জলকীয়াৰ যতন কেনেকৈ ল'ব - ফুলিবলৈ ধৰা সময়ত (Proper Nurturing of Chilli Plant during Flowering)

  Рет қаралды 8,453

Borah's Kitchen Garden

Borah's Kitchen Garden

Жыл бұрын

Пікірлер: 37
@mastofaahmed2081
@mastofaahmed2081 18 күн бұрын
ভাল লাগিল, বৰ সুন্দৰকৈ বুজাই দিলে
@borahskitchengarden2487
@borahskitchengarden2487 18 күн бұрын
মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
@bulbuliscookingshow5161
@bulbuliscookingshow5161 10 ай бұрын
বহুত সুন্দৰ ভাল লাগিল ।
@borahskitchengarden2487
@borahskitchengarden2487 10 ай бұрын
ধন্যবাদ। আপোনাৰটো পাইছো।
@warzone8012
@warzone8012 Ай бұрын
ধন্যবাদ মহাশয় কিন্তু অভিগতা হ'ল, ধন্যবাদ থাকিল।
@borahskitchengarden2487
@borahskitchengarden2487 Ай бұрын
ধন্যবাদ।
@DhrubajyotiBhuyan-yh6jj
@DhrubajyotiBhuyan-yh6jj Жыл бұрын
অতি সুন্দৰ। আপোনাৰ প্ৰচেষ্টা অনন্য। মৰাণ আদাৰ যত্নৰ সম্পৰ্কত জনাবচোন।
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
হয়, সোনকালেই দিয়া হ'ব। ধন্যবাদ।
@dulpachanipachani9110
@dulpachanipachani9110 9 ай бұрын
Ati xundar
@borahskitchengarden2487
@borahskitchengarden2487 9 ай бұрын
ধন্যবাদ।
@krishnadas387
@krishnadas387 7 ай бұрын
moha neem r kholioh kot poa jai jonabosun
@borahskitchengarden2487
@borahskitchengarden2487 7 ай бұрын
মহানিমৰ খলিহৈ নাৰ্চাৰী দোকানত পোৱা যায়। ধন্যবাদ।
@juridutta4451
@juridutta4451 3 ай бұрын
Horiyah kholihoi kot powa jai
@borahskitchengarden2487
@borahskitchengarden2487 3 ай бұрын
নাৰ্চাৰীৰ দোকানত পোৱা যায়। ধন্যবাদ।
@DhrubajyotiBhuyan-yh6jj
@DhrubajyotiBhuyan-yh6jj 11 ай бұрын
Mr.Borah pl.explain what is 3G cutting ? How and when it is performed in cilly plant(Bhot or Bih jalakia.)
@borahskitchengarden2487
@borahskitchengarden2487 11 ай бұрын
ভূঞা ডাঙৰীয়া,মূল গছ জোপা বাঢ়ি আহিলে আন শাখা নোলাওতে মূল আগটো ছিঙি দিব লাগে।এইটো 1G তাৰ পাছত যেতিয়া branch ওলাব, তেতিয়া সেইবোৰৰ আগ ছিঙিব লাগে। এয়া 2G cutting।ইয়াৰ পিছত এই বোৰৰ পৰা আকৌ ডাল ওলাব। তেতিয়া সেই বোৰৰ আগ ছিঙি দিলে 3G cutting হয়। আচলতে গছ জোপা শাখা প্ৰশাখাৰে জোপোহা কৰিবলৈ এই পদ্ধতি লোৱা হয়। ধন্যবাদ।
@gitanjaliboro1014
@gitanjaliboro1014 Ай бұрын
Mor jolokia gosot ful dhore khori khori jai kio?
@borahskitchengarden2487
@borahskitchengarden2487 Ай бұрын
