'জুবিন দাই তেনেকৈ ক'ব বুলি ভবা নাছিলোঁ, মায়েও কান্দিছে, মইটো পুৰা কান্দিছোঁ...'

  Рет қаралды 465,468

News Live

News Live

Күн бұрын

🔴 'জুবিন দাই তেনেকৈ ক'ব বুলি ভবা নাছিলোঁ, মায়েও কান্দিছে, মইটো পুৰা কান্দিছোঁ'
🔴 'মই জুবিন দা হ'বলৈ যোৱা নাছিলোঁ; জুবিন দা এজনেই, সাত জন্ম লাগিব জুবিন গাৰ্গ হ'বলৈ'
🔴 জুবিন গাৰ্গৰ মিমিক্ৰি কৰি ভাইৰেল হৈ পৰা বিশ্বনাথৰ মাধৱ বৰাৰ এই মন্তব্য
🔴 মাধৱ সন্দৰ্ভত শিল্পী জুবিন গাৰ্গে নিউজ লাইভত কৰা মন্তব্যৰ পিছতে কান্দোনত ভাগি পৰিছিল মাধৱ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 1 300
@Drakomalfoi214
@Drakomalfoi214 Жыл бұрын
বয়স হিচাপে তুমি বহু উন্নত মানৰ কথা কৈছা। আগুৱাই যোৱা থমকি নৰবা।
@rijuborah7044
@rijuborah7044 Жыл бұрын
ল'ৰাটো কথা খিনি শুনি দুখ লাগিলে তুমি সৰু ল'ৰা আৰু আগুৱাই যোৱা তাকেই কামনা কৰিলো
@MarjinaChutia-xn8jq
@MarjinaChutia-xn8jq Жыл бұрын
Tmi gan gaba vl hubu
@KANDARPAMUSIC
@KANDARPAMUSIC Жыл бұрын
@jayantisaikia9864
@jayantisaikia9864 Жыл бұрын
​ 😂😮
@erazmazid549
@erazmazid549 Жыл бұрын
মাধৱ তোমাৰ কথাবোৰ শুনি বহুত ভাল লাগিল চেষ্টা কৰি থাকা এদিন তুমি সফল সবা 🙏🙏🙏
@rinkigogoi7455
@rinkigogoi7455 Жыл бұрын
ভাল কৈ পঢ়া ভাইটি,ভাল কৈ পঢ়া শুনা কৰি আগুৱাই যোৱা,ডাঙৰ মানুহ হবলৈ বেলেগ ৰ আৰ্হি লব নালাগে,নিজে ভাল কৈ নিজক গঢ়া।বাকী তেওঁক ভালপোৱা টো তোমাৰ নিজস্ব।
@rumidas4087
@rumidas4087 Жыл бұрын
তোমাৰ গান গাবলৈ মন আছে যদি তুমি আগৱাঢ়ি যোৱা ৷ তুমি এদিন সফল হ“ব পাৰিবাা
@InsanAli-oj3bn
@InsanAli-oj3bn Жыл бұрын
হয় ল'ৰাজন সৰু কিন্তু নিজৰ খৰচৰ লগতে ঘৰৰ খৰচ উলিয়াই লৈ আগবাঢ়ি গৈছে। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ভাইটি আগবাঢ়ি যোৱা
@lipiborah8666
@lipiborah8666 Жыл бұрын
তুমি ভাল দৰে পঢ়া আৰু আগবাঢ়ি যোৱা , গান শিকিবলৈ ভালদৰে চেষ্টা কৰিবা, gd bless you brother ✨✨
@bibharanidas1593
@bibharanidas1593 Жыл бұрын
দুখ নকৰিবা ভাইটি , কি ঠিক ভগৱানৰ আশীৰ্বাদ 🙏🙏থাকিলে জুবিননত কৈও ডাঙৰ মানু্হ ভাল মানুহ হ'ব পাৰিবা।❤️❤️❤️❤️❤️
@pompydevi769
@pompydevi769 Жыл бұрын
মানুহে জুবিন গাৰ্গ বনাই চে তেওঁ জুবিন হব যোৱা নাছিল ।
@rakeshbordoloi1223
@rakeshbordoloi1223 Жыл бұрын
মাধৱ , চিন্তা নকৰিৱা ।জুবিন কি ,এদিন তোক পৃথিৱীৰ মানু‌হে চিনি পাব।
@bchazarika1967
@bchazarika1967 Жыл бұрын
জীৱনত কাকো নিজতকৈ বেছি ভাল নাপাবা । নিজৰ যি ভাল লাগে তাকে কৰি আগবাঢ়ি যোৱা। আমি তোমাক বহুত ভাল পাওঁ ।
@paragsarma413
@paragsarma413 Жыл бұрын
Ek Dom Aapuni Hosa Kotha Koisa Dada
@padmaluchanswargiary2851
@padmaluchanswargiary2851 Жыл бұрын
right
@Earningpoint552
@Earningpoint552 Жыл бұрын
Right
@lipipragyadevi
@lipipragyadevi Жыл бұрын
Ekdom right
@musicdk9739
