ভগৱান এজনেই, কিন্তু ধৰ্ম ইমান কিয়?

  Рет қаралды 122,742

JSS Unscrripted

JSS Unscrripted

Күн бұрын

Пікірлер: 311
@rupapathak97
@rupapathak97 Ай бұрын
বাইদেউ আপোনাক অশেষ ধন্যবাদ জনালোঁ |সীমাশ্রী লৈ ধন্যবাদ |
@TilamaThakuria
@TilamaThakuria 19 күн бұрын
🙏💖Om shanti 💛💥Aaponar positive chintai shrotar hridayat amrit pradan karise🌟dharar prati garakee lokar mon positive hauk.Bhagbanar osarat tare prarthana rkhisu💥Om shanti🙏💖💥💥💥
@SarajuDevi-ch7bx
@SarajuDevi-ch7bx Ай бұрын
এদিন মোৰ মানুহজনে সৰু কথা এটা লৈ মোৰ লগত বেয়া ব্যবহাৰ কৰিলে।মই বহুত কান্দিলো।আৰু তাৰ পিছত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই কলো ভগৱান তুমি হয়তো মোৰ লগত এইটোৱে হোৱা বিচাৰিছিলা সেয়ে হৈ গল ।কোনো কথা নাই। Thank you universe.
@binita2452
@binita2452 Ай бұрын
শুভ ৰাতিপুৱা দুয়ো জনী বালৈ ❤❤video টো চাই বহুত ভাল লাগিল । ঔম শান্তি ❤❤❤
@JumunaSaikia
@JumunaSaikia Ай бұрын
Om santi bohut bhal lagil
@Luna_koch
@Luna_koch Ай бұрын
Ruma baideuk tumr interviewte adin dekhisilu tar past baideur video sabo lolu hosake agotke nijok poriborton korilu khong rag naikiya hol... Atiya xukhi nijor majot... Tekhet vale thakk ❤❤
@AbuHanif-m9y1l
@AbuHanif-m9y1l Ай бұрын
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@AbuHanif-m9y1l
@AbuHanif-m9y1l Ай бұрын
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@amritdeka6
@amritdeka6 Ай бұрын
LLL😊Po
@moromibaruah7762
@moromibaruah7762 24 күн бұрын
Anime sadi
@RehenaBibi-u3i
@RehenaBibi-u3i 6 күн бұрын
Mashallah 🤲😭😭😭🤲🕋🕌
@anowara.begum23
@anowara.begum23 Ай бұрын
সুন্দৰ মন্তব্য আগবঢ়ায় আমাক ধন্যকৰিলে 🙏🏻🙏🏻 ভাল লাগিল ❤❤❤
@rijudeka
@rijudeka Ай бұрын
শ্ৰদ্ধাৰ বাইদেউ আপোনাৰ কথা খিনি মই পৰম কৃতাৰ্থ হলোঁ ।🙏
@hemkantihazarika9531
@hemkantihazarika9531 Ай бұрын
ওম শান্তি ওম শান্তি ওম শান্তি ধন্যবাদ বাইদেউ ❤❤❤❤❤❤🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@pradipgogoi3182
@pradipgogoi3182 Ай бұрын
বাইদেউ আপোনাৰ কথাখিনিয়ে মগজুৰ সমস্যা দূৰ কৰিলে। অশেষ ধন্যবাদ জনাইছো 🙏🙏🙏।
@BijoyPawandasBijoyPawandas
@BijoyPawandasBijoyPawandas 25 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏻🕉️ নমোঃ ভাগৱতেই বাসুদেবাই 🙏🏻🕉️ নমোঃ নাৰায়ণ নাৰায়ণ 🙏🏻 হৰি হৰি 🙏🏻 কৃষ্ণ আই গৰাকীলৈ ভক্তি ভৰা শ্ৰদ্ধা জনালোঁ 🙏🏻 বহুত বহুত ভাল উপস্থাপন কৰিছে 🙏🏻 আমি যাতে প্ৰয়োগ কৰিব পাৰোঁ 🙏🏻🌷 আশীৰ্বাদ কৰিব আই মাতৃ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏻 জয় শ্ৰী হৰি নাৰায়ণ 🙏🏻🌻🌾🌺🌷🪷
