শিৱসাগৰৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰি কি কৈছিল ছাত্ৰজনে?

  Рет қаралды 130,337

ND24

ND24

20 күн бұрын

শিৱসাগৰত ছাই বিকাশ একাডেমীত একাদশ শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত নিহত অধ্যক্ষ ৰাজেশ বাবু। ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰত ব্যাপক চাঞ্চল্য। কেনেদৰে সংঘটিত হৈছিল শিৱসাগৰৰ চাঞ্চল্যকৰ ঘটনা? ঘটনা সংঘটিত কৰি কি কৈছিল ছাত্ৰজনে?
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZbin channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 309
@Axomgiyananu
@Axomgiyananu 18 күн бұрын
আজিৰ ছাত্ৰ সমাজৰ প্ৰায়বোৰেই এনে অভদ্ৰ। ইয়াৰ বাবে একমাত্ৰ জগৰীয়া অভিভাৱক।
@diepzyotigogoi1773
@diepzyotigogoi1773 18 күн бұрын
Kuno mak deotake nijor hontanok beya hobo nihikai .hodai val huwatuai bisare
@netrakamaldeka4151
@netrakamaldeka4151 18 күн бұрын
Ata kotha ami asari kub khai khai pahilu kintu kunudin misbehave kori napalu aru atiau mur duai jau.bor dukhor kotha kio ajikali lora suwalibur ane hoise bhogabanehe jane aru.
@thejknath6017
@thejknath6017 18 күн бұрын
O prai bur satra satriye anedore suri Mari phure!!! ,,,,satra satrir psychology uporat antata 12 loi counselling bebostha Kora usit,,,kunu janmate ovadra hoi nahe ,,,bohut saru saru Lora suwaliye suicide Kore tetiya??
@Suravikhakhlary
@Suravikhakhlary 18 күн бұрын
Lora sowali beya kam korile obhibhabok dost diya hetu nohoi. Atu amar ku somas karone hoi
@michaelhasda7194
@michaelhasda7194 18 күн бұрын
Right
@rlaskarkam3616
@rlaskarkam3616 18 күн бұрын
খুবেই দুৰ্ভাগ্যজনক । ছাত্ৰজনক আইনে উচিত শাস্তি দিব লাগে ।
@democraticfreedom-g7q
@democraticfreedom-g7q 18 күн бұрын
নাম, টো দিয়ক ছাত্র জনৰ। হত্যা কাৰী ছাত্র হলে নাম দিয়ক ফটো নালাগে
@tutumanibarman5384
@tutumanibarman5384 18 күн бұрын
যেতিয়াৰ পৰা স্কুলত সন্তানক মাৰিলে মাক, বাপেকে খেদি জাই কোৱা হল মোৰ সন্তানক মাৰিব আপুনি কোন তেতিয়াৰ পৰাই সন্তান নষ্ট হোৱাৰ আৰম্ভ হল ।আমি মাৰ খাই ঘৰত আহি কলে কৈছিল ভালে হৈছে আৰু মাৰিব লাগিছিল আৰু মাৰিবলৈ চাৰ, বাইদো হতক লগাই দিছিল মাৰিব ।
@raihanalam2019
@raihanalam2019 16 күн бұрын
সেই দিন এতিয়া নাই।
@tutumanibarman5384
@tutumanibarman5384 16 күн бұрын
@@raihanalam2019 সেই কাৰণে এইবোৰ ঘটনা বাঢ়ি গৈ আছে।
@amu536
@amu536 18 күн бұрын
গুৰুৰ হাতৰ পৰা চেৰেকনি কাঢ়ি লোৱা বাবে এনে অধঃপতন হৈছে।ভয় নোহোৱা হৈছে।
@nayandas2581
@nayandas2581 18 күн бұрын
💯%
@jitugogoi9666
@jitugogoi9666 18 күн бұрын
100% সঁচা কথা
@hanseali1924
@hanseali1924 18 күн бұрын
100%ৰাইট
@pronobkachari4490
@pronobkachari4490 18 күн бұрын
100% right
@user-wq2tv2zr5z
@user-wq2tv2zr5z 18 күн бұрын
নহয়নো কি
@pobitraboruah9266
@pobitraboruah9266 18 күн бұрын
শিক্ষক জনে ঘৰৰ অভিভাৱক খবৰ দিব লাগিছিল যে লৰা জন অঙ্কত বেয়া গতিকে ইয়াক ভালদৰে চাব বুলি শেণী কোঠাৰ পৰা ওলিয়াই দিব নালাগিছিল । আজিকালি লৰাই ভালকৈ ভাবি চিন্তি নাচায় পিছত কি হব বুলি ।
@ranjitgowsami7891
@ranjitgowsami7891 18 күн бұрын
ভূল শিক্ষক জনাৰো আছে, সৰু লৰা ছোৱালী ৰ মন বুজিব পাৰিব লাগিব
@uttamclassroom514
@uttamclassroom514 18 күн бұрын
আয়ো দেহা । ই সালোতে যো
@ranjitgowsami7891
@ranjitgowsami7891 18 күн бұрын
@@uttamclassroom514 কি হল
@anuskabhuyan7240
@anuskabhuyan7240 18 күн бұрын
@@ranjitgowsami7891 jiman e bhul nathakok noro hotya moha paap himan e kolu. Manuh mora tu ki normal kotha hoise ni apuni lora tuk beyake nokoi teacher jonok beyake koise je?
