No video

কোকৰাঝাৰত হ'ব লগা ১৩৩ সংখ্যক ডুৰাণ্ড কাপ প্ৰতিযোগিতা উপলক্ষে চিৰাঙত প্ৰদৰ্শনীমুলক ফুটবল প্ৰতিযোগিতা

  Рет қаралды 108

Bongaigaon Times

Bongaigaon Times

Күн бұрын

#CHIRANG | অহা৩০ জুলাইৰ পৰা কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা উপলক্ষে চিৰাঙত প্ৰচাৰৰ বাবে আজি এক প্ৰদৰ্শনীমুলক ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
চিৰাং জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰ উদাংশ্ৰীনি আলাৰি প্ৰেমসিং ব্ৰহ্ম ক্ৰীড়া প্ৰকল্পত আয়োজিত প্ৰতিযোগিতাৰ প্ৰদৰ্শনীৰ ডুৰাণ্ড কাপ ৰেলীৰ শুভাৰম্ভ কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে। চিৰাং আৰু বিজনী জিলা ক্ৰীড়া সন্থাৰ মাজত অনুষ্ঠিত প্ৰদৰ্শনী মুলক খেলখন উদ্বোধন কৰে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে।
প্ৰদৰ্শনী মুলক খেল খনত বিজনী জিলা ক্ৰীড়া সন্থাই চিৰাং জিলা ক্ৰীড়া সন্থাৰ দলক ২-০ গলত পৰাভূত কৰে৷ অনুষ্ঠানত ভাৰতীয় সেনাৰ বিষয়া, বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিক্ৰমা বিভাগৰ সচিব দিঠকানন্দ হাজৰিকা, অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ড০ ছাংগ্ৰাং ব্ৰহ্মসহ কেবাজনো অতিথিয়ে অংশ গ্ৰহণ কৰে ৷
#bongaigaontimes #NewsUpdate #BreakingNews #news #chirangnews

Пікірлер
WHO CAN RUN FASTER?
00:23
Zhong
Рет қаралды 43 МЛН
الذرة أنقذت حياتي🌽😱
00:27
Cool Tool SHORTS Arabic
Рет қаралды 18 МЛН