জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ আজি ৫৭৬ জন্মোৎসৱ উপলক্ষে এঞ্জেলা চাংমাইৰ সুন্দৰ এটা ভাষণ

  Рет қаралды 64,601

Biplab Neog

Biplab Neog

Күн бұрын

Пікірлер: 90
@binitachetia7327
@binitachetia7327 Ай бұрын
এঞ্জেলা চাংমাইৰ সুন্দৰ বক্তব্য শুনি আপ্লুত হ'লোঁ। এনেকৈ সুন্দৰ বক্তৃতা দি আগবাঢ়ি গৈ থাকা❤❤🙏👌
@amiyabora-tg8ld
@amiyabora-tg8ld Ай бұрын
Krishna Krishna probhu pramisu Aai
@indirachutia1089
@indirachutia1089 Ай бұрын
সুন্দৰ বক্তৱ্য ৷আই গৰাকীলৈ শ্ৰদ্ধা জনালো ৷
@PradipGogoi-i7b
@PradipGogoi-i7b 21 күн бұрын
মাজনী আমাৰ পামৰু মন মাধৱে ডাকে ঘনে ঘন। তুমি কৈছা ঈশ্বৰৰ এক অংশ বুলি শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত বিশ্বাস ৰাখি ‌‌। ‌‌। বহুতো মানুহে এই কথা টো কি বুজি পায় আমি অধমে নাজানো। কাৰণ জীৱ ও ব্ৰহ্ম এক ও অভিন্ন। অকল শ্ৰীমন্ত শঙ্কৰদেৱ ই নহয় সমগ্ৰ জগতৰ য'ত জীৱ ও ব্ৰহ্ম এক ও অভিন্ন। গতিকে ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্ম সৰ্বোচ্চ সত্য আৰু ই অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত চৈতন্য সনাতন কল্পনাতীত। গতিকে দেহাটো বা জগত খন মায়াময় অসাৰ বিনাশ শীল। কিন্তু ব্ৰহ্ম বা আত্মা একেই অমৰ। ব্ৰহ্ম এক সত্য ম জ্ঞানম অনন্তম। দেহধাৰী সকলো জীৱ বা আত্মা বা ব্ৰহ্ম এক। মাএ জ্ঞান কম্ম গুন কম বেছি। অহ্ঙকাৰ মানে দেহ আৰু আত্মা এক হৈ থাকি দেহে মই আত্মা বুলি অহ্ঙকাৰ কৰে। কিন্তু অহম ব্ৰহ্মাশ্মি বুলি বুজি পোৱা পিছত আত্মা বিশুদ্ধ চেতনা হৈ ব্ৰহ্ম সত্য হয়। তেতিয়া জীৱ জন্ম মৃত্যু বন্ধনৰ পৰা মুক্ত হৈ ব্ৰহ্মৰেই লগত মিলি সচিদানন্দ হৈ ব্ৰহ্মতেই বিলিন হয়। উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি দেহত আত্মা সোমাই থাকে অনুকুল বায়ু যেনে প্ৰাণ অপ্ৰাণ উদ্যান বেন সমান নাগ কুম্ম কিকৰ দেৱ দত্ত আৰু ধনঞ্জয় বায়ু আত্মাৰ লগত মিলি থাকে। প্ৰত্যেক জন জীৱৰpartবেলেগ বেলেগ ্। সেই হে য'ত জীৱ জঙ্গম কীট পতংগৰ অগ নগ জগ তেৰি কায়া ।কায়া মানে চেহেৰা। গতিকে শঙ্কৰদেৱেই নহয় সব আত্মা ব্ৰহ্ম।মানে কম্ম যজ্ঞ বেলেগ বেলেগ। এক ব্ৰহ্মৰ সব প্ৰতিবিম্ব ব্ৰহ্মৰ ৰে। ৰশ্মি। যেনে এক সূৰ্যৰ পোহৰ আৰু তাপ গোটেই জগতত‌ পৰে ঠিক সেইদৰে ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্ম বা আত্মা বা ঈশ্বৰৰ চেহেৰা নাই অব্যক্ত নিগুন সবব্যাপী। মা লক্ষ্মী বুজি পালেনে।
@Mamonigogoi-l6c
@Mamonigogoi-l6c Ай бұрын
আই আপোনাৰ ভাষনে নব প্ৰজন্মক বহুতো প্ৰেৰণা দিব বুলি আশা কৰোঁ গুৰুসেৱা ভকত সেৱা কৰিবলৈ তেওঁলোকক সুমতি দিয়ক আই কৃষ্ণ কৃষ্ণ !
