শিৱ পুজা, শ্ৰাদ্ধ, হোম, যজ্ঞ, দান, বেদ মন্ত্ৰ, কলিযুগৰ ধৰ্ম হয়নে

  Рет қаралды 1,548

Updesh Mala

Updesh Mala

Күн бұрын

Пікірлер: 74
@PutuliSadar
@PutuliSadar 25 күн бұрын
Kalki abatar hal prabhu
@bababora8395
@bababora8395 Күн бұрын
সুন্দৰ ভাল লাগিল ঔম নমঃ শিৱায়ঃ
@krishnakakaty2624
@krishnakakaty2624 17 күн бұрын
Krishna Krishna provu xundror xewahe jonaisu
@AkamanibharaliBongaon
@AkamanibharaliBongaon Ай бұрын
Joy krishana.
@Maadurga55
@Maadurga55 Ай бұрын
ত্ৰাহি সদাশিৱ সাৰঙ্গপাণি।....কীৰ্তন ষোষা....😊
@BishnuDutta-lw8tg
@BishnuDutta-lw8tg Күн бұрын
Babp jon aupunale akhekho dhonobad❤
@BodhenBorah
@BodhenBorah Ай бұрын
সুন্দৰ
@LizaBorahdolley
@LizaBorahdolley Ай бұрын
🙏
@baniktchutia2259
@baniktchutia2259 Ай бұрын
good.good.go forward.me ssath hu.upka joy ho.om tat sat.
@dipendeori
@dipendeori Ай бұрын
Nice prabhu
@PobitraBora-h1c
@PobitraBora-h1c Ай бұрын
Adharua vagawat apuhia purai dib.
@PobitraBora-h1c
@PobitraBora-h1c Ай бұрын
Hum jagya kora bilakokhe vagowote murkha buli koise.
@RobinchandraGogoi-x1b
@RobinchandraGogoi-x1b Ай бұрын
Krishna baapjona bhagwat bhagi hokolu dhorputhir harankhor mool nahai janu.
@updeshmala2737
@updeshmala2737 25 күн бұрын
@@RobinchandraGogoi-x1b ধৰ্মৰ ৰাজনীতিৰ বিষয়ে জানিলেহে মনুষ্যই মুল ধৰ্মক বিচাৰি পাব। ধৰ্মৰ ৰাজনীতি জানিবলৈ হলে ইতিহাসলৈ ঘূৰি যাব লাগিব। তেতিয়া ভাগৱতৰ ৰচনা গুৰুৰ ৰচনাৰ কাৰণ সমূহ ভালকৈ জানিব পাৰিব। তাৰবাবে লাগিব তত্ত্বদৰ্শী।
@asomiaasom6008
@asomiaasom6008 Ай бұрын
ঔঁ সুন্দৰ ।
@anujdeuri7044
@anujdeuri7044 Ай бұрын
🙏
@renukarayrenukaray1278
@renukarayrenukaray1278 29 күн бұрын
O bopjona apunar kotha 100 jonor 3 jonehe hunibo beya napabo
@pranabdas7121
@pranabdas7121 Ай бұрын
আপুনি আত্ম আৰু পৰমাত্মাৰ বিষয়ে জ্ঞান আহৰণ কৰক,,ঈশ্বৰ আৰু দেৱতাৰ মাজত জ্ঞান আহৰণ কৰক,,ঈশ্বৰ আৰু পৰমেশ্বৰৰ বিষয়ে জ্ঞান আহৰণ কৰক,,তাৰ পিছত ভিডিঅ বনাই মানুহক বুজাই কওক, নহলে,তেজপুৰ মানসিক চিকিৎসকৰ পৰামৰ্শ লওক
@updeshmala2737
@updeshmala2737 Ай бұрын
