Rakibul Hussain | '২৬ ৰ আগতে গাদী যাব মুখ্যমন্ত্ৰীৰ’‘ মন্তব্য নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুচেইনৰ N18V

  Рет қаралды 476,596

News18 Assam/Northeast

News18 Assam/Northeast

Ай бұрын

Rakibul Hussain | '২৬ ৰ আগতে গাদী যাব মুখ্যমন্ত্ৰীৰ’‘ মন্তব্য নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুচেইনৰ N18V
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#rakibulhussain #himantabiswasarma #congress #Rajivbhawan #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 595
@gopalbiswas1990
@gopalbiswas1990 Ай бұрын
প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল দুয়োজন মুখ্য মন্ত্ৰীকে কন্দুৱাইছে ভাৰত বৰ্ষৰ সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই অনুসৰি হিমন্তই এদিন হলেও কান্দিব লাগিব।
@AbudulaAli
@AbudulaAli Ай бұрын
গোপাল বিশ্বাস সচা কথাবোৰ ইমান চিধাই কব লাগেনে ?
@manojdeka5200
@manojdeka5200 Ай бұрын
😂😂😂😂
@sabetrigamang5975
@sabetrigamang5975 Ай бұрын
আনক দুখ দিলে নিজেও পোৱা যায়।।।। সেইটো একেবাৰে সঁচা কথা।।।
@rolex4605
@rolex4605 Ай бұрын
Raino
@kalpana8855
@kalpana8855 Ай бұрын
পিয়াজে গৌৰৱ চাৰৰ ভয়ত টুপাই বুৰ মাৰিছে। ৰকিবুল চাৰ আপোনালৈ ধন্যবাদ জনাইছো।🎉🎉 বেকা মুৱা বিলাকে এতিয়া উত্তৰ দিয়ক।
@BasuPegu-gf4yp
@BasuPegu-gf4yp Ай бұрын
আপুনি ভাল কথা কৈছে , তাৰ চেহেৰা বহুত বেয়া হল আগতকৈ
@DibyaNath-nn1xt
@DibyaNath-nn1xt Ай бұрын
তোৰ মুখখন চা কেলা আইনাত চুটমাৰণী কেলা ফাপৰে ধৰিলে কেলা জহৰা।
@VolaNath-jb6ys
@VolaNath-jb6ys Ай бұрын
E koka deuta nati aru hati cenema koribo ,!!!
@laksheswarpathak5497
@laksheswarpathak5497 Ай бұрын
Yes brother puthi mase Pani powa jen hol ihotor
@gayatriborgohain239
@gayatriborgohain239 Ай бұрын
​@@DibyaNath-nn1xttur nu Jolon kihor
@ankurok1969
@ankurok1969 Ай бұрын
Tuk kela eta sorot tur mukh bhangi dim sutmarni toi kela tur dom ase jodi address dibi sau tur kela kiman dom ase​@@DibyaNath-nn1xt
@user-bf4dn4uz9k
@user-bf4dn4uz9k Ай бұрын
কংগ্ৰেছ আহিলে এনে কথা সুনি থাকিব পাব ৰাইজ।
@pankajjyotidas5576
@pankajjyotidas5576 Ай бұрын
Xonileo xonim kin2 mamak aro cm sabr man nai
@korobidas5121
@korobidas5121 Ай бұрын
পাকিস্তান ৰ সন্ত্ৰাসবাদী আনি সোমোৱাই লবহি !
@SabetriGamang
@SabetriGamang Ай бұрын
Jen kukur ten Tangun...Apunar bebohare Apunar porisoy. ..
@nanghunpha
@nanghunpha Ай бұрын
ৰাজনীতি হলেও সত্য সদায় জয় হবই ।
@RajibChangmai-je9yq
@RajibChangmai-je9yq Ай бұрын
26 t Gogoi cm.
