Рет қаралды 72,846
জানুৱাৰী মাহত বিপুল ভোটত জয়ী হৈ চৰকাৰ গঠন কৰিছিল শ্বেখ হাছিনা আৰু তেওঁৰ দল আৱামী লীগে। কিন্তু হঠাৎ ৬ মাহৰ ভিতৰতে কিয় দেশ এৰি পলাবলগীয়া হ'ল প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকী ? বাংলাদেশৰ এই অচলাৱস্থাৰ আঁৰত আছে কোন ? এয়া চীন, পাকিস্তান নে আমেৰিকাৰ পৰিকল্পনা ? বিশ্বজুৰি চলিছে চৰ্চা