@gitarthadutta3978
@gitarthadutta3978 18 күн бұрын
Baperor konitu
@dhrubbarman4912
@dhrubbarman4912 18 күн бұрын
Dhur bhag
@pabitraprandutta2497
@pabitraprandutta2497 18 күн бұрын
আজিৰ ই এক অতি চাঞ্চল্যকৰ বিষয় এই ক্ষেত্ৰত প্ৰশাক্ষণ তৎপৰ হোৱা উচিত। মই ভাবোঁ এই ঘটনাটো ইংৰাজৰ মেকʼলে শিক্ষা ব্যৱস্থাৰ পৰিণতিত সংঘটিত হোৱা এক পৰিকল্পিত ঘটনা‌, এতিয়াটো সেই সমূহ সলনি হ'ব হ'ল,ইয়াত আমাৰে ভুল ক'বলৈ গ'লে ইয়াৰ উপৰিও পাঠ্যপুথিত উচিত মানদণ্ডৰ বাস্তৱসম্মত লেখনি নথকাৰ পৰিণতিত শিক্ষক সকল ছাত্ৰ ছাত্ৰীৰ হৃদয়ৰ পৰা আঁতৰি গৈছে ।বহু শিক্ষকে নিজক প্ৰতিষ্ঠা কৰিব পৰাকৈ পাঠ সমূহে মূল্যাংকন কৰিব পৰা নাই ইয়ে মন-মগজু যন্ত্ৰৰ দৰে কৰি পেলাইছে। পিতৃ-মাতৃ-ভাতৃ-ভগ্নী ,বন্ধ-বান্ধবী আচাৰ্য-আচাৰ্য্যা ,দেশ-ভাষা-সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা ভাৱ, মনুষ্যতা, প্ৰকৃতি প্ৰেম ,আত্ম দৰ্শন, কাম,ভক্তি-ভাৱনা-চিন্তাশক্তি এই সকলোবোৰ সামৰি পাঠ্যক্ৰম যোগোতোৱাত কিছু ক্ৰতি দেখা গৈছে ইয়াক পৰ্য্যালোচনা কৰাটো জৰুৰী । ইয়ে উচিত শৈক্ষিক সমাজ প্ৰতিষ্ঠাত কৰাৰ ক্ষেত্ৰত হেঙাৰ হৈ পৰা দেখা গৈছে।ইংৰাজৰ দিনৰ পৰা উমি-উমি জলিবলৈ ধৰা জুই কোৰাত যদি এতিয়াই চেঁচা পানী নেঢালে তেন্তে অসম তথা সমগ্ৰ্য ভাৰতবৰ্ষত বিষম পৰিস্থিতিযে দেখা দিব কাৰণ আজিৰ শিশু অৰ্থাৎ ছাত্ৰ কাইলৈৰ দেশৰ ভবিষ্যত গতিকে শিক্ষা দৰে মহৎ দানক অথলৈ যাবলৈ দিব নোৱাৰি ।নিজে জ্বলি আনক পোহৰৰ বাট দেখুৱাই যিজনে, সেইজনেই হ'ল শিক্ষা গুৰু। শিক্ষাগুৰুৰ আজিৰ অৱস্থা আৰু পৰিস্থিতিৰ মুলতঃ যি সমস্যা আছে সেই সমূহৰ উচিত বিশ্লেষণ আৰু ইয়াৰ সমাধান কৰিলেহে আগন্তুক দিনত এখন ভাল সমাজ প্ৰতিষ্ঠা হ'ব। এই ঘটনাটোক ন্যায় প্ৰণালিয়ে উচিত দৃষ্টিকোণেৰে নিৰিক্ষণ কৰাটো ভাল হ'ল ইয়াত দোষী-নিৰ্দোষী নহয় বহুত কথা চালিজাৰি চাব লাগিব নহয়নে়?
