No video

এগৰাকী মহিলাৰ স্বাৱলম্বীতাৰ আঁৰৰ কাহিনী , চকু সেমেকি যোৱা, তেখেতৰ ফাৰ্ম || chefmonmiskitchen

  Рет қаралды 237,479

CHEF MONMI'S KITCHEN & VLOGS

CHEF MONMI'S KITCHEN & VLOGS

Күн бұрын

#chefmonmiskitchen
dsilyassamesevlog
#radhikafarm
Song: Skandr- love me better
Music provuded by vlog no copyright music.
Video link: • SKANDR - Love Me Bette...
Song Feel Good
Artist Syn Cole
Album Feel Good
Licensed to AEI (on behalf ofNCS); UNIAO
KZbin by BRASILEIRA DE EDITO RAS DE MUSICAUBEM, UMPI, ASCAP, LatinAutor - UMPG,Abramus Digital LatinAutor CMRRA, Sony ATV Publishing, Warner Chappell, LatinAutor - SonyATV , Featherstone Music (publishing), and 23 music rights societies
• Syn Cole - Feel Good |...

Пікірлер: 525
@rupamnath9236
@rupamnath9236 3 жыл бұрын
নৰেন্দ্ৰ মোদী , তৰুণ গগৈ , সৰ্বানন্দ সোনোৱাল , যোগী আদিত্য নাথ কোনে প্ৰাইভেট স্কুলত পৰিছিল মোক জনাব
@chefmonmiskitchenvlogs432
@chefmonmiskitchenvlogs432 3 жыл бұрын
আপোনাৰ প্ৰশ্নৰ বাবে ধন্যবাদ দিছোঁ । কিয়নো মইও চৰকাৰী বিদ্যালয় ভাল পাওঁ । কিন্তু গোটেই ভিডিওটো চোৱাৰ পিছত তেওঁক এটা উৎসাহ দিও সেই প্ৰশ্নটো কৰিব লাগিছিল । কাৰণ তেওঁ সপোন দেখি কষ্ট কৰিছে . .. তেওঁ চৰকাৰী চাকৰিৰ আশাত হাত সাৱটি বহি থকা নাই । যিটো সময়ত বহুতেই টিভি , শিৰীয়েল , মোবাইল , প্ৰসাধন লৈ ব্যস্ত , তেওঁ এক ব্যতিক্ৰমী , উদ্যমী , আদৰ্শ স্বৰূপা ।
@shahjamalkhan1363
@shahjamalkhan1363 3 жыл бұрын
Narendra Modi school ot goisil neky
@ranjufarmer1213
@ranjufarmer1213 3 жыл бұрын
Tarun gogoi
@aratikoch6894
@aratikoch6894 3 жыл бұрын
@@chefmonmiskitchenvlogs432 VT
@abdankhalko4622
@abdankhalko4622 3 жыл бұрын
O
@hemalatadevi6210
@hemalatadevi6210 3 жыл бұрын
সচাঁকৈ সুন্দৰ ,অনুপ্ৰেৰণামূলক ভিডিঅ' । ভাল লাগিল।
@mitalipegu181
@mitalipegu181 3 жыл бұрын
Val lagil Baideu video tu
@mamuborah1810
@mamuborah1810 4 жыл бұрын
প্রথমে বাইদেউ গৰাকী ক শুভেচ্ছা জনালো🙏, আৰু আপোনি এনে এটা ভিডিও দেখুৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। আমাৰো চিনা হাহ আছে, মাকক তুলতুলি বুলি মাতিলে ওচৰলৈ আহে😍।
@lakhinathphukon4204
@lakhinathphukon4204 3 жыл бұрын
বাইদেউৰ এষাৰ কথা ভাল লাগিল,প্ৰতিটো জীৱ জন্তুকে মৰম কৰিব লাগে।
@jitengogoi781
@jitengogoi781 3 жыл бұрын
Bhut Bhal lagil sai video to very nice...