@musicdk9739 Жыл бұрын
Right
@phunudas9452
@phunudas9452 Жыл бұрын
আমি ভালে paisilu,,তুমি তোমাৰ দিশত আগুৱাই যোৱা।পঢ়া আৰু পাৰিলে গান ও গোৱা।❤️
@lakhirammunda8738
@lakhirammunda8738 Жыл бұрын
মাধৱ ভাইটি তুমি আগুৱাই যোৱা চেষ্টাৰ অসাধ্য একোই নাই ভগৱানে তোমাক মঙল কৰক❤❤❤❤❤❤❤❤
@himantakalita5865
@himantakalita5865 Жыл бұрын
😢😢😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅
@Neonxmith
@Neonxmith Жыл бұрын
Pagole beh 😂😂
@trishnadoley521
@trishnadoley521 8 ай бұрын
Ppl#sb c
@paragsocial7156
@paragsocial7156 Жыл бұрын
ভাই বেয়া নাপাবা, মই তোমাক ভাল বুলিকৈছো। চেষ্টা কৰা তুমি এদিন জুবিন দাৰ নিছিনা হবা। ভাল দিন অহাৰ আগতে বেয়া দিন আহে। ভগৱানে তোমাক সহায় কৰিব।
@JogeshDas-d7m
@JogeshDas-d7m Жыл бұрын
1000 jonom loli o zubben dar stan lobo nuware
@tarunsaikia7814
@tarunsaikia7814 Жыл бұрын
😢
@kaustuvvlog3934
@kaustuvvlog3934 Жыл бұрын
ভাইটি তুমি নিজৰ নামেৰে আগুৱাই জাব পাৰিবা বুলি ভগৱানৰ উছৰত প্রাথণা জনালো 🙏🙏🙏
@prakriteenisha6328
@prakriteenisha6328 Жыл бұрын
জুবিনে ভাল পায় তোমাক। তেখেতৰ কথাবোৰ তেনেকুৱাই।
@kalyansaikia8057
@kalyansaikia8057 Жыл бұрын
লৰাটোৱে কিন্তু অন্তৰত আঘাট পাইছে
@rakhabordholoi8942
@rakhabordholoi8942 Жыл бұрын
Hoi pai
@pranjitaxom9418
@pranjitaxom9418 Жыл бұрын
তোমাৰ কথাকেইটা মন চুই গল ভাই😢😢😢😢। ভাঙি নপৰিবা তুমি 🥺🥺🥺
@reemagogoi7865
@reemagogoi7865 Жыл бұрын
বহুত ভাল কথা কৈছা তুমি মাধৱ!
@nituranjanchetia2510
@nituranjanchetia2510 Жыл бұрын
Much more matured than Zubin....God bless him
@PradipDas-td2eb
@PradipDas-td2eb Жыл бұрын
বাবা তুমি নিজৰ মতে থাকা ।তুমি অনন্য। তোমাৰ অসীম সাহস
@pranitagogoi7141
@pranitagogoi7141 Жыл бұрын
তুমি নিজৰ মতে থাকা😢
@HappyBurrito-ij4hs
@HappyBurrito-ij4hs 8 ай бұрын
জুবিন দাৰ কথাত বেয়া নাপাবা জুবিন দাই ভাল পাই সকলোকে ভাইটি বুলি কলে জুবিনদাই কাকো খাতিৰ নকৰে কিন্ত৷জয়জুবিন দা৷তুমি আগুৱাই যোৱা৷
@Pbv440
@Pbv440 Жыл бұрын
এটা কথা মনত পেলাই দিও তোমাক জুবিনদাৰ দৰে হবলৈ ভগৱানে তোমাক সেই শক্তি দিছে বুলিহে পাৰিছা । চেষ্টা চাগে বহুতেই অব্যাহত ৰাখিছে কিন্তু পৰা নাই । সেইটো কথা জুবিন দাই বেয়া পাব নালাগিছিল বৰঞ্চ ভাল হে পাব লাগিছিল যে পৃথিৱীত তেওক ইমান যে ভালো পাব পাৰে কোনোবাই ।মোৰ মনৰ ভাব টো প্ৰকাশ কৰিলো
@bhaskarbasumatary7133
@bhaskarbasumatary7133 Жыл бұрын
Val lagil
@chandanphukan8318
@chandanphukan8318 Жыл бұрын
তুমি সঠিক ঠাইতে থাকি গলা ৷একো নাই তোমাৰ নিচিনা কমবয়সীয়া অনুৰাগী এজনক এনেদৰে কৈ নিজৰ মানসিক দৈন্যতাকহে প্ৰকাশ কৰিলে ৷
@rupaliborthakur1930
@rupaliborthakur1930 Жыл бұрын
Zubeen kotha botorat fotua..gaan r quality u hekh hoise goi..so ohonkar kihor?