@SpaceIsAwesome0358
@SpaceIsAwesome0358 18 күн бұрын
Teacher jonor bhul ase sab student samane chuka nohoi moromere bugab lagicil .lora tur gat u bhul ase .But 1st teacher action loisil . Tar jitu age siman katha nathake gat moram karilahe buje.🙏
@dimbeswarkonwar7659
@dimbeswarkonwar7659 17 күн бұрын
ভৱিষ্যতেও তেঁও আৰু কৰিব। গতিকে উপযুক্ত শাস্তি দিব লাগে।
@bijulidas6789
@bijulidas6789 17 күн бұрын
আগৰ দিনত একলব্যই নিজৰ আঙুলি কাটি গুৰু দখিনা দিছিল কিন্তু বর্তমান যুগত মানে কলিৰ যুগত ছাত্রই ছুৰিৰে খুছি গুৰুৰ পৰা তেজ শুহি লয়।
@nripenboruah32
@nripenboruah32 18 күн бұрын
সংবাদ মাধ্যমে ডিটেক্টিভৰ ভুমিকা নললেই ভাল।
@arungogoi3012
@arungogoi3012 18 күн бұрын
Impact of Flime #Animal 😢 Gov should ban Such type of Film😡
@user-lk8ec8pf1r
@user-lk8ec8pf1r 18 күн бұрын
Yes😢
@Okurrrrrrrrrrr
@Okurrrrrrrrrrr 18 күн бұрын
Exactly
@bidyutbikashgogoi5722
@bidyutbikashgogoi5722 18 күн бұрын
Kun tu scene t asile nu Animal r anekua murder case?
@user-lk8ec8pf1r
@user-lk8ec8pf1r 18 күн бұрын
@@bidyutbikashgogoi5722 akbre ake tu tnkua nhoi kintu.... school t bonduk loi Jai Dom dibole
@bidyutbikashgogoi5722
@bidyutbikashgogoi5722 17 күн бұрын
@@user-lk8ec8pf1r anekua mentality lorar bbe movie dukh di lav nai.. Hoitu he hai movie khn nasabou pare..
@trinayansallinone4224
@trinayansallinone4224 18 күн бұрын
পুলিতে উভালি পেলোৱা ভাল ।
@chaocheng9076
@chaocheng9076 18 күн бұрын
Mobile aru cinemai ses kori pelaise aru hbo eneku
@kaberimoran5496
@kaberimoran5496 18 күн бұрын
কোনো কম নহয় কি ছাত্ৰ কি শিক্ষক। সকলো একেই
@madhulekhaboruah4196
@madhulekhaboruah4196 18 күн бұрын
Right logor lorar agat apoman karebo nalaga moramara bujabo laga nubujela hakalura logot alusana karebo laga dewtak naikeya lora tar manakhek abostatuo sabo lagebo ke sale thaka tar monat
@gakulsonowal6019
@gakulsonowal6019 18 күн бұрын
Tumar date mamuhar babe haoich harami
@hopeslife123
@hopeslife123 17 күн бұрын
Ji ki nhok teacher k Eneke maribo nalagisil
@Bot-X
@Bot-X 16 күн бұрын
Tur nsna murkhou kom Nhoi... Ki koribo lage xei2 baad de... Ki kbo lage tar u gyan nai... Illiterate stupid
@northeastassamesefoddie9664
@northeastassamesefoddie9664 16 күн бұрын
​@@hopeslife123 hoi heitu crime
@udaychangmai7625
@udaychangmai7625 18 күн бұрын
Niti hikhya buli kitap ekhn agote ami school t pohisilu...hei subject tu khubei dorkari aji time t
@user-te4mb5de4w
@user-te4mb5de4w 18 күн бұрын
Haitutu Ajikali pura dorkar suwali hawk lora hawk eku hanmaan karibo najane eku Khali madd bhang khai kajia lagibo jane
@udaychangmai7625
@udaychangmai7625 18 күн бұрын
Animal sabo ,kabir singh sabo monuh enekuwai hobo...
@Aspirant98741
@Aspirant98741 18 күн бұрын
Right.
@surendrasurendra6163
@surendrasurendra6163 15 күн бұрын
ডানৱ ৰূপী হত্যা কাৰী ছাত্ৰৰ জনৰ পৰিচয় কিয় সংবাদ মাধ্যমে লুকুৱাই ৰাখিছে। এনেদৰে যদি প্ৰবন্ধটোৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰাখিলে সমাজত এনেধৰণৰ ঘটনাৰ ঘটিবলৈ আৰু বেছি দিন নালাগিব। হত্যাকাৰী হত্যা কাৰীয়েই তাত কোনো সৰু ডাঙৰ নাই। ফাছী দিব লাগে।
@tridipkumardas2174
@tridipkumardas2174 14 күн бұрын
আপোনাৰ দৰে হয় টো ছাত্ৰজনো উত্তেজিত হৈ পৰিছিল। এনেধৰণৰ উত্তেজনাৰ বাবেই অপৰাধ সংঘটিত হয়।
@kirangogoi4748
@kirangogoi4748 18 күн бұрын
চাত্ৰ জনৰ নাম নাই নেকি ?
