মই ভাইৰেল হোৱাটো‌ ডাঙৰ কথা নহয় ,কথাবোৰ ভাষণত থাকিব নালাগে Anjela changmai interview viral

  Рет қаралды 242,239

Shemim Ahmed ssiddiki

Shemim Ahmed ssiddiki

Күн бұрын

Пікірлер: 763
@surabhibaruah8953
@surabhibaruah8953 3 ай бұрын
এঞ্জেলা তোমাৰ কথা শুনি বৰ ভাল লাগিল, এজনী সাহসী, স্পষ্টবাদি ছোৱালী তুমি । আগবাঢ়ি যোৱা মৰম শুভেচ্ছা থাকিল।
@rashiskitchen6555
@rashiskitchen6555 4 ай бұрын
স্পষ্টবাদী, সাহসী, স্বাভিমানী, অলেখ প্ৰতিভা সম্পন্ন, সুন্দৰ প্ৰকাশ ভংগীৰে, উদ্দাত্ব কণ্ঠৰ ভাষণেৰে সকলোকে মোহিত কৰা যুৱ সাংবাদিক এঞ্জেলা চাংমাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
@SangitaboruahSangitaboruah-j9l
@SangitaboruahSangitaboruah-j9l 4 ай бұрын
মোৰ অতি প্রিয় যুৱ সাংবাদিক গৰাকী তেওঁ কথা শুনি থাকিলে শুনি থাকিবলৈ মন যায়। তুমি আৰু বহুত আগুৱাই যোৱা আৰু সদায় ভালে থাকা। ❤❤❤❤
@bornaliboruah2555
@bornaliboruah2555 4 ай бұрын
স্পষ্ট,সাহসী আৰু এগৰাকী সৎ সাংবাদিক। বহুত বেছি প্ৰিয়। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
@Raj.....D-j8j
@Raj.....D-j8j 4 ай бұрын
Ekdom 👌
@MonikaPhukon-zh8sd
@MonikaPhukon-zh8sd 4 ай бұрын
😊1t dl ​@@Raj.....D-j8j
@pragyasaikia5261
@pragyasaikia5261 4 ай бұрын
বৰ সুন্দৰ অনুষ্ঠান। অতিকৈ প্ৰিয় , অতিকৈ মৰমৰ, শ্ৰদ্ধাৰ দুয়ো গৰাকী লৈ বহুত মৰম আৰু আন্তৰিক ধন্যবাদ জনালো💗💗🙏
@anjubharali3686
@anjubharali3686 4 ай бұрын
বৰ সাহসী ছোৱালী। কথাবোৰ বৰ গঠনমূলক। অন্তৰৰপৰা তেওঁলৈ মৰম আৰু শুভেচ্ছা জনালো। ভগৱানে ভালে ৰাখি আগলৈ খোজ দিয়াত সহায় কৰক।
@binapanichetia582
@binapanichetia582 4 ай бұрын
চেমিমে সুন্দৰ প্ৰগেম আগবঢ়ালে❤❤ ধন্যবাদ ধেমাজি জিলা
@ankitasaikia2240
@ankitasaikia2240 4 ай бұрын
তুমি মোৰ প্ৰিয় সাংবাদিক। অকনো ভয় নকৰাকৈ তুমি সঁচা কথা খিনি কোৱা। তোমাৰ কথা খিনি শুনি বৰ ভাল লাগে। আগবাঢ়ি যোৱা আশীৰ্বাদ কৰিছোঁ ❤❤
@AmioKuli
@AmioKuli 4 ай бұрын
এন্জেলাৰ নিচিনা আৰু দহ গৰাকী স্পষ্টবাদীক সাহসী সাংবাদিকতা কৰা ব্যক্তি যদি ওলাই আহে তেন্তে যুৱ উশৃঙ্খল দূৰ হোৱাৰ লগতে সমাজ সচেতনতাও আহিব বুলি আশা কৰিব পাৰি ৷ ভাল লাগিল৷ ।ভগৱানে আশীৰ্বাদ কৰক তাৰে কামনা কৰিলোঁ ৷ধন্যবাদ৷
@binapanichetia582
@binapanichetia582 4 ай бұрын
সচাকৈ অতি সুন্দৰ, ভাৱ, ভাষা❤❤ এঞ্জেলাৰ সকলো ভগৱানৰ দান ❤।
@AjitDas-w6e4e
@AjitDas-w6e4e 4 ай бұрын
এনঞ্জেলা, তোমাক ভগৱানে কৃপা কৰক । মোৰো দুজনী ছোৱালী । কেতিয়াবা নগাৱঁলৈ আহা যদি নিশ্চয় সাক্ষাৎ কৰিম🙏🙏
@LilaKalita-ml5rr
@LilaKalita-ml5rr 4 ай бұрын
