Рет қаралды 215,767
🔴 প্ৰাৰ্থী ধুবুৰীৰ, চৰ্চা কাজিৰঙাৰ, আজমল নহয়, ধুবুৰীত ৰকিবুল হুছেইন জিকাটো বিচাৰে মুখ্যমন্ত্ৰীয়ে
🔴 ৰকিবুল হুছেইন দিল্লীত থাকিলে সুৰক্ষিত হৈ থাকিব কাজিৰঙাৰ গঁড়
🔴 বহু সুৰক্ষাকৰ্মী প্ৰত্যাহাৰ কৰিব পাৰিম বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ
🔴 গঁড়হত্যাৰ প্ৰমাণ বিচৰা ৰকিবুল হুছেইনক তীক্ষ্ণ প্ৰত্যুত্তৰ ড০ শৰ্মাৰ
🔴 গঁড়ৰ মৃতদেহকেইটাই প্ৰমাণ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/