@kamalarajbanshi6858
@kamalarajbanshi6858 Жыл бұрын
পাগল আপুনি নহয় ।যিয়ে আনৰ ভাল দেখিব নোৱাৰে সিয়েই পাগল । আপুনি আগলৈও আগুৱাই যাওকbeast of luck 👍👍👍🙏🏿🙏🏿🙏🏿
@rakeshbordoloi1223
@rakeshbordoloi1223 Жыл бұрын
100/ সছা
@bhaskarbasumatary7133
@bhaskarbasumatary7133 Жыл бұрын
Right
@dhan345
@dhan345 Жыл бұрын
Right ktha koisa
@Bitopan77
@Bitopan77 Жыл бұрын
Ghanta xsa ktha nhoi
@manalishadas2421
@manalishadas2421 Жыл бұрын
ভাইটিটোৱে মনত বহুত দুখ পাইছে😢 দুখ নকৰিবা ভাইটি তুমি সৎ পথত আগুৱাই যোৱা এদিন নিশ্চয় সফল হবা তুমি ❤ নিজৰ ওপৰত বিশ্বাস ৰাখা তুমি ☺নাকান্দিবা ভাইটি
@MalaHazarika-ec2vy
@MalaHazarika-ec2vy Жыл бұрын
তোমাৰ মনতো আৰু কথাবতৰাবোৰ জুবিনতকৈ উন্নত
@Kabyasridevi284
@Kabyasridevi284 Жыл бұрын
Thik koisa ❤️👍
@ranjanborah6503
@ranjanborah6503 Жыл бұрын
Hoi thik koise Asomor raije jane gan galeu Zubine kotha kobo najane , moi Bhabu original Zubinehe kotha kenekoi amicable aru standard bhabe kobo lage heitu Junior Xubin baa Madhobor pora Shika dorkar, aru moi madhabok kou tumi mahabharator ekoloibiyor kahani to porhi sabasun
@SanjoySanjoymushahary-bd8no
@SanjoySanjoymushahary-bd8no Жыл бұрын
Akdom right koise. beya napabo zubeen anuragi hokol j zubeenr beboher akdom sera pagolr nisina
@dipakonwarlahkar6467
@dipakonwarlahkar6467 Жыл бұрын
তুমি আন শিল্পীৰ mimicry কৰি অসম বাসীক দেখাই দিয়া তুমি যে পাগল নহয় । তুমি হাৰ নামানিবা । আগুৱাই যোৱা । তোমালৈ আশীৰ্বাদ থাকিল ।
@bhaskarbasumatary7133
@bhaskarbasumatary7133 Жыл бұрын
Right
@YummyDelite
@YummyDelite Жыл бұрын
Right
@sajidzamal3206
@sajidzamal3206 Жыл бұрын
জুবিন এটা মানুহ, মানুহে তেওঁক singer বনালে্। তুমিও নিজকে মানুহ হিচাপে প্ৰতিষ্ঠা কৰা দেখিবা তোমাক লৈ মানুহে গৌৰৱ কৰিছে
@dipalithakuria2961
@dipalithakuria2961 Жыл бұрын
তুমি বয়সতকৈ বহুত আগবঢ়া |ইমান সৰু ল'ৰা এটাক এনেকৈ ক'ব নাপায় |মাধৱ, তুমি মহাভাৰতৰ একলব্যৰ কাহিনীটো জানা নিশ্চয় |চিন্তা নকৰিবা, আগুৱাই যোৱা, ভগৱানে সহায় কৰিব |
@sarmilaekka1181
@sarmilaekka1181 Жыл бұрын
ভাইটি মাধৱ তুমি মন ভাঙিব নালাগে নিজৰ স্থিতিত অটল থাকি আগবাঢ়ি যোৱা ।জুবিন তথা সূৰ্য্যৰ দৰে নহ'বও পাৰা কিন্তু ৰাতিৰ আকাশৰ জোনৰ পোহৰৰ এটা সুকীয়া সমাদৰ আছে । মহাভাৰততো গুৰু দ্ৰোণাচাৰ্য্যৰ পৰা অপমানিত হৈ একলব্যই শিক্ষাৰ পৰা বঞ্চিত হৈছিল যদিও ধৈৰ্য্য একাগ্ৰতাৰ বাবে শ্ৰেষ্ঠ ধনুধৰ হবলৈ সক্ষম হৈছিল ।
@ranjanborah6503
@ranjanborah6503 Жыл бұрын
Ekdom hosa kotha sabo adin gan galeu kotha bhalkoi kobo nuyara original Zubine madhobor pora kotha kuwa art tu hikibi lagibo
@munudevi3284
@munudevi3284 Жыл бұрын
আচলতে জুবিন দাই তোমাক বেয়া ভাবি কোৱা নাছিল বুলি মই ভাবো। জুবিন দাকোটো কিছুমান মানুহে পাগল বুলি কয়। সেইবাবে তুমি মন বেয়া নকৰিবা। সদায় কথাবোৰ ধনাত্মক দিশত লবা তেহে লক্ষ্য ত উপনীত হবপাৰিবা।
@upasanaphukan8131
@upasanaphukan8131 Жыл бұрын
Sosa kotha koisa
@ExploreNs169
@ExploreNs169 Жыл бұрын
Zubeen a Nijok roja buli vabe Besi hosi
@rsdalllanguagesmixervideo2468
@rsdalllanguagesmixervideo2468 Жыл бұрын
@@ExploreNs169 0\
@NishikamalDas-h1t
@NishikamalDas-h1t Жыл бұрын
Gubin garg is wrong
@ExploreNs169
@ExploreNs169 Жыл бұрын
@@NishikamalDas-h1t jubin hati
@prohenjitdoley685
@prohenjitdoley685 Жыл бұрын
ময়ো ভবা নাচিলো জুবিন দাই এনেকৈ কব বুলি কিন্তু কিয় কলে?
@ayushmaansaikia47
@ayushmaansaikia47 Жыл бұрын
Zubin Garg সফলতাৰ মূৰত ধৰিছে ।।।নাপাই কোনোবা এজন Legend এজনকহে সাধাৰণ মানুহে,,Mimicry বা অনুসৰন কৰে।
@prarinitasaikia4380
@prarinitasaikia4380 Жыл бұрын
পাগল বুলি কলেই পাগল নহয় মনত নলবা। এটা কথা মনত ৰাখিবা সৰু পৰাহে ডাঙৰ হয় এদিন কি জানি জুবিনত কৈও ভাল মানুহ হোৱা কোনে জানে কাৰ ভাগ্যাত কি লিখা আছে তুমিতো এতিয়াও সৰু হৈ আছা ইমান সৰুতেই বহুতে আগুৱাই গৈছা ।
@ranjanborah6503
@ranjanborah6503 Жыл бұрын
Hoi edin teu Zubinot koyu oporot jabo, Zubine gan gabo pare kintu kotha kenekoi amicably and standard bhabe kobo lage original Zubinehe junior Zubinor pora shika dorkar
@air33-ias53
@air33-ias53 Жыл бұрын
থিক কথা কৈছে ।
@shontustaye1860
@shontustaye1860 Жыл бұрын
Zubin Val singer hoi Val manuh nohoi
@jayantahazarika6024
@jayantahazarika6024 Жыл бұрын
বেছিকৈ ভাল পালে তেনেকুৱা হয় তুমি আগুৱাই যোৱা জীৱনত কাকো নিজতকৈ বেছি ভাল নাপাবা
@Ashinikr.Bordoloi
@Ashinikr.Bordoloi Жыл бұрын
Very humble boy. You have a bright future.