@rinkushivam8759
@rinkushivam8759 Ай бұрын
বিজেপি জিন্দাবাদ
@JahangirAlam-hd1lp
@JahangirAlam-hd1lp Ай бұрын
Right kotha
@monishadasorgen9233
@monishadasorgen9233 Ай бұрын
Cm 2026 st jindabad BJP
@bikashdeka2359
@bikashdeka2359 Ай бұрын
কাজিৰঙাৰ জীৱ কেইটালৈয়ে বেয়া লাগিছে 😢
@Karunakantaraykantaray-wl6bn
@Karunakantaraykantaray-wl6bn Ай бұрын
Kaziranga ses kori desa
@BharatSaikia-nj5vn
@BharatSaikia-nj5vn Ай бұрын
সপোন দেখা ভাল “ কংগ্ৰেছ আহিলে খিলঞ্জীয়া শব্দই নাথাকিব যেন লাগে ৷
@PradipSonowal-tk2rr
@PradipSonowal-tk2rr Ай бұрын
আপুনি বনমন্ত্ৰী হৈ থাকোঁতে কাজিৰঙাত সদায়ে গড়হত্যা হৈছিল, সেই কথাটো অসমৰ কোনে নেজানে? ধোৱা তুলসী নহয় আপুনিও। ধুবুৰীৰ দৰিদ্ৰ মিঞা সকলৰ কিমান উন্নতি সাধন কৰে সেইটো সময়ত দেখা পোৱা যাব। অসমৰ চৈধ্যটা লোকসভা সমষ্টিৰ তিনিটাত বিজয়ী হৈ কংগ্ৰেছৰ জয় হোৱা বুলি নেভাবিব।
@rameshpayang7871
@rameshpayang7871 Ай бұрын
Hosa kotha
@rafikulali7825
@rafikulali7825 Ай бұрын
Sai thak o babu BJP bidai lobo hol
@mohidulislam8148
@mohidulislam8148 Ай бұрын
😂
@bikikumar8698
@bikikumar8698 Ай бұрын
Oi dhua kosarir jaat Sai thak BJP eibar bidai lobo. Eikhon BJP government holeu temporary nohoi bujiso ne dhus kosarir jaat sala.
@protimadutta2890
@protimadutta2890 Ай бұрын
তথাপিও হিমুৰ মুখত চূণ খানিলে ।
@bipulkalita6608
@bipulkalita6608 Ай бұрын
এই জনক ২৬চত বিদাই দিব লাগে।
@partharoy5158
@partharoy5158 Ай бұрын
Apuni koisil lurin jikibo kintu lurin harise😂
@Real12976
@Real12976 Ай бұрын
Fota lecture 😂😂😂😂😂 🦏 Akha kori lav nai🙏
@SanjaySarma-yf1yc
@SanjaySarma-yf1yc Ай бұрын
ৰাজনীতিত স্থায়ি কনো নহয়।উদাহৰন শআজমল
@gafurali8916
@gafurali8916 Ай бұрын
পাচঁ (৫) বছৰৰ পিছে পিছে চৰকাৰ সলনি হোৱাটো প্ৰয়োজন।
@NandeswarDas-mm9go
@NandeswarDas-mm9go Ай бұрын
Joi Jonmoni Rabha joi
@pankajbora7263
@pankajbora7263 Ай бұрын
আমাৰ একো আশা নাই...মাত্ৰ কাজিৰঙা গড় কেইটা সুৰক্ষিত হৈ থাকিলেই হয়...
@sahadevnarzary448
@sahadevnarzary448 Ай бұрын
মিছা কথা নাজাই হিন্তবিশ্ব গাদি ৰাইজ।
@user-jb5wc9pq9c
@user-jb5wc9pq9c Ай бұрын
Mur atai onurudh rokibul hosain siroloi Congress or pora ulai jua burok jaate ako haboti loi doltuk dhonkho nokoribo
@user-cp8wl2oy2n
@user-cp8wl2oy2n 10 күн бұрын
এতিয়া নিমাত হৈ বহি থাকিলে আপোনালোকক জনতাই বেয়া পাব ৰাইজে ৰজা পাতে ৰজা হৈ ৰাইজক পাহৰি যোৱা সকল ৰাইজৰ মাজলৈ যাব নোৱাৰে ধন্যবাদ
@digantaboro476
@digantaboro476 Ай бұрын
হুছেন মহাশয় অসমত মাত্ৰ তিনিজনহে জিকিছে গতিকে অসমৰ জনতা কাৰ পক্ষত আছে
@noransonwal1200
@noransonwal1200 Ай бұрын
অসমৰ ৰাইজে এইবিলাক মানুহৰ কথাত ভূল জাব নালাগে এই বিলাক মানুহ একো বিশ্বাহ নায়
