabha2562
@hemantarabha2562 5 жыл бұрын
Vl kotha ...
@nayanmonidas9847
@nayanmonidas9847 5 жыл бұрын
প্ৰশাসনে ভাল পদক্ষেপ গ্ৰহণ কৰিছে , ৰাইজে আইন কানুন মানি চলিব লাগে ।
@RanjitDas-qv5wk
@RanjitDas-qv5wk 5 жыл бұрын
জয় আই অসম
@moonbora2915
@moonbora2915 5 жыл бұрын
ৰাইজক সজাগ কৰাৰ আগতে প্ৰশাসন কিয় সজাগ হোৱা নাই । দোষীয়ে দোষ কৰিছে শাস্তি দিছে কব লগা নাই । কিন্তু জৰুৰী কালীন গাড়ীখনত ৰোগীজনক ৰখাই থৈ তেওঁলোকে কি বুজাব বিছাৰিছে । এজন ৰোগীৰ জীৱনক লৈ খেলা কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে নেকি এইয়া । এয়াই নেকি বৰমূৰীয়া সকলৰ বিছাৰ বিবেচনা ।
@manjukerketta4750
@manjukerketta4750 5 жыл бұрын
Rugi upr pabogoi jabo diyok besera ukha loboe pora nai, 10k pist loi thakibo 🤣
@mridulbarman4114
@mridulbarman4114 5 жыл бұрын
Eikhon bator naat
@borahbhaskar6633
@borahbhaskar6633 5 жыл бұрын
অ ও এইখন নাটক হে চাই আছিলো অথনিৰ পৰা, ৰাম ৰাম মই আকৌ সঁচা বুলিহে।।।।
@gogoi2499
@gogoi2499 5 жыл бұрын
Good decisions Sir
@mrdasaxom6047
@mrdasaxom6047 5 жыл бұрын
Ambulanc খন যোনে ৰখাই নিউজ বনাইছে তেওলোকে Fine দিলে নে নাই, নিউজ চেনেলৰ কাৰণে মৰি যাব ইমান সময় ৰখাই ৰাখিছে
@hepahorassam5493
@hepahorassam5493 5 жыл бұрын
বহুত বহুত ভাল কথা তাৰে মাজতে এতা কথা ১০ জাগাত ৫ লৈ এৰি দিলে কোনে দেখিব ?
@animallovers3840
@animallovers3840 5 жыл бұрын
Bahut bahut bahut val kam korise 👍🙏🙏
@dccreation490
@dccreation490 5 жыл бұрын
Mja dada happy jurney
@siloklutad4737
@siloklutad4737 5 жыл бұрын
বাইক আৰোহীজনে কিমান ঘন্টা ৰখালেনো? তাতকৈ বেছি নিউজৰ নামত আৰু সজাগতাৰ নামত বেছি সময় ৰখা নাইটো ৷ ভুল কেতিয়াবা সকলোৰে অকস্মাৎ হৈ যায় ৷ ইচ্ছাকৃতভাৱে যদি বাইক আৰোহীজন বাট এৰি দিয়া নাছিল তেন্তে জৰিমনাৰ যোগ্য
@inzamulasad1177
@inzamulasad1177 5 жыл бұрын
পথমে ৰোগীক হছপিটাল লৈ যাক
@polsonowal07
@polsonowal07 5 жыл бұрын
Journalist keita olop besi a dekhuwai bah jeniba gandhibadi he aru 😂😂😂😆😆
@jangdawbaro1553
@jangdawbaro1553 5 жыл бұрын
Best ambulance rule
@akashigonga7641
@akashigonga7641 5 жыл бұрын
Ambulance k bat ari nidiyar karone 10 k fine kintu Media k ambulance khon rokhai thua karone 1000000000 man fine dibo lage immediate
@shemug6981
@shemug6981 5 жыл бұрын
ফুটুকাৰ ফেন এইবোৰ । ।।।।
@pareshdeka6083
@pareshdeka6083 5 жыл бұрын
Ai mojjah..
@Djkartik28
@Djkartik28 5 жыл бұрын
Right
@chinhzrka1232
@chinhzrka1232 5 жыл бұрын
Nice movie
@ankittalukdar945
@ankittalukdar945 5 жыл бұрын
eman dine ki Kori asil ...atiya kio enekuwa kotha amak bujai ase...Ami sb ki mokel neki ...janu sb janu but 39% najane so great job.....bandor bilake Jodi he buji Pai....
@nayanmaninath2203
@nayanmaninath2203 5 жыл бұрын
ভাষণ পিছত দিবি। এম্বুলেঞ্চ খন যাব দি।
@mahenchandraray880
@mahenchandraray880 5 жыл бұрын
Ambulance khon jabo dibo lagisil .... Good news.....