@rabindasdas2002
@rabindasdas2002 Жыл бұрын
গান গাবলৈ শিকা ৰাইজে তোমাক আঁকোৱালি লব। আৰু এদিন তোমি ৰাইজৰ মাজত বহুত জনপ্ৰিয় হৈ পৰিবা।
@priyankasaikia5302
@priyankasaikia5302 Жыл бұрын
ধেই,,,, একো নাই তুমি তোমাৰ কাম কৰি যোৱা,,,,, এটা কথা কি জানা???সৰুতে Roll no 1 হবলৈ যুজি মৰিছিলো,,,, গতিকে এটা কথা তুমি লক্ষ্য কৰিছা নে নাই নাজানো,,, তুমি কোনোবা খিনিত সফল হৈছিলা,,,, নহ'লে তেওঁ জ্বলিছে,,, তেওঁতকৈ কৰোবাত যদি ওপৰত গুছি যোৱা,,,হয়টো যাব নোৱাৰিলেও বেছি জনপ্ৰিয় হোৱা বুলি তেওঁ চাগে ভয় খালে,,,সছাক সছা বুলিয়ে কম,,লাগিলে সেয়া ভগৱানেই হওঁক,,,,,, বাকী গায়ক হিচাপে জুবিন গাৰ্গক ভাল পাওঁ কিন্তু কিছুমান কথা সহ্য নহয়,,, কেতিয়াবা কেতিয়াবা অহংকাৰী তেওঁ,,,, কেতিয়াবা ভাল,,,😊
@bibhatalukdar4867
@bibhatalukdar4867 Жыл бұрын
Right
@pritamchetryvlogs
@pritamchetryvlogs Жыл бұрын
Thike kotha koisa emn o koribo nalage bhalke bujabo lagisil
@lenasarma8918
@lenasarma8918 Жыл бұрын
Thik koisai
@najbinsultana7646
@najbinsultana7646 Жыл бұрын
Thek koisa
@ranjanborah6503
@ranjanborah6503 Жыл бұрын
Zubine gan galeu kotha kowar art najane heiya madhobor pora shika dorkar
@Prasantaborah1
@Prasantaborah1 Жыл бұрын
এজন শিল্পীৰ কাৰনে তেওঁৰ অনুৰাগীবোৰ ভগৱান। অনুৰাগীক কেতিয়াও নিৰাস কৰিব নালাগে। জুবিন দাই তেনেকে কব নালাগিছিল।
@puspanjalisarma4418
@puspanjalisarma4418 Жыл бұрын
মাধৱৰ মাতো জুবিনৰ নিচিনা, এতিয়া কি মাতো সলাব পাৰিব নেকি বাৰু। জুবিনে কলেই বুলি তুমি মন বেয়া নকৰিবা। নিজৰ জীৱনৰ পথ নিজেই বাচি লোৱা কাৰোবাৰ কথা শুনি নিজৰ পথৰ পৰা আঁতৰি নাহিবা।
@rekhaozah1383
@rekhaozah1383 Жыл бұрын
হয় দেই মাধৱ তুমি আগুৱাই যাবৈ লাগিব। ভগৱানে দিয়া তোমাৰ সত্বাটোক তুমিপৃথিৱীৰ সকলোকে চিনাকি কৰি দিব লাগিব।
@jbbhumikasarma3908
@jbbhumikasarma3908 10 ай бұрын
Akdom right 👍
@krishnakhidutta5874
@krishnakhidutta5874 Жыл бұрын
Jubint ke madhob r thinking bohut uport👍 Carry on 🎉
@ajborah2265
@ajborah2265 Жыл бұрын
তুমি আগুৱাই যোৱা মাধৱ
@mattudad8963
@mattudad8963 9 ай бұрын
Thik kotha koise aamar Zubeen dai Zubeen Daar nisina okl voice dib janilei nohobo but Zubeen Daar nisina gaan gab parib lagib ....moi Zubeen daar fale asu ....❤️❤️❤️❤️👌👌👌👌💖💖💖
@purabidas2186
@purabidas2186 Жыл бұрын
হব..মাধবক নিজৰ মতে ডাঙৰ হবলৈ দিয়ক...ইমান প্ৰশ্ন নকৰিব...
@chitrakumarhazarika6622
@chitrakumarhazarika6622 Жыл бұрын
ভালকৈ পঢ়া। নিজৰ ভৰিত থিয় হোৱা। কষ্ট কৰা। তুমি সাফল্য আনিব পাৰিবা।
@sofikulislam7533
@sofikulislam7533 Жыл бұрын
জুবিন দাৰ সুৰ,মাত ,বা কথা কোৱাৰ ধৰন ভাইটি তোমাৰো একেই,গতিকে চেষ্টা কৰি গান গাৱলৈ শিকা,পিচে ডাঙৰ মানুহ হব পাৰিবা, জুবিনৰ কথা ই তোমাক গান গোৱাৰ শক্তি যোগাৱ।দোষ নকৰিবা।কথাৰ ধৰন বহু ভালো আছে তোমাৰ । thank you, from boko
@majanikalita6025
@majanikalita6025 Жыл бұрын
মাধৱ তুমি ভাগি নপৰিবা । জুবিন দাৰ কথাখিনি তোমাৰ বাবে আশীৰ্বাদ হিচাপে লৈ আগুৱাই যোৱা।
@monuranjangogoi6276
@monuranjangogoi6276 Жыл бұрын
ভাই তোক বহুত ভাল লাগে বে তই চেস্তা কৰ বহুত আগবাঢ়ি যাবি ভাগি নপৰিবি. তোই বহুত সৰু যদিও তোৰ জ্ঞান বহুত আছে. তই গান গাই দেখুৱাব লাগিব আমিৱ ছবেই তোক মৰম কৰো অসমৰ সকলোৱে তোক ভাল পায় তই আগবাঢ়ি যা 💐💐💐💐💐💐💐
@mhoque8846
@mhoque8846 Жыл бұрын
Go ahead brother কাকো ফলো কৰিব নালাগে নিজৰ কাম কৰি যোৱা তোমাক জুবিন দাই এদিন নিজে লগ কৰিব যাব
@rumisaikiadeka5867
@rumisaikiadeka5867 Жыл бұрын
দুখ নকৰিবা। হতাশ নহবা। নিজৰ কামত আগুৱাই যোৱা। ❤ মা দেউতা পৃথিবীৰ সকলোতকৈ আপোন।
@jayhind2185
@jayhind2185 8 ай бұрын
Tomar bhalor babe jubin dai eneke koise bhaiti,tumi beya pabo nalage,tomar talent aase aami jano 🥰👌
@lijipsonbeyofficial23
@lijipsonbeyofficial23 Жыл бұрын
He speaks more maturely than the Star Zubeen da. This boy needs more encouragement from the well reknown person.