@urbashibarman2984
@urbashibarman2984 Ай бұрын
Krishna Krishna 🙏🙏🙏, xundor anuvob
@rekhamoniboruah7741
@rekhamoniboruah7741 Ай бұрын
কৃষ্ণ কৃষ্ণ❤ বহুত ভাল লাগিছে
@Harikrishna63G
@Harikrishna63G Ай бұрын
এঞ্জেলা আই:🙏 কৃষ্ণ কৃষ্ণ 🙏ৰাম ৰাম 🙏। প্ৰভূ্ৰ কৃপা আই গৰাকীৰ লগত নিৰন্তৰ থাকিব 🙏 কথাবোৰ একেবাৰে ১০০% সত্য কথা।
@mintudas394
@mintudas394 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুতো ভাল লাগিল
@QueenChutia-eu3sg
@QueenChutia-eu3sg Ай бұрын
সুন্দৰ আৰু সময়োপযোগী ভাষন শুনি বৰ ভাল লাগিল
@dibyachamuah7052
@dibyachamuah7052 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@SaralaSaharia-ye5hm
@SaralaSaharia-ye5hm Ай бұрын
খুব সুন্দৰ ভাষন। ভাল লাগিছে।
@junudas4324
@junudas4324 Ай бұрын
বহুত বহুত ভাল লাগিল বাইদেউ
@Bipinborah-w1n
@Bipinborah-w1n Ай бұрын
কৃষ্ণ আই গৰাকী আগবাঢ়ি যোৱা
@amarendradeka5253
@amarendradeka5253 Ай бұрын
সুন্দৰ বক্তব্য দীছে
@KESHABCHANDRASAIKIA-b5z
@KESHABCHANDRASAIKIA-b5z Ай бұрын
বাইডেউ, আপোনাক বহুত বহুত 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@bharatibora7101
@bharatibora7101 Ай бұрын
বৰ ভাল লাগে অ তোমাৰ কথাবোৰ শুনি ❤
@MissMinakhiTanti
@MissMinakhiTanti Ай бұрын
আপোনাৰ বক্তব্যই মন চুই গল
@lovelyItzy-xk5ot
@lovelyItzy-xk5ot Ай бұрын
@@MissMinakhiTanti saklo dharmke sanman korib lage bhagot Gita pori maa kamakhya gonesh bhagwaan k apman korib dise neki
@MissMinakhiTanti
@MissMinakhiTanti Ай бұрын
@@lovelyItzy-xk5ot apunar kuwar motlob kii
@monujda238
@monujda238 Ай бұрын
সুন্দৰ বিয়াখ্য কৃষ্ণ কৃষ্ণ
@SangitaKhandadhara
@SangitaKhandadhara Ай бұрын
এঞ্জেলা আই পৰম আন্তৰিকতাৰে কৃতজ্ঞতা জনালোঁ কৃষ্ণ
@MukulHazarika-zi7yx
@MukulHazarika-zi7yx Ай бұрын
সুন্দৰ, বহুত ভাল লাগিল।
@Jyo-w9i
@Jyo-w9i Ай бұрын
The true feeling of Sankardeva is the supreme force Will directly or indirectly communicate to all with having firm believe in Brahma which is the Bhakti
@NISHANGA2.0
@NISHANGA2.0 Ай бұрын
ভাল লাগিছে আঈ
@JayantaDhing-py2to
@JayantaDhing-py2to Ай бұрын
Krishna Krishna aai.aaponar.vbist.ojjl.hok
@NirupamaKalita-s5o
@NirupamaKalita-s5o Ай бұрын
সুন্দৰ অতি সুন্দৰ
@malobikadutta2235
@malobikadutta2235 Ай бұрын
খুব সুন্দৰ,,, কৃষ্ণ .