@@pranabdas7121 শৈৱ সম্প্ৰদায়ক দেহ আৰু আত্মাৰ তত্ত্ব শিকাবলৈ আপোনাৰ লাজ নালাগে নেকি ? সনাতন ধৰ্ম শৈৱ সম্প্ৰদায়ৰ ধৰ্ম সংস্কাৰকে কোৱা হয়। বৈষ্ণৱ ধৰ্মৰ উতপতি সপ্তম শতিকাত আৰু নৱ বৈষ্ণৱ ধৰ্মৰ উতপতি পোন্ধৰ শতিকাত। আপোনাৰ সম্প্ৰদায়ৰ জন্ম নোহোৱা ছয় হাজাৰ বছৰ ধৰি শৈৱ সম্প্ৰদায়ৰ সংস্কৃতি চলি আহিছে। যোগ মাৰ্গ ধ্যান মাৰ্গ অৱলম্বন নকৰা মায়াবীৰ শিষ্যই মোক দেহ আৰু আত্মাৰ তত্ত্ব শিকাব নেকি ? আপোনালৈ মোৰ এটা প্ৰশ্ন হল আপুনি শ্রবন কীৰ্ত্তন কৰি ইঙলা ,পিংগলা আৰু সু সুমনা নাড়ীক চৈতন্য কৰিব পাৰিবনে?আপোনাৰ গুৰুৰ পৰা উওৰটো জানি লওঁক। আপুনি সনাতনী নহয়। সনাতনী আৰু হিন্দুৰ মাজত পাৰ্থক্য আছে। সনাতনী হৈছে শৈৱ সকল আৰু হিন্দু হৈছে আৰ্য ব্ৰাহ্মণৰ দ্বাৰা পৰিচালিত বৈষ্ণৱ আৰু নৱ বৈষ্ণৱ ধৰ্মীয় সকল।
@pranabdas7121
@pranabdas7121 Ай бұрын
@@updeshmala2737 সনাতন মানে শৈৱ নেকি,,আগতে সনাতন শব্দৰ অৰ্থ জানি লওক জ্ঞানী গুৰুৰ পৰা ,,,
@pranabdas7121
@pranabdas7121 Ай бұрын
@@updeshmala2737 হাতেৰে হৰিনাম ধৰিলে ঈৰা আৰু পিংগলা নাৰী শুদ্ধ হয়,,আৰু সুষন্না নাৰী শুদ্ধ এই কলিযুগত কোনেও কৰিব নোৱাৰে,,সত্য, ত্ৰেতা ,আৰু দ্বাপৰ যুগত কেইজন মানেই কৰিব পাৰিছিল,,যি কেইজন অমৰ বুলি শাস্ত্ৰত উল্লেখ আছে
@pranabdas7121
@pranabdas7121 Ай бұрын
@@updeshmala2737 ছয় হেজাৰ বছৰ আগত কি যুগ চলি আছিল,,?দ্বাপৰ যুগ,, আৰু এতিয়া কলিযুগত আপুনি মেদ যোৱা ঔষধ মানুহক খুৱাই বেমাৰ বৰাই থাকিব বিছাৰিছে ,,আপোনাৰ ব্যক্তিগত লাভৰ বাবে
@pranabdas7121
@pranabdas7121 Ай бұрын
@@updeshmala2737 আপুনি যদি যোগ আৰু ধ্যান কৰে পুৰাণৰ মতে ঘোৰ অৰণ্যৰ মাজত কৰক নিৰ্জন ঠাইত,,ঘৰৰ ভিতৰত কেনেকৈ কৰিব,,সংসাৰৰ মায়াই আপোনাক আগুৰি আছে। কাজু বৰপিৰ সপোন দেখি থাকে ,,আপুনি শিৱ পুৰাণৰ মাত্ৰ মাজৰ চাৰিলাইন মাটি ভিডিঅ বনাই,,প্ৰথমৰ পৰা শেষলৈ মাতি ভিডিঅ বনাই দিয়ক,,,শিৱ গীতাক ভাৰতবৰ্ষৰ আইনেও মান্যতা দিয়া নাই, কৃষ্ণ গীতাত চুই শপত খাৱলৈ দিয়ে
@DhrubaSarma-op5co
@DhrubaSarma-op5co Ай бұрын