@nabamallika23
@nabamallika23 Ай бұрын
ৰুমা বাইদেউৰ সুন্দৰ উপদেশে জীৱন ধন্য কৰিব ৷ সঁচাকৈ বৰ সুন্দৰ ৷ বৰ ভাল লাগিল ৷ ওম্‌ শান্তি🙏
@RunumiDas-i4p
@RunumiDas-i4p 20 күн бұрын
সচাকৈ ইমান ভাল লাগিল সীমা বাইদেউৰ কথাবোৰ মনত সোমাই গল ,তোমাৰ ভিডি অ বোৰ চাই থাকো 🎉🎉
@rajitadas5264
@rajitadas5264 Ай бұрын
আপোনাৰ কথাবোৰ শুনি শুনি মোৰ বহুত খং কমি গল ।আপোনাক বহুত বহুত ধন্যবাদ।ঔম শান্তি।🙏🙏🙏🙏
@Tora532
@Tora532 Ай бұрын
Om shanti, om shanti, om shanti.......
@aparajitaphukan1371
@aparajitaphukan1371 26 күн бұрын
Thank you so much , bohut bhal lagil .OM SHANTI
@nanditadutta6770
@nanditadutta6770 Ай бұрын
বহুত ভাল লাগিল। ঔম শান্তি।
@AnimaKakati-c2v
@AnimaKakati-c2v Ай бұрын
আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিছে । ধন্যৱাদ
@muktachoudhury4858
@muktachoudhury4858 20 күн бұрын
আপুনাৰ কথাবোৰ বহুত ভাল লাগিল।
@HasibRahim07
@HasibRahim07 Ай бұрын
ধৰ্ম এটাই। একে ধৰ্ম যুগে যুগে। ভগৱান এজনেই যাক ঈশ্বৰ, ভগৱান, আল্লাহ,গড আদি। ভগৱানৰ আদেশ নিষেধ সমূহ বিশেষ মানুহৰ দ্বাৰাই জনসাধাৰণৰ মাজত বিয়োপাই দিয়োতা জনেই অৱতাৰ। ভগৱানৰ গুণ সমূহ যেতিয়া এজন মানুহৰ দ্বাৰাই বিকশিত হয়, তেতিয়া সেই জন মানুহ সাধাৰণ মানুহৰ পৰা উন্নত মানৰ হোৱা যেন অনুভৱ হয় তেতিয়া সেইজন মানুহক বহুতেই ভগৱানৰ শাৰীতে বহুৱাই ভগৱান জ্ঞান কৰে যাৰ তাকে কোৱা হয় নৰ ৰূপী ভগৱান। হিন্দু ধৰ্মাৱলম্বী লোকে শ্ৰীকৃষ্ণক ভগৱানৰ আসনত বহুৱাই ভগৱান জ্ঞান কৰে।
@ChimpiDas-i3q
@ChimpiDas-i3q Ай бұрын
Wah
@swapnaranidas5078
@swapnaranidas5078 Ай бұрын
সঁচাকৈ বহুত ভাল লাগিল কথাখিনি শুনি৷ নিজকে বহুত Positive যেন লাগিল৷
@mitaleedutta5404
@mitaleedutta5404 Ай бұрын
Good morning ❤❤❤ Love u Baba..... Sukriya Baba Shukriya Baba Shukriya Baba....❤❤❤
@Bijoynarah-l6f
@Bijoynarah-l6f Ай бұрын
God bless🙏❤ jesus Christ most oneted Lord help with
@axomchinmoy1027
@axomchinmoy1027 Ай бұрын
🎉 baidow r kothabur bohut val lage kiba ata pua jen lage
@achiyakhatun1091
@achiyakhatun1091 Ай бұрын
ইছলামটো একে। আসছালামু আলাইকুম ইয়াৰ অৰ্থ তোমাক আৰু তোমালোকৰ সকলোকে আল্লাহ তাআলাই ভালে ৰাখক। ৱা আলাইকুম আসসালাম ইয়াৰ অৰ্থ তোমালোককো মহান আল্লাহ তাআলা ই কুশলে ৰাখক
@nayan.j
@nayan.j Ай бұрын
হয় দিয়ক, এবাৰ “লা ইলাহা“ৰ অৰ্থতো ব্যাখ্যা কৰিব৷ বেলেগেও জানক৷
@yeasminelahi1167
@yeasminelahi1167 Ай бұрын
​@@nayan.j apuni kowk sn ...nojona khini r hubidha hbo
@nayan.j
@nayan.j Ай бұрын
@@yeasminelahi1167 কিয়? সেইটোৰ অৰ্থ আপুনি নাজানে নেকি?