@nabanitabarman9768
@nabanitabarman9768 17 күн бұрын
Some private School / college be like... আমাৰ স্কুলৰ পৰা কিতাপ - বহি ইউনিফর্ম সকলো বৰ লব লাগিৱ,.. লাগিলে শিক্ষা টো বাহিৰৰ টিউশন পৰা লোৱা।
@dibaswapna2331
@dibaswapna2331 17 күн бұрын
Teacher jone ane bebohar korat ke jodi student tuk valdore bujai pohar khetro khonot agbahi jabole utsah dile hoi.tetia hoitu ane nahal hoi.mur mote dui jone jogoriya.akhon tal akole nabaje.hoitu tak hodai anedore mntl distrb di thake sage.
@nilutpaldutta4581
@nilutpaldutta4581 11 күн бұрын
Hnka ie lgise metally tortured korisil sage .
@SanatanBiswas-jy1yw
@SanatanBiswas-jy1yw 18 күн бұрын
ছাএজনে ভূল সিদ্ধান্ত ললে-------- কৰ্মটো গৰিহনাৰ যোগ্য । কিন্ত আজি কালি কিছু অনুষ্টানৰ মূৰববীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰা দেখা য়ায় -------- অনুষ্টানৰ মূৰববী সকল সদায় নম্ভ্ৰ ও বাস্তৱ বাদী হব লাগে -------- । শিক্ষা দান মহান দান -------- বেয়া ছাএ জনক বেছী গুৰুত্ব দিব লাগে ------- তেতিয়া শিক্ষক জনৰ মানবতা বৃদ্ধি পায় । বেয়া ছাএ জনে বেছী সম্মান কৰিব ।
@bhishmabhattarai3511
@bhishmabhattarai3511 18 күн бұрын
Apunar xantan jodi ase Apuni xangskar dibo
@hemantanath6405
@hemantanath6405 16 күн бұрын
ছাই বিকাশ স্কুলৰ কৰ্তৃপক্ষ অন্ধ্ৰপ্ৰদেশৰ মালিক খিনিৰ ব্যৱহাৰ অত্যন্ত বেয়া। গুৱাহাটীৰ আহোম গাওঁৰ ৰেদ্দীৰ আৰু বেয়া। শিক্ষাৰ্থী মৰি গলেও কেয়াৰ নকৰে। অভিভাৱক সকলে সকলো জানে তথাপিও নিমাত, ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হব লাগে মাত্ৰ। মানুহ কিন্তু হব নালাগে
@tutumanibarman5384
@tutumanibarman5384 18 күн бұрын
আমাৰ দিনত স্কুলত মাৰ খালে মা ,দেউতা হতে ভাল পাইছিল
@babuldas4341
@babuldas4341 17 күн бұрын
হয়
@hiranyarajkhowa4119
@hiranyarajkhowa4119 18 күн бұрын
মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে নেকি বাৰু। মানৱতাৰ অধপতন। আমাৰ নতুন প্ৰজন্ম কলৈ গৈছে বাৰু সঁচাকৈয়ে ভাৱিব লগা হৈছে।আজিৰ শিক্ষা ব্যৱস্থাই প্ৰকৃততে আমাক মানুহৰ পৰা যন্ত্ৰ বনাবলৈ গৈছে নেকি সেয়াও ভাৱিব লগা হৈছে। মানুহ হোৱাৰ পৰিবৰ্তে চিকিৎসক, অভিযন্তা, উচ্চ পদৰ চাকৰি কৰাৰ সপোন দেখুওৱাৰ ফল নেকি বাৰু।❤❤❤
@nayanjyotigogoi1061
@nayanjyotigogoi1061 18 күн бұрын
Dukh teacher jonore loratua matchot durbol ok to tak nuare nuara vage bohi thakibo deok . Aituke nokore apuni tak classor pora dadgiri dekhai bahir kore dese .To obviously tar matha gorom hoboe he koise no collegeot fee dekene phibo goise nuarele bare bare pohabo lagibo bujabo lagibo aru jode apuni hikabo nuare to bad deok tak nijor mote bohi thakibo deok classor pora bahir kore debole apunak kune right dele. Apuni jode studentsor logot eco friendly babohar korebo nejane teacher aru studentsr majot hotru nisina behaviour kore obviously student tuao apunak opponent bulia vabibo . Gutei lora suali bilakor major pora loratuk bahir kore dese apuni hoitu tak sobore agot bea beake insultu korese to he ata immature lora to tar mental health kiman provab pore he aitu stap loise
@nayanjyotigogoi1061
@nayanjyotigogoi1061 18 күн бұрын
Aji kali L P schoolor pora student bilakok hikabole kiman training de thake . Ata batchak pohabole hole batchatur logot friendlyness hoikene pohabo logia hoi . . Apuni purona teacher hoi agor batch burot tenekoi mar pit kore pohaisele teacher aru studentsor majot friendlyness nai apunar . Apunak kunu studenta kiba ata buji napale hudibole voi korebo tene dhoronor manuh hobo apuni .. to tetear denot tenekei solisile student bureo hikhya gurur buli .... aji kali hai den nai aji kali lorai base vag homoi mobilot game aru social media use korea time pass korea homoibur pothiai thake . Anebur lorar dimag but short temper hoi. To apuni as a teacher jode ata puali lorak kenke handle korebo lage nejane ki teacher hoise apuni. Aji kali kisuman ase teacher houk ba student kisumanor knowledge jode topper hoi tar knowledge Khali pohar oporite himito out knowledge akebare nathake ..