@ranjanborah6503
@ranjanborah6503 Жыл бұрын
Yes lora jon jadiu class nine ot porha kintu kotha kini bahut matured type ot koise kone jane edin yeu kintu Dr. Bhupen Bhupen hazarikar dore manuhe Respect tei nohoi Bhaktiu koribo
@himanjeetsarma5555
@himanjeetsarma5555 Жыл бұрын
Xei2 ktha baaru mani lolu, but ei lora Jone mimicry kora nai, ulta teuk imitate korise, intrude korise Zubeen daak... Lorajon a Zubeen daar dore behave kribo dhorise... So it's a kind of danger sign for him only
@lijipsonbeyofficial23
@lijipsonbeyofficial23 Жыл бұрын
@@himanjeetsarma5555 Lora tu genuinely Zubeen dar fan hoi no. Aro hi Zubeen daik atatkoi bohut mane. Aro lora tu class 9 ot pora hoi...boyok kom. Hetukarne Zubeen da ejon boyokhiya manu n very reknown person hoi ..hetu hisabe hii lora karne bhal dore olop soft hoi bujai dibo parile hoi. Jate lora tu besi beya feel nokore aro demoralized hoi nejai. Celebrity manu ejon public figure ..tak sobe kibana kiba karon ot follow koribo eh. Hetukarne celebritir buror o society uporot nijor social responsibility buli bostu tu buji pabo lage.
@LooserPran
@LooserPran Жыл бұрын
Tetia toi Zubeen r gaan baad de tar gaan hunibi , kin2 Zubeen r gaan nhi blg singer r gaan gai hunabole kobi. Mokkel korbat , Zubeen Assam't ajon e ase. Zubeen da nisina kunu hbo nuware.
@LooserPran
@LooserPran Жыл бұрын
​@@lijipsonbeyofficial23 it's a sign of mental problem. That's why Zubeen alert him and his parents to don't do this types of insane things.
@air33-ias53
@air33-ias53 Жыл бұрын
জুবিনত কৈ মাধৱ বৰাৰ কথা কেইটাত বেছি গধুৰতা আছে। তুমি বহুত talented মাধৱ। ভাগি নপৰিবা। তুমাৰ যি talent আছে বহুতৰে নাই। তুমি আৰু আগুৱাই যোৱা। বেলেগে পঢ়ি শুনি চাকৰি এটা লৈ খাব।তোমাৰ যি আছে সেইটোৰ কাৰণে তুমি সকলোতকৈ পৃথক।কেৱল পঢ়া শুনাই একো দাল নহয়।তুমি যি টো ভাল পোৱা সেইটো ভাল কৈ কৰি যোৱা।তোমাৰ ভৱিষ্যত উজ্জ্বল হব। তোমাক তেনেকৈ কোৱাত আমিও আঘাত পাইছোঁ। এজন ভাল মানুহে এনেকুৱা কথা কেতিয়াও সহ্য কৰিব নোৱাৰে।লাগিলে জুনেই নকওক। ভগৱানে তোমাৰ মঙ্গল কৰিব।
@abhijitbarman7953
@abhijitbarman7953 Жыл бұрын
পাগল বুলি নাই কোৱা।।হবা বুলি হে কৈছে, তেনেকে থাকিলে।। একো নাই ভাই দুখ নকৰিবা❤️
@zuro1111
@zuro1111 Жыл бұрын
Jubin da apuni Alp ahankari.pried is the feel
@ashiqahmed4531
@ashiqahmed4531 Жыл бұрын
জুবিন দাৰ তেনেকৈ কথা কোৱা উচিত হোৱা নাই, তোমাৰ নিচিনা যদি কোনোবাই হব বিচাৰে তোমাৰেই সু নাম , গৌৰবৰ কথা😊
@khaninvlogs895
@khaninvlogs895 Жыл бұрын
হয় ভাল কথা কৈছে আপুনি
@sanjibkalita5615
@sanjibkalita5615 Жыл бұрын
সঁচাকৈ জুবিন দাই তাক চমৎকাৰ কৰিব আৰি সকলোৰে আগত বলৎকাৰ কৰি দিলে। বেয়া লাগিছে তেনে কৰিব নেলাগিছল ।
@lipikadas884
@lipikadas884 Жыл бұрын
তোমাৰ মাতত কিবা এটা যদি আছে বাবা , তেওঁ তেনেকৈ কলেও ভুল নুবুজিবা । তুমি তোমাৰ নিজৰ সৃষ্টিৰে আগবাঢ়ি যোৱা । ইমান কষ্ট কৰি জীৱন আগবঢ়াই নিছা এদিন সফল হবাই তুমি । বহুতো শুভেচ্ছা থাকিল তোমালৈ ❤
@PD-gj7ot
@PD-gj7ot Жыл бұрын
তুমি ভূল বুজিছা .. তোমাৰ ভালৰ কাৰণে কৈছে | ময়ো চাইছো | তোমাক পাগল বুলি কোৱা নাছিল পাগল হবা বুলি হে কৈছিল | তুমি পাৰিবা সফল হবলৈ | তোমাৰ জুবিন দাৰ প্ৰতি শ্ৰদ্ধা দেখি ভাল লাগিল |
@dr.pradipkumarsaikia6748
@dr.pradipkumarsaikia6748 Жыл бұрын
Establish yourself on your own NAME. God bless you.