@AssameseVloggerDG
@AssameseVloggerDG 4 жыл бұрын
Khubei anupranito holu manuhgorakik log pai.apunar ei proseta hosai prohonghoniyo. Karon as a youtuber amibur homaj khonor proti dayoboddho .. Apuni apunar dayitto khub dhuniake palon korise. Tekhetor jibonor juj khon hosai asorit lagil huni. Sagoli Tue tewk eta rasta dekhuale. Bohut inspire holu story tu huni. Thank u for sharing. Mohila hoiu eman kosto kori farm bur manage korise asorit. Log paboloihe mon gol.
@chefmonmiskitchenvlogs432
@chefmonmiskitchenvlogs432 4 жыл бұрын
Thanks for your big supporting comment for her 😍😘
@AssameseVloggerDG
@AssameseVloggerDG 4 жыл бұрын
@@chefmonmiskitchenvlogs432 welcome . i really mean each and every word. Just loved everything about the video. Thank u for sharing her story. Hope u will Bring some more stories like this.
@mahantatrishna9032
@mahantatrishna9032 4 жыл бұрын
মানুহ গৰাকীক দেখি সঁচাকৈয়ে একো লিখিবলৈ ভাষা বিচাৰি পোৱা নাই । বহুত ভাল লাগিল । আপোনাকো অশেষ ধন্যবাদ । মানুহৰ গৰাকীক চিনাকি কৰায় দিয়াৰ কাৰনে। বহুতৰ কাৰনে তেওঁ এক আদশ‌ ।
@mayurigogoi1044
@mayurigogoi1044 4 жыл бұрын
ক'বলৈ ভাষা নাই।এগৰাকী আদৰ্শ নাৰী।এনেধৰণৰ ভিডিও আগলৈ আৰু চাবলৈ পাম বুলি আশা ৰাখিলো।
@nishasharma9039
@nishasharma9039 4 жыл бұрын
এনেকুৱা সৃষ্টিৰ বাবে ভগবানে অভাব দিয়ে।কষ্টৰ ফল সদাই মিঠা হয়।👌ভগৱানে আপোনাক আগুৱাই নিয়ক শুভ হওক।👌👌👌💕
@rinkusvlogs194
@rinkusvlogs194 4 жыл бұрын
Iman val lagile video tu..tekhetor kosto aru protibhar bolot bohukhini hofolota orjon koriboloi hoikhyam hoise,,manuh hofal hoboloi kewal mon tu he asol,tekhetor kotha botora aru byoktittai apluto korile,val lagile apuni ane agoraki uudyami mohilar hoite sinaki kori dile..
@monimalakolita3267
@monimalakolita3267 4 жыл бұрын
বাইদেউ গৰাকী নাৰী সকলৰ বাবে এক আদৰ্শ। বহুত ভাল লাগে এনেকুৱা ভিডিঅ'।
@gobindadas3552
@gobindadas3552 3 жыл бұрын
বহুত বহুত ধন্যবাদ বাইদেউ।ভগৱানে আপোনাক আৰু জ্ঞান দিয়ক ।আমাৰ সকলো বাইদেউ তেনোকোৱা জ্ঞান লোৱাটো বৰ্তমান দৰকাৰ।
@chefmonmiskitchenvlogs432
@chefmonmiskitchenvlogs432 3 жыл бұрын
Thank you 🙂
@AnjuDevi-yq5gk
@AnjuDevi-yq5gk 4 жыл бұрын
বা গৰাকী ক আছলতে তেওঁ ঘৰৰ মানুহে বহুত সহায় কৰিছে সেই বাবে তেওঁক বহুতো ভাল লাগিল ভষা নাই আৰু সকলোৱেই কপালত তেনে জীবন সংগী নাপাই 🙏🙏🙏🙏🙏❤❤❤🙏🙏🙏🙏
@milkyahmed2697
@milkyahmed2697 4 жыл бұрын
Video tu sai bohut val lagil...👍👍🙏🙏great woman🙏🙏
@bhaskarjyotibharali6367
@bhaskarjyotibharali6367 3 жыл бұрын
bahut val lagill.....👍👍
@ranjitkrsahu6911
@ranjitkrsahu6911 4 жыл бұрын
Baideoloi bhut bhut dhanyobad logoty monmi ba tumaku morom jasilu bhut nojona kotha jani val lagil
@munmiphukon5309
@munmiphukon5309 4 жыл бұрын
Bohut val lagel sai
@soonusmikachetia200
@soonusmikachetia200 4 жыл бұрын
Bohut val lagil videotu sai
@lifeagainstcancer2280
@lifeagainstcancer2280 4 жыл бұрын
খুব ভাল লাগিল।সমাজলৈ পচিটিভ বাৰ্তা কঢ়িয়াব পৰা এটা ভিডিও।বাইদেউ গৰাকীলৈ শুভেচ্ছা থাকিল।
@amrithira2402
@amrithira2402 3 жыл бұрын
Nichoy adin jubeen dadai matibo
@samprityborgohain4010
@samprityborgohain4010 3 жыл бұрын
Bahoot bhal lagilee Sai.