Micro neutreant ৰ অভাৱ হৈছে। কণীৰ বাকলিৰ গুৰি,কলৰ বাকলিৰ গুৰিত এমুঠি মান দিলে ভাল।গোবৰ বা পচন সাৰ ১/২কিলো দিব লাগে।১০০গ্ৰাম খলিহৈ ৮/১০লিটাৰ পানীত ৩/৪দিন তিয়াই থৈ প্ৰতিজোপা গছত ১লিটাৰকৈ দিয়ক। সৰিয়হৰ খলিহৈ এসপ্তাহৰ মূৰে মূৰে দি থাকিব। চাওকচোন ব্যৱস্থাটো লৈ।সুফল পাব পাৰে। ধন্যবাদ।
@jumoniborah7841
@jumoniborah7841 Ай бұрын
paat bur metura meturi hole gos jupat fut chai mari dilau vl hoi ni baru.
@borahskitchengarden2487
@borahskitchengarden2487 Ай бұрын
মেটুৰা হোৱাৰ পিছত ফুট চায়ে কাম নিদিয়ে। admire বি chilliron বা indofil spray কৰিব লাগিব।5ml/5mg প্ৰতি লিটাৰ পানীত মিলাই ছটিয়াব লাগিব। ধন্যবাদ।
@jumoniborah7841
@jumoniborah7841 Ай бұрын
ধন্যবাদ🙏🙏🙏
@sabitatailoringcooking8918
@sabitatailoringcooking8918 Жыл бұрын
বৰ দৰ্ককাৰি ভিদিও
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@manikchandradadhara1682
@manikchandradadhara1682 Жыл бұрын
বহুত ভাল লাগিল ময়ো দুই এবিধ খেতি কৰোঁ সেয়ে আপোনাৰ ভিডিও চাওঁ
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
দাধৰা ডাঙৰীয়া, আপোনাৰ মন্তব্য পাই ভাল লাগিল। ঘৰুৱা চাহিদা পূৰণৰ বাবে কিছু পৰিমাণে জৈৱিক ভাবে পাচলি খেতি কৰিব পাৰিলে ভাল। ইয়াৰ পৰা মানসিক আনন্দও পোৱা যায়। ধন্যবাদ
@user-uj9iy2oh7x
@user-uj9iy2oh7x 3 ай бұрын
মহানিমৰ খলিহা আজিকালি ক'ত পোৱা যাব বাৰু
@borahskitchengarden2487
@borahskitchengarden2487 3 ай бұрын
মহানিমৰ খলিহৈ নাৰ্চাৰী দোকানত পোৱা যায়।
@narenborah4235
@narenborah4235 2 ай бұрын
মহানিমৰ খলিহৈ কত পায়
@borahskitchengarden2487
@borahskitchengarden2487 2 ай бұрын
নাৰ্চাৰী দোকান বোৰত পোৱা যায়। ধন্যবাদ।
@mridulkalita2940
@mridulkalita2940 6 ай бұрын
এবাৰ লাগি হল। দ্বিতীয় বাৰ লাগিব ধৰিছে কিন্তু জলকীয়া কলিতে পচিব লৈছে। কি কৰিম ছাৰ?
@borahskitchengarden2487
@borahskitchengarden2487 6 ай бұрын
গুৰিত পানী বেছি হৈ জেকনি লাগিছে নেকি ? জাতটোৰো কথা আছে। কিছুমান ঠাণ্ডাত নালাগে।পচি সৰি যায়। fungicide saff 5mg 1লিটাৰ পানীত মিহলাই spray কৰি দিব।
@mridulkalita2940
@mridulkalita2940 6 ай бұрын
ধন্যবাদ
@jaydeeplahon7017
@jaydeeplahon7017 2 ай бұрын
জিকা কলি মেলাৰ পাছত হালধিয়া আৰু ৰঙা হৈ সৰি গৈছে ৷ইয়াৰ প্ৰতিকাৰ দিব ছোন ৷
Became invisible for one day!  #funny #wednesday #memes
00:25
Watch Me
Рет қаралды 14 МЛН
Жайдарман | Туған күн 2024 | Алматы
2:22:55
Jaidarman OFFICIAL / JCI
Рет қаралды 1,4 МЛН
Sigma Girl Past #funny #sigma #viral
00:20
CRAZY GREAPA
Рет қаралды 28 МЛН
Became invisible for one day!  #funny #wednesday #memes
00:25
Watch Me
Рет қаралды 14 МЛН