গাধ কলে আকাশ খন ৰঙা। হাতীয়ে কলে আকাশ খন নিলা।এটাই কয় ৰঙা।এটাই‌ কয় নিলা। তাকে লৈ গাধ আৰু হাতী‌ৰ দবৰা-দবৰী কাজিয়া ‌লাগিল।কাকো কোনেও সৰু নহয়।শেষত উপাই বিহিন হৈ দুই গাধ,হাতী সিঙৰ ওচৰত গৈ কলে সিঙহ মামা আমাক বিচাৰ এটা কৰি দিব লাগে।সিঙহ ই। কলে কি বিচাৰ।গাধ কলে মামা আকাশ খন ৰঙা নহয়।হাতী কলে কিয় হব আকাশ খন নিলা । আকৌ কাজিয়া আৰম্ভ হ'ল।কাজিয়া দেখি সিঙহ ই হাতীক বহুত ‌কোবালে হাতী হৈ গাধ এটাৰ ‌ লগত কাজিয়া কৰ। গতিকে গাধ, মূৰ্খ,বেঙাৰ লগত টৰ্ক কাজিয়া যুক্তি দি কি লাভ নিজৰেই বিপদ।
@ranahazarika220
@ranahazarika220 22 күн бұрын
হৰি ৰাম হৰি ৰায এমূল মন্ত্ৰ । কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। প্ৰহ্লাদ চৰিত্ৰ কীৰ্তন ঘোষা। গতিকে আপুনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক তেখেতে লিখা শ্ৰী মদ্ভাগৱতৰ বাণীক অসত্য আৰু মায়াবী গুৰু বুলি উপহাস কৰাটো আপোনাৰ দোষ হৈছে। আপুনি মনৰ পৰা শঙকা বোৰ আতৰ কৰক। শান্তি পাব । কৃষ্ণ জয় গুৰু শঙ্কৰ।
@updeshmala2737
@updeshmala2737 22 күн бұрын
@@ranahazarika220 শংকৰদেৱৰ মত হৈছে হৰি ৰাম হৰি ৰাম এই মূল মন্ত্ৰ কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। । কৃষ্ণৰ গীতাৰ উপদেশ হৈছে তপ জপ যজ্ঞ দান ৰূপ নুহেত্যজ বুলিয়া কৰ্তব্য কৰ্ম কৰিবা অৱশ্য। । শাস্ত্ৰৰ বিহিত যত স্বধৰ্ম্ম কৰ্মক বুলিয়া কৰ্তব্য কৰ্ম কৰিবা প্ৰত্যেক। । ভ্ৰম বশে যদি ত্যাজে নিয়ত কৰ্মক সেই কৰ্ম ত্যাগকেই বোলে তামসিক। হেৰ মহাশয়, শংকৰদেৱৰ কথা সত্যনে কৃষ্ণৰ উপদেশ সত্য?কাৰটো গ্ৰহণ যোগ্য। আপোনাৰ গুৰু কৃষ্ণৰ গীতাৰ উপদেশৰ বিৰুধ নহয়নে?
@pranabdas7121
@pranabdas7121 Ай бұрын
বুদ্ধ অৱতাৰ শেষ হৈছে,,,,শিৱৰ নাম হৰি কেনেকৈ হল,,কৃষ্ণৰ নাম কিমান তাকে জানি লওক, জন্ম হৈ সকলো ক্ষুদ্ৰ, ব্ৰাহ্মণৰ ঘৰত জন্ম লাভ কৰিলে ব্ৰাহ্মণ নহয়,,ভগৱান ৰাম ক পূজা কৰা নে লৱ কুশক কৰে,,কল্কি অৱতাৰ হৱলৈ বহুত বহুত বছৰ আছে , মানুহৰ অয়ুস কিমান,,বেদৰ ধৰ্ম্ম হৈছে নাৰায়ণৰ উপসনা,কৰা,,আপুনি কৈছে শিৱ পুৰাণৰ কথা,শিৱ পুৰাণৰত হৰিনাম লৱলৈ কৈছে। শিৱ ক পুজিলে কৈলাস ত গৈ ভূত আৰু প্ৰেতৰ লগত থাকিব লাগিব, নাৰদ মুনিত কৈ আপুনি জ্ঞানী নহয়, আপোনি মাজৰ লাইন পৰি লাভ নাই গোটেই পঢ়ক,,ব্ৰাহ্মণক দান দি মানুহ কঙাল হৈ পৰাৰ ফলত বুদ্ধ অৱতাৰ ধাৰণ কৰিছিল আৰু হলিৰাম আৰু কৃষ্ণ আৱতাৰৰ পিছত যেতিয়া শিৱ ভক্ত ৰাক্ষস আৰু অসুৰ সকলে দৈত্য গুৰু শুক্ৰচাৰ্যাৰ উপদেশ মানি বেদ ৰ মতে যাগ যজ্ঞ কৰিব ধৰি পূণ্য আৰ্জন