@chefmonmiskitchenvlogs432
@chefmonmiskitchenvlogs432 4 жыл бұрын
তেখেতক বাইদেউ বুলি কৈ মই সন্মানহে দিছোঁ , যদিও মোতকৈ বহুত সৰু। আহিবৰ সময়ত তুমি আৰু নাম কাঢ়ি মাতিবলৈ বাধ্য হলো । ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰিবচোন । তেখেতৰ এটা আশা , এদিন জুবিন গাৰ্গে ফাৰ্ম খন চোৱাটো । এই ভিডিটো যাতে জুবিনৰ ওচৰ পাই ।🙏🙏 তেখেতে এতিয়াও একো চৰকাৰী অনুদান বা ঋণ পোৱা নাই । কোনোবাই দিহা পৰামৰ্শ দিব বুলি আশা কৰিলোঁ ।
@dipalisaikia5550
@dipalisaikia5550 4 жыл бұрын
G
@chandramaburagohain9403
@chandramaburagohain9403 4 жыл бұрын
Um
@DrRaineesHealthyWay
@DrRaineesHealthyWay 4 жыл бұрын
বা সঁচাই ভাল লাগিল। এগৰাকী মহিলা ইমান শক্তিশালী যে প্ৰণাম জনাইছোঁ🙏🙏
@chefmonmiskitchenvlogs432
@chefmonmiskitchenvlogs432 4 жыл бұрын
😍😘 ৰেইনী
@bhesojbaruah8725
@bhesojbaruah8725 4 жыл бұрын
তেওঁলোক দুয়োজনেই সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাত এইখিনি কৰিছে - গতিকে তেওঁলোকে এখন নিজৰ কৈ প্ৰশিক্ষণৰ অনুষ্ঠান কৰিব পাৰে -আৰম্ভনিৰ পৰাই তেওঁলোকৰ যিখিনি সমস্যাৰ সৈতে যুজঁ দি আজিৰ এই পৰ্য্যায়ত উপনীত হৈছে সেয়া স্বাৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্শন!! যিটো সহজতে দেখা পোৱা নাযায় !কিছুমান দিনৰ আগতে তেওঁলোকৰ বিষয়ে কাকতত ও পঢ়া যেন মনত পৰে !! আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু তেওঁলোকৰ এই ফাৰ্মখন এদিন এক শিক্ষন প্ৰতিষ্ঠান হৈ উঠক তাকেই কামণা কৰিলো ।।
@mahendrabaruah8773
@mahendrabaruah8773 3 жыл бұрын
Bor xundor adarkha aru xundor mantabya dhoinyabad jonalu.
@gitanjyotinath5596
@gitanjyotinath5596 3 жыл бұрын
Bohot val lagile... Baidew r pora bohu khini onuprerona palu..