মইনা তুমি এজনী সৎ সাহসী সাংবাদিক তোমাৰ কথা বিলাক শুনি সছাই ভাল লাগে। তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ।
@trishnabaruah
@trishnabaruah 4 ай бұрын
কথাবোৰ শুনি থাকিবলৈ মন যায় ইমান সুন্দৰকৈ থাবোৰ কোৱা বৰ মৰম লগা ছোৱালি।সদায় ভগৱানে ভালে ৰাখক তোমাক
@khirudsaikia6376
@khirudsaikia6376 4 ай бұрын
কৃষ্ণ আইগৰাকী খুব ভাল লাগে তোমাক। ঈশ্বৰৰ কৃপা ধন্য হোৱা,আগুৱাই যোৱা।
@pradipdas7856
@pradipdas7856 4 ай бұрын
অতি সুন্দৰ,'স্পষ্ট, সাহসী আৰু এগৰাকী সৎ সাংবাদিক। বহুত মৰম লগা হয়। তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
@kanaktalukdar2847
@kanaktalukdar2847 4 ай бұрын
অতি সুন্দৰ অনুষ্ঠান ,বৰ ভাল লাগিল ।
@mayouritamuli7573
@mayouritamuli7573 4 ай бұрын
বহুত মৰম এঞ্জেলা বা❤সদায় ভালে থাকা।
@sunitchangmai9718
@sunitchangmai9718 4 ай бұрын
সুন্দৰভাৱে স্পষ্টতাৰে কথাবোৰ উপস্থাপন কৰিলে শুনি ভাল লাগিল।
@manabdas4735
@manabdas4735 4 ай бұрын
বহুত ভাল লাগিল বাইদেউ আপোনাৰ কথা বোৰ শুনি ধুনীয়াকৈ কথা বোৰ কৈছে, স্পষ্টভাবে সুন্দৰ কৈ কথাবোৰ কৈছে। বাইদেউ আপোনাৰ কথা বোৰ বহুত ভাল লাগে, আপোনালৈ মৰম আৰু শুভেচ্ছা থাকিল বাইদেউ ❤❤ 🙏 জয় গুৰু শঙ্কৰ 🙏
@TulshiG
@TulshiG 4 ай бұрын
বহুত বহুত শুভেচ্ছা তোমালৈ এঞ্জেলা । আগবাঢ়ি যোৱা মনেভৱাৰ দৰে👍♥️
@pinkumoniborah5914
@pinkumoniborah5914 4 ай бұрын
ভাল লাগে সাহসী আৰু স্পষ্টবাদীৰ বাবে। অনাগত দিনবোৰত উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ হৈ ৰোৱা। ভগৱানে সহায় কৰিব। তোমাৰ এই স্পষ্টবাদীতা কাৰোবাৰ প্ৰিয় হ'বও পাৰে নহ'বও পাৰে কিন্তু তুমি চেষ্টা কৰা যাতে তোমাৰ আদৰ্শৰে আৰু দহগৰাৰীক আগবঢ়াই লৈ যাব পাৰা।বেয়াবোৰ তোমাৰ ভালৰ বাবেই হৈছে বুলি আগুৱাই যোৱা।
@ChumkiHazarika
@ChumkiHazarika 4 ай бұрын
কথাবোৰ শুনি থাকিলে শুনি থাকিব মন যায়❤তুমি আৰু আগবাঢ়ি যোৱা❤
@Eadit00764
@Eadit00764 4 ай бұрын
এঞ্জেলা তোমাৰ ভাষণ শুনিলে শুনি থাকিব মন যায় ।তুমি আগুৱাই যোৱা ।তোমাৰ ভবিষ্যত উজ্জ্বল হওক ।
@golenurhoque8038
@golenurhoque8038 4 ай бұрын
তোমাৰ দৰে স্পষ্ট সাংবাদিকক বহুত বহুত অভিনন্দ
@gitikakalita4444
@gitikakalita4444 4 ай бұрын
খুব সুন্দৰ কথাবোৰ। অনুষ্ঠান টি চাই বৰ ভাল লাগিল।
@Gloriabhattacharya492
@Gloriabhattacharya492 4 ай бұрын
খুব সুন্দৰ ব্যক্তিত্ব। জ্ঞান আছে কথাত গম পায়।
@nqx7
@nqx7 4 ай бұрын
বহোত বহোত হিয়াভৰা শুভকামনা জনালোঁ এনজেলা৷ তুমি বহুদূৰ আগোৱাই যোৱা৷ তুমি এগৰাকী সাহসী সত্যনিস্বাবাণ আাৰু যুক্তিপূৰ্ণ কথা কোৱা ছোৱালী৷তাৰবাবে বহোত ভাললাগিল৷তোমাৰ দৰে হাজাৰজনী এঞ্জেল সমাজত জন্ম হওক তাৰে কামনা কৰিলোঁ৷❤❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 4 ай бұрын