@satyajitkakati1454
@satyajitkakati1454 Жыл бұрын
Good
@dndeb3576
@dndeb3576 5 жыл бұрын
Gautam das transport officer highly congresulate
@dilipdas9924
@dilipdas9924 2 жыл бұрын
মজা
@Dkkkkkk-ku5zh
@Dkkkkkk-ku5zh 5 жыл бұрын
Hitesh Talukdar,apunar Nemcaret o mnuhk alp sohai koribosun..mnhur upokar hb
@saikia4846
@saikia4846 5 жыл бұрын
একো নাই ভালেই কৰিছে কিন্তু কিমান জনৰ বাবে এই আইনখন যদি CM আহে তেতিয়া এই আইন থাকিবনে কাক আগতে যাব দিব বেমাৰী ক নে CM‌ ক এবাৰ ভাবি চাব ইয়াৰ পৰিস্থিতি কিন্তু বৰ বেয়া হ'ব সকলো বাবে এটা দিন আহি আছে 2025 অপেক্ষা কৰক সেই দিন তোলে
@sibangkarcreation5111
@sibangkarcreation5111 5 жыл бұрын
amar abu bu baa au😆😆
@samgamingyt45
@samgamingyt45 5 жыл бұрын
Fine bilak kune lobo police or rugi jon?
@anilbhaiassam6739
@anilbhaiassam6739 5 жыл бұрын
যদি মন্ত্ৰী বিলাকে এৰি নিদিয়ে কিমান টকা জৰিমনা হ'ব ।
@charduarcottonmil5901
@charduarcottonmil5901 4 жыл бұрын
বাটৰ নাটক কৰিছে.. ভাল লাগিল নাটক খন..
@uttamdoley9134
@uttamdoley9134 5 жыл бұрын
গাড়ী আতঁৰ নিদিয়াত যিমান সময় নষ্ট হৈছে সিহঁতৰ লগত খেলি থাকি(ambulance ৰখাই) তাতকৈ দেখোন বেচি সময় নষ্ট হৈছে।,,,,, এয়া ভাওনা যেন লাগে,,,,,,
@culturalassam5650
@culturalassam5650 5 жыл бұрын
বাটৰ নাটক সজাগতাৰ বাবে
@bickyxetry9919
@bickyxetry9919 5 жыл бұрын
Ambulance ok side dya na fine korise kintu nije kio Ambulance khon rukai thoise 10000 nedile Ambulance najai neki
@likemind2009
@likemind2009 5 жыл бұрын
hero heroin..................
@dipankardeka2922
@dipankardeka2922 5 жыл бұрын
Enkua hoi e thke kune o ambulance k dude nidiye specially 4 wheelers
@rupjyotikhakhlari1283
@rupjyotikhakhlari1283 5 жыл бұрын
Natok kri ase kio..jabo diok ambulance khn ..Media live dkhai ase what a common sense .
@nayangogoitengakhatassam6258
@nayangogoitengakhatassam6258 5 жыл бұрын
RUPJYOTI KHAKHLARI aitu ata hojagota...hoi..ambulance khn..original nhoi.. hogmjagota r karne .aitu ata show
@comedyzone6849
@comedyzone6849 5 жыл бұрын
Natok Mjja
@shorts_life_with_goal958
@shorts_life_with_goal958 5 жыл бұрын
mojjah
@bodonortheast
@bodonortheast 5 жыл бұрын
Police Mane public or Dusman ....RIP POLICE
@kamalgogoi8272
@kamalgogoi8272 5 жыл бұрын
চিত্ৰ বনাবলৈ জৰুৰীকালীন গাডী খন ৰখাই থৈছে কিয়৷এতিয়া ৰোগীজনৰ জৰুৰী কালীন নহয়নেকি???
@punaali1553
@punaali1553 5 жыл бұрын
Natok jen lagisee
@mahantadewri342
@mahantadewri342 5 жыл бұрын
ইমান সময় য়ে বকি আছ ৰোগীৰ জন জদি মৰিয়ায় কোনে ৰিক্চ লব। লোকক ১০,০০০ ভৰাব আহে। আপোনালোকে এতিয়া কিমান সময় ৰসালে।
@labanyadas3186
@labanyadas3186 5 жыл бұрын
এমবুলেনচ ৰখাই কিয় থৈছে কথা কৈ থকা সময়ত যদি ৰোগী মৰি যায় তেতিয়া
@TajulIslam-lp7se
@TajulIslam-lp7se 5 жыл бұрын
তেতিয়া ডাইৰেক্ট মেডীয়া স্বর্গ পাবগে যত কেতিয়াও শান্তি নাপাৱ.