@ritamoniassamesevlogs689
@ritamoniassamesevlogs689 4 жыл бұрын
অতি সুন্দৰ
@shyanantadeka294
@shyanantadeka294 3 жыл бұрын
এজনী মাইকী মানুহ হিচাপে ইমান সফল । ধন্যবাদ বাইদেউ
@pallabibokalial3817
@pallabibokalial3817 3 жыл бұрын
Bohut besi val lagil
@monibora1740
@monibora1740 3 жыл бұрын
ৰাধিকা তুমি আমাৰ গৌৰৱ ৷তোমাৰ দৰে ভন্তি এজনী পাই সুখী ৷একো কৰিব নোৱাৰিলেও তোমাৰ লগত আমাৰ আশীৰ্বাদ সদায় আছে ।গৈ আছো সোনকালে
@devigogoi8775
@devigogoi8775 3 жыл бұрын
Baa apunar pora bohut idea paisu thanks
@uttamray2182
@uttamray2182 3 жыл бұрын
Bhal lagil
@pujaroy8300
@pujaroy8300 4 жыл бұрын
Apunar video to sai bhut Val lagil.
@prangshusvlogs3882
@prangshusvlogs3882 2 жыл бұрын
ভাল লাগিল
@pranabjyotibarhoi9490
@pranabjyotibarhoi9490 3 жыл бұрын
ৰাধিকা বাইদেউলৈ বহুত বহুত শুভেচ্ছা থাকিল । ইশ্বৰে তেখেতক আৰ্শীবাদ কৰক । তেখেতৰ ফাৰ্ম খন চাই বৰ ভাল লাগিল । তেখেত এগৰাকী আদৰ্শ নাৰী ।
@juligogoi5547
@juligogoi5547 4 жыл бұрын
Ufff baideu kimn j vl lagil......thnk u
@simibora4689
@simibora4689 4 жыл бұрын
good job , .keep it up
@gmochahary2198
@gmochahary2198 3 жыл бұрын
Sai val lagil
@tapandutta7449
@tapandutta7449 4 жыл бұрын
Sundor ru gothon mulok anusthan,,,,Ba goraki very positive minded,,,,Val lagil
@chefmonmiskitchenvlogs432
@chefmonmiskitchenvlogs432 4 жыл бұрын
সুন্দৰ মন্তব্যৰ বাবে ধন্যবাদ জনালোঁ ।
@barashakalita8529
@barashakalita8529 3 жыл бұрын
Video to sai buhot Val lagisa ba
@bandanatalukdar4837
@bandanatalukdar4837 4 жыл бұрын
Bahut upokari video... Dhanyabaad
@choudhuryhatchery7670
@choudhuryhatchery7670 3 жыл бұрын
Vaal lagil....🙏👍👍
@chefmonmiskitchenvlogs432
@chefmonmiskitchenvlogs432 3 жыл бұрын
Thank you 🙂
@akhilgogoi1869
@akhilgogoi1869 3 жыл бұрын
Bhout bhal lagil.
@chefmonmiskitchenvlogs432
@chefmonmiskitchenvlogs432 3 жыл бұрын
Thank you ☺️
@gunajitdeka5604
@gunajitdeka5604 3 жыл бұрын
Good job
@pratimahazarika960
@pratimahazarika960 4 жыл бұрын
Bohut val lahil thanks
@pujabelwar6408
@pujabelwar6408 4 жыл бұрын
Best video ever.... 1 sec u skip kora nai.. sob salu. .. bohut val lagil... imm kosto kroise tekhete... tekhetor jibon hukhor houk tare kamona korisu... hsakoi bht val lagil. Thanks to you.. imn dhunia k amk dekhuwale ... apuni ndekhuwa hole gm a nplu hoi tekhetor kotha...
@sayanikabarman6347
@sayanikabarman6347 4 жыл бұрын
Sosake bhut val lagil
@mansurislife5310
@mansurislife5310 4 жыл бұрын
বাইদেউ গৰাকীক বহুত বহুত শুভেচ্ছা জনালোঁ
@amarjitsarmah5949
@amarjitsarmah5949 4 жыл бұрын
Bohut val lagil dai anukuwa ata video dya babe
@vaishaliborkataky9331
@vaishaliborkataky9331 4 жыл бұрын
Baideo bor bhal lagil aji apunar blog tu sai.xosai women empowerment. Thank you once again.