❤❤❤ অতি জনপ্ৰিয়, স্পষ্টবাদী, সাহসী , অধ্যয়নপুষ্ট এগৰাকী যুৱ প্ৰজন্মৰ সৎ সঙবাদসেৱী। তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো আৰু সু-স্বাস্থ্য আৰু মঙ্গল কামনা। আগুৱাই যোৱা সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন এঞ্জেলা। এওঁৰ পৰা আমাৰ সমাজৰ নব প্ৰজন্মই শিকিব লগা বহুত খিনি আছে। এগৰাকী দায়বদ্ধ সঙবাদ কৰ্মী। ভগৱানে তোমাৰ/ এঞ্জেলাৰ কুশল কৰক তাৰেই আন্তৰিক শুভ কামনাৰে।❤❤❤
@tapansaikia5798
@tapansaikia5798 4 ай бұрын
Xhundar katha Botora.Bohut Bohut val lagil
@manojkumarsarma7151
@manojkumarsarma7151 4 ай бұрын
সঁচাকৈয়ে অতি সুন্দৰ অনুস্থান। ভাল লাগিল ।
@jurikalita1502
@jurikalita1502 4 ай бұрын
বৰ ভাল লগা এটি অনুষ্ঠান। স্পষ্টবাদী , সাহসী আৰু বহুমুখী প্ৰতিভাৰ আকৰ এঞ্জেলা চাঙমাইৰ এই অবিৰত যাত্ৰা অব্যাহত থাকক,তাকে ভগৱন্ত প্ৰভুৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনাইছো।
@jaminidas2584
@jaminidas2584 4 ай бұрын
বহুত ভাল লাগিছে ধন্যবাদ আৰু আগলৈ ভাল হোৱাৰ কামনা কৰিলোঁ ।আচল অসমীয়া ছোৱালী পোৱা যেন লাগিছে আৰু আগলৈ ভাল হোৱাৰ কামনা কৰিলোঁ ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 4 ай бұрын
এঞ্জেলা এগৰাকী অন্তমূখী প্ৰতিভাৰ অধিকাৰী। তেওঁৰ এই অবিৰত যাত্ৰা অনাগত দিনলৈ অব্যাহত থাকক। ❤❤❤ আমাৰ শুভেচ্ছা, শুভ কামনা, আৰু মৰম,চেনেহ, আৰু আশীৰ্বাদ জনালোঁ। এগৰাকী দায়বদ্ধ সঙবাদ কৰ্মী। আমাৰ কাৰণে গৌৰব ভগ্নী স্বৰপ এঞ্জেলা। তুমি সুখী হৈ থাকা আজীৱন।❤❤❤
@padmachawrok9815
@padmachawrok9815 4 ай бұрын
খুব ভাল লাগিল । এঞ্জেলা চাঙমাই আৰু সফলতাৰে আগুৱাই যাওক তাকে কামনা কৰোঁ
@rinadutta4602
@rinadutta4602 4 ай бұрын
আগুৱাই যোৱা সদায়,মনৰ হেঁপাহেৰে আজীৱন সুখী হৈ থাকা এঞ্জেলা
@ManakhiBorah-i9w
@ManakhiBorah-i9w 4 ай бұрын
Eman dhuniya anjela tumi bohut cute kothabur huni thakile huni thakibo mn jai. ❤
@janulahon9911
@janulahon9911 4 ай бұрын
খুব সুন্দৰ কথাবাৰ্তা ।সংস্কাৰ মূখী ঘৰখনৰ পৰা পোৱা সকলো দিশ শলাগিবলগীয়া।আৰু আগবাঢ়ি গৈ ড" দিগ্ৰীটো ল'লে আৰু ভাল পাম ।বহুত শুভেচ্ছা যাচিলো।❤❤🎉
@jahnabisaikia3266
@jahnabisaikia3266 4 ай бұрын
খুব ভাল লাগিল ৷ আমাৰ ধেমাজিবাসীৰ গৌৰৱ এঞ্জেলা চাংমাই ৷
@rinamazumdarkalita2946
@rinamazumdarkalita2946 4 ай бұрын
এনেদৰে আগবাঢ়ি যোৱা।উজ্বল ভৱিষ্যত কামনা কৰিলো।
@DIPJYOTI_NATH123
@DIPJYOTI_NATH123 4 ай бұрын
Bahut Val lagil baa r kotha bor khuni...mor priyo sanbadik joni Anjela Changmai.