@ankurok1969
@ankurok1969 Ай бұрын
Eta sorot tur mukh bhangi dim laura
@BitupanDeuri-oc5hz
@BitupanDeuri-oc5hz Ай бұрын
Right
@TIGER_44416
@TIGER_44416 Ай бұрын
Apuni besi lecture nidibp
@ZarnaranidDas
@ZarnaranidDas Ай бұрын
Rokibul jikise asomor durniti Gundaraj dangabaj arombo hobo
@Rumi_44
@Rumi_44 Ай бұрын
বাদ দিয়া হে কংগ্ৰেছী কেইটাৰ কাৰণে ৰকিবুল হোছেইন ও ভাল । কাজিৰঙা শেষ কৰিছিল সেই কথা পাহৰি গ'লে নহ'ব অসমৰ ৰাইজ।
@MITalukdar
@MITalukdar Ай бұрын
Kazirangat atiau xomane Gor hotya hoi, kintu media ai coverage nokore, karon BJP
@Rumi_44
@Rumi_44 Ай бұрын
Dhruv subscriber ...... বিজেপিয়ে সকলো নিউজ চেনেল কিনা হেঁতেন সিমন্তই কি কি বিক্ৰী কৰিলে সেইবিষয়ে ও নোলালে হেঁতেন । সত্য লুকাই নাথাকে অসমৰ ৰাইজ বুধু নহয় ।
@snehashabnam4545
@snehashabnam4545 Ай бұрын
Kajiranga ses houte himanta bapere kot asil, andha bhakta
@lakshyajyotikeot3953
@lakshyajyotikeot3953 Ай бұрын
চামগুৰিত একো কাম কৰা নাই বাবে তেওঁৰ সমষ্টিতেই বিজেপি য়ে লীড ললে -- হেৰৌ , এটা ইলেকচন জিকিয়েই নিজকে আমেৰিকাৰ ৰাষ্টপতি বুলিয়েই ভাবি ল"লি নেকি ? গড মাৰি মাৰি খাস্তাং কৰাজন নহয় জানো ??
@himanjyotibora7320
@himanjyotibora7320 Ай бұрын
Kune gadho ye koise... 56-Samaguri LAC t Congress almost 86,500 vote r lead t ase ....
@Sivasagar04
@Sivasagar04 Ай бұрын
আপোনালোকে স্হিতি সলনি নকৰিব ৰাইজে সহায় কৰিব আৰু ৰাইজৰ আসুবিধাবোৰ পূৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখক🙏🏻
@krishnakamalneog927
@krishnakamalneog927 Ай бұрын
অসমত কংগ্ৰেছৰ অস্তিত্বই নাথাকিব ২৬লৈ
@bichitranarayanborah5170
@bichitranarayanborah5170 Ай бұрын
আপোনাৰ দিনত কাজিৰঙা ই কান্দিছিল ।আপোনাক অভিনন্দন জনাই কৈছো পৃথিৱীত কোনোৱেই অজৰ অমৰ হৈ অহা নাই
@dulubora8313
@dulubora8313 Ай бұрын
atiyau kande...aagor dinot ulai porisil atiya mediya hakalu mamar mote uthe bohe😂😂😂
@pankajboro1197
@pankajboro1197 Ай бұрын
Right 👍
@jumankumarsarmah5131
@jumankumarsarmah5131 Ай бұрын
এতিয়া মনে মনে কান্দি আছে ,আপুনি শুনা নাই😂😂
@DibyaNath-nn1xt
@DibyaNath-nn1xt Ай бұрын
​@@dulubora8313তালাঙী চোৰ কেলা চুটমাৰণী।
@DibyaNath-nn1xt
@DibyaNath-nn1xt Ай бұрын
ৰকিবুল শিয়াল সন্দেহ জনক মিয়াৰ ভোটট চোৰৰ নিচিনাকৈ তপকিছে। ইয়াক মাৰি পেলাব লাগে কেলা।
@balendra265
@balendra265 Ай бұрын
আপুনি এইবাৰ বাচি গ'ল, সংখ্যা লঘু সকলে এইবাৰ ভাবিলে এইবাৰ কংগ্ৰেছক ভোট নিদিলে তেওঁলোক জিকিব নোৱাৰিব। সেয়ে আপুনি ভাগ্যবাণী।
@bakulboruah2026
@bakulboruah2026 Ай бұрын
Gaurav Gogoi will be the CM of Assam in 2026
@nityagogoi478
@nityagogoi478 Ай бұрын