@nayanjyotigogoi1061
@nayanjyotigogoi1061 18 күн бұрын
Agor dinotu hikhya guru bule kole ji honman buli koi asame duror porai poli fure buli koi Aibur asolte honman nhoi Voior sutot polai thake .. kihor voi buli kole nijoke sabosun kteaba apuni teacher bulia nhoi kunuba akhon hikhito homajor majot apuni jode nopoha nuhuna manuh hoi tetea hai hikhito homajkhornor pora atorota thakibo kionu apuni ahikhito. jode apunak kiba hudhe apuni ki kobo laj honkhoir voi.. Aibur niom atea holoni korebo holl . Hikhok aru satror majot pita putro nisina hombondho he thakibo lage friendly type.
@madhurjyaentertainment733
@madhurjyaentertainment733 15 күн бұрын
Xeibuli ki mari felabo neki....beleg ako nahoi student tu pagol
@user-te5nh1sd2h
@user-te5nh1sd2h 18 күн бұрын
Hosa kotha beyoktigoto khondor hikhyanusthanot hongskaror kisu ovab dekha Jai. Moiu agoraki beyoktigoto bitdyaloyor teacher.Ami Jen bak rutdho aku koribo nuaru . বহুত কথা bahiror পৰা টো বহুত dhunia.
@prabhatkrgogoi8153
@prabhatkrgogoi8153 13 күн бұрын
এৰা , ক্ষন্তেকৰ ভুল সিদ্ধান্তৰ বশৱৰ্তী যি কাম সংঘটিত কৰি ওৰেটো জীৱন মানুহৰ মৰমৰ পৰা নিজকে বঞ্চিত কৰি পেলালি ৷ আনৰ মৰমৰ পৰা বঞ্চিতহৈ মানুহ ৰূপে জীয়াই থকা বহু কষ্টকৰ ৷
@user-lt9nm2cc7z
@user-lt9nm2cc7z 18 күн бұрын
Encounter korok jodi dom take 😅
@munnarahman6051
@munnarahman6051 18 күн бұрын
Ki karone student jonok uliai disil
@apurbadas8142
@apurbadas8142 18 күн бұрын
এই সম্প্ৰদায়টোৱে এদিন অসমখন শেষ কৰি পেলাব ।
@lahorbhagawati4357
@lahorbhagawati4357 17 күн бұрын
What u mean? Whose community?? You know anything?
@user-wj4wv4xc5o
@user-wj4wv4xc5o 14 күн бұрын
mojaa
@rubisharma-yb8pr
@rubisharma-yb8pr 18 күн бұрын
Amar ajan sir koisil ane bayasat lara bure eku buji napai maramare bujaba lage .teacher r kisu katha janar datkar
@arupbharali1246
@arupbharali1246 18 күн бұрын
Privet school bilag bondho kri dibo lage.
@kalyanikonwar1377
@kalyanikonwar1377 17 күн бұрын
Reporter jonei dekhun hai manuhjonor statement loi Dhonyobad etau nidile j?? Statement diya jonor kotha complete koribo nidiyakoi mike loi reporter jon guci ahile j?? Aibur kotha alop gurutto dibo lage. 😮😮 No mercy should be given to the boy. He should be given capital punishment.