@AZFFYT
@AZFFYT 4 жыл бұрын
Congratulations !Radhika aguai jua
@jknabra308
@jknabra308 3 жыл бұрын
Val lagil baideu
@monditasaikia1282
@monditasaikia1282 4 жыл бұрын
প্ৰথমে তেখেতলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো সচাই প্ৰশংসনীয় লগতে যুৱ প্ৰজন্মৰ সকল আগুৱাই যোৱাৰএটা সুন্দৰ নিদৰ্শন. বাইদেউ আপোনালৈও বহুতো ধন্যবাদ
@chefmonmiskitchenvlogs432
@chefmonmiskitchenvlogs432 4 жыл бұрын
সুন্দৰ মন্তব্যৰ বাবে ধন্যবাদ জনালোঁ ।
@kamanpegu7500
@kamanpegu7500 3 жыл бұрын
Sundor
@tinasaikia9002
@tinasaikia9002 4 жыл бұрын
Bahut vl lgil borma..... Xikibo parilu bht kotha.... Manuhe koru buli vbile xasai kribo nuara kam aku ny.... Inspired holu... Thank u very much...
@plamitabaruah3452
@plamitabaruah3452 4 жыл бұрын
Khub val lagil video 2 sai
@mousumisaikia5180
@mousumisaikia5180 4 жыл бұрын
ভিডিঅটো চাই বহুত ভাল লাগিল।মানুহৰ মন স্থিৰ হ'লে সকলো কামেই কৰিব পাৰি তাৰেই প্ৰমান কৰি দেখুৱালে বাইদেউ গৰাকীয়ে।আপোনালৈও ধন্যবাদ থাকিল ভিডিঅটো আমাৰ মাজত উপস্থাপন কৰাৰ বাবে.....
@neergoutamsarma4546
@neergoutamsarma4546 4 жыл бұрын
Bohut vl lagil...
@sumadriborah256
@sumadriborah256 4 жыл бұрын
ভিডিঅ' টো চাই খুব ভাল লাগিল 👌 । বাইদেউ গৰাকী লৈ শুভেচ্ছা জ্ঞাপন কৰিছো তেখেত জীৱন ৰ লক্ষ্য পথত আৰু আগবাঢ়ি যাওক , তাকেই কামনা কৰিলো 🙏।
@user-cc2dx3iu4f
@user-cc2dx3iu4f 4 жыл бұрын
মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই, বাইদেউৱেই সুন্দৰ প্ৰমাণ। আৰু আগুৱাই যাওক, ভগবানে নিশ্চয় সহায় কৰিব, তাকে কামনা কৰিলো।
@Mainuanddhruba
@Mainuanddhruba 4 жыл бұрын
বাইদেউ গৰাকীলৈ শুভেচ্ছা জনাইছোঁ আৰু তেখেতৰ সৃষ্টি প্ৰতিভা সঁচাই অপূৰ্ব লগতে আপোনাকো অশেষ ধন্যবাদ তেখেতক ৰাইজৰ মাজলৈ দেখুৱাই দিয়াৰ বাবে
@fitnesslifestylewithsumiin5472
@fitnesslifestylewithsumiin5472 4 жыл бұрын
Apuni video to share kori khub bhal kam korise, baideu goraki hasai bahut hard working, bhal lagil sai video to😊
@karbuktayung6102
@karbuktayung6102 4 жыл бұрын
Bohut vhal lagil baidew .
@mousumisaikia8800
@mousumisaikia8800 4 жыл бұрын
Bohut val lagil baideu .
@nonihiradeka5670
@nonihiradeka5670 4 жыл бұрын
বহুত ভাল লাগিল বাইদেউ। বহুত অনুপ্ৰাণিত হলো । বাইদেউ ‌গৰাকীলৈ ধন্যবাদ জনালোঁ ।‌ আৰু আগবাঢ়ি যাওক ‌।
@pankajsharma4363
@pankajsharma4363 4 жыл бұрын
Xosakoi bohut bhal lagil videotu sai.