জিকিলে , কথাবো সংযত আৰু মাৰ্জিত হব লাগে , টেটুফালি চিঞৰিলে ভাল নেদেখায় , জিকাৰ বাবে ভাল পাইছো ও অভিনন্দন জনাইছো , সংযমী হৈ কথাবোৰ কলে ৰাইজৰো শুনিবলৈ ভাল লাগে , এতিয়াও লক্ষ বহু দূৰত ৷
@paplusharma8804
@paplusharma8804 Ай бұрын
apunar akhirbd nalage
@TREYZ--07
@TREYZ--07 Ай бұрын
কেলা তই বিজেপি সাংসদ কেইটাৰ চা 😅
@JituAhmedRJFilms
@JituAhmedRJFilms Ай бұрын
হিমন্তৰ পৰাই শিকিছে।
@rrhino9337
@rrhino9337 Ай бұрын
Our Gourav gogoi upcoming CM Assam 2026❤❤ Dolar bogorik aku bogorai nani bo plzzzz🙏🙏🙏🙏🙏🙏
@niranjanborah6285
@niranjanborah6285 Ай бұрын
Dhuburit jiki tel bahil nki... Dom ase Jodi Himanta r against t kheli jik tar pst ktha kobi
@user-yf9ey7dc5e
@user-yf9ey7dc5e Ай бұрын
Rajnitit aku e oxombhob nohoi hitler u harisil himanta nu ki bostu 😂
@gpprinter4372
@gpprinter4372 Ай бұрын
ৰাজনীতিত আহিলে চব একে হৈ যায় এইবাৰ কংগ্ৰেছ চৰকাৰ অহা হলে একে হল হয় বিজিপিয়ে কিছুমান সমষ্টিত সাৰিলে কিন্তু অহা দিনবোৰত বিজেপিয়ে ভাল কাম কৰিব কোনো জাতি ধৰ্ম প্ৰচাৰৰ নকৰি নিৰ্বাচন খেলি
@debangaborah3344
@debangaborah3344 Ай бұрын
Dhubri t jiki emn dangor dangor kotha koi lav ni....asomr manuhe atya manuh sini pai kak voot dibo lage
@taj8724
@taj8724 Ай бұрын
Axomr manhui Sini pai karone tu jorhat ot Gaurav Gogoi zikil
@coconutcrab8959
@coconutcrab8959 Ай бұрын
​@@taj8724 jorhat r manuh kita ke xikkhito de, baki khini r poha xuna nai karone bjp k vote dile 😂
@anjumabegum-mm6zt
@anjumabegum-mm6zt Ай бұрын
উহ: কমচে কম কাজিৰঙাৰ গড়কেইটা ৰক্ষা পৰিব দে
@pappudas7385
@pappudas7385 Ай бұрын
Apuni Duburi juar karone valei holl Kaziranga r Rhinos keita basi thakibo
@MahadevKarmakar-yg8cl
@MahadevKarmakar-yg8cl Ай бұрын
Sim saror logot na lagibo 11 ta site paise rokibul or dam ase
@Marigaonerpola
@Marigaonerpola Ай бұрын
মানুহক ১০০০ এক হেজাৰ কৈ টকা দি পাছ কৰিছ
@user-ff1hf2tj9j
@user-ff1hf2tj9j Ай бұрын
Think you
@SurenBoro-mv7tq
@SurenBoro-mv7tq Ай бұрын
Kaziranga gorh bur xabodhan Rakibul Husain ahi ase. Tinita seet paye eman ahonkar 11 pale dekhon dinotei gorh ( Rhino) maribo.
@HussainAli-rh6pb
@HussainAli-rh6pb Ай бұрын
Tention nolobo Ahise ahise homonto akise Akakhor botora loi....
@user-jx7nk7pu5r
@user-jx7nk7pu5r Ай бұрын
Sir I like your speech each and everyone in my life forever you may God bless you with ur politics life and ur family life and lastly with ur politics life party for ur side
@dulengogoi3309
@dulengogoi3309 Ай бұрын
ৰকিবুল ডাঙৰীয়া বৰ ভাল লগা কথা কয় অলপ মৰমত কব অনুৰোধ থাকিল
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru Ай бұрын
We want Gaurabh Gogoi as next CM.