@jituburagohai7535
@jituburagohai7535 Ай бұрын
Examplery Speech to publishing Assamese culture at National and International platform specially Jagat Gurujana Sri Sri Shankar Dev Adarkha . Heartest Regards
@kalpanabaruah3494
@kalpanabaruah3494 Ай бұрын
বৰ ভাল লাগে কথাবোৰ শুনি।
@mintudas394
@mintudas394 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুতো ভাল লাগিছে
@prasannagogoi4106
@prasannagogoi4106 Ай бұрын
Angela krishna God bless you
@BhaneswarPangging
@BhaneswarPangging Ай бұрын
Thank you very much
@dhanmonirajbongshi5672
@dhanmonirajbongshi5672 Ай бұрын
সুন্দৰ বা কৃষ্ণ
@RatulGayon
@RatulGayon Ай бұрын
এঞ্ছেলা আইগৰাকী আপোনাক সাক্ষাততে সেৱা এভাগ ধৰিবলৈ পোৱা হলে আমাৰ মনটো বৰ ভাল লাগিল হেতেন কিন্তু কি কৰিব আমাৰেই দূভাগ্য সেয়েহে দূৰৈৰ পৰাই সেৱা ধৰিলো আৰু ঈশ্বৰৰ চৰণত আপোনাৰ সবটো প্ৰকাৰৰ মংগল অথে প্ৰাথণা জনালো । কৃষ্ণ। জয় গুৰু শংকৰ ।
@Jyo-w9i
@Jyo-w9i Ай бұрын
According to deep feel in soul of Sankardeva God is everywhere present both within and outside in the whole Universe it may be formless with various infinite form
@GhanashyamBaruah-y2k
@GhanashyamBaruah-y2k Ай бұрын
কৃষ্ণ সুন্দৰ ভাষণ
@rekhagogoi322
@rekhagogoi322 Ай бұрын
Hundar padakhyap aagbahi juwa bhagawantai kripa karak🙏.
@dulumonigogoi3311
@dulumonigogoi3311 Ай бұрын
কৃষ্ণ বৰ সুন্দৰ ।
@NirupamaKalita-s5o
@NirupamaKalita-s5o Ай бұрын
আহিবানে এদিন আমাৰ ইয়ালৈ
@brojenkhargharia15
@brojenkhargharia15 Ай бұрын
Krishna god bless you
@Biplobnath-h3w
@Biplobnath-h3w Ай бұрын
সুপ্ৰভাত জনালো. ভাল লাগিল.
@JunaliSaikia-c7z
@JunaliSaikia-c7z Ай бұрын
সাহসেৰে আগ বাঢ়ি যোৱা 🙏🙏
@anandaramgowala6634
@anandaramgowala6634 Ай бұрын
A studious personality with the ability to speak the truth.
@AnimaDasAnimaDas-t6h
@AnimaDasAnimaDas-t6h Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏 কৃষ্ণ
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr Ай бұрын
আছানে তুমি আই দুৰ দুৰনীৰ পৰা চাই আমি আছোঁ খেলি ধুলি বালি লৈ খেলিছো আই তোমাৰ দৰ্শন পোৱাৰ আশা কৰি সন্ধিয়া খেলি থাকোঁতে থাকোঁতে জোনৰ পোহৰত গছৰ ওপৰত সহজে গৈ পৰাত দেখা গ'ল পাটৰ আৰৰ পৰা আইয়ে হাঁহি হাঁহি যেন কৈছে আৰু কৈছে তোমাক লগোৱাই যোৱাৰ চেষ্টা কৰা কিন্তু মণত ৰাখি থোৱা ৰাষ্ট্ৰাত অনেক বাধা আহি উপস্থিত হ'লেও সেইবাধা পিছুৱাই ৰাখি ক্ৰমান্বয়ে আগলৈ যোৱা সকলে অসৰি শক্তি সমৃদ্ধিশালী হৈ পৰাৰ লক্ষণ দেখুৱাই নিজৰ চৰিত্ৰ গঠনত গুণগত মানৰ উন্নতি সাধন হয় আৰু সমাজৰ কল্যাণত অৰিহণা যোগায় অৱদান সুচক কাম কৰাৰ বাবে পাৰ্থণীয় সেৱক হোৱা বিবেচনাধিন তালিকাত স্থান লাভ কৰে।। মোৰ গুৰুদেৱৰ আৰ্শীবাদ প্ৰাপ্ত হ'লে নিশ্চয় সকলো কথা সত্যৰ সন্ধানত আগোৱাই যাবলৈ সক্ষম হ'ব গুৰু দেৱ সেৱা গ্ৰহণ কৰিব মই বৰ্তমানো বহুত দ
@SorifUddin-c5r
@SorifUddin-c5r 17 күн бұрын
Goodmo..