@debankikolita7767
@debankikolita7767 4 ай бұрын
Same situation.....same sintadhara Apunar hoite ...Aguai jauk Apuni hodai ...kothabur bohut val lage Apunar ...bor dhunia lage kotha kuar thas tu
@TapanBorah-i7m
@TapanBorah-i7m 4 ай бұрын
Angela hosai tumak bhal lage. Tumi tenekoi aru agbarha jenekoi aji tumi. Best....
@MadhabGogoi-v3k
@MadhabGogoi-v3k 4 ай бұрын
শুনিলে শুনি থাকিব মন যায় ।।। ভগৱানৰ আশীৰ্বাদ সদায় আছে । আপোনাৰ সাহস আৰু বুদ্ধিমত্তা আছে ।। আপোনাৰ দেউতাই বিচৰা সেই বিশেষ স্থানত সোনকালে উপনীত হওক ।।। আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ।।। কৃষ্ণ............
@RitaDevi-zi1zf
@RitaDevi-zi1zf 2 ай бұрын
সুন্দৰ অনুষ্ঠান। দুজনক বহুত ভাল লাগিছে । বহুত আদৰ্শ বান ছোৱালী । এই বয়সত ইমান জ্ঞান আহৰণ কৰিছে । ভগৱানে তোমাৰ মংগল কৰক ।
@badankalita2834
@badankalita2834 3 ай бұрын
সুন্দৰ মনৰ অধিকাৰী অসমৰ এগৰাকী খুৱেই ৰূপহী নাৰী । ভা'ল লাাগে শুৱলা কণ্ঠস্বৰ । সুস্বাস্থ্য কামনা কৰিলোঁ ।
@crpfinfotechcenel
@crpfinfotechcenel 4 ай бұрын
Shamim anjela interview sai khubei val lagile...... Moi agote Abar tumak koisilu j Defence force ji kunu ajon r interview labo r karone..,.... Jak sai axomor sainik school loi admission babe aag bahi jai, new generation...... Karon Assam te Sainik school akhon ase but, Assam r student matra 30% ase...
@RitamoniDeka-c1q
@RitamoniDeka-c1q 4 ай бұрын
Shemim লগতে anjela দুয়োকে বহুত মৰম লাগে। ভালে থাকিবা সদায় সমাজক ভাল ভাল দিশবোৰ দেখুৱাই দিবলৈ।
@hemantakr.borahassam802
@hemantakr.borahassam802 2 ай бұрын
এনেকুৱাবোৰ মতাদৰ্শৰ বাবে এঞ্জেলা মোৰ বাবে আদৰ্শ অসমীয়া নাৰী৷চেমিম ৰ পদক্ষেপৰ বাবে ধন্যবাদ জনালোঁ৷ শ্বেয়াৰো কৰি আনকো চাবলৈ অনুৰোধ জনালোঁ৷
@mamonidevi617
@mamonidevi617 4 ай бұрын
Bohut bhal lagil eman dhunikoi koiche Anjela tumar monor bancha puron houk takei kamona korichi 2 gorakeke dhanyanobad jonalu
@rekhagogoi322
@rekhagogoi322 4 ай бұрын
Hundar anusthan ,upavug kari bar val lagil.Anjela tumi aagbarhi juwa huvesya thakil 👍👍.