@nipengaming8279
@nipengaming8279 Жыл бұрын
Zubeen da vl kotha kole beya pai🤣joi zuben da ❤🎉
@assamesecartoon8501
@assamesecartoon8501 Жыл бұрын
মন চুই গল😊
@manikasom3552
@manikasom3552 Жыл бұрын
মাধৱ তুমি আশীৰ্বাদ হিচাপে ল'বা।জীৱনৰ আন এক নাম সংগ্ৰাম।সংগ্ৰাম কৰি যোৱা।এদিন দেখিবা তুমি বহু আগুৱাই যাবা...
@borungogoi2206
@borungogoi2206 Жыл бұрын
বাপ , জুবিন দাই তোমাক পাগল বুলি কোৱা নাই নহয় হৈ যাব পাৰা বুলিহে কৈছে , যিকোনো মানুহে সদায় একেটা কথাই ভাবি থাকিলে পাগল ধৰণৰ হোৱা নজিৰ আছে গতিকে হে কৈছে। জুবিন গাৰ্গ দাৰ তোমাৰ ওপৰত একো বেয়া intension নাই। জুবিন দা জুবিনেই বিশ্ব মানসৰ ,কোনেও তেওঁৰ স্থান দখল কৰিব নোৱাৰে। তেওঁৰ গান আশাভৰা,প্ৰাণভৰা,স্বপ্নভৰা মধুৰ নিদ্ৰাভৰা,চকুলোভৰা আৰু প্ৰেৰণাভৰা ইত্যাদি -- ইত্যাদি। জুবিন গাৰ্গ দাৰ এই কথাষাৰ তোমাৰ প্ৰতি অসীম প্ৰেৰণা হে আছে ইয়াকে আশীৰ্বাদ অথবা chalenge হিচাপে লৈ আগবাঢ়ি যাবলৈ এটা পথহে দেখাই দিছে । তেওঁও জীৱন বাটত বহু ঘাত- প্ৰতিঘাত পাই আজি ইমানখিনি পাইছে হি । গতিকে.......!
@clipsmania8266
@clipsmania8266 Жыл бұрын
এগৰাকী মাতৃ হিচাপে বৰ দুখ লাগিল তোমাৰ কথাখিনি শুনি । কাৰোবাৰ অৱস্থাৰ বুজ নোলোৱাকৈ হাৰ্টথ্ৰব বুলি পৰিচিত জুবিনে যিকোনো মন্তব্য কৰিব নালাগিছিল । যি কি নহওক এইটো তোমাৰ জীৱনৰ মাথোঁ এটা turning point বুলি ধৰি ল'বা । ভালেই হ'ল দিয়া জুবিনেই অজানিতে চিনাকি কৰাই দিলে অসমৰ ৰাইজক এজন সৎ, সাহসি উদিয়মান ল'ৰা মাধৱ বৰাক । আগুৱাই যোৱা নিজৰ ধৰণে, জীৱনটো তোমাৰ হে । আশীৰ্বাদ কৰিলো
@mrinmoy13
@mrinmoy13 Жыл бұрын
জীৱনত মা দেউতা, শিক্ষাগুৰু, ভাল কবি, সাহিত্যিক এনে লোকক অনুকৰণ কৰিবা। লাভ হৱ তোমাৰ।
@xeujmon2035
@xeujmon2035 Жыл бұрын
মাধৱ সঁচাকৈ তুমি Mature hoisa, ভালকৈ আমি বুজি পালোঁ। তুমি আগুৱাই যোৱা।
@Ismita1
@Ismita1 Жыл бұрын
he has more standard than zubeen daa while talking 😊
@rajibphukan7746
@rajibphukan7746 Жыл бұрын
Ata 9 t poha lora emn maturity manibo lgibo kintu...
@joiaaiaxom2023
@joiaaiaxom2023 Жыл бұрын
Apuni advut pyani dekhun😂
@himanjeetsarma5555
@himanjeetsarma5555 Жыл бұрын
@@joiaaiaxom2023 Oo ekdm thik 😂
@ashiqahmed9398
@ashiqahmed9398 Жыл бұрын
Ki kotha koi ha apuni😂😂😂
@PronotiMohon
@PronotiMohon 7 ай бұрын
হতাশ নহবা ।পাগল বুলি কলে বুলিয়েই তুমি পাগল হৈ যোৱা নাই । আগবাঢ়ি যোৱা ।
@ajfilms9491
@ajfilms9491 Жыл бұрын
Zubeen da positive vibes aa dise bhai.... Keep jamming 💪 bro
@sagarhussain2251
@sagarhussain2251 Жыл бұрын
o bhai eneke +ve vibe nalage o,,ulta tar depression he hobo,tak etia sobe hahibo ki mukh loi ulabo je muk zubben e pagol koise
@KabitaGogoi-ut6jr
@KabitaGogoi-ut6jr Жыл бұрын
জুবিন দাই তোমাৰ ভবিষ্যতৰ কথা ভাবি তেনেকৈ কৈছিল। চেষ্টা কৰাচোন এদিন সফল হবা।
@anjugogoi3004
@anjugogoi3004 Жыл бұрын
ভাইটি তুমি মাধৱ হৈয়ে থাকা, নিজৰ অস্তিত্ব জীয়াই ৰাখা, আনক অনুসৰন কৰি নিজৰ অস্তিত্ব ক পাহৰি নাযাবা,অ,,,অনুৰাগী হোৱা, কোনো কথা নাই , সেইবুলি আনৰ ওচৰত ইমানো বিলিন হৈ নাযাবা, যত তুমি নিজে আঘাট পাব লগা হয় ,ভগবানে সকলোকে সৃষ্টি কৰিছে, এটা এটা উদেশ্যে সাৰুগত কৰি, নিজৰ লক্ষত উপনীত হোৱা, আগবাঢ়ি যোৱা।
@ankurkalita9451
@ankurkalita9451 Жыл бұрын
গান গালে মজা হ'ব ❤❤
@momigogoi8585
@momigogoi8585 Жыл бұрын
He is very humble.. Wish u good luck 🤞keep it up..