@krishnabarman5395
@krishnabarman5395 18 күн бұрын
Phasi dib lage amhil gogoi should notice
@tridipkumardas2174
@tridipkumardas2174 14 күн бұрын
ছাত্ৰ জনে টো এটা ডাঙৰ অপৰাধ কৰিছে কিন্তু এজন ছাত্ৰই এনে সিদ্ধান্ত কিয় লব লগীয়া হল বা ছাত্ৰ জনৰ উপৰত শাৰীৰিক বা মানসিক অত্যাচাৰ কৰা হৈছিল নেকি তাৰো উচিত তদন্ত হব লাগে। মই ভাবোঁ যে ছাত্ৰ জনক শ্ৰেণীকোঠাৰ পৰা উলিয়াই পথিওৱাতকৈ অভিভাৱকক মতাই আনি ছাত্ৰ জনক অভিভাৱকৰ সন্মুখত বুজনি দিব লাগিছিল । এইয়া কেৱল মোৰ মনৰ ভাৱহে প্ৰকাশ কৰিছোঁ দেই🙏
@itsme-hr7de
@itsme-hr7de 18 күн бұрын
Side effect of bollywood movies
@gogoi2499
@gogoi2499 18 күн бұрын
Kisuman private school bilakot teachers bilakor bhul ase. Karon private school bilakot class sot bhalkoi nubujai. Kinto tuition korile hokolu bhalkoi bujai. Moi nije paisu ai to problem.
@snehadas843
@snehadas843 18 күн бұрын
Heibuli kabak mara tu justify kore nki?
@gogoi2499
@gogoi2499 18 күн бұрын
@@snehadas843 Student jone crime korise moi nai Kora buli kuwa nai. Techers bilake ki kore class sot Complet nokore kinto tuition complet kori diye. Tution kora Student jone marks 50 bhitorot 50 pabo aru tution nokora student jone 25 pabo. Karon to jane hei teacher jone tution Kora lora jonok bhul holeo full marks diye Karon nohole student jonor maak-deoutak tution arai dibo.
@snehadas843
@snehadas843 18 күн бұрын
@@gogoi2499 heibur koi lav nai kabak mari dya tu eku kothae justify koribo nuare ekue nuare, ekhini kotha koi okol ei incident tu glorify kora hbo which is so so wrong. Nothing can justify his death this way.
@PatrickBatemanJr0007
@PatrickBatemanJr0007 17 күн бұрын
Ki chomu logic logaiso
@sanjibchoudhury9023
@sanjibchoudhury9023 18 күн бұрын
Tako encounter kri diyak. Jate ata example hai thake. 😡😡😡
@jahirulislam4311
@jahirulislam4311 18 күн бұрын
আজি শিক্ষা জগতত বৰ লজ্জা জনক ঘটনা ঘটিল দেখুন।
@dhritirajray6769
@dhritirajray6769 18 күн бұрын
Aji kali aru xaidn nii teacher a pitile next din xai teacher jonok dekhile polowa..aji kli teacher a pitile aguli towai Kobo kela tuk rastat okole pbo lge 😅
@jayray6237
@jayray6237 17 күн бұрын
Aji kali teacher bilakoro bhorokha ni... harassment over korisil hoito
@ronjuhazarika2152
@ronjuhazarika2152 15 күн бұрын
😊
@pranabeshbaruah8314
@pranabeshbaruah8314 18 күн бұрын
লাখ লাখ টকা লৈ ইঞ্জিনিয়াৰিং,মেডিকেল কলেজত ঢিট দিয়া সপোন দেখোৱা couching center বিলাকৰ শিক্ষক সকল সাৱধানে থকাই মঙ্গল
@digantadeka7201
@digantadeka7201 18 күн бұрын
Ki hobo goi ase Axomkhn😢
@user-fu7ej9sh3n
@user-fu7ej9sh3n 18 күн бұрын
AASU immediately come into force to stop such crime in next Coming days by any student
@manabdas7280
@manabdas7280 18 күн бұрын
Sanjeev vanga reddy jailot vorabo lage.🤬
@user-lk8ec8pf1r
@user-lk8ec8pf1r 18 күн бұрын
😊
@isfahanhussain6630
@isfahanhussain6630 13 күн бұрын
😢
@user-wv2jf8qh9c
@user-wv2jf8qh9c 18 күн бұрын
শিক্ষক সকলেও লৰা ছোৱালী ক বেছি গালি গালাজ কৰি শিকাব নালাগে বুজা বুজি থাকিব লাগে শিক্ষক আৰু ছাত্ৰ ৰ মাজত বন্ধু সময়ত কঠোৰ হব লাগে
@paragthakuria1995
@paragthakuria1995 18 күн бұрын
😱😱
@porideka6957
@porideka6957 18 күн бұрын
nabalak buli eri dile nhbo.tak hastri dibo lgy.nohole akow j anekua kando nkrbo tat ki kotha ase.
@jayantadeka4146
@jayantadeka4146 18 күн бұрын
Private sectort education gusi gole anekuai hb.
