Рет қаралды 50,971
এজন যুৱ ব্যৱসায়ীৰ কাহিনী rajib dutta
লখিমপুৰত জীৱিকা উলিয়াব নোৱাৰি ২০০৬ চনত যুৱকজন আহি উপস্থিত হ’লহি গুৱাহাটী মহানগৰীত ৷ আৰম্ভ কৰিলে মাহে ৩০০০টকা দৰ্মহাৰে এটি কাম অগ্নিনিৰ্বাপক সজুঁলি বিক্ৰী কৰা প্ৰতিষ্ঠানত ৷ আৰম্ভ হ’ল তেওঁৰ সংঘৰ্ষময় সময়ৰ
কিন্তু তেওঁ প্ৰত্যহ্বানৰ সম্মুখত থমকি নৰ’ল ৷ পিঠিত বেগ লৈ তেওঁ নতুন দিল্লীলৈ যাত্ৰা কৰিলে ৷ কৰ্মচাৰীৰ বিপৰীতে অগ্নিনিৰ্বাপক সজুঁলি বিক্ৰী কৰা ব্যৱসায়ৰ অংশীদাৰ হ’বৰ বাবে দিল্লীৰ বৃহৎ কোম্পানীবোৰৰ কাৰ্যায়ত বিচাৰিলে সহায় ৷
আৰু এতিয়া তেওঁ এগৰাকী সফল ব্যৱসায়ী ৷ সমগ্ৰ উত্তৰপূৰ্বাঞ্চলত তেওঁ যোগান ধৰে অগ্নিনিৰ্বাপক সা সজুঁলিসমূহ ৷ ইয়াৰোপৰি হোটেল চিনেমা হল জিম ডিপাৰ্টমেণ্টেল ষ্ট’ৰকে ধৰি বহু ব্যৱসায়ৰ স্বত্বাধিকাৰী তেওঁ ৷
উত্তৰ লখিমপুৰৰ পৰা আহি গুৱাহাটী মহানগৰীত সফলতাৰে ব্যৱসায় কৰা এই যুৱকজনৰ নাম ৰাজীৱ দত্ত ৷
uparjan.in