@mukutborah4081
@mukutborah4081 4 ай бұрын
সুন্দৰ, সচাঁ কৈছে। মধ্য বিওীয় মানুহে সদায় হিচাপত চলিব লগীয়া হয়।
@khetraburagohain2501
@khetraburagohain2501 4 ай бұрын
খুউব সৰল আৰু ভাল কথা। বৰ্তমান বহুত ডেকা গাভৰু য়ে আপোনাক অনুকৰণ কৰিছে। মইও আপোনাৰ লগত একমত। ভকত সকলৰ মাজত কমল বৰুৱা বাপে আপোনাৰ কথা কৈ থাকে। এসময়ত বৰুৱা বাপে আপোনাক প্ৰশিক্ষণ দিছিল ( গীত বাদ্য আৰু নৃত্যৰে ) । ভগৱানে আপোনাক কৃপা কৰক। কৃষ্ণ হৰি ৰাম। জয় গুৰু শঙ্কৰ।
@RupamDeka-rc7hp
@RupamDeka-rc7hp 4 ай бұрын
ভাল লাগিল অনুস্থান টি ..চেমিমলৈও অশেষ ধন্যবাদ এঞ্জেলা ক সম্পূৰ্ণ কৈ ৰাইজে বুজিৱ পৰা মনোগ্ৰাহী সাক্ষাৎকাৰ.. অসম খনক মহান লোক খীনিয়ে যেনে কৈ নিজৰ নিজৰ কৰ্ম ৰাজি ৰে .. উৰ্বৰা কৰিথৈ গৈছে.. তোমাকো ভৱিষ্যতৰ প্ৰজন্মই তোমাৰ বিষয়ে অধ্যয়নৰ সুযোগ পাই তেনেদৰে তুমি এগৰাকী মহীয়সী নাৰী হৈ .. মা দেউতাৰ আশীৰ্বাদ .. অসমৰ জণগনৰ আশীৰ্বাদ শিৰত লৈ জীৱন পথত আগুৱাই যোৱা.. নেদেখা জণে কৃপা কৰক তোমাক..
@ranjitalahkar9049
@ranjitalahkar9049 4 ай бұрын
Bohut val lagil eman dhuniake kotha bur koise aru ma deutar proti sanman khub kom dekha puwa jai oti sundar
@tanugogoi1305
@tanugogoi1305 4 ай бұрын
ইমান সুন্দৰ ও মনোগ্ৰাহী আৰু অতি বহুমূলীয়া বক্তব্যই আমাৰ সকলোকে আনন্দিত কৰিছে , জীৱনৰ ইমান কম বয়সতে প্ৰতিজন মানুহৰ (শ্ৰুতাৰ ) হৃদয়ত স্থান পাবলৈ সক্ষম হৈছা তাৰ বাবে তোমাক লৈ সচাকৈয়ে নিজৰ ছোৱালীৰ দৰে জ্ঞান কৰি আমি গৌৰাম্বিত হৈছোঁ । এঞ্জেলা, তুমি আগুৱাই যোৱা আৰু নতুন প্ৰজন্মক সেই বাটেৰেই আগুৱাই নিয়াৰ লগতে তোমাৰ সকলো সপোন বাস্তৱত পৰিনত হওঁক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ😍🙏
@JenishajevinaGogoi-rl1ry
@JenishajevinaGogoi-rl1ry 4 ай бұрын
স্পতবাদী আৰু সাহসী। তাইৰ কথাবোৰ বহুত বেছি ভাল লাগে। আগুৱাই যোৱা পিছলৈ ঘূৰি নাচাবা। তোমাৰ পৰা বহুত অনুপ্ৰেৰণা পাইছোঁ।
@TarunGogoi-l6l
@TarunGogoi-l6l 4 ай бұрын
আপোনাক বহুত ভাল লাগে। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে সকলো ব্যক্তি আপোনাৰ দৰে হ‌য়।
@PurnimaPathakDas
@PurnimaPathakDas 4 ай бұрын
ইমান কম বয়সত ইমান সুন্দৰ কৈ কথাবিলাক কৈছে । বহুত ভাল লাগিল । ভগৱানে ভালে ৰাখক ❤❤❤
@DipaliRay-tt6nc
@DipaliRay-tt6nc 4 ай бұрын
ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তোমাৰ কণ্ঠ‌ সদায় গৰজী থাকক ❤❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 4 ай бұрын
এঞ্জেলাৰ দুচকুৱেও এক আশা আৰু আৱেগ আৰু প্ৰেৰণাৰ এক সুন্দৰ বাৰ্তা দিব বিচাৰে। তেওঁৰ দুচকুৱেও ‌এক দায়বদ্ধতা, সাহসী, জীৱনৰ দৰ্শন আৰু মূল্যবোধ শিক্ষা দিব পৰাৰ শক্তি আছে দুচকুত। তেওঁ ব্যতিক্ৰমী সঙবাদকম্মী।
@tarungogoi8841