@rajubora3848
@rajubora3848 5 жыл бұрын
nice
@SriCCDas
@SriCCDas 3 жыл бұрын
আচল কথা ৰূপে ৰূপহী লগত থকা বাবে গম নাপালে ছাৰে।
@drnandansaha2429
@drnandansaha2429 5 жыл бұрын
acha.....its a drama...😁😁😁 ## but new rules 2 jate..vvip r uporotu... .apply hobo lage
@iamncccadet3494
@iamncccadet3494 5 жыл бұрын
Hello news live.....rugi jonor jodi emanei abosta bya jodi kihor karone eman time rastat rokhai thobo lage.....aru hei Assam police jon ki akol poisa poisa gai ase jen....Poisa pale rugi jon hunkale vl hobo ne ki....Tar mat khar hunile khong uthi jai akol kla poisa....
@mpranabm
@mpranabm 5 жыл бұрын
Natok kora jen lagise ...
@axomiyalora2868
@axomiyalora2868 5 жыл бұрын
ৰোগী থকা গাড়ীখন কিয় ৰখাই থৈছে।
@alakeshsharma4034
@alakeshsharma4034 5 жыл бұрын
Niyom korisae thik asae kintu kothor hobo lagebo
@jeherulislam9713
@jeherulislam9713 5 жыл бұрын
Mor mote niyom to balei lagise. But 108 gari khon eman time roki thakibo nalagisel
@geetanjalisakia4233
@geetanjalisakia4233 Жыл бұрын
🙏🙏🙏🙏
@pronayramchiary5410
@pronayramchiary5410 5 жыл бұрын
NO MERCY....
@papupegu3126
@papupegu3126 5 жыл бұрын
তাৰ বদলি যদি Ambulance খন সোনকালে আহি নেপালে ফাইন কৰি দিয়া হলে বেছি ভাল লাগিল হেতেন,।। আৰু
@munbaruah656
@munbaruah656 5 жыл бұрын
বাটৰ নাট। সুন্দৰ অভিনয়।
@ajnabee4476
@ajnabee4476 5 жыл бұрын
Makeing for promotion
@parthajyotisingha244
@parthajyotisingha244 5 жыл бұрын
বাটৰ নাট চোৱা যেন লাগিল ।
@sanidulislam6927
@sanidulislam6927 5 жыл бұрын
New Live t. Enekoa serials rogi Rakhi kotha koa besi oporad. Teoloke he aporad kori ase
@sailenneog5497
@sailenneog5497 5 жыл бұрын
সাংবাদিক সকলৰ কি ঘটিটো হৈছে।ইমান উৱৰি খাই পৰিছে যে।আমাৰ আহক চোন ৰাষ্টাৰ ঘাটত কিমান বেয়া।
@Airtube628
@Airtube628 5 жыл бұрын
Dada aru ba joni e ambulance khonr bat ari nidya karone 10000 toka lole kintu atia je ambulance khon rokhai thoise tetiya ki rugi jonor ako hua nai neki .teuk hospital nibo lage ne camera t uthbo lage
@gargimainaassamesevlog7403
@gargimainaassamesevlog7403 5 жыл бұрын
Flying ambulance hobo lgbo..tatia he hobo assam ot .nahole . national highway ot jiman market ase..
@masumgogoi5163
@masumgogoi5163 5 жыл бұрын
এইটো এনেই prank চাল্লা সেই বেমাৰীটোক medical নিনি কি কৰি আছে
@SahilAhmed-uy8eg
@SahilAhmed-uy8eg 5 жыл бұрын
moja
@damayantitalukdar2801
@damayantitalukdar2801 Жыл бұрын
👍🏼👍🏼👍🏼🙏🏻🙏🏻🙏🏻💕😊🌹
@tanushmy
@tanushmy 5 жыл бұрын
10haajar tu loi patient jonr pocketot vorai..teur mongol kamonare teuk aaguwaai jaboloi diyok...jate teu 10hajar tu kamot logabo pare.
@bishalboro9104
@bishalboro9104 5 жыл бұрын
Jodi eman emergency a tatya hole ambulance r gari khon kio rokhai thoi dise ..... kelllah
@pritishabarman507
@pritishabarman507 5 жыл бұрын
Misa mati ase news live a
@chandanborah3368
@chandanborah3368 5 жыл бұрын
Ki aku .. ambulance dekhun rokhai thoise ..iman deri ..😂😂 ..lacture ..Mari ..
@nirmaldeka4504
@nirmaldeka4504 5 жыл бұрын
val korise
НАШЛА ДЕНЬГИ🙀@VERONIKAborsch
00:38
МишАня
Рет қаралды 2,6 МЛН
Бенчик, пора купаться! 🛁 #бенчик #арти #симбочка
00:34
Симбочка Пимпочка
Рет қаралды 3,3 МЛН
Kluster Duo #настольныеигры #boardgames #игры #games #настолки #настольные_игры
00:47
黑的奸计得逞 #古风
00:24
Black and white double fury
Рет қаралды 19 МЛН
Shahrukh Khan romantic dance with Madhuri Dixit in award show
6:26
देवेश भैया जी
Рет қаралды 2,1 МЛН
НАШЛА ДЕНЬГИ🙀@VERONIKAborsch
00:38
МишАня
Рет қаралды 2,6 МЛН