@sadnandabora3844
@sadnandabora3844 Жыл бұрын
জুবিনৰ কথাৰে বা ভাৱ ধাৰাৰে নকৰি তোমাৰ ইচ্ছাৰে গান শিকি ৰাইজৰ মাজলে ওলোৱা । জুবিন বুলি নহয় মাধৱ বৰা হৈ পৰিচয় লোৱা । দৰ্শকে তোমাক আদৰি লব । জুবিনৰ এটাও ভাষ্য অনুকৰণ নকৰাকৈ থলুৱা সূৰ থলুৱা বাদ্য যন্ত্ৰীৰে তুমি থলুৱা গীত- মাতেৰে এটি টিম প্ৰস্তুত কৰি দৰ্শকৰ মাজলে ওলাই যৱা ।মঞ্চ কৰা । জুবিন হৈ নকৰিবা । মাধৱ হৈ কৰি যোৱা ।দৰ্শকে অনুৰুধ কৰিলে তেতিয়া জুবিনৰ অভিনয় কৰি দেখুৱাবা । তুমি ছচি য়েল মিডীয়াক তোমাক জুবিনৰ সৈত্যে পূনৰ তুলনা কৰিবলে বাধা কৰিবা । কাৰণ বোৰ তুমি সৰু হৈ আছা বাবে নুবুজিবা ।তুমি মাধৱ হৈ জুবিনৰ গান বা কথা কোৱাত আপৰ্তিৰ ঠল নাই ।আৰ্পতি এইটোতহে তুমি জূবিনৰ সাজ সৰ্জাৰ পৰা আতঁৰি নথকাটো ।
@Pbv440
@Pbv440 Жыл бұрын
তুমি আগুৱাই যোৱা জুনিয়ৰ জুবিন ৰাইজে নাম দিছে । তোমাৰ চেষ্টা অব্যাহত ৰাখা। তুমি তোমাৰ নামেৰে উজ্জ্বলাৱা বুলি আশা থাকিল
@deepjyotiswargiary5849
@deepjyotiswargiary5849 Жыл бұрын
Jodi junior Zubeen hoi tente gaan gabo lage
@bidishamech1736
@bidishamech1736 Жыл бұрын
Tumi mon beya nokoriba Bhaiti. zubeen daak ami akom bhakiye bohut bohut val paw. To dadaye teneke kobo nalagisi.sobore protibha ase .khi sesta korisile val pai karone..zubeen da teneke kobo nalagisil
@bontiborah7476
@bontiborah7476 Жыл бұрын
ভাইটী তোমাৰ কথা শুনি বৰ দুঃখ লাগিল।তোমাৰ মাত সুৰ জুবিন দাৰ কথা কোৱাৰ ধৰণ একেই গতিকে চেষ্টা কৰা এদিন ডাঙৰ মানুহ হবাই।❤
@sanjibrajkonwar1777
@sanjibrajkonwar1777 Жыл бұрын
মাধৱ এদিন জুয়ে পুৰা সোণৰ দৰে জিলিকি উঠিব।
@nabaduarah7507
@nabaduarah7507 Жыл бұрын
চিন্তা নাই,তুমি আগবাঢ়ি যোবা ,ভবিয্যতে উন্নতি করিব পারিবা ।কোনোবাই কিবা কলেই বুলিয়ে পাগল নহয় ।
@susantaphukan9990
@susantaphukan9990 Жыл бұрын
তুমি আগবাঢ়ি যোৱা। ভগৱান তোমাৰ সহায় হ'ব।
@gargidevi3119
@gargidevi3119 10 ай бұрын
বাবু তুমি দুখ নকৰিবা নিজৰ সাহখত আগুৱাই যোৱা ❤❤❤
@PollabikolitaPollabikoli-gl1gc
@PollabikolitaPollabikoli-gl1gc Жыл бұрын
Tmi agbahi juwa❤
@ratulray5810
@ratulray5810 Жыл бұрын
Bohut beya lagil huni aguwai jowa tumi
@funnn157
@funnn157 Жыл бұрын
Khub val hoise.tohotor nisina zubeen pagolok enekua koribo lage.aru ek jubin pagolok stage or pora doliyai dise khub val hoise...
@nilimadasdas9694
@nilimadasdas9694 Жыл бұрын
ইমানকৈ দুখ দিব নালাগিছিল ৷ আমি তোমাক বেয়া নাপাওঁ দেই
@ratantalukdar-np7kz
@ratantalukdar-np7kz Жыл бұрын
Zubeen dai lorajonok monot aghat dile
@rickybasu9446
@rickybasu9446 Жыл бұрын
God bless u bro..never look back n never get discouraged,just go ahead n fullfill ur dreams.