@yeasminelahi1167
@yeasminelahi1167 Ай бұрын
@@nayan.j apuank hudhisu apuni kowk...moi njanu dyk
@yeasminelahi1167
@yeasminelahi1167 Ай бұрын
@@achiyakhatun1091 thike koise apuni...sbe vle thakok..
@Rijuwanasaikia
@Rijuwanasaikia Ай бұрын
উস্ কি শান্তি৷বাইদেউক প্ৰণাম জনালোঁ
@priyadoleypegu597
@priyadoleypegu597 Ай бұрын
Om shanti krishna krishna ❤️🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼 thanks 🙏🏼
@hrishi6946
@hrishi6946 12 күн бұрын
Om shanti 🎉❤❤❤Om shanti 🎉❤❤❤Om shanti 🎉❤❤❤
@jyotisaikia4390
@jyotisaikia4390 29 күн бұрын
Baideu apunar poramorsha khini bohut adoranio .dhank you
@ProbinaBaglari-ln5fp
@ProbinaBaglari-ln5fp Ай бұрын
Aapunar poramorshor babe dhonyabad .oum shanti ...
@BeautyBorah-i4j
@BeautyBorah-i4j Ай бұрын
বহুত ভাল লাগে videoবোৰ বাইদেউৰ
@pranitakalita243
@pranitakalita243 Ай бұрын
Om santi , thank you sister amak shudha gyan pradan kora babe🙏
@deepapandit4445
@deepapandit4445 Ай бұрын
মই আপোনাৰ বাণীসমূহ শুনি মনত প্ৰায়ে এনে বাণী সমুহ আহি থাকে বাইদেউ। অন্ন লৈ মোৰ নিজৰ বাবে,স্বামীৰ, সন্তানৰ প্ৰচুৰ চৰণত মনেৰে আগবঢ়াই এয়া তুমি চুই অমৃত কৰি তুলিলা আৰু সকলোৱে গ্ৰহণ কৰিছোঁ। এইবুলি খাওঁ বাইদেউ।
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc Ай бұрын
বহুত ভাল লাগিল ভিডিঅ'টো। চেষ্টা কৰিম বাইদেউ 🙏
@gouridaimary4940
@gouridaimary4940 Ай бұрын
🙏❤️❤️❤️❤️❤️ hoy xosakoi kothabor bohut mulyoban, moi proman paiso, moi xukhi dhonyobad
@gaziulhoquechoudhury4329
@gaziulhoquechoudhury4329 Ай бұрын
ভগৱান এক ভগৱানৰ ধৰ্মও এক । ভগৱানৰ ধৰ্ম কোনো শক্তিয়ে যুক্তিৰে খণ্ডাব নোৱাৰে কাৰন ই চিৰ সত্য। বাকীবোৰ চতুৰ মানুহৰ নিজ স্বাৰ্থৰ প্ৰয়োজনত নিজে কৰা সৃষ্টি। উদাহৰণ হিচাপে জুইয়ে পোৰে ই জুইৰ ধৰ্ম এয়াই ভগৱানে সৃষ্টি কৰা ধৰ্ম ইয়াক কোনো শক্তিয়ে যুক্তিৰে খণ্ডাব নোৱাৰে ।
@papuboruah7406
@papuboruah7406 Ай бұрын
বাইদেউ আপুনি ভাল লাগিল আৰু ভাল পোৱা কথা কৈ থাকিব
@SabitaBoro-l6w
@SabitaBoro-l6w Ай бұрын
Bohut bohut bhal lagile apunar prathona baydeu apunar positive vibreason bur khosai mur atma manku charz koribo khokheyoom hoise apunak dhoneybad ❤❤❤❤
@harakumardas7646
@harakumardas7646 Ай бұрын
Om shanti.om shanti'om shanti
@GuneswarBora-uc7ce
@GuneswarBora-uc7ce Ай бұрын
Sasakoi baideur adhyatmik kothabur suni bor val lagil