@One-of-a-kind1_ADRE
@One-of-a-kind1_ADRE 18 күн бұрын
Ami schoolt thakote kimn ki xhasti pua nasilo.... Kantoliya sor khaislo, kanot dhora khaiso, classr bahirt thio hyso, sekonir/scalr kub khyso....but anka situasn hua nsil studentr falor pora atia tu haat a nuthai studentr uport almst. Imn khini hoijyo kora capacity nai jdi lift aru bht dhakka, ksto, gali khbole baki ase.
@Whatdoesthatmean11
@Whatdoesthatmean11 18 күн бұрын
Student tuye bohut beya korile he punishment deserve kore kintu teachers j apunak imn marisils j horute heitu u eku proud kribo logia kotha nhoi.
@sanjibbora6180
@sanjibbora6180 18 күн бұрын
Schools and,colleges principal s control koribo students.
@assam2006
@assam2006 18 күн бұрын
এই বিশেষ সম্প্ৰদায়ৰ ছাত্ৰ জনক কি কব।
@dhirajdas3054
@dhirajdas3054 18 күн бұрын
Tar koni Kati de .
@bidyutbikashsarmah9955
@bidyutbikashsarmah9955 18 күн бұрын
এটাই কম.. কোনো শুদা নহয় কি শিক্ষক কি ছাত্ৰ
@aktarbhuyan650
@aktarbhuyan650 18 күн бұрын
Hoy
@user-lj8eb5bq5b
@user-lj8eb5bq5b 17 күн бұрын
Aji kale mak dautak lora suwalik school asat marila u Bea pai haikarn ankua hoisa
@pradiphandique9005
@pradiphandique9005 18 күн бұрын
Heituk open shut koribo lage. He homajor eta kalpit.
@basantisaikia9815
@basantisaikia9815 18 күн бұрын
মাক দেউতাক বা অভিভাৱক দোষিব নালাগে ৷
@kishoridas6447
@kishoridas6447 18 күн бұрын
Ellection ৰ result ৰপিছৰ পৰা এই বিলাক কি নঘটিবলগীয়া ঘটনা ঘটি আছে। চিন্তাৰ বিষয়।
@babuldas4341
@babuldas4341 17 күн бұрын
ঠিক
@malotiguwala4311
@malotiguwala4311 18 күн бұрын
Nam kbo nai pra nki
@netrakamaldeka4151
@netrakamaldeka4151 18 күн бұрын
Ata kotha mon koribo khakolue ,ajikali lora suwaliburok ami abhibhabok khakole mane moiu imanke kou je jugtu kenekua tumi koriboi lagibo pohiboi lagibo tetiahe tumi kiba ata hobo pariba.ami imanei khihotok mantel pressure diu je khihotok ami abaru nukhudhu tumi ki condition ot asa.poisa disu admission disu toi pohiboi lagibo.full mantel pressure ajikali lora sualiburor.moi ai kamtur babe loratuk support kora nai kintu ai internetor jugot manuhbilak iman speed dourise kuneu karu khukh dukhor khobor lobor babe ahori nai.
@soniasarkar1431
@soniasarkar1431 18 күн бұрын
Minor buli rehai dile aru societyt oporadh bahiboi
@parakhmoni21
@parakhmoni21 18 күн бұрын
Kabir Singh... Animal... Ru lage anekua film sabo... Cee cee
@dhirajdas3054
@dhirajdas3054 18 күн бұрын
Sudurvai, tar name to kobo pora nai neki . Balie news diya .
@biswajitgogoi7747
@biswajitgogoi7747 18 күн бұрын
Kobir Singh and Animal movie reaction.
@uddiphazarika2097
@uddiphazarika2097 18 күн бұрын
Hodai vul ktha dekhai miss guide kre tene k hoi u , by d g e nhok it's a crime , bt Karon bisari saok raij
@uddiphazarika2097
@uddiphazarika2097 18 күн бұрын
Eair main reason easily accessible sb trp jonito krn , g bur social media r nam available hoise n also for godi meadia
@bandanakonwar664
@bandanakonwar664 17 күн бұрын
মাক দেউতাকৰ শিক্ষা
@neone4759
@neone4759 16 күн бұрын
Dangerous Kids of Dangerous Parents. All over Assam
@priyankabaruah2311
@priyankabaruah2311 18 күн бұрын
Atia lora sowaliye besikoi phn sai thake babei teolokor mak deotak , aatmio swajan , teacher karore proty ako emotion nai . Teolok phycho oporadhi. Atiao konoba dujon ajon Val student ba lora sowali nothoka nhy. Korona houte online class kori kori addiction hol aeboror. Assam r uthi oha generation r osorot njr mak deotakore security nai.
@prativasaikia6980
@prativasaikia6980 18 күн бұрын
Shoot kori dibo lage
@aditya.sharma
@aditya.sharma 17 күн бұрын
Kali jug
@banjitbharadwaj
@banjitbharadwaj 18 күн бұрын
Guli mari dibo lage .