@user-jx7nk7pu5r
@user-jx7nk7pu5r Ай бұрын
God bless you with ur speech may God bless you with ur politics life and ur family life ok Bhara BHAI Sir
@KrishnaSarmah-ey5je
@KrishnaSarmah-ey5je Ай бұрын
কিমান পালে তিনি খন পালে বেছি পালে কি কৰিলে হয় মানে
@kanakdeka2502
@kanakdeka2502 Ай бұрын
ধুনীয়া দেখিছো
@sivakonch2767
@sivakonch2767 Ай бұрын
এইজনৰ দিনতে কাজিৰঙাৰ গড় কেইটাই কান্ধিছিল।
@ajoybasumatary6463
@ajoybasumatary6463 Ай бұрын
Mama Assamot buhut Lachit borfukhon olai ahise dekun?Loan loy Assamkon nosolabi sir, Noyarile sarender diyok? Assam basi - Long live
@user-ll5lf5lt3g
@user-ll5lf5lt3g Ай бұрын
হয় হয় সছা কৈছে 😅
@ashokdey1100
@ashokdey1100 Ай бұрын
Kajiragar gar hatyakari
@makhanborah7726
@makhanborah7726 Ай бұрын
হেইট ৰকিবুল তোমাৰ নিজৰ সমষ্টিৰ টোৱেই ৰাষ্টা নাই তুমি আকৌ MP হৈ কি উন্নয় কৰিবা । কথা কেইটা হলে জয় জয় মই মই
@ppp7979
@ppp7979 Ай бұрын
Atao unnoti nai rokibulor.poth beya dolong nai
@indianjamesbond0076
@indianjamesbond0076 Ай бұрын
সঁচা কথা। সাৰদা আৰু লুইচ বাৰ্গাৰ কাণ্ডৰ বাবে জেলত থোৱা উত্তম।
@Rumi_44
@Rumi_44 Ай бұрын
আমাৰ সিন্ধু ধৰ্মৰ ৰক্ষা সিন্ধুই নকৰে, আপোনালোকে মন কৰিছে নে ৰকিবুল হোছেইন নিচিনা মানুহ কংগ্ৰেছত থকাৰ কাৰণে এটাও বেয়া কমেন্ট মোছলীম সকলে দিয়া নাই তেওঁ লোকে জানে যে কংগ্ৰেছে ই আমক সকলো ফালৰ পৰাই ৰক্ষা, power দিব। বিজেপিৰ লগত যোগ দিয়াৰ কাৰণে সিহঁতৰ নিজৰ পাৰ্টীকে সৰোৱাই দিলে, কিন্তু আজমলে যদি আজি নিৰ্দলীয় বা কংগ্ৰেছৰ হৈ থকা হ'লে কেতিয়াও নাহাৰে । কিন্তু খাৰ খোৱা অসমীয়াই এই বিলাক বুজি পাবৰ সময় হৈ গ'ল । জাগিব হৈ গ'ল নহ'লে এদিন মিয়াই অসমৰ পৰা অসমীয়াক খেদাব।
@korobidas5121
@korobidas5121 Ай бұрын
Right 👍
@snehashabnam4545
@snehashabnam4545 Ай бұрын
যুগ যুগ ধৰি মুছলমানে আপোনালোকক খেদিব কেতিয়াবা দেখিছে নেকি তেনে পদক্ষেপ হাতত লোৱা, তেওলোক কষ্ট কৰি খোৱা মানুহ, বি জে পি ৰ সামপ্রদায়িকতা ৰ বিৰুদ্ধে তেওলোকে ভোট দিছে, বিশ্বাস ঘাটকতাৰ বিৰুদ্ধে
@nayankumarpawe2671
@nayankumarpawe2671 Ай бұрын
২০২৬ত গৌৰৱ গগৈ ৱেব চলিব।
@Bibeksahu667
@Bibeksahu667 Ай бұрын
Im proud to himanta biswas sarma good c.m🙏
@dipankardutta6882
@dipankardutta6882 Ай бұрын
আপুনি আগতে অসমৰ খাজিৰনা গৰ কেতা গুলি মাৰক আৰু অসমৰ কি কৰীৱ
@taj8724
@taj8724 Ай бұрын
Kiba proof ase nki ?