@itsuppusheart.8980
@itsuppusheart.8980 Ай бұрын
Proud to be part of brahmakumaries ❤ om shanti
@BibhaBodo
@BibhaBodo 23 күн бұрын
Yes sister.... God bless you
@achiyakhatun1091
@achiyakhatun1091 Ай бұрын
আপোনাৰ কথা মোৰ বহুত ভাল লাগে
@pronitakerketta3656
@pronitakerketta3656 23 күн бұрын
Thanks for this energy formula
@sumitragogoi1978
@sumitragogoi1978 Ай бұрын
Om.shanti baba ❤thanks
@lakhichario3323
@lakhichario3323 Ай бұрын
Bhal lagil baideu punor log pam 🙏🙏🙏Thanks
@NirjuMiliNorah
@NirjuMiliNorah 23 күн бұрын
Om shanti
@SangitaBora-bq2ht
@SangitaBora-bq2ht Ай бұрын
Mam mor kotha khine huni mon sui jai o...om shanti 🙏
@HUNTUPHUKON-t2m
@HUNTUPHUKON-t2m Ай бұрын
Bhal lagil Mur mon2 bohut vl lagise
@dipikavlogs7824
@dipikavlogs7824 2 күн бұрын
❤ সুন্দৰ ❤
@kjeng9809
@kjeng9809 Ай бұрын
অতি সুন্দৰ অনুষ্ঠান 👏👏👏
@jurisaikia8501
@jurisaikia8501 17 күн бұрын
বহুত ভাল লাগে।
@moniruddin2506
@moniruddin2506 Ай бұрын
Thank you Himashree
@pratimadas4613
@pratimadas4613 Ай бұрын
Om shanti baba 🙏🙏 🙏 Thanks
@chimpineog6730
@chimpineog6730 Ай бұрын
Ba agbahi jua, lukor khota mon nedeba❤
@vltmanashff
@vltmanashff Ай бұрын
Ruma baideur kothabur bht dhunia❤❤
@minatideka4384
@minatideka4384 Ай бұрын
মোৰ মুখস্থ হৈ গৈছে। সকলো সময়তে এই সঙ্কল্প মনলৈ আহিয়েই থাকে বাইদেউ।গৰমত আপুনি বহুত কষ্ট পোৱা যেন লাগিছে। ঔম শান্তি ❤ ৰান্ধি থাকোঁতে আপোনাৰ video লগায় লও।
@RabiRamSwargiary-i6i
@RabiRamSwargiary-i6i Ай бұрын
কৃষ্ণ!আইদ্বয়,আপোনাৰ এই আলোচনাক ৰাজনীতিয়ে বৰ নেতিবাচক পথত লৈ যোৱা দেখা পাওঁ।যেনে নেতা এজনে জাত,ধৰ্ম বিচাৰ কৰি কাম কৰে।
@diptichetia7351
@diptichetia7351 Ай бұрын
❤❤❤
@madhabidas3142
@madhabidas3142 6 күн бұрын
ঔম শান্তি🙏আপোনাৰ ওচৰত থাকিব পৰা হলে❤আপোনাৰ কথাখিনি শুনি চকুলো ওলালে। কোনোবাখিনিত মোৰ জীৱনৰ লগত মিলি গল 😢
@BabuBorq
@BabuBorq Ай бұрын
সুন্দৰ কৃষ্ণ ৰাম কৃষ্ণ ৰাম
@rimjimdas8333
@rimjimdas8333 Ай бұрын
Khub Val lagil khuni amoni nalage ❤❤❤
@tapankalita4888
@tapankalita4888 Ай бұрын
Mam bohut val lagil thank you
@NituDeka-xj8oc
@NituDeka-xj8oc Ай бұрын
ভাল লাগিল বাইদেউ।
@nilimadas9435
@nilimadas9435 Ай бұрын
বহুত ভাল লাগিল॥
@madhuchandas.baishya1323
@madhuchandas.baishya1323 Ай бұрын
Om Shanti, love u B k Ruma.