@pradipkumarkalita99
@pradipkumarkalita99 18 күн бұрын
গতিকে লগে লগেই একাউণ্টাৰ কৰি উঠি অহা বিপথে যোৱা ল'ৰা ছোৱালীক মেছেজ দিব লাগে।
@phulmatiswargiary8649
@phulmatiswargiary8649 13 күн бұрын
Direct studentak ulai diya to Teacherar bhol hal . Kiono maram karilehe manuhak bhal kariba pari.kam se kam warning diba lagisil.
@xman3897
@xman3897 18 күн бұрын
Not One sided act according to action law
@sewalibordoloiphukan288
@sewalibordoloiphukan288 14 күн бұрын
Andhra pradesh t assamese naineki?
@suravispakghor4443
@suravispakghor4443 18 күн бұрын
Aibur vl kotha nohoi
@jray2821
@jray2821 12 күн бұрын
Aisobok rakhi labh nai ...sidha fasi diyok sorkare ....
@suarsuar747
@suarsuar747 18 күн бұрын
Naam ki johora student tur......???
@mriduldewri5671
@mriduldewri5671 18 күн бұрын
Sai Vikash namtuai 2 nombori eaer asol namtu hoi se Sri ram academy namtu kholai sai Vikash koriloise
@LixEleven
@LixEleven 13 күн бұрын
Eyar babe avivaok hokol dayi
@DebojitSaikia-m5w
@DebojitSaikia-m5w 16 күн бұрын
Eibur students thaki lv ni fasi Debo lage😊
@mainamaina2808
@mainamaina2808 18 күн бұрын
ইয়াক মাৰি পেলাব লাগে ,,,ইয়াক জীয়াই ৰাখিব নালাগে ,,,,
@SandibRoy
@SandibRoy 18 күн бұрын
Ty pagal naki are you fool...jodha murkho sala
@indprajit1590
@indprajit1590 18 күн бұрын
Parents e lalon palon responsible
@budheswarsaikia3103
@budheswarsaikia3103 18 күн бұрын
Student nohoi, si murderer ,tak jiai rakhibo nalage,si aru maribo.
@RameshDas-dt2lq
@RameshDas-dt2lq 18 күн бұрын
Abhibhaok ajirjugor hoseton nagorik nohoi.
@hirakjyotidutta7515
@hirakjyotidutta7515 18 күн бұрын
Eni eku nhoi.....
@northeastassamesefoddie9664
@northeastassamesefoddie9664 16 күн бұрын
Moi dekhisu Christian school burot teacher bure histasar nihikai ami jeneke dangor burok dada baideo matu teneke hihote namate naam d mate apuni matatu durore kotha tumi aru toi use kore,,,eibur niom Christian school t nathakibo pare kintu india t thaki indiar niom tu hikabo lage,dangor horu mana tu hikabo lage heibur school t, jeneke Assamese medium school t hikai
@kusumbaruah2336
@kusumbaruah2336 18 күн бұрын
তাক মাৰি পেলাই দিলে আগলৈ এনেকুৱাঃ ঘটনা নহয়
@user-te4mb5de4w
@user-te4mb5de4w 18 күн бұрын
Maribo nalage
@gitarthadutta3978
@gitarthadutta3978 18 күн бұрын
Kela ajikali 99 percent he pai
@BibpobMohan
@BibpobMohan 18 күн бұрын
Abhibhabok hokol hoseton houk.
@chinmoyaxomvlog2151
@chinmoyaxomvlog2151 18 күн бұрын
Vl dra tadanta karok ....
@bhargabmixertube6397
@bhargabmixertube6397 18 күн бұрын
Hindi movie saise🙌🏻
@man3246
@man3246 15 күн бұрын
Web series......over commercialization of Movie......
@hemantamoran8472
@hemantamoran8472 18 күн бұрын
Sob mastore hikhya louk ear pra .....students k kne k treat kribo lage...
@KarunaRajbongshi-e6p
@KarunaRajbongshi-e6p 18 күн бұрын
Drugs ahokto
마시멜로우로 체감되는 요즘 물가
00:20
진영민yeongmin
Рет қаралды 32 МЛН
Самый Молодой Актёр Без Оскара 😂
00:13
Глеб Рандалайнен
Рет қаралды 9 МЛН
Clown takes blame for missing candy 🍬🤣 #shorts
00:49
Yoeslan
Рет қаралды 39 МЛН
Alex hid in the closet #shorts
00:14
Mihdens
Рет қаралды 10 МЛН
Jammu Attacks: Pakistan’s new terror  gameplan
33:42
India Today
Рет қаралды 12 М.
마시멜로우로 체감되는 요즘 물가
00:20
진영민yeongmin
Рет қаралды 32 МЛН