কৰিছিল, তেতিয়াই দেৱতা সকলে ভয় খাই ছিল যে যদিহে অসুৰ সকলে এনেকুৱাকৈ বেদ ৰ মতে কৰ্ম কৰি শক্তি আহৰণ কৰিলে আকৌ মানৱ সকলৰ ওপৰত দেৱতা সকলৰ ওপৰত অত্যাচাৰ কৰিব,,তেতিয়াই ভগৱান বিষ্ণুৰ ওচৰত শৰণ লৈছিল আৰু ভগৱান বিষ্ণুই বুদ্ধ অৱতাৰ ধাৰণ কৰিছিল,,আপোনাৰ মূৰত কলি লম্ভিছে। সাৱধান হওক নহলে পৰীক্ষিতৰ দৰে কি পাপ হৱ গমেই নেপাৱ। শ্ৰৱণ কীৰ্ত্তন মহা ধৰ্ম,,মেদ যোৱা ঔষধ খাই আপোনাৰ বেমাৰ ভাল নহয়,,,,শিৱ আৰু বিষ্ণু ভিন্ন ভিন্ন নহয়,,কিন্ত দুয়োজনৰ কৰ্ম্ম বেলেগ বেলেগ, আপুনি প্ৰধান শিক্ষক, শিক্ষক আৰু কেৰাণী চকীদাৰ একে কেটাগীৰিট ৰাখিছে,,,
@updeshmala2737
@updeshmala2737 Ай бұрын
শংকৰদেৱক গৈ সুধিব যদি কৰে গুৰুক হেলা বেদকো নিন্দে যদি কোনো বেলা নামৰ সিও মহা অপৰাধি। (কীৰ্ত্তন ঘোষা) বেদে যাক বিহি আছে তাকে বুলি কৰ্ম্ম বেদে যাক নিষেধিলে সেহিসে বিকৰ্ম ।। বিহিত নাচৰি হয় বিকৰ্ম পাতেক এই তিনিবিধ কৈলো তোমাত প্ৰত্যেক। । (ভাগৱত) তপ জপ যজ্ঞ দান কৰ্ম নুহেত্যজ বুলিয়া কৰ্তব্য কৰ্ম কৰিবা অৱশ্য।। (গীতা) ভ্ৰমবশে তেজে যদি নিয়ত কৰ্মক সেহি কৰ্ম ত্যাগকেই বোলে তামসিক। । (গীতা) হেৰা মীঞা ভাই। মই পাশ্চাত্য দৰ্শনৰ অনুগামী নহয়।ভাৰতীয় শৈৱ সংস্কৃতি অৱলম্বন কৰা পূৰ্ণ সনাতনী মই। আপোনাৰ দৰে বিদেশী খ্ৰীষ্টীয়ান আৰু মুছলিম সম্প্ৰদায়ৰ অনুকৰণ নকৰো। এক শৰণ নাম ধৰ্ম পাশ্চাত্য দৰ্শনৰ লগত পূৰ্ণ সম্বন্ধ আছে।গতিকে তাতেই আপুনি পছি মৰক। তোৰ ধৰ্ম কালি জন্ম। অস্তিত্ব নথকা এটা সম্প্ৰদায়।পাবত গজা ধৰ্ম। যেনেকৈ আনৰ গা গছত ধৰি শিপা মেলা গছ।
@pranabdas7121
@pranabdas7121 Ай бұрын
@updeshmala2737 গুৰু কোন,,, পৰম ঈশ্বৰ কৃষ্ণ ক দেখুৱাই দিব পৰাজন গুৰু ,,, বেদে কাৰ কৰ্ম্ম কৰ্ম্ম কৰিব কৈছে পৰম ঈশ্বৰ কৃষ্ণৰ,,, , আকৌ কৈছো সনাতন শব্দৰ অৰ্থ শিকি যুক্তি দিব,, মেদ যোৱা ঔষধ খুৱাই থাকিব নোৱাৰিব,,, মিঞাই যদি সনাতন ধৰ্ম গ্ৰহণ কৰে আপুনি কিয় বেয়া পাই
@updeshmala2737
@updeshmala2737 Ай бұрын
@@pranabdas7121 আপোনালৈ এটা প্ৰশ্ন আগবঢ়াইছিলো মহাশয়। প্ৰশ্নৰ উত্তৰ নাহিল। প্ৰশ্নটো হৈছে 1) কৃষ্ণৰ পৰা নাৰায়ণৰ অৱতাৰনে নাৰায়ণৰ পৰা কৃষ্ণৰ অৱতাৰ? 2)নাৰায়ণৰ পৰা কৃষ্ণৰ অৱতাৰনে বিষ্ণুৰ পৰা কৃষ্ণৰ অৱতাৰ? 3)ধৰ্ম আৰু মূৰ্তিৰ সন্তান নৰ আৰু নাৰায়ণে কৃষ্ণ অৱতাৰ লৈছিলনে আৰু কোনোবাই?