@chabinboro4161
@chabinboro4161 3 жыл бұрын
বহুত ভাল লাগিল ফাৰ্ম খন উপভোগ কৰি। ময়ো এজন কুকুৰা পালক। আগলৈ বাইদেউৰ দৰে আগুৱাই জাবলৈ চেষ্টা কৰিম। লগতে বাইদেউৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিলো।
@ambadas6452
@ambadas6452 4 жыл бұрын
Bhut vl lagise video tu. Aru agbhari jawok take kamana krisu.
@rekhajyotibaruah1861
@rekhajyotibaruah1861 4 жыл бұрын
সচাই প্ৰশংসনীয়। তেখেতলৈ শুভেচ্ছা জনাইছো।
@jayantiramchiary350
@jayantiramchiary350 4 жыл бұрын
Wow........bht val lagile video 2 sai
@salmabegum492
@salmabegum492 4 жыл бұрын
Bohot val lagil bormai video sai
@urbashidas6502
@urbashidas6502 3 жыл бұрын
Vdo tu sai bhut a vl lgil emn dhuniya koi farm khon bonaise bhut ktha janilu o iyar pora radhika baaideuk log pbo bhut a mon ase akha kru tekhet anekoi Agbhari jaok❤️❤️❤️
@user-sn2yc8co2w
@user-sn2yc8co2w 4 жыл бұрын
শুভেচ্ছা থাকিল তেখেতলৈ
@babitadas7385
@babitadas7385 4 жыл бұрын
Video to sai bhout val lagil
@rimigoswami8682
@rimigoswami8682 4 жыл бұрын
ভিডিঅ'টো বহুত বেছি ভাল লাগিল। আপোনাক ও বহুত ধন্যবাদ বা তেখেতৰ লগত চিনাকি কৰাই দিয়াৰ বাবে। বাইদেউ গৰাকীলৈ বহুত বহুত শুভেচ্ছা জনালোঁ।
@priyankagogoi5004
@priyankagogoi5004 4 жыл бұрын
khuri sai bohut val lagil ru apunar kothabur huni bohut val laga
@nizaradevi3044
@nizaradevi3044 4 жыл бұрын
Baideu bohut bohut val lagil sai
@hemontagogoi6349
@hemontagogoi6349 Жыл бұрын
শুভেচ্ছা থাকিল, আগুৱাই যাওক।🎄🎄🎄🎄🎄🎄🎄🎄🎄🎄🎄
@binitashankar1741
@binitashankar1741 4 жыл бұрын
Very nice video really hurt touching..... stay healthy
@rock-gy4nq
@rock-gy4nq 3 жыл бұрын
Bahut sundar mam
@anjumonikalita7037
@anjumonikalita7037 4 жыл бұрын
Bohut bohut vaal laagil....aagoloi o enekuwa video pam buli aakha thakil
@SonarAKHOM
@SonarAKHOM 3 жыл бұрын
অসম কৃষি প্ৰধান ৰাজ্য। গতিকে কৃষিৰ লগত জড়িত দিশটো আমি সকলোৱে কম বেছি পৰিমাণে জানো। সেয়ে এইটো দিশত সফম হ'বলৈ কিছু সহজ। কিন্তু কষ্ট কৰিব লাগিব বিষয়টোৰ গভীৰ জ্ঞান আয়ত্ব কৰিব লাগিব। বাইদেউৰ উন্নতি কামনা কৰিলো। কৰ্মই ধৰ্ম ।
@chefmonmiskitchenvlogs432
@chefmonmiskitchenvlogs432 3 жыл бұрын
সুন্দৰ মন্তব্যৰ বাবে ধন্যবাদ।
@hiradas2171
@hiradas2171 4 жыл бұрын
Bhut Bhut val lagil
@pallabigautam8316
@pallabigautam8316 4 жыл бұрын
Khub dhunia.. Apuni bahut dhunia vlog eta dekhuale.. Thank u🥰🥰🥰
@bandanaborah8310
@bandanaborah8310 4 жыл бұрын
You are unbelievable......love from Puranigudam, Nagaon ❤️
@dipshikhasaikia9440
@dipshikhasaikia9440 4 жыл бұрын
Baideo apunar joriote aan agoraki baideo r eman hundor jibon hoili dekhi apluto holu.dhanyabad apunaloi🙏
@linisarma9432
@linisarma9432 4 жыл бұрын
Ba bahut val lagil...sakut sakur pani ahi goise....video to sai
@pallabaigogoi315
@pallabaigogoi315 4 жыл бұрын
Bohut Val lagil video2 baido gorakiloi huvesa thakil
@nikitaduttahazarika6078
@nikitaduttahazarika6078 4 жыл бұрын
Bohut val lagil baidew.