@tarungogoi8841 2 ай бұрын
এঞ্জেলা তোমাৰ অনুস্থান আমি প্ৰায় চাওঁ ।ভাল লাগে তোমাৰ স্পষ্টবাদী কথাবোৰ ।তুমি আগবাঢ়ি যোৱা ।আমাৰ আৰ্শীবাদ তোমালৈ সদায় আছে ।
@deepaleegogoi7528
@deepaleegogoi7528 4 ай бұрын
এঞ্জেলা চাঙমাই আমাৰ বৰ মৰমৰ। ভগৱানে তেওঁক আৰু আগবঢ়ায় নিয়ে।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 4 ай бұрын
সমাজৰ মূখাপিন্ধা , নেতিবাচক চিন্তা চৰ্চা কৰা সাহসী আৰু স্পষ্টবাদী ছোৱালী এঞ্জেলা। তেওঁৰ কথা খিনিয়ে আমাক আপ্লুত আৰু শিহৰিত কৰি তোলে।❤❤❤
@manjubarman1855
@manjubarman1855 4 ай бұрын
বহুত ভাল লাগিল অনুস্থানটি।এঞ্জেলা আই গৰাকী আমাৰ গৌৰৱ।ঈশ্বৰে কুশলে ৰাখক।কৃষ্ণ।
@taralisaikia8281
@taralisaikia8281 4 ай бұрын
Angela baa bohut ispostobadi ❤❤baaa k bohut vl lage ❤baar video bur sau, amar babe baa আদৰ্শ ❤❤
@manjitdeka1408
@manjitdeka1408 4 ай бұрын
নিভিক,নিৰপেক্ষ সাহসৰে তুমি ইমান সুন্দৰ ভাৱে বাস্তৱ কথা খিনি কোৱা বৰ ভাল লাগে।
@pradipbezbaruah5786
@pradipbezbaruah5786 4 ай бұрын
এঞ্জেলা, তোমাৰ ভাষণ আৰু সাংবাদিকতা দেখি আছোঁ। সুব কঠিন ৰাস্তাত খোজ দিবলৈ গৈ আছা। আজিৰ তাৰিখত তোমাৰ সকলোখিনি ঠিকে আছে। চাবা যাতে ৰাজনীতিৰ পাক চক্ৰত পৰি গেৰুৱা সাংবাদিকতা ত পৰিণত কৰিব নোৱাৰে। আশা ৰাখিছোঁ আৰু আগুৱাই যোৱা। সুবেই ভাল লাগিছে তোমাৰ ভাষণ আৰু সাংবাদিকতা। পৰম গুৰু জনাই কৃপা কৰিব। কৃষ্ণ।
@parnalisaikia8402
@parnalisaikia8402 4 ай бұрын
আইঔ ইমান ভাল লাগিল কথা বোৰ. আমাৰ দেউতাও এনেকোৱা আছিল দিনত বহুত মাৰে আৰু ৰাতি গৈ মলম সানি মুৰত হাতফুৰাই মৰম কৰে সৰু কালবোৰ আমাৰ ঘৰৰ লগত বহুত মিল কিবা এটা ভাল লাগি গৈছে ,❤
@miradutta4263
@miradutta4263 4 ай бұрын
এঞ্জেল তোমাৰ কথাবোৰ শুনি খুব ভাল লাগিল আমাক বহুত আধ্যাত্মিক কথাআক্কৌ শুনাবা বুলি আশা কৰিলো
@pabitranarayandeka
@pabitranarayandeka 4 ай бұрын
আপোনাৰ ভাষন শুনিলে শুনি থাকিবলৈ মন যায়। আপোনালৈ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জনালোঁ। আপুনি আগুৱাই যাওঁক। উজ্জ্বল ভবিষ্যতৰ কামনা কৰিলোঁ।আপুনি মোৰ লগতে ল'ৰা ছোৱালী ৰ আদৰ্শ।
@debajitgogoivolg5809
@debajitgogoivolg5809 4 ай бұрын
ধেমাজিৰ গৌৰৱ তুমি সদায় এনেদৰে আগুৱাই যোৱা ঈশ্বৰে তোমাক আৰু আশীৰ্বাদ কৰক সহায় কৰক 🙏
@hiranray1470
@hiranray1470 4 ай бұрын
বহুত ভাল লাগিছে মোৰ প্রিয় সাংবাদিক
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 3 ай бұрын
এঞ্জেলা তোমাৰ মিঠা মিঠা স্বাদযুক্ত মুক্ত কণ্ঠলৈ আৰু বহুতো ৰাষ্ট্ৰা অকাই পকাই আগুৱাই যাবলৈ তুমি ধৈৰ্যোৰে এটা এটা কথা চিন্তা চৰ্চা কৰিবলৈ এবাৰ অনুৰোধহে জনাব বিচাৰিম মনতে দুখ কষ্ট অনুভৱ নকৰি বহুতো কথা এৰি চলিবলৈ যত্ন কৰাৰ বাবে আগ্ৰহী হৈ 24%7 চলিবলৈ বেছি গুৰুত্ব প্ৰদান কৰা লক্ষ্য ৰখা ইত্যাদি বহুতো জাগ্ৰত প্ৰহৰী হৈ দিশ আছে। বাছিখিৱা জাগি খাবা।। বহুত বহুত ধন্যবাদ।।