@mrinalmedhi8346
@mrinalmedhi8346 Ай бұрын
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏🙏🙏
@pronabjitborah
@pronabjitborah Ай бұрын
সুন্দৰ পদক্ষেপ 🙏🙏
@ranjankumarphukon5576
@ranjankumarphukon5576 Ай бұрын
God bless you. Log pur kamona
@umeshborah219
@umeshborah219 Ай бұрын
কৃষ্ণ, অতি উত্তম ভাষণ ।
@narayandeka5088
@narayandeka5088 Ай бұрын
কৃষ্ণ আই 🙏 আপোনাৰ কথাবোৰ সম্পূর্ণ শুদ্ধ। কিন্তু আজিৰ যুগৰ মানুহক এইবোৰ বুজাই লাভ নাই, কাৰণ তেওঁলোকৰ মতে তেওঁলোকৰ টোৱে শুদ্ধ। গতিকে চকু মুদা কুলিক মাতি লাভ নাই।।
@pradipkalita6363
@pradipkalita6363 Ай бұрын
Eta anurodh, Dhorm'a alusona'r logote ji kono Kaam'r kotha o ullekh korib'a pari bor upokaar hob'a Jaatitor , 🎉🎉
@sambarukumardas1357
@sambarukumardas1357 Ай бұрын
You are great
@pranatilahon342
@pranatilahon342 Ай бұрын
Val Lagil Vonti
@PurnimaBuragohain-d8x
@PurnimaBuragohain-d8x Ай бұрын
Krishna krishna bor bhal lagise
@AkashdeepDutta-ls8cv
@AkashdeepDutta-ls8cv Ай бұрын
Apunar kotha bur bohut val paw 0:33 ❤😊
@shankardevvidyaniketanjorh7402
@shankardevvidyaniketanjorh7402 Ай бұрын
এঞ্জেলা চাংমাই ডাঙৰীয়ানী, নমস্কাৰ । আপোনাৰ ভাষণ শুনি ভাল পাও। আপুনি সমাজলৈ সুন্দৰ বাৰ্তা প্ৰেৰণ কৰে। আপুনি খুব মনোমোহা প্ৰকাশভঙ্গীৰে গুৰুজনাৰ আদৰ্শ, বাণী ৰাইজৰ সম্লুখত উপস্থাপন কৰিলে। প্ৰশংসনীয় আৰু আদৰণীয়। কিন্তু আপুনি ভাষণৰ অন্তিম পৰ্যায়ত যে দুৰ্গাপূজা উপলক্ষে আয়োজন কৰা ভাওনাভাগিলৈ অসন্তুষ্টি প্ৰকাশ কৰিলে, কিয় ? বুজি নাপালো। মহাপুৰুষজনাই সমগ্ৰ অসমীয়া জাতিৰ বাবে ভাওনা সৃষ্টি কৰি গৈছে। সমাজখনক একত্ৰিত কৰাৰ উদ্দেশ্যে। এনেবোৰ কথাই সমাজখন ভাগ ভাগহে কৰিব। উজনিৰ ফালে একেজন ব্যক্তিয়ে নামঘৰৰ বৰসবহলৈও বৰঙণি আগবঢ়ায় আৰু দুৰ্গাপূজাৰো বৰঙণি দিয়ে। সমাজক নেতৃত্ব দিবলৈ অহাসকলে কথাবোৰ বহলকৈ ভাবিলে ভাল। ভুল হ'লে ক্ষমা কৰিব। জয় গুৰু শংকৰ ।
@SonitGogoi
@SonitGogoi Ай бұрын
স্ব বিৰোধী মন্তব্য।
@PabitraBora-pn8dm
@PabitraBora-pn8dm Ай бұрын
Sundar,krisna
@PrabhatHazarika-d5v
@PrabhatHazarika-d5v Ай бұрын
Issware apunak kripa karak😊😊
@pramodchandrabaishya4089
@pramodchandrabaishya4089 Ай бұрын
Aponer katha Suni bhal Lagil krishna
@cinumonisaikia4794
@cinumonisaikia4794 Ай бұрын
Xunile xuni thakibo mon jai
@gayatreekalita6459
@gayatreekalita6459 Ай бұрын
Tumar kotabur huni bor val pao go ahead nojona kota tumar pora hunibo pao
@MoramiSaikia-s4o
@MoramiSaikia-s4o Ай бұрын
🙏🙏🙏
@babulrabha1678
@babulrabha1678 Ай бұрын
God is one
@akashykumartalukdar4670
@akashykumartalukdar4670 Ай бұрын
Angela nice speak .