@pranabdas7121
@pranabdas7121 Ай бұрын
@@updeshmala2737 সেই বাবেই টো আপোনাক পৰম ঈশ্বৰৰ নাম বোৰ প্ৰথমতে জানিলৱলৈ কৈছিলো,,এটা কথা স্পষ্ট কৰক আপুনি কোন জন শিৱ ৰ কথা কৈছে, 1__অনন্ত নাগত শয়ন কৰি থকা ,,শংখ চক্ৰ গদা,পঙ্কজ ধাৰী,পিটবসন পৰিধান কৰা ,গলত কৌস্তভ মণি বিৰাজ কৰিথকা শিৱ? 2__ গলত সৰ্পৰ মালা ,হাতে ত্ৰিশূল আৰু দম্বৰু লৈ ,বাঘৰ চাল ,পৰিধান কৰা ,শৰীৰত ভস্ম সানি লৈ থকা দিগম্বৰ শিৱৰ কথা কৈছে,, 3__ নে নিৰকাৰ পৰম ব্ৰহ্ম শিৱ সনাতনৰ কথা কৈছে
@pranabdas7121
@pranabdas7121 Ай бұрын
@@updeshmala2737 সেইবাবেই কৈছো প্ৰভু ভগৱন্তৰ নাম সমূহ অধ্যয়ন কৰক,,( যি জনে ব্ৰহ্ম ক নাভি কমলত পদুম ফুলত সৃষ্টি কৰিছিল,,যি জনে অনন্ত নাগত শয়ন কৰি থাকে ,পীত বসন পৰিধান কৰি চাৰিখন হাতত শংখ, চক্ৰ, গদা পদ্ম, ধাৰণ কৰে ,কন্ঠত কৌস্তভ মণিয়ে শোভা কৰে ) সেই জনাৰ নাম কিমান তাকে জানি লওক । 2__ আপুনি কোনজন শিৱৰ কথা কৈছে ,হাতত ত্ৰিশূল দম্বৰু লোৱা,সতীৰ স্বামী,,যি জনে গলত সৰ্পৰ মালা,বাঘৰ চাল পৰিধান কৰে ,শৰীৰত ভস্ম সানি দিগম্বৰ হৈ থকা শিৱৰ কথা কৈছে,? 3__ নে আপুনি নিৰাকাৰ ঈশ্বৰ শিৱৰ কথা কৈছে,,
@KrishnaNiranjan68
@KrishnaNiranjan68 Ай бұрын
শিৱ কোন আপুনি জানেনে?
@updeshmala2737
@updeshmala2737 Ай бұрын
@@KrishnaNiranjan68 কৃষ্ণ কোন আপুনি জানেনে?