@PratibhaDas-y5p
@PratibhaDas-y5p 22 күн бұрын
Thankyou beaideu om santi
@niranjanbhattacharyya4897
@niranjanbhattacharyya4897 Ай бұрын
হিমাশ্ৰীয়ে লোৱা সাক্ষাত কাৰে ৰুমা বাইদেউৰ ঈশ্বৰপ্ৰীতি আধ্যাত্মিক শক্তি সমাজে এক নতুন পথ পাব।😅
@saraswatikalita7301
@saraswatikalita7301 Ай бұрын
Good your opinion thanks forever 😊
@dipadeka4872
@dipadeka4872 Ай бұрын
Om Shanti. Apunar kathabura muk gyan disa
@HimaniKalita-p4y
@HimaniKalita-p4y Ай бұрын
Om shanti, om shanti, om shanti
@nikitagogoinikitagogoi598
@nikitagogoinikitagogoi598 Ай бұрын
Om shanti baideu bohut hahokh palu
@rumidas4087
@rumidas4087 Ай бұрын
আপোনাৰ Video বোৰ চাই ভাল লাগে৷
@jyotsnadevi7370
@jyotsnadevi7370 Ай бұрын
Hoy, apunar kotha suna,moro val hoise ❤
@PuspaDoley-w9r
@PuspaDoley-w9r Ай бұрын
Buhut bhal lagil
@pallabiborkataky
@pallabiborkataky Ай бұрын
Aji bhal lagisa sai dai❤
@MomiSaikia-o6q
@MomiSaikia-o6q 8 күн бұрын
Thank you Sister 🙏❤
@manjulabaldev5846
@manjulabaldev5846 Ай бұрын
Apunar Sai bohut upokrito hoi, 2:51
@rupadehingia5595
@rupadehingia5595 Ай бұрын
Moi aapunar kotha bur hunar pora murdekhin montu anobote val लगी thake❤❤❤🙏 🙏 🙏
@Liza_106
@Liza_106 27 күн бұрын
Thanks ba om shanti
@kamanstudio
@kamanstudio Ай бұрын
বৰ ভাল লাগিল
@NitumoniBorah-s7n
@NitumoniBorah-s7n Ай бұрын
baidewr kothaxuni bar val lage❤️❤️❤️Om Shanti 🙏
@sabitanath4428
@sabitanath4428 Ай бұрын
Om shanti baba
@RinaGohain-dk6xd
@RinaGohain-dk6xd Ай бұрын
খুউব সুন্দৰ ‌উপদেশ ভগৱানে শুনি থকা সকলকো কৃপা কৰক কৃষ্ণ কৃষ্ণ 🎉❤🎉❤❤
@tribenimahanta1669
@tribenimahanta1669 Ай бұрын
Thank you bidow mur bhut val lagil
@jibanchdeka5708
@jibanchdeka5708 Ай бұрын
Om shanti om shanti om shanti
@Tora532
@Tora532 Ай бұрын
Kathabor suni bohut val pao.....