@debenbaro1065
@debenbaro1065 Ай бұрын
Madam aponar Baktabya right
@BobyboruahBobyboruah-jr8nv
@BobyboruahBobyboruah-jr8nv Ай бұрын
Krishna Krishna
@tankeswarsaikia5191
@tankeswarsaikia5191 Ай бұрын
Anjala Tomar Vashan Borval Kintu Amar Gogamukh Chauldhowa Baligaonot Sankar Sangha Aru Bhrahma Samsjar Bivedto Saijiwahi
@AruniSaikia-to5ti
@AruniSaikia-to5ti Ай бұрын
Krishna,🎉🎉🎉🎉
@akhilburagohain381
@akhilburagohain381 Ай бұрын
Krishna Krishna Krishna ai
@bhupenkalita2556
@bhupenkalita2556 Ай бұрын
Jogot guru Nohoi Mahapurus Sankardave buli koba,
@lovelyItzy-xk5ot
@lovelyItzy-xk5ot Ай бұрын
Bhagwaan shree Krishna aaru Sankar madhav debk protijon axmiai bhal nopowa buli kb nowari kintu konobai maa durga , shiv baba gonesh bhagban jone jak bhal pai tak thata kori mohan gayani r Sagar buli dekhuwab bisarise neki
@harichandranath421
@harichandranath421 Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🏼
@manashhazarika076
@manashhazarika076 Ай бұрын
আপোনাৰ ভাগৱত অধ্যয়ন কৰাৰ প্ৰয়োজন আছে।
@BabuBabu-fe2zs
@BabuBabu-fe2zs Ай бұрын
Mosto bonori hoi ei .. nokow bohut hidden talent eirrr
@BabyDas-d6b
@BabyDas-d6b Ай бұрын
Vhl kotha nuxunile bea ke kuar ortho u ni
@pradipbaruah-zn1rt
@pradipbaruah-zn1rt Ай бұрын
Kisno
@anjudevi6112
@anjudevi6112 Ай бұрын
সীতাৰ কথা উল্লেখ কৰিলে ,কথাখিনি কিবা নিমিলিল।খুব সুন্দৰ সাৰুৱা ভাষণ ,কিন্তু পূজা পাতল এইবোৰক লৈ মন্তব্য নকৰিব ,নৱপ্ৰজন্মৰ এগৰাকী যুৱতী হিচাপে আপোনাক আকোঁৱালি লৈছে ,পিছত কোনোবাই বেয়াকৈ ক'লে আমাৰো বেয়া লাগিব ।
@banajitkalita5642
@banajitkalita5642 Ай бұрын
Birat bhal katha koi apuni.
@RanuRanugogoi
@RanuRanugogoi Ай бұрын
Ki..najana..tumi
@rumiborah7715
@rumiborah7715 Ай бұрын
Kindly bonori word to use nokoribo.
@RanuRanugogoi
@RanuRanugogoi Ай бұрын
Tumi..ki .majana. ?
@LohitChangmai-i7q
@LohitChangmai-i7q Ай бұрын
নিজকে বহোত গ্ৰানি বুলি ভবাতো মহা মূৰ্শ
@brojenkhargharia15
@brojenkhargharia15 Ай бұрын
Pagol
@zazGhhh
@zazGhhh Ай бұрын
Eijoni a emmann kenekoi jaane !!!!😂
@satyensarma1962
@satyensarma1962 Ай бұрын
Ki boki asa
@basisthadeka7410
@basisthadeka7410 Ай бұрын
🙏🙏🙏
Do you love Blackpink?🖤🩷
00:23
Karina
Рет қаралды 16 МЛН
ТЮРЕМЩИК В БОКСЕ! #shorts
00:58
HARD_MMA
Рет қаралды 2,6 МЛН
За кого болели?😂
00:18
МЯТНАЯ ФАНТА
Рет қаралды 3,1 МЛН