@KrishnaNiranjan68
@KrishnaNiranjan68 Ай бұрын
শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। ধৰ্মৰ উত্তম নাম।। দেৱৰ উত্তম দৈৱকী নন্দন। চৰণে কৰো প্ৰণাম।।
@baniktchutia2259
@baniktchutia2259 Ай бұрын
siva kun krishna kun janiboloi muk nuhudhe kio? siva kun krishna kun moi bujai dim.siva kun krishna kun moi olap dinar bhitarat video banai di assu sai loba.thanks
@pranabdas7121
@pranabdas7121 Ай бұрын
কলিযুগত হৰিনাম ধৰ্ম্ম সহজলভ্য,,টকা পইচাৰ অপচয় নহয়,,ধ্যান কৰিব লাগিলে বনত গমন কৰিব লাগিব মহা মহামুনিৰ ধ্যান ভংগ হয়,আমিবোৰ কোন,,ভক্তৰ সংগত হৰিনাম কীৰ্ত্তন কৰিলে মন নামত হে থাকে,,সেইবাবেই শিৱৰাত্ৰি হওক দুৰ্গাপূজাৰ সময়ত আমি নাম দল আমন্ত্ৰণ কৰি হৰিনাম লবলৈ কও
@baniktchutia2259
@baniktchutia2259 Ай бұрын
হৰিনামাৰ বিষয়ে জানিবলৈ youtubet Bani kt chutia seach কৰি ৮তাৰ video চাই লওক। হাৰিনাম প্ৰকৃততে কি।হৰিনামাত কলিয়ে কি মায়াজাল পেলাই থৈছে তেতিয়াহে বুজি । অন্যৰ্থা মৃত্যু লৈকে মায়া জলত পৰি নৰক গমন সব।thanks।
@baniktchutia2259
@baniktchutia2259 Ай бұрын
হৰিনামত জে কলীয়ে ময়াজাল ৰছী মানুহক নাৰাকগামি কৰিব তাৰ প্ৰমাণ চাবলৈ youtubet Bani kt chutia seach কৰি ৮ ৰ্টা video চাই লওক।নহলে মৃত্যু লৈকে ময়াত পৰি থাকিব।thanks
@pranabdas7121
@pranabdas7121 Ай бұрын
@baniktchutia2259 তেতিয়া হলে হৰি বোল বুলি কিয় কয়। ? নেগাৰা নাম ,কিয় মাতে ,আপুনি স্বৰ্গ ত যাব নে কৈলাশ লৈ যাব,,শিৱ কৈলাশ ধামৰ অধিপতি ,,পৰম ঈশ্বৰ নাৰায়ণৰ অৱতাৰ শ্ৰীকৃষ্ণৰ নাম কীৰ্ত্তন কৰিলে আত্মই মুক্তি পায় ,,
@baniktchutia2259
@baniktchutia2259 Ай бұрын
ভাগৱত মানে যদি হাত চাপৰি হাৰীনাম এৰি উঠোতে বহুতে ভাত খাওঁতে ৰাম বা কৃষ্ণ বা শিৱ এটিয়াদি হৰীনাম লবলৈ হালকল্প লওক। মই কোৱা নাই ভাগৱতত কৈছে।মোৰ লগত লাগি লাভ নাই।শক্তি আছে যদি ভাগৱতত লগাক।thank।​@@pranabdas7121
@baniktchutia2259
@baniktchutia2259 Ай бұрын
​@@pranabdas7121mur video salene nai.prathame sai louk.pare jodi hangbadmel patak.mitu kaloru kal mahakal.
@ganeshsarma706
@ganeshsarma706 Ай бұрын
কলি যুগ বুলি যি সকলে ভাবে আমাৰ মতে অনন্ত সময়ৰ বিভাজন সম্ভব নহয়। সকলো সময়তে সুসময় দুসময় আছে যাৰ বাবে হিৰণ্যক্ষ, হিৰণ্যকশিপু বলি পাতাল গমন ৰাৱণৰ লংকাধংস আদি কৰিয়েই প্ৰভাৱ,ৰাম বনবাস, সীতা বনবাস , দুৰ্যোধনৰ বংশ ধংস, আদি কলিৰেই প্ৰভাৱ।
@pranabdas7121
@pranabdas7121 Ай бұрын
@@ganeshsarma706 চন্দ্ৰমোহন শৈৱৰ মূৰত কলি বাস কৰি ওলোটাই বুজাই আছে
@renukarayrenukaray1278
@renukarayrenukaray1278 29 күн бұрын
Sardho pindo luviya xokolar kam bepari bilakor kam
@anudevi960
@anudevi960 6 күн бұрын
Sradho pindo mulsim e nokore apuni hoi nk🧐
@NdDd-rz9qh
@NdDd-rz9qh Ай бұрын
আপুনি সনাতনী সনাতনি কৈ থাকে যে আপুনি কৃষ্ণত শৰণ ললে নে নাই আৰু আপোনাৰ ভগৱান কোন?? ভগৱান এক ।। শিৱ, ব্ৰহ্মা আদি সকলোৱে কৃষ্ণত শৰণ লৈছে ।। 🙏🙏 ((শুনা সভাসদ পদ হুয়া একমন। হৰি গুণ নাম কৰা শ্ৰৱণ কীৰ্ত্তন।। কৃষ্ণ গুণ বিনে নাহি আনন্দৰ স্থান। পৰম মধুৰ ৰস জানি কৰা পান।।))
@updeshmala2737
@updeshmala2737 Ай бұрын
@@NdDd-rz9qh কৃষ্ণ কোন?বেদত কৃষ্ণ নাম আছেনে?