@HelalAhmed-nb1yl
@HelalAhmed-nb1yl Ай бұрын
Thank you dada
@user-oz7up3ru6q
@user-oz7up3ru6q Ай бұрын
হিমন্ত বিশ্ব শৰ্মা এতিয়া বৈজ্ঞানিক হৈ গৈছে।
@AjitAli-td1bb
@AjitAli-td1bb Ай бұрын
Good sir
@ayangdoley742
@ayangdoley742 Ай бұрын
Sir osa kota sir oy sir🙏🙏🙏🙏
@nripenborgohain201
@nripenborgohain201 22 күн бұрын
ধন্যবাদ বতৰৰ খবৰ - বানপানী অসমত এফালে মুখ্যমন্ত্ৰীৰ আঁচনি প্ৰকোপত উশাহনিশাহৰ ঘেৰঘেৰণি
@dipakhasam3402
@dipakhasam3402 Ай бұрын
3 khan tei eman jodi 11 khan hoi ki hobo
@Aban-zm9re
@Aban-zm9re Ай бұрын
মামাই ৰচনা ৰচি আছে গম পাব
@chandanbora9040
@chandanbora9040 Ай бұрын
@ranjitbrahma2935
@ranjitbrahma2935 Ай бұрын
Sabbash Rakibul Hussain, Subbash Rakibul Hussain Sir.
@AmalBasumatari-bm7fo
@AmalBasumatari-bm7fo Ай бұрын
Thanks .
@daithunswargiary3334
@daithunswargiary3334 Ай бұрын
Regional party will play kingmaker role in upcoming MLA election 👍
@IntajBarbhuiya
@IntajBarbhuiya Ай бұрын
Right i
@jyotish5022
@jyotish5022 Ай бұрын
Bhostachari jail ot goi oo lass nai dangor dangor kotha Assamese jatir kotha aapuni kobo nalage
@miduldutta8798
@miduldutta8798 Ай бұрын
ধৰ্ম জ্ঞান আৰু মানৱতা জ্ঞানৰ বাবে যি কৰিছে D.HBS sir ৰে সেইটো কোনো অপৰাধৰ কাম নহয় , বিজেপি জিন্দাবাদ ❤❤❤❤❤ জয় শ্ৰী ৰামমমমমমমমমমমমমমমম 🙏🙏🙏
@PurnakantaRajbonshi
@PurnakantaRajbonshi Ай бұрын
😂😂😂😂😂😂😊😊😊😊😊😮😮😮😮😮bhaduri hol sensuri mari
@jint465
@jint465 Ай бұрын
😂😂😂😂😂😂😂😂কাজিৰঙাত গড় মাৰিলি এতিয়া Dhubri বা কি মাৰে
@KrishnaDas-mc1lq
@KrishnaDas-mc1lq Ай бұрын
Nagaon scnchowa krishna sir mai aasu
@Sayrulla
@Sayrulla Ай бұрын
Tike Sar
@RAHULRoy-ue2jd
@RAHULRoy-ue2jd Ай бұрын
কথা ক'বলৈ আহিছে ঘোচ নেদিলে বাল এডালো নলৰিছিলে এগ্ৰিকেলচাৰ, পুলিচ, শিক্ষকৰ চাকৰিৰ দাম ৫ লাখ টকা আছিলে ৫ লাখ দিয়ক আৰু নিযুক্তি পত্ৰ লৈ যাওক ইমান সোনকালে পাহৰিলে নেকি আপোনালোকৰ ভ্ৰষ্টাচাৰ দূৰ্নীতি লুন্থনীৰ কাহিনী বাদ দিয়ক হে বাদ দিয়ক হে জনসাধাৰণে টো আমাকেই ভোট দিব লাগিব অসমৰ জনসাধাৰণটো পাগল বুলি ভাবিছিলি নে লাজ নোহোৱাৰ জাত
@gobindabarman8374
@gobindabarman8374 7 күн бұрын
🎉 এতিয়া ঘোচ নিদিয়াকৈ কাম হয় নেকি?