@Rekhasvlog1515
@Rekhasvlog1515 Жыл бұрын
তোমি আৰু কাৰু কথা কাণ নিদিবা।😮 তোমি তোমাৰ মতে কৰি থাকা ।😮তোমি এজন মানুহৰে voice উলিয়াই নাথাকিবা।😊তোমি আনৰ voice আৰু acting কৰি দেখোৱা ই দিয়া তোমাৰ সেই talented আছে । 🥰 যদি তোমাৰ কৰিবলৈ মন নাই😊 তেনেহলে তোমি তোমাৰ মতে আগুৱাই যোৱা । তোমাৰ ভবিষ্যত উজ্জ্বল হয় যেন তাৰে কামনা কৰিছো ।🎉❤ God bless you 🙏🙏🙏
@amarbaishya3679
@amarbaishya3679 Жыл бұрын
News চেনেল বিলাকে আৰু কাম নাই অসম খন শেষ কৰি পেলালে এইটো এটা politics হয় জুবিন গাৰ্গ বিৰুদ্ধে চলোৱা খৰজন্ত নিউজ লাইভ চেনেলৰ , অসমৰ মানুহ বুৰ্বক চেনেল বিলাকে মানুহে চব গম পায় , জনমণি ৰাভাৰ কেছ টো কি হল
@kusheswarbaruah3687
@kusheswarbaruah3687 6 ай бұрын
তুমি আগবাঢ়ি যোৱা, জুবিনে কলেই তূমি পাগল নহয়,এতিয়া গান পেকতিছ কৰি থকা, God bless you,
@rimjimnath558
@rimjimnath558 Жыл бұрын
তুমি আগবাঢ়ি যোৱা ভাইটি।কোনোবাই কিবা কলে আশীৰ্বাদ বুলি ভাবি লবা।নহলে তুমি আগবাঢ়ি যোৱাত বাধা হব পাৰে।কোৱা তোক গুৰুত্ব নিদিবা।তুমি পাৰিলে আশীৰ্বাদ বিচৰা।
@rinabordoloineog1618
@rinabordoloineog1618 Жыл бұрын
মাধৱ তুমি আগবাঢ়ি যোৱা ,থমকি নৰবা ভগৱানে তোমাক সহায় কৰিব
@rupaliborthakur1930
@rupaliborthakur1930 Жыл бұрын
Tumi zubeen hobo nalage..tumar dore mimicry zubeen eu koribo nuware..ei khetrot zubeen u tumar dore hobo nuware..tumi talented hoi..nijor gun khini loi aguai jua..
@rajcreation_2m..
@rajcreation_2m.. Жыл бұрын
God bless you brother 🥰 love from majuli
@mainamaina2808
@mainamaina2808 Жыл бұрын
সৰু পৰা ডাঙৰ হয় জুবিনে কথা খাৰ মনত ৰখা ভাল ,,, তুমাৰ উজ্জল ভবিষ্যত কামনা কৰিলো
@parishmitachoudhury930
@parishmitachoudhury930 Жыл бұрын
Zubeen daai kotha tu thikei koise kintu Zubeen daai tak mati jodi val koi bujai dile hoi hoitu hi iman dukh napale hoi...
@bhargabd5656
@bhargabd5656 Жыл бұрын
Guardian k personally koleu hol heten imn dangor kam kora nasil aneke kobo karone
@budhrambaghwar6848
@budhrambaghwar6848 Жыл бұрын
জুবিন গাৰ্গে সেই সৰু লৰাজনক পাগল কোৱাৰ সলনি ভাল হে পাব লাগিছিল । কাৰণ জুবিন এজন অসমৰ ভাল শিল্পী , আৰু তেওঁক অনুকৰণ কৰিছিল সেই লৰা জনে , তেওঁ ক অনুকৰণ কৰাৰ কাৰণে গৌৰৱ অনুভৱ কৰিব লাগিছিল।।।।লৰাজনক তেনেকৈ কোৱাত আমিও দুখ পাইছো জুবিন দা। আপোনাৰ দৰে গান গাব পাৰিলে ও আপোনাৰ জেগা দখল নকৰে।
@moibubu7630
@moibubu7630 Жыл бұрын
Papon is good because he do not insult people like this this kid is so talented i love him who support this like my comment
@sangeetadas7727
@sangeetadas7727 Жыл бұрын
I agree he knows to speak well where to say what to say... he encourages youth.... He's much matured
@rubiborah3436
@rubiborah3436 Жыл бұрын
তুমি আগ বাঢ়ি যোৱা মাধৱ।গান গোৱা ত বা সুৰ দিয়াত কোনো কথা নাই।তুমি গানৰ সুৰ ভূপেন হাজৰিকা,পাপন,জুবিন,সকলোৰে গানৰ সুৰ কৰিব পাৰা।তোমাক পাগল বুলি কলে বুলি তুমি পাগল হৈ নোযোৱা তুমি যেতিয়া জুবিন দাদাক বহুত ভাল পোৱা,দাদাই হে কৈছে বুলি ধৰি লবা।তোমাৰ ইচ্ছা পূৰণ কৰা, আগুৱাই যোৱা লগতে পঢ়িও থাকা।মন বেয়া nokoriba, ভগৱানে তোমাক সহায় কৰিব।❤❤❤❤❤
Officer Rabbit is so bad. He made Luffy deaf. #funny #supersiblings #comedy
00:18
Funny superhero siblings
Рет қаралды 19 МЛН
DID A VAMPIRE BECOME A DOG FOR A HUMAN? 😳😳😳
00:56
Sigma baby, you've conquered soap! 😲😮‍💨 LeoNata family #shorts
00:37
怎么能插队呢!#火影忍者 #佐助 #家庭
00:12
火影忍者一家
Рет қаралды 27 МЛН
Officer Rabbit is so bad. He made Luffy deaf. #funny #supersiblings #comedy
00:18
Funny superhero siblings
Рет қаралды 19 МЛН