@updeshmala2737
@updeshmala2737 Ай бұрын
@@NdDd-rz9qh আনন্দহে কৰিব পাৰিব মুক্তি নাপাব। কাৰণ দৈত্যৰ বিনাশৰ বাবেই কৃষ্ণৰ জন্ম আৰু কৃষ্ণ নামৰ প্ৰকাশ।
@NdDd-rz9qh
@NdDd-rz9qh Ай бұрын
@@updeshmala2737 আপুনি কৃষ্ণক চিনি নাপাই 😃😃😃
@NdDd-rz9qh
@NdDd-rz9qh Ай бұрын
@@updeshmala2737 ভগৱত গীতাৰ ৯.১৬/১৭ শ্লোক কি কৈছে .... কৃষ্ণ কোন নাজানে আপুনি ... আপুনি ভূল তথ্য নিবিয়পাব।
@being7002
@being7002 Ай бұрын
eyaai problem apunalukor ,kisu Shaiva a kobo Krishna Srestha nohoi ,kisu Vaishnav a kobo Only Krishna ha shrestha , eidorei mul rahasya tatva nojona xokole ijone xijonor majot laagi thakibo, eyaau parabrahma r mayarei Abritto , Kothatu hol xokolu Shruti ,smriti Puranaadir Xaar keval ek Vakya t a aase je Satya xodai ek , Rig veda r " Ekam sat Vipra Vahudha vadanti" a u take koi je satya ek sadhu xokole taak bhinna rupot maane, aaru aapuni ji buddho ovotaror kotha koi shankardev k relate korise xeya xosaa hoboi nuare , aapuni shankar "sangharia " kitaak teneke kobo paare , shankar dev a kunu karonote Ved karma k tyag koribo kua nai, Shankardev a nijeu Janeu/logun poridhaan korisil, Teu aasil Bhagwadbhakta gotike teur pray xomuh rosonaate Krishna bhaktir lekh a pua jaai , te teuei gunanukeertan koribo, infact protikhon puranot u eya hua dekha jaai, jene Shiva puranok Shiva bhakti k highlight kora ba Vishnu / Srimadbhagawad ityadi puranonot Vishnuk highlight kora besike, kintu totsotteu ultimately ek buliye ghuxona kora hoi, Shankardev a jetia likhise se "onyo dev devik nokoriba xev " xeya ninda korar proyaax re nohoi , jaate "Krishna premi/bhakta xokole"teuk eri efale xifale ghuri nufure karon beleg puranot/sampraday t beleg dev devik shrestha protipadit kora hoise , tene khetrot krishna bhakta r teur porau mon aatori ahile xeyau othole jabo , gotike ejonote jaate monot rakhi nijor moksha r marg prashasta koribo pare xei uddyesere, ataitke main kotha hol jun jarei bhokto nohouk kuneu kaaru ninda koribo nalage xeya mohapatak.​@@updeshmala2737
Livestream Sahaja Yoga Alibaug 30-12-2024/2
3:07:46
Sahaja Yoga Alibaug
Рет қаралды 425
It’s all not real
00:15
V.A. show / Магика
Рет қаралды 20 МЛН
“Don’t stop the chances.”
00:44
ISSEI / いっせい
Рет қаралды 62 МЛН