@RAHULRoy-ue2jd
@RAHULRoy-ue2jd 7 күн бұрын
@@gobindabarman8374 এখন তামোলৰো খৰচ নোহোৱাকৈ কেৱল মাত্ৰ নিজৰ মেধাৰ বলত Adre ত মই নিজে চাকৰি এটা পালোঁ সেয়েহে কংগ্ৰেছক ভোট দিয়া বিলাকক কওঁ যে এবাৰ হ'লেও কংগ্ৰেছৰ সেই কলা অধ্যায়লৈ মনত কৰক যেতিয়া ঘোচ নিদিলে অসমত নোম এডালো লৰচৰ নহৈছিল নিজৰ ল'ৰা ছোৱালীৰ ভবিষ্যতলৈ চিন্তা কৰক কাৰণ কংগ্ৰেছক ভোট দিয়া আৰু নিজেই মানসেনাক অসমলৈ নিমন্ত্ৰণ কৰি অনা একেই কথা কিবাকৈ আহিলে লুটিপুটি গোটেই অসমখনকে ঠিয়ৈ ঠিয়ৈ গিলিব
@haleswarwary4385
@haleswarwary4385 Ай бұрын
👍👍👍👍
@mehebubsentertainment5761
@mehebubsentertainment5761 Ай бұрын
👍👍👍
@user-uh8kv5fe4r
@user-uh8kv5fe4r 14 күн бұрын
Right Kotha
@ishaquemazumder669
@ishaquemazumder669 Ай бұрын
Sir, Sombedan basu,
@dipondutta8315
@dipondutta8315 Ай бұрын
Miaa.hakal.ak..AssamalAi.konay.Aahibalay.hobidaa.dillay.janaa.basoon
@Bijayborah01234
@Bijayborah01234 Ай бұрын
সঁচা কথা👍👍👍
@RajChetia-wv3qt
@RajChetia-wv3qt Ай бұрын
❤❤❤❤
@abdulmozidmiah1141
@abdulmozidmiah1141 Ай бұрын
Very good speech Rokibul Hussain Thank you
@BabulhussainHussain-vq1kh
@BabulhussainHussain-vq1kh Ай бұрын
✋✋✋✋💪🤚 assam 🤲
@binoddutta4714
@binoddutta4714 Ай бұрын
হাৰিলেও কথা নাই এভাৰেষ্ট শৃংগ বনাই ললে।
@user-so5tj7ex9t
@user-so5tj7ex9t 27 күн бұрын
Dhonyobad husenda
@GhonshayamKormokar
@GhonshayamKormokar Ай бұрын
Yes right 👍👍👍
@lilskitchen3001
@lilskitchen3001 Ай бұрын
আপুনি ফুলিছে বহুত।বেয়া লক্ষন
@indrajyotihazarika
@indrajyotihazarika Ай бұрын
তিনি তা হে প্ৰভু।।।
@jamilahmed2361
@jamilahmed2361 Ай бұрын
Wow nice
@safiqulali2188
@safiqulali2188 Ай бұрын
keyitak minister bonai sao
@user-of4yf2pu7w
@user-of4yf2pu7w Ай бұрын
Right👍
@arotidas6640
@arotidas6640 Ай бұрын
Himanta Sarma always best🥰🥰🥰🥰 abhi jo gaon ke ghar pakka hua hai ya rashta ka halat pehele se bohut behtar ho gaye hai...pehele kitni be rozgaar hua karta tha Assam me..ghush na do to naukri tak nahi milte the..abhi Himanta Bishwa Sarma ane ke baad sab badal gaye hai...Pure Assam pehele se koi guna unnati ke rashte pe jaa raha hai...hatts of uuu Himanta Sarma ji...u r always best CM🥰🥰👍👍👍
@user-tj4yh8mz8b
@user-tj4yh8mz8b Ай бұрын
Good speech..
@Highlightsmusic123
@Highlightsmusic123 Ай бұрын
Genda😂😂
@prodipsaikia706
@prodipsaikia706 Ай бұрын
Good
@ronydeb4425
@ronydeb4425 Ай бұрын
Gaurav Gogoi is coming soon
@ParamDutta-gl7wq
@ParamDutta-gl7wq Ай бұрын
Good news
@mausumibasumatary1510
@mausumibasumatary1510 Ай бұрын
Borhiya 👍
Red❤️+Green💚=
00:38
ISSEI / いっせい
Рет қаралды 77 МЛН
- А что в креме? - Это кАкАооо! #КондитерДети
00:24
Телеканал ПЯТНИЦА
Рет қаралды 7 МЛН
Does size matter? BEACH EDITION
00:32
Mini Katana
Рет қаралды 20 МЛН
MP Gaurav Gogoi | Reply to President's Address 2024
11:37
Gaurav Gogoi
Рет қаралды 128 М.
atanu bhuyan"s  video
6:33
atanubhuyan"s news video
Рет қаралды 104 М.