@sushmitasarmah01
@sushmitasarmah01 Ай бұрын
Om shanti Ruma didi .. ❤❤
@monalishakalita3530
@monalishakalita3530 Ай бұрын
Om Shanti Badew aponar kothbur suni sodiya bor positive lage val lagil dhanybad ❤
@mousumibagchi41
@mousumibagchi41 Ай бұрын
Very nice thanku didi❤❤
@sibaprasadbaruah1398
@sibaprasadbaruah1398 Ай бұрын
So heavenly speech
@bandanadas6112
@bandanadas6112 Ай бұрын
Bohut val❤
@anudutta7870
@anudutta7870 Ай бұрын
Omshntibaba❤❤❤
@RonjumoniBaruah
@RonjumoniBaruah Ай бұрын
Vidio tu Sai bohut basi val lagil baidew 😊 nojona kotha hikibo parilu 🙏🙏
@jaymatibarman5509
@jaymatibarman5509 Ай бұрын
kota bor bohut val laga.
@ajitdaimary4368
@ajitdaimary4368 Ай бұрын
Bhalle lagille duiyojonir Baideo aapunalokor aalosonikhuni . MAY GOD BLESS YOU AND WE ALL . ALL THE BEST . OMH SANTY , ( '' JAI BARAJA BATHOU '' ) SAYATAMAH SHIVAMAH SHUNDARAMAH .
@jayantadutta165
@jayantadutta165 Ай бұрын
ধৰ্মৰ ওপৰত কিবা এটা কবলৈ যোৱাৰ আগত শাস্ত্ৰ জ্ঞান থকাটো ভাল শাস্ত্ৰ মতত আমি চলিছো জানো!ভাগৱতৰ অধ্যায় বিলাক আপোনি মই চাইছোনে? মনত ৰাখিব মৃত্যুৰ দিনা সকলোৱেই কয় ৰাম নাম সত্য হে।বেলেগ কৰি থকা বিলাক নকয় কিয়? সকলোৱে যদি শাস্ত্ৰ সন্মত হয় তেতিয়া ধৰ্মও একেই হব।যুগ ধৰ্ম কি জনাটো অতি দৰকাৰ ।প্ৰথমেই শ্ৰী মন্ত শঙ্কৰ দেৱক জানি লওক ।ঘৰৰ অৰ্থাৎ নিজ গুৰু নিচিনিলে -ভজে গৈয়া উপ পতি ,যেনে পোহে বাঁজী গাই -নাম ঘোষা ।আই সমসস্ত কৃষ্ণ সেৱা ধৰা।হ'ল।।
@GunadaSaikia-ws9jw
@GunadaSaikia-ws9jw Ай бұрын
Bohut val lagil
@RadheChangmai-jl1hw
@RadheChangmai-jl1hw Ай бұрын
Om santi
@surabhinath6494
@surabhinath6494 Ай бұрын
2iojoni baak e bohot morom 😘😘❤️
@rulirahman1288
@rulirahman1288 Ай бұрын
,, thank u om shanti
@manashgonewild
@manashgonewild Ай бұрын
Dy365 news tu pai he ahisu iyale😂
@flyingahom1221
@flyingahom1221 Ай бұрын
Same here
@TuluSaikia-x6t
@TuluSaikia-x6t Ай бұрын
Khub hundor..
Мама у нас строгая
00:20
VAVAN
Рет қаралды 3,7 МЛН
ТЫ В ДЕТСТВЕ КОГДА ВЫПАЛ ЗУБ😂#shorts
00:59
BATEK_OFFICIAL
Рет қаралды 3,8 МЛН
СКОЛЬКО ПАЛЬЦЕВ ТУТ?
00:16
Masomka
Рет қаралды 2,6 МЛН
5 দিনত যিকোনো ইচ্ছা পূৰণ কৰক || 555 & 111 Technique || Manifestation
19:31
سورة البقرة كاملة, رقية للبيت, وعلاج للسحر | القارئ علاء عقل - Surah Al Baqarah
3:59:12
Мама у нас строгая
00:20
VAVAN
Рет қаралды 3,7 МЛН