@manuranjankonwar4346
@manuranjankonwar4346 4 ай бұрын
কথাবিলাক ভাল লাগে এঞ্জেলাৰ বেছ সাহখী হৃদয় চুই গৈছে
@junaligogoi9387
@junaligogoi9387 4 ай бұрын
কথা খিনি ইমান ধুনীয়া কৈ কয় ছে বৰ ভাল লাগিছে
@BharatiGogoi-e6s
@BharatiGogoi-e6s 4 ай бұрын
Bor hundor montyobo Anjela baa ❤ tumi agbahi juwa
@jitakalita128
@jitakalita128 3 ай бұрын
সুন্দৰ চিন্তা ধাৰা ভাল লাগিল। আগুৱাই যোৱা।
@padmasaikia6523
@padmasaikia6523 2 ай бұрын
তোমাৰ ভাষণ শুনিলে শুনি থাকিবৰ মন যায় আৰু আগুৱাই যোৱা আশীৰ্বাদ কৰিছো।❤❤❤
@kalyanimohansaikia1510
@kalyanimohansaikia1510 13 күн бұрын
Kothabur huni bohut bhal lagil..Parampitai tumar hopunbur puron korok.Tumi mur bohut prio...Tumar babei mur dore hajarjone atia puatei Bhagowotar amrit rokh paan koriboloi paisu... Tumi bohut besi aaguai jua. Krishna🙏🏼🙏🏼
@RupaliMedhimusicvideoshorts
@RupaliMedhimusicvideoshorts 4 ай бұрын
বৰ ভাল লাগিল ❤️
@tileswaryein1295
@tileswaryein1295 4 ай бұрын
এঞ্জেলা, তোমালৈ শুভেচ্ছা আৰু মৰম যাচিলো । পূৰ্ণ ভগৱন্তই সঁচাকৈ পৃথিৱীৰ বুকুত যুগ পৰিবৰ্তণৰ উদ্দেশ্যে সময়ে সময়ে নেদেখাজনে সৃষ্টি কৰে বিশেষ বিশেষ ব্যক্তিক। যিসকল ব্যক্তিৰ সান্নিধ্যত নৱপ্ৰজন্মই লাভ কৰে এক নতুনত্ত্ব চিন্তাৰ ধাৰা। এই ধাৰাক এঞ্জেলাই লৈ এই ডৰণিত উপস্থিত হৈছেহি। গতিকে এঞ্জেলাই এই ধাৰাক অব্যাহত ৰাখিব বুলি ভক্তিভৰা সেৱাৰে ---------------🎉🎉🙏🙏।
@AjidarRahman
@AjidarRahman 4 ай бұрын
অতি স্পষ্টবাদী সাহসী যুৱ সাংবাদিক এঞ্জেলা চাংমাইৰ ভৱিষ্যত জীৱন উজ্বল কামনা কৰিলো, কথোপকথন খিনি বহুত ভাল লগা হৈছে চেমিমক ধন্যবাদ জ্ঞাপন কৰিলো
@bidyawatihazarika4116
@bidyawatihazarika4116 4 ай бұрын
ধন্যবাদ এঞ্জেলা তোমাৰ ধাৰণা টো মোৰ সৈতে একে।
@missUnicorn14
@missUnicorn14 4 ай бұрын
বৰ্তমান সময়ত এনেকোৱা স্পষ্টবাদী মানুহৰ আমাৰ অসমত দৰকাৰ❤ সৎসাহসী মানুহৰ কাৰণেই সমাজখন আমাৰ অসমখন উজ্বলি থাকিব । এওঁলোকৰ নিচিনা নৱপ্ৰজন্ম দেশৰ ভৱিষ্যত ।
@ranjandas3024
@ranjandas3024 4 ай бұрын
বহুত ভাল লাগিছে অতি সুন্দৰ কথা কৈছা মোৰ বহুত বহুত ভাল লাগিছে🙏
@rashmislittleeffort4194
@rashmislittleeffort4194 4 ай бұрын
Anjela tur ktha bur a aji mon sui gol ....ankwa situation bur ami bohut bar face koru kin2 ami kaku prokakh nkru,,,aji toi aikhini ktha koi asam mnuhok udongai diso,,,vl lgise anusthan ti sai,,, baki toi aguwai jaa,,,vl hwk tur ❤❤❤bohut bohut mrm ru huvokamona thakil
@kalpanadas4409