@joonjonali
@joonjonali 3 жыл бұрын
বাইদেউ বহুত ভাল লাগিল
@chefmonmiskitchenvlogs432
@chefmonmiskitchenvlogs432 3 жыл бұрын
Thank you😊
@pallabisaikia7034
@pallabisaikia7034 4 жыл бұрын
Xosai bohot anupreeranamulok. God bless you
@tulumahazarika8638
@tulumahazarika8638 4 жыл бұрын
বাইদেউ মহিলা গৰাকীলৈ আপোনাৰ জৰিয়তে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো
@sikhaborah3355
@sikhaborah3355 4 жыл бұрын
Great
@krishtipriyabora4487
@krishtipriyabora4487 3 жыл бұрын
আপোনাৰ ভিডিওটো চাই ভাল লাগিল। এনেদৰে সকলোৱে কাম কৰি গলে নিজৰ লগতে দেশৰো উন্নতি হয়।
@jurigohain5878
@jurigohain5878 4 жыл бұрын
Vl lagil baideu ...
@sagarikabharali8644
@sagarikabharali8644 4 жыл бұрын
Bahut val lagil sai
@ranjanbarman7275
@ranjanbarman7275 3 жыл бұрын
Good
@porashmoniboraporashmonibo1247
@porashmoniboraporashmonibo1247 3 жыл бұрын
হয় বাইদেউ মইও ফেচ বুকুত চাইছিলো বহুত ভাল লাগিল,,ভাল লাগিল
@moonmeegohaingogoi1383
@moonmeegohaingogoi1383 4 жыл бұрын
Bohut vl lagil
@Jaagrav
@Jaagrav 3 жыл бұрын
এগৰাকী আদৰ্শ নাৰী৷অনুপ্ৰাণিত হ’লো ভিডিঅ টো চাই৷তেখেতলৈ শুভেচ্ছা থাকিল৷
@user-re3fn5de9q
@user-re3fn5de9q 4 жыл бұрын
বহুত বহুত বহুত ভাল লাগিল
@jillyborah9719
@jillyborah9719 4 жыл бұрын
ভাল লাগিল। আপোনাৰ এই ভিডিঅ' চাই বহুতেই অনুপ্ৰেৰণা পাব।
ৰেচিপি ব্লগ , বাৰ্থডে পাৰ্টি
19:03
CHEF MONMI'S KITCHEN & VLOGS
Рет қаралды 78 М.
黑天使遇到什么了?#short #angel #clown
00:34
Super Beauty team
Рет қаралды 47 МЛН
What will he say ? 😱 #smarthome #cleaning #homecleaning #gadgets
01:00
My Cheetos🍕PIZZA #cooking #shorts
00:43
BANKII
Рет қаралды 28 МЛН
КАКУЮ ДВЕРЬ ВЫБРАТЬ? 😂 #Shorts
00:45
НУБАСТЕР
Рет қаралды 3,4 МЛН
BAKIT NAPATAKBO SI TIYA MAME DAHİL SA REGALO?
24:47
Pinoy in Equatorial Guinea, Africa
Рет қаралды 9 М.
黑天使遇到什么了?#short #angel #clown
00:34
Super Beauty team
Рет қаралды 47 МЛН