@kalpanadas4409 4 ай бұрын
অতি সুন্দৰ আমাৰ অসম গৌৰৱ বুলি কলেও ভুল নহৱ মই বহু ভাল পাওঁ যিহেতু সঁচা মনৰ এগৰাকী ছোৱালী আগোৱাই জাৱলৈ আশীৰ্বাদ কৰিলো নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনালো তেজপুৰৰ পৰা চালো ধন্যবাদ
@krishnaborah2420
@krishnaborah2420 4 ай бұрын
বৰ মৰমলগা ,সাহসী আৰু ষ্পষ্টবাদী ছোৱালী এনঞ্জেলা চাংমাই৷নৱ প্ৰজন্মৰ বাবে তুমি প্ৰেৰণাৰ উৎস হোৱা৷শুভেচ্ছা থাকিল৷
@NirenBORO-w5q
@NirenBORO-w5q 4 ай бұрын
Thanks madam Angela thank you so must I am from karbi anglong (assam)
@GaneshKumar-ip9mg
@GaneshKumar-ip9mg 4 ай бұрын
Very nice repoter I always wait Anjela madam speach
@sobitaborah4782
@sobitaborah4782 3 ай бұрын
আজিৰ অনুস্থানতো সঁচাই বৰ ভাল লাগিল।😊😊😊
@rupalibarman1311
@rupalibarman1311 4 ай бұрын
বহুত বহুত শুভেচ্ছা তোমালৈ এঞ্জেলা❤️
@rashmirekhagohain8982
@rashmirekhagohain8982 Ай бұрын
এঞ্জেলা চাংমাইৰ প্ৰতিটো কথাই ভাল লাগে। তেওঁৰ চিন্তা-ধাৰা বহুত ভাল। তেওঁৰ পৰা সমাজে ,নৱ প্ৰজন্মই বহুত শিকিবলগীয়া আছে।
@birensaikia1727
@birensaikia1727 4 ай бұрын
এঞ্জেল তোমাৰ কথা শুনিলে শুনি থাকিব মন যায় 🙏 তুমি আৰু বহু দুৰ দিগন্তলৈ আগুৱাই যোৱা 🙏
@rirurajgohain7587
@rirurajgohain7587 4 ай бұрын
ভাল লাগিল ❤❤❤ ভগৱানে আৰু শক্তি দিয়ক তাকে কামনা কৰিলোঁ ❤❤❤ ।
@padmadhartalukdar8047
@padmadhartalukdar8047 4 ай бұрын
এন্জেলা, তোমাক আশীৰ্বাদ দিছো তুমি এনেদৰে তোমাৰ আদৰ্শৰে আগবাঢ়ি যোৱা।
@Parishmita_deka15
@Parishmita_deka15 4 ай бұрын
Angela bar kotha janibo bor mon asil .... Eman Val lage kotha bur ❤
@SabitaBora-tu6pn
@SabitaBora-tu6pn 2 ай бұрын
তোমাক তোমাৰ কথাবোৰ খুব ভাল লাগে ইতিবাচক আৰু আধ্যাত্মিক আগবাঢ়ি যোৱা।
@LipikalipikaDeka
@LipikalipikaDeka 4 ай бұрын
❤❤ ভাল লাগিল তোমাৰ কথা বিলাক। খুব স্পষ্ট বাদী, সাহসী সৰলীকৰণ,। গুৰুজনাৰ ওচৰত অতি সোনকালেই দীক্ষা গ্ৰহন কৰিছা। ভগৱান নে ভালে ৰাখক সদায় আৰু তোমাৰ সপোন সফল হয় যেন। তাৰেই কামনা কৰিলো। জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ।
@ajitkumarphukan9736
@ajitkumarphukan9736 4 ай бұрын
সুন্দৰ অসমৰ সম্পদ হব জেন লাগিছে ভগৱানে কৃপা কৰক আৰু আগুৱাই যাওঁক নিজৰ থিতি নেৰিবা
@DeepjyotiBharali-jc7ux
@DeepjyotiBharali-jc7ux 3 ай бұрын
আপোনাৰ মন্তব্য বোৰ বৰ ভাল লাগে বাইদেউ। মোৰো জীৱনৰ লক্ষ্য এজন সাংবাদিক হোৱা।
Try this prank with your friends 😂 @karina-kola
00:18
Andrey Grechka
Рет қаралды 9 МЛН
It’s all not real
00:15
V.A. show / Магика
Рет қаралды 20 МЛН
Try this prank with your friends 😂 @karina-kola
00:18
Andrey Grechka
Рет қаралды 9 МЛН